uttid stringlengths 24 24 | audio audioduration (s) 2.81 10.4 | sentence stringlengths 9 94 |
|---|---|---|
common_voice_as_32862100 | তেতিয়াৰ গুৱাহাটীত বহুত ৰাতি। | |
common_voice_as_32862101 | তাৰ কথা শুনিয়েই লৰ মাৰে। | |
common_voice_as_32862104 | এইখিনিতে এটা কথা কৈ থওঁ। | |
common_voice_as_32862115 | সেইটো তুমি ক'বই নালাগে। | |
common_voice_as_32862116 | হৰৰ ঘৰত খাবৰ সময় আগতে হৈছিল। | |
common_voice_as_32862117 | কেতিয়া ভাগি যায় তাৰ ঠিক নাই | |
common_voice_as_32862118 | মই ঘৰৰ পৰা আহোঁ বুলি ঘৰলৈ মুখ কৰি গ'ল। | |
common_voice_as_32862121 | ইহঁত দুটাৰ বিয়াখন হ'লে বৰ মিল হ'ব। | |
common_voice_as_32862122 | টইলেটৰ আকৌ ভিতৰৰ খিলিটো ভঙা। | |
common_voice_as_32862123 | তেজপুৰত তোমাৰ চিনাকি কোনোবা আছে নেকি? | |
common_voice_as_32862124 | আজি ধুমুহা আহিব চাগে। | |
common_voice_as_32862126 | আচৰিত মানিবলগীয়া কথা। | |
common_voice_as_32862129 | বলোৱে কাম আছিল বুলি কৈয়েই ভিতৰলৈ গ'ল। | |
common_voice_as_32862131 | আপুনি যোৱাকালি নুশুলেই নেকি? | |
common_voice_as_32862132 | বতৰৰ কোনো ঠিক নাই, এই ৰ'দ, এই বৰষুন। | |
common_voice_as_32862133 | ছবিখন দৰ্শকে আদৰি লয়। | |
common_voice_as_32862134 | তথাপিও তাইৰ ভয় লাগিছিল। | |
common_voice_as_32862135 | চুৰি হৈছিল যদিও আমাৰ ঘৰত চোৰ সোমোৱা নাছিল। | |
common_voice_as_32862136 | আজিয়েই যোৱা সম্ভব নহয়। | |
common_voice_as_32862137 | দ্বিতীয় বিভাগতহে পাছ হ'ল। | |
common_voice_as_32862139 | সেই ৰাতি দুয়ো বাগিচাতে থাকিল। | |
common_voice_as_32862141 | যোৱা বিহুৰ কেইদিনমান আগৰে পৰা তাক দেখাই পোৱা নাই। | |
common_voice_as_32862142 | কামত মন নাই কিয়? | |
common_voice_as_32862144 | তাৰ পাছত সি আকৌ মাকক চাবলৈ উভতি আহিব। | |
common_voice_as_32862145 | তই এতিয়া এইবোৰ কথা কাকো নকবি। | |
common_voice_as_32862151 | হালি জালিতকৈ ছবছৰৰ সৰু। | |
common_voice_as_32862152 | ছাইমনে ক'লে- "বন্ধু জৰ্জ, তেনেহ'লে অকণো ভয় নকৰিবি।" | |
common_voice_as_32862154 | চাকৰি কৰোঁতে কোনোমতে পেটে-ভাতেহে খাইছিল। | |
common_voice_as_32862155 | দহ হাজাৰৰ ভিতৰত ভিভ' ফ'ন। | |
common_voice_as_32862157 | নৈ, বিলৰ পানী যেনেদৰে শুকাবলৈ লাগিছে। | |
common_voice_as_32862158 | এটি সুন্দৰী তিৰোতা দেখি তেওঁ সেই কন্যাক বিয়া কৰালে। | |
common_voice_as_32862159 | মাইকী মানুহে পূজা খাবলৈ যোৱা নিয়ম নাই। | |
common_voice_as_32862200 | মানুহৰ যেনেকৈ জনম মৰণ হয়, গছৰো সেই দৰে জনম মৰণ হয়। | |
common_voice_as_32862202 | তাই শোৱা ঘৰটো বৰ পুৰণি। | |
common_voice_as_32862204 | আজি তোমাৰ সৈতে যুঁজিবলৈ এটা বলী মানুহ আনি দিম। | |
common_voice_as_32862209 | চোকা আছিল আৰু যি কোনো কামতে মনোযোগ দেখা গৈছিল। | |
common_voice_as_32862229 | তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা। | |
common_voice_as_32862230 | সেই তিৰোতাজনীৰ বাহিৰে আন কোনেও দেখা নাই। | |
common_voice_as_32862231 | আকৌ বন্দুকৰ আৱাজ হয়। | |
common_voice_as_32862232 | আচলতে ইহঁতৰ মেল নিছিগিল, কাছাৰিত আহি হাজিৰ হ'ল। | |
common_voice_as_32862233 | কিন্তু কি কৰিম তই হোজা মিৰি ডেকা। | |
common_voice_as_32862240 | মই কেনেকৈ তেনে কথা পিতাইক কওঁ। | |
common_voice_as_32862241 | এনেবোৰ কথা সকলোৱে আলচিবলৈ ধৰিলে। | |
common_voice_as_32862242 | তেনেকৈ কোৱা মণি বা মালতীৰ কাণতো নপৰাকৈ নাথাকে। | |
common_voice_as_32862243 | কালি মোৰ ইণ্টাৰভিউ আছে। | |
common_voice_as_32862264 | এই জনম থাকে মানে মইও তোকে ভাল পাম। | |
common_voice_as_32862265 | তেওঁলোকে যাব বুলি ক'লে, বাবাজী জাহাজলৈ গ'ল। | |
common_voice_as_32862266 | এনেকৈ তাৰ জীৱনৰ আঢ়ৈ কুৰি বছৰ সুখ শান্তিতে পাৰ হ'ল। | |
common_voice_as_32862267 | সেই খাবলৈ নোপোৱা কুকুৰটোলৈ? | |
common_voice_as_32862268 | হয় আছোঁ বুলি দীনাই ওলাই আহিল। | |
common_voice_as_32862274 | মাৰ চুটি-মুটি বুঢ়ী আইক পাই আমাৰ মন আনন্দেৰে উপচি পৰিল। | |
common_voice_as_32862276 | “খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?” | |
common_voice_as_32862277 | দিহা-দিহি মানুহে বিচাৰিব ধৰিলে। | |
common_voice_as_32862278 | ষ্টেপ্লাৰ আছে যদি দিয়াচোন। | |
common_voice_as_32862279 | আমাৰ কাপোন-কানি ক'লা হ'ল, ঘৰলৈ উভতি আহিলোঁ। | |
common_voice_as_32862285 | মোৰ চাইকেলখন চোৰে নিলে। | |
common_voice_as_32862286 | এতিয়া সেই বেমাৰী ছোৱালীজনীৰ পাল। | |
common_voice_as_32862287 | দুদিন পাচত সিপাৰৰ পৰা অহা নেপালী গুৱাল এটাই পুলিচক জনালে। | |
common_voice_as_32862288 | এ বি চি ডি লিখিব জানানে? | |
common_voice_as_32862289 | কাপোৰ খিনি ঠিকে আছে নে নাই? | |
common_voice_as_32862295 | দৰা দেখোন অহা নাই? | |
common_voice_as_32862296 | আমি গাৰলীয়া মানুহে ইমানকৈ ঘড়ী ঘণ্টা চাই কেনেকৈ চলিম। | |
common_voice_as_32862297 | সেইদৰে এটা বগলীয়েই গোটেই বগলী সমাজৰ বদনাম আনিছে। | |
common_voice_as_32862298 | ন-মান বজাত জাহাজ গৈ শিলঘাট পালে। | |
common_voice_as_32862299 | এতিয়া সিহঁতক জনাই দিয়া। | |
common_voice_as_32862305 | ভগৱানৰ কি ইচ্ছা | |
common_voice_as_32862306 | তাই একো ক'ব নোৱাৰিলে। | |
common_voice_as_32862307 | ৰাতিপুৱা সোনকালে উঠি মৰ্ণিং ৱ'ক কৰিবা। | |
common_voice_as_32862318 | ছিঃ ছিঃ ছিঃ! ইমান তললৈ গলি | |
common_voice_as_32862319 | ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুধি পাতিলে। | |
common_voice_as_32862320 | কালিলৈ ভাগিনী ছোৱালীজনীৰ বিয়া। | |
common_voice_as_32862321 | তাৰ পাছত পৰমপিতা পৰমেশ্বৰে যি কৰে। | |
common_voice_as_32862322 | ইয়াৰ উপৰি বিপ্লৱৰ বিষয়ে | |
common_voice_as_32862328 | ঠাণ্ডা পানীৰ বটল এটা কিনি আন। | |
common_voice_as_32862329 | ৰত্নৰ বিয়া হয় তাৰ দুবছৰ পাচত। | |
common_voice_as_32862330 | ধেমালি কৰি থাকোঁতে তেওঁলোকক তিনিটা সিংহই আক্ৰমণ কৰে। | |
common_voice_as_32862331 | মুখত লিপ্ষ্টিক, কাজল সানি ক'ত গৈ আছা। | |
common_voice_as_32862337 | বাপেকে তাক যেনে তেনে পঢ়াবৰ ইচ্ছা কৰি স্কুলত দিছিল। | |
common_voice_as_32862338 | এই কথা শুনি বামুণে লাহেকৈ ল'ৰাটোক ক'লে | |
common_voice_as_32862339 | সেই সময়তে পাঠশালাৰ পৰা বৰদেউতা আহিলে গুৱাহাটীলৈ। | |
common_voice_as_32862341 | দেখিবলৈ বগা আৰু শুৱনী। | |
common_voice_as_32862352 | মণিয়ে জাহাজৰ পৰা নামি ঘৰ পায়গৈ মানে এঘাৰ বাজি গ'ল। | |
common_voice_as_32862353 | “ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়?” | |
common_voice_as_32862355 | বিয়াৰ বিষয়ে নিজে কোনো কথা ক'বলৈ উপায় নাই। | |
common_voice_as_32862356 | কচোন তই মোক ভাল পাৱনে? | |
common_voice_as_32862362 | পদুমলৈ তেওঁৰ মৰম কিমান আছে ক'ব নোৱাৰোঁ। | |
common_voice_as_32862363 | ওচৰ-চুবুৰীয়া মানুহো গোট খালে। | |
common_voice_as_32862364 | তেতিযা সিংহটোৱেও উঠি আহিল | |
common_voice_as_32862365 | স্কুলৰ দৰমহাৰে জানো খাবলৈ আটে! | |
common_voice_as_32862366 | মইতো একো মেছেজ পোৱা নাছিলোঁ। | |
common_voice_as_32862374 | চকুলো টুকি ক'লে- "মানুহৰ আশা ভৰসা সকলো মিছা।" | |
common_voice_as_32862375 | স্বভাৱ-চৰিত্ৰ আৰু কাম-কাজতো ভাল। | |
common_voice_as_32862376 | পিচে যোৱা যায় কাৰ তালৈ? | |
common_voice_as_32862377 | কালিলৈকে বিয়া বুলি শুনিছিলোঁ। | |
common_voice_as_32862380 | মনত পৰি গৈছিল। | |
common_voice_as_32862387 | এয়াৰপ'ৰ্ট আৰু মেট্ৰ' ষ্টেশ্যন একেলগে আছে। | |
common_voice_as_32862388 | দুবাল্টি পানী ভৰাগৈ যোৱা। | |
common_voice_as_32862389 | পোহৰত থাকিবলৈ তেওঁৰ ভয় লাগিল। | |
common_voice_as_32862390 | ৰাতিৰ ভিতৰতে কি কথা পাতা পাতা। | |
common_voice_as_32862391 | ৰেলবোৰ আমিনগাওঁৰ পৰা অসমৰ বাহিৰলৈ যায়। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.