text stringlengths 0 188k |
|---|
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>গ্ৰাম্য পৰ্যটন আৰু গ্ৰাম অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত যথেষ্ট খিনি আগবাঢ়ি গৈছে গোলাঘাট জিলাৰ খুমটাই সমষ্টি।সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই গ্ৰাম্য অৰ্থনীতি বিকাশৰ লগতে পৰ্যটনক উদ্যোগলৈ ৰূপান... |
About |
Copyright |
Privacy Policy |
Authors |
Grievance Redressal |
Contact |
English | |
Thursday, December 8, 2022 |
মুখ্যপৃষ্ঠা |
অসম |
নৰ্থ-ইষ্ট |
অৰুণাচল |
অসম |
ছিকিম |
ত্ৰিপুৰা |
নাগালেণ্ড |
মণিপুৰ |
মিজোৰাম |
মেঘালয় |
প্ৰতিৱেশী |
অভিমত |
ক্ৰীড়া |
বাণিজ্য |
সংস্কৃতি |
সাহিত্য |
যুৱ-কণ্ঠ |
শিক্ষা |
জীৱনশৈলী |
প্ৰযুক্তি |
মনোৰঞ্জন |
প্ৰাসংগিক প্ৰশ্ন |
No Result |
View All Result |
মুখ্যপৃষ্ঠা |
অসম |
নৰ্থ-ইষ্ট |
অৰুণাচল |
অসম |
ছিকিম |
ত্ৰিপুৰা |
নাগালেণ্ড |
মণিপুৰ |
মিজোৰাম |
মেঘালয় |
প্ৰতিৱেশী |
অভিমত |
ক্ৰীড়া |
বাণিজ্য |
সংস্কৃতি |
সাহিত্য |
যুৱ-কণ্ঠ |
শিক্ষা |
জীৱনশৈলী |
প্ৰযুক্তি |
মনোৰঞ্জন |
প্ৰাসংগিক প্ৰশ্ন |
No Result |
View All Result |
English |
Home উত্তৰ-পূব অসম |
ডি এল এড প্ৰশিক্ষণপ্ৰাপ্ত ৫০০০ গৰাকীক শিক্ষক হিচাপে নিযুক্তিৰ দাবীত প্ৰতিবাদ ডি এল এড প্ৰশিক্ষাৰ্থী সন্থাৰ |
by কল্পজ্যোতি শইকীয়া |
February 23, 2018 5:34 pm |
505 |
VIEWS |
Share on FacebookShare on Twitter |
২০১২ চনৰ পৰা ডি এল এড প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰায় পাঁচ হাজাৰ প্ৰাক-নিযুক্তিকালীন প্ৰশিক্ষাৰ্থীক শিক্ষকৰ পদত নিযুক্তি প্ৰদান কৰাৰ দাবীত আজি দিচপুৰ লাষ্টগেটত ডি এল এড প্ৰশিক্ষাৰ্থী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। |
প্ৰতিবাদকাৰীসকলক লক্ষণীয়ভাৱে এচ চি ই আৰ টি (SCERT) ৰ প্ৰাক্তন সঞ্চালক ড০ হৰেন্দ্ৰ চন্দ্ৰ দাসেও সমৰ্থন জনায়। |
‘শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে গুৰিত পানী দিব লাগিব’ বুলি মন্তব্য কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰা দাসে নৰ্থ ইষ্ট নাওক কয় ‘প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষকসকলক নিযুক্তি দিব নোৱাৰিলে, উচ্চ মানৰ শিক্ষকসকলক গুৰুত্ব নিদিলে অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন কৰিব নোৱাৰে। সেই উদ্দেশ্যেৰে আমি সঞ্চালকৰ দ্বায়িত্বত থকাৰ সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত ন... |
তেওঁ কয় যে দুবছৰ এই প্ৰশিক্ষণ চলাৰ পিছত কিহৰ বাবে বন্ধ কৰি দিয়া হ’ল সেইটো তেওঁৰ অৱগত নহয়। |
আনহাতে ড০ দাসে ক্ষোভ প্ৰকাশ কৰি কয় ‘এই ব্যৱস্থা নিয়মীয়াকে চলি থকাহেঁতেন এনেদৰে ঠিকাভিত্তিকভাৱে শিক্ষকসকলে চাকৰি কৰিবলগীয়া নহ’লহেঁতেন তথা সকলো শিক্ষকে পূৰ্ণ পৰ্য্যায়ৰ নিযুক্তি পালেহেঁতেন।’ |
তদুপৰি কৃষ্ণকান্ত সন্দিকৈ মুকলি বিশ্ববিদ্যালয়ে প্ৰশিক্ষণ নোলোৱাসকলক অনলাইন জৰিয়তে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত তেওঁ কয় ‘এই প্ৰশিক্ষণ শিক্ষকসকলৰ কাৰণে পূৰ্ণ পৰ্য্যায়ৰ নহয়। এয়া ভুকুতে কল পকাব বিচৰা এক ব্যৱস্থা।’ |
ড০ দাসে চৰকাৰক ডি এল এড প্ৰশিক্ষণত উত্তীৰ্ণ হৈ যিসকলে পূৰ্ণ পৰ্য্যায়ৰ শিক্ষক পদত নিযুক্তি পোৱা নাই সেইসকলক নিযুক্তি প্ৰদান কৰিবৰ বাবে আহ্বান জনায়। |
আনহাতে সন্থাৰ সম্পাদক অৰূপ কুমাৰ মেধিয়ে নৰ্থ ইষ্ট নাওক জনাই ‘চৰকাৰে প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলক বঞ্চনা কৰি প্ৰশিক্ষণ নোলোৱা কিছুসংখ্যকক বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষকৰ পদত নিযুক্তি দিছে।’ |
তদুপৰি তেওঁ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই কয় ‘অতি শীঘ্ৰে শিক্ষা মন্ত্ৰীয়ে ২০১২ চনৰ পৰা বৰ্তমানলৈকে SCERTৰ অধীনত ডি এল এড উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক শিক্ষকৰ পদত নিযুক্তি দিব লাগে, প্ৰাথমিক পৰ্য্যায়ৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আৰু প্ৰাক নিযুক্তিকালীন ডি এল এড প্ৰশিক্ষাৰ্থীসকলৰ বাবে ১০০ ... |
তদুপৰি প্ৰতিবাদকাৰীসকলে সৰ্বশিক্ষা অভিযান মিছন সঞ্চালিকালৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ এখনো প্ৰেৰণ কৰে। |
Recent News |
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? |
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট |
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা |
আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম : |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
তেওঁ হত্যাকাৰীক আইনৰ বিচাৰলৈ অনাৰ গুৰুত্ব প্ৰদান কৰি কয় যে ‘সাংবাদিকসকলে তথ্য যোগানৰ জৰিয়তে সমাজলৈ এক মৌলিক বৰঙনি আগ বঢ়ায়, যিটোৱে ৰাজহুৱা বিতৰ্কক ঊৰ্ধ্বলৈ লৈ যোৱাত ইন্ধন যোগায়। সাংবাদিকৰ হত্যা চেঞ্চৰশ্বিপৰ চূড়ান্ত পৰ্যায়। সংবাদ মাধ্যমৰ বিৰুদ্ধে আক্ৰমণক সকীয়নি দিবলৈ এনেধৰণৰ অপৰাধৰ শাস্তি হোৱাটো প্ৰয়োজন। |
Recent News |
হিমাচল প্ৰদেশত বিজয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ |
পিছলিল মাস্ক! বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত মাস্কক পিছ পেলাই শীৰ্ষত আন এগৰাকী ধনকুবেৰ |
দ্ৰুতবেগী কে.টি.এম বাইকক সাৰথি কৰি চলাই আহিছিল ডকাইতি: অৱশেষত আৰক্ষীৰ জালত পৰিল চিলনী চোৰ |
হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ঢকুৱাখনা অনুসূচীত জাতি পৰিষদৰ সভাপতি ললিত দাস, ঢকুৱাখনা পৌৰ সভাৰ পৌৰপতি ৰাজীৱ দাস, ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক লুলু দাস, এন চি ডি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নীলমণি দাস, যুৱ নেতা হিৰণ্য দাস আদিৰ লগতে গৰিষ্ঠ সংখ্যক ৰাইজ, অভিভাৱক আৰু শিক্ষাৰ্থী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী সভাত সমিতিৰ সম্পাদক ত্ৰিনয়ন ভ... |
কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰি উদ্বোধক ভাস্কৰ দাসে অনুসূচীত জাতিৰ আৰ্থিক ভাৱে অনগ্ৰসৰ পৰিয়ালৰ শিক্ষাৰ্থী সকলৰ মাজত বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপ প্ৰশংসনীয় আৰু অনুকৰণীয় বুলি কয়। শিক্ষাৰ্থী সকলক নম্বৰৰ বাবে নহয় জানিবলৈ শিকিবলৈ পঢ়িব লাগিব বুলি অনুকীয়াই দাসে কেৱল শৈক্ষিক ভাবে নহয় পৰিশুদ্ধ আৰু আদর্শগত ভাবে... |
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক] |
১৯৮১ চনৰ ২১ মে' তাৰিখে তামিলনাডুৰ ৰাজধানী চেন্নাইত বিশাখা হৰিৰ জন্ম হৈছিল। বিশাখা হৰিয়ে কৰ্ণাটিক বেহেলাবাদক পদ্মবিভূষণ শ্ৰী লালগুড়ি জয়ৰমনৰ অধীনত কৰ্ণাটিক শাস্ত্ৰীয় সংগীত শিকিছিল। তেওঁৰ আধ্যাত্মিক গুৰু আৰু শহুৰ হৈছে শ্ৰী শ্ৰীকৃষ্ণ প্ৰেমী স্বামীগল (শ্ৰী শ্ৰী আন্না)।[1][2] তেওঁ তেওঁৰ স্বামী শ্ৰী হৰিজীৰ পৰা হৰিকথাৰ কলা... |
সাংগীতিক জীৱন[সম্পাদনা কৰক] |
বিশাখা হৰিয়ে ২০০৬ চনৰ পৰা চেন্নাই মিউজিক চিজনৰ কেইবাটাও সভাত তেওঁৰ কলা প্ৰদৰ্শন কৰিছে। |
তেওঁ প্ৰায়ে তেওঁৰ স্বামী শ্ৰী হৰিৰ সৈতে প্ৰদৰ্শন কৰে, যি তেওঁৰ কথাকলাক্ষপম প্ৰদৰ্শন দৰ্শকক ইংৰাজী ভাষাত বুজাই দিয়ে। তেওঁৰ ভাতৃ সাকেথৰামন শ্ৰী লালগুড়ি জয়ৰমনৰ শিষ্য ভাৰতৰ এজন কৰ্ণাটিক শাস্ত্ৰীয় সংগীতজ্ঞ। তেওঁ এগৰাকী আকাশবাণীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী। তেওঁ বিদেশত বহুতো আলোচনাচক্ৰ আৰু সংগীতানুষ্ঠান কৰিছে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.