Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
22,800
This is humanity.
মানৱীয়তা এইয়া।
asm_Beng
22,801
These are just a few examples of the Bibles practical suggestions that can help those who are poor to cope with their situation.
( মথি ৬ :⁠ ২২) ইয়ে এজন ব্যক্তিক সন্তুষ্টি হ’বলৈ সহায় কৰে ।
asm_Beng
22,802
If the world has technology, world has money, should India not leverage such to the world?
যদি বিশ্বৰ হাতত প্ৰযুক্তি আছে, বিশ্বৰ হাতত ধন আছে, বিশ্বক ভাৰতত কাম কৰিবলৈ আমি এক সূযোগ দিব লাগিবনে নালাগে।
asm_Beng
22,803
That's my time.
সেইটোৱে মোৰ কাল হ’ল।
asm_Beng
22,804
Missing description
সন্ধানহিন বিৱৰণ
asm_Beng
22,805
The accessible role of this object
এইটো পদাৰ্থৰ সুগম ভূমিকা
asm_Beng
22,806
There is no moral judgement here.
ইয়াত মাত মতাৰ কোনো নৈতিক অধিকাৰ নাই খানৰ।
asm_Beng
22,807
In doing so, what can we learn from the ways in which the Israelites were to express their thankfulness to Jehovah?
আমাৰ পৰিস্থিতিৰ বিষয়ে যিহোৱাই ভালদৰে জানে ।
asm_Beng
22,808
He responded to Pakistan.
পাকিস্তানে দিলে প্ৰত্যুত্তৰ।
asm_Beng
22,809
View or monitor system log files
চিস্টেম লগ ফাইল দৰ্শন কৰক বা পৰ্যবেক্ষণ কৰক
asm_Beng
22,810
No, no, no, no, no!
নাই, নাই, মাক কব নোৱাৰি কথাবোৰ!
asm_Beng
22,811
Such apathy can present a challenge to our faith and endurance. Yet, a positive attitude will help us.
এই কাৰ্য্যৰ বাবে হয়তো যথেষ্ট সময় আৰু ধৈৰ্য্যৰ আৱশ্যক হ’ব পাৰে ।
asm_Beng
22,812
Teenager killed after alleged rape
শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত যুৱকক হত্যা
asm_Beng
22,813
It causes a lot of disturbance.
ই বহুত অস্বস্তিৰ সৃষ্টি কৰে।
asm_Beng
22,814
And their spiritual paradise is growing. All who do the will of God whole - souled contribute to extending it. How?
তাত থকা ‘ প্ৰতিজনে সৎকৰ্ম্মৰ ’ দ্বাৰা সম্পূৰ্ণ হৃদয়েৰে নিজ নিজ কৰ্তব্য পালন কৰিছে ।
asm_Beng
22,815
Husband burns wife to death
পত্নীক কেৰাচিন ঢালি জীৱন্তে জ্বলাই হত্যা পাষণ্ড স্বামীৰ…
asm_Beng
22,816
Laptop lid close action when on AC
AC সহযোগে চলাকালীন লেপটপৰ ঢাকনা বন্ধ অৱস্থাত সম্বন্ধীয় কৰ্ম
asm_Beng
22,817
Because the existing authorities stand placed in their relative positions by God. Therefore he who opposes the authority has taken a stand against the arrangement of God.
গোটেই বিশ্বত আজি লাখ লাখ লোকে এই সত্যতাৰ ওপৰত বিবেচনা কৰি, স্বীকাৰ কৰিছে যে কেৱল যিহোৱাৰ সাক্ষীসকলৰহে ধৰ্ম্ম সত্য ।
asm_Beng
22,818
Dont mind.
ভাবিয়ে পাৰ নোপোৱা।
asm_Beng
22,819
The environment is degrading.
ঘৰখনৰ পৰিবেশ অশান্ত হৈ পৰে৷
asm_Beng
22,820
MUMBAI: India cricket team captain Virat Kohli and his actress wife Anushka Sharma have pledged to help people hit by the devastating floods in Assam and Bihar
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলী আৰু তেওঁৰ অভিনেত্ৰী পত্নী অনুষ্কাই অসম আৰু বিহাৰৰ বানাক্ৰান্ত জনতালৈ সাহায্য আগবঢ়াইছে।
asm_Beng
22,821
Why is alcohol abuse incompatible with the directive stated at 2 Corinthians 7: 1? Immoderate use of alcohol exposes one to many dangers both physical and spiritual.
কোনোবাই অপৰিমতৰূপে সুৰাপান কৰি ঈশ্বৰৰ পৰা উপহাৰস্বৰূপে পোৱা জীৱনটোৰ প্ৰতি সন্মান দেখুৱাইছে বুলি ক’ব পাৰেনে?
asm_Beng
22,822
Often, fear and uncertainty brought on by war arouse strong sentiments of nationalism. This may make it difficult for some to understand why anyone would be reluctant to support popular national movements.
সৰহভাগ লোকে হয়তো শান্তিৰ সময়ত নিৰপেক্ষতাৰ বিষয়টোক সমৰ্থন কৰিব পাৰে কিন্তু এক গম্ভীৰ পৰিস্থিতিৰ সম্মুখীন হোৱাত তেওঁলোকৰ বাবে এই বিষয়টোৱে কোনো অৰ্থ নাৰাখে ।
asm_Beng
22,823
But often always I got to see it.
কিন্তু সদায় চাবলৈ মোৰো নিজৰে অৱস্থা কাহিল।
asm_Beng
22,824
The Bible narratives that we have considered also show that loving - kindness is extended freely and willingly, not under compulsion.
বথুৱেলে স্বইচ্ছাৰে অব্ৰাহামৰ দাসৰ সৈতে সহযোগ আৰু একেইদৰে ৰিবেকাও কৰিছিল ।
asm_Beng
22,825
Change CPU Frequency scaling
CPU-ৰ ফ্ৰিকুয়েন্সি স্কেলিং পৰিবৰ্তন কৰক
asm_Beng
22,826
Isaiah further compared Jehovahs correction to another farming process threshing.
কিন্তু যুক্তিসঙ্গত হোৱা পিতৃ - মাতৃয়ে নিজৰ ল’ৰা - ছোৱালীক আৱশ্যক অনুসাৰে অনুশাসন প্ৰদান কৰিব ।
asm_Beng
22,827
Perhaps it can be.
হয়তো হ’ব পাৰে।
asm_Beng
22,828
And wasps?
আৰু কাপোৰবোৰ?
asm_Beng
22,829
Some are able to serve as regular pioneers, spending an average of 70 hours every month preaching the good news and teaching people the truth.
আমি কেনেকৈ অগ্ৰগামী মনোবৃত্তি দেখুৱাব পাৰোঁ?
asm_Beng
22,830
Not feeling sad.
দুখ শোক অনুভৱেই কৰা নেযায়৷
asm_Beng
22,831
Why hasn?t this been reported?
এইবোৰৰ বিষয়ে বাতৰি কিয় প্ৰচাৰ কৰা নহ্য়?
asm_Beng
22,832
This is real.
এয়াই বাস্তৱ।
asm_Beng
22,833
Would you have changed anything in your life?
বৰ্তমানৰ জীৱনধাৰাৰ কিবা পৰিবৰ্তন কৰিব নেকি?
asm_Beng
22,834
Hundreds of people were in the tower block when the fire erupted.
অগ্নিকাণ্ডৰ সময়ত ফেক্টৰীটোৰ ভিতৰত শুই আছিল শতাধিক শ্ৰমিক।
asm_Beng
22,835
( b) Why is this world a harsh place? Consider some of the consequences.
কিয়নো মোৰ যুৱলি সুসহ্য, আৰু ভাৰো লঘু । ”
asm_Beng
22,836
List field and header name
ক্ষেত্ৰ আৰু হেডাৰ নাম তালিকাভুক্ত কৰক
asm_Beng
22,837
"The list of commands used in the past in the ""Run Application"" dialog."
"""এপ্লিকেচন চলাওক"" ডাইলগত অতিতত ব্যৱহাৰ কৰা কমান্ডসমূহৰ তালিকা।"
asm_Beng
22,838
But no result came.
কিন্তু কোনো ফল নধৰিলে।
asm_Beng
22,839
We cannot help but marvel at his matchless ability to convey important truths in a way that reached his listeners. How, though, can we imitate him in our teaching?
যীচুৱে গালীলত ডাঙৰ - দীঘল হোৱাৰ সময়ত লক্ষ্য কৰা দৈনন্দিন কাৰ্য্যবোৰক তেওঁৰ দৃষ্টান্তৰ জড়িয়তে প্ৰকাশ কৰাৰ কিছুমান উদাহৰণ দিয়ক ।
asm_Beng
22,840
The scheme can be availed only by those families whose annual income is less than Rs 5 lakh.
বছৰি ৫ লাখ টকাতকৈ কম আয়ৰ প্ৰতিটো পৰিয়ালে এই সুবিধা লাভ কৰিব পাৰে।
asm_Beng
22,841
How can a Christian avoid deadening his conscience as to decisions about blood?
আপুনি কেনেকৈ উত্তৰ দিব?
asm_Beng
22,842
This is non-negotiable for me.
এইটো মোৰ বাবে অসম্ভৱ কথা।
asm_Beng
22,843
Go to the next page
পৰৱৰ্তী পৃষ্ঠালে যাওক
asm_Beng
22,844
With Gaius in mind, John wrote: No greater cause for thankfulness do I have than these things, that I should be hearing that my children go on walking in the truth.
( ৰোমীয়া ১৬ :⁠ ৩ - ​ ৫) ফলস্বৰূপে তেওঁলোকে উৎসাহিত আৰু পৰস্পৰে প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হৈছিল ।
asm_Beng
22,845
Approval for Lucknow Metro Rail Project Phase-1A
লক্ষ্ণৌৰ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামত অনুমোদন
asm_Beng
22,846
There is no universally accepted definition of a mountain.
পৰ্বতৰ কোনো সাৰ্বজনীনভাৱে গ্ৰহণ কৰা সংজ্ঞা নাই।
asm_Beng
22,847
The psalmist wrote: As a father shows mercy to his sons, Jehovah has shown mercy to those fearing him.
তেওঁ সোধা প্ৰশ্নবোৰ আমাৰ বাবে লাভজনক ।
asm_Beng
22,848
The application '%s' could not be created
অনুপ্ৰয়োগ '%s' সৃষ্টি কৰিব নোৱাৰি
asm_Beng
22,849
The Prime Minister said, On 2nd October we mark the start of Gandhi Jis 150th birth anniversary.
প্রধানমন্ত্রীয়ে কয়, “অহা ২ অক্টোবৰত আমি গান্ধীজীৰ ১৫০সংখ্যক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিম।
asm_Beng
22,850
Being with loving brothers and sisters helps us to cultivate love. Proverbs 13: 20.
কেনেকৈ খ্ৰীষ্টান প্ৰেমে বৈবাহিক বন্ধনক শক্তিশালী কৰিবলৈ সহায় কৰে?
asm_Beng
22,851
Consequently, there is panic in the locality.
ফলত অঞ্চলটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়৷
asm_Beng
22,852
%s Dictionary
%s অভিধান
asm_Beng
22,853
Do not accept a key as being pressed unless held for this many milliseconds.
এটা কি'ক টিপা বুলি গ্ৰহণ নকৰিব যেতিয়ালৈকে এই পৰিমাণ মিলিছেকেণ্ড টিপি ৰখা নহয়।
asm_Beng
22,854
Nothing is ever his fault.
তাৰ কোনোকালে নধৰোহো দোষ ।
asm_Beng
22,855
Detailed errors from the package manager follow:
পেকেইজ ব্যৱস্থাপকৰ পৰা বিৱৰিত ত্ৰুটি অনুকৰণ কৰে:
asm_Beng
22,856
No matter what our circumstances, the Bible contains the direction and counsel that we need. Read it daily, meditate on what you read, and apply it.
( যিচয়া ৪৮ :⁠ ১৭, ১৮) এতেকে আপুনি নিয়মীতৰূপে বাইবেলখন পঢ়ি আৰু তাৰ পৰামৰ্শসমূহৰ অনুসাৰে জীৱন যাপন কৰা আৱশ্যক ।
asm_Beng
22,857
It is not just hatke.
"""অখিল গগৈ অকলশৰীয়া নহয়।"
asm_Beng
22,858
In reality, there was no child.
আচলতে শিশুটিৰ মৃত্যু হোৱা নাছিল।
asm_Beng
22,859
JPEG quality must be a value between 0 and 100. value '%d' is not allowed.
JPEG গুণৰ মান ০ আৰু ১০০ ৰ মাজৰ হ'ব লাগিব. '%d' মান অনুমতি নাই।
asm_Beng
22,860
Target directory already exists
লক্ষ্য ডাইৰেকটৰি ইতিমধ্যে অস্তিত্ববান
asm_Beng
22,861
But I was not.
মই কিন্তু নিৰৱে আছিলোঁ ।
asm_Beng
22,862
Next, Joseph met the man who eventually brought him to the attention of Pharaoh, the ruler of Egypt.
( ১২, ২৭ অধ্যায়) পাঁচনি যাকোবে কৈছিল যে অব্ৰাহামক “ধাৰ্ম্মিক বুলি গণিত ” আৰু“ ঈশ্বৰৰ মিতিৰ বোলা হল । ”
asm_Beng
22,863
But nobody cares or is cared.
কিন্তু কোনেও দৰাৰ কথা বা দৰাৰ ঘৰৰ কথা নুলিয়ালে।
asm_Beng
22,864
Keep Aspect Ratio
দিশৰ অনুপাত ৰাখক
asm_Beng
22,865
It's difficult for me to get lost.
উশাহ ল’বলৈ কষ্ট হ’ল মোৰ।
asm_Beng
22,866
How much more proof is needed?
চোৰ ধৰা পেলাবলৈ আৰুনো কিমান কি প্ৰমাণ লাগেহে?
asm_Beng
22,867
His father's name was Prankrishna Bal.
তেওঁৰ পিতৃৰ নাম আছিল কল্যাণ বৰ্মন।
asm_Beng
22,868
What happened thereafter?
কৈ যা৷ তাৰ পিছত ল’ৰাজনে কি কৰিলে?
asm_Beng
22,869
What do we learn from these words? 1 Timothy 2: 9, 10. ( a) What is meant by well - arranged dress ?
ইয়াৰ বিপৰীতে আমি এনেদৰে সাজ - পোছাক পৰিধান কৰা উচিত যিয়ে ‘ ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধা ’ প্ৰকাশ কৰে ।
asm_Beng
22,870
Halt the system now?
এতিয়া বন্ধ কৰা হওকনে?
asm_Beng
22,871
Have you ever visited Rome?
তুমি কেতিয়াবা ৰোম গৈ পাইছানে?
asm_Beng
22,872
Nine persons were wounded in the incident.
উক্ত ঘটনাটোত আহত হয় নজনকৈ লোক ।
asm_Beng
22,873
Most of it is washed into the ocean by rivers.
তাৰে সৰহভাগেই পানীৰ সোঁতত বৈ গৈ সাগৰত জমা হয়গৈ।
asm_Beng
22,874
But does it really exist?
কিন্তু প্ৰকৃততে কেঁচামালৰ অভাৱ আছে জানো?
asm_Beng
22,875
open happiness
সুখৰ পোছাকযোৰ খুলি
asm_Beng
22,876
The experts appreciated the unique initiative of this kind of a dialogue, which brings various stakeholders together on policy matters.
বিশেষজ্ঞসকলে বিভিন্ন অংশীদাৰ একেলগে সমবেত হৈ নীতিগত দিশত আলোচনা কৰাৰ সূযোগ প্ৰদান কৰা এনে ধৰণৰ ব্যতিক্ৰমী আলোচনা-চক্ৰ আয়োজনৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে ভাৰত চৰকাৰৰ শলাগ লয়।
asm_Beng
22,877
Cannot move some items to trash, do you want to delete these immediately?
কয়েকটি বস্তু আবৰ্জনাৰ বাক্স স্থানান্তৰ কৰিবলৈ ব্যৰ্থ, এই মুহূৰ্তে আঁতৰুৱা হ'ব নেকি ?
asm_Beng
22,878
Hey, what happened?
“হেৰ, আগতে কি হৈছে নকৱ কিয়?
asm_Beng
22,879
Their great test apparently included accusations that they were practicing a religion unlawful for Romans.
( ২ কৰিন্থীয়া ৮ :⁠ ১ - ​ ৪) কিয়নো ৰোম দেশীয় লোকসকলৰ মতে তেওঁলোকৰ ধৰ্ম্ম বে - আইনী আছিল ।
asm_Beng
22,880
The framerate of the resulting screencast recordered by GNOME Shell's screencast recorder in frames-per-second.
GNOME শ্বেলৰ screencast ৰেকৰ্ডাৰে ফ্ৰেইম-প্ৰতি ছেকেণ্ডত ৰেকৰ্ড কৰা পৰিণাম screencast -ৰ framerate।
asm_Beng
22,881
Furthermore, the psalmist wrote: If errors were what you watch, O Jah, O Jehovah, who could stand?
যিহোৱাই নিজৰ পুত্ৰক পৰীক্ষাৰ সম্মুখীন হ’বলৈ অনুমতি দিলে ।
asm_Beng
22,882
Some of us might feel unworthy to pray because of spiritual weakness or because we have lapsed into wrongdoing.
যদি আমি কৰা নিৱেদনৰ উত্তৰ পোৱাত পলম হয় তেন্তে কি কৰিব পাৰি?
asm_Beng
22,883
Printer warning
মূদ্ৰক সংক্ৰান্ত সতৰ্কবাৰ্তা
asm_Beng
22,884
Lots happened.
বহুত ঘটিলে।
asm_Beng
22,885
Financial Chart - %s
অৰ্থ বিষয়ক ৰেখাচিত্ৰ - %s
asm_Beng
22,886
He knows what is good for us and where the line between happiness and sorrow is drawn.
শতাব্দী ধৰি বাইবেলত কোৱা হৈছে প্ৰেমেৰে কেনেকৈ ল’ৰা - ছোৱালীক প্ৰতিপালন কৰা আৱশ্যক ।
asm_Beng
22,887
Not all of us!
মই সকলোৰে কথা কোৱা নাই!
asm_Beng
22,888
However, the couples family members did not approve the relationship.
কিন্তু দুয়োজন যুৱকৰ এই সম্পৰ্ক মানি লোৱা নাছিল তেওঁলোকৰ পৰিয়ালে।
asm_Beng
22,889
Moreover, as stewards, we are entrusted with what does not personally belong to us expressions of Gods undeserved kindness, including the ministry.
আমি কি ধৰণে এই জগতৰ পৰা পৃথকে থকা প্ৰমাণ দিব পাৰোঁ?
asm_Beng
22,890
But in these verses, the psalmist wrote: Jehovah himself will guard you.
কিন্তু ৭ আৰু ৮ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ: “যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব । ”
asm_Beng
22,891
Make sure that is turned off. You will now be able to move the mouse pointer using the keypad.
বন্ধ থকাটো সুনিশ্চিত কৰক। আপুনি এতিয়া কিপেড ব্যৱহাৰ কৰি মাউছ পইন্টাৰ লৰাব পাৰিব।
asm_Beng
22,892
Terrible fire broke in chandni chowk market
বৰখলা সমষ্টিৰ চন্দ্ৰনাথপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
asm_Beng
22,893
Prime Minister Narendra Modi announced the 21-day lockdown in the country to combat the spread of the
ক’ৰ’না মহামাৰীৰ প্ৰকোপ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ২১ দিনৰ বাবে দেশজোৰা তলাবন্ধ ঘোষণা কৰে।
asm_Beng
22,894
Sonia Gandhi is elected as leader of Congress Parliamentary Party.
বৈঠকতে ছোনিয়া গান্ধীক কংগ্ৰেছ সংসদীয় সমিতিৰ নেত্রী হিচাপে নিৰ্বাচন কৰা হয়।
asm_Beng
22,895
Now it came about in the days of Amraphel king of Shinar, Arioch king of Ellasar, Chedorlaomer king of Elam, * and Tidal king of Goiim, that these made war.
অব্ৰামে আকৌ এবাৰ নিজৰ অটল বিশ্বাস যিহোৱাত ৰাখিলে ।
asm_Beng
22,896
12: 1 - 3 When did the Abrahamic covenant go into effect, and for how long?
১২ :⁠ ১ - ৩ ​ —⁠ অব্ৰাহামক দিয়া ঈশ্বৰৰ নিয়মটি কেতিয়া আৰম্ভ হ’ল আৰু কিমান দিনলৈকে কাৰ্য্যকাৰী হৈ থাকিল?
asm_Beng
22,897
Such is the way forward.
এনেদৰেই আগুৱাইছে ৰাজপথেৰে।
asm_Beng
22,898
Server Settings
চাৰ্ভাৰ সংহতিসমূহ
asm_Beng
22,899
%s - Dictionary
%s - অভিধান
asm_Beng