text
stringlengths
0
188k
জনপ্ৰিয়
মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ছিণ্ডিকেট !
এটা বছৰ হিয়া ঢাকুৰিলে অনিমেষৰ মাতৃয়ে,কিন্তু …
অমৃত সৰোবৰৰ নামত ‘বিহ’ ঢালিলে দখলকাৰীৰ ঘৰত !
২০২৩ ত বিপদত ভাৰত !
প্ৰধানমন্ত্ৰী মোডীৰ পক্ষত নাই মাছমৰীয়া
ধৰ্ম সলালে হেৰুৱাব জনজাতিৰ মৰ্যাদা !
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>গুৱাহাটীত অনুষ্ঠিত হোৱা ২২ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’ প্ৰতিযোগিতাত আয়োজক দল অসমে দুটা স্বৰ্ণ পদ...
গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ ছোৱালী দলটোৱে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি দুটা সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়।
উল্লেখ’ যে ছোৱালীৰ ৰেগু ইভেণ্টৰ ফাইনেলত নাগালেণ্ডক পৰাস্ত কৰি স্বৰ্ণ জয় কৰাৰ পাছত মঙলবাৰে ডাবোলছ শাখাৰ ফাইনেলত অন্ধ্ৰপ্ৰদেশক ২-০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়।
আনহাতে ল’ৰা আৰু ছোৱালীৰ দলীয় শাখাত অসমৰ দুয়োটা দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
মঙলবাৰে প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকি খেলুৱৈলকলক শুভেচ্ছা প্ৰদান কৰে। তেওঁৰ উপৰি ৰাজ্য চৰকাৰৰ প্ৰধান সচিব হেমন্ত নাৰ্জাৰী, ক্ৰীড়া সঞ্চালক পৱিত্ৰ ৰাম খাউণ্ড, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ লগতে বহুতো লোক উপস্থিত থাকে।
Recent News
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত বিস্ফোৰণটো সংঘটিত হয়। কাবুলৰ পশ্চিম দিশে থকা ‘কাজ এডুকেশ্যন চেন্টাৰ’ হঠাতে ভয়ংকৰ শব্দত কঁপি উঠে। তেতিয়া তাত পৰীক্ষা চলি আছিল। বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে তাত প্ৰস্তুতি পৰীক্ষাত বহিছিল।
ফটো: টুইটাৰ।
জানিব পৰা মতে, কোনো সংগঠনে এতিয়ালৈকে আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। তালিবানৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে ঘটনাটোৰ খবৰ পোৱাৰ পিছতে তেওঁলোকৰ নিৰাপত্তা বাহিনী তাত গৈ উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে।
লগতে পঢ়ক: যুদ্ধৰ পাৰ্শ্বক্ৰিয়া! ক্ষত-বিক্ষত হাত-মুখ; যুদ্ধবন্দী সেনাৰ ফটো দেখি শিঁয়ৰি উঠিছে বিশ্ব
শেহতীয়াকৈ কাবুলৰ সেই অঞ্চলটোত কেইবাটাও আক্ৰমণৰ ঘটনা ঘটিছে। অঞ্চলটোত মুখ্যত: সংখ্যালঘুসকলে বাস কৰে। পৰ্যবেক্ষক মহলৰ একাংশৰ মতে তেওঁলোকক বাৰে বাৰে “লক্ষ্য” কৰি লোৱা হৈছে।
যোৱা বছৰ আগষ্টত আফগানিস্তানত তালিবান ক্ষমতালৈ আহিছিল। তেওঁলোকে কৈছিল যে তেওঁলোকৰ লক্ষ্য হৈছে দেশত শান্তি স্থাপন কৰা। কিন্তু যোৱা কেইমাহমানত তালিবান শাসিত আফগানিস্তানৰ পৰা কেইবাটাও অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা গৈছে।
লগতে পঢ়ক: Encounter Breaks Out in J&K: পুনৰ উপত্যকাত উত্তেজনা; তুমুল সংঘৰ্ষত কঁপি উঠিল শ্বোপিয়ান
আনহাতে, চৰকাৰখনৰ বিৰুদ্ধে নাগৰিকসকলৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেইবাটাও বিস্ফোৰণ তথা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কাবুলকে ধৰি আফগানিস্তানৰ প্ৰতিটো কোণত সন্ত্ৰাসবাদী কাৰ্যকলাপে সময়ৰ লগে লগে পুনৰ মূৰ দাঙি উঠিছে। তাৰমাজতে শুকুৰবাৰে পুৱাই শিক্ষা প্ৰতিষ্ঠানত সংঘটিত হ’ল এই আত্মঘাতী আক্ৰমণৰ ঘটনা।
Recent News
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
by এন ই নাও নিউজ
October 1, 2018 7:39 am
বটদ্ৰৱা থান সমিতিৰ সংবাদমেল।
181
VIEWS
Share on FacebookShare on Twitter
অসম আৰু অসমীয়াৰ স্বাভিমান আৰু আৱেগত আঘাত সানি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, কীৰ্তন-নামঘোষা, নামঘৰ আদি সম্পৰ্কে তীব্ৰ আপত্তিজনক মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলি যোগপীঠ৷
দৰং জিলাৰ দুনীৰ এক যোগ শিবিৰত অতি বিতৰ্কিত মন্তব্যৰে অসমীয়া জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষজনাৰ লগতে প্ৰতিজন অসমীয়াই অতি শ্ৰদ্ধাৰে শিৰত ৰখা কীৰ্তন-নামঘোষা সম্পৰ্কে কালি অপমানসূচক মন্তব্য কৰিছিল বাবা ৰামদেৱৰ তথাকথিত শিষ্য জনৈক সীতানাথে।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোগ সাধনাক পতঞ্জলিৰ বিজ্ঞাপনৰ মাধ্যম হিচাপেহে ব্যৱহাৰ কৰা এনে তথাকথিত যোগগুৰুৰ জ্ঞানহীন মন্তব্যৰ ঘোৰ বিৰোধিতা কৰি দেওবাৰে বটদ্ৰৱা থানত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এক সংবাদমেল অনুষ্ঠিত কৰে।
শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰ মোহন বৰুৱা, যোগেন শইকীয়াসহ কেইবাগৰাকীও কাৰ্যকৰী সদস্য উপস্থিত থকা সংবাদমেলখনত পৰিচালনা সমিতিয়ে গুৰুজনাৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ গৰিহনা দিয়ে৷
বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অসম তথা অসমীয়া কৃষ্টি-সংস্কৃতিৰ সম্পৰ্কে সাম্যক জ্ঞান নথকা কিছু অনা-অসমীয়াৰ এনে মন্তব্যক অতি গৰ্হিত আখ্যা দি অতি শীঘ্ৰে অসমবাসীৰ ওচৰত মন্তব্যকাৰীয়ে ৰাজহুৱা ক্ষমা বিচাৰিবলৈ সকিয়াই দিয়ে৷ তদুপৰি অসম তথা জাতিৰ অভিভাৱক হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয় গুৰুত্বসহকাৰে গ্ৰহণ কৰ...
আনহাতে, স্বদেশী ব্ৰেণ্ডৰ নামত অসমত ব্যৱসায় বৃদ্ধি কৰি থকা পতঞ্জলিয়ে অসমত নিয়োগ কৰা লোকসকলক অসমৰ ধৰ্মীয় আবেগ, কলা-সংস্কৃতি সম্পৰ্কে সম্যক জ্ঞান প্ৰদান কৰিহে নিয়োজিত কৰিব লাগে বুলি মন্তব্য কৰি অতি শীঘ্ৰে বিতৰ্কিত আৰু আপত্তিজনক মন্তব্য সন্দৰ্ভত পতঞ্জলিয়ে স্পষ্টীকৰণ দি ৰাজহুৱা ক্ষমা বিচাৰিবলৈ দাবী জনায়৷
তেজপুৰৰ বালিপাৰাত হাজাৰ হাজাৰ বিঘা মাটি বাবা ৰামদেৱৰ পতঞ্জলিক দি ধন্য হোৱা পৰিবৰ্তনশীল চৰকাৰখনৰ বৰমূৰীয়াসকলে গুৰুজনাৰ সন্দৰ্ভত অপমানসূচক মন্তব্যৰে সামাজিক পৰিবেশ বিনষ্ট কৰিবলৈ দুঃসাহস কৰা সীতানাথৰ দৰে ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সাধাৰণ জনতাৰ মাজত গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত ৰাজ্যখনৰ সৰ্বত্ৰে পতঞ্জলি আৰু যোগগুৰুজনৰ বিৰুদ্ধে উদ্‌গীৰণ হৈছে তীব্ৰ ক্ষোভ আৰু বিষেদ্গাৰ৷ অসমত ব্যৱসায় কৰিবলৈ আহি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতাজনকে চূড়ান্তভাৱে অপমান কৰা কাৰ্যক একেমুখে ধিক্কাৰ দিছে বহুজনে।
চ’ছিয়েল মিডিয়া ভৰি পৰিছে পতঞ্জলি আৰু এনে জ্ঞানশূন্যহীন অনা অসমীয়াৰ মন্তব্যক লৈ। বহুজনে শীঘ্ৰে এই বহুবল্কি তথাকথিত যোগগুৰুজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনোৱাৰ বিপৰীতে আকৌ একাংশই পতঞ্জলিৰ সকলো সামগ্ৰী অনতিপলমে বৰ্জন কৰি উচিত শিক্ষা দিবলৈ আহ্বান জনাইছে।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
নমস্কাৰ, মই ৰবিশ কুমাৰ…
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জনপ্ৰিয়
দৃষ্টি কেৱল জাৰ্ছী নম্বৰ ১০ ত !
খাৰ্গেই হ’ব বিৰোধী দলপতি
বিবাহথলীতে মৃত্যু কইনাৰ
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
ভংগ হ’বই বংগ ?
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>আপুনি এনে ঘটনা হয়তো কেতিয়াও শুনা নাছিল যে প্ৰথমবাৰৰ বাবে চুৰ কৰিবলৈ গৈ আশাতকৈ অধিক টকা দেখি হাৰ্ট ফেইল ...
আৰক্ষী সূত্ৰ অনুসৰি, চুৰ কৰি দুই চুৰ নওছাদ আৰু এজাজে নগদ টকাৰ বেগ লৈ নওছাদৰ ঘৰত উপস্থিত হৈছিল। তাত মোটা পৰিমাণৰ ধন দেখি এজাজৰ হাৰ্ট এটেক হয় । নৌশদে তৎক্ষণাৎ গাড়ী ভাৰা কৰি নাগিনাৰ এখন চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত তিনি দিনৰ চিকিৎসা কৰি ব্যয় কৰা হয় প্ৰায় দুই লাখ টকা।
আৰক্ষীৰ অনুসৰি অভিযুক্ত এজাজৰ মতে সি ৪০ৰ পৰা ৫০ হাজাৰ টকা পাব বুলি আশা কৰিছিল। লাখ লাখ টকা দেখি তাৰ ৰক্তচাপ বৃদ্ধি পাইছিল আৰু হাৰ্ট এটেকৰ সন্মূখীন হয় । ইতিমধ্য়ে আৰক্ষীয়ে দুয়োজন অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
Like this:
Like Loading...
Related Topics:FeaturedNational
Up Next
প্ৰখৰ ৰ’দত লকডাউন কাৰ্যকৰী কৰিবলৈ ৰাস্তাত নামি পৰিল গৰ্ভৱতী ডিএছপি, ফটো ভাইৰেল
Don't Miss
বিজেপিয়ে দিলে মনৰেগা শ্ৰমিকক টিকট, স্বামী হৈছে ৰাজমিস্ত্রি | MNREGA worker gets BJP Ticket
Xrider
I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Cent...
কিন্তু এইসকলোবোৰ বিকাশৰ বৃহদাকাৰ ফলটো হজম কৰিব পৰাকৈ আমি মানসিক ভাৱে পৰিপক্ক হৈছো নে ? হাতে হাতে মোবাইল – ইন্টাৰনেটৰ সুবিধা লৈ ফুৰা এই বৃহৎ সংখ্যক ব্যক্তিৰ মানসিক আৰু সামাজিক বিকাশ সম পৰ্যায়ৰ নে ? কথাবোৰ ভাবিবলগীয়া । কিন্তু কোনে ভাবিব ?
বিজ্ঞান – প্ৰযুক্তিয়ে কাকো এলাগী কৰি ৰখা নাই । সকলোকে সমানে সাৱটি লৈছে । কিন্তু সকলো বস্তুৰে দুটা পিঠি থকাৰ দৰে এই অত্যাৱশ্যকীয় সেৱা সমূহৰো দুটা ফাল আছে । কিন্তু মানসিক পৰিপক্কতাৰ অভাৱত কিম্বা সঠিক সংস্কাৰৰ অভাৱত এচামে ইয়াৰ অন্ধকাৰ ফালটোহে উপভোগ কৰিছে । আকোৱালি লৈছে । ইন্টাৰনেটত জ্ঞান বিজ্ঞানৰ অন্বেষণ কৰাৰ পৰিবৰ্তে অশ্...
আমাৰ ল’ৰালিৰ দিনবোৰলৈ যদি উভতি চাওঁ আমি দেখোঁ এখন শৃঙ্খলাবদ্ধ সমাজ , পাৰস্পৰিক বিশ্বাস আৰু দায়বদ্ধতাৰে পৰিচালিত এখন সমাজ , সামাজিক নিৰাপত্তাপূৰ্ণ সমাজ য’ত আমি কাহানিও মানুহৰ ভয়ত ৰাতিৰ এন্ধাৰত ওলাব নোৱাৰা কথাটো সপোনতো মনলৈ অহা নাছিল । ( ভূতৰ ভয়হে ভয় বুজিছিলো সেই সময়ত ☺ ) আনকি গুৱাহাটীৰ দৰে মহানগৰীতো ৯০ ৰ দশকৰ কটন কলেজত ...
মন গলেই গুচি গৈছিলোঁ লুইতৰ পাৰলৈ সূৰ্য্যাস্ত চাবলৈ ৰূমমেট আৰু মই । দুগৰাকী গাভৰুৱে বহি থাকিছিলো প্ৰকৃতিৰ অপৰূপ ৰূপ চাই । মন গলেই গৈছিলো বশিষ্ঠাশ্ৰমলৈ । সন্ধ্যা ললিতা কান্তাৰ বুকুৰ শিলনিত বহি নিৰ্জনতাৰ কোলাহল অনুভৱ কৰি ৰৈ থাকিছিলো বহুপৰ । ক’তা , কোনো দিনে কোনো অশ্লীল ইংগিত কিম্বা অবাইচ মাতে বুকু কঁপাই তোলাটো নাছিল । পুন...
বৰ বেছিদিন পুৰণি হোৱা নাই এইসমাজখন । অথচ পৰিবৰ্তনৰ ধুমুহাই যেন মোটামুটি বিধ্বস্ত কৰি পেলাইছে সুসভ্য সমাজখনৰ পৰিকাঠামো । এতিয়া আমি বহুত সা – সুবিধা পাইছো । বিজ্ঞান প্ৰযুক্তিয়ে পৃথিৱীখনকে নিচেই এচিকুট কৰি হাতৰ মুঠিত দিছে । অথচ আমি গঢ়াৰ সাধনা কৰা নাই , ভগাৰ অনুশীলন কৰিছোঁ । কাৰণ আমি ভালকৈ শিকিব পৰা নাই এই জটিল Technology...
সময় এদিন আহিব নিশ্চয় যেতিয়া এই মানসিক ভাৱে অপৰিপক্ক চামটোৰো চকু মুকলি হ’ব । কিন্তু বৰ্তমান সময়চোৱা য’ত আমি সৰ্বস্ব ভূগি আছোঁ এইখিনিকেই কোৱা হয় ” সন্ধিক্ষণ ” ( transition point ) । সিপাৰ পাবলৈ আৰু কিছু দেৰি আছে । আমাৰ হয়তো আৰু বহু যুদ্ধ বাকী আছে বহু অপশক্তিৰ বিৰুদ্ধে । এই সময়টোখিনিয়ে আটাইতকৈ জটিল আৰু কঠিন সময় ।
পৃথিৱীৰ অন্যান্য উন্নত দেশৰ বুৰঞ্জী পঢ়িলেই বুজিব পাৰি যে যুগসন্ধিৰ বহুতো কঠিন যুদ্ধ পাৰ হৈহে তেওঁলোকেও আজি সুসভ্য জাতি আৰু সমাজ ৰূপে বিশ্বত চিনাকি দিছে । আনহে নালাগে আমাক দুশ বছৰ শাসন কৰি যোৱা ইংৰাজ সমাজতে ভিক্টোৰিয়া যুগত মহিলাসকলৰ যি অবৰ্ণনীয় দূৰৱস্থা আছিল সেয়া পঢ়িলে ভাৱ হ’য় পৃথিৱীৰ এই অন্যতম সভ্য জাতিটোৱে কিমান সামাজ...
← স্বাস্থ্য-বীমা- (ললিত বৰা)
সৰ্বভাৰতীয় পৰ্য্যায়ৰ চাকৰিবোৰ- প্ৰতিম প্ৰতাপ বৰুৱা →
You May Also Like
ভাৰতীয় ৰাজনীতিত মহিলা আৰু মহিলাৰ স্থিতি (জুৰী বৰা বৰগোহাঞি)
September 15, 2013 0
অসমীয়াৰ ঘৰুৱা চিকিৎসা -(নিতুল বৰা)
March 16, 2014 March 10, 2021 0
কিতাপৰ ব্যৱসায়িক দিশ (টুৱাৰাম দত্ত)
January 14, 2013 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label