Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
10,600
Grid Container/Item
গ্ৰিড কণ্টেইনাৰ/Item
asm_Beng
10,601
PM also flagged off Nandurbar-Udhana MEMU train and Udhana-Paladi MEMU train.
প্ৰধানমন্ত্ৰীয়ে লগতে নন্দুৰবাৰ – উধনা মেমু ৰেল আৰু উধনা পালাদি মেমু ৰেলৰো ফ্লেগ অফ কৰে।
asm_Beng
10,602
With the great and fear - inspiring day of Jehovah now so near, we should have the same mental attitude. Joel 2: 31.
দৰাচলতে তেওঁলোকে একেৰাহে যিহোৱাৰ সেই দিনৰ বিষয়ে মনত ৰাখিব লাগিছিল ।
asm_Beng
10,603
Whether we are anointed Christians or we are their companions of the other sheep, we declare: Your word is a lamp to my foot, and a light to my roadway.
ঈশ্বৰৰ বাক্য হৈছে আধ্যাত্মিক পোহৰৰ ভাৰসাযোগ্য উৎস ।
asm_Beng
10,604
Some of them have already entered the field.
কিছুমান অৱশ্যে ইতিমধ্যে ঢুকাল।
asm_Beng
10,605
Adjustments in their life - style and way of doing things would relieve them too. More to the point, a clear and solid hope would help them find life less stressful.
ইয়াক মথি ৫ অধ্যায় পৰা লৈ ৭ অধ্যায়লৈকে, লূক ৬ অধ্যায়ত পোৱা যায় আৰু তদুপৰি, ইয়াত যীচুৰ আন - আন শিক্ষাসমূহৰ বিষয়ো চমুকৈ উল্লেখ কৰা হৈছে ।
asm_Beng
10,606
The operation is not supported.
কাম সমৰ্থিত নহয় ।
asm_Beng
10,607
She accepted him as her child.
তেওঁ তেওঁলোকক নিজৰ শিশু হিচাপে গ্ৰহণ কৰিছিল।
asm_Beng
10,608
Come with me.
মোৰ লগত আহকচোন।
asm_Beng
10,609
Dont all parents correct their children? HEBREWS 12: 7, Contemporary English Version. 1, 2.
“ পিতৃয়ে শাস্তি নিদিয়া, এনে কোন পুত্ৰ আছে? ” ​ —⁠ ইব্ৰী ১২ :⁠ ৭.
asm_Beng
10,610
The goals/targets aligned with National Health Policy, 2017 and SDG-3.
ৰাষ্ট্ৰীয় স্বাস্থ্য নিয়মাৱৱী, ২০১৭ আৰু এছডিজি-৩ৰ সৈতে লক্ষ্য সংবদ্ধ কৰা৷
asm_Beng
10,611
Other celebrations also take place in different parts of the country.
লগতে ৰাজ্যৰ আন আন প্ৰান্ততো আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ।
asm_Beng
10,612
Clearly, the debased condition of the citys inhabitants proved that it deserved to be destroyed. Yet, the angels told Lot: Do you have anyone else here?
তথাপিও স্বৰ্গদূত কেইজনে লোটক এইদৰে সুধিলে: “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নে?
asm_Beng
10,613
Update Available
আপডেইট উপলব্ধ
asm_Beng
10,614
All is normal.
সকলো স্বাভাৱিক।
asm_Beng
10,615
The religious leaders are seeking to kill him, and he does not want anything to interfere with his celebrating the Passover with his apostles.
মানুহৰ পুত্ৰ মহিমাম্বিত হোৱা!
asm_Beng
10,616
But people dont.
কিন্তু সাধাৰণ জনতাই নোৱাৰে।
asm_Beng
10,617
To qualify for these privileges, a brother must be a spiritual man, well - versed in the Scriptures and zealous in the field ministry.
সুখী পৰিয়ালৰ জীৱন হৈছে এক উত্তম উপহাৰ
asm_Beng
10,618
Two reasons.
তাৰ কাৰণ দুটা।
asm_Beng
10,619
Can You Draw Close to an Invisible God? How can I develop a close relationship with someone I cannot see?
আপুনি এজন অদৃশ্য ঈশ্বৰৰ কাষ চাপিব পাৰেনে?
asm_Beng
10,620
The simple meaning of Rurban is Rural and Urban put together.
Rurbanৰ সম্পূৰ্ণ অৰ্থ হ’ল-Rural-Urban, অৰ্থাৎ গাঁও আৰু চহৰ দুয়োটাকে একেলগে আগুৱাই নিয়াই হ’ল ৰুৰবান মিছনৰ উদ্দেশ্য।
asm_Beng
10,621
_Include all users from /etc/passwd (not for NIS)
/etc/passwd ফাইলে উপস্থিত সকল ব্যবহাৰকাৰীকে অন্তৰ্ভুক্ত কৰা হবে (NIS'ৰ ক্ষেত্ৰে প্ৰযোজ্য নয়)(_I)
asm_Beng
10,622
Changes the visibility of the statusbar in the current window
বৰ্তমান উইন্ডোত অৱস্থাসূচক বাৰৰ উপস্থিতি সলনি কৰে
asm_Beng
10,623
Many can truthfully say that Jesus teachings have refreshed them and helped them to turn their lives around.
তাৰ পাছত তেওঁৰ বাক্যবোৰৰ ওপৰত বিবেচনা কৰক ।
asm_Beng
10,624
I will try to lift 190kg or near about but will not try to go past say 195 kg or near 200 kg, she said.
মই ১৯০ কিলোগ্ৰাম দাঙিবলৈ চেষ্টা কৰিম কিন্তু ২০০ বা ১৯৫ কিলোগ্ৰামৰ ওপৰত চেষ্টা নকৰো’, বুলিও মীৰাবাঈয়ে স্পষ্টৰূপত উল্লেখ কৰে।
asm_Beng
10,625
Just love.
ভালপোৱা, কেৱল ভালপোৱা।
asm_Beng
10,626
Zephaniahs prophecy again focuses on Judah and Jerusalem.
যদি আপুনি এজন শুভবাৰ্ত্তাৰ প্ৰচাৰক, তেনেহ’লে আপুনিও এই সতৰ্ক বাণীৰ প্ৰচাৰ কৰিছে ।
asm_Beng
10,627
We should ask God to help us recognize temptations and have the strength to resist them.
কিয়নো এনে কিছু প্ৰলোভন আছে যিবোৰ আমি নিজ বলেৰে দূৰ কৰিব নোৱাৰো ।
asm_Beng
10,628
He is the father of two children.
দুটা সন্তানৰ পিতৃ তেওঁ।
asm_Beng
10,629
If your documents fail to display in , may not be running or properly configured. Make sure Tracker is running in your session. The default configuration, set to index files in your home directory (non-recursively) and XDG folders (recursively), should be adequate. Ensure that your documents are in one of these paths.
যদি আপোনাৰ দস্তাবেজসমূহ ত প্ৰদৰ্শন হবলৈ ব্যৰ্থ হয়, ভালকৈ চলি থকা নাই অথবা সঠিকভাৱে সংৰূপিত নহয়। আপোনাৰ অধিবেশনত Tracker চলি থকাটো সুনিশ্চিত কৰক। অবিকল্পিত সংৰূপ, আপোনাৰ ঘৰ ডাইৰেকটৰি (বাৰংবাৰতা নহোৱাকৈ) আৰু XDG ফোল্ডাৰসমূহ (বাৰংবাৰতা হোৱাকৈ), পৰ্যাপ্ত হব লাগে। আপোনাৰ দস্তাবেজসমূহ এই পথসমূহৰ এটাত থকাটো সুনিশ্চিত কৰক।
asm_Beng
10,630
Probably not. Even a fresh coat of paint would not change the fact that the house is not structurally sound.
ঠিক তেনেদৰে এই জগতত শান্তি স্থাপন কৰা কাৰ্য্যকো সেই জৰা - জীৰ্ণ ঘৰটোক ৰং কৰাৰ সৈতে তুলনা কৰিব পাৰি ।
asm_Beng
10,631
Consequently, maintaining a clean environment is no longer a matter of personal importance.
পৰিষ্কাৰ পৰিৱেশ বজাই ৰখাটো ব্যক্তিগতভাৱে এক গুৰুত্বৰ বিষয় হৈ নাথাকিল ।
asm_Beng
10,632
Stay still.
“চুপ থাক তই।
asm_Beng
10,633
Yet, in principle they also apply to those of the other sheep, who have been declared righteous as Gods friends, as was Abraham in pre - Christian times. Romans 4: 20 - 22. James 2: 21 - 23.
যিহেতু সেই বাক্যফাঁকি অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে লিখা হৈছে ।
asm_Beng
10,634
Current data
বৰ্তমান ডাটা
asm_Beng
10,635
If true, the terminal will use the desktop-global standard font if it's monospace (and the most similar font it can come up with otherwise).
মান সত্য হ'লে, টাৰ্মিনেলত ডেস্কটপ-বিশ্বব্যাপী প্ৰামাণিক ফন্ট ব্যৱহাৰ কৰিব যদি সেইটো monospace হয় (বা নিকটতম মানৰ কোনো ফন্ট)।
asm_Beng
10,636
You are my best friend
তুমি মোৰ বৰ ভাল বন্ধু।
asm_Beng
10,637
In what ways does Jehovah reveal a proper mental attitude to us? Pauls words show that anyone who, having become a Christian, does not feel the need to make progress has a wrong attitude.
তেওঁ যিহোৱাৰ প্ৰতি কেতিয়াও বেয়া মনোভাব ৰখা নাছিল আৰু ঈশ্বৰৰ ওপৰত থকা ভৰসাক বিচলিত হ’বলৈ দিয়া নাছিল ।
asm_Beng
10,638
Could not analyze volume.
আয়তন বিশ্লেষণ কৰিব নোৱাৰি।
asm_Beng
10,639
Arya Rajendran is the state president of Bala Sangham, the world's largest children's organisation.
আৰ্য ৰাজেন্দ্ৰন বিশ্বৰ সৰ্ববৃহৎ শিশু সংগঠন 'বালসংগম'ৰ ৰাজ্যিক অধ্যক্ষ।
asm_Beng
10,640
The Bible assures us that we will reap what we sow whether we sow according to the flesh or according to the spirit.
তেনে শাস্ত্ৰীয় উদাহৰণসমূহ স্মৰণ কৰাৰ দ্বাৰা আমি তেওঁলোকৰ দৰে কোনো ভুল পদক্ষেপ নলবলৈ দৃঢ় সিদ্ধান্ত ল’ব পাৰোঁ ।
asm_Beng
10,641
A covenant of salt, then, denotes a binding agreement.
গতিকে ‘ লোণেৰে কৰা এটি নিয়ম ’ হৈছে এক বন্ধনী চুক্তি ।
asm_Beng
10,642
Before he became a Christian, Paul, a man versed in the Law, was so blinded by ignorance that he persecuted the congregation of God. Yet, Jehovah revealed the truth to him.
( হিতোপদেশ ৪ :⁠ ১৮) আমি যিহোৱাৰ শিক্ষাৰ দ্বাৰা পৰিচালিত হৈ তেওঁৰ ইচ্ছা আৰু উদ্দেশ্য কি, সেই বিষয়ে জানিবলৈ আশীৰ্ব্বাদ লাভ কৰিছোঁ ।
asm_Beng
10,643
He was then cast as the antagonist in the movie.
তাৰপিছত তেওঁক চলচ্চিত্ৰৰ প্ৰতিপক্ষ হিচাবে নিক্ষেপ কৰা হৈছিল।
asm_Beng
10,644
Knowledge of computers is required as well.
তদুপৰি প্ৰাৰ্থীৰ কম্পিউটাৰৰ জ্ঞান থকাটো প্ৰয়োজনীয় ।
asm_Beng
10,645
There are signs of convergence, between cheaper renewable energy, technologies, and digital applications.
কম মূল্যৰ পুনঃনবীকৰণযোগ্য শক্তি, প্রযুক্তি আৰু এইসমূহৰ ডিজিটেল প্রয়োগ যেন একত্রিত হ’বলৈ আগবাঢ়িছে, তাৰেই ইংগিত পোৱা গৈছে।
asm_Beng
10,646
And they are people just like you and me, because they come from all nationalities, races, walks of life and are of all ages.
তেওঁলোক আপোনাৰ আৰু মোৰ দৰে বিভিন্ন বয়স আৰু পৃষ্ঠভূমিৰ লোক ।
asm_Beng
10,647
It will go well.
ভালবোৰ ৰৈ যাব।
asm_Beng
10,648
Tragic road accident
সোণাৰিত ভয়াৱহ পথ দুৰ্ঘটনা
asm_Beng
10,649
Yes, when immoral temptations arise, Gods spirit can bring back to our minds Scriptural reminders and guiding principles that can reinforce our resolve to act in harmony with Gods will.
যেতিয়া অনৈতিক প্ৰলোভনবোৰ আহে, সেই সময়ত ঈশ্বৰৰ আত্মাই আমাক শাস্ত্ৰীয় সাৱধানবাণী স্মৰণ কৰাই দিয়ে ।
asm_Beng
10,650
When one group of people elevates itself over another, misery and suffering inevitably result. Before God All Are Equal
স্বাভাৱিকৰূপে কিছুমান মানুহে সঁচাকৈ আনতকৈ শ্ৰেষ্ঠ নে?
asm_Beng
10,651
In Jerusalem, shortly after Pentecost of 33 C.E., a murmuring arose on the part of the Greek - speaking Jews against the Hebrew - speaking Jews, because their widows were being overlooked in the daily distribution.
( আদিপুস্তক ১৮ :⁠ ২০, ২১. ১৯ :⁠ ২৪, ২৫) সামান্য যুগ পেন্টাকোষ্ট ৩৩ চনৰ অলপ সময়ৰ পিছতেই “ইব্ৰীবিলাকে সৈতে গ্ৰীক ভাষাবাদী যিহূদীবিলাকৰ বিবাদ লাগিল. কিয়নো দৈনিক পৰিচৰ্য্যাত তেওঁবিলাকৰ বিধৱাবিলাকক অৱহেলা কৰা হৈছিল । ”
asm_Beng
10,652
Eminent singer-music director Ramen Barua and popular actress-producer Vidya Rao Nair will be felicitated at the programme
তদুপৰি বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আৰু জনপ্ৰিয় অভিনেতা বিদ্যা ৰাও নায়াৰক সম্বৰ্দ্ধনা জনোৱা হ'ব ।
asm_Beng
10,653
What does it mean to be self - centered, and why is it unwise to become so? Humans are by nature interested in themselves.
( যোহন ১২ :⁠ ১ -⁠ ৬) গতিকে আঁহক আমি কেতিয়াও যিহূদা বা সেই ধৰ্ম্মগুৰুসকলৰ নিচিনা আনৰ ভুল বিচাৰি ফুৰি ঈশ্বৰৰ আগত জগৰীয়া নহওঁহঁক ।
asm_Beng
10,654
let your love blossom
তোমাৰ প্ৰেমৰ লহৰে লহৰে
asm_Beng
10,655
His father's name is Nabin Boro and mother's name is Ampuli Boro.
তেখেতৰ পিতৃৰ নাম- বগাৰাম নাথ আৰু মাতৃৰ নাম-সুবাগী দেৱী।
asm_Beng
10,656
Abhiruchi Sports Day celebrated
বৰখালাত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
asm_Beng
10,657
It was not there.
অথলে যোৱা নাছিল৷
asm_Beng
10,658
PMs speech on the occasion of Transforming India Lecture
‘পৰিৱৰ্তিত ভাৰত’ বক্তৃতানুষ্ঠানত প্ৰধান মন্ত্ৰীৰ ভাষণ
asm_Beng
10,659
If enabled, this connection will never be used as the default network connection.
যদি সামৰ্থবান, এই সংযোগক কেতিয়াও অবিকল্পিত নেটৱাৰ্ক সংযোগ হিচাপে ব্যৱহাৰ কৰা নহব।
asm_Beng
10,660
Certain anointed Christians who had taken the lead in the preaching work passed off the earthly scene.
ইফিচীয়া ৫ :⁠ ৯ পদত উল্লেখ কৰা পৰামৰ্শক আমি কিয় ব্যৱহাৰ কৰা আৱশ্যক?
asm_Beng
10,661
There are chances of visiting the family of your loved one also
আপোনাৰ প্ৰিয় কোনো পৰিয়ালৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনাও আছে।
asm_Beng
10,662
Why should our prayers include thanksgiving? Paul wrote: Persevere in prayer.
( ৰোমীয়া ১২ :⁠ ১২) আপুনি পৰীক্ষাৰ সময়ত প্ৰাৰ্থনা কৰেনে?
asm_Beng
10,663
There are one or more paused debuggers. Please resume the most-recently paused debugger first at: %S
এটা বা অধিক বিৰামিত ডিবাগাৰ আছে। অনুগ্ৰহ কৰি আটাইতকৈ-শেহতীয়া বিৰামিত ডিবাগাৰক প্ৰথমতে অব্যাহত ৰাখক: %S
asm_Beng
10,664
Prime Minister Narendra Modi ji on the historic win.
ত্ৰিপুৰাৰ ঐতিহাসিক বিজয়ক আদৰ্শগত বিজয়ো বুলিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
asm_Beng
10,665
In Matthew chapters 24 and 25, Jesus is said to come in different senses.
মথি ২৪আৰু ২৫ অধ্যায়ত যীচু “আহিব ” বুলি কোৱা উক্তিটো এক ভিন্ন অৰ্থত প্ৰকাশ পাইছে ।
asm_Beng
10,666
Assam issues fresh quarantine guidelines for air passengers, check details here
বিমান যাত্ৰীৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা জাৰি অসম চৰকাৰৰ
asm_Beng
10,667
Click to add a new palette
নতুন পেলেট যোগ কৰিবলৈ ক্লিক কৰক
asm_Beng
10,668
The fact that [the Memorial of Christs death] was celebrated only in the presence of believers fed the rumours that Christians regularly sacrificed an infant and consumed its blood and flesh.
তদুপৰি স্মাৰক দিবস [খ্ৰীষ্টৰ মৃত্যু দিন পালন] কেৱল খ্ৰীষ্টানসকলৰ মাজতেহে পালন কৰা হৈছিল, য’ত তেওঁলোকে নিয়মীয়াকৈ নিজৰ নৱজাত শিশুবিলাকক বলি দি তেওঁলোকৰ তেজ আৰু মাংস ভক্ষণ কৰে বুলি মিছা বাতৰিৰ প্ৰচাৰ কৰা হৈছিল । ”
asm_Beng
10,669
Multicast DNS service discovery
মাল্টি-কাস্ট DNS সেৱা চিনাক্তকৰণ
asm_Beng
10,670
How is your back?
আপোনাৰ বাৰু ৰাতি কিদৰে পুৱায়?
asm_Beng
10,671
Jehovah is near to those that are broken at heart. and those who are crushed in spirit he saves.
( খ) বাইবেলত কিয় “ঈশ্বৰ প্ৰেম ” বুলি উল্লেখ কৰিছে?
asm_Beng
10,672
Similarly, Jehovah told Amos to give a final warning.
( আমোচ ৭ :⁠ ১০) বৈৎ - এল নামৰ ঠাইডোখৰ স্বধৰ্মত্যাগী ইস্ৰায়েলসকলৰ প্ৰমুখ কেন্দ্ৰ আছিল ।
asm_Beng
10,673
Why not?
‘কিয় ধৰিব নোৱাৰিলা?
asm_Beng
10,674
You can appreciate why. David did not want to displease the One who is able to perform these wonderful works. Neither should we. Why was Davids reverential fear of God fitting?
ৰজা দায়ূদে নিশ্চয়ে জানিছিল যে ঈশ্বৰে তেওঁৰ প্ৰচুৰ শক্তিক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু যিসকলে তেওঁক বিতুষ্টি কৰে, তেওঁলোকৰ বিপক্ষে সেই শক্তিক প্ৰয়োগ কৰে ।
asm_Beng
10,675
China is always opposed to India's inclusion of the Chinese territory in the western sector of the China-India boundary into its administrative jurisdiction.
চীনে সদায়ে পশ্চিম প্ৰান্তৰ চীন-ভাৰত সীমান্তৰ চীনৰ ভূখণ্ড ভাৰতৰ প্ৰশাসনিক যন্ত্ৰৰ অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতা কৰি আহিছে।
asm_Beng
10,676
The woman along with her husband Abul Hussain Laskar and her son aged eight arrived in Assam from Bengaluru by flight on June 28
তেওঁ যোৱা ২৮ জুনত স্বামী আবুল হুছেইন লস্কৰ আৰু পুত্ৰৰ সৈতে বাংগালুৰুৰ পৰা বিমানত অসমলৈ আহে।
asm_Beng
10,677
There is competition in everything.
সকলোতে চলিছে আগুৱাই যোৱাৰ প্ৰতিযোগিতা।
asm_Beng
10,678
If we are to continue practicing goodness, we must keep strict watch that we walk as those exercising godly wisdom.
দৰাচলতে সত্যবাদী আৰু মঙ্গলময়ৰ কাৰ্য্যই লোকসকলক যিহোৱাৰ নাম মহিমা কৰিবলৈ প্ৰেৰিত কৰিব পাৰে । ​ —⁠ ইব্ৰী ১৩ :⁠ ১৮.
asm_Beng
10,679
If the information from did not indicate that you were connected to the network, click to proceed to the next portion of the troubleshooting guide.
যদি ৰ পৰা তথ্যয় আপুনি নেটৱাৰ্কৰ সৈতে সংযুক্ত নে তাৰ ইংগিত নিদিয়ে, সমস্যামুক্তি সহায়কৰ পৰৱৰ্তী অংশলৈ যাবলৈ ক্লিক কৰক।
asm_Beng
10,680
She observed: I noticed that even though the book is meant for children, the subjects discussed can also help us adults think about our personal relationship with Jehovah. Wow!
এই বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেইন নামৰ ঠাইত বাস কৰা এগৰাকী মহিলাই কয় ।
asm_Beng
10,681
The apostle Paul wrote: All those desiring to live with godly devotion in association with Christ Jesus will also be persecuted.
তেওঁ আনন্দিত হোৱাৰ সেই নৱম কাৰণটোৰ সমাপ্তিত এইদৰে কৈছিল: “আনন্দ কৰা, আৰু উল্লাসিত হোৱা. কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে । ”
asm_Beng
10,682
"""People should be more human like."
তেওঁ কৈছিল যে, “মানুহ অধিক মানুহৰ দৰে হোৱা উচিত।
asm_Beng
10,683
What benefits are there in imparting Bible truth to others? Why is it important to pursue the course of truthfulness?
যীচুৱে কিয় আৰু কেনেকৈ নথনেলৰ ওপৰত কৃপাদৃষ্টি লক্ষ্য কৰিছিল?
asm_Beng
10,684
This is in fulfillment of a remarkable prophecy recorded by Isaiah: It must occur in the final part of the days that the mountain of the house of Jehovah [his exalted true worship] will become firmly established above the top of the mountains,... and to it all the nations must stream.
এইটো হৈছে যিচয়াই লিপিবদ্ধ কৰা সেই উল্লেখনীয় ভৱিষ্যতবাণীৰ পূৰ্ণতা, য’ত তেওঁ এইদৰে উল্লেখ কৰিছিল: “অন্তিম কালত এইদৰে ঘটিব, যে, যিহোৱাৰ গৃহৰ পৰ্ব্বতটি [তেওঁৰ উচ্চ সত্য উপাসনা] পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব,...
asm_Beng
10,685
Im with you.
কৰো তোমাৰ সৈতে ।
asm_Beng
10,686
That is exactly the case.
ঘটনাটো ঠিক এনেকুৱা।
asm_Beng
10,687
Dont worry!...
কাৰণ নোহোৱাকৈ…!
asm_Beng
10,688
His standards cover all aspects of life, including family affairs, business dealings, conduct toward those of the opposite sex, attitudes toward fellow Christians, and participation in true worship. James 1: 25, 27.
উদাহৰণস্বৰূপে, বাইবেলত এইদৰে কৈছে: “নতুবা, অধৰ্ম্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, ইয়াক তোমালোকে নাজানা নে কি?
asm_Beng
10,689
Small (%1x%2)
সৰু (% 1x% 2)
asm_Beng
10,690
He came out.
তেৱেঁই ওলাই আহিল।
asm_Beng
10,691
Instead of fighting the pressure, says Discover magazine, they let it collapse their lungs completely.
উদাহৰণস্বৰূপে, এখিলা সাধাৰণ পাতৰ বিষয়ে বিবেচনা কৰক ।
asm_Beng
10,692
He said Kandla Port is seeing unprecedented growth because resources were devoted to improve the port.
তেওঁ কয় যে কান্দলা বন্দৰ অভূতপূৰ্ব বিকাশ হৈছে কাৰণ ইয়াৰ সম্পদবোৰ বন্দৰটোৰ উন্নয়নত লগোৱা হৈছে।
asm_Beng
10,693
_Location name:
অৱস্থানৰ নাম: (_L)
asm_Beng
10,694
It was one of their main aims.
আছিল তেওঁলোকৰ প্ৰধান লক্ষ্য।
asm_Beng
10,695
Prove yourself faithful even to death, and I will give you the crown of life. Revelation 2: 10.
( প্ৰকাশিত বাক্য ২ :⁠ ১২ - ​ ১৭ পদটো পঢ়ক ।)
asm_Beng
10,696
Didn't find email member in JSON data
JSON তথ্যত ই-মেইল সদস্য পোৱা নগল
asm_Beng
10,697
The Prime Minister, Shri Narendra Modi, today addressed two important events, via video-conference, on the occasion of National Youth Day.
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দুটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাগ লয়৷
asm_Beng
10,698
As per the guidelines, passengers must wear masks and follow social distancing norms.
লগতে যাত্ৰীসকলে নিৰ্দেশনা অনুসৰি মাস্ক পৰিধান কৰিব লাগিব আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।
asm_Beng
10,699
Life is everyones business.
জীৱন সকলোৰে বাবে বৰ মৰমৰ ।
asm_Beng