text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
টকিঅ অলিম্পিকলৈ যোগ্যতা অৰ্জন বিশ্বৰ শীৰ্ষস্থানীয় মল্লযোদ্ধা ভাৰতৰ বজৰংগ পুনিয়াৰ | Assamese |
এগৰাকী কিংবদন্তি ক্ৰিকেটাৰৰ মন্তব্য ধোনীৰ সময় শেষ সন্মান সহকাৰে হওক বিদায় | Assamese |
গুৱাহাটীত বলীউদৰ তাৰকা মালাইকা জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ | Assamese |
বৰদলৈ ট্ৰফীৰ হৃত গৌৰৱ উদ্ধাৰ কৰিব লাগিব ৬৬ সংখ্যক বৰদলৈ ট্ৰফী উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল | Assamese |
কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ দেহাৱসান | Assamese |
পিছ পৰি ৰল হিটমেন মোহালিত কোহলীয়ে দেখুৱালে চমক | Assamese |
চাৰিবাৰ ফুটবল বিশ্বকাপ খেলা ষ্ট্ৰাইকাৰ চুক্তিবদ্ধ হল নৰ্থইষ্ট য়ুনাইটেডত | Assamese |
আজি মোহালিত ভাৰত বনাম দক্ষিণ আফ্ৰিকা বেয়া বতৰৰ বাহিৰে কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰা এটা অভিলেখৰ অপেক্ষাত দুয়োটা দল | Assamese |
৭০ বছৰীয়া ব্যক্তিয়ে বিয়া কৰাব বিচাৰে পি ভি সিন্ধুক বিয়া নিদিলে পলুৱাই নিয়াৰ ভাবুকি | Assamese |
পৃথিৱীৰ আটাইতকৈ ওখ শিৱমূৰ্তিটো নিৰ্মাণ কৰা হৈছে ৰাজস্থানত কিমান উচ্চতাৰ মূৰ্তি এয়া | Assamese |
থমকি নৰয় পুনৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই | Assamese |
ভাইৰেল এই ফটোখনৰ হাঁহিৰ ওৰহীৰ ওৰ বিচাৰি সকলোৰে চকুত প্ৰশ্নঘটনাটো কি | Assamese |
নেন্সি পেলোচীক ঘৰত বিচাৰি নাপাই স্বামীক হাতুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ গ্ৰেপ্তাৰ অভিযুক্ত | Assamese |
শ্বিলঙত নিবনুৱা সমস্যা সমাধানৰ দাবীত হোৱা প্ৰতিবাদত হিংসাত্মক ৰূপকেইবাগৰাকীও আহত | Assamese |
তিনি নাবালিকাক ধৰ্ষণৰ অভিযোগগোৱালপাৰাত তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ | Assamese |
অস্কাৰ দৌৰৰ পৰা বাহিৰ হল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ | Assamese |
৮ ফেব্ৰুৱাৰিত ছবিগৃহলৈ আহিব ৰাষ্ট্ৰীয়আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি শৈশৱতে ধেমালিতে | Assamese |
শীতৰ আমেজ লোৱা নহব মহানগৰবাসীৰ ব্ৰহ্মপুত্ৰৰ পাৰত বালিভোজ খোৱাত নিষেধাজ্ঞা প্ৰশাসনৰ | Assamese |
বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰীমা দাসৰ বুলবুল কেন ছিং | Assamese |
মাহমৰাত ১০ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্য মন্ত্ৰীয়ে | Assamese |
দুৰন্ত প্ৰতিভা উজবেকিস্তানত বিশ্বজয় ত্ৰিপুৰাৰ ৮ বছৰীয়া কন্যাৰ | Assamese |
অভিনৱ ৰেকৰ্ড ৫২৫৩টা বল কৰাৰ অন্তত টেষ্ট কেৰিয়াৰত প্ৰথমটো ন বল | Assamese |
১৫ ডিচেম্বৰৰ পৰা বাদুংদুপ্পা কলাকেন্দ্ৰৰ শালনিবাৰীত আণ্ডাৰ দ্য ছাল ট্ৰী | Assamese |
বলীউডৰ চলচ্চিত্ৰত অভিনয় কৰিব গুৱাহাটীৰ জীয়ৰী মেধা আইচে | Assamese |
মূকাভিনয় শিল্পী জ্ঞানশিখা হাজৰিকালৈ চি চি আৰ টিৰ সন্মানীয় স্কলাৰশ্বিপ | Assamese |
নৰ্থইষ্ট য়ুনাইটেডত নেদাৰলেণ্ডৰ ফুটবলাৰ কেই হিৰিংছ | Assamese |
নাব্বা ২০১৯শ্ৰেষ্ঠ পৰিতোষ ৰিছা মিছ শিৱসাগৰ ফিগাৰ বৰ্ষা সাহা | Assamese |
প্রথমবাৰৰ বাবে অসমত অনুষ্ঠিত হব পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ | Assamese |
মাতৃ বাছ কন্ডাক্টৰ পুত্ৰই ভাৰতক বনালে ১৯ অনুৰ্দ্ধৰ এছিয়া কাপ চেম্পিয়ন | Assamese |
জাৰ্চিত নতুন নাম লৈ আজি খেল পথাৰত নামিব বিৰাট বাহিনী | Assamese |
ডোহা বিশ্ব চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত নাম নাই ধিং এক্সপ্ৰেছৰ | Assamese |
ভাৰতীয় দলত কোন এই যুৱ খেলুৱৈ যাৰ বিষয়ে স্বয়ং কোহলীয়ে কৈছিল মোৰ নিজৰে নাই তেওঁৰ সমান প্ৰতিভা | Assamese |
মিঞা এটা জনগোষ্ঠী হব নোৱাৰেখিলঞ্জীয়া জাতিজনগোষ্ঠীৰে কোনো সম্পৰ্কই নাইঃ টংকেশ্বৰ ৰাভা | Assamese |
এখন দেশ একেই ঐক্য পোছাক সকলো ৰাজ্যৰ আৰক্ষী কৰ্মীয়ে একে পোছাক পিন্ধাৰ পোষকতা প্ৰধানমন্ত্ৰী মোদীৰ | Assamese |
ৰংতুলিকাৰ মায়া এৰি কেতিয়াও উভতি নহা বাটেৰে গুচি গল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা | Assamese |
ঘৃণাভৰা মন্তব্যঃ সাংসদ পদ কৰ্তন হব নেকি সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ | Assamese |
ৰাছিয়াইউক্ৰেইন যুদ্ধৰ উত্তেজনাৰ মাজতে ৮ নৱেম্বৰত ৰাছিয়া ভ্ৰমণ কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে | Assamese |
মিঞাই হাইজেক কৰিছে দেশী মুছলমানৰ পৰিচয় দেশী জনগোষ্ঠী মঞ্চৰ অভিযোগ | Assamese |
ধৰ্ষণৰ গোচৰত বিজেপি মন্ত্ৰীৰ পুত্ৰ জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰৰ দাবীত আগৰতলাত প্ৰতিবাদ | Assamese |
চলচ্চিত্ৰ পৰিচালক মুকুল হালৈৰ পৰিচালনাত গুৱাহাটীত চিত্ৰনাট্য কৰ্মশালা | Assamese |
২০১৮ চনৰ ৫০ গৰাকী অতি প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত অসমৰ ৰীমা দাস | Assamese |
মুম্বাইৰ ব্যৱসায়ীৰ হত্যাৰ গোচৰ গোপী বহু খ্যাত জনপ্ৰিয় অভিনেত্ৰী দেৱলীনাক গুৱাহাটীত আটক | Assamese |
শিল্পী বিক্ৰম হাজৰিকাক স্মৰণ কণ্ঠশিল্পী কাকলি শইকীয়াৰ অ বতাহ শীৰ্ষক শ্ৰব্য গীত উন্মোচন | Assamese |
শ্ৰীমন্ত শংকৰদেৱৰ পিছত এইবাৰ মহাপুৰুষ মাধৱদেৱকলৈ এনিমেশ্যন ছবি | Assamese |
মুক্তিৰ বাবে সাজু বিকি কলিতাৰ দুটি জোনাকী শীৰ্ষক গানৰ অডিঅভিডিঅ | Assamese |
হিন্দী চিনেমাৰ প্ৰসিদ্ধ গায়ক মোহাম্মদ আজিজৰ দেহাৱসান বৰপেটা চাউলখোৱা মহোৎসৱৰ শোক প্ৰকাশ | Assamese |
কাহিনীচিত্ৰনাট্যৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত উজলিল অসমৰ ৰাজদ্বীপ বঁটা দিলে আমিৰ খানে | Assamese |
সুখৱৰ বিশ্ববিখ্যাত ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হল হিমা | Assamese |
ধোনীক চালাম কোহলিৰ এটা বিশেষ নিশাৰ কথাৰে কৰা টুইটে সৃষ্টি কৰিছে চাঞ্চল্যৰ | Assamese |
বিশ্বকাপ কোৱালিফায়িং এছিয়াৰ চেম্পিয়ন কাটাৰৰ বিপক্ষে গল শূন্য ড্ৰ ভাৰতৰ | Assamese |
উত্তৰপূবৰ বাবে গৌৰৱৰ দিন পদ্মবিভূষণ সন্মানৰ বাবে মেৰীকমৰ নাম প্ৰেৰণ ক্ৰীড়া মন্ত্ৰ্যালয়ৰ | Assamese |
বিশ্ব এথলেটিকছৰ ভাৰতীয় দলত হিমা | Assamese |
ৰঞ্জিত অসমক প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰেই হলগৈ দক্ষিণ আফ্ৰিকাৰ বেটিং প্ৰশিক্ষক | Assamese |
অসমৰ হাতত ৯০ গলৰ বিশাল ব্যৱধানত পৰাস্ত অন্ধ্ৰপ্ৰদেশ | Assamese |
মালেয়েছিয়া থাইলেণ্ডত ভাৰতৰ হৈ পেঞ্চাক চিলাট খেলিব কৃষ্ণাইৰ চন্দন ৰাভাই | Assamese |
অসম কেৰম সন্থাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ৰকিবুল হুছেইন | Assamese |
দুধনৈত তিনি নাবালিকাক ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ তিনি পাষণ্ডৰ ৰঙা ঘৰৰ আলহী তিনি নৰাধম | Assamese |
সূৰ্যই হাঁহি আছে তাতেই লুকাই আছে বিপদো ধৰা পৰিছে নাছাৰ কেমেৰাত | Assamese |
দেশত চাকৰিৰ সংকট সঁচাকৈয়ে উদ্বেগজনক চিন্তিত ৰঘুৰাম ৰাজন | Assamese |
নানধৰ্মযাজকসকলেও পৰ্ণগ্ৰাফী চায় এই অভিযোগ পোপ ফ্ৰান্সিছৰ | Assamese |
হিংসাজৰ্জৰ পাকিস্তানতকৈও কম সুৰক্ষিত ভাৰত আটাইতকৈ বেয়া পৰিস্থিতি আফগানিস্তানৰ | Assamese |
সাজু হৈ উঠিছে হীৰেন বৰাৰ নতুন অসমীয়া ছবি সীমাদ্য ষ্টী আনটল্ড | Assamese |
হঁহুৱাবলৈ আহি আছে মিঃ ৰাজকুমাৰৰ ১ম পূৰ্ণাংগ চিনেমা চাওক ট্ৰেইলাৰ | Assamese |
অহা ২৮ নৱেম্বৰত আৰম্ভ হব ষষ্ঠ সংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ | Assamese |
অখিল ৰেল হিন্দী নাট মহোৎসৱত উজলিল উত্তৰপূব সীমান্ত ৰেলৱেৰ নাট্য দল | Assamese |
আজি জুবিনৰ জন্মদিন যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পীগৰাকীলৈ অনুৰাগীয়ে জনালে অযুত শুভেচ্ছা | Assamese |
আজি কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব ববী শৰ্মা বৰুৱাৰ মিচিং | Assamese |
শিশু দিৱসত অসমৰ শ্ৰোতালৈ পাপননীলোৎপলৰ নতুন গীত উপহাৰ | Assamese |
ডিচেম্বৰত মুক্তি পাব প্ৰিয়ংকা চোপ্ৰা প্ৰযোজিত প্ৰথমখন ছিকিমী চলচ্চিত্ৰ পহুনা | Assamese |
বিজয় হাজাৰে এদিনীয়া টুৰ্ণামেণ্টৰ বাবে অসম দল ঘোষণা | Assamese |
ভাৰতক বিশ্বকাপলৈ লৈ যোৱাৰ লক্ষ্যৰে ইনিয়েষ্টাৰ দেশ স্পেইনত গোপনে অনুশীলনত ব্যস্ত এগৰাকী অসমীয়া ফুটবলাৰ | Assamese |
টকিঅ অলিম্পিক২০২০ প্ৰস্তুতি শিবিৰত অনুশীলন চলাইছে তিনিগৰাকী অসমীয়া ধনুৰ্বিদে | Assamese |
ৰাছিয়াত দুটা সোণৰ পদক সহ মুঠ পাঁচটা পদকেৰে জিলিকিল অসমৰ প্ৰতিভাৱান সন্তৰণবিদ আস্থা | Assamese |
কাৰ্বি আংলঙত জব্দ ১০ কোটি টকাৰ ড্ৰাগছ :চাৰি জনক গ্ৰেপ্তাৰ | Assamese |
এহাল স্কুলীয়া ছাত্ৰছাত্ৰীৰ অসাধাৰণ জিমনাষ্টিক শৈলীৰ প্ৰদৰ্শন ভিডিঅ ভাইৰেল | Assamese |
২১ত বিজয়ী ওমান পৰ্য্যাপ্ত নহল ভাৰতীয় অধিনায়ক সুনীল ছেত্ৰীৰ একমাত্ৰ গল | Assamese |
শিক্ষক দিৱসত প্ৰিয় শিক্ষাগুৰুক স্মৰণ ক্ৰিকেটৰ ভগৱানৰ | Assamese |
দৰ্শকেৰে ভৰি পৰিব ষ্টেডিয়াম আজি ভাৰতওমানৰ মাজত প্ৰাক বিশ্বকাপৰ মেচ | Assamese |
চাইনীজ কোম্পেনীক বিদায় টীম ইণ্ডিয়াৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেখা যাব নতুন জাৰ্চিৰে | Assamese |
যুৱতীক ঘৰলৈ আনি যৌন ব্যৱসায় প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নিলম্বিত আমোলা | Assamese |
নিউয়ৰ্কত মিছ শ্ৰীলংকা প্ৰতিযোগিতাৰ অনুষ্ঠানত হতাহতি ভিডিঅ ভাইৰেল | Assamese |
তেলেংগানাতো অপাৰেচন লোটাছ গাইপতি ৫০ কোটি দি ৪ জন টিআৰএছ বিধায়কক ক্ৰয়ৰ চেষ্টা | Assamese |
ইউক্ৰেইনক ৪০০ ইৰাণী ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ দাবী জেলেনস্কিৰ | Assamese |
গোৱালপাৰাৰ মৰনৈত বিশাল বন্যহস্তীৰ জাকে ভাঙিলে ঘৰ | Assamese |
তুৰস্কৰ সহায়ত ভাৰতৰ বিৰুদ্ধে চাইবাৰ গোট গঠনৰ পৰিকল্পনা পাকিস্তানৰ | Assamese |
ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতা | Assamese |
আন এক সফলতা ৰীমা দাসৰ এইবাৰ বুলবুল কেন ছিংএ আজুৰিলে বঁটা | Assamese |
মাৰাত্মক ভেঁকুৰৰ তালিকা প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
অৱশেষত মৃত্যুৰে হাৰ মানিলে অভিনেতা নিপন গোস্বামীয়ে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ | Assamese |
কণ্ঠশিল্পী চানলৈ শিলগুটি নিক্ষেপৰ অপপ্ৰচাৰ চলোৱা এজনৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল | Assamese |
অন্ত পৰিল ২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আমৃত্যুলৈ গল্ড কেমেৰা | Assamese |
অৰ্ধশতাধিক দেশৰ চলচ্চিত্ৰেৰে আজিৰ পৰা দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | Assamese |
বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ ভগা খিৰিকি মুক্তিৰ দিন স্থগিত | Assamese |
১৩ গৰাকী দৃষ্টিহীন শিল্পীৰে গুৱাহাটীত গঠন শ্ৰোতা মিউজিক বেণ্ড | Assamese |
বিয়াত মেখেলাচাদৰ পিন্ধিবনে প্ৰিয়ংকাই | Assamese |
একাঁজলি শ্ৰদ্ধাঞ্জলিদৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি স্মৃতি দিৱস | Assamese |
৩৭ কোটি টকা দাবী প্ৰিয়ংকাৰ বিয়াত ভিনিহিয়েকৰ জেপ উদং কৰিব খুলশালী পৰিনীতিয়ে | Assamese |
ভাৰতৰ সফল টেষ্ট অধিনায়ক হোৱাৰ পাছতে বেটিঙত শীৰ্ষস্থান হেৰুৱালে বিৰাট কোহলীয়ে | Assamese |
আগন্তুক ঘৰুৱা ছিজনত কৰ্ণাটকৰ বিপৰীতে নাগালেণ্ডৰ হৈ খেলিব ষ্টুৱাৰ্ট বিন্নীয়ে | Assamese |
আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেটৰ পৰা অৱসৰ তাৰকা ক্ৰিকেটাৰ মিতালী ৰাজেৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.