Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
20,600 | Volumes mounter | ভলিউম মাউন্ট ব্যৱস্থা | asm_Beng |
20,601 | It would also strengthen its security. | ই ইয়াৰ সুৰক্ষাকো শক্তিশালী কৰিব। | asm_Beng |
20,602 | Everyone is suffering. | কষ্ট হ’ল সকলোৰে। | asm_Beng |
20,603 | Since David had been a man of war, however, Jehovah told him: You will not build a house to my name. | ( ১ বংশাৱলি ২২ : ৬ - ১০) চলোমনে সা. | asm_Beng |
20,604 | Binding to lock the screen. | পৰ্দা লক কৰাৰ বাবে বাইন্ড কৰক । | asm_Beng |
20,605 | You will get good gains from business. | ব্যৱসায়ৰ পৰা হোৱা লাভালাভ ভাল হ'ব। | asm_Beng |
20,606 | Also Read: Governor Jagdish Mukhi attends 28th Gauhati University Convocation | অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ | asm_Beng |
20,607 | C_opy to Clipboard | ক্লিপবৰ্ডত কপি কৰক (_o) | asm_Beng |
20,608 | The family is worried. | চিন্তিত হৈ আছে পৰিয়ালৰ লোক। | asm_Beng |
20,609 | Your daughter you must not give to his son, and his daughter you must not take for your son. What was the reason for this restriction? | তেওঁ ‘ সিদ্ধ প্ৰেম ’ বুলি লিখা বাক্যশাৰীৰ অৰ্থ কি আছিল আৰু ই কেনে ধৰণৰ “ভয় ” দূৰ কৰে? | asm_Beng |
20,610 | What further question deserves our attention? The discussions above regarding God and Jesus Christ serve to illustrate ways in which we can do personal study with a view to helping those unacquainted with Bible truth to gain accurate knowledge. | ত্ৰিমূৰ্ত্তি শিক্ষাক খণ্ডন কৰিবলৈ ব্যৱহাৰ কৰা বহুতো শাস্ত্ৰীয় পদৰ কিছুমান হৈছে, মাৰ্ক ১৩ : ৩২ আৰু ১ কৰিন্থীয়া ১৫ : ২৪, ২৮ পদ । | asm_Beng |
20,611 | Why did Joseph not simply avoid her? | যোচেফৰ এই অস্বীকাৰত তাই মানসিকৰূপে আঘাত পালে আৰু পাছলৈ তাইক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ দিলে । | asm_Beng |
20,612 | Configuration Error | সংৰূপত ত্ৰুটি | asm_Beng |
20,613 | Registered office of HCL is located at Kolkata. | এইচচিএলৰ পঞ্জীয়ক কাৰ্যালয় কলকাতাত অৱস্থিত। | asm_Beng |
20,614 | We are all excited about the World Cup. | আমি বিশ্বকাপৰ সকলো পৰিস্থিতিৰ আনন্দ ল’ম। | asm_Beng |
20,615 | The name of the dictionary source used to retrieve the definitions of words. | শব্দৰ বিৱৰণ উদ্ধাৰ কৰিবলৈ ব্যৱহৃত অভিধান উৎসৰ নাম। | asm_Beng |
20,616 | "Her nickname is ""Shooter""." | "তেখেতৰ স্ত্ৰীৰ নাম ""ছাৰা""।" | asm_Beng |
20,617 | Double click time | দুবাৰ ক্লিক সময় | asm_Beng |
20,618 | Do & Not Store | নতুন তথ্য ডাউনলোড কৰক... | asm_Beng |
20,619 | View the sidebar | কাষবাৰ দৰ্শন কৰক | asm_Beng |
20,620 | Teacher-student relationship is very cordial. | শিক্ষক-ছাত্ৰৰ মাজত বন্ধুত্বসুলভ সম্পৰ্ক। | asm_Beng |
20,621 | Some even begged off when Jesus invited them to become his followers. | ( লূক ১৭ : ১৭, ১৮. যোহন ৬ : ২৬) আন কিছুমানে তেওঁৰ আমন্ত্ৰণৰ প্ৰতি অজুহাত দেখুৱালে । | asm_Beng |
20,622 | Files in the folder %B cannot be handled because you do not have permissions to see them. | পৰ্যাপ্ত অনুমতি উপস্থিত নথকাৰ বাবে আপুনি “%B” ফোল্ডাৰত উপস্থিত ফাইলসমূহত কোনো কাম কৰিব নোৱাৰিব। | asm_Beng |
20,623 | Contrast Moses with Esau, a son of the patriarch Isaac. Esau preferred instant gratification. | এচৌৱে নিজৰ ইচ্ছাক প্ৰথম স্থান দিয়াটো সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবিছিল । | asm_Beng |
20,624 | What might they do new? | এতিয়া নতুনকৈ কেনেকৈ কৰিব তেওঁলোকে? | asm_Beng |
20,625 | Don't check for running GDM | চলমান GDM প্ৰসেস পৰীক্ষা কৰা হবে না | asm_Beng |
20,626 | Like morning clouds, Israels loyal love vanished | ৰাতিপুৱাৰ মেঘৰ নিচিনা ইস্ৰায়েলসকলৰ আনুগত্য প্ৰেম নাইকিয়া হ’ল | asm_Beng |
20,627 | Close the Ekiga window | Ekiga উইন্ডো বন্ধ কৰক | asm_Beng |
20,628 | And do keep | আৰু সামৰি থোৱা | asm_Beng |
20,629 | We dont have any family of our own. | আমাৰ পৰিয়ালত পুলিচ কোনো নাই। | asm_Beng |
20,630 | All the political parties are preparing for the elections. | নিৰ্বাচনৰ পূৰ্বে দেশৰ সকলো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনী যুঁজৰ বাবে। | asm_Beng |
20,631 | How can we present ourselves approved to God? As you face changing situations in life, remember that just as Jehovah sustained, strengthened, and corrected David, He can do the same for you. | মন্দিৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে দায়ূদে কেনে ধৰণৰ প্ৰস্তুতি কৰিছিল? | asm_Beng |
20,632 | Call Forwarding | কল আগবঢ়োৱা | asm_Beng |
20,633 | Automated crash reports support | বিপৰ্যয় সংক্ৰান্ত স্বয়ংক্ৰিয় সূচনাপ্ৰদানৰ সমৰ্থন | asm_Beng |
20,634 | Every moment, every day. | প্ৰতি দিনে, প্ৰতি ক্ষণে | asm_Beng |
20,635 | Time to get excited! | চাৱনিত জী উঠা সময় ! | asm_Beng |
20,636 | Click the system menu on the right side of the top bar and press the settings button. | ওপৰ বাৰৰ সোঁ কাষত চিস্টেম মেনুত ক্লিক কৰক আৰু সংহতিসমূহ বুটাম টিপক। | asm_Beng |
20,637 | The psalmist cites the pestilence causing adversities. | ( গীতমালা ৯১ : ৩) প্ৰাচীনকালত ইস্ৰায়েলসকলে প্ৰায়ে ফান্দ পাতি পক্ষী ধৰিছিল । | asm_Beng |
20,638 | Stomach pain. | পেটৰ অসুখ হৈ থাকে । | asm_Beng |
20,639 | An overview of terms used to describe different parts of the desktop. | ডেস্কটপৰ বিভিন্ন অংশৰ বিৱৰণ দিবলৈ ব্যৱহৃত সংজ্ঞাবোৰৰ এটা অভাৰভিউ। | asm_Beng |
20,640 | Font Description | ফন্ট বিৱৰণ | asm_Beng |
20,641 | My son sacrificed his life for the country. | আমাৰ সন্তানে দেশৰ কাৰণে নিজৰ জীৱন বলিদান দিলে। | asm_Beng |
20,642 | The National Strategic Plan for TB elimination is backed by funding of over 12,000 crore rupees over the next three years to ensure every TB patient has access to quality diagnosis, treatment, and support. | যক্ষ্মা নিৰ্মূলকৰণৰ বাবে ৰাষ্ট্ৰীয় কৌশলগত পৰিকল্পনাৰ বাবে পৰৱৰ্তী তিনি বছৰত ১২,০০০তকৈও অধিক ধন ব্যয় কৰা হ’ব, যাৰ দ্বাৰা মানসম্পন্ন ঔষধ, চিকিৎসা আৰু সমৰ্থন আগবঢ়োৱা হ’ব। | asm_Beng |
20,643 | Are you sure you want to quit %1? | আপুনি নিশ্চিতৰূপে% 1 ৰ পৰা প্ৰস্থান কৰিবলৈ ইচ্ছুক? | asm_Beng |
20,644 | He is survived by a wife, two daughters and grandchildren. | পৰিয়ালত তাৰ পত্নী, দুটা ল’ৰা আৰু এজনী ছোৱালী আছে। | asm_Beng |
20,645 | This is what is called gossip. | এইখিনিক ৰহি বুলি কোৱা হয়। | asm_Beng |
20,646 | Use Current Pages | বৰ্ত্তমানৰ পৃষ্ঠাসমূহ ব্যৱহাৰ কৰক | asm_Beng |
20,647 | The selected files cannot be moved to the trash. | নিৰ্বাচিত ফাইলসমূহ আবৰ্জনাৰ বাকচত স্থানান্তৰ কৰা সম্ভৱ নহয়। | asm_Beng |
20,648 | There is lot of politics. | প্ৰৱঞ্চনাৰ ৰাজনীতি বহু হ'ল। | asm_Beng |
20,649 | Jesus foretold: Then there will be great tribulation such as has not occurred since the worlds beginning until now, no, nor will occur again. | এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “সেই কালত যেনে মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই, আৰু নহবও । ” | asm_Beng |
20,650 | But they are not at fault. | কিন্তু ভুল কৰো বুলি তেওঁলোকে নকৰে। | asm_Beng |
20,651 | To prevent data loss, wait until this has finished before removing media or disconnecting the device. | তথ্যৰ ক্ষয়ক্ষতি প্ৰতিৰোধ কৰাৰ বাবে মিডিয়া বাহিৰ কৰাৰ পূৰ্বে অথবা যন্ত্ৰৰ সৈতে সংযোগ বিচ্ছিন্ন কৰাৰ পূৰ্বে এই ক্ৰম সমাপ্ত হোৱাৰ অপেক্ষা কৰক । | asm_Beng |
20,652 | Whether the side panel at the left of editing windows should be visible. | সম্পাদন উইন্ডোৰ বাওঁ ফালে কাষৰ পেইন প্ৰদৰ্শিত হ'ব নে নহয়। | asm_Beng |
20,653 | They have no right to misuse public money as their own. | ৰাজহুৱা ধনৰ অপপ্ৰয়োগ কৰিবলৈ তেওঁলোকৰ কোনো অধিকাৰ নাই। | asm_Beng |
20,654 | Kundankulum 1 is an important addition to India's continuing efforts to scale up production of clean energy in India. | কুণ্ডাকুলাম-১ ভাৰতৰ স্বচ্চ শক্তি উৎপাদনৰ বাবে অৱধাৰিতভাৱে চলাই থকা প্ৰচেষ্টাৰ এক অন্যতম সংযোজন। | asm_Beng |
20,655 | The reason for this is two-fold. | চাগৈ দুয়োটায়ে ইয়াৰ কাৰণ। | asm_Beng |
20,656 | That was lovely. | এয়া আছিল ভালপোৱা। | asm_Beng |
20,657 | """He wants to improve ties with India." | ’ তেওঁ ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ আশাও ব্যক্ত কৰে। | asm_Beng |
20,658 | This is not an ordinary litigation. | এই প্ৰতিবাদ সাধাৰণ প্ৰতিবাদ নহয়। | asm_Beng |
20,659 | Speaking on the occasion, the Prime Minister noted that the festival of Raksha Bandhan is approaching. | এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ৰাখী বন্ধন উৎসৱ সমাগত বুলি উল্লেখ কৰে। | asm_Beng |
20,660 | We have succeeded in containing the fiscal and current account deficits, and curbing inflation. | আমি ৰাজকোষ আৰু কাৰেণ্ট একাউণ্টৰ ঘাটি নিয়ন্ত্রণ কৰিবলৈ আৰু মুদ্রাস্ফীতি হ্ৰাস কৰাত সফল হৈছো। | asm_Beng |
20,661 | Yet, the Creator of the universe encourages us to approach him freely in prayer, whenever we want or need to do so. | তেওঁ কুলপিতৃ অব্ৰাহামৰ সৈতে বন্ধুত্বৰে কথোপকথন কৰিছিল । | asm_Beng |
20,662 | """I went to the library." | ” মই বোলো “লাইব্ৰেৰীলৈ গৈছিলোঁ” | asm_Beng |
20,663 | Present and future | ভেটি আৰু ভৱিষ্যত | asm_Beng |
20,664 | The main GNOME menu | GNOME ৰ প্ৰধান মেনু | asm_Beng |
20,665 | Minister of Finance, Education and Health Himanta Biswa Sarma while speaking on the occasion said that the aim of the Asom Darshan scheme is to protect the jati, mati,bheti of the Assamese people | আনহাতে , সভাত ভাষণ দি বিত্ত মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ জাতি , মাটি আৰু ভেটি ৰক্ষাৰ্থে 'অসম দৰ্শন 'আঁচনি মুকলি কৰা হৈছে। | asm_Beng |
20,666 | 11, 12. What is Jehovahs spirit, how powerful is it, and why do we need it today? | এনে সহায় লাভ কৰি আমি আনন্দিত নহমনে? | asm_Beng |
20,667 | Erase Multiple Disks | একাধিক ডিস্ক মচি পেলাওক | asm_Beng |
20,668 | To the contrary, in all these things we are coming off completely victorious through him that loved us. | ইয়াত উল্লেখ কৰা চিন্তা উক্তিটো হৈছে “এনে এক ব্যাকুলতা যি জীৱনৰ আনন্দ কাঢ়ি নিয়ে । ” | asm_Beng |
20,669 | The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has given its approval to the Cadre review and formation of a new service in the name of ndian Enterprise Development Service (IEDS) in the Office of Development Commissioner (MSME), Ministry of Micro, Small and Medium Enterprises(MSME). | প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰালয়ৰ অধীনত উন্নয়ন আয়ুক্ত (এম এছ এম ই)ৰ কাৰ্যালয়ত ‘ভাৰতীয় ঔদ্যোগিক উন্নয়ন সেৱা’ গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। | asm_Beng |
20,670 | This solar tree occupies only 4 square feet of the space. | এই Solar Tree এ কেৱল চাৰি বৰ্গফুট ঠাইহে আগুৰি লয়। | asm_Beng |
20,671 | Not heeded at all. | গুৰুত্বসহকাৰে লোৱা নাই। | asm_Beng |
20,672 | Don't I know it? | মই তেন্তে আজিলৈ কাকোৱেই চিনি নাপালোঁ নেকি? | asm_Beng |
20,673 | Shows available Bonobo components | উপলব্ধ Bonobo বস্তু প্ৰদৰ্শন কৰা হয় | asm_Beng |
20,674 | Alliances with foreigners or nonbelievers have tragic consequences. | সত্যত নথকা লোকসকলৰ সৈতে কৰা বন্ধুত্বৰ পৰিণাম শোচনীয় হ’ব পাৰে । | asm_Beng |
20,675 | Set keyboard shortcuts | কিবৰ্ড চৰ্টকাটসমূহ সংহতি কৰক | asm_Beng |
20,676 | The psalmists next words are: Keep silent before Jehovah and wait longingly for him. | আমি এইটো লক্ষ্য কৰা নাইনে যে যিহোৱাৰ ধৈৰ্য্যশক্তি আৰু দয়া সকলোতকৈ মহান? | asm_Beng |
20,677 | Even travel was severely restricted on that day. When the Law was set aside, however, those prohibitions became obsolete. | ( ৰোমীয়া ১৪ : ৫) মোচিৰ নিয়মৰ অনুসৰি বিশ্ৰাম - দিনা সকলো ধৰণৰ কাৰ্য্যৰ পৰা বিৰত থাকিব লাগিছিল । | asm_Beng |
20,678 | They want food. | তেওঁলোকে হালোৱা খাব বিচাৰো। | asm_Beng |
20,679 | No serious injuries were reported in the incident. | অৱশ্যে ঘটনাটোত কোনো গুৰুতৰপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে। | asm_Beng |
20,680 | The investigation of the case is complete. | ‘এ পি এছ চিৰ তদন্ত সম্পূৰ্ণ হ’ল। | asm_Beng |
20,681 | With this, the number of active cases in the Northeast Indian state rose to 9 | ফলত ৰাজ্যত ক'ৱিড-১৯ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৫৩৯ জনলৈ বৃদ্ধি পাইছে। | asm_Beng |
20,682 | ( b) What will help us to examine our figurative heart? If you go to a physician for a physical checkup, he likely will examine your heart. | যদি আপুনি এজন চিকিৎসকৰ ওচৰলৈ যায়, তেনেহ’লে সৰ্ব্বপ্ৰথমে তেওঁ আপোনাৰ হৃদয় পৰীক্ষা কৰিব । | asm_Beng |
20,683 | China possesses one of the largest militaries in the world. | বিশ্বৰ বৃহৎ সামৰিক শক্তিৰ ভিতৰত চীন অন্যতম। | asm_Beng |
20,684 | Nepal bus accident | নেপালত যাত্ৰীবাহী বাছৰ ভয়ংকৰ পথ দুৰ্ঘটনা | asm_Beng |
20,685 | If you remember him in your actions, thoughts, and decisions, that future and that hope will be good. Revelation 7: 16, 17. 21: 3, 4. | যদি আপুনি নিজৰ কাৰ্য্য, বিচাৰধাৰা আৰু নিৰ্ণয়ৰ দ্বাৰা তেওঁক সোঁৱৰে তেন্তে আপোনাৰ আশা আৰু ভৱিষ্যত নিশ্চয়ে উজ্জ্বল হ’ব । — প্ৰকাশিত বাক্য ৭ : ১৬, ১৭. ২১ : ৩, ৪. | asm_Beng |
20,686 | Do you take full advantage of all the provisions made through the faithful and discreet slave class? Matthew 24: 45 - 47. | প্ৰচাৰ কাৰ্য্যত পিতৃ - মাতৃ আৰু ল’ৰা - ছোৱালীয়ে একেলগে কাৰ্য্য কৰাটো কিয় লাভজনক? | asm_Beng |
20,687 | Love for righteousness also causes individuals to mourn over their own frequent failures to do what is right. | এইদৰে তেওঁলোকে নিজৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি জাগ্ৰত হৈ থাকে । | asm_Beng |
20,688 | Besides the Gandhi family, Prime Minister Narendra Modi, former Prime Minister Manmohan Singh and former President Pranab Mukherjee were among several political leaders to pay homage to Rajiv Gandhi. | গান্ধী পৰিয়ালৰ উপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু অন্য ৰাজনৈতিক দলসমূহৰ বহু নেতাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজীৱ গান্ধীৰ সমাধিস্থলত। | asm_Beng |
20,689 | BJP'S GRAND DALIT PLAN | ডিগবৈত বিজেপিৰ বিশাল সংকল্প যাত্ৰা | asm_Beng |
20,690 | I am talking about it. | মই কথাটোহে কৈছোঁ। | asm_Beng |
20,691 | But something like this had never happened. | কিন্তু এনে প্ৰতিবাদ কেতিয়াও হোৱা নাছিল। | asm_Beng |
20,692 | The movie is already receiving a positive response from the audience. | দৰ্শকেও ইতিমধ্যে ছবিখনৰ প্ৰতি দেখুৱাইছে ইতিবাচক সঁহাৰি। | asm_Beng |
20,693 | Lok Sabha and Rajya Sabha proceedings were adjourned for the day following protests by the Opposition. | বিষয়টোক লৈ বিৰোধী দলসমূহেকৰি থকা অহৰহ বিৰোধিতাৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰবাবে স্থগিত ৰাখিবলগীয়া হয়। | asm_Beng |
20,694 | With this simple yet profound quotation from the Hebrew Scriptures, the apostle Paul reminded children of the responsibility they have toward their parents. | ( ইফিচীয়া ৫ : ১, ২) এতেকে আঁহক আমি ল’ৰা - ছোৱালী, মণ্ডলীৰ অধ্যক্ষ আৰু প্ৰত্যেকজন খ্ৰীষ্টানে কেনেকৈ বৃদ্ধ ভাই - ভনীসকলক চোৱা - চিতা কৰিব পাৰে, তাৰ সম্পৰ্কে বিবেচনা কৰোঁহঁক । | asm_Beng |
20,695 | Graph color for disk write | ডিস্ক লিখা কৰ্মেৰ ৰেখাচিত্ৰৰ ৰং | asm_Beng |
20,696 | Good morning, he said. | “শুভ ৰাত্ৰি,” খন্তেক ৰৈ সি ক’লে। | asm_Beng |
20,697 | C_lose Window | সংযোগক্ষেত্ৰ বন্ধ কৰক (_l) | asm_Beng |
20,698 | Switch User | ব্যৱহাৰকাৰী অদল বদল কৰক | asm_Beng |
20,699 | The display compensation table is invalid | প্ৰদৰ্শন ক্ষতিপূৰন টেবুল অবৈধ | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.