Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
19,800
You Arrange Before Me a Table
“ মোৰ সম্মুখত মেজ সজাইছা ”
asm_Beng
19,801
"Keyboard shortcut key to switch to the previous tab. Expressed as a string in the same format used for GTK+ resource files. If you set the option to the special string ""disabled"", then there will be no keyboard shortcut for this action."
"পূৰ্ববৰ্তী টেব পৰিবৰ্তন কৰিবলৈ ব্যৱহৃত কিবৰ্ড চৰ্টকাট কি। GTK+ সম্পদ নথিপত্ৰত ব্যৱহৃত বিন্যাস অনুযায়ী স্ট্ৰিংৰূপে অভিব্যক্ত হয়। আপুনি বিকল্পক বিশেষ স্ট্ৰিং ""disabled"" লে সংহতি কৰিলে এই কাৰ্য্যৰ বাবে কোনো কিবৰ্ড চৰ্টকাট নাথাকিব।"
asm_Beng
19,802
Williams). However, the word used in the original text definitely means a cubit, which was about 18 inches [45 cm] in length. How Would You Answer? What does it mean to walk with God? Why do you feel a need to walk with God? What will help you to walk with God?
যিহোৱাই আপোনাক কেনে আশীৰ্ব্বাদ দিব বিচাৰিছে আৰু আপুনি কেনে দৃঢ় নিৰ্ণয় লোৱা উচিত?
asm_Beng
19,803
Yes, your prayers can help your children to learn a vital spiritual truth: They can have a relationship with their heavenly Father. 1 Peter 5: 7.
উদাহৰণস্বৰূপে, যুৱতী স্ত্ৰীবিলাকক “সন্তান - প্ৰিয়া ” হ’বলৈ কোৱা হৈছে ।
asm_Beng
19,804
In more modern times, scientists have thought that light consists of tiny particles.
এই বৃহৎ আকাৰৰ প্ৰাণীটো পানীত ধীৰ আৰু লেহেম গতিৰে চলন - ফুৰণ কৰেনে?
asm_Beng
19,805
Not much else
তাতোকৈ বৰ বেছি একো কথা নাই
asm_Beng
19,806
He was one of the 492 baptized in Belgium during the 2001 service year. Consider, too, Alejandro.
আন এটা উদাহৰণ হৈছে এলেজান্দ্ৰ নাম এজন ডেকা ব্যক্তিৰ ।
asm_Beng
19,807
Just think!
“অলপ অলপ মনত পৰে!
asm_Beng
19,808
People have been told to stay indoors.
লোক সকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে ।
asm_Beng
19,809
But again the same thing has happened.
কিন্তু পুনৰ এনেকুৱা ভুল কৰিলে চাবা।
asm_Beng
19,810
Since it was baked without leaven, it was flat and brittle and had to be broken for distribution.
দ্ৰাক্ষাৰসৰ তাৎপৰ্য্যতা
asm_Beng
19,811
Dull sentiments
দুখী অনুভৱবোৰ
asm_Beng
19,812
Upon seeing her, Mary lauded Jehovah and revealed her love for the Word of God. She alluded to Hannahs prayer recorded in 1 Samuel chapter 2 and included thoughts from other books of the Hebrew Scriptures.
মৰিয়মে ১ চমূৱেল ২ অধ্যায়ত লিপিবদ্ধ কৰা হান্নাৰ প্ৰাৰ্থনা আৰু হিব্ৰু শাস্ত্ৰত উল্লেখ কৰা আন উক্তিবোৰকো উনুকিয়ালে ।
asm_Beng
19,813
All those who heard them may have spoken an international tongue, perhaps Greek. Being reverent men, they were likely also able to understand the Hebrew services at the temple.
নামিবিয়ালৈ অহা প্ৰথম মিছনাৰীসকলে তাৰ স্থানীয় ভাষাত অনুবাদ কৰাত সহায় কৰিবলৈ এজনো স্থানীয় সাক্ষী ভাই বা ভনীৰ সহায় নাপালে ।
asm_Beng
19,814
Could Paul be serious about such a description of contentment?
পৌলে এইদৰে নিজেই প্ৰকৃত সন্তুষ্টি লাভ কৰিব পাৰিছিলনে?
asm_Beng
19,815
I really delight in the law of God according to the man I am within, but I behold in my members another law warring against the law of my mind and leading me captive to sins law that is in my members.
যদি আমি সচাঁকৈ আমাৰ মনোভাব সলনি কৰিব বিচাৰো তেনেহ’লে নিশ্চয়ে ঈশ্বৰে আমাক সহায় কৰিব ।
asm_Beng
19,816
But there was no resolution against it.
কিন্তু তাৰ বিৰুদ্ধে কোনো প্রতিবাদ তাত নহ’ল।
asm_Beng
19,817
We need to have faith in Gods provision for multitudes to be raised to life.
( পাঁচনিৰ কৰ্ম্ম ২৪ :⁠ ১৫) হাজাৰ হাজাৰ লোকক পুনৰুত্থান কৰিবলৈ কৰা প্ৰবন্ধৰ প্ৰতি আমিও বিশ্বাস কৰা আৱশ্যক ।
asm_Beng
19,818
Sizzle in the rain
বৰদোৱাত বৰ শৰাই
asm_Beng
19,819
And they will actually sit, each one under his vine and under his fig tree, and there will be no one making them tremble. for the very mouth of Jehovah of armies has spoken it.
য’ত এইদৰে কোৱা হৈছিল যে “চিয়োন - জীয়াৰীক ” বন্দী হৈ“ বাবিললৈকে যাব লাগিব । ”
asm_Beng
19,820
On the first day, there came to be light because diffused light penetrated the cloud layers and became visible on the earth.
প্ৰথম দিনা “পোহৰ হল ”, কিয়নো প্ৰসাৰিত হোৱা সেই পোহৰ ডাৱৰৰ স্তৰক প্ৰভেদ কৰি পৃথিৱীৰ ভূমিত দৃশ্যমান হ’ল ।
asm_Beng
19,821
It is his personal matter.
হ’ব পাৰে সেয়া তেওঁৰ ব্যক্তিগত বিষয়।
asm_Beng
19,822
It was only in the fourteenth century A.D. that the Veda was written down, says P.
কিন্তু “কেৱল ১৪ শতাব্দীতহে বেদখনক লিখা হয় বুলি পি.
asm_Beng
19,823
This time a triangular contest is expected between Congress, BJP and BJD.
বৰ্তমান এই সমষ্টিটোত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
asm_Beng
19,824
Anthropologists have collected as many as 270 flood legends from nearly all tribes and nations.
বাস্তৱতে জলপ্লাৱন হৈছিলনে?
asm_Beng
19,825
What do you think that land was like? Deuteronomy 3: 25 - 27.
সেই দেশখনৰ সৌন্দৰ্য্যতাৰ বিষয়ে আপুনি কি ভাবে? ​ —⁠ দ্বিতীয় বিবৰণ ৩ :⁠ ২৫ - ২৭.
asm_Beng
19,826
Do not cough or sneeze into your bare hands or without covering your face.
হাত নুধুৱাকৈ একো নাখাব বা নাক-মুখত স্পৰ্শ নকৰিব।
asm_Beng
19,827
We wouldnt have felt bad.
অসুখ হোৱাৰ কথা আমি অনুভৱ কৰিব জনাই নাছিলোঁ।
asm_Beng
19,828
Please fill in this form to change an existing contact on a remote server
দূৰবৰ্তী চাৰ্ভাৰত উপস্থিত পৰিচয় যোগ কৰাৰ বাবে অনুগ্ৰহ কৰি এই ফৰ্মত তথ্য পূৰণ কৰক
asm_Beng
19,829
What real danger exists, and with this in view, what encouragement do we frequently read in the Bible?
গতিকে আমি সেই সকলো সতৰ্কবাণীৰ প্ৰতি ধ্যান দিয়া আৱশ্যক । ​ —⁠ ১ কৰিন্থীয়া ১০ :⁠ ১২. ১ থিচলনীকীয়া ৫ :⁠ ২, ৬.
asm_Beng
19,830
Many children have felt the excitement of winning a small bet and have been tempted to go for larger sums.
এই কথাষাৰ সৰু ল’ৰা - ছোৱালীৰ ক্ষেত্ৰতো বিশেষকৈ সঁচা প্ৰমাণিত হয় ।
asm_Beng
19,831
Only _Graphical
কেৱল গ্ৰাফীয় (_G)
asm_Beng
19,832
What are the precautions that those at risk must follow?
বিপদৰ আগজাননী পালে কি কি সতৰ্কতামূলক ব্যৱস্থা লব?
asm_Beng
19,833
%s Encrypted
%s এনক্ৰিপ্টেড
asm_Beng
19,834
Say to him, all you people, May you pardon error. and accept what is good, and we will offer in return the young bulls of our lips.
যদি আমি নিষ্কপট হৃদয়েৰে যিহোৱাক উপাসনা কৰোঁ, তেন্তে তেওঁ আমাৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব?
asm_Beng
19,835
I hope this bill is passed soon in Parliament.
আশা কৰিছোঁ-অতি শীঘ্ৰেই বিধেয়কখন সংসদত অনুমোদিত হ'ব ।
asm_Beng
19,836
Among the citys ruins are a synagogue and a temple of the Ephesian goddess Artemis. What should be done if our service activities are perfunctory?
এই চহৰখন বাণিজ্য, কৃষি, ঊণ শিল্প আৰু দলিচাৰ বাবে বিখ্যাত আছিল ।
asm_Beng
19,837
Education: Applicants should have a graduate level of degree from a recognized educational institute.
শিক্ষাগত অৰ্হতা : প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক উৰ্ত্তীৰ্ণ হ’ব লাগিব ।
asm_Beng
19,838
Recently, she confided in Magdalena, saying: I feel as if I am starting a new life.
অলপতে তাই মাগদেলীনাক অন্তৰংগতাৰে এইদৰে ক’লে: “মই ভাবোঁ যে মই এটা নতুন জীৱন আৰম্ভ কৰিছোঁ । ”
asm_Beng
19,839
Also Watch: Former CM Tarun Gogoi expresses displeasure over NRC
ভিডিঅ প্ৰতক্ষ্য কৰক:Former CM Tarun Gogoi expresses displeasure over NRC
asm_Beng
19,840
The key launches a context menu with the keyboard rather than with a right-click.
কি'য়ে ৰাইট-ক্লিকৰ পৰিৱৰ্তে কিবৰ্ডৰ সৈতে এটা পৰিপ্ৰেক্ষতিত মেনু লঞ্চ কৰে।
asm_Beng
19,841
Are You Strengthened by Gods Word? WHEN faced with challenges, how do you cope?
ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনাৰ বিশ্বাস দৃঢ় হয়নে?
asm_Beng
19,842
Her faith and courage in following divine guidance and her zeal, modesty, and generous hospitality are qualities that all Christian women do well to imitate.
আনকি অব্ৰাহামে যিধৰণৰ বোৱাৰী বিচাৰিছিল, তাইত সেই সকলোবোৰ গুণ দেখিবলৈ পোৱা গ’ল ।
asm_Beng
19,843
A file with this name already exists and you don't have permission to overwrite it.
এই নামে এটা নথিপত্ৰ আগৰ পৰাই অস্তিত্ববান আৰু ইয়াৰ উপৰত একো লিখাৰ অনুমতি আপোনাৰ নাই।
asm_Beng
19,844
View is reorderable
প্ৰদৰ্শিত দৃশ্য পুনৰায় সজোৱাৰ যোগ্য
asm_Beng
19,845
[ Picture on page 17]
[ ১১ পৃষ্ঠাৰ ছবি]
asm_Beng
19,846
In fact, according to Revelation, God holds false religion primarily responsible for the blood of all those who have been slaughtered on the earth, including Gods own worshipers. Revelation 17: 1 - 6. 18: 3, 24.
যীচুৱে তেওঁৰ শিষ্যসকলক সতৰ্ক কৰিছিল যে মিছা ধৰ্ম্মই কিছুমানৰ নৈতিকতাক অতিশয়ৰূপে বিকৃতি কৰি তুলিব ।
asm_Beng
19,847
The attempt failed.
চেষ্টাত বিফল হৈছে সি।
asm_Beng
19,848
Main Menu
প্ৰধান তালিকা
asm_Beng
19,849
Yet, they were the ones Jehovah took note of and chose to inform first about the birth of the Messiah.
এটা ফৰিঙে আনটো ফৰিঙৰ তুলনাত নিজকে মহান বুলি ভাবিব পাৰেনে?
asm_Beng
19,850
There is a story behind it.
তাৰ পিছৰ কাহিনী ধূসৰ।
asm_Beng
19,851
Load _chapter files when movie is loaded
চলচিত্ৰ ল'ড হৈ গলে পাঠ ফাইলসমূহ ল'ড কৰক (_c)
asm_Beng
19,852
And struggle.
আৰু লড়াই থাকিব ।
asm_Beng
19,853
[ Pictures on page 28]
[ ২৮ পৃষ্ঠাৰ ছবিসমূহ]
asm_Beng
19,854
Who permitted you to come here?
এই কোঠাটোলৈ আহিবলৈ আপোনালোকক কোনে অনুমতি দিলে?
asm_Beng
19,855
He never
তেখেতে কোনোদিনে কোৱা নাছিল
asm_Beng
19,856
There is so much.
আন্ধাৰ হ’ল বহুত।
asm_Beng
19,857
Highlights From Judges, 1 / 15 Highlights From Ruth, 3 / 1
অহঙ্কাৰী মনোবৃত্তি বিকশিত নকৰিবলৈ সাৱধান হওক, ১১ / ১
asm_Beng
19,858
His father's name is Md.
তেখেতৰ পিতৃৰ নাম মেহেৰুদ্দিন।
asm_Beng
19,859
Our interests in the area of security are common as neighbors.
চুবুৰীয়া দেশ হিচাপে নিৰাপত্তাৰ ক্ষেত্রত আমাৰ স্বার্থ একেধৰণৰ।
asm_Beng
19,860
When Joseph found out that his fiance was pregnant before they were united, he must have been torn between his love for Mary and his aversion to even the appearance of immorality.
এতেকে আঁহক আমি যীচুৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে বিবেচনা আৰু মনোযোগেৰে চাওঁহঁক যে তেওঁলোকৰ পৰা আমি কি শিকিব পাৰোঁ ।
asm_Beng
19,861
Hey tell you what!
“হেঃ হেঃ হেঃ মোৰ কথা কি ক’ম!
asm_Beng
19,862
President meets Award Winning School Teachers attending In-Residence Programme at Rashtrapati Bhavan
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত ‘ইন-ৰেচিডেন্স’ কাৰ্যসূচীত বঁটা বিজয়ী স্কুল শিক্ষকক সাক্ষাৎ ৰাষ্ট্ৰপতিৰ
asm_Beng
19,863
More settings
অধিক ছেটিংছ
asm_Beng
19,864
As such the principle of cleanness affects almost every aspect of life. To what extent did the Mosaic Law regulate cleanness in the Israelites life?
সন্তান প্ৰসৱে এগৰাকী তিৰোতাক কিছু সময়ৰলৈকে অশুচি কৰি ৰাখিছিল ।
asm_Beng
19,865
Enter your current password, then a new password. Enter your new password again in the field.
আপোানৰ বৰ্তমান পাছৱাৰ্ড সুমুৱাওক, তাৰ পিছত এটা নতুন পাছৱাৰ্ড সুমুৱাওক। আপোনাৰ নতুন পাছৱাৰ্ড ফিল্ডত আকৌ সুমুৱাওক।
asm_Beng
19,866
The days flew fast.
দিনবোৰ গৈ থাকিল দ্ৰুতগতিৰে।
asm_Beng
19,867
Power supply to several districts was disrupted due to damage to the electric lines.
বহু ঠাইত বিদ্যুত খুটা ভাঙি পৰাত জিলাখনৰ বহু অঞ্চলত বিদ্যুত যোগান ব্যাহত হৈ পৰে ।
asm_Beng
19,868
Everybody wanted to play cricket.
সকলোৱে একেলগে ক্রিকেট খেল চাইছিল।
asm_Beng
19,869
River of love
প্ৰেমত পৰোঁ নদীৰ।
asm_Beng
19,870
But more important, they contributed to the continuation of the royal line of David, which would lead to the Messiah. 2 Kings 11: 4 - 21.
কিন্তু মনকৰিবলগীয়া বিষয় এই যে তেওঁলোকে দায়ূদৰ ৰাজকীয় বংশক জীয়াই ৰাখিবলৈ এক উত্তম বৰঙনি আগবঢ়ালে, যাৰ দ্বাৰা মচীহ আহিবলগীয়া আছিল । ​ —⁠ ২ ৰাজাৱলি ১১ :⁠ ৪ -⁠ ২১.
asm_Beng
19,871
Pakistan's information and broadcasting minister Chaudhry Fawad Hussain.
চৰকাৰীভাৱে এই কথা ঘোষণা কৰে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী ফাওৱাদ চৌধুৰীয়ে।
asm_Beng
19,872
FDI policy on Broadcasting carriage services has also been amended.
সম্প্ৰচাৰ যোগানকাৰী সেৱাৰ ক্ষেত্ৰত এফডিআইৰ নীতিৰো সংশোধন কৰা হৈছে।
asm_Beng
19,873
A free medical camp was organised.
বিনামূলীয়া মেডিয়া অ’পিডি ক্লিনিক শিবিৰৰ আয়োজন কৰা হৈছিল ।
asm_Beng
19,874
French engineer Alexandre - Gustave Eiffel designed the tower in Paris bearing his name, using the basic principles that enable the human thighbone to support the bodys weight.
প্ৰকৃতিৰ আৰ্হিক অনুকৰণ কৰি কৃত্ৰিম বস্তু তৈয়াৰ কৰা তেৱেঁই একমাত্ৰ ব্যক্তি নাছিল ।
asm_Beng
19,875
Any type of connection
যি কোনো ধৰণৰ সংযোগ
asm_Beng
19,876
You can save settings (like the password) for a network connection so that everyone who uses the computer will be able to connect to it.
আপুনি এটা নেটৱাৰ্ক সংযোগৰ বাবে সংহতিসমূহ (যেনে পাছৱাৰ্ড) সংৰক্ষণ কৰিব পাৰিব যাতে যোনে কমপিউটাৰ ব্যৱহাৰ কৰে সিয়ে ইয়াৰ সৈতে সংযোগ কৰিব পাৰে।
asm_Beng
19,877
There is acute scarcity of drinking water in villages.
গাঁও সমূহত বিশুদ্ধ খোৱা পানীৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে ।
asm_Beng
19,878
Water is taken up through the trees roots and transported to the leaves by a sophisticated plumbing system.
ঈশ্বৰক বিশ্বাস নকৰাসকলে কিয় উত্তৰ দিবলৈ ঠাই নাপাব? ৬, ৭.
asm_Beng
19,879
Gearing up for Lok Sabha elections
লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু যোৰহাট
asm_Beng
19,880
This is the root of the filesystem
এইটো নথিপত্ৰপ্ৰণালীৰ ৰূটComment
asm_Beng
19,881
I had nothing to say.
মোৰ ওচৰত একো ক’বলৈ নাছিল।
asm_Beng
19,882
Saint-Pierre
ছেন্ট-পিয়েৰ
asm_Beng
19,883
chief ministers Media Adviser Hrishikesh Goswami, his legal Adviser Santanu Bharali, Principal Secretary Sanjay Lohiya, Additional Chief Secretary Manindar Singh and Third Secretary of Embassy of Japan to India Masatoshi Kikuchi were present during the meeting.
আজিৰ উক্ত বৈঠকত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব ভি কে পিপাৰচেনীয়া, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু বিশ্ব বেংকৰ শীৰ্ষ বিষয়া সকলে অংশ গ্ৰহণ কৰে।
asm_Beng
19,884
We are ready to engage with Pakistan in an atmosphere free from terror.
‘আমি সন্ত্ৰাসবাদ মুক্ত পৰিৱেশ সৃষ্টিৰ স্বাৰ্থত পাকিস্তানক সহযোগ কৰিবলৈ সাজু।
asm_Beng
19,885
Calculates the depreciation allowance on an asset for a specified period of time, using the Sum-of-the-Years'-Digits method. This method of depreciation accelerates the rate of depreciation, so that more depreciation expense occurs in earlier periods than in later ones. The useful life is the number of periods, typical...
এটা সম্পদৰ স্খলিত অনুমোদন Sum-of-the-Years'-Digits পদ্ধতি ব্যৱহাৰ কৰি, এটা ধাৰ্য্যত সময়ৰ বাবে গণনা কৰে। স্খলন এই পদ্ধতিয়ে স্খলনৰ হাৰ বৃদ্ধি কৰে, যাতে অধিক স্খলন ব্যয় পিছৰ সময়ৰ বাদে আগৰ সময়ত ঘটিত হয়। উপযোগী জীৱন হল ম্যাদৰ সংখ্যা, সাধাৰণত বছৰ, যত এটা সম্পদ স্খলিত হয়।
asm_Beng
19,886
And I haven't got that much to do.
আৰু তোকটো মই বহুত ডাঙৰ কিবা এটা কৰিবলৈ বুধি নিদিওঁ ।
asm_Beng
19,887
( b) We are encouraged to maintain what view of the people to whom we preach the good news?
কিন্তু সেইটোৰ বাস্তৱতে আৱশ্যক নে?
asm_Beng
19,888
What is life for?
জীৱন কিয় লাগে?
asm_Beng
19,889
Box '%s' has been deleted
বাকচ '%s' মচি পেলোৱা হৈছে
asm_Beng
19,890
For one who knows Jehovah, of course, the greatest consequence of all would be a damaged relationship with Jehovah.
সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে মোৰ ওচৰত অনন্তকাল এই পৃথিৱীত জীয়াই থকাৰ এক সুন্দৰ আশা আছে । ”
asm_Beng
19,891
List of strings containing the available palettes.
উপলব্ধ প্যালেট ধাৰণকৰ্তা পংক্তিৰ তালিকা ।
asm_Beng
19,892
Send Feedback
সহাঁৰি প্ৰেৰণ কৰক
asm_Beng
19,893
Before trusting this CA for any purpose, you should examine its certificate and its policy and procedures (if available).
কোনো কামৰ কাৰণে এই CA বিশ্বাস কৰাৰ আগতে, আপুনি তাৰ প্ৰমাণপত্ৰ আৰু নীতি আৰু পদ্ধতি পৰীক্ষা কৰিব লাগিব (যদি আছে)।
asm_Beng
19,894
When Tragedy Strikes, Questions Abound Like Ricardo, countless people throughout the world are forced to face up to the reality of suffering.
যেতিয়া কোনো বিপৰ্য্যয় আহে তেতিয়া বহুতো প্ৰশ্ন উত্থাপন হয়
asm_Beng
19,895
Social media is having a huge impact.
সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰে ল’ৰা ছোৱালীৰ মনতো প্ৰভাৱ বিস্তাৰ কৰে।
asm_Beng
19,896
The incident created a furore.
ঘটনাটো ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
asm_Beng
19,897
The objective of the MoU is to enhance cooperation between India and the US on energy security, clean energy and climate change through increased bilateral engagement and further joint initiatives for promoting sustainable growth.
এই বুজাবুজিৰ লক্ষ্য হ’ল— দ্বিপাক্ষিক সম্পৰ্ক আৰু বহনক্ষম উন্নয়নক অধিক প্ৰসাৰিত কৰিবলৈ যুটীয়া উদ্যোগৰ মাজেৰে ভাৰত আৰু আমেৰিকাৰ মাজত শক্তি সুৰক্ষা, স্বচ্ছ শক্তি আৰু বতৰ পৰিৱৰ্তনক লৈ সহযোগিতা বৃদ্ধি কৰা৷
asm_Beng
19,898
Protests against the continuous Citizenship Amendment Act in Assam is on.
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত অব্যাহত তীব্ৰ প্ৰতিবাদ।
asm_Beng
19,899
The incident took place at the Rajiv Gandhi Government College in Mandsaur.
মান্দছৌৰাত থকা ৰাজীৱ গান্ধী পি জি কলেজত সংঘটিত হ’ল এই ঘটনা।
asm_Beng