Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
12,200
A long - term study published in the United States by the Arizona Council on Compulsive Gambling confirms that many gambling addicts began at an early age by placing small bets on sporting events or playing cards with friends or relatives.
তেওঁলোকৰ বহুতে কম পৰিমাণে ধনৰ বাজি লগাই জিকি উত্তেজিত অনুভৱ কৰে আৰু এইদৰে ক্ৰমান্বয়ে তেওঁলোক অধিক পৰিমাণে ধনৰ বাজি মাৰিবলৈ প্ৰলোভিত হয় ।
asm_Beng
12,201
Job Location: Kolkata
নিযুক্তিৰ স্থানঃ কলকাতা।
asm_Beng
12,202
Not finding it.
বিচাৰি পোৱা নাই দেখোন৷
asm_Beng
12,203
Now please consider the prophetic words of Micah 4: 6 - 13. The daughter of Zion has to go into exile as far as to Babylon.
তদুপৰি আন বিষয়বোৰেও আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিছে ।
asm_Beng
12,204
could not get information about CRTC %d
CRTC %d সংক্ৰান্ত তথ্য প্ৰাপ্ত কৰিবলৈ ব্যৰ্থ
asm_Beng
12,205
Creation of the post will facilitate the creation of an additional bench in SAT, Mumbai thereby allowing speedy disposal of the increased number of appeals in SAT with respect to Securities and Exchanges Board of India, (SEBI), Insurance Regulatory and Development Authority of India (IRDA) and the Pension Fund Regulato...
এই পদৰ সৃষ্টিৰ দ্বাৰা এছএটিত এক নতুন বেঞ্চমাৰ্কৰ সৃষ্টি হ’ব আৰু ক্ৰমবৰ্ধিত আপীলসমূহৰ দ্ৰুত সমাধান সম্ভৱ হ’ব৷ ইয়াৰ দ্বাৰা ছেবি, আইআৰডিএ আৰু পিএফআৰডিএত বিনিয়োগকাৰী, পেঞ্চনাৰ আৰু সাধাৰণ জনতা উপকৃত হ’ব৷ প্ৰতিভূতি বজাৰ আৰু বীমা খণ্ডৰ দ্ৰুত উন্নয়ন হ’বলৈ ধৰিছে৷ প্ৰতিভূতি বজাৰত ট্ৰেডিঙৰ পৰিমাণ বৃদ্ধি আৰু বীমা খণ্ডত ক্লায়েণ্টৰ ...
asm_Beng
12,206
So, a Gandhi has to be the party president.
গতিকে দলৰ পৰৱৰ্তী সভাপতি প্ৰিয়ংকা গান্ধীয়েই হ’ব লাগে।
asm_Beng
12,207
Some noble families would send their sons to them to learn etiquette (tehzeeb) and the art of conversation from them.
কিছুমান নামকৰা পৰিয়ালে তেওঁলোকৰ পুৰুষ সন্তানক শিষ্টাচাৰ (তেহজীৱ) আৰু কথা কোৱাৰ শিল্পটি শিকিবলৈ তৱাইফসকলৰ ওচৰলৈ পঠিয়াইছিল।
asm_Beng
12,208
"Unset the ""Out of Office"" status"
"""অফিচৰ বাহিৰ"" অৱস্থা অসংহিত কৰক"
asm_Beng
12,209
0 Channels
০ চেনেলসমূহ
asm_Beng
12,210
Even in articles that cover subjects that have frequently been commented on before, there are finer points that we would not want to miss.
আমাৰ চিৰকালৰ জীৱনৰ আশা যিহোৱা আৰু তেওঁ পুত্ৰ, যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান বৃদ্ধি কৰাৰ ওপৰত নিৰ্ভৰ কৰে ।
asm_Beng
12,211
In a list or icon view, move the keyboard focus to another item without changing which item is selected.
এটা তালিকা অথবা আইকন দৰ্শনত, নিৰ্বাচিত বস্তুক পৰিবৰ্তন নকৰাকৈ কিবৰ্ডৰ ফকাচ অন্য বস্তুলৈ নিয়ক।
asm_Beng
12,212
Today, many are lovers of pleasures rather than lovers of God, having a form of godly devotion but proving false to its power, and we need to turn away from such individuals.
এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “পৃথিবীত থকা নিজ নিজ অঙ্গ - প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা । ”
asm_Beng
12,213
The carcass has been sent for a post-mortem examination.
আৰক্ষীয়ে মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা বুলি জানিব দিছে৷
asm_Beng
12,214
The way of righteous ones will remain forever, but incorrigibly wicked people will perish because of Jehovahs adverse judgment.
কিয় আৰু কি অৰ্থত আমি কৰা “সকলো কৰ্ম্ম সাম্ফল হয়? ”
asm_Beng
12,215
System tray icon for managing print jobs
মূদ্ৰণ কাৰ্য্য পৰিচালনাৰ বাবে ব্যৱস্থাপ্ৰণালী-ট্ৰে তে প্ৰদৰ্শনযোগ্য আইকন
asm_Beng
12,216
Wasnt it a risk?
কিবা বিপদ হোৱা নাইতো?
asm_Beng
12,217
With every passing day, it is easier and smoother to do business in India.
মই আশাবাদী যে আমাৰ বন্ধু হিচাপে এচিয়ান দেশসমূহে পৰিৱৰ্তিত এই নতুন ভাৰতৰ অংশীদাৰ হ’ব।
asm_Beng
12,218
Cant spell.
কণ্ট্ৰল কৰিব নোৱাৰিলে।
asm_Beng
12,219
Wife's husband
ৰূপালীৰ স্বামী ।
asm_Beng
12,220
Set the working directory
টাৰ্মিনেলৰ সক্ৰিয় পঞ্জিকা নিৰ্ধাৰণ কৰক
asm_Beng
12,221
hatred and love
প্রেম আৰু কৰুণা পাৰ হৈ
asm_Beng
12,222
He is delighted.
তেওঁ আনন্দত অধীৰ হৈ পৰিছে।
asm_Beng
12,223
The good example of Jephthah was undoubtedly instrumental in helping his daughter develop strong faith and a self - sacrificing spirit. Parents today can set such an example for their children.
একেইদৰে বৰ্তমান সময়ত পিতৃ - মাতৃসকলে তেওঁলোকৰ সন্তানৰ বাবে একেই আৰ্হি ৰাখা উচিত ।
asm_Beng
12,224
There is no question of not reaching out.
‘আছুৱে ঘূৰাই লোৱা নোলোৱাৰ কোনো প্ৰশ্নই নুঠে।
asm_Beng
12,225
But if your mind is
কিন্তু হৃদয় জিকিব হ'লে
asm_Beng
12,226
Then you might draw attention to examples of how sexual immorality has led to heartache and trouble.
তথাপিও আপুনি ইয়াতকৈ আৰু অধিক তেওঁলোকলৈ সহায় আগবঢ়াব পাৰে ।
asm_Beng
12,227
The incident took place in Uttar Pradeshs Aligarh.
উত্তৰ প্ৰদেশৰ আলীগড়ৰ গান্ধী পাৰ্ক অঞ্চলত সংঘটিত হয় এই ঘটনা।
asm_Beng
12,228
Faced with a long convalescence, he thought of relinquishing his privilege of serving as a presiding overseer. The reaction of the other elders surprised me, says Jos.
তদুপৰি যদি আমি “আন্তৰিক বিশ্বাসৰ দ্বাৰা ” উৎসাহিত হ’ব বিচাৰিছোঁ, তেন্তে বৃদ্ধ ভাই বা ভনীগৰাকীয়ে কোৱা কথাষাৰৰ প্ৰতি মনোযোগেৰে শুনা আৱশ্যক । ​ —⁠ ৰোমীয়া ১ :⁠ ১১, ১২.
asm_Beng
12,229
-Ministry has also sanctioned a project to Dairatul Maarifil Osmania , Osmania University, Telangana for translation from Arabic language into English, digitization and re-printing of 240 invaluable documents belonging to Moghul period on the subjects of Medicines, Mathematics, Literature, etc.
- মন্ত্ৰালয়ে তেলেংগানাৰ অ’ছমানিয়া বিশ্বাবিদ্যালয়ৰ ডেইৰাটুল মাৰিফিল অ’ছমানিয়ালৈ আৰবী ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদৰ বাবে এক প্ৰকল্প আবণ্টন কৰিছে আৰু ঔষধ, গণিত, সাহিত্য ইত্যাদিৰ সৈতে জড়িত মোগল সাম্ৰাজ্যৰ 240 টা মহামূল্যবান তথ্যৰ পুনৰ ছপা কৰাৰ বাবেও এই প্ৰকল্প আবণ্টন কৰা হৈছে৷
asm_Beng
12,230
Trace Texture Slicing
গাঁথনি স্লাইচিং অনুকৰণ কৰক
asm_Beng
12,231
Passage of The Constitution (One Hundred And Twenty-Fourth Amendment) Bill, 2019 in both Houses of Parliament is a victory for social justice.It ensures a wider canvas for our Yuva Shakti to showcase their prowess and contribute towards Indias transformation.
সংসদৰ দুয়োটা গৃহতে সংবিধান (১২৪ সংশোধনী) বিধেয়ক, ২০১৯ গৃহীত হোৱাৰ জৰিয়তে সামাজিক ন্যায়ত বিজয় সাব্যস্ত হৈছে৷ ইয়াৰ দ্বাৰা আমাৰ যুৱ শক্তিয়ে ভাৰতৰ ৰূপান্তৰণত তেওঁলোকৰ কৌশল প্ৰদৰ্শন আৰু অৰিহণা আগবঢ়োৱাৰ বিস্তৃত পৰিসৰৰ নিশ্চিতি লাভ হ’ব৷
asm_Beng
12,232
Age: Upper age should not exceed 35 years
বয়সৰ সীমাঃ ৩৫ বছৰতকৈ অধিক হব নালাগিব।
asm_Beng
12,233
In addition, humans often hurt one another. When a nation declares war, surely God is not to blame for the suffering that results.
সেয়েহে কোনো এখন দেশে যুদ্ধ ঘোষণা কৰাৰ ফলত হোৱা পৰিণামসমূহৰ বাবে ঈশ্বৰে অৱশ্যেই দায়ী নহয় ।
asm_Beng
12,234
Do You Recognize the Sign of Jesus Presence? NO ONE wants to be seriously ill or to be caught in a disaster.
আপুনি যীচুৰ পুনৰাগমনৰ সম্পৰ্কে দিয়া চিহ্নবোৰ চিনিব পাৰিছেনে?
asm_Beng
12,235
He said that he considers it his honour to visit Patna University and be among the students.
তেওঁ কয় যে পাটনা বিশ্ববিদ্যালয় ভ্ৰমণ কৰা আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল মাজত থাকিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ বিষয়।
asm_Beng
12,236
When courtroom procedure involves either raising a hand or placing it on the Bible when swearing, a Christian may choose to comply.
তেনেহ’লে এজন খ্ৰীষ্টানক সঁচা ক’বলৈ আদালতত লোৱা শপতৰ বিষয়ে কি ক’ব পাৰি?
asm_Beng
12,237
The excitement experienced by Andrew, Peter, John, and the others when they discovered the Messiah might be compared to that experienced by the traveling merchant when he found the pearl of high value.
মচীহক লগ পাই আন্দ্ৰিয়, পিতৰ, যোহন আৰু আন শিষ্যবিলাকে দেখুৱা প্ৰতিক্ৰিয়াৰ তুলনা যীচুৰ দৃষ্টান্তত উত্তম মুকুতা বিচাৰি পোৱা সদাগৰজনৰ সৈতে কৰিব পাৰি ।
asm_Beng
12,238
Who was careless?
অপৰ্ণাকনো বুজিছিল কোনে?
asm_Beng
12,239
Even though the wireless adapter is connected to the computer, it may not have been recognized as a network device by the computer. In this step, you will check whether the device was recognized properly.
যদিও বেতাঁৰ এডাপ্টাৰ কমপিউটাৰৰ সৈতে সংযুক্ত আছে, ইয়াক হয়তো কমপিউটাৰ দ্বাৰা এটা নেটৱাৰ্ক ডিভাইচ ৰূপে চিনাক্ত কৰা হোৱা নাই। এই স্তৰত, আপুনি ডিভাইচ সঠিকভাৱে চিনাক্ত কৰা হৈছিল নে নিৰীক্ষণ কৰিব।
asm_Beng
12,240
Hindi Diwas.
বিয়া কৰোৱা নাই।
asm_Beng
12,241
The tabernacle and later the temples served as fine centers of Jehovahs worship
সেই আবাসগৃহ আৰু মন্দিৰটো পিছলৈ যিহোৱাৰ উপাসনাৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল
asm_Beng
12,242
First, what does one do about this?
প্ৰথম কথা, পাৱাৰ ছাপ্লাই এটাই কৰে কি?
asm_Beng
12,243
Tamil Nadu: Congress President Rahul Gandhi arrives in Chennai.
তামিলনাডুত উপস্থিত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী।
asm_Beng
12,244
You might think of investing your money
আপুনি আপোনাৰ ধন বিনিয়োগৰ কথা চিন্তা কৰিব পাৰে।
asm_Beng
12,245
Likely not.
বোধহয় নোৱাৰি।
asm_Beng
12,246
This shows that God did not demand what was beyond the offerers reach.
যদি ব্যক্তিজনে দুটা কপৌ আনিবলৈ সামৰ্থ নাই তেন্তে কি কৰিব পাৰে?
asm_Beng
12,247
You should have been there.
এট’নঃ তুমি তাত থকা উচিত আছিল।
asm_Beng
12,248
Power management
বিদ্যুৎ সেৱা পৰিচালনা
asm_Beng
12,249
Lot of events are getting rapidly unfolded in your love life.
আপোনাৰ প্ৰেম-জীৱনৰ ক্ষেত্ৰত অনেক ঘটনা সংঘটিত হব।
asm_Beng
12,250
Home / Business / Petrol, diesel prices slashed
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আজিও হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য
asm_Beng
12,251
Bear in mind that it is through use that we can have our perceptive powers trained to distinguish both right and wrong.
( ক) প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টানে কি কৰিবলৈ প্ৰলোভিত হৈছিল?
asm_Beng
12,252
Start Browsing
ব্ৰাউজ কৰা আৰম্ভ কৰক
asm_Beng
12,253
Can you answer the question?
ফটা প্ৰশ্নৰ নফটা উত্তৰ পোৱা যায়নে?
asm_Beng
12,254
Where do I begin?!
ক’ৰ পৰা আৰম্ভ কৰিম!
asm_Beng
12,255
That is a lesson that the apostle Paul shared with fellow believers in the first century.
এই বিষয়ে পাঁচনি পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলকো তেনেদৰে কৰিবলৈ উৎসাহিত কৰিছিল ।
asm_Beng
12,256
His films include:
তেওঁৰ অভিনীত চলচ্চিত্ৰসমূহ হ'ল:
asm_Beng
12,257
By bearing in mind that every believer is precious to Jehovah and that we need one another, just as each member of the human body is dependent on the others. 1 Corinthians 12: 14 - 27.
তদুপৰি আমি সকলোৱে একত্ৰিত পৰিয়াল হৈ যিহোৱাৰ সেৱা কৰোঁহঁক ।
asm_Beng
12,258
Local residents and rescue teams rushed the dead and injured to hospital.
আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি স্থানীয় লোক আৰু আৰক্ষীৰ।
asm_Beng
12,259
What is the matter?
–তেন্তে কেনেকুৱা হয় কথাবোৰ?
asm_Beng
12,260
Every day was busy.
প্ৰতিদিনে লিপ্ত হৈছিল কাজিয়াত।
asm_Beng
12,261
Hima Das' coach accused of sexual assault by woman athlete, claims innocence
হিমা দাসৰ প্ৰশিক্ষক নিপন দাসৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ মহিলা খেলুৱৈৰ
asm_Beng
12,262
Our first love.
আমাৰ পৰম গুৰু ৷
asm_Beng
12,263
The preparations of panchayat election have been completed by the district administration.
সমাগত পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ নগাঁও জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।
asm_Beng
12,264
Such variety can, indeed, be the spice of life. Psalm 104: 24.
বাস্তৱতে এইটো সমূলি অসত্য আছিল ।
asm_Beng
12,265
19, 20. (a) In what positive way did Jesus use logic?
( w02 9 / 1) [ ফুটনোটবোৰ]
asm_Beng
12,266
Marrying an Unbeliever 13, 14. What was one treacherous course that Malachi highlighted?
তেওঁলোকে এনে কি গম্ভীৰ কাৰ্য্য কৰিছিল?
asm_Beng
12,267
Estimated value of work (Approx Rs)
কামৰ আনুমানিক মূল্যঃ ১৪,০০,০০০টকা।
asm_Beng
12,268
"But God has been kind and the film has resonated with the audience not just in India but across the globe,"" Madhu Chopra said in a statement."
কিন্তু ইশ্বৰৰ কৃপাত ছবিখনে কেৱল ভাৰততে নহয়, লগতে গোটেই বিশ্বতে সমাদৰ লাভ কৰিছে,’’-এক বিবৃতিত মধু চোপ্ৰাই কয়।
asm_Beng
12,269
There is none really!
সঁচাকৈ ঘৰত কোনো নাছিল বে !
asm_Beng
12,270
Jagannatha temple
শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ
asm_Beng
12,271
Whether this tag affects the right margin
এই ট্যাগটি ডান দিকেৰ মাৰ্জিনকে প্ৰভাবিত কৰি নে নাই
asm_Beng
12,272
5, 6. (a) What experience did Jesus evidently have at his baptism, with what effect upon him?
এই বিষয়টোৰ প্ৰতি তেওঁৰ অত্যন্ত প্ৰেম আছিল ।
asm_Beng
12,273
It does not matter to me who contests against me.
‘মোৰ বিৰুদ্ধে যিয়েই প্ৰতিদ্বন্দ্বিতা নকৰক, বিষয় হ’বই নোৱাৰে।
asm_Beng
12,274
Would they be able to keep up their spiritual routine as they struggle to reestablish themselves, perhaps in a more affluent country or in one that provides more opportunities for material advancement? 1 Timothy 6: 9.
অধিক ধন আৰ্জন কৰিব পৰা বা বহুতো সা - সুবিধা থকা দেশবোৰলৈ গৈ তেওঁলোকে আধ্যাত্মিক তালিকা বজাই ৰাখিব পাৰিবনে? ​ —⁠ ১ তীমথিয় ৬ :⁠ ৯.
asm_Beng
12,275
Take the bug problem.
গেছৰ ফ্লেমটো লো কৰি লব ।
asm_Beng
12,276
Apollos was about to benefit from points that would result in a more accurate understanding of Gods arrangement for salvation.
উদ্ধাৰৰ বাবে ঈশ্বৰে কৰা ব্যৱস্থাৰ সঠিক জ্ঞান লাভ কৰি তেওঁ অধিক লাভৱান হ’লহেঁতেন ।
asm_Beng
12,277
Enter the old password for the '%s' keyring
'%s' keyring ৰ বাবে পুৰনি পাছৱাৰ্ড সুমুৱাওক
asm_Beng
12,278
Husband arrested accused of wifes murder
লাহোৱালত পত্নীক হত্যাৰ অভিযোগত স্বামীক গ্ৰেপ্তাৰ
asm_Beng
12,279
Atmanirbhar Bharat is for stable global order: PM Narendra Modi
সুস্থিৰ বৈশ্বিক শৃংখলা স্থাপনৰ বাবে আত্মনিৰ্ভৰ ভাৰত লোৱা হৈছেঃ মোদী
asm_Beng
12,280
Among its features are:
এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
asm_Beng
12,281
The booking can be done on the company's website.
কোম্পানীৰ ৱেবছাইটত গৈ গ্ৰাহকে আগতীয়াকৈ বুকিং কৰিব পাৰে।
asm_Beng
12,282
But no one will.
কিন্তু কোনেও হ’ব নোৱাৰে তেওঁলোকৰ দৰে।
asm_Beng
12,283
We will challenge this judgment in the superior court.
এই সিদ্ধান্তৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম।
asm_Beng
12,284
command to uninstall packages, PACKAGE_NAME is replaced by the name of the package in the command
সৰঞ্জাম সংস্থাপন আঁতৰুৱা কৰিবলৈ ব্যৱহৃত আদেশ, PACKAGE_NAME-ৰ পৰিবৰ্তে আদেশত উল্লিখিত সৰঞ্জামৰ নাম ব্যৱহাৰ কৰা হ'ব
asm_Beng
12,285
And after
আৰু তাৰ পাছত…
asm_Beng
12,286
But now the number of congregations has grown to over 90,000, and their principal meeting places are called Kingdom Halls. These buildings are neither ostentatious nor churchlike in appearance.
সেইবোৰক ব্যৱহাৰিক আৰু সৰলভাৱে নিৰ্ম্মাণ কৰা হয়, য’ত মণ্ডলীৰ ১০০ - ২০০ জন সদস্যই প্ৰত্যেক সপ্তাহে সভাৰ বাবে একত্ৰিত হৈ ঈশ্বৰৰ বাক্য শুনে আৰু শিক্ষা গ্ৰহণ কৰে ।
asm_Beng
12,287
With this MoU, participating countries can exchange technical information on Cyber attacks, response to cyber security incidents and find solutions to counter the cyber attacks.
এই বুজাবুজি চুক্তিৰ জৰিয়তে ইয়াৰ অন্তৰ্গত দেশবোৰৰ মাজত চাইবাৰ আক্ৰমণৰ ক্ষেত্ৰত কাৰিকৰী তথ্য বিনিময় কৰা, চাইবাৰ সংক্ৰান্তীয় ঘটনাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আৰু চাইবাৰ আক্ৰমণৰ বিৰুদ্ধে সমাধানসূত্ৰ বিচৰাত সহায় হ’ব।
asm_Beng
12,288
He said he is delighted to be in Madhya Pradesh on National Panchayati Raj Day.
তেওঁ কয় যে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত মধ্যপ্রদেশলৈ আহিবলৈ পাই তেওঁ আনন্দিত হৈছে।
asm_Beng
12,289
But he was.
কিন্তু তেওঁ ৰৈ গৈছিল।
asm_Beng
12,290
Jesus highlighted the close bond between the other sheep and the little flock in his parable of the sheep and the goats, included in his prophecy on the conclusion of the system of things.
( ইব্ৰী ১১ :⁠ ৩৫, ৩৯, ৪০) হাজাৰ বছৰকালৰ সময়ছোৱাত যীচু আৰু ১,৪৪০০০ জন ব্যক্তি অৰ্থাৎ তেওঁৰ অভিষিক্ত ভাইসকলে স্বৰ্গত ৰজা আৰু পুৰোহিত কাৰ্য্য কৰিব আৰু খ্ৰীষ্টৰ বলিদানৰ পৰা হোৱা লাভসমূহক গোটেই পৃথিৱীত বিতৰণ কৰিব ।
asm_Beng
12,291
Do people care?
মানুহ হতাহত হৈছে নেকি?
asm_Beng
12,292
Only one repeat(auto-fill, ) is allowed in a name list for a subgrid.
উপগ্ৰিডৰ নামৰ তালিকাত কেৱল এটা পুনৰাবৃত্তি(স্বয়ং-পূৰণ, …)ৰ অনুমতি আছে।
asm_Beng
12,293
You probably need to pay more attention to your mate today
আপুনি আজি আপোনাৰ সংগীৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন।
asm_Beng
12,294
True happiness depends on our walking in Gods law. If we do this, Jehovah will consider us faultless in our way.
( গীত ১১৯ :⁠ ১) তথাপিও সিদ্ধ হোৱাৰ অৰ্থ মানৱ পৰিপূৰ্ণতাৰ অৱস্থাক বুজোৱা নাই ।
asm_Beng
12,295
Condolences for Those Killed in Citizenship (Amendment) Act (CAA) Protest
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাৰ আশ্ৰয় লোৱা লোকৰ বাবে কঠোৰ আৰক্ষী
asm_Beng
12,296
Energy Impact
শক্তিৰ প্ৰভাৱ
asm_Beng
12,297
Indian Cricketers KL Rahul and Hardik Pandya
ভাৰতীয় ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডেয়া আৰু কে এল ৰাহুলৰ বিৰুদ্ধে গোচৰ ৰুজু।
asm_Beng
12,298
Was personal reading all that was needed for this? No.
সেই সময়ৰ পৰাই তেওঁৰ জীৱন, তেওঁৰ শক্তি, তেওঁৰ সকলোবোৰ ঈশ্বৰৰ হ’ল ।
asm_Beng
12,299
The injured were admitted to Guwahati Medical College Hospital.
আহতসকলৰ কেইবাজনকো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ।
asm_Beng