text stringlengths 0 188k |
|---|
কিছু সংখ্যক লোকে শুনানি চলি থকাৰ মাজতে জুহি চাওলা অভিনীত ছবিৰ গীত গোৱাত শুনানি গ্ৰহণৰ পৰিবেশ নোহোৱা হৈ পৰিছিল। আদালতৰ কাম-কাজত ব্যাঘাত জন্মোৱাসকলক চিনাক্ত কৰিবলৈ সেয়ে আদালতে নিৰ্দেশ দিছিল। |
লগতে শুনানিৰ লিংক ৰাজহুৱা কৰাৰ বাবে জুহি চাওলাক ২০ লাখ টকাৰ জৰিমনাও বিহা হৈছিল। |
Recent News |
এই ৰেগিঙৰ বাবে কোন দায়ী? |
কেবিনেটৰ সিদ্ধান্ত: গুৱাহাটীত হ’ব আৰু তিনিখন নতুন উৰণীয়া সেঁতু |
চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ তথাকথিত ‘সোণালী যুগ’ৰ অৱসান ঘটিছে: ঋষি চুনাক |
কৰোনাৰ নতুন আতংক! এছিয়া মহাদেশত সংক্ৰমণৰ শীৰ্ষত জাপান |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বিত্তমন্ত্ৰী কয় যে এতিয়া মানসিক অৱস্থা দৰিদ্ৰতা চৰকাৰে নিৰ্মূল কৰিব লাগিব নেকি?’ সীতাৰমণে বিৰোধীক উদ্দেশ্যি কয়— ” অনুগ্ৰহ কৰি স্পষ্ট কৰি দিয়ক, আপোনালোকে মোক নিৰ্মূল কৰিবলৈ কোৱা দৰিদ্ৰতা মানসিক দৰিদ্ৰতা নেকি?’ |
শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে সীতাৰমণৰ এনে মন্তব্যৰ প্ৰতিবাদ কৰি কয় যে বিত্তমন্ত্ৰীয়ে দৰিদ্ৰ লোকসকলক উপহাস কৰিছে। |
সাংসদগৰাকীৰ অভিযোগৰ প্ৰত্যুত্তৰত সীতাৰমণে কয়, “মই দৰিদ্ৰ লোকসকলক উপহাস কৰা নাই। যিজন ব্যক্তিয়ে দৰিদ্ৰ লোকসকলক উপহাস কৰিছিল, আপোনালোকে এতিয়া তেওঁলোকৰ দলৰ সৈতেই মিত্ৰতা কৰিছে।’ |
কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কৈছিল দৰিদ্ৰতাৰ অৰ্থ খাদ্য, ধন বা বৈষয়িক বস্তুৰ অভাৱ নহয়। যদি এজনৰ আত্মবিশ্বাস থাকে, তেন্তে এজন লোকে দৰিদ্ৰতাক অতিক্ৰম কৰিব পাৰে। |
তেওঁ কৈছিল যে এইটো এটা মানসিক অৱস্থা। |
সীতাৰমণে ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈয়ে সমালোচনা কৰিছিল যদিও তেওঁ যে ৰাহুলৰ কথাই কৈছে সেয়া বুজিবলৈ কাৰো বাকী নৰ’ল। |
Recent News |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
এই ৰেগিঙৰ বাবে কোন দায়ী? |
কেবিনেটৰ সিদ্ধান্ত: গুৱাহাটীত হ’ব আৰু তিনিখন নতুন উৰণীয়া সেঁতু |
চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ তথাকথিত ‘সোণালী যুগ’ৰ অৱসান ঘটিছে: ঋষি চুনাক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
পোনতেই কাটাৰৰ বিষয়ে দুটিমান কথা জনাই লওঁ৷ কাটাৰ হ’ল এখন সৰু দেশ- যাৰ আয়তন অসমৰ পাঁচ ভাগৰ এভাগ৷ ইয়াৰ বৰ্তমান জনসংখ্যা হ’ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷ কিন্তু তাৰে প্ৰায় শতকৰ আশী ভাগেই হ’ল বহিৰাগত৷ আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড’হাত৷ দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ ছেপ্তেম্বৰ, ১৯৭১চনত৷ কাট... |
কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আঁচনি৷ উদগনি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷ বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন ল’ৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷ ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়... |
চৰকাৰী শিক্ষানুষ্ঠানৰ উপৰিও এই দেশত আছে অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুষ্ঠান । আমেৰিকা, ব্ৰিটেইন, ভাৰত, পাকিস্তান, ফিলিপিনি, চুডানী, লেবানিজ আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷ তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷ চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুষ্ঠান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুষ্ঠানত ক... |
আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ ল’ৰা-ছোৱালীক চি.বি.এচ.ই.ৰ অধীনত থকা ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়ুৱায়৷ ইয়াৰ ভিতৰত প্ৰমুখ হ’ল – ড’হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল, এম.ই.এচ. ইণ্ডিয়ান স্কুল, ডি.পি.এচ. ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল৷ |
কিছুমান উল্লেখযোগ্য অনুষ্ঠানৰ নাম হ’ল-কেমব্ৰিজ স্কুল, ড’হা ইংলিছ স্পিকিং স্কুল, ড’হা কলেজ: এই তিনিও খনত ব্ৰিটিছ কেৰিকুলাম চলে৷ আমেৰিকান স্কুল অৱ ড’হাত চলে আমেৰিকাৰ কেৰিকুলাম৷ এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব৷ ১৯৯৫ চনত চৰকাৰী সাহাৰ্যৰে কাটাৰ ফাউণ্ডেচন অৱ এডুকেশ্বন,চাইন্স এণ্ড কমিউনিটি ডেভেলপমেন্ট নামৰ এটি সংস্থা গঢ় ল... |
কাটাৰ ইউনিভাৰ্চিটি দৰ্শনৰ কথা যোৱাবাৰৰ ডায়েৰীত লিখিছিলোঁ৷ আজি তাৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ৷ বিশ্ববিদ্যালয়খন ১৯৭৩ চনত ৫৭জন ছাত্ৰ আৰু ৯৩ জনী ছাত্ৰীক লৈ শুভাৰম্ভ হয়৷ ৩বছৰ পিছত ২৬০০ জন শিক্ষাৰ্থীৰে ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হয়৷ আজি বিশ্ববিদ্যালয়খনত থকা আন বিষয়সমূহ হ’ল -কলা, বিজ্ঞান, আইন, শিক্ষা, বাণিজ্য, অৰ্থনীতি,... |
দেশখনৰ সকলো শিক্ষানুষ্ঠানৰ গতিবিধি নিয়ন্ত্ৰণ কৰে চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনে৷ |
ইউনেস্কোৰ তথ্যমতে কাটাৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৯০ শতাংশৰ বিপৰীতে মহিলাৰ ৯৮ শতাংশ৷ |
ডায়েৰি সামৰি আজিলৈ আহোঁ৷ মোৰ ডায়েৰি পঢ়ি ভাল পোৱা আৰু নিৰন্তৰ উদগনি যোগোৱা পাঠকসকলক ধন্যবাদ জনাই পুনৰাই এই শিতানত আপোনাসবক লগ পোৱাৰ আশাৰে বিদায় ললোঁ৷ |
← শিক্ষক জীৱনৰ কিছু অনুভৱ (নিবেদিতা বৰি) |
গাঁৱৰ মহিলা আৰু ডাকৰবচন (দুলাল বৰুৱা) → |
You May Also Like |
কাটাৰৰ ডায়েৰী (কাটাৰা সাংস্কৃতিক ভিলেজ) : ডা০ ভূপেন শইকীয়া |
April 14, 2013 0 |
নিৰ্বাচিত কথা-বতৰা |
December 14, 2014 March 10, 2021 0 |
নিৰ্বাচিত কথা-বতৰা |
December 16, 2011 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে পাঁচ বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মেৰী কমে। আজি অনুষ্ঠিত ছেমিফাইনেলত মহিলা বক্সাৰ মেৰি কমে প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি ব... |
উল্লেখযোগ্য যে আজি অনুষ্ঠিত খেলখনত উত্তৰ কোৰিয়াৰ বক্সাৰ তথা প্ৰতিদ্বন্দ্বী কিম হিয়াঙক ৫-০ ব্যৱধানত পৰাস্ত কৰে। |
ইফালে ছেমি ফাইনেলত প্ৰৱেশ কৰা অসমৰ আন এগৰাকী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁয়ে প্ৰতিদ্বন্দ্বীৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। |
মহিলা বক্সাৰ লাভলিনা বৰগোহাঁয়ে মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত পৰাজয় বৰণেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। |
Recent News |
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ক’ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং |
The CrossCurrent Jan 10, 2022 |
ক'ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। মন্ত্রীগৰকীয়ে নিজেই টুইটাৰ যোগে প্ৰকাশ কৰিছে এইকথা। বৰ্তমান তেওঁ হোম আইছ'লেচনত আছে। লগতে মন্ত্ৰী ৰাজনাথ সিঙে এইকেইদিনত তেওঁৰ সংস্পর্শলৈ সকলো ব্যক্তিকে ক'ভিড টেস্ট কৰিবলৈ অনুৰোধ… |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.