Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
8,500 | - The GNOME documentation team | - GNOME তথ্যচিত্ৰ দল | asm_Beng |
8,501 | He had three children and grand children. | তিনিটা সন্তান আৰু চাৰিজনী ছোৱালী জন্ম দিলে আইতাই। | asm_Beng |
8,502 | Eat healthy and get healthy | মৌজুল খাওক আৰু সুস্থ হৈ থাকক | asm_Beng |
8,503 | Add the ripple mark effect on the video input | ভিডিঅ' ইনপুটত উৰ্মিকা চিহ্ন প্ৰভাৱ যোগ কৰক | asm_Beng |
8,504 | The bounding box of the actor's content | অভিনেতাৰ সমলৰ বান্ধনী বাকচ | asm_Beng |
8,505 | 12, 13. In what areas can we demonstrate honesty? The apostle Paul wrote: We trust we have an honest conscience, as we wish to conduct ourselves honestly in all things. | ( ১ তীমথিয় ২ : ৯, ১০) দৰাচলতে, “পৰিচৰ্য্যা - পদ যেন কলঙ্কিত নহয়, এই নিমিত্তে আমি কোনো কথাত বিঘিনি নজন্মাওঁ. কিন্তু আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি ” পৰিচয় দিওঁ । — ২ কৰিন্থীয়া ৬ : ৩, ৪. | asm_Beng |
8,506 | Is it any wonder, then, that this world reflects the spirit, the values, and the deceptive traits of its ruler? John 8: 44. 14: 30. Ephesians 2: 1 - 3. | ( যোহন ৮ : ৪৪. ১৪ : ৩০. ইফিচীয়া ২ : ১ - ৩) | asm_Beng |
8,507 | In Jehovahs strength, Jesus was unshakable, and shortly before his death, he said to his disciples: In the world you are having tribulation, but take courage! | এই সম্পৰ্কে পাঁচনি পিতৰে এইদৰে কৈছিল: “সৎকৰ্ম্ম কৰি দুখভোগ কৰিলে, যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয় । ” | asm_Beng |
8,508 | Jesus pointed to his credentials as the Messiah | যীচুৱে মচীহ হোৱাৰ বিষয়ে প্ৰমাণ দিছিল | asm_Beng |
8,509 | The second phase of the Lok Sabha elections has begun. | অন্ত পৰিল লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। | asm_Beng |
8,510 | What reaction did Jeremiah meet in his territory, and how did he respond? Jeremiahs territory was largely unresponsive, and he often met with strong opposition. | ( যিৰিমিয়া ১ : ১, ২. ৬ : ১৩. ২৩ : ১১) এনে পৰিস্থিতিত তেওঁক ভাববাদী হিচাবে মনোনিত কৰাত তেওঁ কেনে অনুভৱ কৰিছিল? | asm_Beng |
8,511 | The classification of this update is unstable which means it is not designed for production use. | এই আপডেইটৰ শ্ৰেণীবিভাজন অস্থিৰ যাৰ অৰ্থ এই যে ই উৎপাদন ব্যৱহাৰৰ বাবে ৰূপাঙ্কীত নহয়। | asm_Beng |
8,512 | Restart Now | এতিয়া পুনৰাম্ভ কৰক | asm_Beng |
8,513 | After all, to those who do not share the Christians beliefs, what is being done may seem to be the right thing to do. | তথাপিও মনত ৰাখা উচিত যে যিহোৱাৰ এজন নিষ্ঠাৱান সেৱক হোৱাটো কিমান যে গুৰুত্বপূৰ্ণ বিষয় । | asm_Beng |
8,514 | The situation is extremely bad in Meghalaya, Nagaland, Manipur and Mizoram. | মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ অৱস্থা অতি শোচনীয় বুলি তেওঁ কয়। | asm_Beng |
8,515 | Select a Directory | এটা ডাইৰেকটৰি বাছক | asm_Beng |
8,516 | Space which is inserted between cells | ঘৰগুলোৰ মাজতৰ স্থানে যি স্থান ভৰোৱা হয় | asm_Beng |
8,517 | I shall be with him in distress. I shall rescue him and glorify him. | ( খ) “যিহোৱাৰ তম্বুত বসতি ” কৰাৰ দ্বাৰা আমি কিহৰ অভিজ্ঞতা হৈছোঁ? | asm_Beng |
8,518 | But he died before arriving at the hospital. | কিন্ত গুৰুত্বভাৱে আহত শ্ৰমিকজনক চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে। | asm_Beng |
8,519 | The apostle Paul put it this way: Let each one prove what his own work is, and then he will have cause for exultation in regard to himself alone, and not in comparison with the other person. Galatians 6: 4. | যিহেতু আজি যিহোৱাৰ সেৱকসকলে দশম ভাগ ব্যৱস্থাৰ অধীনত নাই । | asm_Beng |
8,520 | my work. | মোৰ কাম ৰাতিৰ। | asm_Beng |
8,521 | The fact that an unintentional manslayer had to leave his home and flee to a city of refuge for a period of time teaches us that life is sacred and that we must have respect for it. | অজানিতে কোনো এজনক হত্যা কৰা ব্যক্তিয়ে নিজৰ ঘৰৰ পৰা পলাই গৈ বহু সময় ধৰি আশ্ৰয় - নগৰত থাকিব লাগিব বুলি দিয়া ব্যৱস্থাৰ পৰা আমি শিকিব পাৰোঁ যে জীৱন হৈছে পবিত্ৰ আৰু আমি নিশ্চয়ে ইয়াৰ প্ৰতি সন্মান দেখুৱাব লাগে । | asm_Beng |
8,522 | How might we eliminate things that can weigh us down? Sometimes what complicates our lives is, not the pursuit of more things, but what we do with the things we already have. | ( গালাতীয়া ৬ : ৪, ৫) এইটো সঁচা যে মণ্ডলীৰ ভাই - ভনীসকলে ৰাখা উদাহৰণে আমাক সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱাত লাগি থাকিবলৈ সহায় কৰিব পাৰে, কিন্তু একেই সময়তে জ্ঞান আৰু যুক্তিযুক্ততাই পৰিস্থিতিৰ অনুসাৰে আমাক বাস্তৱিক লক্ষ্য ৰাখিবলৈ সহায় কৰিব । | asm_Beng |
8,523 | An altar is where sacrifices are made, and this feature of the prophecy reminds us that Jehovahs service involves sacrifice. | ( w02 7 / 1) আপুনি বৰ্ণনা কৰিব পাৰিবনে? | asm_Beng |
8,524 | A Kingdom proclaimer in Denmark who started a Bible study by witnessing over the telephone says: The service overseer encouraged me to participate in telephone witnessing. | আৰম্ভণিতে মই তেনে কৰাৰ পৰা বিৰত আছিলো আৰু মনতে ভাবিছিলো: ‘ ই মোৰ পছন্দৰ অনুসৰি নহয় । ’ | asm_Beng |
8,525 | We used to ride bicycles to school. | চাইকেল চলাই স্কুললৈ অহা যোৱা কৰোঁ। | asm_Beng |
8,526 | Cabinet approves introduction of Pension and Post-Retirement Medical Schemes as part of superannuation benefits for Employees of Food Corporation of India | ভাৰতীয় খাদ্য নিগমৰ কৰ্মচাৰীসকলৰ বাবে বাৰ্ধক্যজনিত সুবিধাৰ অংশ হিচাপে পেন্সন আৰু অৱসৰকালীন চিকিৎসা আঁচনি অন্তৰ্ভূক্তিকৰণত কেবিনেটৰ অনুমোদন | asm_Beng |
8,527 | As the children grow older, they have to decide what stand they will take based on the information they have received from their parents. | তেওঁলোকে হয়তো যীচুৱে কোৱাৰ অনুসৰি নিৰ্ণয় ল’ব পাৰে । | asm_Beng |
8,528 | South Africa lost their two consecutive World Cup matches. | দক্ষিণ আফ্ৰিকা দলে চলিত বিশ্বকাপৰ দুখন মেচত পৰাজয়বৰণ কৰিছে। | asm_Beng |
8,529 | Who will be the Congress candidate? | গুৱাহাটীত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী? | asm_Beng |
8,530 | Automatic logout | স্বচালিত লগআউট | asm_Beng |
8,531 | Both options selected. | দুয়োটা বিকল্পই নিৰ্বাচিত । | asm_Beng |
8,532 | A testimony to relentless effort by the centre to keep us all safe. | আমাক সুৰক্ষিত ৰখাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা নিৰলস প্ৰচেষ্টাক ই প্ৰমাণিত কৰিছে”। | asm_Beng |
8,533 | Mount as mountable | মাউন্ট কৰাৰ যোগ্য হিছাপে মাউন্ট কৰক | asm_Beng |
8,534 | Error setting file system label | নথিপত্ৰ-প্ৰণালীৰ লেবেল নিৰ্ধাৰণ কৰিবলৈ সমস্যা | asm_Beng |
8,535 | As true companions they can help us in times of distress. | ( কলচীয়া ৪ : ১০, ১১) তেওঁলোকে ক্লেশৰ সময়ত ‘ বন্ধু ’ হৈ আমাক সহায় কৰিব পাৰে । | asm_Beng |
8,536 | Happy Are Those Hungering for Righteousness What is one way in which those who hunger and thirst for righteousness can be filled? | ( মথি ৫ : ৬) ইয়াৰ উপৰিও যীচুৰ সৈতে “ৰাজত্ব ” পোৱা অভিষিক্ত ব্যক্তিসকল“ ধাৰ্ম্মিক বুলি গণিত ” হৈছে । | asm_Beng |
8,537 | But he couldnt stay there for long. | কিন্তু ঠাইৰ অভাৱত তাত বেছিদিন থাকিব নোৱাৰিলে। | asm_Beng |
8,538 | The results have not been announced yet. | বৰ্তমানৰলৈকে ফলাফল ঘোষিত হোৱা নাই । | asm_Beng |
8,539 | No, no, I really cant do it. | নাই, নাই, একোৱেই কৰিব নোৱাৰো মই৷ আনকি এই সকলোৰে পৰা মুক্তি পাবলৈ | asm_Beng |
8,540 | If, then, we are children, we are also heirs: heirs indeed of God, but joint heirs with Christ, provided we suffer together that we may also be glorified together. | তেওঁলোকে “মহা - ক্লেশৰ ” পৰা উদ্ধাৰ পাই এই পৃথিৱীৰ পৰমদেশত অনন্তকাল জীয়াই থকাৰ আশা আছে । | asm_Beng |
8,541 | On many occasions, holy spirit was used to empower humans to do Jehovahs will. | ( ১ কৰিন্থীয়া ২ : ৭ - ১০) কেৱল পবিত্ৰ আত্মাৰ দ্বাৰাহে এজন ব্যক্তিয়ে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে বুজিব পাৰে । | asm_Beng |
8,542 | Program class as used by the window manager | উইন্ডো পৰিচালনব্যবস্থাৰ দ্বাৰা ব্যবহৃত প্ৰোগ্ৰামেৰ শ্ৰেণী | asm_Beng |
8,543 | Rio Grande do Norte | ৰায়ে গ্ৰান্দে দো নোৰ্তে | asm_Beng |
8,544 | 12 page booklet: Type | ১২ পৃষ্ঠাৰ বুকলেট: টাইপ কৰক | asm_Beng |
8,545 | Tourism and economic development | উন্নত পর্যটন ব্যৱস্থা আৰু অর্থনৈতিক বিকাশ | asm_Beng |
8,546 | Heavy rain is likely at some places in Assam, Meghalaya, Nagaland, Manipur, Mizoram and Tripura, it said. | অসম,মেঘালয়,নাগালেণ্ড,মণিপুৰ,ত্ৰিপুৰা,মিজোৰাম আৰু অৰুণাচলৰ কিছু কিছু ঠাইত প্ৰৱল বৰষুণৰ সম্ভাৱনা। | asm_Beng |
8,547 | The difference is in the medium. | পাৰ্থক্য মাথো মাধ্যমটোৰ হে। | asm_Beng |
8,548 | The Council's meeting also decided to exclude the areas that fall under the Rabha Hasong Autonomous Council as well as the Tiwa Autonomous Council from the proposed Assam State Capital Region | আনহাতে, তিৱা স্বায়ত্বশাসিত পৰিষদ আৰু ৰাভা হাছং স্বয়ত্বশাসিত পৰিষদৰ অঞ্চলক প্ৰস্তাৱিত অসম ৰাজ্যিক ৰাজধানী অঞ্চলৰ পৰা বাহিৰত ৰখাৰ সিদ্ধান্তত উক্ত বৈঠকে অনুমোদন জনায়। | asm_Beng |
8,549 | Father's Name: Lai Ram | পিতৃৰ নামঃ গোপী লাজমী | asm_Beng |
8,550 | As a result, passengers are facing hardship. | ইয়াৰ ফলত যাত্রীসকল চৰম দুর্ভোগত ভূগীব লগীয়া হৈছে। | asm_Beng |
8,551 | Later, a great crowd of other sheep began to be drawn to Jehovahs light. | উটবোৰে জল - প্লাবনৰ নিচিনাকৈ সেই ঠাইক আবৰি ধৰিছে! | asm_Beng |
8,552 | Do You Remember? Why were some Hebrew Christians drifting away from the true faith? How can we remain attentive at Christian meetings? | ( খ) অধ্যয়নৰ প্ৰতি আমাৰ কেনে মনোবৃত্তি হোৱা উচিত আৰু এনে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ দ্বাৰা আমি কেনে লাভবান হ’ব পাৰোঁ? | asm_Beng |
8,553 | Cannot create MAPI calendar in offline mode | অফলাইন অৱস্থাত MAPI কেলেন্ডাৰ সৃষ্টি কৰিব নোৱাৰি | asm_Beng |
8,554 | Selection: Written Exam and Interview. | প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ। | asm_Beng |
8,555 | The certificate is not trusted because it hasnt been verified as issued by a trusted authority using a secure signature. | প্ৰমাণপত্ৰক ভৰষা কৰিব নোৱাৰি, কাৰণ ইয়াক এটা সুৰক্ষিত স্বাক্ষৰ ব্যৱহাৰ কৰা পৰিচিত কতৃপক্ষ দ্বাৰা সতাসত্য নিৰূপণ কৰা হোৱা নাই | asm_Beng |
8,556 | Like Amos, we keep on proclaiming: This is what Jehovah has said. | ইস্ৰায়েলৰ ব্যৱসায়ীসকলে কেনেকৈ আনক শোষণ কৰিছিল? | asm_Beng |
8,557 | The image could not be saved. | ছবি সংৰক্ষণ কৰিব নোৱাৰি। | asm_Beng |
8,558 | The Prime Minister, Shri Narendra Modi, will visit Jhansi on 15 February 2019. | বুণ্ডেলখাণ্ডলৈ খোৱাপানী নিশ্চিত কৰিবলৈ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে | asm_Beng |
8,559 | Huge quantity of... | ডিগবৈত বৃহৎ পৰিমানৰ . | asm_Beng |
8,560 | Is life so flimsy? | জীৱন ইমান ভয়ংকৰনে? | asm_Beng |
8,561 | Through the faithful and discreet slave class, Jehovah has provided us with helpful publications and rich programs at meetings, assemblies, and conventions all of which fill our spiritual needs. | আমাৰ ৰখীয়াজন বাস্তৱতে এজন উদাৰমনৰ প্ৰবন্ধক! — যিচয়া ২৫ : ৬. ৬৫ : ১৩. | asm_Beng |
8,562 | He said the life of every soldier is precious, and today no one can mess with India. | তেওঁ কয় যে প্ৰতিগৰাকী সেনাৰ জীৱন অমূল্য আৰু আজি ভাৰতৰ সৈতে কোনেও বেমেজালি সৃষ্টি কৰাৰ সাহস দেখুৱাব নোৱাৰে। | asm_Beng |
8,563 | The government is planning to invest over 120 Billion US$ in the development of airport infrastructure and Aviation Navigation Services over the next decade. | চৰকাৰে আগন্তুক দশকত বিমান বন্দৰ আৰু এভিয়েচন নেভিগেচন ছাৰ্ভিচৰ বিকাশৰ বাবে ১২০ বিলিয়ন ডলাৰ বিনিয়োগৰ পৰিকল্পনা কৰিছে। | asm_Beng |
8,564 | Teacher and pupil. | গুৰু আৰু শিষ্য। | asm_Beng |
8,565 | Connection can't be established | সংযোগ স্থাপন কৰিব নোৱাৰি | asm_Beng |
8,566 | This thought needs consideration. | এই সংকল্প মনে প্ৰাণে লোৱা উচিত। | asm_Beng |
8,567 | Unidentified youth's body found in city | যোগীঘোপাত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ | asm_Beng |
8,568 | If you exit now, 1 download will be canceled. Are you sure you want to exit? | এতিয়া প্ৰস্থান কৰিলে, ১ টা ডাউনল'ড বাতিল হ'ব। আপুনি প্ৰস্থান কৰিবলৈ নিশ্চিত নে? | asm_Beng |
8,569 | Software Updates | চফ্টৱেৰ আপডেইটসমূহ | asm_Beng |
8,570 | This is called a runaway condition. | এই অৱস্থাক দেৱতাই ভৰ কৰা বুলি কোৱা হয়। | asm_Beng |
8,571 | : What's left? | : কি হ’ব আৰু? | asm_Beng |
8,572 | In fact, two thousand years ago, people wanted to make Jesus Christ their king because they perceived that he had been sent by God and would make a most able ruler. | যিয়েই নহওঁক, যীচুৱে তেওঁলোকৰ অভিপ্ৰায়ক বুজিব পাৰি কোনো পলম নকৰাকৈ সেই ঠাই ত্যাগ কৰিছিল । | asm_Beng |
8,573 | No answer. | উত্তৰ নহয়। | asm_Beng |
8,574 | But as for the tree of the knowledge of good and bad you must not eat from it, for in the day you eat from it you will positively die. | এই স্তৰ কোনে সঠিকভাৱে স্থাপিত কৰিব পাৰে? | asm_Beng |
8,575 | State BJP Organizational Meeting Underway | বিজেপি দলত যোগদান সভা অনুষ্ঠিত | asm_Beng |
8,576 | "Select the search option ""Size at most""" | "অনুসন্ধান কৰ্মৰ ""সৰ্বাধিক মাপ"" বিকল্প নিৰ্বাচন কৰক" | asm_Beng |
8,577 | Note Edition | টোকাৰ সংস্কৰণ | asm_Beng |
8,578 | We are also investing heavily in our social, industrial and agri-infrastructure to give better income and quality of life to our people. | নতুন ৰে’ল লাইন স্থাপন, গজ ৰূপান্তৰণ, ৰে’ল লাইন ডবল কৰা আৰু ৰে’ল লাইনৰ বৈদ্যুতিকৰণৰ গতিও দ্বিগুণ হৈছে। | asm_Beng |
8,579 | Edit this bookmark ({ $shortcut }) | এই পত্ৰচিহ্ন সম্পাদন কৰক ({ $shortcut }) | asm_Beng |
8,580 | Why it is so? | কিয় তাৰ ইমান গুৰুত্ব? | asm_Beng |
8,581 | It may be hard to overcome entrenched feelings, but it can be done. The solution lies in applying Gods Word. | ঈশ্বৰৰ বাক্যত দিয়া পৰামৰ্শবোৰক পালন কৰিলে এই সমস্যাকো সমাধান কৰিব পৰা যায় । | asm_Beng |
8,582 | When he speaks the lie, he speaks according to his own disposition, because he is a liar and the father of the lie. | সি যেতিয়া মিছা কয়, তেতিয়া নিজৰ পৰাহে কয়. কিয়নো সি মিছলীয়া, আৰু তাৰ বাপেক । ” | asm_Beng |
8,583 | The probe has begun based on this. | উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। | asm_Beng |
8,584 | They would learn to become kind to one another, tenderly compassionate, freely forgiving one another just as God also by Christ freely forgave [them]. | চৌলে কিয় অবুজৰূপে আচৰণ কৰিছিল? | asm_Beng |
8,585 | What outstanding reasons to praise Jehovah for displaying goodness toward mankind! 2 Peter 3: 13. What proof do we have that God does not condone badness? | তদুপৰি, সেই লেখত যিহোৱাই অত্যুত্তম আৰ্হি ৰখা মঙ্গলময়ক অনুকৰণ কৰাৰ বিভিন্ন পদ্ধতিৰ সম্পৰ্কেও আলোচনা কৰা হ’ব । ( w02 1 / 15) | asm_Beng |
8,586 | Format & Options | ফৰমেট & বিকল্পসমূহ | asm_Beng |
8,587 | Newlywed Virushka met PM Narendra Modi | প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ | asm_Beng |
8,588 | Yet, how precious it is! Jesus said: You will know the truth, and the truth will set you free. John 8: 32. | ইচ্ছাকৃতভাৱে বহুতে বাইবেল আধাৰিত সত্যক হেয়জ্ঞান কৰে । | asm_Beng |
8,589 | Select to open the panel. | সোঁ কাষত ত ক্লিক কৰক। | asm_Beng |
8,590 | Jehovah has indeed richly blessed his people in that land. There are similar reports from many other countries. | তেতিয়া তাৰ এজন মিছনাৰী ভায়ে সেই ভাষাত সাহিত্য উপলব্ধ কৰোৱাৰ দায়িত্ব লয় । | asm_Beng |
8,591 | There is another reason for rejecting improper pride. If we allow such to grow in our heart, it can develop into a very despicable form of pride called haughtiness. | ( মাৰ্ক ৭ : ২০ - ২৩) এতেকে প্ৰকৃত খ্ৰীষ্টানসকলে উপলব্ধি কৰা উচিত যে তেনে অহঙ্কাৰী হৃদয় বিকশিত কৰাৰ পৰা আঁতৰি থকাটো কিমান গুৰুত্বপূৰ্ণ । | asm_Beng |
8,592 | Start a presentation | আৰম্ভ | asm_Beng |
8,593 | Students do not have to take exams. | পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে শিক্ষাৰ্থীসকল। | asm_Beng |
8,594 | You must specify a contact name | আপুনি এটা পৰিচয় নাম ধাৰ্য্য কৰিব লাগিব | asm_Beng |
8,595 | A total of 44 field trainers from across the district have attended the programme | জিলাখনৰ সৰ্বমুঠ ৪৪ জন ক্ষেত্ৰ প্ৰশিক্ষকে এই কাৰ্যসূচীত যোগদান কৰিছে। | asm_Beng |
8,596 | Our Government took various measures to develop this source of financing in the economy. | আমাৰ চৰকাৰৰ অর্থনীতিত পুঁজি সংগ্ৰহৰ নতুন এই উৎস গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। | asm_Beng |
8,597 | Connect to a Wi-Fi network | এটা Wi-Fi নেটৱাৰ্কৰ সৈতে সংযোগ কৰক | asm_Beng |
8,598 | With the famine in Canaan evidently over, Abram went up out of Egypt, he and his wife and all that he had, and Lot with him, to the Negeb [the semiarid area south of the mountains of Judah]. | কনান দেশত হয়তো আকালৰ সমাপ্তি হোৱাৰ পাছত “অব্ৰামে সৰ্ব্বস্বে সৈতে তেওঁৰ ভাৰ্য্যাক আৰু লোটকো লগত লৈ, মিচৰ দেশৰ পৰা কনান দেশৰ দক্ষিণ - অঞ্চললৈ গল । | asm_Beng |
8,599 | I am grateful to you. | মই তোৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম অংকুশ। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.