Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
9,900
The movement will sustain.
আন্দোলন তীব্ৰতৰ হ’ব ।
asm_Beng
9,901
In addition, millions of people are impoverished, existing with minimal food, shelter, clothing, and medical care.
ইয়াৰ উপৰিও আজি কোটি কোটি লোকে খাদ্য, বস্ত্ৰ, বাসস্থান আৰু চিকিৎসাৰ অভাৱত ভুগীবলগীয়া হৈছে ।
asm_Beng
9,902
His Royal Highness Crown Prince welcomed Prime Ministers initiative on Coalition on Disaster Resilient Infrastructure and hailed it as an important step towards disaster management.
বিভিন্ন বিপৰ্যয়ৰ মোকাবিলাৰ ক্ষেত্রত এক উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰেমৈত্ৰী গঠনৰ বাবে প্রধানমন্ত্রীয়ে যি উদ্যোগ গ্ৰহণ কৰিছে তাক ছৌডি যুৱৰাজেউচ্চ প্রশংসা কৰিছে আকু কৈছে যে বিপর্যয়ৰ মোকাবিলা আৰু তাৰ প্রতিৰোধৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ।
asm_Beng
9,903
Till date, no progress had been reported regarding the case.
বৰ্তমানৰলৈকে ঘটনাক লৈ কোনো তদন্ত ঘোষণা হোৱা নাই।
asm_Beng
9,904
Many flights were cancelled.
বাতিল হ'ব পাৰে বহুতো বিমানৰ সময়সূচী।
asm_Beng
9,905
After that.
তাৰ পিছত আপেক্ষা।
asm_Beng
9,906
There is much talk about security.
সুৰক্ষা সম্পৰ্কীয় কেইবাটাও বিষয় আলোচনা।
asm_Beng
9,907
The injured persons were immediately rushed to MMC hospital.
আহতসকলক লগে লগে এম এম চি হাস্পতালত ভৰ্তি কৰোৱা হয়।
asm_Beng
9,908
Nevertheless, it was not so.
তথাপিও যেন ৰ’জ নিৰাশ হােৱা নাছিল।
asm_Beng
9,909
Error running the search command.
অনুসন্ধান কৰ্ম সংক্ৰান্ত আদেশ নিৰ্বাহ কৰিবলৈ সমস্যা ।
asm_Beng
9,910
Jesus said, however: God loved the world so much that he gave his only - begotten Son, in order that everyone exercising faith in him might not be destroyed but have everlasting life.
তথাপিও যীচুৱে এইদৰে কৈছিল: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় । ”
asm_Beng
9,911
Their love bloomed due to a shared interest in singing, poetry and devotion for Krishna.
গান, কবিতা আৰু কৃষ্ণৰ প্ৰতি থকা ভক্তিৰ বাবে তেওঁলোকৰ প্ৰেম বিকশিত হৈছিল।
asm_Beng
9,912
It is sure that chowkidar will become PM again, it is the cure for the countrys problems.
চকীদাৰ পুনৰ প্ৰধানমন্ত্ৰী হোৱাতো নিশ্চিত, দেশৰ সমস্যাৰ সমাধান তেওঁ।
asm_Beng
9,913
But I think this is changing.
কিন্তু মই ভাবোঁ এই পৰিৱৰ্তন বাঞ্চনীয়।
asm_Beng
9,914
The man was a senior government official.
স্বামী আছিল উচ্চপদস্থ চৰকাৰী বিষয়া।
asm_Beng
9,915
Waiting for package manager lock
সৰঞ্জাম পৰিচালন ব্যৱস্থাৰ লক প্ৰাপ্ত কৰাৰ অপেক্ষা কৰা হৈছে
asm_Beng
9,916
Q: Your advice to youth?
প্ৰশ্নঃ নতুন প্ৰজন্মৰ প্ৰতি আপোনাৰ উপদেশ?
asm_Beng
9,917
Share this page
এই পৃষ্ঠা অংশীদাৰী কৰক
asm_Beng
9,918
She is one of them.
তেৱোঁ অন্যতম সহযাত্ৰী ।
asm_Beng
9,919
Automatic with manual DNS settings
হস্তচালিত DNS সংহতিসমূহৰ সৈতে স্বচালিত
asm_Beng
9,920
This allows you to set the mode for DTMFs sending.
এৰ সাহায্যে DTMF প্ৰেৰণেৰ মোড নিৰ্ধাৰণ কৰা হ'ব ।
asm_Beng
9,921
The Prime Minister observed that resources available for this work should be used optimally throughout the year.
এই প্রসংগত প্রধানমন্ত্রীয়ে কয় যে গোটোই বছৰতে এই কামৰ বাবে প্রাপ্ত সহায়ক সম্পদক সর্বোচ্চ ৰূপত ব্যৱহাৰ কৰি যাব লাগিব।
asm_Beng
9,922
We have to change laws, eliminate unnecessary procedures, speed up processes and adopt technology.
আমি আইন সলনি কৰিব লাগিব, অপ্ৰয়োজনীয় নীতি-নিয়ম আঁতৰাব লাগিব, প্ৰযুক্তিৰ ব্যৱহাৰ কৰি প্ৰশাসনিক পদ্ধতিসমূহ খৰতকীয়া কৰি তুলিব লাগিব।
asm_Beng
9,923
Wireless Networks
বেতাঁৰ নেটৱাৰ্কসমূহ
asm_Beng
9,924
Youll need them.
আপুনি তেওঁলোকৰ যতন লোৱাৰ প্ৰয়োজন হব।
asm_Beng
9,925
Please, now, this city [Zoar] is nearby to flee there and it is a small thing. May I, please, escape there is it not a small thing?
তেতিয়া উত্তৰ দি এইদৰে ক’লে: “বাৰু, মই এই বিষয়েও তোমালৈ অনুগ্ৰহ কৰি, সেই যি নগৰৰ কথা কৈছা, তাক মই উচ্ছন্ন নকৰোঁ । ”
asm_Beng
9,926
Move selected codec priority upwards
নিৰ্বাচিত ক'ডেকৰ প্ৰাথমিকতা বৃদ্ধি কৰক
asm_Beng
9,927
Who do you want to protect?
এতিয়া আপোনাক ৰক্ষা কৰিব কোনে?
asm_Beng
9,928
Emphasized the need for enhanced private sector investment in a wide range of important sectors, underlining there was great potential for enhancement and expansion of mutual trade relations,
বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত ব্যক্তিগত খণ্ডৰ বিনিয়োগক গুৰুত্ব প্ৰদান কৰা হয়৷
asm_Beng
9,929
My Government attaches a high priority to our bilateral relations with Vietnam.
মোৰ চৰকাৰে ভিয়েটনামৰ সৈতে দ্বিপাক্ষিক চুক্তিক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰে।
asm_Beng
9,930
After this, the blast took place.
তাৰ পিছত প্রচণ্ডজোৰে বিস্ফোৰণো ঘটে।
asm_Beng
9,931
Tar compressed with lrzip (.tar.lrz)
lzip দ্বাৰা কম্প্ৰেছ কৰা tar (.tar.lz)
asm_Beng
9,932
We were just talking on the phone.
মাত্ৰ ফোনত কথা পাতিছিলোঁ।
asm_Beng
9,933
Show archive properties
আৰ্কাইভৰ বৈশিষ্ট্যসমূহ দেখুৱাওক
asm_Beng
9,934
Following this, the Lakhimpur district administration has issued an alert
ইয়াৰ পাছতে লক্ষিমপুৰ জিলা প্ৰশাসনে জিলা খনত হাই এলাৰ্ট জাৰি কৰিছে ।
asm_Beng
9,935
While New Delhi lies on the floodplains of the Yamuna River, it is essentially a landlocked city.
যদিও নতুন দিল্লী যমুনা নদীৰ প্লাবনভূমিত অৱস্থিত, ই মূলতঃ এক স্থলবেষ্টিত চহৰ।
asm_Beng
9,936
Whether to scroll to the bottom when there's new output
নতুন ফলাফল উৎ‌পন্ন হ'লে তলৰ প্ৰান্ত অবধি স্ক্ৰল কৰক নে নাই
asm_Beng
9,937
Today, Yoga has become one of the most powerful unifying forces in the world.
সেয়েহে, সমগ্র বিশ্বও যোগৰ সৈতে ইয়াৰ বন্ধনক সুদৃঢ় কৰি তুলিবলৈ আগ্রহ প্রকাশ কৰিছে।
asm_Beng
9,938
It is comforting to know that when a person repents, stops doing wrong, and confesses his sins, Jehovah will forgive in a large way. Isaiah 55: 7.
( খ) ইয়োবৰ উদাহৰণে কেনেকৈ দেখুৱাইছে যে চয়তানে যিহোৱাক ধিক্কাৰ দিয়ে?
asm_Beng
9,939
Senior leaders of the Congress will participate in the protest.
বৈঠকত কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব।
asm_Beng
9,940
( a) About what did Jesus forewarn his followers? ( b) What enables us to preach despite opposition?
( মথি ২৪ :⁠ ১৩, ১৪. যিচয়া ৬১ :⁠ ১, ২) গতিকে যীচুৱে পবিত্ৰ আত্মাক “সহায়কৰ্ত্তা ” হিচাপে উল্লেখ কৰাটো যুক্তিসঙ্গত আছিল ।
asm_Beng
9,941
Petrol and diesel prices rise again
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য
asm_Beng
9,942
The Prime Ministerial election
চিৰাঙৰ বিজনীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
asm_Beng
9,943
How is it so?
সেইটো আকৌ কেনেকুৱা কথা?
asm_Beng
9,944
But its not so.
কিন্তু সেয়া নহ’লগৈ।
asm_Beng
9,945
Was that the whole event, one quick act in the dark of night? Read on in Judges chapters 7 and 8.
( বিচাৰকৰ্ত্তাবিলাক ৬ :⁠ ৩৩. ৭ :⁠ ১ - ২২) এই সকলোবোৰ ঘটনা গিদিয়োনে এৰাতিৰ ভিতৰত শ্ৰীঘ্ৰেই লোৱা পদক্ষেপৰ বাবে হৈছিলনে?
asm_Beng
9,946
Of course, there is now no way of telling how long a particular portion of the earth was flooded, for the earths topography was undoubtedly changed by the Deluge.
যিয়েই নহওক, ক’বলৈ গ’লে যিমান সময় পানীয়ে আগুৰি আছিল, তেতিয়ালৈকে প্ৰায় সকলোবোৰ গছ - গছনি মৰিছিল ।
asm_Beng
9,947
Then Philip, directed by holy spirit, helped the eunuch to understand the prophecy of Isaiah.
আমাৰ অধ্যয়নে আনক কেনেকৈ প্ৰভাৱিত কৰা উচিত?
asm_Beng
9,948
GNOME Image Viewer
Eye of GNOME ছবি প্ৰদৰ্শন ব্যৱস্থা
asm_Beng
9,949
( b) Why was Baruch discouraged, and how was he helped?
লক্ষ্য কৰক যে কিহে তেওঁক নিৰন্তৰে এই কাৰ্য্য কৰিবলৈ সহায় কৰিলে ।
asm_Beng
9,950
Let me think.
মোক ভাবিবলৈ দিয়ক।
asm_Beng
9,951
GNOME Font Viewer shows you the fonts installed on your computer for your use as thumbnails. Selecting any thumbnails shows the full view of how the font would look under various sizes.
GNOME ফন্ট দৰ্শকে আপোনাৰ ব্যৱহাৰৰ বাবে আপোনাৰ কমপিউটাৰত ইনস্টল্ড ফন্টসমূহ থাম্বনেইল ৰূপে দেখুৱায়। কোনো থাম্বনেইল নিৰ্বাচন কৰিলে বিভিন্ন আকাৰত ফন্ট দেখাত কেনেকুৱা হব তাৰ সম্পূৰ্ণ দৃশ্য দেখুৱায়।
asm_Beng
9,952
The appointment was done recently.
শেহতীয়াভাৱে নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে।
asm_Beng
9,953
Our next visit to the home when we preach in that area may provide an opportunity to speak directly to the person who curtailed the earlier visit.
পূৰ্বৱৰ্তী সাক্ষাতত যি হৈছিল তাক মনত ৰখাৰ দ্বাৰা আমি উত্তমৰূপে প্ৰস্তুত হ’বলৈ সক্ষম হ’ব পাৰিম ।
asm_Beng
9,954
Like that!
এনেকুৱা ঘামিছোঁ!
asm_Beng
9,955
Used to store application and network passwords
এপ্লিকেচন আৰু নেটৱাৰ্কৰ পাছৱাৰ্ড সংৰক্ষণ কৰিবলৈ ব্যবহৃত হয়
asm_Beng
9,956
This is anti-constitutional.
এইখন সম্পূৰ্ণ সংবিধান বিৰোধী।
asm_Beng
9,957
Download packages
ডাউন্‌লোড কৰা সৰঞ্জাম
asm_Beng
9,958
Window to Desktop 15
ডেষ্কট' প ১৫ লৈ সংযোগক্ষেত্ৰ স্থানান্তৰ কৰক
asm_Beng
9,959
( a) What has contributed to the increase in violence in the last days? ( b) Of what outcome can we be confident?
সেইবাবে বাইবেলে কৈছে যে, “নোহে যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে ।...
asm_Beng
9,960
Will you take hold of that blessing? Will you live what Jehovah invitingly calls the real life ?
আমাৰ আধ্যাত্মিক ভাই - ভনীসকলৰ সৈতে সঙ্গতি কৰি যিহোৱাক বাস্তৱিকৰূপে দৃষ্টি কৰিবলৈ আমি কেনেকৈ সহায় লাভ কৰিম?
asm_Beng
9,961
Based on mutual agreement, both parties would work for implementation & deployment of pilot project in ISA member countries.
পাৰস্পৰিক চুক্তিৰ ভিত্তিত দুয়ো দেশে আইএছএৰ সদস্য ৰাষ্ট্রসমূহত পাইলট প্রকল্প ৰূপায়ন আৰু আৰম্ভ কৰাৰ দিশত কাম কৰিব।
asm_Beng
9,962
I was not aware.
মইতো একোৱেই গম পোৱা নাছিলোঁ ।
asm_Beng
9,963
Sin offerings and guilt offerings were compulsory.
পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি বাধ্যতামূলক আছিল ।
asm_Beng
9,964
It is evident that these powerful messages against Jerusalem and Samaria could be delivered only in Jehovahs strength.
যিহোৱাৰ নামেৰে চলিবলৈ দৃঢ়সঙ্কল্প লোৱা
asm_Beng
9,965
Our voices are with that of our farmer brothers.
আমাৰ কণ্ঠ কৃষক ভাইসকলৰ কণ্ঠৰ সৈতে থাকিব ।
asm_Beng
9,966
"""Life would be tragic if it weren't funny."""
“জীৱনটো এটা মস্কৰা নোহোৱা হ’লে, বৰ দুখজনক হ’লহেতেঁন।
asm_Beng
9,967
I can't get out of here!
মই যে ইয়াৰ পৰা এখোজো লৰচৰ কৰিব নোৱাৰোঁ!
asm_Beng
9,968
Unlike the fine soil, this soil becomes overgrown with thorns.
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
asm_Beng
9,969
Service error
সেৱাৰ ভুল
asm_Beng
9,970
Number of power-off or emergency retract cycles
বিদ্যুৎ সৰবৰাহ বন্ধে আৰু আপাতকালীন অৱস্থাত চক্ৰ বন্ধৰ সংখ্যা
asm_Beng
9,971
This is not so just in our country but all over the world too.
কেৱল আমাৰ দেশতে নহয়, বিশ্বৰ কেবাখনো উন্নত ৰাষ্ট্ৰতো এনে ঘটনা কোনো নতুন কথা নহয়।
asm_Beng
9,972
Dr. Jitendra Singh said that the development of NE region has been the priority for the Centre under the leadership of Prime Minister Narendra Modi.
ডঃ জীতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত এই চৰকাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশেই হ’ল প্ৰথম অগ্ৰাধিকাৰৰ বিষয়৷ এই চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত চলিত সকলো প্ৰকল্পৰ সময়মতে প্ৰণয়নত গুৰুত্ব প্ৰদান কৰিব আৰু অঞ্চলটোৰ জনসাধাৰণৰ বিকাশৰ বাবে নতুন নতুন প্ৰকল্পৰ সূচনা কৰিব৷ তেওঁ কয় যে মন্ত্ৰীসকলে অতি শীঘ্ৰেই...
asm_Beng
9,973
In making this statement, Jesus was not downplaying the importance of keeping the Mosaic Law.
বাস্তৱতে যীচুৱে তেনেধৰণৰ উক্তি দাঙি ধৰি মোচিৰ নিয়মক হেয়জ্ঞান কৰা নাছিল ।
asm_Beng
9,974
What are you talking about?
“কোৱাচোন কি কথা?
asm_Beng
9,975
He said that the aim of the State government is to raise the stature of women in society and cited examples of appointment of Dr. Malinee Goswami as the first women Vice Chancellor of Assam and retired IAS officer TY Das as the first women chief secretary of the State under his government as examples of the State gover...
তেওঁ কয় যে ৰাজ্য চৰকাৰৰ উদ্দেশ্য হ'ল সমাজৰ মহিলা সকলৰ বিকাশ , আৰু ইয়াৰ বাবে অসমৰ প্ৰথম ভাগত চেনছেলৰ হিচাপে নিযুক্তি পোৱা ড° মালিনী গোস্বামী , অৱসৰ প্ৰাপ্ত আই এ এছ অধিকাৰী টিআই দাস আদি বিশিষ্ট মহিলা সকলৰ উদাহৰণ দিয়ে।
asm_Beng
9,976
But we want strategic engagements on this front.
কিন্তু আমি এই দিশত কৌশলগত সম্পৰ্ক গঢ়িব বিচাৰো৷
asm_Beng
9,977
Two SSB troopers injured in IED blast
বিস্ফোৰণত আহত হৈছে দুজন এছ এছ বি জোৱানঃ
asm_Beng
9,978
We can imagine how hurt those Gentile converts must have been when the respected apostle refused to eat with them. Galatians 2: 11 - 13.
বিধান পালন কৰা সম্বন্ধে কেতিয়া সঠিক দৃষ্টিভঙ্গী স্পষ্ট হৈ পৰিল?
asm_Beng
9,979
lost lives
জীৱনৰ বাট হেৰুওৱা
asm_Beng
9,980
Anti-discrimination law
ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আইন
asm_Beng
9,981
Priyanka Chopra celebrates father's b'day with mom Madhu
মাতৃ মধু চোপ্ৰাৰ জন্ম দিন উদযাপন বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ
asm_Beng
9,982
Dad: What?
: কি কোৱা দাদা?
asm_Beng
9,983
It happened at that time.
সেই সময়তে ঘটি গ'ল সেই আজৱ ঘটনাটো।
asm_Beng
9,984
The injured were admitted to Guwahati Medical College Hospital.
আহত সকলক ভৰ্তি কৰা হৈছি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।
asm_Beng
9,985
Prime Minister Narendra Modi congratulated Kovind on Twitter.
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে সিন্ধু শুভেচ্ছা জ্ঞাপন কৰিলে।
asm_Beng
9,986
Tablet is empty
ৰিক্ত কৰিবলৈ ব্যয় হোৱা সময়
asm_Beng
9,987
How many jobs have been lost?
কিমান কৰ্মচাৰীয়ে চাকৰি হেৰুৱালে তেওঁ খবৰ কৰিছে নে?
asm_Beng
9,988
Kindness is positive and makes us want to do good to others.
কাৰ্য্যস্থলত দয়া দেখুৱা
asm_Beng
9,989
light green
পাতল সেউজীয়া
asm_Beng
9,990
Life chugged along.
চক্ৰবৎ ঘূৰি থাকিল জীৱনবোৰ।
asm_Beng
9,991
You will get success in whatever you do
আপুনি কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব।
asm_Beng
9,992
Financial aid to bereaved family
নিহতৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য্য দেৱব্ৰত শইকীয়াৰ
asm_Beng
9,993
The gestures are:
চৰ্তসমূহ এনেধৰণৰ -
asm_Beng
9,994
There are so many coaching institutes in the country.
দেশত বহু ভুৱা শিক্ষা প্ৰতিষ্ঠান আছে।
asm_Beng
9,995
"This key defines the default value of the ""Look in Folder"" widget."
"""ফোল্ডাৰত সন্ধান কৰক"" উইজেটৰ অবিকল্পিত মান এই কি' দ্বাৰা নিৰ্ধাৰিত হয়।"
asm_Beng
9,996
Take the case of One Rank One Pension.
দুখীয়াসকলৰ নামত তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছিল।
asm_Beng
9,997
She has not undergone any training.
তেওঁ কোনো অভিনয় শিক্ষা লোৱা নাই।
asm_Beng
9,998
What is the matter?
কি হৈছিনু তোৰ?
asm_Beng
9,999
But we have been here before.
কিন্তু ইয়াৰ আগতেই আমাক আক্ৰমণ কৰা হল।
asm_Beng