uttid stringlengths 24 24 | audio audioduration (s) 2.81 10.4 | sentence stringlengths 9 94 |
|---|---|---|
common_voice_as_32850502 | এয়াই মোৰ তেখেতৰ প্ৰতি আকৰ্ষণ থকাৰ কাৰণ। | |
common_voice_as_32850503 | জাকে জাকে বিহু গোৱা মিৰি আহি লক্ষীমপুৰ ভৰিল। | |
common_voice_as_32850504 | জীৱনত প্ৰথমবাৰৰ বাবে জপ তপ কৰা ধৰ্মীয় আচৰণৰ সতে জড়িত মানুহ। | |
common_voice_as_32850506 | তেতিয়াহে বুজি পালোঁ | |
common_voice_as_32850507 | প্ৰভু আমাৰ সহায় | |
common_voice_as_32850508 | মোৰ কথা জানিলে নো তোৰ কি লাভ হ'ব? | |
common_voice_as_32850509 | বৰ সুন্দৰ পৰিয়াল | |
common_voice_as_32850510 | সেই ঘৰ ভাল মানুহ | |
common_voice_as_32850512 | জাহাজৰ পৰা নামিয়েই তেওঁ জখলাবন্ধালৈ খোজ ল'লে। | |
common_voice_as_32850513 | কিয় তাইৰ সেই গাভৰু বয়সতো তাইকে ভাল পাবলৈ ইচ্ছা যায়। | |
common_voice_as_32850518 | সি সেই বাঘটো আনি ৰজাক দেখুৱাই দিলে। | |
common_voice_as_32850519 | বেলেগ বেলেগ কৈ সাজিছে | |
common_voice_as_32850520 | এশ গৰু মাৰিলে বাঘৰো মৰণ। | |
common_voice_as_32850521 | তাকে শুনি তেওঁলোক ইয়ালৈ আহিব খুজিলে। | |
common_voice_as_32850522 | এতিয়া আকৌ সুত নাপালে মোকৰ্দমা কৰিব খুজিছে। | |
common_voice_as_32850523 | পুতেকে উত্তৰ দিলে, "সি মোক তাৰ নাম মাখি বুলি কৈছিল।" | |
common_voice_as_32850524 | ইফালে ৰেলখন যাবলৈ আৰম্ভ কৰিলে। | |
common_voice_as_32850525 | বেচেলৰ কথা কি ক'ম? | |
common_voice_as_32850526 | ইয়াৰ ভিতৰতে তিনিজনী মানৰ খবৰ আহিছে। | |
common_voice_as_32850528 | তুমি বৰ ডাঙৰ দৰকাৰ বুলি কোৱা নাছিলা জানো? | |
common_voice_as_32850529 | ৰ'দত সিহঁতৰ বৰ পিয়াহ লগাত সেই বৰ-পুখুৰীটোৰ পৰা পানী খাবলৈ গ'ল। | |
common_voice_as_32850530 | এখেতৰ বাবেও এগিলাচ গাখীৰ আৰু এটা ৰসগোল্লা। | |
common_voice_as_32850531 | বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ'ল | |
common_voice_as_32850532 | তাৰ দুখতে দুখী হৈ ডালিমীয়ে সুধিলে। | |
common_voice_as_32850533 | মই ধৰা নপৰাকৈ তেজপুৰ পালোঁহি। | |
common_voice_as_32850534 | ককাক পিতাকে কৈছিল। | |
common_voice_as_32850535 | আজিয়েই বিয়াৰ দিন আছিল। | |
common_voice_as_32850536 | তেখেতে কিবা বুজি পালে। | |
common_voice_as_32850538 | লগাই দিয়া | |
common_voice_as_32850539 | মিৰি চাংখন দপ-দপনিত আকৌ কঁপিব ধৰিলে। | |
common_voice_as_32850540 | মোক অকলে এৰি দিয়ক। | |
common_voice_as_32850541 | মোৰ গাড়ীৰ টেইল লাইটটো নজ্বলা হৈছে। | |
common_voice_as_32850543 | সকলোৱে চেনিৰামকেই দোষী বুলি ধৰিলে। | |
common_voice_as_32850545 | তাতে দেউতাই পেছাব কৰিবৰ বাবে টইলেটত সোমাল। | |
common_voice_as_32850546 | কেতিয়াবা কিবাকিবি পিন্ধিবলৈ পাহৰি গ'ল যেনেই লাগে। | |
common_voice_as_32850547 | আছে যদি ভাত কেইটামান দিয়ক। | |
common_voice_as_32850548 | ইমান শুকাই-খীণাই গৈছে সিহঁত! | |
common_voice_as_32850549 | নিউ য়েৰত গ্ৰীটিং কাৰ্ড দিছিলে। | |
common_voice_as_32850550 | কি কৰিব! আমি ছোৱালী নিদিওঁ বুলি কোৱা নাই। | |
common_voice_as_32850551 | বামুণৰ ঘৰত ইমান দিন এনেয়ে কাম কৰিছ। | |
common_voice_as_32850552 | এতিয়া তেওঁৰ সম্পত্তিৰ মালিক আপুনি। | |
common_voice_as_32850553 | পিছে মাছটোক পানীত এৰি নিদিয়ে। | |
common_voice_as_32850554 | আৰু সেইদিনাৰ পৰা তাই আৰু গহীন হ'ল। | |
common_voice_as_32850556 | দিয় দিবি মোক নিদিয় নাই। | |
common_voice_as_32850558 | ঘৰ এটা এটাকৈ প্ৰায় সকলোখিনিয়েই টিনৰ হৈ উঠিল। | |
common_voice_as_32850559 | নিশ্চয় সি কিবা ডাঙৰ জগৰ লগাইছে। | |
common_voice_as_32850561 | তেওঁৰ সমান পাপী আৰু কোনো হ'ব নোবাৰে। | |
common_voice_as_32850562 | তেনেহ'লে বিয়াখন ভাগিল। | |
common_voice_as_32850563 | নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। | |
common_voice_as_32850564 | আগতীয়াকৈ অৰ্ডাৰ দিয়া হৈছিল। | |
common_voice_as_32850565 | মোৰখন যে টনা-আজোঁৰা কৰি আছে? | |
common_voice_as_32850566 | ঘৰ তেজপুৰৰ ফালে, বয়স তেইশ চৌবিশ বছৰমান হ'ব। | |
common_voice_as_32850567 | সি বাৰু খাইছিল কেনেকৈ? | |
common_voice_as_32850569 | যিমান সোনকালে যাব পাৰে সিমানেই ভাল। | |
common_voice_as_32850570 | পিছদিনা ল'ৰা জাকে কয়। | |
common_voice_as_32850571 | নগাঁওলৈকে আহি আকৌ ঘূৰি গ'ল। | |
common_voice_as_32850572 | তলত ইটা দি ৰাখি থোৱা আছিল। | |
common_voice_as_32850573 | কামত মন নবহে খালি ইটো কৰো সিটো কৰোঁ। | |
common_voice_as_32850574 | চেনিৰাম আৰু ৰূপহী তাত থকা টান হৈ উঠিল। | |
common_voice_as_32850576 | যদি নাপাৱ তেনেহ'লে আকৌ ফিৰি আহিবি। | |
common_voice_as_32850578 | বিয়া বুলিলে জানো মুখৰ কথাতে বিয়া হয়! | |
common_voice_as_32850580 | মালতীৰ বিয়া নহয়। | |
common_voice_as_32850581 | তাতে সুধি-পুছি যি হয় কৰিম। | |
common_voice_as_32850582 | তথাপি তাক সুধিহে ক'ব পাৰিম। | |
common_voice_as_32850583 | তাকে তো ভাবি পোৱা নাই। | |
common_voice_as_32850922 | জিলালৈ আহিলে তেওঁৰ ঘৰতে থাকোঁ। | |
common_voice_as_32850923 | টিভিৰ ৰিম'ট বিচাৰি পোৱা নাই। | |
common_voice_as_32850924 | আগষ্টত কিতাপখনে মুক্তিলাভ কৰে। | |
common_voice_as_32850925 | যি কৰিব লাগে মই কৰিম। | |
common_voice_as_32850956 | এখন কিনি নল'লেনো কিয়? | |
common_voice_as_32850957 | ঘটনাটো কোনে কৰিলে পুলিচে গম পাইছে জানো? | |
common_voice_as_32850958 | সহায় হোৱা, প্ৰভু, আমাৰ সহায় হোৱা। | |
common_voice_as_32850959 | নিৰমায়ে দুয়োটাকে মাতিলে- "বাছা তহঁত আহ।" | |
common_voice_as_32850960 | সি কেতিয়াবা হঠাতে বামুণৰ ভিতৰলৈকে সোমাই যায়। | |
common_voice_as_32852522 | সেই সময়ত মাঘৰ বিহুৰ উৰুকাত। | |
common_voice_as_32852526 | কিহেৰে যুজখন কৰিম? | |
common_voice_as_32852531 | সেই দিনাই ভূধৰ ঘৰলৈ উলটিল। | |
common_voice_as_32852533 | পৰিশ্ৰমক ঘিণ কৰি নিজৰ মূৰ্খতা প্ৰকাশ ও অনিষ্ট নকৰিবা। | |
common_voice_as_32852534 | যাবৰ সময় হ'ল। | |
common_voice_as_32852535 | পিছে ন-বোৱাৰীক এৰি পুতেক যায় কেনেকৈ! | |
common_voice_as_32852553 | মই কোনোমতেই দয়াৰামৰ বাহিৰে আনক ছোৱালী নিদিওঁ। | |
common_voice_as_32852557 | দাৰোগাই আৰু একো নুসুধিলে। | |
common_voice_as_32852560 | যে মই তেতিয়াই তাৰ ভিতৰত সোমাই থাকিলোঁ হেতেন | |
common_voice_as_32852582 | গুৱাহাটী উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। | |
common_voice_as_32852583 | সেয়েহে সি গছৰ তলত কিছু বিশ্ৰাম ল'লে। | |
common_voice_as_32852585 | তেওঁ লাহে লাহে গৈ দীনাইৰ পদুলি পাই মাতিলে- "দীনাই! অ' দীনাই।" | |
common_voice_as_32852586 | তই মোক তেনেকুৱা গান শিকা। | |
common_voice_as_32852607 | শিল্পীয়ে এলবামটোত কাম কৰিছিল। | |
common_voice_as_32852608 | যিমান পেজ আছে, গোটেইখিনি ষ্টেপোল কৰা। | |
common_voice_as_32852610 | যেই সেই এজনীৰ লগতে চ'থাদিনালৈ বিয়া পাতিবই। | |
common_voice_as_32852611 | তেৱোঁ নৰাইৰ নিচিনাকৈয়ে মাটিত পৰি গ'ল। | |
common_voice_as_32852612 | বৌৱেও টান কাম কৰিব নালাগে, ভাতমুঠি সিজাই দিলেই হ'ব। | |
common_voice_as_32852613 | তোমালোকে তেওঁৰ পৰা সকলো কথা জানিব পাৰিবা। | |
common_voice_as_32852628 | তোমালোক সকলোৱে জানা যে পানীযে তিনি বিধ আকৃতি ধৰিব পাৰে | |
common_voice_as_32852629 | উজান বজাৰ হৈছে মূলতঃ আবাসিক আৰু প্ৰশাসনিক অঞ্চল। | |
common_voice_as_32852630 | তেতিয়াই গোটেইখন ৰৌজাল বৌজাল হ'লহেঁতেন। | |
common_voice_as_32852648 | ওপৰত মেচিন-গান চলিয়েই থাকে। | |
common_voice_as_32852649 | তেওঁ স্কুলৰ চাকৰি কৰিও নিজ হাতেই খেতি-বাতি কৰিছিল। | |
common_voice_as_32852650 | পিচে এটা কথা-এতিয়াৰ পৰা আগৰ দৰে তই গোটেই বছৰ মোৰ ঘৰত খাটিব নালাগে। | |
common_voice_as_32852651 | মাজতে পাগলাদিয়া নৈখন। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.