Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
20,800 | Its the same everywhere. | একেই পৰিৱেশ সকলোতেই। | asm_Beng |
20,801 | Marriage mates are to be respectful and loving toward each other: Let each one of you individually so love his wife as he does himself. on the other hand, the wife should have deep respect for her husband. | তেওঁলোকে এইদৰে উত্তৰ দি কৈছিল: “যিহোৱাই যি যি কৈছে, সেই সকলোকে আমি কৰিম । ” | asm_Beng |
20,802 | Malicious software can damage your computer or cause other harm. | ক্ষতিকৰ চালনাজ্ঞানৰ ফলত কম্পিউটাৰ নষ্ট হ'ব পাৰে বা অন্য কোনো সমস্যা দেখা দিব পাৰে । | asm_Beng |
20,803 | Eleven years after Asa became king, Zerah the Ethiopian led a million - man army against Judah. | যাৰ ফলস্বৰূপে যিহোৱাই তেওঁলোকক উল্লেখনীভাৱে জয়লাভ কৰাইছিল । — ২ বংশাৱলি ১৪ : ২ - ১২. | asm_Beng |
20,804 | Damages my computer and data | মোৰ কম্পিউটাৰ আৰু ডাটাক ক্ষতিগ্ৰস্ত কৰে | asm_Beng |
20,805 | We are hill people. | –“আমিতো পাহাৰীয়া লৰা । | asm_Beng |
20,806 | I commend President Xi for ably steering the BRICS Chairmanship for the year 2017, and for his warm welcome and hospitality in this beautiful city of Xiamen. | ২০১৭ চনত ব্রিক্ছৰ অধ্যক্ষ পদত যোগ্যতাসহকাৰে অলংকৃত কৰাৰ বাবে মই ৰাষ্ট্ৰপতি জি জিনপিঙক প্রশংসা কৰিছোঁ। | asm_Beng |
20,807 | Show process 'SELinux security context' column on startup | আৰম্ভণিত প্ৰক্ৰিয়া 'SELinux সুৰক্ষা পৰিপ্ৰেক্ষতিত' স্তম্ভ দেখুৱাওক | asm_Beng |
20,808 | As a nation, they had agreed to come into a covenant, an agreement, to obey Gods laws. | নিশ্চই নহ’ব । | asm_Beng |
20,809 | Neither could they escape divine judgment by going up to the heavens, that is, trying to find refuge on high mountains. | অথবা “আকাশ - মণ্ডললৈ উঠিলেও ” অৰ্থাৎ উচ্চ পৰ্ব্বতবোৰত আশ্ৰয় লৈও ৰক্ষা পাব নোৱাৰিব । | asm_Beng |
20,810 | Insufficient memory to load XBM image file | XBM প্ৰতিমুৰ্তিৰ নথিপত্ৰ তুলিব'লৈ অপৰ্য্যাপ্ত স্মৃতিশক্তি | asm_Beng |
20,811 | Why do you feel that? | অনুভৱ কেনে? | asm_Beng |
20,812 | There has been a lot of discussion in | আলোচনাটোত অনেক . | asm_Beng |
20,813 | They were horrified by what they saw. | তাত ঘটা কাণ্ডবোৰ দেখি তেওঁলোক হতভম্ব হৈ পৰিল। | asm_Beng |
20,814 | Winds have various aspects: velocity (wind speed). the density of the gas involved. energy content or wind energy. | বতাহৰ বহু কাৰক থাকে: বেগ (বতাহৰ গতি). জৰিত গেছৰ ঘনত্ব. শক্তি বা বতাহৰ শক্তি। | asm_Beng |
20,815 | We can be like Moses, of whom Paul wrote: By faith he left Egypt, but not fearing the anger of the king, for he continued steadfast as seeing the One who is invisible. Hebrews 11: 27. 7, 8. | ( গীতমালা ১৪৫ : ১৮) এই ক্ষেত্ৰত আমি মোচিৰ দৰে হ’ব পাৰোঁ, যি জনৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে. কিয়নো অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল । ” — ইব্ৰী ১১ : ২৭. | asm_Beng |
20,816 | This Act provides for the appointment of teachers with the requisite entry and academic qualifications. | আইনখনে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত অৰ্থাৎ আৱশ্যকীয় প্ৰবেশ আৰু শিক্ষাগত অৰ্হতাসম্পন্ন শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰিছে। | asm_Beng |
20,817 | 14, 15. What can contribute to the weakening of the marriage bond? | কিয় কিছুমান বিবাহৰ পতন হয় | asm_Beng |
20,818 | A large number of patients reportedly die every day without getting any medical assistance. | প্ৰতিদিনে বহু ৰোগী আহি বিনা চিকিৎসাই ঘূৰি গৈছে। | asm_Beng |
20,819 | What a contrast this is to the selfishness that prevails among many who do not know Jehovah and who do not obey the good news ! We live in a thankless world. | ( গীত ১৩৩ : ১) সেই লোকসকলৰ তুলনাত এইটো কিমান যে বিপৰীত যিসকল স্বাৰ্থপৰ লোকে ‘ ঈশ্বৰক নাজানে আৰু শুভবাৰ্ত্তা নামানে ’! | asm_Beng |
20,820 | Have I set my mind on the things of the flesh, rather than on the things of the spirit ? | মই “আত্মাৰ অনুসাৰে ” চলাৰ পৰিৱৰ্ত্তে“ মাংসৰ অনুসাৰে ” চলিছোঁনে? ’ | asm_Beng |
20,821 | Mouse is charging | মাউছ প্লাগ-ইন | asm_Beng |
20,822 | The doctor declared him dead. | অৱশ্যে, চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। | asm_Beng |
20,823 | Configuration summary: | সংৰূপ সাৰাংশ | asm_Beng |
20,824 | But when the patient was taken to Hospital, Doctor declared him dead. | কিন্তু চিকিৎসালয় পোৱাৰ পাছত চিকিৎসকে মৃত ঘোষণা কৰে কিশোৰটিক। | asm_Beng |
20,825 | Then lets see what we do after that. | তাৰ পিছত আমাৰ কি হ’ল বুজিব পাৰিলে চাগৈ। | asm_Beng |
20,826 | We are opposed to it. | ‘আমি ইয়াৰ বিৰোধিতা কৰিছো। | asm_Beng |
20,827 | Graph type: | লেখাচিত্ৰ ধৰণ: | asm_Beng |
20,828 | New Zealand bowl against Sri Lanka in World Cup | বিশ্বকাপ ক্ৰিকেটত নিউজিলেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকা… | asm_Beng |
20,829 | How could that be when those speaking were all Galileans? Acts 2: 5 - 8, 11. What message did the apostle Peter deliver to the crowd at Pentecost? | সেই উপস্থিত হোৱা লোকসকলৰ মাজত আছিল বিদেশত ডাঙৰ - দীঘল হোৱা ইহুদী ব্যক্তি আৰু “ভক্ত যিহূদীবিলাক । ” | asm_Beng |
20,830 | Why, then, should you lift yourselves up above the congregation of Jehovah? Numbers 16: 1 - 3. | তেওঁলোকে মোচিৰ অধিকাৰৰ বিৰুদ্ধে থিয় হোৱাৰ কেনে পৰিণাম হ’ব পাৰে তাক বুজি পাব লাগিছিল । | asm_Beng |
20,831 | Then a voice called to him from the thornbush. I am the God of your father, the voice declared, the God of Abraham, the God of Isaac and the God of Jacob. | এই বিষয়ে যাত্ৰাপুস্তকৰ বৃতান্তই এইদৰে কৈছে, “তেওঁ চাই দেখিলে, যে, জোপাটোত জুই জ্বলিছে, তথাপি জোপাটো পোৰা নাই । ” | asm_Beng |
20,832 | Job Location: Guwahati, Silchar, Muzaffarpur, Gandhinagar, Ranchi, Cochin/Kochi/Ernakulam, Bhopal, Nagpur, Pune, Imphal, Bhubaneshwar, Ajmer, Allahabad, New Delhi, Hyderabad, Bastar, Neemuch | নিযুক্তিৰ স্থানঃ গুৱাহাটী, শিলচৰ, মুজাফৰনগৰ, গান্ধীনগৰ, ৰাঁচী, কোচিন-কোচি-এৰ্ণাকুলাম, ভূপাল, নাগপুৰ, নতুন দিল্লী, এলাহাবাদ আদি। | asm_Beng |
20,833 | The problem is, the Secretary of the official Literary Academy said, rubbing his hands, our Department is only related to culture. | “আচলতে সমস্যাটো হৈছে” চৰকাৰী অকাডেমীৰ সচিবজনে হাত দুখন মোহাৰি মোহাৰি ক’লে, “আমাৰ বিভাগটো কেৱল সংস্কৃতিৰ সতেহে জড়িত। | asm_Beng |
20,834 | I used to cry. | কান্দিবলৈ পাহৰি গৈছিলোঁ মই। | asm_Beng |
20,835 | At a public function, Prime Minister Shri Narendra Modi will hand over the keys to mark the Grihapravesh of Prime Minister Awas Yojana- Grameen (PMAY-G) beneficiaries in Maharashtra. | এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ একাংশ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ(পিএমএজিৱাই-জি)ৰ গৃহপ্ৰৱেশ উপলক্ষে গৃহৰ চাবিও প্ৰদান কৰিব। | asm_Beng |
20,836 | Cannot find or run the base session script. Running the GNOME failsafe session instead. | মূল Xsession স্ক্ৰিপ্ট সনাক্ত অথবা সঞ্চালন কৰোঁতে ব্যৰ্থ। পৰিবৰ্তে GNOME ফেইল-সেফ অধিবেশন চালানো হবে। | asm_Beng |
20,837 | Health is good. | স্বাস্থ্য অৱশ্যে খুবেই ভাল । | asm_Beng |
20,838 | It has initiated inquest proceedings and started investigation. | আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। | asm_Beng |
20,839 | Many have done so often in response to the mild manner, deep respect, and chaste conduct of their wives. 1 Peter 3: 1, 2, 4. | জ্ঞান আৰু শান্ত মনৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক । | asm_Beng |
20,840 | Neither be called leaders, for your Leader is one, the Christ. Clearly, Jesus Christ is the Leader of true Christians. | সেই দিনা যীচুৱে মন্দিৰত একত্ৰিত হোৱা লোকসমূহ আৰু তেওঁৰ শিষ্যসকলক এক গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰিছিল । | asm_Beng |
20,841 | Did the marked print jobs print correctly? | চিহ্নিত মূদ্ৰণ কাৰ্য্যসমূহ সঠিকৰূপে সঞ্চালিত হৈছেনে ? | asm_Beng |
20,842 | The actual cause of the fire is still not known. | অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। | asm_Beng |
20,843 | However, expressions of these practices are commonplace in the entertainment and fashion world. | গতিকে প্ৰকৃত খ্ৰীষ্টানসকলে নিশ্চয়ে সেইবোৰৰ পৰা আঁতৰি থকা উচিত । | asm_Beng |
20,844 | Unmount the selected volume | নিৰ্বাচিত ভলিউম আনমাউন্ট কৰক | asm_Beng |
20,845 | What to do, how to do | কি ব্যৱস্থা কৰিব, মোক বিয়া পাতিব? | asm_Beng |
20,846 | Gray on black | ক'লাৰ ওপৰত ছাই | asm_Beng |
20,847 | If we hate what is wrong, we will not allow a desire for wrong things to grow in our hearts. | ( ইব্ৰী ৫ : ১৪) তাৰ পিছত আমি বেয়াক ঘৃণা আৰু ভালক প্ৰেম কৰিবলৈ আগ্ৰহী হ’ম । | asm_Beng |
20,848 | Please wear mask. | অনুগ্ৰহ কৰি মাস্ক পৰিধান কৰক। | asm_Beng |
20,849 | I tried calling him. | তাক মই ফোন কৰিবলৈ চেষ্টা কৰিছোঁ। | asm_Beng |
20,850 | Error opening file for reading | পঢ়িবৰ বাবে নথিপত্ৰ খোলোতে ত্ৰুটি | asm_Beng |
20,851 | _Base on: | ভিত্তি কৰি (_B): | asm_Beng |
20,852 | Searching for '%s'... | '%s' সন্ধান কৰা হৈছে... | asm_Beng |
20,853 | (Video) Man: You know, rather than drive today, I'm going to walk. | ভিডিঅ': পুৰুষঃ বুজিছা, আজি গাড়ীত যোৱাতকৈ মই খোজেৰেই যাওঁ| | asm_Beng |
20,854 | He walks away. | দূৰলৈ চালে তেওঁ। | asm_Beng |
20,855 | President of India to attend the National Technology Day Celebrations tomorrow | কাইলৈ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত উপস্থিত থাকিব ৰাষ্ট্ৰপতি | asm_Beng |
20,856 | I must admit that this sister is superior to me in being patient. | ‘ স্পষ্টৰূপে, তেওঁ মোতকৈ ভাল শিক্ষা দিব পাৰে । ’ | asm_Beng |
20,857 | Bodies of the five deceased have been sent for post mortem. | পাঁচটাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ। | asm_Beng |
20,858 | Finally the roach died. | অৱশেষত চৰাইটোৰ মৃত্যু হল। | asm_Beng |
20,859 | He said New India is marching ahead, confident of its abilities and resources. | প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নতুন ভাৰতে এই সক্ষমতা আৰু সম্পদক লৈ আগুৱাই গৈছে৷ | asm_Beng |
20,860 | NE States (Excluding Assam) | উত্তৰ-পূবৰ ৰাজ্যসমূহ (অসমক বাদ দি) | asm_Beng |
20,861 | Why is the monsoon key for Prime Minister Modi? | পদুম ফুলেৰে কিয় জোখা হ'ল প্ৰধানমন্ত্ৰী মোডীক? | asm_Beng |
20,862 | We received, not the spirit of the world, but the spirit which is from God. 1 CORINTHIANS 2: 12. | পৰিৱৰ্তনশীল জগতৰ মনোবৃত্তিক প্ৰতিৰোধ কৰা | asm_Beng |
20,863 | His future is bright. | ভৱিষ্যত তাৰ উজ্বল। | asm_Beng |
20,864 | """There is no place for racism." | ‘গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। | asm_Beng |
20,865 | Now you have to plan out as to how to make this solar tree available at every corner of the country so that people get benefited by it. | এতিয়া আপোনালোকে এইটো প্ৰচেষ্টা ল’ব লাগিব যে দেশৰ প্ৰতিটো কোণতে এই Solar Tree যাতে উপলব্ধ হয় আৰু জনসাধাৰণে ইয়াৰ লাভালাভ আদায় কৰিব পাৰে। | asm_Beng |
20,866 | In fact, we are told: [Jehovah] is giving to the tired one power. and to the one without dynamic energy he makes full might abound. | ইয়াৰ ওপৰিও, বাইবেলে তেওঁৰ বিষয়ে এইদৰে কৈছে: “[যিহোৱাই] ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে । | asm_Beng |
20,867 | Alauddin Khalji and Padmavati's husband Ratan Sen are historical figures, whereas Padmavati is a fictional character. | আলাউদ্দিন খালজি আৰু পদ্মিনীৰ পতি ৰতন সেন ঐতিহাসিক চৰিত্ৰ, আনহাতে পদ্মিনী এক কাল্পনিক চৰিত্ৰ। কাহিনীভাগ. সিংহল সাম্ৰাজ্যৰ কুঁৱৰী ৰাণী পদ্মিনী তেওঁৰ কথা কোৱা ভাটৌ হীৰামনৰ নিকট বন্ধু। | asm_Beng |
20,868 | Connected to a VPN network. | এটা VPN নেটৱাৰ্কৰ সৈতে সংযুক্ত। | asm_Beng |
20,869 | Public Key Info | ৰাজহুৱা চাবি তথ্য | asm_Beng |
20,870 | Happiness and Self - Worth Vital to happiness is a feeling of personal dignity, or self - worth. | বেছিভাগ লোকৰ এনেধৰণৰ ভাব সৰুৰে পৰাই থাকে । | asm_Beng |
20,871 | Find your desired device or media type, and then choose an application or action for that media type. See below for a description of the different types of devices and media. | আপোনাৰ পছন্দৰ ডিভাইচ অথবা মিডিয়া ধৰণ বাছক, আৰু তাৰ পিছত সেই মিডিয়া ধৰণৰ বাবে এটা এপ্লিকেচন অথবা কাৰ্য্য বাছক। বিভিন্ন ধৰণৰ ডিভাইচ আৰু মিডিয়াৰ এটা বিৱৰণৰ বাবে তলত চাওক। | asm_Beng |
20,872 | Daimary has informed the Returning Officer that he would file the nomination paper on Wednesday | দৈমাৰীয়ে ৰিটাৰ্ণিং বিষয়াক জনাইছে যে তেওঁ মনোনয়ন পত্ৰ বুধবাৰে দাখিল কৰিব । | asm_Beng |
20,873 | When children respond to training, parents experience great joy and satisfaction | যেতিয়া ল’ৰা - ছোৱালীবিলাকে পিতৃ - মাতৃয়ে দিয়া প্ৰশিক্ষণৰ অনুসাৰে জীৱন - যাপন কৰে, তেতিয়া পিতৃ - মাতৃয়ে অতি আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰে | asm_Beng |
20,874 | This is not a hoax. | “হয়ো কথাটো মিছাও নহয়। | asm_Beng |
20,875 | Directory not empty | ডিৰেক্টৰি ফাঁকা নয় | asm_Beng |
20,876 | The daughter died. | অৱশ্যে এই কন্যাৰ মৃত্যু ঘটে। | asm_Beng |
20,877 | Replace Element | % 2% 3 Unicode কোড পইন্ট:% 4 (দশমিক অনুসাৰে:% 5) | asm_Beng |
20,878 | Copy raw data to clipboard | ৰ' তথ্যক ক্লিপবৰ্ডলে কপি কৰক | asm_Beng |
20,879 | They had four sons who are Murtuza Mustafa, Qadir Mustafa, Rabbani Mustafa and Hasan Mustafa. | তেওঁলোকৰ চাৰিজন পুত্ৰ হৈছে মুৰ্তুজা মুস্তাফা, কাদিৰ মুস্তাফা, ৰবৱানী মুস্তাফা আৰু হাছান মুস্তাফা। | asm_Beng |
20,880 | A string used for identifying the print job. | উল্লিখিত সময় অবধি. | asm_Beng |
20,881 | He did not have a wife or children. | পত্নী বা পুত্ৰ-কন্যাকো তেওঁৰ লগত অনাৰ সুবিধা নাছিল। | asm_Beng |
20,882 | Youth are there. | যুৱক-যুৱতীহাল তেনেকৈয়ে আছে। | asm_Beng |
20,883 | What do we do in that case? | এনে স্থলত আমাৰ কৰণীয় কি? | asm_Beng |
20,884 | The portal, which works on the theme Self4Society, will enable IT professionals and organizations to bring together their efforts towards social causes, and service to society, on one platform. | ‘ছেলফ ফৰ ছ’চাইটী’ শীৰ্ষক বিষয়বস্তুৰে মুকলি হোৱা এই প’ৰ্টেলে তথ্য-প্ৰযুক্তি প্ৰফেছনেল আৰু প্ৰতিষ্ঠানসমূহক একেখন মঞ্চতে সংঘবদ্ধ কৰিব৷ ইয়াৰ সহায়ত প’ৰ্টেলটোৱে সমাজৰ দূৰ্বল শ্ৰেণীলৈ তথ্য-প্ৰযুক্তিৰ উপযোগিতা সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ সমাজৰ কল্যাণৰ বাবে কাম কৰিবলৈ আগ্ৰহী লোকসকলক কাম কৰাৰ বিস্তৃত সুযোগ দি... | asm_Beng |
20,885 | Lord Ganesha removes obstacles. | ভগৱান গণেশে বাধা দূৰ কৰে। | asm_Beng |
20,886 | Why not look up the reference and note how the illustration helped to make the point under discussion? | তলত কেৱল কিছুমান প্ৰভাৱকাৰী দৃষ্টান্ত দাঙি ধৰা হৈছে । | asm_Beng |
20,887 | Test DBus Applet Factory | Bonobo এপ্লেট কলঘৰ পৰীক্ষণ | asm_Beng |
20,888 | An error occurred while deleting files from the archive. | আৰ্কাইভৰ পৰা ফাইল মচাৰ সময়ত এটা ত্ৰুটি দেখা দিলে। | asm_Beng |
20,889 | After 537 B.C.E., many in the surrounding nations were astonished by the restoration of Gods servants to true worship in their homeland. | যিহেতু এই সংখ্যা ২০ গুণতকৈ অধিক বৃদ্ধি পাইছে, যাৰ অৰ্থ হৈছে প্ৰায় ৬০ লাখ জন । | asm_Beng |
20,890 | I went ahead. | আগুৱাই গ’লো। | asm_Beng |
20,891 | Show Only This Frame | কেৱল এই ফ্ৰেইম দেখুৱাওক | asm_Beng |
20,892 | Did-ye-do-it? | ” “তোকহে কৈছে৷ মোক কৈছে নেকি? | asm_Beng |
20,893 | There is no time to waste! | হেৰুৱা সময়ৰ হেঁনো কোনো নাম নাথাকে! | asm_Beng |
20,894 | His father was Manik Chandra Neog and mother Chandraprabha Neog. | তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ। | asm_Beng |
20,895 | No time for bashing. | মুৰ ঘুৰাবলৈ সময় নাই । | asm_Beng |
20,896 | Mildness is a remarkable quality that combines pleasantness with power. 2, 3. | ( হিতোপদেশ ২৫ : ১৫) মৃদুতা হৈছে এক উল্লেখনীয় গুণ যি শক্তিৰ সৈতে মিশ্ৰিত আছে । | asm_Beng |
20,897 | The State Laws | ৰাষ্ট্রৰ আইনবোৰ | asm_Beng |
20,898 | Before you begin, make sure Bluetooth is enabled on your computer. See . | আপুনি আৰম্ভ কৰাৰ আগত, সুনিশ্চিত কৰক যে ব্লুটুথ আপোনাৰ কমপিউটাৰত সামৰ্থবান আছে। চাওক। | asm_Beng |
20,899 | Why could Judah not escape woe? Unfaithful Judah could not escape the coming woe. | অবিশ্বাসী যিহূদাৰ লোকসকল কোনোপধ্যেই ধ্বংসৰ পৰা হাত সাৰিব নোৱাৰিলে । | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.