Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
12,400
We would appeal to everybody to maintain calm and peace.
‘আমি কাষৰ গাঁওসমূহলৈ গৈছো আৰু সকলোৱে শান্তি অটুট ৰাখিবলৈ আহ্বান জনাইছো।
asm_Beng
12,401
What is this life?
কি আছে এই জীৱনৰ ?
asm_Beng
12,402
How the attack occured?
কেনেকৈ সংঘটিত হৈছিল এই আক্ৰমণঃ
asm_Beng
12,403
Since ancient times, different civilizations have given a special place to Sun.
পুৰণিকালৰে পৰা বিভিন্ন সভ্যতাই সূৰ্যক বিশেষ স্থান দি আহিছে।
asm_Beng
12,404
It seeks to amend the Citizenship Act.
নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কখনৰ জৰিয়তে সেইটোকে কৰিব খোজা হৈছে।
asm_Beng
12,405
15 - 17. (a) On what did Job 38: 8 - 11 focus, leading to what questions?
তুমি পৃথিবীৰ প্ৰস্থ বুজ পালা নে?
asm_Beng
12,406
No driver for this printer.
এই প্ৰিন্টাৰৰ বাবে কোনো ড্ৰাইভাৰ নাই।
asm_Beng
12,407
The best way of improving the standard of education among children is to make them aware of the purpose of education.
সেইবাবে শিশুৰ শিক্ষাৰ স্তৰৰ সংস্কাৰৰ আটাইতকৈ ডাঙৰ পদ্ধতি হৈছে তেওঁলোকক শিক্ষাৰ উদ্দেশ্যকো বুজোৱা।
asm_Beng
12,408
They are no part of the world, just as I am no part of the world.
‘ বিশ্বাস কৰা ’
asm_Beng
12,409
Mr. Farmers Spirit of India Run is aimed at cementing relations between India and Australia.
শ্ৰী ফাৰমাৰৰ ‘Spirit of India Run’ ৰ উদ্দেশ্য হ’ল ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক দৃঢ় কৰা. ভাৰতক অষ্ট্ৰেলিয়াৰ পৰ্যটকসকলৰ ‘অতি অভিজ্ঞতাসম্পন্ন’ ঠাই হিচাপে সজাগতা অনাৰ উদ্দেশ্য আগত লৈ পৰ্যটন আৰু ব্যক্তিগত সম্পৰ্কক উৎসাহিত কৰা. ‘ভাৰতৰ কন্যা শিশুৰ শিক্ষা’ৰ বাবে পুঁজি বৃদ্ধি তথা সমৰ্থন আৰু নিধি গঠন ইত্যাদি৷
asm_Beng
12,410
The work you do in the Business Council plays a vital role in giving practical shape to the vision of BRICS partnership.
বাণিজ্য পৰিষদৰ জৰিয়তে আপোনালোকৰ প্রচেষ্টাত ব্রিক্‌ছ অংশীদাৰিত্বৰ চিন্তা-ভাৱনাক এক ব্যৱহাৰিক ৰূপ দিয়াৰ ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।
asm_Beng
12,411
The GNOME Documentation Project
GNOME তথ্যচিত্ৰ প্ৰকল্প
asm_Beng
12,412
While each of us must bear his own burden of responsibility, we are nevertheless urged to help one another to cope with weaknesses.
কিহে প্ৰকাশ কৰিছে যে ইন্দ্ৰিয় - দমন গুণটো বিকাশিত কৰা অতি গুৰুত্বপূৰ্ণ?
asm_Beng
12,413
Distinguished Scientists and Students, You all have studied and are probably also experts of Quantum Mechanics.
সন্মানীয় বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীসকল, আপোনালোক সকলোৱে চাগৈ কোৱাণ্টাম মেকানিকছৰ অধ্যয়নৰত অথবা বিশেষজ্ঞ।
asm_Beng
12,414
Unidentified male dead body recovered
অভয়াপুৰীত পুৰুষৰ মৃতদেহ উদ্ধাৰ
asm_Beng
12,415
Add Folder
এটা ফোল্ডাৰ যোগ কৰক
asm_Beng
12,416
Natural Logarithm
স্বাভাৱিক লগাৰিথম
asm_Beng
12,417
We saw the footage later.
পিছত আমি ফুটেজ দেখুৱালো।
asm_Beng
12,418
Best Music Pritam (Dangal)
শ্ৰেষ্ঠ গীত - বিন্তে দিল ( পদ্মাৱত)
asm_Beng
12,419
You can't control yourself.
তুমি তোমাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলা।
asm_Beng
12,420
The time is very favorable
সময় আপোনাৰ বাবে অতি অনুকূল।
asm_Beng
12,421
It is just the beginning of a new life.
তাতেই আৰম্ভ হয় এক নব জীৱন।
asm_Beng
12,422
What's the cause of this?
ইয়াৰ আঁৰৰ কাৰণ কি?
asm_Beng
12,423
How did the other Israelites view the self - sacrificing course of such doers of good things? The shocking answer to that question reveals the extent of the nations spiritual decay.
আনকি তেওঁলোকে জাকৰ পৰা মেৰ পোৱালি বা গোহালিৰ পৰা দামুৰি ভোজন বা বিলাসিতাৰে জীৱন - যাপন কৰা নাছিল ।
asm_Beng
12,424
Failed (unknown reason)
বিফল (অজ্ঞাত কাৰণ)
asm_Beng
12,425
I still get embarrassed, though.
তথাপিও মোৰো দ্বিধা আছে।
asm_Beng
12,426
The meeting took place in the BJP head office in Delhi.
দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়।
asm_Beng
12,427
Dust and ashes?
বালিত আৰু বৰফত?
asm_Beng
12,428
Endurance counts greatly with God
যিহোৱাৰ সপক্ষে সহনশীল হোৱাটো অতি গুৰুত্বপূৰ্ণ
asm_Beng
12,429
What Really Is Hell?
প্ৰকৃততে নৰক কি?
asm_Beng
12,430
Drink clean water.
বিশুদ্ধ পানী পাব।
asm_Beng
12,431
It is suspected that the actor had committed suicide.
অভিনেতাজনে হতাশাৰ বলি হৈ আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।
asm_Beng
12,432
No cant do!
অভিনয় কৰিব নোৱাৰো !
asm_Beng
12,433
Because, as the Bible states, the whole world is lying in the power of the wicked one.
কিয়নো বাইবেলে কৈছে, “গোটেই জগত পাপ - আত্মাৰ অধীনত থাকে । ”
asm_Beng
12,434
Log Out Anyway
তথাপিও লগআউট কৰক
asm_Beng
12,435
Only hope?
কেৱল ইমানেইনে?
asm_Beng
12,436
Is organized.
আয়োজন কৰা হয়।
asm_Beng
12,437
Otherwise the BJP would not have had to resign.
তেনে নকৰিলে তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰিব লাগিব বুলিও ভাবুকি প্ৰদান কৰা হৈছে।
asm_Beng
12,438
GNOME Packages
GNOME পেকেইজসমূহ
asm_Beng
12,439
He might enjoy the association of responsible men in the congregation yet be reluctant to share in the preaching work.
তেন্তে তেওঁ নিজকে এইদৰে সোধাতো কাৰ্য্যকাৰী হ’ব: ‘ মই প্ৰধানকৈ সেৱাকাৰ্য্যৰ এনে বিষয়বোৰৰ ওপৰত ধ্যান দিওঁনে যি যিহোৱালৈ মহিমা আৰু প্ৰশংসা আনে?
asm_Beng
12,440
These glorious things remain hidden from those who proudly rely on, or stubbornly cling to, human wisdom or thinking.
( লূক ২ :⁠ ৮ - ১১) দৰাচলতে সেই মেৰৰখীয়াবোৰে অসাধাৰণ কাৰ্য্য কৰা বা তেওঁলোকৰ কোনো বিশেষ যোগ্যতা নাছিল ।
asm_Beng
12,441
But we never had the courage.
কিন্তু মুখ ফালি কোৱাৰ সাহস আমাৰ এটাৰো হোৱা নাছিল।
asm_Beng
12,442
Regarding the articles on the book of Proverbs in recent issues of The Watchtower, one Christian woman said: I find these articles very practical.
আলোচনীখনত প্ৰকাশ কৰা বিভিন্ন বিষয়বোৰে আমাৰ বিশ্বাস পৰীক্ষা কৰি চাবলৈ সহায় কৰে ।
asm_Beng
12,443
A counselors mildness may help an erring one
পৰামৰ্শ দিওঁতাজনৰ মৃদুতাই অপৰাধ কৰা জনক সহায় কৰিব পাৰে
asm_Beng
12,444
However, the Assam government is not in favour of a total withdrawal of lockdown
তদুপৰি অসম চৰকাৰ লকডাউন প্ৰত্যাহাৰৰ পক্ষপাতী নহয়।
asm_Beng
12,445
Log In to Realm
ৰাজত্বত লগিন কৰক
asm_Beng
12,446
We marvel at Jehovahs love, wisdom, and power manifest in this wonderful resurrection prospect.
( ১ কৰিন্থীয়া ১৫ :⁠ ৩৫ -⁠ ৩৮, ৪২ - ​ ৫৩) তেওঁলোকে একত্ৰিত হৈ মচীহ ৰাজ্যত শাসক হিচাপে কাৰ্য্য আৰু এই পৃথিৱীখনক পৰমদেশলৈ পৰিণত কৰিব ।
asm_Beng
12,447
Newest packages
শেহতীয়া পেকেইজসমূহ
asm_Beng
12,448
Protests are raging across the country against the Citizenship Amendment Act.
ৰাজ্যৰ সৰ্বত্ৰে সম্প্ৰতি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।
asm_Beng
12,449
Is used to notify that the table row header has changed
টেবুল শাৰী হেডাৰ সলনি হোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয়
asm_Beng
12,450
Searching groups
দলসমূহ সন্ধান কৰা হৈছে
asm_Beng
12,451
What prophecy of Joel was fulfilled on the day of Pentecost 33 C.E.?
এই বৰ্ণনা কৰা ঘটনাটোৱে তাত পঞ্চাশ - দিনীয়া পৰ্বৰ বাবে উপস্থিত হ’বলৈ অহা লোকসকলৰ কোনো অৰ্থ আছিলনে?
asm_Beng
12,452
East-Flanders
ইস্ট-ফ্লেণ্ডাৰ্চ
asm_Beng
12,453
%s: Could not setup environment for %s. Aborting.
%s: %s ব্যবহাৰেৰ বাবে পৰিবেশ প্ৰস্তুত কৰোঁতে ব্যৰ্থ। কৰ্ম বাতিল কৰা হচ্ছে।
asm_Beng
12,454
Contacts on a _Map
মানচিত্ৰত পৰিচয়ৰ তথ্য (_M)
asm_Beng
12,455
Why will it not?
শম্ভুনাথঃ কিয় নহ’ব?
asm_Beng
12,456
The educational qualification varies for different posts.
অৱশ্যে বেলেগ বেলেগ পদসমূহৰ বাবে শিক্ষাগত অৰ্হতাও পৃথক।
asm_Beng
12,457
I am going to go out.
মই মুকলিলৈ আহিছোঁ ৰ’ব।
asm_Beng
12,458
I have not been able to eat properly.
” লাজতে ভালকৈ খাবও নোৱাৰিলোঁ।
asm_Beng
12,459
Peter, Andrew, James, and John were busy with their fishing business when Jesus invited them, saying: Come after me.
পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহনে মাছ ধৰাত ব্যস্ত থকাৰ সময়ত যীচুৱে তেওঁলোকক আমন্ত্ৰণ কৰি এইদৰে কৈছিল: “মোৰ পাছে পাছে আহাঁ । ”
asm_Beng
12,460
Many meeting parts are based on articles in Our Kingdom Ministry, another tool provided to equip us for our vital work. How may we benefit fully from the meetings and assemblies?
যেতিয়া আমি প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰোঁ, তেতিয়া কিয় আত্মপ্ৰত্যয়শীল হ’ব পাৰোঁ?
asm_Beng
12,461
Remember passwords
পাছৱাৰ্ডসমূহ মনত ৰাখক
asm_Beng
12,462
Here is to a new beginning.
এতিয়া ইয়াত নতুনকৈ আৰম্ভ কৰিছে।
asm_Beng
12,463
If you live in a land with a shortage of employment opportunities, you might feel pressured to grasp the best available.
( ফিলিপীয়া ১ :⁠ ৯, ১০) যিৰিমিয়াৰ সচিব বাৰূকৰ নিচিনাকৈ কোনো ভুল পদক্ষেপ নল’ব ।
asm_Beng
12,464
Pick a color from a dialog
সম্বাদৰ পৰা এটা ৰং বাচি লওক
asm_Beng
12,465
Processor Wakeups
প্ৰছেচৰৰ ৱেইকৱাপসমূহ
asm_Beng
12,466
Please install and activate NTP support in the system to enable synchronization of your local time server with internet time servers.
আপনাৰ স্থানীয় টাইম সেৱকেৰ সৈতে ইন্টাৰনেট টাইম সেৱক সুসংগত কৰতে, অনুগ্ৰহ কৰি NTP সমৰ্থন সক্ৰিয় কৰক ।
asm_Beng
12,467
KDE Accessibility Tool
KDE অভিগম্যতাৰ সৰঞ্জাম
asm_Beng
12,468
They will have to beat their swords into plowshares and their spears into pruning shears.
এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম - কটাৰী গঢ়াই লব ।
asm_Beng
12,469
You have just inserted a medium.
আপুনি এইমাত্ৰ এটা মাধ্যম সুমুৱাইছে।
asm_Beng
12,470
Ministers post.
মন্ত্ৰী পদ পালে।
asm_Beng
12,471
I attended all the Christian meetings, devoted from 30 to 40 hours per month to the field ministry, and associated with fellow Christians.
মই প্ৰায়েই এইদৰে ভাবিছিলোঁ: ‘ মই কেনেকৈ সত্যৰ পথৰ পৰা বিচলিত হৈছিলোঁ? ’
asm_Beng
12,472
Approaches used include lifestyle modifications, medications, and surgery.
সৰ্বসাধাৰণতে গ্ৰহণকৰা চিকিৎসাৰ ভিতৰত জীৱনশৈলীৰ পৰিৱৰ্তন, কাউন্সেলিঙ, আৰু ঔষধ অন্তৰ্ভুক্ত।
asm_Beng
12,473
His family includes his wife, a son and a daughter.
পৰিয়ালত একমাত্ৰ পুত্ৰ ,পত্নী আৰু তেওঁ।
asm_Beng
12,474
Transformation on unloaded image.
আন-লোডছ কৰা ছবিত ৰূপান্তৰণ ।
asm_Beng
12,475
There is nothing lacking.
একোৰে অভাৱ নাই।
asm_Beng
12,476
Davids response to the news of the death of Saul and Jonathan reveals his feelings for them and for Jehovah.
ইয়াত চৌল আৰু যোনাথনৰ মৃত্যুৰ বাতৰি পাই দায়ূদে দেখুৱা প্ৰতিক্ৰিয়া আৰু যিহোৱা ঈশ্বৰৰ প্ৰতি অনুভূতি প্ৰকাশ কৰা হৈছে ।
asm_Beng
12,477
Your heart will then move you to serve him out of gratitude for all that he has done.
বাস্তৱতে আমিও গীতমালাৰ লিখকৰ দৰে অনুভৱ কৰিব পাৰিম ।
asm_Beng
12,478
Were I inclined to tell and speak of them, he said, they have become more numerous than I can recount.
সঁচাকৈ এইটো হৈছে আধ্যাত্মিক বৰদান, যিটো যিহোৱাই তেওঁৰ সংগঠিত লোকৰ যোগেদি সম্পন্ন কৰিছে ।
asm_Beng
12,479
Error reading PTY size, using defaults: %s.
PTY ৰ মাপ পঢ়িবলৈ সমস্যা, অবিকল্পিত মান ব্যবহাৰ কৰা হ'ব: %s ।
asm_Beng
12,480
NYKS volunteers have actively participated in Swachh Bharat Mission activities across the country.
 স্বচ্চ ভাৰত অভিযান কাম-কাজত নেহৰু যুৱ কেন্দ্ৰ সংস্থানৰ স্বেচ্চাসেৱকসকলে দেশজুৰি সক্ৰিয়ভাৱে জড়িত হৈ আছে।
asm_Beng
12,481
That I have ensured.
তাক আশ্বস্ত কৰিলো।
asm_Beng
12,482
Listen to the song of...
দূৰৈৰপৰা গান এটা ৰিণি ৰিণিকৈ শুনিলোঁ …
asm_Beng
12,483
If true, the image will be scaled (retaining the aspect ratio of the image) to the panel height (if horizontal).
মান সত্য হ'লে, পেনেলৰ উচ্চতা (অনুভূমিকৰ ক্ষেত্ৰত) অনুসাৰে ছবিৰ মাত্ৰা নিৰ্ধাৰিত হ'ব (ছবিৰ এসপেক্ট অনুমাত অক্ষুণ্ণ থাকিব) ।
asm_Beng
12,484
Republican Party of India releases party poll manifesto
ভাৰতীয় ৰিপাব্লিকান দলৰ অসম শাখাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ
asm_Beng
12,485
Sometimes there should be online competition on the Constitution, there should be an essay writing competition on the constitution for the students.
কেতিয়াবা সংবিধানৰ বিষয়ে অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰি, ছাত্ৰসকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰি যাৰদ্বাৰা মানুহে সংবিধানৰ লগত একধৰণৰ সংযোগ অনুভৱ কৰিব পাৰে।
asm_Beng
12,486
It is not the familys responsibility alone.
অৱশ্যে সেয়া অকল এটা পৰিয়ালৰ দোষ নাছিল।
asm_Beng
12,487
The apostle Paul mentions another example of patience. He reminds us of faithful men and women of old.
( যাকোব ৫ :⁠ ৭) পাঁচনি পৌলে ধৈৰ্য্যৰ বিষয়ে অন্য এটা উদাহৰণ উল্লেখ কৰিছে ।
asm_Beng
12,488
Lok Sabha Elections Election Commission
লোকসভা নিৰ্বাচনলৈ সাজু নিৰ্বাচন আয়োগ
asm_Beng
12,489
Towards a Peaceful, Prosperous and Sustainable Bay of Bengal Region
এই সন্মিলনৰ সিদ্ধান্তসমূহ ভূটান চৰকাৰৰ মুখ্য পৰামৰ্শদাতাৰ সহযোগিতা আৰু সহমত দেশসমূহৰ অনাগত নিৰ্বাচিত চৰকাৰৰ দ্বাৰা অনুমোদিত কৰা হ’ব,
asm_Beng
12,490
Command to run when a keyboard is connected.
চাবিৰ ফলক সংযুক্ত কৰা হ'লে সঞ্চালনৰ উদ্দেশ্যে চিহ্নিত আদেশ ।
asm_Beng
12,491
Hows that!
সেইটো কেনেকুৱা কথা !
asm_Beng
12,492
Despite the authority he possessed, how did Jesus treat his followers?
( মাৰ্ক ১০ :⁠ ১৩ - ​ ১৬) যীচু মৰমীয়াল আৰু দয়ালু আছিল, সেয়েহে আনে তেওঁৰ ওচৰলৈ আহিবলৈ আকৰ্ষিত হৈছিল ।
asm_Beng
12,493
Click on to open the panel and select your screen.
ওপৰ-সোঁ চুকত বুটাম ক্লিক কৰক আৰু আপোনাৰ পাছৱাৰ্ড সুমুৱাওক।
asm_Beng
12,494
What happened to that one true congregation?
সেই প্ৰকৃত ধৰ্ম্মৰ কি ঘটিল?
asm_Beng
12,495
"""Best wishes to Prime Minister Narendra Modiji on his birthday,"" he tweeted."
টুইটাৰ যোগে মোডীয়ে কয়, পূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তেওঁৰ জন্মদিনত অশেষ শ্ৰদ্ধাঞ্জলি।
asm_Beng
12,496
Cabinet approves Memorandum of Understanding with Taiwan for cooperation in the field of Agriculture and Allied Sector
কৃষি আৰু কৃষিজাত খণ্ডত সহযোগিতাৰ বাবে টাইৱানৰ সৈতে বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন
asm_Beng
12,497
Success in real life
জীৱনত প্ৰকৃত সফলতাৰ বাটেৰে অগ্ৰসৰ হ’বলৈ
asm_Beng
12,498
Kejriwal asks labourers not to leave Delhi
দিল্লীৰ পৰা নাযাবলৈ প্রব্রজনকাৰী শ্রমিকসকলক কেজৰিৱালৰ আহবান
asm_Beng
12,499
But how was he killed?
কিন্ত কিদৰে দিয়া হৈছিল তেওঁলোকক ফাঁচী ?
asm_Beng