text
stringlengths
1
2.59k
language
stringclasses
10 values
শাসনলৈ আহিলে অগ্নিপথ আঁচনি বাতিল কৰিব কংগ্ৰেছেঃ প্ৰিয়ংকা গান্ধী
Assamese
গৃহ চহৰত ভাৰতীয় দলৰ ড্ৰেছিং ৰূমত মহেন্দ্ৰ সিং ধোনী প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ টুইট
Assamese
অসমীয়া চলচ্চিত্ৰ অপৰূপাত অভিনয় কৰা প্ৰসিদ্ধ শিল্পী জ্ঞানপীঠ বঁটা বিজয়ী পদ্মভূষণ গিৰীশ কাৰ্নাডৰ দেহাৱসান
Assamese
বিৰল ঘটনামাত্ৰ ২১ দিনীয়া কন্যা শিশুৰ পেটত আঠটা ভ্ৰূণ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ হতভম্ব চিকিৎসক
Assamese
শুকুৰবাৰে গুৱাহাটীত প্ৰদৰ্শিত হব ড০ ভূপেন হাজৰিকা পৰিচালিত চলচ্চিত্ৰ ছিৰাজ
Assamese
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাযমুনাক গুৱাহাটী বিমান বন্দৰত উষ্ম আদৰণি
Assamese
পঞ্জাৱত শিৱসেনাৰ নেতাক গুলীয়াই হত্যা কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল আপত্তিজনক মন্তব্যৰ বাবে
Assamese
এইমছৰ প্ৰাক্তন সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াৰ সতৰ্কবাণীঃ ধপাতৰ ধোঁৱাতকৈ বায়ু প্ৰদূষণ বেছি মাৰাত্মক
Assamese
মাৰ্কিন সেনাৰে দক্ষিণ কোৰিয়াৰ সেনাৰ সামৰিক অনুশীলনৰ মাজতে উত্তৰ কোৰিয়াই উৰুৱালে ১৮০ খন যুঁজাৰু বিমান
Assamese
ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰিলে হিটমেন ৰোহিত শৰ্মাই
Assamese
অএফ এফত প্ৰদৰ্শিত হব আদিল হুছেইন অভিনীত অসমীয়া চুটি ছবি মিল
Assamese
বয়সৰ ব্যৱধানক লৈ চিন্তিত আছিল মিলিন্দ সুমনৰ পত্নী অংকিতাৰ পৰিয়াল
Assamese
আই এছ এল ২০১৯২০ শক্তিশালী বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি অভিযান আৰম্ভ নৰ্থইষ্ট য়ুনাইটেডৰ
Assamese
বলাৰে যেতিয়া হাতত বেট লৈ ছিক্সৰ বৰষুণ আনে শচীনৰ অভিলেখ স্পৰ্শ বেগী বলাৰ উমেশ যাদৱৰ
Assamese
আৰু কাম নাই খেল চলি থকাৰ সময়তে গভীৰ নিদ্ৰাত প্ৰশিক্ষক ৰবি শাস্ত্ৰী
Assamese
ঘৃণাৰ ভাষণ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় মানিবনে আৰক্ষীয়ে
Assamese
বিদেশত আপোন মানুহ পৰিচালক মানস অধিকাৰীৰ আত্মহত্যা
Assamese
জীৱনমৃত্যুৰে যুঁজিছে প্ৰতিভাৱান এজন যুৱকে সুহৃদজনৰ অকণমান সহায়ৰ প্ৰয়োজন
Assamese
দেশত আছে ১৮ টা জৈৱমণ্ডল পৰিবেশতন্ত্ৰৰ প্ৰতি পিছে আহিছে ভাবুকি
Assamese
ৰাছিয়াৰ নৌবহৰত ড্ৰোন আক্ৰমণ ব্ৰিটিছ ৰাষ্ট্ৰদূতক মাতি আনি সতৰ্ক কৰি দিলে ৰাছিয়াই
Assamese
মধ্য প্ৰদেশত বাছ গাড়ীৰ মুখামুখী সংঘৰ্ষত নিহত কমেও ১১ জন
Assamese
ইজৰাইলত পুনৰ ক্ষমতালৈ ঘূৰি আহিছে বেঞ্জামিন নেতান্যাহু বন্ধুক অভিনন্দন নৰেন্দ্ৰ মোডীৰ
Assamese
গ্লবেল আইকন এৱাৰ্ডেে সন্মানিত কৰা হব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰীমা দাসক
Assamese
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ চুটি ছবি দ্যা মেন হু স্পিকচ নেচাৰ
Assamese
গাংগুলী এফেক্ট নিৰ্বাচক মণ্ডলীৰ বৈঠকত প্ৰৱেশ নিষিদ্ধ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
Assamese
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচী টেষ্টত ভাৰতীয় দলত অভিষেক ছাহবাজ নাদিমৰ
Assamese
এবছৰ পূৰ্বে আজিৰ দিনটোতে প্ৰথম মিলিত হৈছিল প্ৰিয়ংকা আৰু নিক
Assamese
মেৰীকমক প্ৰত্যাহবান জনোৱা নিখাত জেৰিনৰ পত্ৰৰ উত্তৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ
Assamese
আই পি এলত এইবাৰ প্ৰথম কোহলিহঁতৰ মেচেজ থেৰাপি দায়িত্বত মহিলা
Assamese
পুৱতি নিশা ৰংজুলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন
Assamese
আক্ৰমণৰ আঁৰত কোন পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফসহ তিনিজনৰ পিনে আঙুলি ইমৰান খানৰ
Assamese
ফুচকা বিক্ৰীৰ পৰা হাতত বেট লৈ বিশ্ব ৰেকৰ্ড যশস্বীৰ ছচিয়েল মিডিয়াত প্ৰশংসাৰ জোৱাৰ
Assamese
অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিকে কি প্ৰশ্ন সুধিব
Assamese
ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ
Assamese
ভাৰতীয় জনতা পাৰ্টিৰ ৩০ কোটিটকীয়া অফিচ
Assamese
মুখ্যমন্ত্ৰীৰ পৰা আমি কি বিচাৰোঁ
Assamese
নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক
Assamese
ভাৰতৰ ৰাজনীতি আজি কোন দিশে
Assamese
ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান
Assamese
ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তী
Assamese
মইনা নায়কৰো জীয়াই থকাৰ অধিকাৰ আছে
Assamese
ৰন্ধন প্ৰণালী ভেদাইলতাৰে মাছৰ আঞ্জা আৰু চিলি প্ৰনচ্‌
Assamese
মষ্ট পপুলাৰ আৰ জে অৱ দ্যা ইয়েৰ দৌৰত অসমৰ ৭ গৰাকী আৰ জে
Assamese
বিশ্বৰ আগত অসমক তুলি ধৰাৰ প্ৰয়াস এক সুন্দৰী অসমীয়া যুৱতীৰ
Assamese
কাঁন চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাস বিভিন্ন অনুষ্ঠানত অংশ ললে পৰিচালকগৰাকীয়ে
Assamese
বৰনদী ভটিয়াই এখন সৰ্বগ্ৰহণযোগ্য সুস্থ ৰুচিবোধৰ অসমীয়া আধুনিক কথাছবি
Assamese
অগ্নি পৰীক্ষাত অগ্নিপথ
Assamese
অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
Assamese
এনেকৈ ভাৰতৰ সংসদত মুক্ত বিতৰ্ক সম্ভৱ হবনে
Assamese
নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ বাবে মনোনীত দুই অসমীয়া জাহ্নু বৰুৱা আৰু ৰীমা দাস
Assamese
অপ্ৰতিৰোধ্য কিম ধাৰাসাৰ মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ সাধাৰণ লোকক নিৰাপদ আশ্ৰয় লবলৈ নিৰ্দেশ দক্ষিণ কোৰিয়া জাপানৰ
Assamese
ক্ষমতা আছে যদি গ্ৰেপ্তাৰ কৰকইডি কাৰ্যালয়ত উপস্থিত নহৈ ওলোটাই হংকাৰ দিলে হেমন্ত চোৰেনে
Assamese
গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে আহত খানক
Assamese
কোনো মহিলাকে কৰিব নোৱাৰে বিমুখ ৬১ বছৰ বয়সত ৮৮ সংখ্যক বিয়া পাতিবলৈ সাজু এজন কৃষক
Assamese
অসমৰ কাৰণে বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য্য কি
Assamese
নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লবলৈ বিজেপি কিয় বাধ্য হল
Assamese
গুৱাহাটীৰ কি হব
Assamese
বটদ্ৰৱাত এইটো এনকাউন্টাৰ নে হত্যা
Assamese
অত্যন্ত বেদনাদায়ক দৃঢ়তাপূৰ্ণ বেটিঙেৰে অৰ্জন কৰা কেৰিয়াৰৰ প্ৰথমটো শতক ইনভেলিদ ঘোষণা
Assamese
সুযোগ নোপোৱাৰ ক্ষোভ মেৰীকমক ৰিঙলৈ প্ৰত্যাহবান প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়নৰ
Assamese
২৪ অক্টোবৰত স্পষ্ট হৈ পৰিব ধোনীৰ ক্ৰিকেট কেৰিয়াৰৰ ভৱিষ্যৎ
Assamese
২০২০ টকিঅ অলিম্পিকৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰিত ধিং এক্সপ্ৰেছ হিমা দাস
Assamese
মৰিয়নিৰ বিধায়কৰ ব্যৱহাৰ
Assamese
ত্ৰিপুৰাৰ আশিস ভৌমিক ভাৰতৰ মুখ্য পিটছ কিউৰেটৰ নিৰ্বাচিত
Assamese
প্ৰতিবাদ কৰিবলৈ অহা ৰিপুন বৰাক চোঁচৰাই নিলে মহানগৰী আৰক্ষীয়ে
Assamese
গুজৰাট নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশৰ সৈতেই হব ভোটগণনা
Assamese
বন্ধ কৰি দিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোৱাৰ্টাৰলৈ পানী আৰু বিদ্যুৎ যোগান
Assamese
আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু আৰক্ষী অধীক্ষকৰ পৰা ৰিপ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে
Assamese
বিজয় হাজাৰে ট্ৰফী শিৱশংকৰৰিয়ানৰ বেটিং দৃঢ়তাৰে মেঘালয়ৰ বিপক্ষে অসমৰ জয়
Assamese
ক্ৰিকেট ফিল্ডত পুনৰ নামিব মহান বেটছমেন শচীনলাৰা খেলিব টি২০
Assamese
বিশ্বকাপ কোৱালিফায়িং আজি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হব ভাৰত
Assamese
গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যুৰ বাবে ভাৰতত প্ৰস্তুত কৰা কাফ চিৰাপেই দায়ী বুলি প্ৰমাণ পোৱা নাই দেশ খনৰ চৰকাৰে
Assamese
বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ
Assamese
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সংবাদ মাধ্যম
Assamese
মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ মন্তব্য
Assamese
কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিলে অসম চৰকাৰে
Assamese
ধৰ্মনিৰপেক্ষতা আৰু শংকৰাচাৰ্য
Assamese
কৰ্মসংস্থানৰ অনিশ্চয়তাত দিশহাৰা দেশ কাম নাপাই হতাশ যোগ্য নিবনুৱা প্ৰতিবেদনে কি কয়
Assamese
নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত ৰীমা দাস
Assamese
নৰ্থ ইষ্ট নাওৰ আপোনাৰ মোৰ কথাৰে শীৰ্ষক মনোজ্ঞ আলোচনাত গণতন্ত্ৰ আৰু বাকস্বাধীনতা সম্পৰ্কত কি কলে অংশগ্ৰহণকাৰীসকলে
Assamese
দল বাগৰাৰ ৰাজনীতি
Assamese
গোলাঘাট জিমখানাত জুবিনক দুৰ্ব্যৱহাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ গৰিহণা
Assamese
কাইলৈ ছবিঘৰলৈ আহি আছে বৰনদী ভটিয়ায়
Assamese
আকৌ প্ৰেমত পৰিছে জুবিন গাৰ্গ চেপনৰ বিহু সন্মিলনত জুবিনৰ বিস্ফোৰণ
Assamese
ৱান লিটল ফিংগাৰ ছবিৰে অসমলৈ গৌৰৱ কঢ়িয়ালে আমেৰিকা নিবাসী ৰূপম শৰ্মাই
Assamese
কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন চলচ্চিত্ৰ আমিষ প্ৰিমিয়াৰ প্ৰদৰ্শিত হল নিউৱৰ্কত
Assamese
এফ বি বি কালাৰছ ফেমিনা মিছ ইণ্ডিয়ালৈ উত্তৰপূবৰ যুৱতী
Assamese
দুবছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হল দুই দেশৰ দুই সমকামী বিশ্ব সুন্দৰীয়ে
Assamese
বান্ধ নিৰ্মাণ কৰোতে মাটি খন্দাত ওলাইছে হীৰা খবৰ বিয়পি পৰাৰ পিছতে হীৰাৰ সন্ধানত শ শ লোক
Assamese
গেৰুৱাকৰণ উত্তৰ প্ৰদেশত এ ফৰ এপল বুলি নিশিকায় শিশুক
Assamese
টুইটাৰৰ পৰা তিনি হাজাৰৰো অধিক কৰ্মচাৰীক বিদায় দিব মাস্কে
Assamese
ভাৰতীয় ক্ৰিকেট প্ৰশাসনত বিগত ৩ বছৰ ধৰি চলি থকা ইমাৰ্জেঞ্চি অন্ত পেলোৱাৰ সময় আহিল সৌৰভ গাংগুলী
Assamese
ক্ৰীড়া মন্ত্ৰালয়ৰ সিদ্ধান্তখেলুৱৈৰ প্ৰশিক্ষণৰ বাবে বিনামূলীয়া হব ষ্টেডিয়াম
Assamese
বিজয় হাজাৰে ট্ৰফীত আপেক্ষিকভাৱে দুৰ্বল অৰুণাচলৰ বিপক্ষে সহজ জয় অসমৰ
Assamese
বি চি চি আইৰ অধ্যক্ষ পদত প্ৰিন্স অৱ কলকাতা সৌৰভ গাংগুলী
Assamese
মদেৰে ৰাজ্য চলাব অসম চৰকাৰে
Assamese
পেট্ৰল ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি
Assamese
দিল্লীৰ জোতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড ২ জন নিহত ভিতৰত আৱদ্ধ বহুজন
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰত তীব্ৰ ডিজেল সংকট উৱাদিহ পোৱা নাই বিডেন প্ৰশাসনে
Assamese
ৰাছিয়াত দেশৰ হৈ ব্ৰঞ্জৰ পদক জয়েৰে উজলিল অসমৰ লাভলিনা যমুনা
Assamese