Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
5,600
Out of this 143 projects have been completed and five projects were foreclosed.
ইয়াৰে ২৯৭ টা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু ৫ টা সম্পূৰ্ণ হোৱাৰ পথত।
asm_Beng
5,601
This is a big boon to them.
এয়া তেওঁলোকৰ বাবে ডাঙৰ প্ৰাপ্তি।
asm_Beng
5,602
Why is it?
কি হ’ল নকৱ কিয় ?
asm_Beng
5,603
Enable all breakpoints
সকলো ভগ্নবিন্দু সামৰ্থবান কৰক
asm_Beng
5,604
But this is not permanent.
কিন্তু সেই চৰকাৰ স্থায়ী নহ’ল।
asm_Beng
5,605
It was as if I were dead inside. Seeking direction, I prayed intensely to Jehovah.
মই নিজকে এটা জীৱিত মৰা শ যেন অনুভৱ কৰিছিলোঁ ।
asm_Beng
5,606
He also mentioned reforms in sectors such as defence, construction, food-processing etc.
তেওঁ লগতে সুৰক্ষা, নিৰ্মাণ খণ্ড, খাদ্য প্ৰক্ৰিয়াকৰণ আদি ক্ষেত্ৰত অনা সংস্কাৰৰ কথাও উল্লেখ কৰে।
asm_Beng
5,607
Afterward, the teacher and students had so many questions that the boys were in front of the class for an additional 20 minutes.
বাইবেল আৰু ইয়াৰ আধাৰিত আলোচনীবোৰ পঢ়িবলৈ সময় উলিয়াওক ।
asm_Beng
5,608
Exhibition on Futuristic Technologies and Space Exploration which offers a vision of the future of space travel.
৩) ভৱিষ্যগামী প্ৰযুক্তি আৰু মহাকাশ পৰ্যবেক্ষণ প্ৰদৰ্শনী, যিয়ে মহাকাশত ভৱিষ্যতে যাতায়াত বা ভ্ৰমণ কৰাৰ বিভিন্ন দৃষ্টিভঙ্গীৰ উপস্থাপন কৰা হ’ব।
asm_Beng
5,609
I am not going to campaign for any political party.
ম‌ই কোনো ৰাজনৈতিক দলৰ ওচৰত বিক্ৰী নাযাওঃ দৈমাৰী।
asm_Beng
5,610
Gdk debugging flags to set
Gdk ডিবাগ সংক্ৰান্ত নিৰ্ধাৰণযোগ্য ফ্ল্যাগ
asm_Beng
5,611
During the protest, slogans were raised against central and state government.
ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।
asm_Beng
5,612
Automatically log into the system after selecting options
বিকল্পসমূহ নিৰ্বাচন কৰাৰ পিছত চিস্টেমত স্বচালিতভাৱে লগিন কৰক
asm_Beng
5,613
$BrandShortName &Safe Mode
$BrandShortName সুৰক্ষিত অৱস্থা (&S)
asm_Beng
5,614
It was in a way.
এটা পথেৰে গৈ আছিলো।
asm_Beng
5,615
He can help us to keep Kingdom interests first, to do what is right, and to fulfill our obligation to him. Romans 12: 2. 2 Corinthians 13: 7.
যদি তেনে হৈছে তেন্তে আমি ইয়াৰ বাবে প্ৰাৰ্থনা কৰা উচিত ।
asm_Beng
5,616
kwin: unable to claim manager selection, another wm running? (try using --replace)
kwin: পৰিচালন ব্যৱস্থা ধাৰ্য কৰোঁতে ব্যৰ্থ, এটা পৃথক সংযোগক্ষেত্ৰ পৰিচালন ব্যৱস্থা বৰ্তমানে চলিছে নেকি? (-- replace ৰ প্ৰয়োগ চেষ্টা কৰক)
asm_Beng
5,617
How are principles distinguished from laws? Why is it beneficial for us to think and act on the basis of principles?
যদি আমি এজন সফলপ্ৰাপ্ত খ্ৰীষ্টান হ’ব বিচাৰিছোঁ, তেনেহ’লে আমাৰ জীৱনটোক কিহৰ দ্বাৰা পৰিচালিত কৰা উচিত?
asm_Beng
5,618
Sushant Singh Rajput Bollywood Actor has killed himself in his home
বলিউডৰ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সম্পৰ্কত নিতৌ ন ন তথ্য পোহৰলৈ আহি আছে।
asm_Beng
5,619
How to make decisions?
এনেকুৱা হ’লে সিদ্ধান্তবোৰ কেনেকৈ ল’ব পৰা যাব?
asm_Beng
5,620
MoU on Cooperation in the field of Agriculture and Allied Sectors.
কৃষি আৰু আনুসঙ্গিক বিষয়ৰ ক্ষেত্ৰত সহোগিতাৰ বাবে বুজাবুজিৰ চুক্তি
asm_Beng
5,621
It is the appointed time for the judgment to start with the house of God. 1 Peter 4: 17.
“ ঈশ্বৰৰ গৃহত সোধ - বিচাৰৰ আৰম্ভণৰ সময় হৈছে । ” ​ —⁠ ১ পিতৰ ৪: ১৭. সা.
asm_Beng
5,622
"The desktop file name (including the "".desktop"") of the application to use for editing images (when the ""Edit Image"" toolbar button is clicked). Set to the empty string to disable this feature."
"ছবিবোৰ সম্পাদন কৰিবলে (যেতিয়া ""ছবি সম্পাদন"" টুলবাৰ বুটাম ক্লিক কৰা হয়) ব্যৱহৃত অনুপ্ৰয়োগৰ ডেক্সটপ নথিপত্ৰৰ নাম ("".desktop"" -কে ধৰি)। এই বৈশিষ্ট অসামৰ্থবান কৰিবলে খালি স্ট্ৰিংলে সংহিত কৰা।"
asm_Beng
5,623
Cricket in India is no different.
ভাৰতৰ ক্ৰিকেট ক্ষেত্ৰতো যেন ইয়াৰ ব্যাতিক্ৰম নহয়‌।
asm_Beng
5,624
HOLY OFFERINGS VOLUNTARY AND COMPULSORY
ঈশ্বৰলৈ পবিত্ৰ উৎসৰ্গ কৰাটো স্বইচ্ছা আৰু বাধ্যতামূলক
asm_Beng
5,625
Can such a marriage succeed? The experience of many says yes.
তেনে অৱস্থাত তেওঁলোকৰ বিবাহ সফল হ’ব পাৰেনে?
asm_Beng
5,626
Rather, we have Jesus assurance that one day all those in the memorial tombs will hear his voice and come out.
( ক) ঈশ্বৰৰ বাক্য যে “কাৰ্য্য - সাধক ” তাক এগৰাকী খ্ৰীষ্টান ভনীৰ অনুভৱে কেনেকৈ প্ৰকাশ কৰিলে?
asm_Beng
5,627
For example, he may not understand what Jesus meant when he spoke of putting a lamp on a lampstand.
নতুবা নাৱৰ পৰা মালবস্তু নমোৱাৰ সময়ত যিদৰে শ্ৰমিকসকলে একেলগ হৈ কাৰ্য্য কৰে, ঠিক সেইদৰে এজন উত্তম সঙ্গীয়ে কৰা উচিত ।
asm_Beng
5,628
Looking for work
কাম বিচাৰি আছে
asm_Beng
5,629
Time for school!
পুৱা আকৌ স্কুল যাবলৈ আছেই!
asm_Beng
5,630
Having spent these years in the wilderness, the Israelites are still a nation without a land.
যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক মিচৰৰ দাসত্ব বন্ধনৰ পৰা মুকলি কৰা চল্লিশ বছৰ পাৰ হ’ল ।
asm_Beng
5,631
In this way, Paul further explains, we offer to God a sacrifice of praise, that is, the fruit of lips the second kind of fruitage that we need to manifest.
( ইব্ৰী ১৩ :⁠ ১৫) ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হিচাবে নিজৰ জীৱনত “অধিক ফল ” উৎপন্ন কৰিবলৈ আমি সুযোগবোৰ লৈছোঁনে?
asm_Beng
5,632
Copyright (c)
স্বত্বাধিকাৰ (c)
asm_Beng
5,633
Whats the issue?
প্ৰশ্নটো কি?
asm_Beng
5,634
Want your logins everywhere you use { -brand-product-name }? Go to your { -sync-brand-short-name } Preferences and select the Logins checkbox.
আপুনি { -brand-product-name } ব্যৱহাৰ কৰা সকলো ঠাইতে আপোনাৰ লগিনসমূহ বিচাৰেনে? আপোনাৰ { -sync-brand-short-name }-ৰ পছন্দসমূহলৈ গৈ লগিনসমূহৰ চেকবক্সটো বাছনি কৰক।
asm_Beng
5,635
For example, Christmas has its origin in rites involving the worship of the pagan deities Mithra and Saturn.
তেওঁৰ এই শিক্ষা কিহৰ ওপৰত আধাৰিত আছিল?
asm_Beng
5,636
The Bible falls eminently in the last category. The apostle Paul wrote: Concerning him [Christ, as prefigured by King - Priest Melchizedek] we have much to say and hard to be explained, since you have become dull in your hearing....
সেয়েহে পাঁচনি পৌলে এইদৰে লিখিছিল, “সেই জনাৰ বিষয়ে আমাৰ অনেক কথা কবলৈ আছে. কিন্তু তোমালোকৰ কাণ গধুৰ হোৱাত, তাক বুজাবলৈ টান ।
asm_Beng
5,637
You cannot run away from responsibility.
এই দায়বদ্ধতাৰ পৰা আপুনি ফালৰি কাটিব নোৱাৰে।
asm_Beng
5,638
Youth shot dead in East Delhi
দিল্লীত পুনৰ নিৰ্যাতনৰ বলি হ’ল উত্তৰ-পূবৰ কিশোৰী
asm_Beng
5,639
Where dove find olive leaf?, 2 / 15 Why Israelite men could marry captives, 9 / 15
সহায়ৰ বাবে আমি স্বৰ্গদূতবোৰক প্ৰাৰ্থনা কৰা উচিতনে?
asm_Beng
5,640
The region is situated on the east coast of the North Island.
দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত।
asm_Beng
5,641
or, What are we to drink?
এই হেতুকে কি খাম?
asm_Beng
5,642
Verified by
দ্বাৰা সতাসত্য নিৰূপিত
asm_Beng
5,643
To start the file manager, open in the overview. You can also search for files and folders through the overview in the same way you would .
ফাইল ব্যৱস্থাপক আৰম্ভ কৰিবলৈ, অভাৰভিউত খোলক। আপুনি কৰা ধৰণে অভাৰভিউত ফাইল আৰু ফোল্ডাৰসমূহ সন্ধান কৰিব পাৰিব।
asm_Beng
5,644
Opponents will fail. Those who fight against Zion, as represented by her children on earth, cannot succeed. Is that not a heartening assurance from our great God, Jehovah?
যিসকলে চিয়োন অৰ্থাৎ এই পৃথিৱীত থকা তাইৰ সন্তানবিলাকক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ বিৰোদ্ধে যুদ্ধ কৰে, তেওঁলোকে কেতিয়াও সফল নহ’ব ।
asm_Beng
5,645
We are not able to get in touch with them.
“আমি সিহঁতৰ প্ৰাণ ল’ব নোৱাৰোঁ৷ মানৱাধিকাৰৰ কথা আছে৷ ”
asm_Beng
5,646
You could use the time on that day for increased Bible study.
আপুনি সেই দিনটোত অধিককৈ বাইবেল অধ্যয়ন কৰিব পাৰিব ।
asm_Beng
5,647
But it is still not clear.
কিন্তু সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
asm_Beng
5,648
A strong sense of Christian identity greatly affects the direction ones life takes.
ই কেনেকৈ গভীৰ প্ৰভাৱ পেলাব পাৰে?
asm_Beng
5,649
What was Bethuels reaction to matters involving Rebekah? Jehovah had already shown loving - kindness to Abraham. Would Bethuel be willing to do the same by allowing Rebekah to go with Abrahams servant?
( আদিপুস্তক ২৪ :⁠ ১২, ১৪, ২৭) অব্ৰাহামৰ দাসজনে কোৱাৰ দৰে কৰিবলৈ বথুৱেল নিজৰ জীয়েক ৰিবেকাক দাসজনৰ সৈতে স্বইচ্ছাৰে যাবলৈ অনুমতি দিছিলনে?
asm_Beng
5,650
Long queues of voters are seen at several polling booths.
বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দিঘলীয়া শাৰী।
asm_Beng
5,651
He writes: One man has faith to eat everything, but the man who is weak eats vegetables. Why was that?
এই সম্পৰ্কে তেওঁ এইদৰে লিখিছিল: “কোনো জনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে. কিন্তু যি জনে দুৰ্ব্বল, তেওঁ শাকহে খায় । ”
asm_Beng
5,652
Are you better?
মোক ভাল পাৱ?
asm_Beng
5,653
Protest against Citizenship Amendment Act
বৰহোলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
asm_Beng
5,654
As can be seen in the case of David and Bath - sheba, Jehovah forgave Davids sin, grave though it was, because of Davids genuine repentance.
যেতিয়া ভৱিষ্যতবক্তা নাথনে দায়ূদৰ ওচৰলৈ যোৱাত তেওঁ নিজৰ পাপক লুকাই নাৰাখিলে ।
asm_Beng
5,655
The Bible calls this government Gods Kingdom, and it was the main theme of Jesus teaching.
চয়তানে স্বয়ং জানে যে অতি শীঘ্ৰেই তেওঁৰ শাসনকালৰ অন্ত হ’ব ।
asm_Beng
5,656
What are you talking about?
কি সুন্দৰকৈ কথা কৈ আছে আপুনি”।
asm_Beng
5,657
Extra pseudo-element %1$S.
অতিৰিক্ত pseudo-element '%1$S'।
asm_Beng
5,658
We are trying to serve God by following the example of Jesus Christ. He carried out his relatively short ministry with a sense of urgency. 1 Peter 2: 21.
কিয়নো তেওঁ পৃথিৱীত থকা সময়ত সময়ৰ গুৰুত্বতাক বুজি তেওঁৰ সেৱা কৰিছিল । ​ —⁠ ১ পিতৰ ২ :⁠ ২১.
asm_Beng
5,659
It is true that British colonialism began in India and also ended in India.
সাধাৰণ মানুহে গান্ধীজীৰ ‘কৰিম অথবা মৰিব’ মন্ত্রক হৃদয়ত স্থান দিলে”।
asm_Beng
5,660
As a member of ICDP, scientists/engineers from India would have right to submit proposals, to participate in all ICDP co-funded workshops and drilling projects and have access to all data results from ICDP projects.
আইচিডিপিৰ সদস্য হিচাপে ভাৰতৰ বৈজ্ঞানিক/অভিযান্ত্ৰিকসকলে আইচিডিপিৰ সকলো বিত্ত সাহায্যপ্ৰাপ্ত কৰ্মশালা আৰু খনন প্ৰকল্পত অংশগ্ৰহণৰ বাবে নিজৰ প্ৰস্তাৱ দাখিল কৰাৰ আধিকাৰ লাভ কৰিব আৰু তেওঁলোকে আইচিডিপি প্ৰকল্পৰ পৰা পাবলগীয়া সকলো তথ্যৰ ফলাফল লাভ কৰিব পাৰিব।
asm_Beng
5,661
On the same day two plays will be performed.
সেই উপলক্ষে দুয়োটা দিনতে দুখন নাটক মঞ্চস্থ কৰা হ'ব।
asm_Beng
5,662
Educational qualification: The applicant should have a post-graduate degree in statistics or mathematics or economics from a recognised university.
শিক্ষাগত অৰ্হতা : প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান অথবা উদ্যানবিদ্যা বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব ।
asm_Beng
5,663
Do you find the young generation promising?
আপুনি বাৰু আশাবাদীনে যুৱ প্ৰজন্মক লৈ?
asm_Beng
5,664
This is a government-funded, Public Law Foundation of the State of Brandenburg, Germany.
এইটো জাৰ্মানীৰ ব্ৰাণ্ডেনবাৰ্গৰ এক নতুন চৰকাৰৰ দ্বাৰা বিত্তীয় সাহাৰ্যপ্ৰাপ্ত ৰাজহুৱা আইনী প্ৰতিষ্ঠান।
asm_Beng
5,665
Other references.
অন্যান্য উৎসৱ-পাৰ্বন.
asm_Beng
5,666
While Satan seeks to devour, Jehovah does not desire any to be destroyed. He views every human life as precious including yours.
যিহেতু চয়তানে গ্ৰাস কৰাৰ উদ্দেশ্যৰে ঘুৰি - ফুৰিছে, কিন্তু তাৰ বিপৰীতে যিহোৱাৰ ইচ্ছা যে “কোনো যেন বিনষ্ট নহয় । ”
asm_Beng
5,667
But this request has not been accepted till date.
কিন্তু কাৰ্যত এতিয়ালৈ সেই দাবী চৰকাৰে মানি লোৱা নাই।
asm_Beng
5,668
The DGP further said, We request all to remain indoors
ডি জি পি মহন্তই পুনৰ কয়, আমি সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছো।
asm_Beng
5,669
Take time to read the Bible and Bible - based publications.
২ কিহে যিহোৱাৰ সেৱাক বাস্তৱতে বিশেষাধিকাৰযুক্ত কৰি তুলে?
asm_Beng
5,670
Gaud could not be found.
“ঘৰ গৈ পোৱাই নাই অ’।
asm_Beng
5,671
I felt something.
মই কিছু ইতস্ততঃ অনুভৱো কৰিছিলোঁ।
asm_Beng
5,672
Regression testing output
Regression পৰীক্ষণৰ নিৰ্গম
asm_Beng
5,673
Similar is our situation.
অৱস্থাটো আমাৰ দৰেই।
asm_Beng
5,674
And what do you have?
আৰু কোৱাচোন কি খবৰ তোমাৰ?
asm_Beng
5,675
However, he could not fulfill wishes.
অগপই কিন্তু ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে।
asm_Beng
5,676
The injured have been referred to a hospital in critical condition.
আহতসকলক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
asm_Beng
5,677
The configuration could not be saved
বিন্যাসসংৰক্ষণ কৰা যায়নি
asm_Beng
5,678
The most reprehensible of these institutions is false religion. 2 Corinthians 11: 14, 15. False Religion Corrupts the Conscience
তাৰ সংগঠনৰ আটাইতকৈ ঘৃণনীয় প্ৰবঞ্চনা হৈছে মিছা ধৰ্ম্ম । ​ —⁠ ২ কৰিন্থীয়া ১১ :⁠ ১৪, ১৫.
asm_Beng
5,679
Why can you be sure that Jehovah values your service?
( খ) আপোনাৰ বিশ্বাসৰ বিষয়ে আনক ক’বলৈ কিয় আত্মপ্ৰত্যয়শীল হোৱা উচিত?
asm_Beng
5,680
But as we go about our daily activities and struggle with our problems, we can easily stop thinking about spiritual matters. It is as if we forget Gods loving acts in our behalf.
কিয়নো ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ বিশ্বাস হ্ৰাস হোৱাৰ বাবে যিহোৱাই তেওঁলোকক অৰণ্যত মৰিবলৈ এৰি দিলে ।
asm_Beng
5,681
The good health of the nation is essential for economic progress.
দেশৰ অৰ্থনৈতিক সুস্থিৰতাৰ বাবে ঘৰুৱা উত্পাদন বৃদ্ধি হোৱাটো অতি আৱশ্যকীয়।
asm_Beng
5,682
Details Height
বিৱৰণৰ উচ্চতা
asm_Beng
5,683
Time went by.
সময় পাৰ হৈ গৈছিল।
asm_Beng
5,684
Waiting for package manager lock
পেকেইজ ব্যৱস্থাপক লকৰ অপেক্ষা কৰা হৈছে
asm_Beng
5,685
Focus on click
ক্লিক কৰিলে ফ'কাচ হ'ব
asm_Beng
5,686
Open Sound Preferences...
শব্দৰ পছন্দসমূহ খোলক...
asm_Beng
5,687
Connection has been refused
সংযোগ নাকচ কৰা হৈছে
asm_Beng
5,688
We keep going.
আমি গৈ থাকো গৈ থাকো।
asm_Beng
5,689
That same high standard of faithfulness is expected of a wife. Proverbs 5: 18. 6: 32.
আনুগত্য বজাই ৰাখাৰ সেই একেই সিদ্ধান্ত এগৰাকী স্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় । ​ —⁠ হিতোপদেশ ৫ :⁠ ১৮. ৬ :⁠ ৩২.
asm_Beng
5,690
Tell me.
কওক বৰুৱা৷”
asm_Beng
5,691
Also read: Breaking news
অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ
asm_Beng
5,692
Your account was given a time limit that's now passed.
আপোনাৰ একাওন্টক এটা সময় সীমা দিয়া হৈছিল যি অতিক্ৰম হৈছে।
asm_Beng
5,693
RAID _Level:
RAID-ৰ স্তৰ: (_L)
asm_Beng
5,694
But it cant be accepted.
কিন্তু তাক স্বীকাৰ কৰাৰ কোনো পথ নাই।
asm_Beng
5,695
The injured are being taken to a hospital.
আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
asm_Beng
5,696
Causes of cough:-
গ্ৰহণী ৰোগৰ কাৰণ :-
asm_Beng
5,697
There is no job.
চাকৰিও নোহোৱা হ'ল।
asm_Beng
5,698
Dont show info bar when pop-ups are blocked
যেতিয়া পপ-আপসমূহ প্ৰতিৰোধিত তেতিয়া তথ্য বাৰ নেদেখাব
asm_Beng
5,699
View Frame Source
ফ্ৰেইম উৎস দৰ্শন কৰক
asm_Beng