text
stringlengths
0
188k
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ছত্তীশগড়ৰ ৰাইপুৰত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু ঘটিছে। ছত্তীশগড় ষ্টেট হেলিকপ্টাৰখন নিশা প্ৰায় ৯.১০ বজাত ৰাইপুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয়।
বাতৰি অনুসৰি, নিয়মীয়া প্ৰশিক্ষণ চলাই থকাৰ সময়তে হঠাৎ হেলিকপ্টাৰখন ভাঙ পৰে। প্ৰাথমিকভাৱে কাৰিকৰী ত্ৰুটিৰ বাবে হেলিকপ্টাৰখন খহি পৰা বুলি সন্দেহ কৰা হৈছে। দুৰ্ঘটনাটোত কেপ্টেইন গোপাল কৃষ্ণ পাণ্ডা আৰু কেপ্টেইন এ পি শ্ৰীবাস্তৱ নিহত হয়।
ঘটনাটোৰ পিছত, ডিজিচিএ আৰু ৰাজ্য চৰকাৰে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাটোৰ কাৰণ কি সেয়া উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি শোক প্ৰকাশ কৰিছে।
সূত্ৰ সমূহে জানিবলৈ দিয়া মতে, অৱতৰণৰ সময়তহে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিকট শব্দ শুনি বহু মানুহ ঘটনাস্থলীলৈ লৰি আহিছিল। উদ্ধাৰকাৰী দলে পাইলট দুজনক উদ্ধাৰ কৰে। কিন্তু ইতিমধ্যে তেওঁলোকৰ মৃত্যু ঘটে।
ভয়ংকৰ দুৰ্ঘটনাটোত হেলিকপ্টাৰখনৰ বহু অংশ বিধ্বস্ত হৈ পৰে। প্ৰচণ্ড জোৰে হেলিকপ্টাৰখন পাক খাই বিধ্বস্ত ৰূপত ভূপতিত হয়। হেলিকপ্টাৰখন কেনেদৰে এই দুৰ্ঘটনাত পতিত হ’ল সেয়া তদন্ত কৰি থকা হৈছে। ঘটনাটোকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৱিকিপিডিয়াত আপুনি নবাগত নেকি? স্বাগতম। কিবা প্ৰশ্ন থাকিলে নিসংকোচে সোধক আৰু সমাধান লাভ কৰক।
শিষ্টাচাৰ
ভাল ভাৱ ৰাখক
ব্যক্তিগত আক্ৰমণ পৰিহাৰ কৰক
সাঁচ:২০১৯ চনৰ ন'বেল বঁটা বিজয়ীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন সাঁচ:২০১৯ চনৰ ন'বেল বঁটা বিজয়ীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।
আলোচনা আৰম্ভ কৰক
"https://as.wikipedia.org/w/index.php?title=সাঁচ_বাৰ্তা:২০১৯_চনৰ_ন%27বেল_বঁটা_বিজয়ী&oldid=206913"ৰ পৰা অনা হৈছে
এই পৃষ্ঠাখন ১৫ অক্টোবৰ, ২০১৯ তাৰিখে ১২:৩৩ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>নিউজ ডেস্কঃ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পৌৰসভা নিৰ্বাচনৰ ভোটগণনা। যোৱা ৭ মাৰ্চত অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত ২৫৩২গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াই প্ৰতিদ্বন্দ্বিতা। ৩৬খন নিৰ্বাচনী ...
ইতিমধ্যে ভোটগণনা পৰ্বৰ অব্যাহত থকা সময়তে দেখা গৈছে যে অধিকাংশ ৱাৰ্ডত বিজেপি বা বিজেপিৰে মিত্ৰতা থকা দলৰ প্ৰাৰ্থী জয়ী হৈছে। কিন্তু তাৰ মাজতে বিৰোধী দলৰ প্ৰাৰ্থীয়েও একেবাৰে পিছ পৰি থকা নাই। দেখা পোৱা গৈছে যে আমগুৰিত বৃহৎ সফলতা লাভ ৰিছে কংগ্ৰেছ দলে। চৰকাৰ নথকাৰ পাছতো আমগুৰিত কংগ্ৰেছে ৪খনকৈ আসন লাভ কৰিছে।
আমগুৰিত অগপ দলৰ বিধায়ক থকাৰ পাছতো দলটোৱে মাত্ৰ ২খন আসনহে লাভ কৰিছে আৰু বিজেপিয়ে লাভ কৰিছে ৩খন আসন। তদুপৰি আমগুৰিত এখন আসন লাভ কৰিছে নিৰ্দলীয় দলৰ প্ৰাৰ্থীয়ে। ইফালে, মৰিয়নীতো দেখা গ’ল বিপৰীত ছবি। মৰিয়নীত এগৰাকী বিজেপি বিধায়ক থকাৰ পাছতো ১০টা ৱাৰ্ডৰ ভিতৰত ৮টা ৱাৰ্ডতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধ্বজ্জা।
মন কৰিবলগীয়া যে, মৰিয়নী নগৰৰ ১৭ হাজাৰ ভোটাৰৰ গৰিষ্ঠ সংখ্যকে হৈছে বঙালী ভোটাৰ। অলক ঘোষৰ প্ৰভাৱ থকা বঙালী ভোটাৰ সকলে পূৰ্বৰ দৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আনহাতে বিজেপিৰ দলে ৬ নম্বৰ ৱাৰ্ডত কস্তুৰী আগৰৱালা গগৈ আৰু ৭ নম্বৰ ৱাৰ্ডত চুমকি মজুদাৰ জয়ী হয়।
লক্ষণীয় যে, যোৰহাটত দেখা গৈছে কংগ্ৰেছ দলৰ উত্থান। যোৰহাটত ৯টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হৈছে যদিও, কংগ্ৰেছ দলৰ প্ৰাৰ্থীও ৮টা ৱাৰ্ডত জয় লাভ কৰিছে। জানিব পৰা মতে, যোৰহাটৰ ১৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তনুশ্ৰী দত্ত, ১৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ইলোৰা বৰদলৈ, ১৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লখিমী খাৰঘৰীয়া, ৫ নং ৱাৰ্ডত অগপ প্ৰা...
যোৰহাটৰ লগতে নাৰায়ণপুৰতো কংগ্ৰেছৰ বহুত ভাল ফলাফল দেখা গৈছে। নাৰায়ণপুৰত ৫টা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে। তাৰ বিপৰীতে বিজেপিয়ে তিনিটা ৱাৰ্ডত আৰু নিৰ্দলীয় তথা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীয়ে দুটা ৱাৰ্ডত জয় লাভ কৰিছে। কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থী কেইজন ক্ৰমে- কুশল নেওগ, ৰূপান বৰা, মায়া চন্দক, জ্যোতিকা শইকীয়া আৰু পল্লৱী হাজৰ...
আনহাতে, লখিমপুৰত প্ৰথম গৰাকী আম আদমি পাৰ্টীৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ পৌৰ সভাৰ ১৪ নম্বৰ চি ৱাৰ্ডত আম আদমি পাৰ্টীৰ প্ৰাৰ্থী উদিতা দাসে বিজয় সাব্যস্ত কৰিছে। লগতে আপৰ প্ৰাৰ্থী তিনিচুকীয়াতো জয়ী হৈছে। আৰু পৌৰসভা নিৰ্বাচনত লখিমপুৰ আৰু তিনিচুকীয়াত জয়ী হৈ খাটা খুলিলে আম আদমি পাৰ্টীয়ে।
উল্লেখ্য যে, শিৱসাগৰ পৌৰসভাত বিজেপিয়ে চমকপ্ৰদ সফলতা অৰ্জন কৰিছে যদিও দুটা ৱাৰ্ডত জয়ী হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী। ১ নং আৰু ২ নং ৱাৰ্ডত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হৈছে। অৱশ্যে জিলাখনৰ ১৪টা ৱাৰ্ডৰ ১০টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিছে।
Related
আজি ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল
বিনা প্ৰতিদ্বন্দিতাৰে উত্তৰ গুৱাহাটী পৌৰসভা বিজেপিৰ দখলত
অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু পুনাকণ বৰুৱাৰ উপস্থিত আগন্তক পৌৰসভা নিৰ্বাচন সন্দৰ্ভত ৰনকৌশল প্ৰস্তত
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,588 other subscribers
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী
শিলচৰত আজি প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ কেবিনেট বৈঠক
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত চাৰিজন ছাত্ৰক নিলম্বন
ব্ৰাজিল (১) বনাম ছুইজাৰলেণ্ড (০) - বিশ্বকাপৰ Tactical Analysis
অসমৰ ৰাষ্ট্রীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি পালে
Latest News
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত চাৰিজন ছাত্ৰক নিলম্বন November 29, 2022
ৰাজ্যত দুটা পৃথক অভিযানত ৩ কোটিতকৈ অধিক মূল্য ড্ৰাগছ জব্দ November 29, 2022
মঙলদৈত উদ্ধাৰ তিনিটা বাঘৰ পোৱালি November 29, 2022
শীঘ্ৰেই শক্তি বিভাগৰ ২,৩২০ টা পদত হ’ব নিযুক্তি November 29, 2022
ব্ৰাজিল (১) বনাম ছুইজাৰলেণ্ড (০) – বিশ্বকাপৰ Tactical Analysis November 29, 2022
YouTube
Facebook