Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
23,300 | Water 1 cup | পানী – ১ কাপ | asm_Beng |
23,301 | Nobody was present when the fire broke out. | অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো লোক নাছিল। | asm_Beng |
23,302 | Current folder name | বৰ্ত্তমানৰ ফোল্ডাৰৰ নাম | asm_Beng |
23,303 | Hundreds of persons lost their lives. | অৰ্দ্ধ শতাধিক লোকৰ জীৱন হৈ পৰিছে পঙ্গু । | asm_Beng |
23,304 | Additional District... | জিলাখনৰ অতিৰিক্ত উপায়ুক্ত আৰ . | asm_Beng |
23,305 | We didnt study at school as well. | আমাৰ স্কুলৰ ল’ৰা নাছিল। | asm_Beng |
23,306 | Every year, thousands are baptized in symbol of their dedication to God, resulting in the formation of many new congregations. | ( ক) প্ৰাৰম্ভিক খ্ৰীষ্টানসকল কেনেধৰণৰ চৰকাৰৰ সমৰ্থনকাৰী আছিল? | asm_Beng |
23,307 | Why are you wasting time? | কিয় কাৰো সময় নোলাল? | asm_Beng |
23,308 | In Hindu mythology, flowers have a significant status. | হিন্দু আখ্যান সমূহত, ফুলে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। | asm_Beng |
23,309 | Only Jehovah is able to fathom our inner person our motives, thoughts, and emotions. Jeremiah 17: 9, 10. | কিয়নো আমি আমাৰ অন্তঃকৰণ আৰু অভিপ্ৰায়ৰ ওপৰত ভাৰসা কৰি চলিব নোৱাৰোঁ । | asm_Beng |
23,310 | There were many others. | অন্য বহু প্ৰাৰ্থী আছিল। | asm_Beng |
23,311 | Every one was silent | একেসুৰে শলাগিছিল সকলোৱে | asm_Beng |
23,312 | The fact that the Bible is available in all major languages on earth is a testimony to what? | যিহোৱাৰ অগম্য মহিমাৰ ইচ্ছা নোহোৱাহ’লে কেতিয়াও বাইবেলখন ২০০০ টা ভাষাত অনুবাদ কৰিব পৰা নগ’লহেঁতেন! | asm_Beng |
23,313 | The family alleged that she died due to medical negligence on the part of the doctor. | চিকিৎসকৰ অৱহেলা আৰু গাফিলতিৰ ফলতে ৰোগীজনে মৃত্যুক সাৱটি লগীয়া হয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। | asm_Beng |
23,314 | They are not always the best ones. | সদায় সদায় সেইবোৰ খোৱা ভাল কথা নহয়। | asm_Beng |
23,315 | Say What? | কি কওঁ কোৱাচোন। | asm_Beng |
23,316 | All hospitality services shall remain suspended. | ৪) আতিথ্য খণ্ডৰ সকলো সেৱা বন্ধ থাকিব। | asm_Beng |
23,317 | which are used in food. | খাদ্যত ব্যৱহাৰ কৰে ৷ | asm_Beng |
23,318 | But, really! | কিন্তু বাস্তৱত ! | asm_Beng |
23,319 | Special features: | বিশেষত্ব : | asm_Beng |
23,320 | Cabinet approves closure of Kota Unit of Instrumentation Limited and Transfer of its Palakkad Unit to Government of Kerala. | ইনষ্ট্ৰুমেণ্টেশ্যন লিমিটেডৰ কোটা শাখাটো বন্ধ কৰিবলৈ আৰু পলক্কড় শাখাটো কেৰেলা চৰকাৰলৈ হস্তান্তৰ কৰিবলৈ কেবিনেটৰ অনুমোদন। | asm_Beng |
23,321 | And I never thought of it. | আৰু ভাবিব নোৱাৰিলোঁ। | asm_Beng |
23,322 | Dont ever do it. | হৰিঃ কেতিয়াও নকৰো । | asm_Beng |
23,323 | Size of the font used to display the log | লগ প্ৰদৰ্শনৰ বাবে ব্যৱহৃত ফন্টৰ আকাৰ | asm_Beng |
23,324 | Detecting phone configuration... | ফোন সংৰূপ চিনাক্ত কৰা হৈছে... | asm_Beng |
23,325 | Her other songs are: | তেওঁৰ আন কেইটিমান শ্ৰুতিমধুৰ গীত হৈছে- | asm_Beng |
23,326 | Duration of the timeout before disabling the keyboard accessibility. | কিবৰ্ড অভিগম্যতা অসামৰ্থবান কৰাৰ আগত সময়অন্তৰ অৱধি। | asm_Beng |
23,327 | How, then, do they explain the wonders of creation, including humankind? They attribute such marvels to evolution, a blind force based on chance. | তেতিয়াহ’লে তেওঁলোকে কেনেকৈ আন বস্তুবোৰৰ সৃষ্টি আৰু মানৱজাতিৰ সৃষ্টিৰ বিষয়ে বৰ্ণনা কৰে? | asm_Beng |
23,328 | BMP image has unsupported header size | BMP প্ৰতিমুৰ্তিত অসমৰ্থিত হেডাৰৰ আয়তন আছে | asm_Beng |
23,329 | The partition name (up to 36 unicode characters). This is useful if you want to refer to the device via a symlink in the directory | বিভাজন নাম (৩৬ ইউনিক'ড আখৰসমূহ লৈকে )। ই উপযোগী যদি আপুনি ডাইৰেকটৰিত এটা চিমসংযোগৰ সহায়ত ডিভাইচলে প্ৰসংগ কৰিব বিচাৰে | asm_Beng |
23,330 | In North India it is celebrated as Lohri. in South India, it is celebrated as Pongal. in Assam, it is celebrated as Bihu. | উত্তৰ ভাৰতত ইয়াক কোৱা হয় লহৰি, মধ্য ভাৰতত কোৱা হয় সুকৰি আৰু দক্ষিণ ভাৰতত কোৱা হয় পংগল। | asm_Beng |
23,331 | Paul wrote to the Philippians: This is what I continue praying, that your love may abound yet more and more with accurate knowledge and full discernment. that you may make sure of the more important things. | ( ফিলিপীয়া ১ : ৯, ১০) গতিকে খ্ৰীষ্টান প্ৰেমে যি যি শ্ৰেষ্ঠ তাক পৰীক্ষা কৰিবলৈ কোৱা এই বাক্যক অনুকৰণ কৰিবলৈ উৎসাহিত কৰে । | asm_Beng |
23,332 | It is likely that Cain gave little more than superficial thought to his offering and merely went through the motions of presenting it. But God did not approve of mere formal worship. | ঈশ্বৰে কয়িনৰ বলিদান অস্বীকাৰ কৰাৰ পৰিণামস্বৰূপে তেওঁৰ মনত যি আছিল, সেইটো স্পষ্টৰূপে প্ৰকাশ পালে । | asm_Beng |
23,333 | After that I heard nothing. | তাৰ পাছত আৰু কোনো ধৰণৰ শব্দ শুনা নাছিলো। | asm_Beng |
23,334 | Goods worth lakhs of rupees were gutted | লাখ টকাৰ সামগ্ৰী ভস্মীভূত হ’ল সৰুপথাৰত | asm_Beng |
23,335 | Failed to show url | url প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ | asm_Beng |
23,336 | Who benefits as you relate to others the things you learn? Explain. | আপুনি কেনে মনোবৃত্তিৰে ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰা উচিত? | asm_Beng |
23,337 | """You are wrong." | “অহ চৰি ৰ’জ আপোনাৰ ভুল হৈছে। | asm_Beng |
23,338 | I wasnt surprised. | আচৰিত নহৈ নোৱাৰিলোঁ। | asm_Beng |
23,339 | Unable to mount the selected floppy drive. | নিৰ্বাচিত ফ্লপি ড্ৰাইভ মাউন্ট কৰতে ব্যৰ্থ । | asm_Beng |
23,340 | As Vines Expository Dictionary of New Testament Words points out, for Christians this reverential fear is a controlling motive of life, in matters both spiritual and moral. | সেয়েহে ঈশ্বৰলৈ কৰা ভয়ৰ প্ৰভাৱে আমাৰ জীৱনত দুইধৰণৰ অৰ্থ বহন কৰে । | asm_Beng |
23,341 | How did Jesus alert all Christians living in the last days to specific things that would test their obedience? Keep in mind, too, that we have the powerful backing of Shiloh, who along with his Father will let no enemy demon or human test our obedience beyond what we can bear. | কিন্তু এটা কথা মনত ৰাখক যে চীলোৱে আমাক শক্তিশালীৰূপে সহায় আগবঢ়াইছে, যিজনে কেৱল পিতৃৰ ইচ্ছাৰ অনুসাৰে কোনো শত্ৰুক অৰ্থাৎ পিশাচ বা মানৱক আমি সহন কৰিব নোৱাৰাকৈ পৰীক্ষা কৰিবলৈ অনুমতি নিদিয়ে । | asm_Beng |
23,342 | The user name to connect as | এৰেৰ অনুৰোধ কৰা নাম | asm_Beng |
23,343 | Rather than becoming enemies to be rejected, they are manifesting the interest of genuine friends. | সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা ” দিয়া আজ্ঞাক পালন কৰিছে । | asm_Beng |
23,344 | The essence of all of Jehovahs laws and regulations can be summed up in a single word: love. That has always been and will always be an essential part of pure worship. | ই সত্য উপাসনাৰ এক অত্যাৱশ্যকীয় অংশ হিচাপে সদায়ে সত্যৰূপে প্ৰমাণিত হৈছে আৰু হৈ থাকিব । | asm_Beng |
23,345 | Jammu and Kashmir: Security forces kill two suspected militants in Kulgam | জম্মু-কাশ্মীৰ : জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে দুজন সন্ত্ৰাসবাদী। | asm_Beng |
23,346 | Whats that! | ঘৰনো আৰু কি! | asm_Beng |
23,347 | [ Picture on page 12] | [ ২৪ পৃষ্ঠাৰ বক্স] | asm_Beng |
23,348 | But I didnt know what to do. | কিন্তু কি কৰিম এয়া ভাবি পোৱা নাই। | asm_Beng |
23,349 | It is examined. | তাতে গৱেষণা হয়। | asm_Beng |
23,350 | The household has two families. | কাৰণ ইয়াত দুটা পৰিয়ালৰ বসবাস। | asm_Beng |
23,351 | In fact, obedient humans will live forever in happiness on a paradise earth. Jehovahs Witnesses are glad to be able to give others this Bible - based recipe for a long and happy life. | ( লূক ২৩ : ৪৩) যিহোৱাৰ সাক্ষীসকলে আনক দীৰ্ঘ আৰু সুখী জীৱনৰ বাবে বাইবেল আধাৰিত পৰামৰ্শ দিবলৈ পাই অতি আনন্দিত হয় । ( w04 5 / 15) | asm_Beng |
23,352 | ( b) Although Jesus was materially poor, what did he accomplish? In addition, Jesus was not distracted by a pursuit of riches. | ( ১ তীমথিয় ৬ : ৯, ১০) তেওঁলোকে বুজিব পাৰিছে যে ধনী হৈ কেৱল বিলাসীতাপূৰ্ণ জীৱন - যাপন কৰিব পাৰি, কিন্তু কেতিয়াও স্থায়ীভাৱে সুখী হ’ব নোৱাৰে । | asm_Beng |
23,353 | Width of a tab character expressed in spaces | স্পেইচ দ্বাৰা চিহ্নিত এটা টেব আখৰৰ প্ৰস্থ | asm_Beng |
23,354 | The whole of the locality is in grief after the child's death. | শিশু কেইটিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ। | asm_Beng |
23,355 | "Accelerator key to move the current tab to the right. Expressed as a string in the same format used for GTK+ resource files. If you set the option to the special string ""disabled"", then there will be no keybinding for this action." | "বৰ্তমান টেব সোঁফালে স্থানান্তৰ কৰিবলৈ ব্যৱহৃত গতিবৰ্ধক চাবি । GTK+ সম্পদ নথিপত্ৰত ব্যৱহৃত বিন্যাস অনুযায়ী পংক্তিৰূপে উল্লিখিত হয় । এই বিকল্পৰ বাবে ""disabled"" মান নিৰ্ধাৰিত হ'লে চিহ্নিত কামৰ বাবে কোনো চাবি ফলক শৰ্টকাট যুক্ত কৰা ন'হ'ব ।" | asm_Beng |
23,356 | Copyright 20012010 Free Software Foundation, Inc. | স্বত্বাধিকাৰ © ২০০১-২০১০ Free Software Foundation, Inc. | asm_Beng |
23,357 | The Sun raster image format | Sun raster ছবিৰ বিন্যাস | asm_Beng |
23,358 | Try to discern the principles involved, and apply them in your cultural setting. What Is Your Answer? | যিচয়া ২৮ : ২৬ - ২৯ পদত অনুশাসনৰ সম্বন্ধে পিতৃ - মাতৃসকলক কেনে পৰামৰ্শ আগবঢাইছে? | asm_Beng |
23,359 | One each will be used by Chief Minister Sarbananda Sonowal and Finance Minister Himanta Biswa Sarma during the poll campaigns | সোমবাৰে বিজেপিৰ কেইবাজনো শক্তিশালী নেতাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব । | asm_Beng |
23,360 | device not ready (firmware missing) | ডিভাইচ প্ৰস্তুত নহয় (ফাৰ্মৱেৰ সন্ধানহিন) | asm_Beng |
23,361 | Browse files on device... | যন্ত্ৰত নথিপত্ৰ চৰণ কৰক... | asm_Beng |
23,362 | He was very aware of his limitations. | যু. পূ.) | asm_Beng |
23,363 | I Set the Pattern for You | ‘ মই তোমালোকক আৰ্হি দেখুৱালোঁ ’ | asm_Beng |
23,364 | However, over the next century, the restored nation began drifting into apostasy and wickedness. | কিয়নো মই যি যিহোৱা, মোৰ পৰিবৰ্ত্তন নাই । ” | asm_Beng |
23,365 | We keep saying this. | তাৰ এই কথাষাৰ আমি প্ৰায়ে কৈ থাকোঁ। | asm_Beng |
23,366 | Banks to remain closed on these days in month. | বিভিন্ন বন্ধৰ দিনৰ বাবে বেংকৰ সেৱা বন্ধ থাকিব এই মাহটোত। | asm_Beng |
23,367 | He was determined to cut off in death the worshipers of the Canaanite fertility god Baal. | এতেকে সেই সময়ত যিহূদাত বাস কৰা দুষ্টলোকৰ ‘ সকলোকে নিঃশেষে সংহাৰ কৰিলে । ’ | asm_Beng |
23,368 | Lilabari Airport or North Lakhimpur Airport (IATA: IXI, ICAO: VELR) is located in the Lakhimpur district in the state of Assam, India. | লীলাবাৰী বিমানবন্দৰ (আইএটিএ: IXI, আইচিএঅ’: VELR) ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিকটবৰ্তী অসম ৰাজ্যৰ লখিমপুৰ জিলাত অৱস্থিত এটি আন্তৰাজ্যিক বিমানবন্দৰ। | asm_Beng |
23,369 | If this is active, the color set by the background-color key will be used to fill the area behind the image. If it is not set, the current GTK+ theme will determine the fill color. | এইটো যদি সক্ৰিয় হয়, তেনেহলে পটভূমিৰ-ৰঙ কিয়ে সংহতি কৰা ৰঙ ব্যৱহাৰ কৰা হব ছবিৰ পাছফালৰ স্থান পূৰ্ণ কৰিবলে। যদি এইটো সংহতি কৰা হোৱা নাই তেনেহলে, বৰ্তমান GTK+ theme এ পূৰ্ণ কৰিব লগিয়া ৰঙ নিৰ্ধাৰণ কৰিব। | asm_Beng |
23,370 | 1, 2. (a) According to the Mosaic Law, how were Israelite slaves to be treated? ( b) What choice did the slave who loved his master have? | ইজিপ্ত, গ্ৰীচ আৰু ৰোমৰ দৰে দেশবোৰত অত্যধিক কাৰ্য্য দাসবিলাকৰ দ্বাৰা সম্পন্ন কৰা হৈছিল । | asm_Beng |
23,371 | We can be sure that in the year 2000, me - ism is by no means dead. | বৰ্তমান ২০০০ চনতো সেই একেই মনোবৃত্তি দেখিব পোৱা গৈছে । | asm_Beng |
23,372 | Endurance Comes From Jehovah What is a key reason why we endure in our Christian ministry? | আপুনি এই শুভবাৰ্ত্তা শুনোৱাৰ দ্বাৰা আনৰ বাবে চিৰকাল জীয়াই থকাৰ সুযোগ মুকলি কৰিব পাৰে । | asm_Beng |
23,373 | The Bible calls these men magi, or astrologers, and it does not say how many there were. | বাইবেলত সেই ব্যক্তিসকলক মেগুচ বা “জ্যোতিষী ” বুলি কৈছে আৰু তেওঁলোক কিমানজন আছিল সেই বিষয়ে একো উল্লেখ কৰা নাই । | asm_Beng |
23,374 | Media and Legal Advisers to the Chief Minister Hrishikesh Goswami and Shantanu Bharali were also present in the programme along with several MLAs who would embark on the tour, a press release state | মুখ্যমন্ত্ৰীৰ মেডিয়া মুখ্য উপদেষ্টা ঋশ্বিকেশ গোস্বামী আৰু আইন পৰামৰ্শদাতা শান্তনু ভৰালীও এই অনুষ্ঠানত উপস্থিত থাকে । | asm_Beng |
23,375 | His father was Kesana and his mother Lakkamamba. | তেখেতৰ পিতৃ আছিলজন শ্বান আৰু মাতৃ আছিল ইছাবেলা কেমেৰুন। | asm_Beng |
23,376 | He will bring about the restoration of all things of which God spoke through the mouth of his holy prophets of old time. | ( প্ৰকাশিত বাক্য ১১ : ১৮) যীচুৱে আচলতে কি কৰিব? | asm_Beng |
23,377 | Who, when and how? | কোনে, ক’ত, কেনেকৈ বিহ দিছিল? | asm_Beng |
23,378 | Qualification -Graduate | পদৰ অৰ্হতা- স্নাতক উত্তীৰ্ণ | asm_Beng |
23,379 | I hope that the partnership between Stolen Asset Recovery Initiative (StAR) and Interpol will help in confiscation and recovery of stolen assets. | ইণ্টাৰপ’ল (Interpol) ৰ মাজত হোৱা অংশীদাৰীত্বই বাজেয়াপ্তকৃত তথা চুৰি সামগ্ৰীৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব৷ মই নিশ্চিত যে আজি আয়োজিত এই সন্মিলনে বিশ্বৰ দুৰ্নীতি প্ৰতিৰোধৰ ক্ষেত্ৰত এখ আশাপ্ৰদ বাৰ্তা কঢ়িয়াব আৰু লগতে বিভিন্ন অপৰাধজনিত সম্পত্তিৰ পুনৰুদ্ধাৰৰ বাবে এক সুৰক্ষিত বিনিময় মঞ্চ গঢ়ি তুলিবলৈ সক্ষম হ’ব৷ | asm_Beng |
23,380 | But the Government should not be complacent. | কিন্তু চৰকাৰৰ ডিঙিৰ কাঁইট হৈ নপৰিব। | asm_Beng |
23,381 | I always point that out. | মই সদায় সেই কথাটোতে গুৰুত্ব আৰোপ কৰোঁ । | asm_Beng |
23,382 | Millions of Muslim, Sikh and Hindu refugees trekked the newly drawn borders in the months surrounding independence. | স্বাধীনতা লাভৰ মাহটোত আৰু তাৰ পিছতো লাখ লাখ মুছলমান, শিখ আৰু হিন্দু শৰণাৰ্থীয়ে নতুনকৈ থিৰ কৰা সীমান্তৰে পাৰ হ'ল। | asm_Beng |
23,383 | Your account has expired. please contact your system administrator | আপোনাৰ একাওন্টৰ অৱসান ঘটিছে. অনুগ্ৰহ কৰি চিস্টেম প্ৰশাসকৰ সৈতে যোগাযোগ কৰক। | asm_Beng |
23,384 | All arrangements to conduct elections have already been completed in the State. | ইতিমধ্যে ৰাজ্যৰ সকলো স্থানত ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে । | asm_Beng |
23,385 | Document `%s' has been sent to `%s' for printing. | দস্তাবেজ `%s' -ক প্ৰিন্ট কৰিবলে `%s' -ত পঠোৱা হৈছে। | asm_Beng |
23,386 | Keep posting. | আপোনালোকে পোষ্ট কৰি থাকক। | asm_Beng |
23,387 | Expected a public identifier but the doctype ended. | এটা ৰাজহুৱা পৰিচয়ক প্ৰত্যায়া কৰা হৈছিল কিন্তু দস্তাবেজধৰণ সমাপ্ত হল। | asm_Beng |
23,388 | Specify the initial orientation of the applet (top, bottom, left or right) | এপ্লেটৰ প্ৰাৰম্ভিক দিশ সংহতি কৰক (ওপৰত,তলত,বাওঁফালে বা সোঁফালে)Size | asm_Beng |
23,389 | Could not create the destination folder: %s. | উদ্দিষ্ট ফোল্ডাৰ তৈৰি কৰা নাযায়: %s । | asm_Beng |
23,390 | Why did all this happen? | কিয় এই সকলোবোৰ কৰা হৈছে? | asm_Beng |
23,391 | Jobs expressions might make it appear that he had turned against God, but that was not the case. | দৰাচলতে, তেওঁ অসহনীয় বেদনাত পৰি তেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল । | asm_Beng |
23,392 | Select the contact you wish to unlink from your list of contact. | আপোনাৰ পৰিচয়ৰ তালিকাৰ পৰা আনলিঙ্ক কৰিব বিচৰা পৰিচয় বাছক। | asm_Beng |
23,393 | True, none of us like to be unpopular, but we must bear in mind that Christians have standards that are different from those in the world. | ( মথি ২০ : ২৭, ২৮) এইহেতুকে আমি সকলোৱে যীচুৰ শিষ্য হোৱাৰ বাবে তেওঁৰ দাসস্বৰূপ হৈছোঁ । | asm_Beng |
23,394 | Where can we find fitting illustrations? | ( বক্সত চাওক ।) | asm_Beng |
23,395 | Just after he spoke of the faithful and discreet slave, Jesus gave two parables that highlighted those qualities: the parable of the discreet and foolish virgins and the parable of the talents. | এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ আঁহক আমি পৰৱৰ্তী লেখটো বিবেচনা কৰোঁহঁক । | asm_Beng |
23,396 | There are so many! | ‘বহুত ভগৱান আছে! | asm_Beng |
23,397 | Begins On | আৰম্ভ হয় | asm_Beng |
23,398 | Failed to write to temporary file when loading XBM image | XBM প্ৰতিমুৰ্তি তোলোতে অস্থায়ী নথিপত্ৰলৈ লিখিব'লৈ অক্ষম | asm_Beng |
23,399 | : And what do you think? | : তুমি এনেকৈ কৈছা? | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.