Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
22,400
The wifes legal right to free practice of religion includes her right to attend Christian meetings. In some cases, a husband has been unwilling to care for minor children at those times, so the loving mother was obliged to take them with her to the meetings.
আইন অনুসাৰে এগৰাকী পত্নীক নিজ ইচ্ছাৰে ধৰ্ম্ম পালন আৰু খ্ৰীষ্টান সভাসমূহত উপস্থিত হোৱাৰ স্বাধীনতা আছে ।
asm_Beng
22,401
They wanted to help you every time.
তেওঁলোকে প্ৰতিবাৰেই তোমাক সহায় কৰিব বিচাৰিছিল।
asm_Beng
22,402
Number of proposal accelerators to show
দেখুৱাবলে প্ৰস্তাৱ ত্বৰকসমূহৰ সংখ্যা
asm_Beng
22,403
Health Minister Himanta Biswa Sarma inaugurates 54 new Intensive Care Units in GMCH
জি এম চি এইচত নতুন ৫৪ টা আই চি ইউ আৰম্ভ কৰিলে স্বাস্থ্য মন্ত্ৰী শৰ্মাই
asm_Beng
22,404
He is weak and frail.
তেওঁ ভোকাতুৰ আৰু দুৰ্বল।
asm_Beng
22,405
Select a contact
এটা পৰিচয় বাছক
asm_Beng
22,406
Awareness rally on road safety
নগাঁৱত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা
asm_Beng
22,407
Exposure Time:
উদঙুৱাই ৰখাৰ সময়:
asm_Beng
22,408
1, 2. (a) Who in the past benefited from Jehovahs long - suffering? ( b) What does the word long - suffering mean?
“ যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ । ” ​ —⁠ যাত্ৰাপুস্তক ৩৪ :⁠ ৬.
asm_Beng
22,409
Print the current page
বৰ্তমান পৃষ্ঠা প্ৰিন্ট কৰক
asm_Beng
22,410
Indian Army Gave Fitted Reply To Pakistan.
পাক সেনাৰ গুলীবৰ্ষণৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইও।
asm_Beng
22,411
He did not overwhelm his listeners with an impressive display of knowledge.
আনকি শিশুবোৰেও তেওঁৰ আগমনত ভাল পাইছিল ।
asm_Beng
22,412
The main economy of this area is agriculture.
অঞ্চলটোৰ মূল অৰ্থনীতি কৃষিভিত্তিক।
asm_Beng
22,413
He had his schooling from Cotton Collegiate, Guwahati.
গুৱাহাটী কমাৰ্চ কলেজতেই তেওঁ স্নাতক শিক্ষা গ্ৰহণ কৰিব।
asm_Beng
22,414
It is technology which is bridging the gap between the haves and have-nots in our country.
আমাৰ দেশৰ ধনী আৰু দুখীয়া লোকসকলৰ মাজত প্ৰভেদ নাইকিয়া কৰিছে প্ৰযুক্তিয়ে৷
asm_Beng
22,415
Yes, Jehovahs mercy, long - suffering, justice, and uprightness all work together harmoniously.
জল - প্ৰলয়ৰ পূৰ্বেই যিহোৱাই প্ৰকাশ কৰা চিৰসহিষ্ণুতা
asm_Beng
22,416
The MoU intends to promote closer cooperation between India and other maritime nations comprising the South Asian seas region namely Bangladesh, Maldives, Pakistan and Sri Lanka for protection and preservation of marine environment in the region.
ইয়াৰ ফলত ভাৰত আৰু দক্ষিণ এছিয়াৰ সামুদ্রিক অঞ্চলৰ দেশসমূহ যেনে-বাংলাদেশ, মালদ্বীপ, পাকিস্তান আৰু শ্রীলঙ্কাৰ মাজত সামুদ্রিক পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাৰ ক্ষেত্র প্রস্তুত কৰা সহজ হ’ব।
asm_Beng
22,417
There are hundreds of thousands of young ones who serve Jehovah happily in the Christian congregation.
তেনেহ’লে কিয় কিছুমানে সত্যক ত্যাগ কৰে?
asm_Beng
22,418
Unidentified body found, murder suspected
মৰাণত অচিনাক্ত মৃতদেহ উদ্ধাৰ, হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ
asm_Beng
22,419
I did not try too much.
মই বহুত চেষ্টা কৰিও নোৱাৰিলো দেই।
asm_Beng
22,420
If Paul were alive on earth today, what do you think he would say to a Christian who watched immoral or violent movies or violent sports?
যিসকলে যিৰিমিয়াক যাতনা দিয়া শত্ৰুৰ দৰে আমাৰ অহিতে থিয় হয় তেওঁলোকে আচলতে যিহোৱাৰ বিৰোদ্ধে যুদ্ধ কৰে ।
asm_Beng
22,421
Make sure your calibration device is connected to your computer.
আপোনাৰ কমপিউটাৰৰ সৈতে সংযুক্ত এটা প্ৰিন্টাৰ সংস্থাপন কৰক।
asm_Beng
22,422
You have been entrusted with an important task.
আপোনালোকক এটা গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব দিয়া হৈছে।
asm_Beng
22,423
Yet, that restoration took place on a relatively small scale.
এওঁলোক হৈছে সেই জাতি যাক শুদ্ধ ভাষাৰ জ্ঞান দিয়া হৈছে ।
asm_Beng
22,424
But do the people know?
কিন্তু একাউণ্টচ্‌‍ৰ মানুহবোৰ জানো মূৰ্খ?
asm_Beng
22,425
4: 6 In what way could a repurchaser ruin his inheritance by doing the repurchasing?
৪ :⁠ ৬ ​ —⁠ মুক্ত কৰি কেনেকৈ এজন মুক্তিকৰ্ত্তাৰ নিজৰ উত্তৰাধিকাৰ “হানি ” হ’লহেঁতেন?
asm_Beng
22,426
Incremental Spellcheck
ক্ৰমবৰ্ধমান বানানপৰীক্ষণ
asm_Beng
22,427
Being baptized in the name of the Son means what? To be baptized in the name of the Son means to recognize Jesus office and authority as Gods only - begotten Son.
‘ পুত্ৰৰ নামেৰে ’ বাপ্তিষ্মা লোৱা অৰ্থ হৈছে যীচুৰ স্থান, অধিকাৰ আৰু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হিচাবে চিনি পোৱা ।
asm_Beng
22,428
Do you have it? Are you nurturing it?
আপুনি তাক বিকশিত কৰিছেনে? ( w03 12 / 15)
asm_Beng
22,429
Application needs to call libpam again
অনুপ্ৰয়োগে আকৌ libpam ক মাতিব লাগে
asm_Beng
22,430
All such helpful deeds strengthened and encouraged the imprisoned apostle so that he, in turn, could be a strengthening aid to others, including entire congregations. Romans 1: 11, 12.
সদায়ে মনত ৰাখক যে যীচুৰ আৰ্হিয়ে স্পষ্টকৈ প্ৰকাশ কৰিলে যে আনকি এজন সিদ্ধ মানুহকো কেতিয়াবা সহায় বিচৰা আৱশ্যক । ​ —⁠ ইব্ৰী ৫ :⁠ ৭.
asm_Beng
22,431
That was one of the questions that Jesus apostles put to him during the final hours he spent with them in an upper room in Jerusalem.
( যোহন ১৩ :⁠ ৩৬) সভা চলি থকাৰ সময়ত যীচুৱে তেওঁলোকক কৈছিল যে এতিয়া তেওঁ তেওঁলোকক এৰি তেওঁৰ পিতৃৰ ওচৰলৈ যাবলৈ সময় আহিল ।
asm_Beng
22,432
Require _encryption
সাঙ্কেতিক কৰাৰ প্ৰয়োজন (_e)
asm_Beng
22,433
Only grief.
কেৱল দুখ দিলো।
asm_Beng
22,434
It has never been officially released.
অৱশ্যে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে প্ৰশাসনে প্ৰকাশ কৰা নাই।
asm_Beng
22,435
Everyones cooking.
সকলোৱে খায়।
asm_Beng
22,436
Why is discipline important, and what balance do Christian parents strive to find?
প্ৰেম আৰু দৃঢ়তাৰে দিয়া অনুযোগে ল’ৰা বা ছোৱালীজনীক আনন্দ আৰু সন্তুষ্টিৰে জীৱন - যাপন কৰিবলৈ সহায় কৰে ।
asm_Beng
22,437
The same was true of the apostle Paul, who wrote: Most gladly, therefore, will I rather boast as respects my weaknesses, that the power of the Christ may like a tent remain over me....
তেওঁ এইদৰে কৈছিল: “এতেকে খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা - আনন্দেৰে মোৰ নানা দুৰ্ব্বলতাত শ্লাঘাহে কৰিম ।...
asm_Beng
22,438
But how's the experience overall?
কিন্তু গোটেই পৃথিৱীৰ অভিজ্ঞতাই কি কয়?
asm_Beng
22,439
Who of these three seems to you to have made himself neighbor to the man that fell among the robbers? Luke 10: 29 - 36.
এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহৰ কোনজন চুবুৰীয়া বুলি ভাবিছা । ” ​ —⁠ লূক ১০ :⁠ ২৯ ​ - ৩৬.
asm_Beng
22,440
The Government has taken some major decisions to ensure homes for the poor, the neo middle class and the middle class.
চৰকাৰে সেয়ে দুখীয়া, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত সকলৰ বাবে ঘৰ একোটা সুনিশ্চিত কৰিবলৈ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
asm_Beng
22,441
I salute the pilots of the IAF, Congress president Rahul Gandhi tweeted.
‘IAFৰ পাইলটসকলক চেল্যুট জনাইছোঁ’টুইটাৰত প্ৰতিক্ৰিয়া কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ|
asm_Beng
22,442
This is a complex process.
সামগ্ৰিকভাৱে ই এক জটিল প্ৰক্ৰিয়া।
asm_Beng
22,443
A brief review of three important aspects of our preaching work will no doubt help.
যিহোৱাৰ সাক্ষীসকলে ইয়াক অৱশ্যেই আনক শুনাবলগীয়া এক শুভবাৰ্ত্তা বুলি ভাবে ।
asm_Beng
22,444
NetSync request detected, synchronizing PDA
NetSync ৰ অনুৰোধ প্ৰাপ্ত হৈছে, PDA সুসঙ্গত কৰা হৈছে
asm_Beng
22,445
At the beginning of the 21st century, that question looms larger than ever.
এক বিংশ শতিকাৰ আৰম্ভণিৰে পৰা এই প্ৰশ্নটোৰ বিষয়ে লোকসকলে গভীৰভাৱে চিন্তিত হৈ পৰিছে ।
asm_Beng
22,446
Deposit of specified amount in a separate bank account to cover the construction cost of the project for timely completion of the project.
৫.প্ৰকল্পটো সময়মতে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্মাণ ব্যয় বেলেগ বেলেগ বেংকত পৃথকে জমা কৰি ৰাখিব লাগিব।
asm_Beng
22,447
The seminar is being held under the scheme of Ministry of Human Resource Development named Pandit Madan Mohan Malaviya National Mission on Teachers and Teaching...
এই প্ৰশিক্ষণ কাৰ্যসূচীটো শিক্ষক আৰু শিক্ষণ আঁচনি বিষয়ক পণ্ডিত মদন মোহন মালৱ্য নেশ্যনেল মিশ্যনৰ আঁচনিৰ অধীনত অনুষ্ঠিত হৈছে।
asm_Beng
22,448
"""It does not matter."
” নোৱাৰাৰ কথাই নাহে।
asm_Beng
22,449
They have come out of the sea of mankind alienated from God and represent the resources of the nations. They are the desirable things of all the nations.
তেওঁ এইদৰে প্ৰশ্ন কৰিছে: “মেঘৰ নিচিনাকৈ আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ নিচিনাকৈ উড়ি অহা এইবিলাক কোন? ”
asm_Beng
22,450
Several ambulances are present at the spot.
অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈছে ঘটনাস্থলীত।
asm_Beng
22,451
He was my only son.
তেওঁ মোৰ পুত্ৰ সম আছিল।
asm_Beng
22,452
Now, we are one of the fastest trademark regimes.The Insolvency and Bankruptcy Code nowgives businesses an exit window without the burden of long legal and financial battles.
আমাৰ যুৱসম্প্রদায়ৰ বাবে কর্মসংস্থানৰ সুযোগ সৃষ্টিত উৎপাদন ক্ষেত্রৰ প্রসাৰৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিছো।
asm_Beng
22,453
But that was not the case with Kohli.
কিন্তু কোহলি তাত সফল হ’ব নোৱাৰিলে।
asm_Beng
22,454
Version: %1
সংস্কৰণ:% 1
asm_Beng
22,455
John also states: Everyone who hates his brother is a manslayer, and you know that no manslayer has everlasting life remaining in him.
তদুপৰি, যোহনে এইদৰে বৰ্ণনা কৰিছিল: “যি কোনোৱে ভাইক ঘিণ কৰে, তেওঁ নৰ - বধী. আৰু কোনো নৰ - বধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা । ”
asm_Beng
22,456
No friendship or rivalry is permanent in politics.
ৰাজনীতিত বোলে নাই কোনো স্থায়ী শত্ৰু বা মিত্ৰ।
asm_Beng
22,457
Brothers and Sisters, I have already said that this year is the 150th anniversary of Shrimad Rajchandra Ji, the guru of Mahatma Gandhi.
ভাই-ভনীসকল, মই প্ৰথমেও কৈছোঁ এই বছৰ মহাত্মা গান্ধীৰ গুৰু শ্ৰী ৰাজছন্দ্ৰ জীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী।
asm_Beng
22,458
Yet another basis for this Paradise hope is something Christians around the globe are part of right now. What is that?
এই পৃথিৱীখন পৰমদেশলৈ পৰিণত হোৱাৰ প্ৰতি দৃঢ় আশা ৰাখা আন এটা কাৰণ হৈছে, বৰ্তমান বিশ্বজুৰি প্ৰকৃত খ্ৰীষ্টানসকলে বাস কৰা দেশখন ।
asm_Beng
22,459
All is good.
সকলোবোৰ বৃথা ৷
asm_Beng
22,460
He had been sick for a long time.
তেওঁ বহুদিন ধৰি বেমাৰত আক্ৰান্ত হৈ আছিল।
asm_Beng
22,461
She is a whirl of activity. All the while, says the account, the man is gazing at her in wonder. Genesis 24: 19 - 21.
যি কাৰ্য্যৰ বাবে দাসজনে কেতিয়াও অপেক্ষা কৰা নাছিল, তাই সেই কাৰ্য্যকো পূৰ্ণ কৰিছিল ।
asm_Beng
22,462
Only the people.
মাত্র মানুহৰ চিঞৰ ।
asm_Beng
22,463
When an individual becomes one of Jehovahs Witnesses, he will not practice or consent to such wrong practices, and that makes him no part of the world. Romans 12: 2. 13: 12 - 14. 1 Corinthians 6: 9 - 11. 1 John 3: 10 - 12.
( ৰোমীয়া ১৪ :⁠ ৮. গীতমালা ১১৬ :⁠ ১৫) যিহোৱাৰ লোক হোৱাৰ বাবে আমি তেওঁক অনন্য ভক্তি দিওঁ ।
asm_Beng
22,464
Create Directories
পঞ্জিকা নিৰ্মাণ কৰা হ'ব
asm_Beng
22,465
So licentious were most of its inhabitants that the expression to Corinthianize came to mean to practice immorality.
কি প্ৰকাৰে হৱাক ভুলুউৱা হ’ল?
asm_Beng
22,466
Update System
চালনাজ্ঞান উন্নয়ন কৰক
asm_Beng
22,467
The meeting took place in the BJP head office in Delhi.
দিল্লীস্থিত বিজেপিৰ কাৰ্যালয়ত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীজনক।
asm_Beng
22,468
Let us never lose sight of where we are in the stream of time or fail to incite one another to love and fine works.
যীচুৱে গেৎচিমানী বাগিছাত কিয় বেজাৰ কৰিছিল?
asm_Beng
22,469
No one has seen it.
কাৰো ফালে চোৱা নাই।
asm_Beng
22,470
They have come out of the wicked world, put off their old personality, left their former associates, and given up their worldly pursuits.
এসপ্তাহৰ ভিতৰতে ১২ জনতকৈ অধিক লোকে সভাত উপস্থিত হৈছিল ।
asm_Beng
22,471
Toolbar _button labels:
টুলবাৰতৰ বুটামৰ লেবেল: (_b)
asm_Beng
22,472
His death was mourned widely in the area.
তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
asm_Beng
22,473
An application wants access to the private key '%s', but it is locked
এটা এপ্লিকেচন, %s ব্যক্তিগত-কি ব্যৱহাৰ কৰিবলে ইচ্ছুক, কিন্তু বৰ্তমানে ই লক কৰা আছে
asm_Beng
22,474
( b) How can we imitate Jesus? Jesus gave Peter, Andrew, and other apostles the assignment to become fishers of men, not before, but after they made this astonishing catch of fish.
কিন্তু যীচুৱে তেওঁক এইদৰে কৈছিল: “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হবা । ”
asm_Beng
22,475
Upon returning home, Abigail bravely seeks to inform her husband of her gift to David.
আপুনি অবীগলৰ নিচিনা হ’ব পাৰিবনে?
asm_Beng
22,476
Release to select the next highlighted window.
পৰৱৰ্তী উজ্জ্বল উইন্ডো বাছিবলে এৰক।
asm_Beng
22,477
Christian hope is fixed on our Creator, Jehovah God, and his promise of everlasting life.
প্ৰকৃততে আমাৰ আশা নিশ্চয়ে এনে কোনো শক্তিশালী বস্তুত নিৰ্ভৰ, অৰ্থপূৰ্ণ আৰু চিৰকলীয়া হোৱা আৱশ্যক ।
asm_Beng
22,478
As we have seen in this and the preceding article, Jesus commission to make disciples is all - embracing.
আমাৰ কিছুমান ভাই - ভনীক কেনে অৱস্থালৈ অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি স্বয়ং কি কৰা আৱশ্যক?
asm_Beng
22,479
They must not presume to judge others as permanently incorrigible. Hence, their discipline should never take the form of vengeful or hostile punishment.
মাজে সময়ে প্ৰাচীনসকলে এনে বহিষ্কৃত ব্যক্তিসকলক সাক্ষাৎ কৰে যিসকলে সক্ৰিয়ভাৱে ভুলকাৰ্য্যত জড়িত হৈ থকা নাই ।
asm_Beng
22,480
Share Folder
ছেয়াৰ কৰা ফোল্ডাৰ
asm_Beng
22,481
I am not indulging in vengeance.
‘মই কাৰো প্ৰলোভনত প্ৰলোভিত নহওঁ।
asm_Beng
22,482
Last self-test failed (handling)
সৰ্বশেষ স্ব-পৰীক্ষণ ব্যৰ্থ হল (নিয়ন্ত্ৰণ)smart-self-test-result
asm_Beng
22,483
Youve read the book.
আপোনাৰ প্ৰতিখন কিতাপেই পঢ়িছোঁ।
asm_Beng
22,484
Review Questions What counsel given to Israels kings applies today to overseers, and why?
আমাৰ বাইবেলৰ পাঠ কৰা কাৰ্য্যক লাভজনক আৰু আৱশ্যকীয় কৰিবলৈ কি ব্যৱহাৰিক পৰামৰ্শবোৰ দিয়া হৈছে?
asm_Beng
22,485
It's a bad thing.
বৰ বেয়া কথা হ’ল।
asm_Beng
22,486
As the battery discharges, the power manager will figure out its discharge properties and will learn how to make better estimates of battery life. They will never be completely accurate, though.
বেটাৰিৰ শক্তি কম হওতে, শক্তি ব্যৱস্থাপকে ইয়াৰ শক্তি কম হোৱাৰ বৈশিষ্ট্যসমূহৰ অনুমান লগাব আৰু কেনেকৈ বেটাৰিৰ শক্তি সঠিক অনুমান লগাব লাগে শিকিব। সিহত কেতিয়াও সম্পূৰ্ণ সঠিক কেতিয়াও নহব।
asm_Beng
22,487
Evidently, this wealthy mans plans did not include God. nor did he give any credit to God for the lands productiveness.
সেই ব্যক্তিজনক কিয় তেনেদৰে আখ্যা দিয়া হৈছে?
asm_Beng
22,488
Glorifying God as Kingdom Preachers How does the field ministry serve as a defense against Satans attacks?
ৰাজ্য প্ৰচাৰক হিচাবে ঈশ্বৰৰ মহিমা কৰা
asm_Beng
22,489
There has been no looking back after that.
ধৰা পৰাৰ পিছত এবছৰো নাথাকিল।
asm_Beng
22,490
You can see from this declaration to the whole human family that God views a mans blood as standing for his life.
কিন্তু পিছলৈ এই সম্বন্ধে স্পষ্টকৈ প্ৰকাশ পাইছিল যে আচলতে ঈশ্বৰে মাংসৰ সৈতে তেজ নাখাবলৈ নিষেধাজ্ঞা দিছিল, কিয়নো তেজে জীৱনটো জীয়াই ৰাখে ।
asm_Beng
22,491
EXIF not supported for this file format.
এই ফাইল বিন্যাসৰ বাবে EXIF সমৰ্থিত নহয়।
asm_Beng
22,492
Create _Folder
ফোল্ডাৰ নিৰ্মাণ কৰক (_F)
asm_Beng
22,493
By faith Abel offered God a sacrifice of greater worth than Cain, through which faith he had witness borne to him that he was righteous, God bearing witness respecting his gifts, explained Paul, adding, and through it he, although he died, yet speaks.
কিছুমানে কেনেকৈ “শ্ৰেষ্ঠ পুনৰুত্থানৰ ” দ্বাৰা লাভৱান হ’ব?
asm_Beng
22,494
Moreover, regarding anyone acting with consideration toward the lowly one, the psalmist sang: Jehovah himself will sustain him upon a divan of illness. all his bed you will certainly change during his sickness.
এই সম্পৰ্কে ৰজা দায়ূদে কৈছিল: “মোৰ পিতৃ - মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব । ”
asm_Beng
22,495
Adjust color
ৰংয়েৰ মাত্ৰা নিয়ন্ত্ৰণ
asm_Beng
22,496
We do not need to use high - sounding words or phrases in order to make the truth of Gods Word more convincing to others.
লোকসকলক ঈশ্বৰৰ বাক্যৰ সত্যক বিশ্বাস কৰাবলৈ আমাক কোনো উচ্চ প্ৰকাৰৰ বাক্য বা শব্দ ব্যৱহাৰ কৰা প্ৰয়োজন নাই ।
asm_Beng
22,497
"The possible values are ""block"" to use a block cursor, ""ibeam"" to use a vertical line cursor, or ""underline"" to use an underline cursor."
"সম্ভাব্য মান হ'ল ""block"" এটা ব্ল'ক কাৰ্ছাৰ ব্যৱহাৰ কৰিবলৈ, ""ibeam"" এটা উলম্ব শাৰীৰ কাৰ্ছাৰ ব্যৱহাৰ কৰিবলৈ, বা ""underline"" এটা তলত অঁকা ৰেখাৰ ধৰণৰ কাৰ্ছাৰ ব্যৱহাৰ কৰিবলৈ।"
asm_Beng
22,498
The Prime Minister said that India, and especially the Ministry of External Affairs, has done significant humanitarian work in the last two years.
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে আৰু বিশেষকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিগত দুবছৰত কেতবোৰ গুৰুত্বপূৰ্ণ মানৱতাবাদী কাৰ্য সম্পাদন কৰিছে।
asm_Beng
22,499
Micahs words thus indicate that when Jehovah forgives, he removes our sins permanently.
( মীখা ৭ :⁠ ১৮, ১৯) কল্পনা কৰক যে বাইবেলৰ সময়ত জীয়াই থকা ব্যক্তিসকলৰ বাবে ই কেনে অৰ্থ ৰাখিছিল ।
asm_Beng