uttid
stringlengths
24
24
audio
audioduration (s)
2.81
10.4
sentence
stringlengths
9
94
common_voice_as_32852652
মীম চাই চাই হাঁহি আছে পাগলবোৰৰ নিচিনা।
common_voice_as_32852668
একো জনোৱা নাই যেতিয়া, ময়ো নোযোৱাই ভাল।
common_voice_as_32852669
এজন আদালতৰ নিয়ম-কাৰণ জনা মানুহক আগেয়ে কথাটো সুধি লওঁ।
common_voice_as_32852670
এতিয়া সি তেজপুৰহে নালাগে, কি জানি অসমতেই নাই।
common_voice_as_32852671
বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নদী আৰু অসমত জীয়া ভৰলী বুলি জনা যায়।
common_voice_as_32852672
ভূধৰৰ হোৱালীজনীৰ নাম মালতী।
common_voice_as_32852674
তাৰ লগতে ক'লে- "ককাই মৰিছে, মই আছোঁ।"
common_voice_as_32852675
চ'তৰ বিহু ওচৰ চাপিছে।
common_voice_as_32852676
সি বগলীটোক ক'লে।
common_voice_as_32852677
অলপ সময়ৰ ভিতৰতে সি উঠি বহিল আক লাহে লাহে ভাল হ'ল।
common_voice_as_32852683
মুখে দি ফেন ওলাবলৈ ধৰিলে।
common_voice_as_32852684
সেই বাটে দি মেকুৰিটো সোমোৱা অসম্ভব।
common_voice_as_32852685
ময়ো আগৰে পৰা মণিকেই দিম বুলি ভাবিছিলোঁ।
common_voice_as_32852686
তাইৰ মুখ এবাৰ দেখিলে কেতিয়াও পাহৰা নেযায়।
common_voice_as_32852687
প'ল, জুলুকি, জাল বাই পানী ঘোলা কৰিলে।
common_voice_as_32852708
পিছে এতিয়া দেশৰ অৱস্থা দেখিছ নহয়।
common_voice_as_32852709
এইখন ফটো আপল'ড নকৰিবি।
common_voice_as_32852710
দাদা, এই দুখন পেজ জেৰ'ক্স কৰি দিয়ক।
common_voice_as_32852711
সেৱা কৰাত তাৰ ঘৰ-বাৰী সকলোবোৰ সোণৰ হৈ পৰিল।
common_voice_as_32852726
দয়াৰামক কিয় বিচাৰিছে কোৱা নাইনে?
common_voice_as_32852729
তথাপি তেতিয়া বহুত ৰাতি হোৱাত সেই ইচ্ছা পূৰাব নোৱাৰিলে।
common_voice_as_32852740
মায়ে শুনিছিল ককাৰ মুখত।
common_voice_as_32852741
সেই ঠাইৰ মাটিৰ দাম তেতিয়া সিমান নাছিল।
common_voice_as_32852742
আই আহচোন, তোৰ ওকণি চাওঁ আৰু মূৰটো আঁচুৰি দিওঁ।
common_voice_as_32852744
লগতে চিপাহী আৰু দাৰোগাও যায়।
common_voice_as_32852745
ডেকাতেজৰ বলত বনৰীয়া ম'হ ফুৰাদি ফুৰে।
common_voice_as_32852746
সেই বেদনা তাই চেষ্টা কৰিও দমাব নোৱাৰিলে।
common_voice_as_32852747
দোকানীয়ে বৰ ভাল পালে।
common_voice_as_32852748
পাৰলৈ চপাই আনি দেখে যে দুয়ো যোৰা লগা।
common_voice_as_32852749
হ'ব ভাগিন, তুমি যি বিচাৰা সেয়ে হ'ব, ধৰা বাৰু মােৰ ডিঙিটোতে।
common_voice_as_32852756
কেতিয়াবা আনৰ ঘৰত কাম কৰি থকাৰে পৰা বামুণে লৈ আহে।
common_voice_as_32852762
আৰু পিছফালে ধিমিক ধামাককৈ এটা কেৰাচিনৰ চাকি জ্বলাই থয়।
common_voice_as_32852763
মণিৰ আনন্দৰ পাৰ নোহোৱা হ'ল।
common_voice_as_32852764
আপোনাৰ ছিষ্টেম এতিয়া সাজু! এক নতুন যাত্ৰা আৰম্ভ কৰক!
common_voice_as_32852770
পদুমৰে ফুলৰ চিনেৰে শুৱনী ভৰি।
common_voice_as_32852772
ডিব্ৰুগড়লৈ গৈ পাইছানে কেতিয়াবা?
common_voice_as_32852774
সেই দেখিয়েই মই এই মানুহজনীক ছোৱালী বুলিছোঁ।
common_voice_as_32852780
ফ্লাৱাৰ বুক ষ্ট'ৰ আজি খোলা নাই।
common_voice_as_32852782
ইয়াৰ ৰাজধানী আছিল বেংমৰা বা চাংমাই পথাৰ।
common_voice_as_32852783
বাৰু সেই বিষয়ে আমি কিবা এটা কৰিম।
common_voice_as_32852784
মোক কৈছিলে- "পাৰিলে অসমীয়া ল'ৰালৈহে বিয়া হ'ম।"
common_voice_as_32852785
এই নাটক কোনো ৰাজনৈতিক মতবাদ সমৰ্থন কৰি লিখা হোৱা নাই।
common_voice_as_32852786
যেনে আদৰ্শ দাসী আছিল, তেনে আদৰ্শ গৃহিণীও আছিল।
common_voice_as_32852787
খালী কৰি দিবলৈ অকণো বেয়া নালাগিলনে?
common_voice_as_32852788
সাত হাজাৰ টকীয়া নাইকি জোতা।
common_voice_as_32852789
ভূধৰে ছোৱালী দিয়াত আপত্তি নাই বুলি জনালে।
common_voice_as_32852795
মোৰ জী গৈয়েই মোলৈ টোপোলা পঠিয়ালে।
common_voice_as_32852796
গৈ ক'লে- "চওঁচোন বাৰু, ইয়াৰ কি হৈছে।"
common_voice_as_32852797
মই ক'বৰ হ'লে দয়াৰামক লৈ আহোঁ, বিয়াখন হৈ যাওক।
common_voice_as_32852798
বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ এটাইবোৰ খালে।
common_voice_as_32852799
চাৱেঁই বা নাচাৱেঁই, খাৱেঁই বা নাখাৱেঁই, তোৰ কি?
common_voice_as_32852815
তেতিয়াৰে পৰা শূলপাণিৰ ঘৰ ধনী মানুহ।
common_voice_as_32852817
ইয়াৰ ভিতৰতে লাহে-ধীৰে ঘৰকেইটা ভাল কৰাৰ দিহা কৰক।
common_voice_as_32852818
ভোকত জ্বলি পকি আহি সিহঁত ঘৰ পালেহি।
common_voice_as_32852819
তেওঁ ক'লে- "মই এতিয়াই সকলো যোগাৰ কৰিম।"
common_voice_as_32852831
যি তথ্য বিচাৰি তেওঁ তেজপুৰলৈ আহিছিল বিনা-চেষ্টাই সি ওলাই পৰিল।
common_voice_as_32852837
তেওঁ ক'লে- "মই আজি একো নকওঁ।"
common_voice_as_32852838
তাৰ শোক একোৱে কমাব নোৱাৰিলে।
common_voice_as_32852839
তেনেহ'লে সেই দেশবোৰত ওলোটা কথাবোৰ কেনেকৈ সম্ভৱ?
common_voice_as_32852852
তাতে কোনো টকাই তোমাৰ আৰ্জনৰ নহয়।
common_voice_as_32852853
চহৰৰ নাম পৰিবৰ্তিত কৰি মুম্বাই ৰখা হয়।
common_voice_as_32852854
মানুহটোৰ চকু ঢেল খালে, হাত-ভৰি ঠৰঙা হৈ আহিল।
common_voice_as_32852860
বৌৱেকৰ ওচৰলৈ আহিল আৰু বৌৱেকক মাতি ক'লে- "বৌ! এইখন কৰিছা কি?"
common_voice_as_32852861
সেইটো কেনেকৈ হ'ব! মই জানো সদায় তোক ধৰি থাকিম!
common_voice_as_32852862
বাৰু জৰ্জ এনেদৰে কিমান দিন ফুৰিবি।
common_voice_as_32852863
তাৰ অৰ্থ মোৰ ডেকা-গাভৰুৱে ভালকৈ বুজিব নোৱাৰিলে।
common_voice_as_32852864
মই এবাৰ সুভদ্ৰাক লগ ধৰি আহোঁ।
common_voice_as_32852876
ৰেলখন যোৱাৰ আগৰ শেষ মূহুৰ্তৰ কাগজৰ কামবোৰ কৰি আছিল।
common_voice_as_32852878
তহঁত বন্ধুৰ মাজত
common_voice_as_32852879
দয়াৰামক তেওঁ পঢ়াশালিত পঢ়াইছিল।
common_voice_as_32852890
বাপেকে ধৰি বান্ধিহে বিয়া দিব খুজিছিল।
common_voice_as_32852893
যদিহে কথা বেয়া তেন্তে দয়াৰামৰ কি হ'ব?
common_voice_as_32852894
তেঁওলোকে বৰ কেৰাণীৰ লগতো দেখা কৰিলে।
common_voice_as_32852900
স্কুলীয়া বয়সৰে পৰা পঢ়াত ভাল।
common_voice_as_32852902
তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ।
common_voice_as_32852906
ডেকাটো ভাগৰি আঁতৰ হ'লতে তাই ক'বলৈ ধৰিলে, "চাচোন?"
common_voice_as_32852909
মোৰ দাদা এজন ভাল টেবুল টেনিছ প্লেয়াৰ।
common_voice_as_32852915
বাৰু, মই কৰিব লগাটো কৰিম।
common_voice_as_32852919
কাশীনাথ তেতিয়া বুঢ়া হৈছিল।
common_voice_as_32852929
যাম বুলিয়েই আহিছিলোঁ, কিন্তু এতিয়া যাব নোৱাৰোঁ।
common_voice_as_32852930
দোকানৰ পৰা সুভদ্ৰাৰ ঘৰলৈ মাত্ৰ তিন-চাৰি মিনিটৰ বাট।
common_voice_as_32852931
আৰু তাপ পালে পানীয়ে যি আকৃতি ধৰে সেয়ে হ'ল ভাপ বা ধোঁৱা।
common_voice_as_32852932
তোৰ ঘৈণীয়েৰ ক'ত?
common_voice_as_32852952
এতিয়া আৰু দয়াৰামলৈ আশা কৰা মিছা।
common_voice_as_32852953
এওঁৰে ওচৰতে বহি আছে আৰু এজন মহিলা।
common_voice_as_32852954
তেওঁৰ এটা ভায়েকৰ এতিয়াও বিয়া হোৱা নাই।
common_voice_as_32852961
এতিয়াও তুমি তালৈকে আশা পালি থাকিবানে?
common_voice_as_32862063
মুক্তি পায় মাত্ৰ তিনিখন ছবি।
common_voice_as_32862064
কিন্তু মায়ে যাব নিদিলে।
common_voice_as_32862065
এনেয়ে মিৰি ডেকা-গাভৰু সদায় ৰঙিয়াল।
common_voice_as_32862066
মেঘে আৰু বিজুলীয়ে যেন অন্যায় নকৰে।
common_voice_as_32862068
কালিলৈ বিয়াই আছিল।
common_voice_as_32862070
ভৰিত কেনভাচৰ জোতা।
common_voice_as_32862072
কি কৰিব, কি নকৰিব একোকে ভাবিব নোৱৰা হ'ল।
common_voice_as_32862079
কথকি, তুমি কথাৰহে চহকি
common_voice_as_32862080
দেউতাই অলপ সময় মনে মনে থাকি ক'লে।
common_voice_as_32862081
এনে ভাৰ তোৰ কিমান দিন থাকে চাম।
common_voice_as_32862082
মই তোক সদায় গৰুটো ৰখি দিম।
common_voice_as_32862088
এৰা বোপাই! ক'ত থৈছ মোৰ বাছাক লৈ আহ।
common_voice_as_32862089
আজি ভাত নাখাওঁ বুলিছোঁ?