Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
23,200
There has been a dramatic change in the political scene.
নিশাৰ ভিতৰত সলনি হৈছে ৰাজনৈতিক দৃশ্যপট ।
asm_Beng
23,201
At one point, God inquired of Job: Have you entered into the storehouses of the snow, or do you see even the storehouses of the hail, which I have kept back for the time of distress, for the day of fight and war?
পৃথিৱীৰ বহু স্থানত হিম আৰু শিলাবৃষ্টি মানুহৰ বাবে সাধাৰণ কথা ।
asm_Beng
23,202
Mount the filesystem on device
নথিপত্ৰ-প্ৰণালীটি যন্ত্ৰত মাউন্ট কৰা হ'ব
asm_Beng
23,203
The whole atonement arrangement was based on blood.
কিয়নো প্ৰায়শ্চিত্তৰ সকলো ব্যৱস্থা তেজৰ ওপৰত আধাৰিত আছিল ।
asm_Beng
23,204
Because of their cruel, centuries - long opposition to Jehovahs people. For that same reason, the world power of Assyria would be destroyed, never to be reestablished.
সেই ভয়ানক বাক্যবোৰ পূৰ্ণতা যিহূদা ৰাষ্ট্ৰ আৰু তাৰ ৰাজধানী যিৰূচালেমৰ ওপৰত হৈছিল ।
asm_Beng
23,205
After all, reading the Bible is like a lifeline linking us to Jehovah. Thousands of years ago, Joshua succeeded Moses as the leader of Israel.
বাস্তৱতে সেইবোৰক কেতিয়াও যিহোৱাৰ সাক্ষীসকলৰ পাঠ কৰা কাৰ্য্যত প্ৰতিৰোধক হ’বলৈ দিয়া উচিত নহয় ।
asm_Beng
23,206
PM reviews drought and water scarcity situation at high level meeting with Karnataka CM
অনাবৃষ্টি আৰু জল সংকটৰ সন্দৰ্ভত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
asm_Beng
23,207
Can you go on like this?
তেনেকৈ হাঁহিব পাৰিবি তহঁতে?
asm_Beng
23,208
She is blessed with two children.
দুটি সন্তানৰে সৈতে তাইৰ সুখৰ সংসাৰ।
asm_Beng
23,209
In what ways has God communicated with humans?
বাস্তৱতে সেইটো যদিও এটা কঠিন দায়িত্ব আছিল তথাপিও যিহিষ্কেলে তাক বিশ্বাসী হৈ পূৰ্ণ কৰিলে আৰু এইদৰে তেওঁ যিহোৱাৰ কৰুণাময় গুণটোক প্ৰকাশ কৰিলে ।
asm_Beng
23,210
Chief Minister Sarbananda Sonowal offers prayers at Sri Surya Pahar
শ্ৰী সূৰ্য পাহাৰৰ বিষ্ণু যজ্ঞত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল‌
asm_Beng
23,211
The heavens that included the luminaries were created long before the first day even began.
“ এক দিন ” অৰ্থাৎ প্ৰথম দিন আৰম্ভণি হোৱাৰ বহু আগেয়ে ঈশ্বৰে “আকাশ - মণ্ডল, ” য’ত সন্মিলিত সৈতে জ্যোতিষ্কবোৰ সৃষ্টি কৰিলে ।
asm_Beng
23,212
Is there any punishment for the authorities concerned?
সংশিষ্ট কৰ্তৃপক্ষৰ ওপৰত শাস্তিৰ ব্যৱস্থা হ’বনে ?
asm_Beng
23,213
She was also familiar with Israels more recent victories over the Amorite Kings Sihon and Og. Note how that knowledge affected her.
সেই সংবাদ আৰু ঈশ্বৰে কৰা কাৰ্য্যসমূহে তাইক কেনেদৰে প্ৰভাৱিত কৰিলে তাক লক্ষ্য কৰক ।
asm_Beng
23,214
How does the prophet Isaiah describe the immediate blessings that come to those who accept the good news?
ভৱিষ্যতবক্তা যিচয়াই কিযে এক উল্লেখনীয় বিবৃতি দাঙি ধৰিলে!
asm_Beng
23,215
His father went missing after the death of his mother.
দাদাৰ মৃত্যুৰ পিছত তেওঁ যেন নিজকে হেৰুৱাই পেলাইছে।
asm_Beng
23,216
The Large Hadron Collider (LHC) is the world's largest and highest-energy particle collider and the largest machine in the world.
বৃহৎ হেড্ৰ'ন সংঘৰ্ষক (ইংৰাজী: The Large Hadron Collider. চমুকৈ LHC) হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী 'কণা সংঘৰ্ষক' (Particle Collider)।
asm_Beng
23,217
Keyboard model
কিবৰ্ডৰ আৰ্হি
asm_Beng
23,218
Our history had many common chapters.
আমাৰ ইতিহাসৰ পৃষ্ঠাত কেইবাটাও উমৈহতীয়া অধ্যায় সন্নিবিষ্ট হৈ আছে৷
asm_Beng
23,219
Haj pilgrim dies in Mekkah
হজলৈ গৈ মক্কাত বৰাকৰ হজ যাত্রীৰ মৃত্যু
asm_Beng
23,220
Sindhu becomes the first Indian to become a badminton World Champion.
বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছে সিন্ধুৱে।
asm_Beng
23,221
What did the Governing Body recently write to Branch Committee members regarding Bible reading, and why would all Christian elders do well to follow such counsel? Christian elders today have a very busy schedule, making daily Bible reading a challenge.
গতিকে যিহোৱা সাক্ষীসকলৰ মণ্ডলীত থকা সকলো প্ৰাচীনেও সেই একেদৰেই অনুভৱ কৰে ।
asm_Beng
23,222
There would be no need for police, prisons, or expensive and complicated criminal justice systems.
আপুনি এক অপৰাধবিহীন জগতৰ বিষয়ে কল্পনা কৰিব পাৰিবনে বাৰু!
asm_Beng
23,223
This has not been confirmed yet.
অৱশ্যে এতিয়াও এই কথা নিশ্চিত হোৱা নাই।
asm_Beng
23,224
After the win against Windies, India has moved to the second spot on the points table.
বুধবাৰে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰাৰ পিছত এতিয়া ভাৰত পইণ্ট তালিকাত দ্বিতীয় স্থানত।
asm_Beng
23,225
What, though, is to motivate us to do all of this? Well, note the phrase incline your heart to discernment.
বৰ্তমান সময়ৰ জগতখনত এনে প্ৰেম বিকাশিত কৰাটো ইমান সহজ নহয় ।
asm_Beng
23,226
In response to young King Solomons request for wisdom and knowledge, Jehovah said: For the reason that this has proved to be close to your heart and you have not asked for wealth, riches and honor..., the wisdom and the knowledge are being given you. also wealth and riches and honor I shall give you.
এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে....
asm_Beng
23,227
Im turning three.
মোৰ ঘৰ তিনিচুকীয়াত।
asm_Beng
23,228
Two people were in the car.
দুইজনকে গাড়ীৰে নি ঘৰত থৈ আহিলোঁ।
asm_Beng
23,229
But neither the State nor Central Government is bothered about it.
কিন্তু ইয়াৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কোনো ব্যৱস্থা হাতত নললে ।
asm_Beng
23,230
I have read these magazines regularly for over 15 years, but I never realized just how encouraging and stimulating the articles are.
আলোচনীবোৰক অলপ অনুসন্ধান কৰি আচৰিত হ’লোঁ ।
asm_Beng
23,231
Copy I_mage Address
ছবিৰ ঠিকনা কপি কৰক (_m)
asm_Beng
23,232
AT-SPI: AddAccessible with unknown signature %s
AT-SPI: অজ্ঞাত স্বাক্ষৰ %s -ৰ সৈতে AddAccessible
asm_Beng
23,233
He means that they are not like godly people, who have just been compared to fruitful, long - lasting trees.
ঠিক সেইদৰে ধাৰ্ম্মিকবিলাক ঘেহুঁৰ নিচিনাকৈ সঞ্চিত হ’ব আৰু দুষ্টবোৰ খেৰ - কুটাৰ দৰে বতাহত উৰি যাব ।
asm_Beng
23,234
Home / India News / Bereaved parents of Tamil Nadu man who died in road accident kill themselves
Home / ৰাষ্ট্ৰীয় /আৰক্ষীৰ নিষ্ঠুৰতাত প্ৰাণ হেৰুওৱা পিতা-পুত্ৰৰ মৃত্যুক লৈ উত্তাল তামিলনাডু
asm_Beng
23,235
Rainbow Colors
ৰামধেনুৰ ৰংpalette name
asm_Beng
23,236
Live your life and dreams.
জীৱন আৰু স্বপ্নক লগ লগোৱা ।
asm_Beng
23,237
He helped me to see how Jehovah had been helping me for years.
স্বৰ্গদূত
asm_Beng
23,238
David follows Jehovahs command, and the scourge is halted.
দায়ূদে যিহোৱাৰ আজ্ঞা মানিলত মহামাৰী অন্ত পৰিল ।
asm_Beng
23,239
Yet, to some people, the Devil is very real.
তেওঁলোকে যুক্তি দৰ্শাই কয় যে নিশ্চয়ে এনে কিবা আছে যি মানুহতকৈ উচ্চ ।
asm_Beng
23,240
_Reset Options
বিকল্পৰ মান পুনৰায় নিৰ্ধাৰণ কৰক (_R)
asm_Beng
23,241
Boaz Listened to God What did Boaz and Nabal have in common? Although Boaz and Nabal were not contemporaries, they had certain things in common.
( হগ্‌গয় ১ :⁠ ৯ - ​ ১১) এই সন্দৰ্ভে দিয়া পৰামৰ্শ কিমান যে উপযুক্ত আছিল, য’ত এইদৰে কোৱা হৈছিল: “তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা! ”
asm_Beng
23,242
The booklet Good News for People of All Nations, released in 2004, has already been instrumental in spreading the Kingdom hope by its simple, positive message in numerous languages. See the article Good News for People of All Nations, on page 32.
তাৰ পিছত সেই ভাষাবোৰত উপলব্ধ থকা ট্ৰেক্ট বা ব্ৰচাৰসমূহ লৈ তেওঁলোকৰ ওচৰত যাব পাৰে ।
asm_Beng
23,243
The ABO system is the most important blood-group system in human-blood transfusion.
মানুহৰ ৰক্ত সংচাৰণৰ বাবে ABO ৰক্তদল পদ্ধতি সকলোতকৈ গুৰুত্বপূৰ্ণ।
asm_Beng
23,244
And that cannot be tolerated.
আৰু সহ্য হোৱা নাই।
asm_Beng
23,245
Of course, if such instruction is to be effective, parents must set the proper example. Luke 10: 38 - 42. Learning to do without can strengthen our willpower.
তেওঁলোকে দিয়া তেনে পৰামৰ্শবোৰ কাৰ্য্যকাৰী হ’বলৈ স্বয়ং নিজেই আৰ্হি ৰাখা উচিত । ​ —⁠ লূক ১০ :⁠ ৩৮ - ​ ৪২.
asm_Beng
23,246
Yes, Jehovah God and Jesus Christ are supremely happy.
তেওঁলোকে কেতিয়াও আনন্দৰ পৰা বঞ্চিত নহ’ল
asm_Beng
23,247
Finally its all over.
অৱশেষত সকলো শেষ।
asm_Beng
23,248
Explain how these teachings have benefited you and why you have confidence in them.
শাস্ত্ৰীয় পদবোৰত উল্লেখ কৰা শান্ত্বনাৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হ’বলৈ আমি লোকসকলক কেনে সহায় আগবঢ়োৱা উচিত?
asm_Beng
23,249
: I am not the issue.
: মোৰ হিচাপত মাল পাৰ হোৱা নাই।
asm_Beng
23,250
Yes, in many lands, including Finland, people have learned that the Kingdom Halls of Jehovahs Witnesses are open to everyone.
প্ৰকৃততে ফিনলেণ্ড আৰু আন দেশবোৰত থকা লোকসকলে জানিব পাৰিলে যে ৰাজ্যগৃহৰ দুৱাৰ সকলোৰে বাবে মুকলি হৈ আছে । ( w02 11 / 1)
asm_Beng
23,251
This is a boon for farmers.
এয়া কৰা হৈছে কৃষকৰ কল্যাণৰ বাবে।
asm_Beng
23,252
I dont feel isolated.
অকলশৰীয়া বুলি অনুভৱ নকৰোঁ।
asm_Beng
23,253
"I pray to god for your well-being,"" he said."
মই বাৰু তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ ওচৰত”।
asm_Beng
23,254
And further suppose that Leviticus 15: 25 - 28 were a Christian requirement today and that a Christian woman had violated that law, feeling frantic and abandoned. How would you react? Would you publicly humiliate her with critical counsel?
যীচুৱে সদায়েই বিবেচনাশীল হৈ শিক্ষা আৰু সঠিকৰূপে কাৰ্য্য কৰিছিল বুলি আপুনি মান্তি হয়নে?
asm_Beng
23,255
Server password:
চাৰ্ভাৰৰ পাছৱাৰ্ড:
asm_Beng
23,256
How should I tell my dad?
পিতালৈ বাতৰি কেনেকৈ দিম?
asm_Beng
23,257
I am there.
মইতো আছোৱেই।
asm_Beng
23,258
We intend to enhance the things in quantum way.
আমি এই বস্তুবোৰ quantum হাৰতে আগববঢ়াই নিব বিচাৰোঁ।
asm_Beng
23,259
The youth drowned while they were taking a bath in the river.
জলপ্ৰপাতত গা ধুই থাকোতে পানীত ডুবি মৃত্যক আকোৱালি লয় যুৱকজনে।
asm_Beng
23,260
Jesus always displayed a positive mental attitude toward his followers and toward Gods arrangements, however difficult it was to do so.
পৌলে ফিলিপীয়াত থকা ভাইসকলক কেনেধৰণৰ মনোভাবক বিকাশিত কৰিবলৈ উৎসাহিত কৰিছিল?
asm_Beng
23,261
Are we truly independent?
আমি বাৰু প্ৰকৃততে স্বাধীন হৈছোনে ?
asm_Beng
23,262
PDF Version:
PDF সংস্কৰণ:
asm_Beng
23,263
If true, the panel will not allow any changes to the configuration of the panel. Individual applets may need to be locked down separately however. The panel must be restarted for this to take effect.
মান সত্য হ'লে পেনেলৰ বিন্যাস সংক্ৰান্ত কোনো পৰিবৰ্তন কৰা সম্ভব ন'হ'ব । তথাপি, প্ৰতি এপ্লেট সম্ভৱতঃ পৃথকৰূপে লক কৰাৰ প্ৰয়োজন দেখা দিব পাৰে । এই পৰিবৰ্তন প্ৰয়োগ কৰাৰ বাবে পেনেল পুনঃ আৰম্ভ কৰা আৱশ্যক ।
asm_Beng
23,264
When assigned a seemingly overwhelming task, Moses diffidently asked: Who am I?
যেতিয়া তেওঁক এক গুৰুত্বৰ নিযুক্তিত মকৰল কৰা হয় তেতিয়া তেওঁ এইদৰে কৈছিল: “মই নো কোন? ”
asm_Beng
23,265
Petrol, diesel prices hiked for second day.
ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
asm_Beng
23,266
Additional s_earch domains:
অতিৰিক্ত সন্ধান ডমেইনসমূহ (_e):
asm_Beng
23,267
I whole-heartedly congratulate the awardees: Thiru.
সকলো পুৰস্কাৰপ্রাপক থিৰু তামিলানবান, ড০ ইৰাই আনবু আৰু থিৰু ভি.জি.
asm_Beng
23,268
However, in most lands today, it is money or a lack of it that determines whether someone is of the lower, middle, or upper class.
মানৱ অধিকাৰ আইনে কিছুমাত্ৰত শ্ৰেণীভেদৰ পাৰ্থক্যতাক ভাঙিবলৈ সহায় আগবঢ়াইছে ।
asm_Beng
23,269
Isaiah beautifully describes the joy of Jehovahs people when he writes: In that day sing to her, you people: A vineyard of foaming wine!
কেনেধৰণৰ মনোবৃত্তি ৰখাটো আমাৰ বাবে লাভজনক?
asm_Beng
23,270
No matter where you believe your security may lie, how long will that security last for both you and your family?
অথবা আপুনি যেনেকৈয়ে ধন উপাৰ্জন নকৰক কিয়, সেই ধনৰ দ্বাৰা নিৰাপত্তা লাভ কৰিব বুলি ভাবেনে?
asm_Beng
23,271
The account ends with the statement: Those who died from the scourge amounted to twenty - four thousand. Numbers 25: 1 - 9.
সেই বৃতান্তত এইদৰে কৈ সামৰণী মাৰিছে: “যিবোৰ মহামাৰীত মৰিল সিহত চব্বিশ হাজাৰ লোক আছিল । ” ​ —⁠ গণনা পুস্তক ২৫ :⁠ ১ - ​ ৯.
asm_Beng
23,272
What prompted the Gibeonites to act shrewdly? Next, Israel ascended from the lowlands near the river into the central hills of the region.
তাৰ পিছত তেওঁলোকে যৰ্দ্দনৰ নামনি ভূমিৰ পৰা ওলাই গৈ মূল পৰ্ব্বতবোৰৰ কাষ চাপিল ।
asm_Beng
23,273
Share Public directory over Bluetooth
যৌথ ব্যৱহাৰেৰ বাবে ব্লু-টুথেৰ মাধ্যমে Public ডিৰেক্টৰি উপলব্ধ কৰা হ'ব
asm_Beng
23,274
But why it is so?
কিন্তু এনেকুৱা হ’ল কেনেকৈ?
asm_Beng
23,275
In times of distress, we can also offer encouragement or perhaps consolation.
( ১ থিচলনীকীয়া ৫ :⁠ ১৪, ১৫) ‘ সত্যত চলি থাকিবৰ ’ নিমিত্তে আমি তেওঁলোকক সহায় কৰাৰ সুযোগ বিচৰা উচিত ।
asm_Beng
23,276
But what about books?
কিন্তু কিতাপখনৰ প্ৰচাৰ কিমান হ’ল?
asm_Beng
23,277
A Christians faithfully caring for responsibilities can soften family opposition [ Picture on page 30] Christians promote love and unity
খ্ৰীষ্টানসকলে প্ৰেম আৰু ঐক্যতা বজাই ৰাখিবলৈ প্ৰচেষ্টা কৰে
asm_Beng
23,278
Disconnect { -sync-brand-short-name }?
{ -sync-brand-short-name }-ৰ সংযোগ বিচ্ছিন্ন কৰিবনে?
asm_Beng
23,279
(Not one of the Standard 14 Fonts)
(প্ৰামাণিক ১৪ ফন্টসমূহৰ এটা নহয়)
asm_Beng
23,280
Many important industries like steel, cement, paper etc are located around the facility and will be benefitted from it.
এই পার্কত কেৱল ষ্টীল, চিমেণ্ট আৰু কাগজকে ধৰি বিভিন্ন ধৰণৰ উদ্যোগ কাৰখানা আছে আৰু সেইবোৰত এই পৰিবহণ আন্তঃগাঁথনিৰ সুবিধা বৃদ্ধি পাব।
asm_Beng
23,281
As we seek first the Kingdom, of what can we be sure?
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
asm_Beng
23,282
Keep it clean at all times.
সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব।
asm_Beng
23,283
Loading archive
আৰ্কাইভ লোড কৰা হৈ আছে
asm_Beng
23,284
India is a very ancient nation.
ভাৰত এখন অতি প্ৰাচীন দেশ।
asm_Beng
23,285
Connected to a 3G network.
এটা 3G নেটৱাৰ্কলৈ সংযুক্ত।
asm_Beng
23,286
The sound that will be played when there is a new voice mail, if enabled
সামৰ্থবান হ'লে, নতুন শব্দ মেইল প্ৰাপ্ত হলে যি শব্দ বজোৱা হ'ব
asm_Beng
23,287
Assams lone woman chief minister Anwara Taimur passes away. PM Modi condoles demise
অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু
asm_Beng
23,288
You are my lover.
তুমি মোৰ মহাভক্ত লোক৷৷
asm_Beng
23,289
I was really disgusted.
মই সঁচাকৈয়ে নাৰ্ভাছ হ’লো।
asm_Beng
23,290
Nothing whatsoever happened on that day.
দিনত যোৱা হ’লে কোনো কথা নাছিল।
asm_Beng
23,291
The BJP has been adopting this strategy of counter allegations against the Congress.
কংগ্ৰেছে বিৰোধী দলবোৰক লগত লৈ বিজেপিৰ এই কৌশল প্ৰতিহত কৰাৰ পৰিকল্পনা কৰিছে।
asm_Beng
23,292
Make sure that the receiver (dongle) is firmly plugged in to the computer.
সুনিশ্চিত কৰক যে গ্ৰাহক (ডঙল) কমপিউটাৰৰ সৈতে সঠিকভাৱে প্লাগ ইন কৰা আছে।
asm_Beng
23,293
Archive type not supported.
এই ধৰনৰ আৰ্কাইভ সমৰ্থিত নহয় ।
asm_Beng
23,294
Humble servants of God have moved to new territories and have helped people with different cultures and standards of living.
ধ্যান কৰিবলগীয়া বিষয়বোৰ
asm_Beng
23,295
What has happened?
“কোৱা কি হৈছিল?
asm_Beng
23,296
Therefore, there is a need for people to be more conscious and safe.
সেয়েহে নিৰাপত্তাৰ দিশত অধিক সচেতন আৰু সক্ৰিয় হোৱাৰ প্ৰয়োজন আছে আৰক্ষীৰ।
asm_Beng
23,297
It looked like nothing was happening.
এনে লাগিল যেন একো হৈ থকা নাছিল।
asm_Beng
23,298
Vertical alignment of the actor within the cell
কোষৰ ভিতৰত অভিনেতাৰ উলম্ব সংস্থাপন
asm_Beng
23,299
God also foretold that Jesus Christ, who has been entrusted with all authority in heaven and on earth, will destroy Satan and his entire wicked system of things. Matthew 28: 18. 1 John 3: 8. Revelation 6: 2. 20: 10.
( ২ কৰিন্থীয়া ১ :⁠ ৩, ৪) যিহোৱাই আমাক কেনেকৈ শান্ত্বনা দিয়ে?
asm_Beng