Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
22,700 | Re-apply if necessary. | প্ৰয়োজন হ’লে পুনৰ এবাৰ বিমুদ্ৰাকৰণ হ’বও পাৰে। | asm_Beng |
22,701 | We are not afraid of anything. | আমি কাৰো দমলৈ ভয় নকৰো। | asm_Beng |
22,702 | Bonobo GUI support | Bonobo GUI সমৰ্থন ব্যবস্থা | asm_Beng |
22,703 | For some years, differing views of the Mosaic Law persisted among Christians | কিছু বছৰলৈকে খ্ৰীষ্টানসকলৰ মাজত মোচিৰ নিয়মটিক লৈ বাদ - বিবাদ সৃষ্টি হৈ আছিল | asm_Beng |
22,704 | What about the threat of death from persecution? While individuals may be allowed to die, God will never allow the extermination of his people as a whole. | ( মথি ২৪ : ৪৫) তেন্তে অত্যাচাৰৰ বাবে মৃত্যুক সাৱটি লবলগীয়া হোৱাৰ বিষয়ে কি? | asm_Beng |
22,705 | Failed to modify item on a server | এটা চাৰ্ভাৰত বস্তু পৰিবৰ্তন কৰিবলে ত্ৰুটি | asm_Beng |
22,706 | Selection: Written Exam and Interview. | প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাতকাৰ। | asm_Beng |
22,707 | Unsupported hint. Skipping. | অসমৰ্থিত সহায়। বাদ দিয়া হৈছে। | asm_Beng |
22,708 | Since you have gone, | তই যোৱাৰেই পৰা, | asm_Beng |
22,709 | All the injured persons have been identified and are stated to be out of danger. | সকলো আক্ৰান্তকে চিকিৎসা বিষয়াই পৰ্য্যৱেক্ষণ কৰিছে আৰু তেওঁলোকক বিপদমুক্ত বুলি ঘোষণা কৰা হৈছে। | asm_Beng |
22,710 | Moving Ahead to Final Victory! Look! | শেষবাৰৰ বাবে বিজয়ী হ’বলৈ আগবঢ়া! | asm_Beng |
22,711 | Life is all about love. | প্রেম আছে বাবেই জীৱন। | asm_Beng |
22,712 | Coronavirus positive cases in Assam rise to 880 | অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,০২৪লৈ বৃদ্ধিঃ নতুনকৈ ৮৯জন পজিটিভ চিনাক্ত | asm_Beng |
22,713 | A: Id be a doctor. | : ডাক্তৰ হ’ম। | asm_Beng |
22,714 | ( b) What information can add significance to Samsons feat? ( c) How can knowledge and understanding of this account involving Samson help us? | সেই ঠাইডোখৰ ভূমধ্য সাগৰৰ পূব উপকূলত অৱস্থিত পেলেষ্টাইন অঞ্চলত আছিল । | asm_Beng |
22,715 | The certificate's activation time is still in the future. | প্ৰমাণপত্ৰ সক্ৰিয়কৰণ সময় এতিয়াও ভৱিষ্যতত আছে। | asm_Beng |
22,716 | of Hindu society. | হিন্দু সমাজ পাৰ্টিৰ। | asm_Beng |
22,717 | In keeping with Isaiah 60: 17, how has Jehovahs organization moved ahead? A third way in which Jehovahs organization has moved ahead has to do with organizational refinements. | যিচয়া ৬০ : ১৭ পদৰ অনুসাৰে যিহোৱাই এইদৰে প্ৰতিজ্ঞা কৰিছিল: “মই পিতলৰ সলনি সোণ, লোহৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু মই তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে, আৰু কৰগ্ৰাহীবিলাকক ধাৰ্ম্মিকতাস্বৰূপে নিযুক্ত কৰিম । ” | asm_Beng |
22,718 | These are repeatedly mentioned in the Scriptures, especially in Psalm 119, possibly composed by Judahs young Prince Hezekiah. | এই বিষয়ে বাইবেলত, বিশেষকৈ গীতমালা ১১৯ অধ্যায়টোত বহুবাৰ স্মৰণ কৰাই দিয়া হৈছে । | asm_Beng |
22,719 | Hebrew Visual | হিব্ৰু ভিজুৱেল | asm_Beng |
22,720 | Facebook, WhatsApp and Twitter are inundated with BJP posts. | ছ’চিয়েল মিডিয়াত দিয়া বিভিন্ন পোষ্ট, টুইট, হোৱাটছএপৰ বাৰ্তা বিজেপিৰ বাবে চকুৰ শূল হৈ পৰিছে। | asm_Beng |
22,721 | We belong to a middle-class family. | আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ। | asm_Beng |
22,722 | In no other country, this is done. | এই কাম আন ৰাজ্যত তেওঁলোকে কেতিয়াও কৰিব নোৱাৰে। | asm_Beng |
22,723 | 4, 5. Why do many people find it hard to put confidence in God? What hinders people from putting their confidence in God? | যদিও বাইবেলৰ পৰা দুখ - কষ্ট ভোগাৰ মূল কাৰণবোৰক শিকো তথাপিও সেইবোৰক যেন আমি পাহৰি যাওঁ সেয়ে হৈছে তাৰ প্ৰচেষ্টা । | asm_Beng |
22,724 | This Bill is against the basic principles of the historic Assam Accord. | “বিধেয়কখন অসম চুক্তিৰ মূল নীতিৰ বিৰোধী। | asm_Beng |
22,725 | 2 militants killed in Jammu and Kashmir gunfight | জম্মু-কাশ্মীৰৰ গোদাৰবলত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত ২ সন্ত্ৰাসবাদী | asm_Beng |
22,726 | Option for self-printing of CGHS cards for existing CGHS beneficiaries. | (৪) বৰ্তমানৰ চিজিএইচএছ হিতাধিকাৰীৰ বাবে নিজাকৈ চিজিএইচএছ কাৰ্ড প্ৰিণ্ট কৰাৰ ব্যৱস্থা কৰা। | asm_Beng |
22,727 | X position of window on screen according to X11 | X11 -ৰ মতে পৰ্দাত উইন্ডোৰ X অৱস্থান | asm_Beng |
22,728 | India and Kuwait signed the Double Taxation Avoidance Agreement (DTAA) signed in 2006 for the avoidance of double taxation and for the prevention of fiscal evasion with respect to taxes on income, through the Protocol. | ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেটে দ্বৈত কৰ আৰোপন পৰিহাৰ আৰু আয়কৰৰ ক্ষেত্ৰত বিত্তীয় প্ৰবঞ্চনা প্ৰতিৰোধৰ বাবে ভাৰত আৰু কুৱেইটৰ মাজৰ চুক্তিৰ নীতি সংশোধনৰ বাবে অনুমোদন কৰিছে৷ এই নীতিয়ে বেংকৰ তথ্য আৰু ঘৰুৱা কৰক বাদ দি অইন কৰ সংক্ৰান্তীয় দিশৰ উপৰি বিভিন্ন কৰ বিষয়ক ক্ষেত্ৰৰ ফলপ্ৰসূ তথ্যৰ বিন... | asm_Beng |
22,729 | Due to this, the entire area is stinking. | ইয়াৰ ফলত সমগ্ৰ অঞ্চল জুৰি পানী সৰবৰাহ স্তব্ধ হৈ পৰে। | asm_Beng |
22,730 | oil politics | খাৰুৱা তেলৰ ৰাজনীতি | asm_Beng |
22,731 | libpeas demo application | libpeas ডেমো এপ্লিকেচন | asm_Beng |
22,732 | Package collections | সৰঞ্জাম সংকলন | asm_Beng |
22,733 | If we were to ignore Gods reminders, however, we could be overcome by this worlds spirit, promoted in much of its speech, literature, entertainment, and conduct. | ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যক পালন কৰাৰ অৰ্থ হৈছে অনন্ত জীৱন লাভ কৰা! | asm_Beng |
22,734 | Suppose a Christian meets a sudden danger and cries out: Help me, Jehovah! | ধৰি লওঁক, এজন খ্ৰীষ্টানে অপ্ৰত্যাশিতভাৱে বিপদৰ সম্মুখীন হোৱাৰ বাবে এইদৰে চিঞৰি কৈছে: “যিহোৱা মোক ৰক্ষা কৰক! ” | asm_Beng |
22,735 | Remember to ask questions, finding out what your fellow students believe. | এই তৃতীয় আৰু শেষ প্ৰশ্নটোৰ উত্তৰ একেবাৰে সহজ । | asm_Beng |
22,736 | The reminder of Jehovah is trustworthy, making the inexperienced one wise. | যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা । ” | asm_Beng |
22,737 | Such a spiritual person will deem it unwise, even foolish, to forfeit the achieving of spiritual goals for the sake of material pursuits or any pleasure that sin promises to give. | ( গীতমালা ৩৬ : ৯. ৫১ : ১১) যিহোৱা ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধক শেষ কৰিবলৈ চয়তান আৰু তাৰ প্ৰতিনিধিবিলাকে প্ৰাণপণে চেষ্টা কৰি আছে । | asm_Beng |
22,738 | For killing an Egyptian whom he saw striking a Hebrew, Moses had to flee from Egypt to the land of Midian. Exodus 1: 15, 16. 2: 1 - 15. Hebrews 11: 24, 25. | তাকে শুনি ৰূৱেলে তেওঁক তেওঁলোকৰ সৈতে থাকিবলৈ আমন্ত্ৰণ কৰিলে । | asm_Beng |
22,739 | Establishment of new AIIMS involves creation of Hospital, Teaching Block for medical & nursing courses, residential complex and allied facilities/services, broadly on the pattern of AIIMS, New Delhi and other six new AIIMS taken up under Phase-I of PMSSY. | নতুন এইমছৰ সৈতে হস্পিতাল, মেডিকেল আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে শিক্ষা ব্ল’ক, আৱাসিক চৌহদ স্থাপন আৰু আনুসংগিক সা-সুবিধা উপলব্ধ কৰোৱাৰ ব্যৱস্থা জড়িত হৈ আছে৷ নতুন এইমছ স্থাপনৰ লক্ষ্য হ’ল উন্নত মানৰ স্বাস্থ্যসেৱা, চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু গৱেষণাৰ সুবিধা আগবঢ়োৱা৷ | asm_Beng |
22,740 | Open the contents of your desktop in a folder | আপোনাৰ ডেস্কটপৰ সমলসমূহ এটা ফোল্ডাৰত খোলক | asm_Beng |
22,741 | Despite bitter persecution, they experienced much joy in the harvest work as they saw congregations of Christs followers being established in one place after another. | ( মথি ২৮ : ১৯, ২০) খ্ৰীষ্টৰ অনুগামীসকলে তাড়নাৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও, ঠায়ে ঠায়ে মণ্ডলীবোৰ স্থাপিত কৰাৰ অভিজ্ঞতা লাভ কৰি শস্য চপোৱাৰ কাৰ্য্যত অতি আনন্দিত হৈছিল । | asm_Beng |
22,742 | Who will deny that badness is abundant in the world today? How do we react to injustices and acts of senseless violence? | বৰ্তমানৰ জগতখন যে দুষ্টতাৰে ভৰি পৰিছে তাক কোনে অস্বীকাৰ কৰিব পাৰে? | asm_Beng |
22,743 | System is running on battery power | ব্যৱস্থাপ্ৰণালী বেটাৰি দ্বাৰা চালিত হৈছে | asm_Beng |
22,744 | What an extensive witness to the truth is given in Galilee! Matthew 4: 18 - 25. Luke 8: 1 - 3. 9: 1 - 6. | ( যোহন ৮ : ১২ - ৫৯) যীচুৱে যিৰূচালেমৰ পৰা বাহিৰলৈ গৈ যিহূদিয়াত প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰে । | asm_Beng |
22,745 | There is none on the pitch. | ৰাষ্টাত পৰুৱা এটাও নাই। | asm_Beng |
22,746 | One of the reasons why the Law was given to Israel was to make transgressions manifest. | বিধান দিয়াৰ এটা কাৰণ হৈছিল “আজ্ঞা - লঙ্ঘনৰ অৰ্থেহে । ” | asm_Beng |
22,747 | The following software also needs to be updated | নিম্নলিখিত নথিপত্ৰ পোৱা নাযায়: | asm_Beng |
22,748 | cancelling %d | %d বাতিল কৰা হৈছে | asm_Beng |
22,749 | The actual variable cost would depend upon the actual number of families returning to India. | এই পৰিৱৰ্তনশীল ব্যয় বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা পৰিয়ালৰ প্ৰকৃত সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব। | asm_Beng |
22,750 | Why? Sheepherders may simply have been near the bottom in the Egyptian caste system. | তদুপৰি মিচৰীয়াসকলে পশুপালকবিলাকক ঘৃণা কৰিছিল । | asm_Beng |
22,751 | In conclusion, the chairman told his delighted audience: While various legal and administrative duties have been assigned to experienced overseers,... all of them serve under the spiritual direction of the Governing Body.... | সভাৰ সামৰণীত সভপতিজনে তাত উপস্থিত থকা আনন্দিত শ্ৰোতাসকলক এইদৰে কয়: “সকলোবোৰ বিধিসঙ্গত আৰু প্ৰশাসন সম্বন্ধীয় দায়িত্ব বহন কৰিবলৈ যদিও অনুভৱী প্ৰাচীনসকলক নিযুক্ত কৰা হৈছে,... | asm_Beng |
22,752 | Saying that there was urgent need to increase procurement of paddy from the state farmers to meet the 70 lakh Metric tonne of rice requirement in the state per year, Chief Minister Sarbananda Sonowal also called for increasing rice production in the state and also prepare a database of the farmers for receiving fund fr... | প্ৰতি বছৰে ৰাজ্যত প্ৰয়োজনীয় ৭০ লাখ মেট্টিক ট’ন ধান সংগ্ৰহ কৰাৰ লগতে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷লগতে কৃষকসকলক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৰা ধন প্ৰাপ্ত কৰাৰ প্ৰসংগৰ কথা উল্লেখ কৰে ৷এক সংবাদ বিজ্ঞপ্তিৰ যোগেদি সৰ্বানন্দ সোনোৱালে কয় যে খাদ্য আৰু অসামৰিক যোগান বিভাগ বা কৃষি সামগ... | asm_Beng |
22,753 | The Opposition unity already suffered a big blow as West Bengal Chief Minister Mamata Banerjee has opted out of the meeting. | কংগ্ৰেছে আহ্বান কৰা বিৰোধী দলৰ বৈঠক বয়কট কৰাৰ বিষয়ে ইতিমধ্যেই সদৰী কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। | asm_Beng |
22,754 | Page %d | পৃষ্ঠা %d | asm_Beng |
22,755 | Nagaland's Rebecca Changkija Sema conferred with 'Mahatma Gandhi National Award' | নগালেণ্ডৰ চিত্ৰ নিৰ্মাতা ৰেবেকা ছেমালৈ গান্ধী ৰাষ্ট্ৰীয় বঁটা | asm_Beng |
22,756 | Movies, TV, and videos promote this life - style. Pornography pervades the media, especially the Internet. | কিছুমান লোকে এইবোৰ পাবলৈ যিকোনো কাৰ্য্য কৰিবলৈ প্ৰস্তুত থাকে । | asm_Beng |
22,757 | The maximum allowed number of timers in this page was exceeded. | এই পৃষ্ঠাত টাইমাৰসমূহৰ সৰ্বাধিক অনুমোদিত সংখ্যা অতিক্ৰম হল। | asm_Beng |
22,758 | E_xclude files: | চিহ্নিত নথিপত্ৰ অগ্ৰাহ্য কৰা হ'ব:(_x) | asm_Beng |
22,759 | He is speaking. | তেওঁ কথাৰ কথা কলে। | asm_Beng |
22,760 | President Donald Trump along with Indian Prime Minister Narendra Modi will also attend the gathering. | হাউডী মোডী অনুষ্ঠানত একেলগে অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰ’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। | asm_Beng |
22,761 | However, wearing mask is compulsory. | তাৰোপৰি যাত্ৰীসকলৰ বাবে মাস্ক পৰিধান বাধ্যতামূলক। | asm_Beng |
22,762 | Well, Jehovah is widely slandered in this world. Those who love him thus feel impelled to tell the truth about him, setting the record straight. | তদুপৰি এনে জ্ঞানে তেওঁলোকক চিৰস্থায়ী পৰিত্ৰাণলৈ পৰিচালিত কৰিব পাৰে । — যোহন ১৭ : ৩. | asm_Beng |
22,763 | And where am I going to stay? | “আৰু মই নোহোৱাকে থাকিব পাৰিবা? | asm_Beng |
22,764 | Print the text of the definition | সংজ্ঞাৰ তথ্য প্ৰিন্ট কৰক | asm_Beng |
22,765 | Although the slave class is defined as faithful and discreet, Jesus did not say that it would be infallible. | “ধ্যান ” আৰু“ মনোযোগ ” কৰা বুলিলে আপুনি কি বুজে? | asm_Beng |
22,766 | But that was not the real reason. | কিন্তু দুৰ্ঘটনাৰ প্ৰকৃত কাৰন সেইয়া নাছিল। | asm_Beng |
22,767 | When he looked into Jehovahs Witnesses, he was impressed by their honesty and good conduct. | শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ এই বিশেষ অধিকাৰৰ প্ৰতি কেনে মনোবৃত্তি ৰখা উচিত? | asm_Beng |
22,768 | Around 4.5 lakh people in the district have been affected in this deluge | জিলাখনৰ ৪.৫৯ লাখ লোক বানৰ দ্বাৰা আক্ৰান্ত হৈছে। | asm_Beng |
22,769 | Hide a specific column | এটা নিৰ্দিষ্ট স্তম্ভ লুকুৱাওক | asm_Beng |
22,770 | Yes, the way we treat our fellow Christians has a bearing on our relationship with God and our life prospects. | প্ৰকৃততে ঈশ্বৰৰ সৈতে আমাৰ সম্বন্ধ আৰু ভৱিষ্যতৰ আশা খ্ৰীষ্টান সঙ্গীসকলৰ সৈতে আমি কৰা আচৰণৰ ওপৰত নিৰ্ভৰ কৰে । | asm_Beng |
22,771 | An MoU has been signed between Airports Authority of India and Singapore Cooperation Enterprise for Operations and Maintenance support of Ahemdabad and Jaipur Airports. | ১৮.আহমেদাবাদ আৰু জয়পুৰ বিমানবন্দৰৰ কাম-কাজ আৰু ব্যৱস্থাপনা দিশৰ উন্নয়ন তথা অন্যান্য দিশৰ সহযোগিতাৰ বাবে AAI আৰু Singapore Cooperation Enterpriseৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷ | asm_Beng |
22,772 | What is your objection to it? | তাত তোমালোকৰ আপত্তি কি? | asm_Beng |
22,773 | Although Jehovahs Witnesses no longer have the gift of tongues, they know the value of teaching in the languages of the people. 15, 16. How have missionaries and others taken up the challenge of preaching in local languages? | বৰ্তমান সময়ত প্ৰহৰীবুৰুজ আলোচনীখন কৱানিয়ামা আৰু নডঙ্গা ভাষাত ছপা কৰা হৈছে । | asm_Beng |
22,774 | Actress Shabana Azmi was rushed to MGM Hospital in Navi Mumbai after her car accident that happened on the Mumbai-Pune expressway. | দুৰ্ঘটনাৰ পাছতে আহত বৰ্ষীয়ান অভিনেত্ৰী শ্বাবনা আজমীক নবী মুম্বাইৰ এমজিএম হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। | asm_Beng |
22,775 | Launch %s | %s আৰম্ভ কৰক | asm_Beng |
22,776 | The decision will be taken thereafter. | সেই বৈঠকতে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। | asm_Beng |
22,777 | Do not skip it. | ৰং হৈ উৰিব নোখোজো. | asm_Beng |
22,778 | Yes, there was a conspiracy against Gods anointed servant Jesus in the first century. | যিয়েই নহওক, গীত দ্বিতীয় অধ্যায়টোৰ অন্য এক পূৰ্ণতা ভবিষ্যতে হ’বলগীয়া আছিল । | asm_Beng |
22,779 | Love Jehovah With Your Whole Heart | উদাহৰণ দিয়ক । | asm_Beng |
22,780 | This is a jump of the order of twenty times. | যি প্রায় পূৰ্বৰ ২০ গুণৰ সমান৷ | asm_Beng |
22,781 | The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has approved the proposal for establishment of Rashtriya Kamdhenu Aayog for Conservation protection and development of cows and their progeny. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গো-মাতা আৰু ইয়াৰ পো-পোৱালিসমূহৰ সংৰক্ষণ, নিৰাপত্তা আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷ | asm_Beng |
22,782 | His face was grim. | তেওঁৰ মুখখনযেন অলপ কৰুণ হৈ পৰিল। | asm_Beng |
22,783 | At many places, the flood water submerged the roadways. | বহু অঞ্চলত পথৰ ওপৰেৰে বাগৰিছে পানী। | asm_Beng |
22,784 | lack of appropriate policy responses to emerging situations | উদ্ভৱ হোৱা পৰিস্থিতিসমূহৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সঠিক নীতিৰ অভাৱ | asm_Beng |
22,785 | One of the most effective defenses a woman has when she is threatened with rape is to scream. | বলৎকাৰীৰ পৰা হাত হাৰিবলৈ এগৰাকী স্ত্ৰীৰ সকলোতকৈ কাৰ্য্যকাৰী অস্ত্ৰপাত হৈছে, আৰ্তনাদ বা চিৎকাৰ কৰা । | asm_Beng |
22,786 | She translates Christian publications into Punjabi! | তাই এতিয়া সংস্থাৰ আলোচনীবোৰক পঞ্জাৱী ভাষাত অনুবাদ কৰিছে! | asm_Beng |
22,787 | The incident has sparked a sensation in the area. | এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ | asm_Beng |
22,788 | The order has come in for severe criticism from opposition parties CPM and Congress, who say it reflects the feudal mentality of the government. | ৰাজ্যখনৰ বিৰোধী দল চিপিএম আৰু কংগ্ৰেছে চৰকাৰৰ এই নিৰ্দেশক তীব্র সমালোচনা কৰাৰ লগতে এই কাৰ্যই চৰকাৰখনৰ সামন্ত মনোবৃত্তিক প্ৰতিফলিত কৰা বুলি মন্তব্য কৰিছে। | asm_Beng |
22,789 | Considering That the Others Are Superior Why may we sometimes find it difficult to consider others to be superior to us? | “ প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা ” | asm_Beng |
22,790 | Text of PMs speech at flagging off ceremony of 'Run for Unity' on Rashtriya Ekta Diwas | ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজিত ‘ৰান ফৰ ইউনিটী’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ | asm_Beng |
22,791 | The confrontation with the Volturi in the clock tower at the end of the book was the first scene Meyer wrote. | কিতাপখনৰ শেষৰপিনে থকা ক্লক টাৱাৰত ভল্ট্চুৰিৰ সৈতে মুখামুখি হোৱা দৃশ্যটো মেয়াৰে প্ৰথমতে লিখিছিল। | asm_Beng |
22,792 | Not once but thrice. | এবাৰ নহয় তিনিবাৰকৈ . | asm_Beng |
22,793 | Friends, Today's event is also a joyful occasion for the team of Indian and Russian engineers, scientists and technicians. | বন্ধুসকল, আজিৰ এই অনুষ্ঠানটো ভাৰতীয় আৰু ৰাছিয়াৰ অভিযন্তা, বৈজ্ঞানিক আৰু কাৰিকৰী লোকসকলৰ বাবেও অতি আনন্দপূৰ্ণ। | asm_Beng |
22,794 | It is a good read. | তাৰ পঢ়ুৱাটো ভাল। | asm_Beng |
22,795 | If true, pressing a key jumps the scrollbar to the bottom. | মান সত্য হ'লে, কোনো চাবি টিপা হ'লে স্ক্ৰোলবাৰ তললৈ স্থানান্তৰ কৰা হয় । | asm_Beng |
22,796 | Expressing deep appreciation for the wisdom and purpose behind Jehovahs merciful long - suffering, through which he produces the total number of those called to complete spiritual Israel, Paul exclaimed: O the depth of Gods riches and wisdom and knowledge! | নোহৰ জল - প্ৰলয়ৰ পূৰ্বেই তেওঁ ধৰা ধৈৰ্য্যৰ অৰ্থ আছিল সকলোকে সতৰ্কবাণী দিয়া আৰু উদ্ধাৰৰ বাবে জাহাজ নিৰ্ম্মাণ কৰা । | asm_Beng |
22,797 | Ive not thought... | মই আৰু ভাবিব নোৱাৰিলোঁ……. | asm_Beng |
22,798 | I could not say no. | মই ফূৰ্তিতে ক’ব নোৱাৰা হৈ গ’লোঁ। | asm_Beng |
22,799 | How can it be so? | কেনেকৈ এনেদৰে কব পাৰে? | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.