Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
2,800
Select the services that you wish to activate:
সক্ৰিয় কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সেৱা নিৰ্বাচন কৰক:
asm_Beng
2,801
Morality based on Bible teachings includes honesty and integrity. Yet, cheating, corruption, and fraud are widespread.
বাইবেলৰ নৈতিক সিধান্তই আমাক সৰল আৰু নিষ্ঠাৱান হ’বলৈ শিক্ষা দিয়ে ।
asm_Beng
2,802
Keyboard shortcut to switch to the next tab
পৰবৰ্তী টেব পৰিবৰ্তনৰ বাবে ব্যৱহৃত কিবৰ্ড চৰ্টকাট কি
asm_Beng
2,803
BJP and Congress are the two main political parties in the state.
কংগ্ৰেছ আৰু বিজেপি দেশৰ দুটা প্ৰধান শক্তি।
asm_Beng
2,804
They have simply obeyed the command of Jesus: As you go, preach.
( পাঁচনিৰ কৰ্ম্ম ৫ :⁠ ৪২) মানৱজাতিৰ বাবে তেওঁলোকে উত্তম শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে ।
asm_Beng
2,805
The Hotel staff of Guwahati, the staff of health department, police personnel, transport dept drivers, petrol depot employees, dhabas, truck parking lot employees, employees of godowns, and small shops near these Godwons will be covered under the targeted surveillance meant to pinpoint the source of the virus outbreaks...
গুৱাহাটীৰ হোটেলৰ কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, পেট্ৰ'ল ডিপোৰ কৰ্মচাৰী, পৰিবহণ বিভাগৰ কৰ্মচাৰী, আৰক্ষী বিষয়া-কৰ্মচাৰী, ধাবাৰ কৰ্মচাৰী, ট্ৰাক পাৰ্কিংস্থলৰ কৰ্মচাৰী, গুদামৰ কৰ্মচাৰী, এই গুদামসমূহৰ ওচৰৰ সৰু-সুৰা দোকানৰ গৰাকী আদিক এই নিৰীক্ষণ কৰ্মসূচীত সামৰি লোৱা হ'ব।
asm_Beng
2,806
The date this version was first used with this installation profile
এই ইনস্টলেষণ আলেখ্যৰ সৈতে এই সংস্কৰণৰ প্ৰথম ব্যৱহাৰৰ তাৰিখ
asm_Beng
2,807
"""And for what?"
“আৰু ছুৰীখন লগত কিয়?
asm_Beng
2,808
Coping With Uncertainty, 2 / 1
পৰিৱৰ্তনশীল জগতৰ মনোবৃত্তিক প্ৰতিৰোধ কৰা, ৪ / ১
asm_Beng
2,809
Such congregations are a protection even now, a place where Christians find safety among their brothers, under the loving care of the elders.
এতেকে এই কঠিন সময়তো যিহোৱাই নিজৰ লোকসকলক আধ্যাত্মিক পোহৰৰ যোগান ধৰি আছে ।
asm_Beng
2,810
Changing lifestyles are adding to the burden of non-communicable diseases.According to some estimates, non-communicable diseases now account for about sixty percent of total deaths in our country.
পৰিৱৰ্তিত জীৱনশৈলীয়ে অ-সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিছে৷ কিছুসংখ্যক সমীক্ষা অনুসৰি, আমাৰ দেশৰ মুঠ মৃত্যুৰ প্ৰায় ৬০শতাংশৰেই কাৰণ হ’ল অ-সংক্ৰামক ৰোগ৷
asm_Beng
2,811
Education is necessary for personality development, along with social development.
ব্যক্তিগত তথা সামাজিক উন্নয়নৰ বাবে শিক্ষা হৈছে মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ ৷ শিক্ষা প্ৰক্ৰিয়াত ব্যক্তিৰ অন্তনিৰ্হিত গুনাৱলীৰ পুৰ্ন বিকাশৰ…
asm_Beng
2,812
error while creating baggage object
বস্তুবাৰি অবজেক্ট সৃষ্টি কৰোঁতে ত্ৰুটি।
asm_Beng
2,813
Wireless adapter was not recognized
বেতাঁৰ এডাপ্টাৰ চিনাক্ত কৰিব পৰা নগল
asm_Beng
2,814
Cabinet approves provision of submarine optical fibre cable connectivity between mainland (Chennai) and Andaman & Nicobar Islands
মেইনলেণ্ড (চেন্নাই) আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ মাজত ছাবমেৰিন অপ্টিকেল ফাইবাৰ কেবল সংযোগ স্থাপনৰ বাবে কেবিনেটৰ অনুমোদন
asm_Beng
2,815
What a feeling it was!
মনটো যে কেনেকুৱা লাগি গৈছিল!
asm_Beng
2,816
According to Isaiahs prophecy, he says to Zion: To you the very glory of Lebanon will come, the juniper tree, the ash tree and the cypress at the same time, in order to beautify the place of my sanctuary. and I shall glorify the very place of my feet.
বিশেষকৈ তেওঁ ক্ৰমান্বয়ে তেওঁক উপাসনা কৰা স্থান আৰু নাম ধাৰণ কৰোঁতা লোকসকলক শুশোভিত কৰি তুলিছে ।
asm_Beng
2,817
However, concerning the lands east of the Jordan, The Historical Geography of the Holy Land, by George Adam Smith, says: [They] all roll off, with almost no intervening barrier, upon the great Arabian plateau.
আনহাতে, যৰ্দ্দন নদীখনৰ বাবে তাৰ পশ্চিমে অৱস্থিত থকা দেশখনক শত্ৰুবিলাকে সহজে আক্ৰমণ কৰিব নোৱাৰিছিল ।
asm_Beng
2,818
It is a helpless situation.
অসহায় অৱস্থা এটা।
asm_Beng
2,819
[ Picture on page 11]
[ ২১ পৃষ্ঠাৰ ছবি]
asm_Beng
2,820
[ Pictures on page 4]
[ ৪ পৃষ্ঠাৰ ছবিসমূহ]
asm_Beng
2,821
There is a kind of giving that is even more important than charity.
দান কৰাটো অধিক লাভদায়ক
asm_Beng
2,822
Open with { -brand-short-name }
{ -brand-short-name }-এৰে খোলক
asm_Beng
2,823
It is proper to pray for more faith. When Jesus was about to cast a demon out of a young boy, the lads father pleaded: I have faith! Help me out where I need faith!
উদাহৰণস্বৰূপে, যীচুৱে এটা সৰু ল’ৰাৰ পৰা ভূত খেদোৱাৰ পূৰ্বেই ল’ৰাটিৰ বাপেকে ৰিঙিয়াই এইদৰে কৈছিল: “বিশ্বাস কৰিছোঁ. মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক! ”
asm_Beng
2,824
How does Jehovah provide the help we need today by means of the angels?
( খ) ক্ষুদ্ৰমাত্ৰাত কৰা দয়াৰ কাৰ্য্যও কিয় গুৰুত্বপূৰ্ণ?
asm_Beng
2,825
"Congress leader Rahul Gandhi took a jibe at the PM's tweet and wrote, ""Give up hatred, not social media accounts."
ইপিনে প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কৈছে : ছচীয়েল মিডিয়া নহয়, ঘৃণা ত্যাগ কৰক।
asm_Beng
2,826
"Keyboard shortcut key for switch to tab 11. Expressed as a string in the same format used for GTK+ resource files. If you set the option to the special string ""disabled"", then there will be no keyboard shortcut for this action."
"টেব ১১ লৈ পৰিবৰ্তন কৰিবলৈ ব্যৱহৃত চাবি ফলক শৰ্টকাট চাবি । GTK+ সম্পদ নথিপত্ৰত ব্যৱহৃত বিনেস অনুযায়ী পংক্তিৰূপে উল্লিখিত হয় । এই বিকল্পৰ বাবে ""disabled"" মান নিৰ্ধাৰিত হ'লে চিহ্নিত কামৰ বাবে কোনো চাবি ফলক শৰ্টকাট যুক্ত কৰা ন'হ'ব ।"
asm_Beng
2,827
Polling in Assam is scheduled to take place in three phases.
অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন ।
asm_Beng
2,828
Speaking on the occasion, the Prime Minister gave examples of the success of Jan Dhan Yojana, insurance schemes, Mudra Yojana, Ujjwala Yojana, and Udan, to highlight how the Union Government is implementing schemes which benefit the poorest of the poor.
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে জন ধন যোজনা, বীমা আঁচনি, মুদ্ৰা যোজনা আৰু উড়ানৰ আলোকপাত কৰি ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে সমাজৰ আটাইতকৈ দুখীয়া লোকসকলৰ উন্নয়নত কেনেকৈ সফলতা লাভ কৰিছে তাৰো খতিয়ান দাঙি ধৰে।
asm_Beng
2,829
The temporary periods of uncleanness associated with childbirth, as well as other matters, such as menstruation and seminal emissions, called this hereditary sinfulness to mind.
যিহেতু উত্তৰাধিকাৰীৰূপে পোৱা পাপৰ বাবে সন্তান - সন্ততিলৈ অসিদ্ধতা আৰু পাপ বিয়পি পৰিল ।
asm_Beng
2,830
River Brahmaputra has been developed substantially in terms of fairway, navigational aids and terminals with mechanized handling facilities.
ব্ৰহ্মপুত্ৰ নদীক সুগমপথ, নৌসম্পৰ্কীয় সুবিধা আৰু টাৰ্মিনেল উপযোগী সুবিধা হোৱাকৈ পৰ্যায়ক্ৰমে বিকাশ ঘটাই থকা হৈছে।
asm_Beng
2,831
The sound is really good.
কন্ঠটো ভাল বুলি কৈছে।
asm_Beng
2,832
Incomplete path in shell
শেলেৰ পাথ সম্পূৰ্ণৰূপে লেখা হয়নি
asm_Beng
2,833
"Anxiety can be either a short-term ""state"" or a long-term ""trait""."
"উদ্বিগ্নতা এটা হ্ৰস্ব-ম্যাদী ""অৱস্থা"" বা দীৰ্ঘ-ম্যাদী ""চাৰিত্ৰিক বৈশিষ্ট্য"" হ'ব পাৰে।"
asm_Beng
2,834
Automatically reject or forward incoming calls if no answer is given after the specified amount of time (in seconds)
নিৰ্দিষ্ট সময় (ছেকেণ্ডত) পাৰ হৈ যোৱাৰ পিছত অহা কলৰ উত্তৰ নিদিলে নিজেই অগ্ৰাহ্য কৰিব বা আগবঢ়াই দিব
asm_Beng
2,835
From far away your own sons keep coming, and your daughters who will be taken care of on the flank.
এই বিদেশী জাতিক যিহোৱাই কেনে দৃষ্টি কৰে?
asm_Beng
2,836
The reason of committing suicide is not yet known.
যুৱকজনৰ আত্মহত্যাৰ অপচেষ্টাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷
asm_Beng
2,837
The Prime Minister, Shri Narendra Modi has spoken to Chief Minister of West Bengal, Ms. Mamata Banerjee on the situation arising due to the collapse of an under construction flyover in Kolkata.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ নিৰ্মীয়মান উৰণীয়া সেঁতু খঁহি পৰা দুৰ্ঘটনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে কেন্দ্ৰৰ ফালৰ পৰা সম্ভাৱ্য সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আ...
asm_Beng
2,838
Import color profile?
ৰঙৰ আলেখ্য ইমপোৰ্ট কৰিব নে?
asm_Beng
2,839
So let us consider a few beliefs of the early Christians in the light of what Jehovahs present - day servants have learned because they use the Bible as their principal textbook. The Truth About the Soul
( যোহন ১৪ :⁠ ২৮) বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলেও সেই একেই দৃষ্টিভঙ্গী বজাই ৰাখিছে ।
asm_Beng
2,840
I will visit Japan on 10-12 November 2016 for the Annual Summit.
বাৰ্ষিক সন্মিলন উপলক্ষে অহা ১০-১২ নৱেম্বৰলৈ মই জাপান ভ্ৰমণ কৰিম।
asm_Beng
2,841
At about three in the afternoon, Jesus cries out: It has been accomplished!
ফৰীচী আৰু অধ্যাপকসকলৰ বিষয়ে যীচুৱে তেওঁৰ শ্ৰোতাসকলক কি পৰামৰ্শ দিছিল?
asm_Beng
2,842
upower backend enabled.
HAL ব্যাক-এন্ড সক্ৰিয় কৰা হৈছে ।
asm_Beng
2,843
The psalmist expressed such a yearning when he said: Uncover my eyes, that I may look at the wonderful things out of your law.
অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! ”
asm_Beng
2,844
Those knowing your name will trust in you. PSALM 9: 10.
“ তোমাৰ নাম জনাবিলাকে তোমাত ভাৰসা ৰাখিব । ” ​ —⁠ গীতমালা ৯ :⁠ ১০.
asm_Beng
2,845
Enduring the Consequences of Sin
অতি সোনকালে অনৈতিক কাৰ্য্যৰে ভৰি থকা এই অধাৰ্ম্মিক জগতখন ধ্বংস হ’ব আৰু ইয়াৰ সৈতে সকলো প্ৰকাৰৰ অনৈতিক বিচাৰ - ধাৰাৰ অভ্যাসবোৰো চিৰকালৰ বাবে আঁতৰি যাব ।
asm_Beng
2,846
All are in distress.
অসুবিধাত পৰিছে সকলো।
asm_Beng
2,847
So we have reason to join the psalmist in saying: How many your works are, O Jehovah! All of them in wisdom you have made.
বৰ্তমান সময়ত বহুতে সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে দেখিবলৈ পোৱা প্ৰমাণসমূহক অস্বীকাৰ বা সেইবিলাকৰ প্ৰতি আওকাণ কৰে ।
asm_Beng
2,848
On account of it, the input cost of the farmer is going to be less, the recurring expenditure is going to be less and due to owning solar pump at home will result in owning electricity, owning the sun, owning the field, owing the barn and thus our farmer would be happy.
ইয়াৰ ফলত কৃষকসকলৰ input-cost কম হ’ব, recurring expense কম হ’ব আৰু solar pump ঘৰতে হোৱাৰ বাবে বিদ্যুতো পাব, সুৰ্যকো পাব, খেতিও হ’ব, ভঁৰালো ভৰিব আৰু মোৰ কৃষকসকলো সুখী হ’ব।
asm_Beng
2,849
What's wrong
কি কৱ গহীন?
asm_Beng
2,850
The Prime Ministers Office has been made aware about this.
এই কথা ইতিমধ্যে প্ৰধানমন্ত্ৰী কার্যালয়ে অৱগত কৰিছে।
asm_Beng
2,851
Would you like to update the saved password for %S?
"আপুনি ""%S"" ৰ বাবে সংৰক্ষিত পাছৱাৰ্ড আপডেইট কৰিব বিচাৰে নে?"
asm_Beng
2,852
Only two hands went up.
দুখন নে তিনিখন মাত্ৰ হাত ওপৰলৈ উঠিল।
asm_Beng
2,853
The patients are being treated in the hospital.
অসুস্থসকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
asm_Beng
2,854
Minister of State for Agriculture and Farmers Welfare
কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী
asm_Beng
2,855
Dont you love your baby?
আপুনি আপোনাৰ ঘৈনীক মৰম নকৰেনে?
asm_Beng
2,856
The news was first reported by The Hindu newspaper.
দেওবাৰে এই বাতৰি প্ৰকাশ কৰিছে দেশৰ আগশাৰীৰ সংবাদ পত্ৰ 'দ্য হিন্দু’ৱে।
asm_Beng
2,857
Text of PMs Mann ki Baat programme on All India Radio on June 26, 2016
২৬ জুন, ২০১৬ তাৰিখে অল ইণ্ডিয়া ৰেডিঅ’যোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ লিখিত ৰূপ
asm_Beng
2,858
To change the authentication settings, enter your Linux login credentials.
প্ৰমাণীকৰণ ছেটিংছ সলনি কৰিবলৈ আপোনাৰ লিনাক্স লগিন পৰিচয়সমূহ প্ৰদান কৰক।
asm_Beng
2,859
And, in this respect we welcome Garuda Indonesias decision to commence direct flights to Mumbai.
সেয়ে, মুম্বাইৰ পৰা আকাশীপথেৰে প্ৰত্যক্ষ যোগাযোগ স্থাপনৰ বাবে ‘গৰুড় ইণ্ডোনেছিয়া ইন্টাৰনেশ্যনেল’-ৰ সিদ্ধান্তক আমি স্বাগতম জনাইছো।
asm_Beng
2,860
Only root wants to run GDM
অকল root এ GDM চলাব খোজে
asm_Beng
2,861
On the left side
বাও ফালে
asm_Beng
2,862
Toggle maximization state
সৰ্বোচ্চ অবস্থা অদল-বদল কৰক
asm_Beng
2,863
Rainy days
বৰষুণৰ দিনবোৰৰ কথা
asm_Beng
2,864
It's not a surprise!
এয়া সচাঁকৈয়ে আচৰিত নহয়নে!
asm_Beng
2,865
This is one of the main tourist attraction there.
এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
asm_Beng
2,866
Concerning the Mosaic Law as a whole, Jehovah said: If you will strictly obey my voice and will indeed keep my covenant, then you will certainly become my special property out of all other peoples, because the whole earth belongs to me.
কিন্তু আপুনি জানেনে যে অভিষিক্ত ব্যক্তিসকলে পালন কৰা ব্যৱস্থা শিলৰ ফলিত লিখা ব্যৱস্থাতকৈও অধিক উত্তম?
asm_Beng
2,867
BJP's mayoral candidates file nomination
নগাঁওত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল
asm_Beng
2,868
The revision of cost norms will motivate fanners for oil palm plantation.
ইয়াৰ ব্যয়ৰ ক্ষেত্ৰত কৰা সংশোধনে সকলোকে পাম তেলৰ খেতি কৰিবলৈ প্ৰণোদিত কৰিব।
asm_Beng
2,869
Our markets should show that they are able to successfully raise capital for projects benefiting the vast majority of our population.
আমাৰ বজাৰসমূহে দেখুৱাব পাৰিব লাগিব যে জনসাধাৰণৰ কল্যাণৰ অৰ্থে তেওঁলোকে উৎপাদনশীল কামৰ প্ৰকল্পৰ বাবে মূলধনৰ যোগাৰ কৰিবলৈ সক্ষম।
asm_Beng
2,870
No matter what course we may choose, however, we must bear in mind the apostle Pauls words: Each of us will render an account for himself to God.
আমি যিয়েই নিৰ্ণয় নলওঁ কিয় পাঁচনি পৌলে কোৱা এই কথাষাৰ মনত ৰাখা উচিত: “আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব । ”
asm_Beng
2,871
Paul was now serving Jehovah and Christ as the least of the apostles.
ঠিক তেনেদৰে আমিও নিজৰ উদ্দীপনাক একেৰাহে দৃঢ় কৰা আৱশ্যক ।
asm_Beng
2,872
It is not written.
ইয়াৰ কোনো লিখিত ৰূপ নাই।
asm_Beng
2,873
Enable switch scanning
চুইচ স্কেনিং সামৰ্থবান কৰক
asm_Beng
2,874
Everybody is.
সকলোৱে নুবুজে।
asm_Beng
2,875
Strategy to use
ব্যৱহাৰৰ বাবে চিহ্নিত কৌশল
asm_Beng
2,876
The accused have been identified as Shan Malik, Navid, Sajil Mohammed, Mohammed Aqib, Sakib, Sayyed, Yousuf Ahmed and have been arrested.
ধৃত যুৱককেইজনৰ নাম ছান মালিক, নিৱাদ, ছেমুৱেল মহম্মদ, মহম্মদ আখউব, ছাকিব, ছয়দ নাবিল আৰু ইউছুফ আহমেদ ।
asm_Beng
2,877
Yes, our doubts will dissipate as we draw close to God through study and prayer. James 4: 7, 8. 7, 8.
সচাঁকৈ, যেনেকৈ আমি বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপি আহিম, আমাত থকা সন্দেহবোৰো আঁতৰ হ’ব । ​ —⁠ যাকোব ৪ :⁠ ৭, ৮.
asm_Beng
2,878
He was unwilling to discard completely Maxwell's theory of electrodynamics.
"মেক্সৱেল (Maxwell)-ৰ তড়িৎ চুম্বকত্ব বা ইলেক্ট্ৰ'ডাইনেমিকছ (""electrodynamics"") তত্ত্ব সম্পূৰ্ণভাৱে নাকচ কৰিবলৈ প্লেংক ইচ্ছুক নাছিল।"
asm_Beng
2,879
Why were messages of doom fulfilled upon Judah and other nations? WHAT powerful judgment messages Jehovah inspired Zephaniah to deliver!
“ কিয়নো, আটাই জাতিয়ে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিবৰ নিমিত্তে,...
asm_Beng
2,880
Usually, related Branch Committee coordinator John Norman, people will take on voodoo to protect themselves.
তেওঁ আচৰিত হৈ এইদৰে কয়, ‘ যদি প্ৰেতাত্মাই মোক ৰক্ষা কৰিছে তেনেহ’লে মোলৈ কিয় এনে ঘটিল? ’
asm_Beng
2,881
The hour-long blockade caused disruption of vehicular traffic movement.
প্ৰায় এঘণ্টা সময় পথ অৱৰোধৰ ফলত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে।
asm_Beng
2,882
There is no lack of market for good products.
আনহাতে উৎপাদিত সামগ্ৰীৰ বাবে নাই বজাৰৰ সু ব্যৱস্থা।
asm_Beng
2,883
His other books include:
তেখেতৰ ৰচিত আন আন গ্ৰন্থসমূহ হ'ল-
asm_Beng
2,884
Who is this? people ask. And the crowds keep saying: This is the prophet Jesus, from Nazareth of Galilee!
তাকে দেখি ফৰীচীসকলে দুখ কৰি কৈছিল: “জগতখনেই তেওঁৰ পাছত গল । ” ​ —⁠ মথি ২১ :⁠ ১০, ১১. যোহন ১২ :⁠ ১৭ - ​ ১৯.
asm_Beng
2,885
Type less, find more: Search { $engineName } right from your address bar.
কমকৈ টাইপ কৰক, বেছিকৈ বিচাৰক: আপোনাৰ ঠিকনা দণ্ডিকাৰে পৰা { $engineName } সন্ধান কৰক।
asm_Beng
2,886
The criminals will be nabbed shortly.
অতি সোনকালে অপৰাধীক গ্ৰেপ্তাৰ কৰা হব।
asm_Beng
2,887
But weve learned a lot.
কিন্তু আমাৰ বহুত উপকাৰ কৰি থৈ গ’ল।
asm_Beng
2,888
In his dealings with the Pharisees, how did Jesus show his loyal love for Gods Word?
( যোহন ৭ :⁠ ১৬. ৮ :⁠ ২৮. ১২ :⁠ ৪৯. ১৪ :⁠ ১০) তেওঁ ঈশ্বৰীয় সত্যক নিজৰ বিচাৰধাৰাৰে পৰিৱৰ্তন কৰাৰ বিপৰীতে তাক অত্যন্ত প্ৰেম কৰিছিল ।
asm_Beng
2,889
Let us never underestimate the beneficial effects of goodness. We can keep on displaying this quality by supporting the Christian congregation and doing what we can to look after its interests and welfare.
যিহোৱাই যে “সত্যতাত মহান, ” তাক প্ৰতিফলিত কৰিবলৈ আমি কেনে কাৰ্য্য কৰা উচিত?
asm_Beng
2,890
He called upon all the participating sportsmen to take part in these games with dedication and sportsman's spirit.
তেওঁ সকলো ক্রীড়াৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা খেলুৱৈসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
asm_Beng
2,891
Only show supported packages in the file lists
ফাইলৰ তালিকাত কেৱল সমৰ্থিত পেকেইজসমূহ দেখুৱাওক
asm_Beng
2,892
Rather, it is the increased emphasis that society places on money and material success.
এই ধৰণৰ প্ৰয়োজনীয়তাই এক নতুন বিষয় আৰু চিন্তাধাৰা উত্থাপন কৰে ।
asm_Beng
2,893
They have not yet taken a decision.
এতিয়ালৈকে তেওঁলোকে সিদ্ধান্ত লোৱা নাই।
asm_Beng
2,894
Internal error in the GIF loader (%s)
GIF তুলি লোৱাত ভিতৰুৱা ভুল (%s)
asm_Beng
2,895
"""Who doesn't?"
“কোনে একেবাৰে নোৱাৰে?
asm_Beng
2,896
I wanted my Prime Minister to go.
মই বিচাৰো আমাৰ মুখ্যমন্ত্ৰীক লৈ যাও।
asm_Beng
2,897
The question is at what value?
প্ৰশ্ন হৈছে, ইয়াৰ লাভ কি?
asm_Beng
2,898
Hangul Syllables
হাঙ্গুল ধ্বনি- নিৰ্দেশকKCharselect unicode block name
asm_Beng
2,899
applies the Qt stylesheet to the application widgets
অনুপ্ৰয়োগ উইজেটৰ বাবে Qt stylesheet প্ৰয়োগ কৰা হয়
asm_Beng