text
stringlengths
1
2.59k
language
stringclasses
10 values
এমাহৰ ভিতৰত ছটা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পোৱা হিমা বিশ্ব চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জনত ব্যৰ্থ
Assamese
শলঠেকত ক্ৰিকেটাৰ মহম্মদ ছামী আলিপুৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি
Assamese
বুম বুম বুমৰাহ হেট্ৰিকসহ অভিলেখেৰে তচনচ কৰিলে ৱেষ্টইণ্ডিজৰ বেটিং লাইন আপ
Assamese
ইশান্ত শৰ্মাৰ চমক এছিয়াৰ বাহিৰত শ্ৰেষ্ঠ ফাষ্ট বলাৰ হিচাপে পৰিগণিত
Assamese
প্ৰাক বিশ্বকাপ আজি গুৱাহাটী পাবহি ভাৰতওমানৰ ফুটবল দল
Assamese
অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ
Assamese
স্থানীয় ভাষাক উৎসাহিত কৰাৰ আহ্বান জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
Assamese
নৰ্থইষ্ট ফুটছাল লীগত অসম আৰু মিজোৰামৰ জয়লাভ
Assamese
নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমৰ কলা প্ৰতিযোগিতাত উজলিল অসমীয়া কিশোৰ সুশান্ত
Assamese
গান্ধী পৰিয়ালৰ মতে চলিব নেকি মল্লিকাৰ্জুন খাৰ্গেই গ্ৰহণ কৰিলে গুৰু দায়িত্ব
Assamese
অৱশেষত জাৰ্মানীত বৈধ ঘোষণা মনোৰঞ্জনমূলক ভাঙৰ ব্যৱহাৰ
Assamese
স্বাস্থ্যৰ অৱস্থা সংকটজন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ
Assamese
ভিছা নিয়ম উলংঘাডিব্ৰুগড়ত তিনি চুইডিছ নাগৰিকক আটক
Assamese
অসমীয়া শিল্পীৰ বিৰল কৃতিত্ব শুকুৰবাৰে আৰৱত পৰিৱেশিত হব চাৰে জাহাঁ চে অচ্ছা সংস্কৃত ৰূপান্তৰ
Assamese
ৰীমা দাসক অগপৰ সম্বৰ্ধনা আগবঢ়ালে ৫ লাখ টকাৰ অনুদান
Assamese
জাৰ্মান চলচ্চিত্ৰ মহোৎসৱত দুটাকৈ বঁটাৰে সন্মানিত অসমৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকাৰ ছবি পহুনা
Assamese
অৰুণাচলৰ নামনি দিবাং ভেলীত নৱেম্বৰত উন্মোচন কৰা হব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি
Assamese
প্ৰতিবাদ নৰজিলঃ জেনেটিক সৰিয়হৰ উৎপাদনত অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰে
Assamese
পত্নীৰ সহায় লৈ হানি ট্ৰেপিং মুম্বাইত গ্ৰেপ্তাৰ এজনক
Assamese
ৰীমাৰ ভিলেজ ৰকষ্টাৰ্ছ কোটি টকাৰ দৌৰত এইবাৰ উপস্থিত কে বি চিত
Assamese
ভিলেজ ৰকষ্টাৰ্ছলৈ পুনৰ ৫০ লাখ টকাৰ অনুদান ঘোষণা অসম চৰকাৰৰ
Assamese
ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছলৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ
Assamese
শৈশৱৰ সপোন জীয়াই ৰখাৰ প্ৰচেষ্টাৰে নিৰ্মিত হৈছে ভিলেজ ৰক্‌ষ্টাৰ্ছ ৰীমা দাস
Assamese
এতিয়াই বাৰ্মিংহাম কমনৱেলথ গেমছ বয়কট কৰিম বুলি কোৱাটো খৰখেদা হব কিৰেণ ৰিজিজু
Assamese
পি ভি সিন্ধুৰ পাছত এখন ভৰিৰে খেলি সোণৰ পদক অৰ্জনেৰে দেশক গৌৰৱিত কৰিলে এইগৰাকী মহিলা খেলুৱৈয়ে
Assamese
আই এছ এলৰ বাবে য়ুৰোপিয়ান শৈলীৰ প্ৰশিক্ষণেৰে সাজু নৰ্থ ইষ্ট য়ুনাইটেড মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নি
Assamese
আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস সেইগৰাকী খেলুৱৈৰ স্মৃতিত যাৰ হকী ষ্টিকত চুম্বক থকা বুলি ভাঙি পেলোৱা হৈছিল
Assamese
ছয়বাৰৰ চেম্পিয়ন মেৰীকমলৈ এছিয়াৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান
Assamese
অৰুণাচলৰ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডভস্মীভূত হল ৭০০ তকৈও অধিক দোকান
Assamese
বিশ্ব বেডমিণ্টনত ইতিহাস ৰচা পি ভি সিন্ধুক সাক্ষাৎ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ
Assamese
তামিলনাডু মুম্বাইৰ আৰ্হিৰে ২০২০ চনত অসম প্ৰিমিয়াৰ লীগ স্থানীয় খেলুৱৈয়ে পাব প্ৰতিভা বিকাশৰ সুযোগ
Assamese
গুৱাহাটীৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী ভাৰতঅমানৰ খেলৰ টিকট বিক্ৰীৰ বাবে মুকলি
Assamese
চিত্ৰাঙৰ তাণ্ডৱৰাজ্যজুৰি ক্ষতিগ্ৰস্ত সহস্ৰাধিক লোক বিধ্বস্ত বহু আৱাসগৃহ
Assamese
যশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস টেষ্ট ক্ৰিকেটত এনে অভিলেখ গঢ়া প্ৰথমগৰাকী ভাৰতীয় বলাৰ
Assamese
২৮ ছেপ্তেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ
Assamese
উফ্ ঘূৰ্ণীবতাহৰ পৰা ৰক্ষা পৰিব অসমবাসী ক্ৰমশঃ শাম কাটিছে ঘূৰ্ণী বতাহ চিত্ৰাং
Assamese
ধিক মানৱতা ৰাজপথত পৰি থাকিল আঘাতপ্ৰাপ্ত কিশোৰী সহায়ৰ সলনি ফটো তোলাত ব্যস্ত থাকিল সকলো
Assamese
সুধাকণ্ঠৰ সুদীৰ্ঘ দিনৰ সংগী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কল্পনা লাজমীৰ দেহাৱসান
Assamese
৭৫ সংখ্যক জন্মদিনত ৰাণা দালৈ শ্ৰদ্ধাঞ্জলি অসমবাসীৰ
Assamese
সুদৰ্শন থিয়েটাৰৰ বেনাৰ আৰু পুত্তলিকা জ্বলালে হিন্দু জাগৰণ মঞ্চই
Assamese
বাংলাদেশৰ ক্ৰিকেটাৰৰ দল গুৱাহাটীত উপস্থিত
Assamese
ৰাজনৈতিক মেৰপেছৰ অৱসান ঘটাই সাম্প্ৰদায়িক ঐক্যতা আনিব লাগিবআই আই টিত ডঃ দিব্যজ্যোতি শইকীয়া
Assamese
নগাঁৱত প্ৰথমবাৰৰ বাবে আন্ত:ৰাষ্ট্ৰীয় চুটি তথা তথ্যভিত্তিক চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন
Assamese
সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ দ্বাদশ ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ
Assamese
৮ ছেপ্তেম্বৰত দীঘলীপুখুৰীপাৰত উদ্দীপনা অনুষ্ঠানেৰে আছুৱে উদযাপন কৰিব সুধাকণ্ঠৰ ৯২ সংখ্যক জন্মদিন
Assamese
এগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে গান্ধীক কৈছিল নঙঠা ফকীৰ এতিয়া তেওঁৰ দেশ চলাব ভাৰতীয় বংশোদ্ভূত ঋষিয়ে
Assamese
ভি শান্তাৰামৰ দ আঁখে বাৰ হাথ প্ৰদৰ্শিত হব গুৱাহাটী প্ৰেছ ক্লাবত
Assamese
প্ৰিয়ংকা চোপ্ৰাৰ প্ৰযোজনাত শীঘ্ৰে ছবি গৃহলৈ আহি আছে জাহ্নু বৰুৱাৰ শেহতীয়া ছবি ভগা খিৰিকী
Assamese
আজি খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ দেশৰ কোন চহৰত কিমান সময় দেখা যাব গ্ৰহণ
Assamese
চুনাক ব্ৰিটেইনৰ মচনদত বহাৰ সময়তে নেটিজেনৰ দাবীঘুৰাই দিয়ক কহিনুৰ মোদী মালিয়াক
Assamese
২০ অক্টোবৰৰ পৰা আই এছ এলৰ মহাৰণ বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব নৰ্থইষ্ট য়ুনাটেডে
Assamese
আন এক অভিলেখৰ অপেক্ষাত ভাৰতীয় অধিনায়ক বিৰাট কোহলী
Assamese
পঞ্জাৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেনঞ্চাক চিলাটত অসমৰ ছাত্ৰী লাকী দাসৰ সাফল্য
Assamese
ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি টী২০ত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে
Assamese
উত্তৰপূবত দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু বাইচুং ভূটীয়াই
Assamese
শিৱসাগৰত ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিন উদযাপনৰ প্ৰস্তুতি সদৌ অসম ভিত্তিত প্ৰাইজমানি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা
Assamese
বলিউডৰ নতুন ছবি য়ামলা পাগলা দিৱানাফিৰ চেত অভিনয় যোৰহাটৰ ডেইজি দলেৰ
Assamese
আমি অসমীয়া অসমীয়া হৈয়ে জীয়াই থাকিব লাগে মৃত্যুৰ আগে আগে কৈ গল গুণ মহন্তই
Assamese
বিদ্ৰোহী সংগঠনৰ আক্ৰমণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেনাৰ হেলিকপ্টাৰ দায়িত্ব স্বীকাৰ কৰিছে ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে
Assamese
অন্য খেলত ট্ৰায়েলৰ ব্যৱস্থা নাই কিন্তু বক্সিঙত কিয় মেৰীকমৰ প্ৰশ্ন
Assamese
ইতিহাস হোৱাৰ দিশে অসমৰ দ্বিতীয়টো ছবিগৃহ শিৱসাগৰৰ লক্ষী টকিজ
Assamese
৬টা স্বৰ্ণ এটা ৰূপৰ পদকেৰে ছাত্ৰ অলিম্পিকত অসমৰ খেলুৱৈৰ সফলতা
Assamese
মাৰ্ঘেৰিটাৰ চিমা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস লণ্ডভণ্ড কৰিলে দুটাকৈ বাসগৃহ
Assamese
কাৰ্বি আংলঙৰ শেহতীয়া ক্ৰীড়া চাঞ্চল্য পূজা বসুমতাৰীলৈ তুলিৰাম ৰংহাঙৰ ১ লাখ টকাৰ সাহায্য
Assamese
ম্লান পৰিব দিপাৱলীৰ আনন্দঅহা কেইদিনমালৈ বৰষুণৰ কৱলত পৰিব অসম
Assamese
খাদ্যৰ সোৱাদ বেয়া বুলি কোৱাৰ বাবেই গ্ৰাহকৰ গাত গৰম তেল ঢালিলে ৰেস্তোঁৰাৰ মালিকে
Assamese
কিশোৰী বলাৎকাৰৰ অভিযোগত তিনি দুৰ্বৃত্তক গ্ৰেপ্তাৰবিজেপি মন্ত্ৰীৰ পুত্ৰ জড়িত থকাৰ অভিযোগ
Assamese
হেম বৰাৰ নতুন ছুটি ছবিৰ মহুৰত বোকাখাত আৰু কাজিৰঙাৰ বিভিন্ন লোকেশ্যনত দৃশ্যগ্ৰহণ
Assamese
অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্তৰ দেহাৱসান
Assamese
মণিপুৰৰ হকী খেলুৱৈ চিংলেনছানা সিঙলৈ ২০১৯ বৰ্ষৰ অৰ্জুন বঁটা
Assamese
মাধুৰীক লৈ পাঠশালাত উছাহৰ বন্যা প্রস্তুতিৰ দুর্দান্ত অভিনয়ত মোহাচ্ছন্ন দৰ্শক
Assamese
নৰৱে চলচ্চিত্ৰ সন্মানীয় আমান্দা বঁটা লাভ কৰা আদিল হুছেইনক অভিনন্দন মুখ্য মন্ত্ৰী সোণোৱালৰ
Assamese
কাৰ্গিলত প্ৰধানমন্ত্ৰী মোডী সেনা জোৱানসকলৰ সৈতে উদযাপন কৰিব দেৱালী
Assamese
পণ্ডিচেৰী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব অসমীয়া চলচ্চিত্ৰ কেলেণ্ডাৰ
Assamese
শক্তি বৃদ্ধি কৰি আগবাঢ়িছে ঘূৰ্ণীবতাহ চিত্ৰাং ত্ৰিপুৰা অসমৰ বৰাক উপত্যকাত ৰেড এলাৰ্ট জাৰি
Assamese
নিউয়ৰ্কৰ আক্ৰমণ সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে লেখক ছলমান ৰুশ্বদীৰ এখন হাত আৰু এটা চকু
Assamese
বিদেশত উদঘাটন ৰূপকোঁৱৰৰ বহু গোপন তথ্য ১৭ জুন নহয় জন্ম দিৱস
Assamese
১৫ দিনৰ সেনাৰ প্ৰশিক্ষণ লৈ কাশ্মীৰৰ পৰা উভতিল মহেন্দ্ৰ সিং ধোনী
Assamese
দুৰ্দান্ত গতি অক্ষুণ্ণ ৰাখি স্বৰ্ণকন্যা হিমা দাসৰ ষষ্ঠটো সোণৰ পদক অৰ্জন
Assamese
বিশ্বকাপত পৰাজয়ৰ পাছতো তৃতীয় বাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত ৰবি শাস্ত্ৰী
Assamese
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি মুম্বাইত সাক্ষাৎকাৰ ৰবি শাস্ত্ৰীৰ সম্ভাৱনা সজীৱ
Assamese
বিশ্বনাথত সদৌ অসম সূৰ্য বৰা সোঁৱৰণি একাংক নাট প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি
Assamese
হিমাক লৈ কি ছবি নিৰ্মাণ কৰিব ৰীমা দাসে
Assamese
অসমত বিখ্যাত অভিনেতা জেকি শ্ৰফৰ সন্তান
Assamese
লছ এঞ্জেলছত শৈশৱতে ধেমালিতে শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ
Assamese
আগৰতলাত আজিৰ পৰা আৰম্ভ হব শিশু চলচ্চিত্ৰ মহোৎসৱ
Assamese
সস্তা দামত আপেল ক্ৰয় কৰি চৰা দামত বিক্ৰী কৰিছে মোডীৰ বন্ধু আদানীয়ে কাৰ অভিযোগ
Assamese
উকা হল অসমৰ আধ্যাত্মিক জগতখন বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণত শোকস্তব্ধ ৰাজ্যবাসী
Assamese
শ্বিলঙত অনুষ্ঠিত হব ভাৰতৰ বৃহত্তম সংগীত মহোৎসৱ এনএইচছেভেন উইকএণ্ডাৰ
Assamese
চীনত অসম আৰক্ষীৰ আধিপত্য আৰ্চাৰ পল্লৱী নাৰ্জাৰীৰ সোণৰ পদক
Assamese
ৰঞ্জি ট্ৰফী জয়ৰ লক্ষ্যৰে অসমৰ ৩০ জনীয়া সম্ভাব্য দল ঘোষণা
Assamese
এলভিছ আলি হাজৰিকাৰ অভিলেখ ১০ ঘণ্টা ৫৯ মিনিটত সাঁতুৰিলে কেটেলিনা চেনেল
Assamese
সমীক্ষাৰ দাবীঋষি ছুনাককে প্ৰধানমন্ত্ৰীৰ চকীত বিচাৰে ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে
Assamese
লাডাখত স্বাধীনতা দিৱস উদযাপন কৰিলে লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ধোনীয়ে
Assamese
ভয়ংকৰ যুদ্ধৰ ইংগিত হাজাৰ হাজাৰ লোকক চহৰ এৰি যোৱাৰ নিৰ্দেশ ৰাছিয়ান কৰ্তৃপক্ষৰ
Assamese
দুধনৈত শোকাৱহ ঘটনা তীব্ৰ বেগী ৰেলে মহটিয়ালে এটি কিশোৰক থিতাতে মৃত্যু
Assamese
ভাৰতে ৰচিলে নতুন ইতিহাস মহাকাশলৈ উৎক্ষেপণ ইছৰোৰ আটাইতকৈ গধূৰ ৰকেট
Assamese
শুভমন গীলকে ধৰি ইণ্ডিয়া ব্লুৰ খেলুৱৈক ট্ৰেইন কৰিব অসমৰ নিশান্ত বৰদলৈয়ে
Assamese
ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ আন এক চাঞ্চল্য খালী ভৰিৰে ১১ ছেকেণ্ডত দৌৰিলে ১০০ মিটাৰ ভিডিঅ ভাইৰেল
Assamese
হত্যাতো কৰা নাছিল উচ্চ ন্যায়ালয়ে হ্ৰাস কৰিলে ৪ বছৰীয়া কন্যাশিশুৰ ধৰ্ষণকাৰীৰ শাস্তি
Assamese