text
stringlengths
1
2.59k
language
stringclasses
10 values
১২৫ টা বলত দ্বিশতক এদিনীয়া ক্ৰিকেটত শিখৰ ধাৱানক অতিক্ৰমি এইগৰাকী ভাৰতীয় বেটছমেনে গঢ়িলে দ্ৰুততম দ্বিশতৰাণৰ অভিলেখ
Assamese
বক্সিঙত উজলিছে অসম ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শিৱ থাপা চেম্পিয়ন
Assamese
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পুনে টেষ্টত কোহলিৰ চমক কেৰিয়াৰৰ সপ্তমটো দ্বিশতক অৰ্জন
Assamese
সৰ্বত্ৰ চৰ্চিত ফুলনি মানে বাগিছা বাগিছা মানে ফুলনি আঁৰৰ কাহিনী
Assamese
ৰাছিয়াত দুৰন্ত অসমৰ তৰুণী যমুনাৰ পিছত লাভলিনাও ছেমিত আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ
Assamese
প্ৰথমবাৰৰ বাবে বেংগালোৰত প্ৰদৰ্শন কৰিব আৱাহন থিয়েটাৰে
Assamese
কেনে আছে সুবাসনা মঞ্চ কঁপাবলৈ সাজু হৈ উঠিলেনে মেলডী কুইন
Assamese
চানৰ মিউজিক ভিডিঅত অভিনয়েৰে জনপ্ৰিয়তা আৰ্জিছে অসমৰ সুনীতাই চাওক
Assamese
ডিব্ৰুগড়ত চাঞ্চল্যকৰ কাণ্ডঅচিনাক্ত আততায়ীৰ গুলীচালনাত এজন আহত
Assamese
সামৰিক কুচকাৱাজ আমেৰিকাদক্ষিণ কোৰিয়াই চলাইছে বৃহৎ যৌথ যুদ্ধবিমান অনুশীলন
Assamese
মর্মান্তিক ঘটনা নাটকত ভগত সিঙৰ ফাঁচীৰ আখৰা ডিঙিত ফাঁচ লাগি মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰৰ
Assamese
মোৰবীলৈ আহিব মোডী গোটেই নিশা গুজৰাটৰ চিকিৎসালয়ত চলিল চাফাই ৰং কৰাৰ কাম
Assamese
বিশ্ব বক্সিঙৰ ছেমিত প্ৰৱেশ মেৰী কমৰ গঢ়িলে আন এক অনবদ্য বিশ্ব ৰেকৰ্ড
Assamese
চাঞ্চল্যকৰ সাক্ষাৎকাৰ গম্ভীৰৰ কেৰিয়াৰ শেষ কৰাৰ আঁৰত এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ
Assamese
১১ত ড্ৰ ভাৰত আৰু নৰ্থইষ্ট য়ুনাইটেডৰ মাজৰ মেচ
Assamese
অপ্ৰতিৰোধ্য যমুনাৰ ছেমি ফাইনেলত প্ৰৱেশ ৩টা পদক নিশ্চিত ভাৰতৰ আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ
Assamese
অৰুণাচলত শীঘ্ৰেই নিৰ্মাণ হব উত্তৰপূবৰ প্ৰথমটো মীন সংগ্ৰহালয়১০০ কোটি টকাৰ প্ৰস্তাৱিত প্ৰকল্প
Assamese
কাছাৰত আৰক্ষীৰ অভিযানজব্দ কৰিলে বাৰ্মিজ মূলৰ গৰুভৰ্তি ট্ৰাক
Assamese
ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ
Assamese
২৫ বছৰে মুক্তি অপেক্ষাত থকা তোমাৰ খোজৰ ধূলি নামৰ গীতৰ সংকলন মুকলি পাপনৰ
Assamese
মেঘালয়ৰ গুহাৰ পৰা উত্তৰপূব ভিত্তিক দুঃসাহসিক তথ্যচিত্ৰৰ শুভ মহুৰত
Assamese
ঐতিহাসিক ৰায় ধৰ্ষণৰ প্ৰমাণৰ বাবে কৰিব নোৱাৰিব টু ফিংগাৰ টেষ্ট কঠোৰ উচ্চতম ন্যায়ালয়
Assamese
আন্তৰ্জাতিক মুকাভিনয় মহোৎসৱত প্রদর্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মিনাংকই
Assamese
গুৱাহাটীৰ সৰুসজাইত আজি ভাৰত বনাম নৰ্থইষ্ট য়ুনাইটেড
Assamese
অপ্ৰতিৰোধ্য মেৰী কম বিশ্ব প্ৰতিযোগিতাৰ কোৱাৰ্টাৰত ৫০অত প্ৰতিদ্বন্দ্বীক ধৰাশায়ী
Assamese
যমুনাৰ পিছত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত প্ৰৱেশ লাভলিনা বৰগোহাঁইৰ
Assamese
পি এম নৰেন্দ্ৰ মোদী মুক্তিত নিষেধাজ্ঞা
Assamese
বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ যমুনা বড়োৰ
Assamese
আমিয়েই চকীদাৰ ৰাজ্যিক বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনৰ দুটা থিম ছং
Assamese
টৰন্ট ফিল্ম ফেষ্টিভেলৰ এম্বেছাদৰ হল ৰীমা দাস
Assamese
বলীউদ আৰু শ্ৰীলংকাৰ ছবি উদ্যোগত উজলিছে দুই অসমীয়া প্ৰতিভা
Assamese
পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ট প্রথম টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়
Assamese
কাইলৈ গুৱাহাটীত ছনি টিভি ৰিয়েলিটি শ্ব অডিশ্যন উপস্থিত থাকিব হিমেশ ৰেশমিয়া আলকা য়াগনিক আৰু জাভেদ আলী
Assamese
একাদশ বাৰ্ষিক বদৌচা কাপ আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় ফুটবলত বিজয়ী গকুলাম কেৰালা এফ চি
Assamese
চাউথৰ চিনেমাত অসমীয়া হিৰইন চাওক
Assamese
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী বাওঁপন্থী নেতা লুইজ ইনাচিও লুলা
Assamese
উচ্চতম ন্যায়ালয়ত সংক্ৰান্তীয় গোচৰ আজি গ্ৰহণ কৰিব ২০০ তকৈও অধিক আৱেদনৰ শুনানি
Assamese
ছট পূজাত গুজৰাটত দলং খহি পৰি ভয়ংকৰ দুৰ্ঘটনা মৃত্যুৰ সংখ্যা ৯১ লৈ বৃদ্ধি
Assamese
গুজৰাটৰ দলং খহি নদীত পৰা দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৪১ লৈ বৃদ্ধি উদ্ধাৰ প্ৰায় ১৭৭জন
Assamese
ইমৰান খানৰ লং মাৰ্চৰ গাড়ীৰ চকাত পিষ্ট হৈ মৃত্যু সাক্ষাৎকাৰ লবলৈ যোৱা মহিলা সাংবাদিকৰ
Assamese
দমদমা সাহিত্য সভাৰ উদ্যোগত যুৱ ৰত্ন সন্মান প্ৰদান অনুষ্ঠান
Assamese
চাপৰত চাৰিদিনীয়াকৈ ষট্ পূজাৰ আয়োজন
Assamese
পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ অশান্ত ইলেকট্ৰন শুভ মহুৰত
Assamese
অহা ২৯ মাৰ্চত মুক্তিৰ বাবে সাজু মহাপুৰুষ মাধৱদেৱকলৈ নিৰ্মিত এনিমেশ্যন চলচ্চিত্ৰ
Assamese
প্ৰথমবাৰৰ বাবে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৰিঙত নামিত অসমৰ যমুনা বড়ো
Assamese
ষ্টাৰ্ক জনছন আক্ৰামক পিছ পেলাই ৰবীন্দ্ৰ জাদেজাৰ নতুন বিশ্ব অভিলেখ
Assamese
বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত জয়েৰে অভিযান আৰম্ভ অসমৰ যমুনা বড়োৰ
Assamese
এছিয়ান ফিল্ম এৱাৰ্ডছত শ্ৰেষ্ঠ নতুন পৰিচালকৰ বাবে মনোনীত ৰীমা দাস
Assamese
আজি ৰাজ্যৰ ১৭ টা ছবিগৃহত মুক্তি পালে নতুন অসমীয়া ছবি কানীনে
Assamese
ফুটবল ভালপোৱা সকলৰ বাবে ভাল খবৰ গুৱাহাটীত ভাৰতে খেলিব নৰ্থইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে
Assamese
ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মাৰ দেহাৱসান
Assamese
৪টাকৈ বঁটাৰে ভেনিজুৱালাৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল হেম চন্দ্ৰ বৰাৰ দিবাস্বপ্ন
Assamese
মুম্বাইত প্ৰতিষ্ঠিত শিল্পী পাৰ্শ্বজ্যোতি দাসক আৰোহণ বঁটা প্ৰদান
Assamese
ইতিহাস প্ৰথমবাৰৰ বাবে ছাফ অনূৰ্ধ্ব ১৮ৰ খিতাপ দখল ভাৰতৰ
Assamese
টী২০ পাছত ক্ৰিকেটত এইবাৰ ১০০ বলৰ ফৰ্মেট কি হব ইয়াৰ আকৰ্ষণ
Assamese
আজি অইল ইণ্ডিয়া আৰু বিদ্যুৎ পৰিষদৰ মাজত বৰদলৈ ট্ৰফীৰ ফাইনেল
Assamese
গীতাঞ্জলিৰ পাণি গ্ৰহণ ফুটবল তাৰকা হলিচৰণ নাৰ্জাৰীৰ
Assamese
ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান জিনিলে ৰীমা দাসে
Assamese
ভেনিজুৱালাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হেম চন্দ্ৰ বৰাৰ দিবাস্বপ্ন
Assamese
ভাৰত জোড়ো যাত্ৰাত হাতত হাত ধৰি ৰাহুল গান্ধীৰ সৈতে ছবি অৱশেষত মুখ খুলিলে অভিনেত্ৰীয়ে
Assamese
জুইৰ লগত খেলিবলৈ গৈ বিপদত পৰিল যুৱক দাড়িত লাগিল জুই
Assamese
প্ৰৱঞ্চনাৰে ১৫৩০ কোটি টকা সৰকাই চিবিআইৰ জালত বস্ত্ৰ উদ্যোগৰ সঞ্চালক
Assamese
ব্ৰিটেইনত কোভিডৰ এক্সবিবি আৰু বিকিউ.১নামৰ দুটা নতুন প্ৰজাতি বহু লোক আক্ৰান্ত
Assamese
হাই বিজয় মামা মই ঋষি ব্রিটেনৰ নতুন প্ৰধানমন্ত্ৰীয়ে কাক মাতিলে এইদৰে ভাইৰেল ভিডিঅ
Assamese
ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেচনলিষ্ট এছচিয়েচনৰ ৰাষ্ট্ৰীয় অধিবেশনত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া
Assamese
অভিশপ্ত ৩০ অক্টোবৰ ৰাজ্যৰ শান্তিকামী জনতাই সুঁৱৰিছে ধাৰাবাহিক বিস্ফোৰণৰ সেই ভয়াবহ স্মৃতি
Assamese
ব্ৰিটিছ নৌসেনাৰ চাবমেৰিনত মহিলা বিষয়াক যৌন নিৰ্যাতনৰ অভিযোগ তদন্তৰ নিৰ্দেশ
Assamese
মহিলাৰ সৈতে ঘনিষ্ঠতা হানী ট্ৰেপিং চক্ৰৰ কবলত পৰিয়েই আত্মহত্যা কৰ্ণাটকৰ লিঙ্গায়ত ধৰ্মগুৰুৰ
Assamese
বিজয় হাজাৰে ট্ৰফীত উত্তৰাখণ্ডৰ হাতত পৰাস্ত অসম শোচনীয়ভাৱে ব্যৰ্থ ৰিয়ান পৰাগ
Assamese
ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ অহা ৫ জানুৱাৰিত বৰ্ষাপাৰাত ভাৰতশ্ৰীলংকাৰ মেচ
Assamese
বিজয় হাজাৰে ট্ৰফীত বৃহৎ বিজয়েৰে অভিযান আৰম্ভ অসমৰ স্বৰূপমৰ অপৰাজিত বিস্ফোৰক শতৰাণ
Assamese
বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক বিজু ফুকন বঁটা প্ৰদান
Assamese
ধনশিৰিমুখৰ পটভূমিত নিৰ্মিত হেম চন্দ্ৰ বৰাৰ দিবাস্বপ্নই মুহিলে বোকাখাতৰ দৰ্শকক
Assamese
চলচ্চিত্র পৰিচালক ৰীমা দাসলৈ ছামৱান টু ৱাটচ সন্মান
Assamese
শচীনকোহলীক অতিক্ৰমি মোদীৰ পাছতেই সৰ্বাধিক লোকপ্ৰিয় ব্যক্তি ধোনী
Assamese
বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আমৃত্যুলৈ জুৰিৰ বিশেষ বঁটা
Assamese
নামীদামী মহিলাক পিছ পেলাই সৰ্বাধিক প্ৰশংসনীয় মহিলাৰ তালিকাৰ শীর্ষত মেৰীকম
Assamese
বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত উজলিল ৰীমা দাসৰ বুলবুল কেন ছিং
Assamese
প্ৰতিক্ষাৰ অন্ত ভাৰতীয় দলত অসমৰ বুলেন বুঢ়াগোহাঁই
Assamese
ফিফা বিশ্বকাপ ২০২২ ভাৰতীয় টীমৰ ২৯ জনীয়া গোট গঠন
Assamese
গানৰ মাধ্যমেৰে বিশ্বনাথৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস
Assamese
নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদত পদ্মশ্ৰী উভতাই দিব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই
Assamese
মেছি ফিফাৰ ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰ অথলে গল ভাৰতীয় অধিনায়ক সুনীল ছেত্ৰীৰ ভোট
Assamese
বাজেটত ক্ৰীড়া চিনেমা ভ্ৰাম্যমান শিল্পী কলাকুশলী আৰু খেলুৱৈৰ বাবে কি আছে
Assamese
বদৌচা কাপ ফুটবল মাৰ্ঘেৰিটাৰ উদ্বোধনী খেলত বাৰেকুৰি এফ চিৰ জয়
Assamese
মণিপুৰী ষ্ট্ৰাইকাৰৰ চমৎকাৰীতাৰ বাবেই এ এফ চি চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জন ভাৰতৰ
Assamese
ট্ৰেজেদিত পৰিণত হল হেলোইন উৎসৱ পদপিষ্ট হৈ নিহতৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি
Assamese
কাৰ্বি আংলঙত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰৰ বাহনৰ পৰা উদ্ধাৰ ১৫ কোটি টকা মূল্যৰ ড্ৰাগছদুজনক গ্ৰেপ্তাৰ
Assamese
কালঘূৰ্ণী নালগাই সংহাৰত বিধ্বস্ত ফিলিপাইনছ ৫০ টা মৃতদেহ উদ্ধাৰ
Assamese
উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ পিছত গুজৰাটতো ৰূপায়ণ হব ইউনিফৰ্ম চিভিল কোড
Assamese
পুনেৰ এখন ৰেষ্টুৰেণ্টৰ সকলো কৰ্মচাৰীয়েই বধিৰ আৰু বোবা
Assamese
ভাৰতীয় নোটত কেতিয়াৰ পৰা ছপা হৈছিল গান্ধীজীৰ ছবি
Assamese
হাইলাকান্দিত শোকাৱহ দুৰ্ঘটনাকৰ্মৰত অৱস্থাতে কুঁৱাত পৰি মৃত্যু চাৰি শ্ৰমিকৰ
Assamese
বিবিচিক হিন্দু আৰু ভাৰত বিৰোধী আখ্যা দি লণ্ডনত হিন্দু সংগঠনৰ প্ৰতিবাদ
Assamese
ৰাষ্ট্ৰসংঘৰ বৈঠকত সন্ত্ৰাসবাদক সভ্যতাৰ ডাঙৰ সংকট আখ্যা বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ
Assamese
বলিউদ শিল্পী লাকী আলীৰ অনুষ্ঠানেৰে সামৰণি পৰিল দৈজিং মহোৎসৱ
Assamese
ইশ্বুলৈ শৈলধৰ বৰুৱা শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা শিশু শিল্পী কপিলৰ অভিনয়ৰ বিশেষ শলাগ জুৰিৰ
Assamese
আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ভাগ্যৱতী কছাৰীৰ আৱাসত চুৰি চোৰে নিলে ২০ টাৰো অধিক সোণ আৰু ৰূপৰ পদক
Assamese
অন্য এক অভিলেখৰ বাবে সাজু সন্তৰণবিদ এলভিছ আলী হাজৰিকা
Assamese
ৰীমাৰ ৰূপত অসমীয়া ৱিকিপিদিয়াত ত্ৰিপল চেন্সুৰি অজয় দাসৰ
Assamese