Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
17,700 | The file at %S is not readable. | %S-ত থকা ফাইলটো পঢ়াযোগ্য নহয়। | asm_Beng |
17,701 | In the terminal window, type , exactly as it appears here, and press . | টাৰ্মিনেল উইন্ডোত, ইয়াত উপস্থিত হোৱা ধৰণে টাইপ কৰক, আৰু টিপক। | asm_Beng |
17,702 | The Prime Minister said that Varanasi is emerging as a centre for medical science in the region. | প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীয়ে অঞ্চলটোৰ সম্ভাৱনাপূৰ্ণ চিকিৎসা বিজ্ঞানৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈছে। | asm_Beng |
17,703 | Access denied | অভিগমৰ অনুমতি নাই | asm_Beng |
17,704 | Show your bookmarks (%S) | আপোনাৰ পত্ৰচিহ্নসমূহ (%S) দেখুৱাওক | asm_Beng |
17,705 | True if the XRandR settings manager plugin is enabled. | true যদি xrandr পছন্দৰ পৰিচালকৰ প্লাগ-ইন সক্ৰিয় কৰা হৈছে । | asm_Beng |
17,706 | Those who respond to the good news become part of a united, worldwide brotherhood | যিসকলে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাইছে তেওঁলোকে বিশ্বব্যাপি ঐক্যতাপূৰ্ণ ভাতৃত্ব সমাজৰ সদস্য হৈ পৰিছে | asm_Beng |
17,707 | As Prime Minister, I have attended four annual ASEAN-India Summits and East Asia Summit. | প্ৰধানমন্ত্ৰী হিচাপে মই চাৰিখন বাৰ্ষিক এচিয়ান-ভাৰত সন্মিলন আৰু পূৱ-এচিয় সন্মিলনত উপস্থিত আছো। | asm_Beng |
17,708 | Backend display name | পটভূমিৰ ডিসপ্লেৰ নাম | asm_Beng |
17,709 | Ready for Every Good Work | “ সকলো সৎকৰ্ম্মত যুগুত ” হোৱা | asm_Beng |
17,710 | He was a relative of my moms second husband. | তেওঁ অৰ্থাৎ মোৰ মাৰ দ্বিতীয় স্বামী৷ | asm_Beng |
17,711 | But I have no particular views. | কিন্তু আচৰিত ভাৱে মোৰ বিশেষ খং নুঠিল। | asm_Beng |
17,712 | But entry was impossible. | কিন্তু লগ কৰাৰ সুযোগ পোৱা নাই। | asm_Beng |
17,713 | More than two crore toilets have been constructed in our villages. | আমাৰ গাওঁসমূহত ২ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণ হৈছে। | asm_Beng |
17,714 | Only Jehovahs Witnesses did not. Many similar incidents reported from lands torn apart by civil conflict show that Jehovahs Witnesses truly have love for the whole association of brothers. 1 Peter 2: 17. | সেই উদাহৰণবোৰে এইটো প্ৰকাশ কৰিছে যে কেৱল যিহোৱাৰ সাক্ষীসকলৰহে “তেওঁলোকৰ ভাতৃসমাজৰ প্ৰতি প্ৰকৃত প্ৰেম আছে । — ১ পিতৰ ২ : ১৭. | asm_Beng |
17,715 | """I thank the Hon." | “অসম চৰকাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। | asm_Beng |
17,716 | We also find refreshment in taking on the yoke of discipleship. | তদুপৰি আমি শিষ্য বনোৱা “যুৱলি ” লৈ সতেজ অনুভৱ কৰোঁ । | asm_Beng |
17,717 | _Add a Jabber/XMPP Account | এটা Jabber/XMPP একাউন্ট যোগ কৰক (_A) | asm_Beng |
17,718 | It has been a matter of concern for all of us that corruption and black money tend to be accepted as part of life. | আমি সকলোৱে দূৰ্নীতি আৰু ক’লা ধনক জীৱনৰ অংশ হিচাপে ল’ব লগা হোৱাটো গভীৰ চিন্তাৰ বিষয়। | asm_Beng |
17,719 | Row spacing | প্ৰতি শাৰী স্থান তৰ সংখ্যা | asm_Beng |
17,720 | Home > Crime > Man shoots himself after killing mother-in-law, wife | Home > শহুৰেক ঘৰতে থাকি নিজ পত্নীক হত্যা কৰিলে স্বামীয়ে | asm_Beng |
17,721 | But condescend can also carry the sense of coming down to the level of one socially lower or descending from ones rank or dignity in dealings with an inferior. | কিয়নো যিহোৱা হৈছে এজন পবিত্ৰ আৰু অহঙ্কাৰীক ঘিণাওঁতা ঈশ্বৰ । | asm_Beng |
17,722 | On the other hand, talking separately to media persons, Hrishikesh Goswami said, We are happy to see such a large crowd attending the programme and also happier to find an AASU gate welcoming all devotees. | অন্যহাতে সংবাদ মাধ্যমৰ আগত হৃষিকেশ গোস্বামীয়ে কয় যে , এই বিশাল অনুষ্ঠানত অংশগ্ৰহণ কৰি মই অত্যন্ত সুখী । | asm_Beng |
17,723 | This quality is clearly seen in the way he dealt with Israel of old. | কিন্তু তেওঁ আমাৰ সকলোৰে প্ৰতি ব্যক্তিগতভাৱেও আগ্ৰহী । | asm_Beng |
17,724 | Could not load IPv6 user interface. | IPv6 ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ ল'ড কৰিবলৈ ব্যৰ্থ। | asm_Beng |
17,725 | But there are new heavens and a new earth that we are awaiting according to his promise, and in these righteousness is to dwell. 2 Peter 3: 12, 13. | কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ - মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ. সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে । ” — ২ পিতৰ ৩ : ১২, ১৩. | asm_Beng |
17,726 | Jehovah is clearly blessing the zeal and love of the brothers in that land. In Colombia temporary special pioneers went to preach among the Wayuu Indians. | ২০০০ চনৰ মাৰ্চ মাহত, ভিজিটিং চাৰ্কিট ওভাৰচিয়াৰে দিয়া জন ভাষণত ৩২ জন লোক উপস্থিত আছিল । | asm_Beng |
17,727 | Without the Earth's atmosphere, the Earth's average temperature would be well below the freezing point of water. | পৃথিৱীৰ বায়ুমণ্ডলৰ অবিহনে, পৃথিৱী পৃষ্ঠৰ উষ্ণতা হিমাৱস্থাতকৈও তলত থাকিলহেঁতেন। | asm_Beng |
17,728 | Similarly, as Jesus said, the end of this system will come at an hour that we do not think to be it. | একেইদৰে যীচুৱেও কৈছিল যে এই ৰীতি - ব্যৱস্থাৰ অন্তও তেনেদৰে আহিব ‘ যি মুহূৰ্ত্তত আমি নাজানো । ’ | asm_Beng |
17,729 | Are you a music lover? | গুৱাহাটীঃ আপুনি বাৰু শাস্ত্ৰীয় সংগীতৰ অনুৰাগী নেকি ? | asm_Beng |
17,730 | The facts show that, overall, moral values continue to decline and the gap between rich and poor continues to widen, including in those countries where liberation theology was prominent. | ঠিক একেইদৰে ইছলাম ধৰ্ম্মাৱলীৰ দেশসমূহতো লোকসমূহে দুৰ্নীতিক বাধা দিবলৈ চেষ্টা কৰে আৰু অধিকমাত্ৰাত কোৰাণত থকা পৰামৰ্শক নিবিড়ভাৱে অনুকৰণ কৰিবলৈ উৎসাহিত কৰে । | asm_Beng |
17,731 | If we were to seek out such unclean Internet sites, we would certainly be ignoring the Bibles command to touch nothing unclean. | যদি আমি ইন্টাৰনেটত তেনে অশ্লীল চাইটবোৰ বিচাৰি চাওঁ, তেনেহ’লে আমি বাইবেলত “কোনো অশুচি বস্তু নুচুবা ” বুলি দিয়া আজ্ঞাৰ প্ৰতি অৱশ্যেই উপেক্ষা কৰিম । | asm_Beng |
17,732 | How much more so should his present - day servants show compassion to one another! Matthew 9: 13. 18: 21 - 35. How can our understanding of Jehovahs graciousness promote true worship? | এই সকলোবোৰ প্ৰকাশন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে । | asm_Beng |
17,733 | No one and nowhere. | পূৱালৈকে আৰু কোনো নাহে। | asm_Beng |
17,734 | How did Jesus deal with his spiritually weakened companions? Shortly after his resurrection, Jesus told some of his followers: Have no fear! | অতি শীঘ্ৰেই পাঁচনিবিলাকে পুনৰাই “ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ ” আৰু প্ৰচাৰ কৰিবলৈ ধৰিলে । | asm_Beng |
17,735 | Choose profiling mode | আলেখ্য অৱস্থা বাছক | asm_Beng |
17,736 | No economic policy is without political input. | ৰাজনৈতিক ভাবে কৰিব নোৱাৰে কোনো ধৰনৰ অৰ্থনৈতিক পৰিকল্পনা। | asm_Beng |
17,737 | "Indiscriminate killing of the rhinos by the poachers is not only an attack on the creature, it is an attack on the pride of the state"", he said." | চোৰাং চিকাৰীৰ দ্বাৰা নিৰ্মমভাৱে গঁড় হত্যা কেৱল প্ৰাণী বিধৰ প্ৰতি আক্ৰমণেই নহয় লগতে ই ৰাজ্যখনৰ গৌৰৱৰ প্ৰতিও এক আক্ৰমণ,’’-ৰাজ্যপালগৰাকীয়ে কয়। | asm_Beng |
17,738 | But no one says a word. | কিন্তু মুখ খুলি কোনেও একো কোৱা নাই। | asm_Beng |
17,739 | Add an account | এটা একাওন্ট যোগ কৰক | asm_Beng |
17,740 | Sadly, most people today prefer to trust their own judgment and guide their own steps. | ইয়াত যীচুৱে জীৱনক এক পথৰ সৈতে তুলনা কৰিছিল । | asm_Beng |
17,741 | Today, of course, we have the whole Bible, which contains various glorious visions that impress us with Jehovahs greatness. Ezekiel 1: 26 - 28. Daniel 7: 9, 10. Revelation, chapter 4. | কেনে উদাহৰণসমূহে দেখুৱাইছে যে যিহোৱাৰ মহিমা অগম্য? | asm_Beng |
17,742 | A governing body that relied on Gods Word and holy spirit provided spiritual guidance. Religious titles were not used because Jesus had commanded his disciples: Do not you be called Rabbi, for one is your teacher, whereas all you are brothers. | ( মথি ২৩ : ৮, ৯) এই বিষয় আৰু আন আন বিষয়বোৰতো প্ৰাচীন খ্ৰীষ্টান আৰু যিহোৱাৰ সাক্ষীসকলৰ মাজত একেই সমান্তৰালতা দেখিবলৈ পোৱা যায় । | asm_Beng |
17,743 | How does God make man go back to crushed matter ? Man is mortal, and God makes him go back to crushed matter. | গতিকে আমি ঈশ্বৰে কৰা এই প্ৰবন্ধৰ বাবে কিমান যে কৃতজ্ঞতা জ্ঞাপন কৰা উচিত! — যোহন ৩ : ১৬. ৰোমীয়া ৬ : ২৩. | asm_Beng |
17,744 | As a result, a person can be left with nothing more than the sad reality indicated by Jesus words: Of what benefit is it for a man to gain the whole world and to forfeit his soul? | যীচুক বিশ্বাসঘাটক কৰা যিহূদায়েও আনৰ ভুলবোৰ বিচাৰি ফুৰিছিল । | asm_Beng |
17,745 | Edit your accounts | আপোনাৰ একাউন্ট সম্পাদন কৰক | asm_Beng |
17,746 | Our love is shown when we exercise faith in him and imitate his life of self - sacrifice. | খ্ৰীষ্টানৰ বাবে কিয় প্ৰেম হৈছে এক অতি আৱশ্যকীয় গুণ? | asm_Beng |
17,747 | Unable to open the selected audio device for playing. In case it is a pluggable device it may be sufficient to reconnect it. If not, or if it still is not accessible, please check your audio setup, the permissions and that the device is not busy. | বজোৱাৰ উদ্দেশ্যে নিৰ্বাচিত অডিঅ' ডিভাইচটোৰ ব্যৱহাৰ অসম্ভব। অনুগ্ৰহ কৰি আপোনাৰ অডিঅ' সেটআপ, আনুসাঙ্গিক অনুমতি আৰু ডিভাইচটো ব্যস্ত নে পৰীক্ষা কৰক | asm_Beng |
17,748 | This is the case with all over the State. | সমগ্ৰ ৰাজ্যতে এই বন্ধ হৈ পৰিল সৰ্বাত্মক। | asm_Beng |
17,749 | We have given momentum to several projects including Bharatmala, Setu Bharatam and Bharat net. | আমি ভাৰতমালা, সেতু ভাৰতম আৰু ভাৰত নেটকে ধৰি কেইবাটাও প্ৰকল্প হাতত লৈছো। | asm_Beng |
17,750 | In our country democracy has come to mean just casting of votes once in five years and awarding contract to someone for five years believing that now it has become their responsibility and as if all the problems will be solved. | আমাৰ দেশত গণতন্ত্ৰৰ সৰল অৰ্থ এনেকুৱা হৈ গ’ল যে এবাৰ ভোট দি দিয়া আৰু পাঁচ বছৰৰ বাবে তেওঁলোকক ঠিকা দি দিয়া, যে এইবাৰ তোমালোকক দিলোঁ আৰু এতিয়া তোমালোকৰ দায়িত্ব হ’ল সকলো সমস্যা সমাধান কৰা আৰু পাঁচ বছৰৰ ভিতৰত যদি কিবা বাকী থাকে তেতিয়া পুনৰ বেলেগক ভোট দি বেলেগ ঠিকাদাৰ বিচাৰি ল’ম আৰু তেওঁলোকক ক’ম যে চোৱা তেওঁলোকে এইবোৰ কাম ক... | asm_Beng |
17,751 | Computer will suspend very soon because of inactivity. | কমপিউটাৰ নিষ্ক্ৰিয়তাৰ বাবে অতি সোনকালে স্থগিত হব। | asm_Beng |
17,752 | This incident has created tension in the whole area. | এই ঘটনাক সংঘটিত কৰি সমগ্ৰ ডবকাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। | asm_Beng |
17,753 | It must recall the amendment to the Citizenship Act | মনকৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ | asm_Beng |
17,754 | Then we will have lasting joy as light bearers to Jehovahs glory. [ Footnote] | ( খ) আমি কেনেকৈ ‘ পৰিক্ষাৰ কালত ’ ৰক্ষা পাব পাৰোঁ? | asm_Beng |
17,755 | The passengers included people from Assam, Manipur, Tripura, Meghalaya and Mizoram | এই যাত্ৰীসকলৰ মাজত অসম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামৰ লোক আছে। | asm_Beng |
17,756 | The great crowd of other sheep have imitated their anointed brothers. They are aware that their knowledge of Gods purposes brings great responsibility. | লাক্ষণিকভাৱে চাবলৈ গ’লে অভিষিক্ত খ্ৰীষ্টানসকলে কেতিয়া আৰু কেনেকৈ “টোপনি ” গৈছিল? | asm_Beng |
17,757 | Rebekah proved to be an outstanding wife, whom Isaac dearly loved. Genesis 24: 3, 4, 7, 14 - 21, 67. | কেতিয়া বিবাহ কৰিব তাৰ বাবে নিৰ্ণয় লোৱা | asm_Beng |
17,758 | Through this initiative, we are committed to transform India as a major player in the global value chain. | এই উদ্যোগৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মূল্য শৃঙ্খলাত এক প্রধান ভূমিকাত অৱতীর্ণ হোৱাৰ বাবে ভাৰতৰ পৰিৱৰ্তনৰ লক্ষ্যৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। | asm_Beng |
17,759 | Of the more than 15,000,000 who attended the celebration of the Lords Evening Meal in 2002, only 8,760 expressed their hope of having been chosen for this heavenly assignment. | বৰ্তমানেও ১,৪৪,০০০ জনৰ কিছুমান সদস্যই পৃথিৱীত জীয়াই আছে । | asm_Beng |
17,760 | Such trials are already underway in China and the United States. | ইতিমধ্যে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এনেধৰণৰ পৰীক্ষা চলি আছে। | asm_Beng |
17,761 | EWS does not support bulk modifications | EWS এ একাধিক পৰিবৰ্তন সমৰ্থন নকৰে | asm_Beng |
17,762 | You had never been there before. | আপুনি আগতেটো এনেকুৱা নাছিল। | asm_Beng |
17,763 | Have Answers? | উত্তৰ আছেনে? | asm_Beng |
17,764 | Advanced Settings | উন্নত বৈশিষ্ট্য | asm_Beng |
17,765 | Automatic Timezone | স্বচালিত সময়অঞ্চল | asm_Beng |
17,766 | Print Selection | বাচনি প্ৰিণ্ট | asm_Beng |
17,767 | The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has approved the cadre restructuring of the Indian Information Service (IIS) Group 'A'. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত আজি দেশৰ কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় তথ্য সেৱা (IIS)ৰ গ্ৰুপ ‘এ’ৰ কেডাৰৰ পুনঃসংৰচনাৰ বাবে যাৱতীয় অনুমোদন জনাইছে৷ এই পুনঃগাঁথনিত সন্নিৱিষ্ট হৈ থাকিব শীৰ্ষ পৰ্যায়ৰ অতিৰিক্ত দুটা পদ, উচ্চ প্ৰশাসনিক পৰ্যায়ত পাচটা পদ আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়া পৰ্যায়ত ১৯ টা পদ, এই পদসমূহ অন্যান্য পৰ... | asm_Beng |
17,768 | 16, 17. (a) What is our goal when making return visits? | এনে অৱস্থাত কি কৰিব পৰা যায়? | asm_Beng |
17,769 | The festival is celebrated on different days in various parts of the country. | সেই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাভা দিৱস। | asm_Beng |
17,770 | Some of his notable books are: | তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল : | asm_Beng |
17,771 | It shall be located initially at the Institute for Physically Handicapped, New Delhi. | প্রাৰম্ভিক অৱস্থাত নতুন দিল্লীৰ প্ৰতিবন্ধীৰ প্ৰতিষ্ঠানতে ইয়াক আৰম্ভ কৰা হ’ব। | asm_Beng |
17,772 | Are you affected by a belief, half - belief, or practice for which there appears to be no rational substance ? | এইটো বুদ্ধিমানৰ কাৰ্য্যনে? | asm_Beng |
17,773 | Rider of one of the motorcycles was grievously injured after a car rammed into the motorcycles. | দুৰ্ঘটনাতটোত এজন বাইক আৰোহী গুৰুতৰভাবে আহত হোৱাৰ বিপৰীতে বাইকৰ প্ৰচণ্ড খুণ্ডাৰ ফলত এটা মহ থিতাতে নিহত হয়। | asm_Beng |
17,774 | It is difficult to imagine life without a smartphone these days. | স্মাৰ্টফোন অবিহনে বৰ্তমান জীৱন-যাপন তেনেই কঠিন আৰু আমনিদায়ক হৈ পৰাতো নিশ্চিত। | asm_Beng |
17,775 | BJP protests attack on leader | তৰোৱাল লৈ শোভাযাত্ৰা, বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ | asm_Beng |
17,776 | The cause of the suicide is not yet known. | আশুতোষৰ আত্মহত্যাৰ কাৰণ অৱশ্যে এই পর্যন্ত জানিব পৰা হোৱা নাই। | asm_Beng |
17,777 | %s of UPS backup power remaining | অবশিষ্ট UPS বেকআপ শক্তিৰ %s | asm_Beng |
17,778 | They might read the Bible for 15 minutes or work on a personal study project. As another possibility, what about making a slight adjustment in your weekly schedule? | এইদৰে তেওঁলোকে ব্যক্তিগত বাইবেল অধ্যয়নৰ তালিকাৰ অনুসাৰে ১৫ মিনিট সময় বাইবেল পাঠ কৰাত অতিবাহিত কৰিব পাৰে । | asm_Beng |
17,779 | What Modi? | কিহৰ অভাৱ মোদী চৰকাৰৰ? | asm_Beng |
17,780 | The NRDWP was started in 2009, with a major emphasis on ensuring sustainability (source) of water availability in terms of potability, adequacy, convenience, affordability and equity. | সুবিধাজনক, সুলভ আৰু যথেষ্ট পৰিমাণে বিশুদ্ধ খোৱাপানী যোগান সুনিশ্চিত কৰিবৰ বাবে ২০০৯ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনি মুকলি কৰা হৈছিল। | asm_Beng |
17,781 | Bollywood actress Kangana Ranaut, filmmaker Karan Johar and producer Ekta Kapoor have been honoured with the Padma Shri for their contribution in the field of performing arts | বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট , ছবি নিৰ্মাতা কৰণ জোহাৰ, একতা কাপুৰূ লাভ কৰিলে পদ্মশ্ৰী সন্মান। | asm_Beng |
17,782 | Such faithful ones who die will live on in Gods perfect memory, and he will resurrect them in due time. Luke 20: 37, 38. 1 Corinthians 15: 22 - 26. | পিতৃয়ে আপোনাক প্ৰীতি কৰে সা. | asm_Beng |
17,783 | Keeping in mind the supply of new notes, in the first few days, there will be a limit of ten thousand rupees per day and twenty thousand rupees per week. | ৫. নতুন নোট উপলব্ধ কৰিবলৈ প্ৰয়োজন হোৱা সময়ৰ কথা মনত ৰাখি প্ৰথম কেইদিনমানৰ বাবে এদিনত ১০ হাজাৰ টাকা আৰু এসপ্তাহত ২০ হাজাৰ টকা উলিয়াব পৰা সুবিধা কৰা হৈছে। | asm_Beng |
17,784 | In the workplace, employee subordination is a requisite for any business or endeavor to succeed. | সেইদৰে কৰ্ম্মস্থলতো কৰ্ম্মচাৰীসকলে নিজৰ মালিকৰ অধীনত থকা উচিত, তেতিয়াহে ব্যৱসায়ত উন্নতি কৰিব পাৰিব । | asm_Beng |
17,785 | Do Not Lose Your Sense of Urgency! | [ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ] | asm_Beng |
17,786 | A number of sporting events, cultural bonanza and a fair will be held. | আৰক্ষীৰ কুজকাৱাজ, সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন আৰু বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। | asm_Beng |
17,787 | Allow multiple rows to be selected | একাধিক শাৰী নিৰ্বাচনৰ অনুমতি প্ৰদান কৰক | asm_Beng |
17,788 | Memorandum of Understanding between India and United Kingdom in the field of Public Administration and Governance Reforms | ভাৰত আৰু ব্ৰিটেইনৰ মাজত চৰকাৰী প্ৰশাসন আৰু প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰ। | asm_Beng |
17,789 | We never acknowledged the existence of so-called Arunachal Pradesh. | আমি অৰুণাচল প্ৰদেশ নামৰ তথাকথিত অস্তিত্বক কেতিয়াও স্বীকাৰ কৰা নাই। | asm_Beng |
17,790 | It is really a complex situation. | তাতে বাস্তৱৰ জটিল পৃথিৱী। | asm_Beng |
17,791 | 9, 10. (a) What aspects of Jehovahs greatness have been displayed in connection with Jesus Christ? ( b) How should Jesus resurrection affect our faith? | তদুপৰি অনুমান কৰি জানিব পৰা গৈছে যে এশ কোটিতকৈ অধিক নক্ষত্ৰ পুঞ্জ আছে আৰু ইয়াৰ তৃতীয় ভাগৰ এভাগকহে আমি খালী চকুৰে দেখিবলৈ পাওঁ । | asm_Beng |
17,792 | Dhoom machale! | ধুৰৰ চাল্লা! | asm_Beng |
17,793 | No untoward incident was reported till the time this report was written. | বাতৰি লিখা পৰলৈকে কোনো অপ্ৰীতিকৰ ঘটনা ঘটা পৰিলক্ষিত হোৱা নাই ৷ | asm_Beng |
17,794 | Update Bookmark? | পত্ৰচিহ্ন আপডেইট কৰা হব কি?bookmarks | asm_Beng |
17,795 | Awesome Bar | আকৰ্ষক বাৰ | asm_Beng |
17,796 | These changes will be lost if you close this window. | এই সংযোগক্ষেত্ৰ বন্ধ কৰিলে এই পৰিবৰ্তনসমূহ হেৰাব । | asm_Beng |
17,797 | Filename format: | নথিপত্ৰৰ নাম: | asm_Beng |
17,798 | How does Jehovah, like a loving parent, show compassion? | যিহোৱাই নিজ লোকসকলৰ ওপৰত কেৱল সমূহীয়া হিচাবে দয়া দেখুৱাই, এনে নহয় । | asm_Beng |
17,799 | Abram was old and childless. How could he be made into a great nation ? | গতিকে তেওঁৰ পৰা কেনেকৈ এক “পৰাক্ৰমী জাতি ” উৎপন্ন হ’লহেঁতেঁন? | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.