text
stringlengths
1
2.59k
language
stringclasses
10 values
বিজয়ৰ লক্ষ্যৰে আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে খেলপথাৰত নামিব হব নৰ্থইষ্ট য়ুনাইটেড
Assamese
আফ্ৰিডীৰ অভিলেখ ভংগ হিটমেন ৰোহিতৰ টী২০ত এই অভিলেখৰ অধিকাৰী প্ৰথম ভাৰতীয়
Assamese
প্ৰথমবাৰলৈ বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ প্ৰদৰ্শিত হব অসমৰ সমকালীন নামকৰা ছবি
Assamese
গ্ৰেপ্তাৰ হল জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা ভিডিঅ ভাইৰেল
Assamese
উদীয়মান ক্ৰিকেটাৰ শুভমন গীলৰ হাতত ভংগ হল বিৰাট কোহলীৰ দহ বছৰ পুৰণি অভিলেখ
Assamese
বৃত্তিধাৰী লোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে আইনৰ নতুন পাঠ্যক্ৰম
Assamese
তেজপুৰ বিশ্ববিদ্যালয়ে আজি পালন কৰিলে ইয়াৰ প্ৰতিষ্ঠা দিৱস
Assamese
গুৱাহাটীত সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব ইণ্ডিয়ান আইডল অডিশ্যন
Assamese
ভেন্সাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকিকৰণৰ কাম সম্পন্ন কৰাৰ দাবী অসম শিক্ষককৰ্মচাৰী ঐক্যমঞ্চৰ
Assamese
দিল্লীত ভাৰতৰ বিৰুদ্ধে জয়ী হৈয়ো বমি কৰিবলৈ বাধ্য হল বাংলাদেশী ক্ৰিকেটাৰ
Assamese
উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ ভাৰতৰ ভৌগলিক জ্ঞান অধিক এ এছ ই আৰৰ সমীক্ষা
Assamese
চানি লিয়নিৰ ফোন নম্বৰ ফাদিল হায়ৰান কৰিছে হাজাৰ হাজাৰ ফোন কলে
Assamese
ইডেন গাৰ্ডেনত ২২ নৱেম্বৰত নতুন ৰূপত দেখা যাব মহেন্দ্ৰ সিং ধোনীক
Assamese
নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিক আদৰণি অসমৰ চলচ্চিত্ৰ সমাজৰ
Assamese
পাৱাৰ প্লেয়াৰ ফুটবলৰ দৰে ক্ৰিকেটতো খেল চলি থকাৰ সময়তে সলনি হব খেলুৱৈ
Assamese
বাক আৰু শ্ৰৱণ বিসংগতিৰ সংকেট প্ৰণালীকৰণ বিষয়ক শীতকালীন বিদ্যালয় আয়োজন আই আই টি গুৱাহাটীৰ
Assamese
জানুৱাৰিৰ ২১ তাৰিখৰ পৰা আৰম্ভ হব তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ
Assamese
উত্তৰপূৰ্বাঞ্চলৰ অধিক ছাত্ৰছাত্ৰীক আকৰ্ষণ কৰাৰ বাবে বিশেষ ব্যৱস্থা দিল্লী বিশ্ববিদ্যালয়ৰ
Assamese
ৰেইলৱেই ষ্টেইশ্যনত দৰিদ্ৰ যেন লগা মহিলাই গোৱা লতা মংগেশকাৰৰ গান ফেইচবুকত ভাইৰেল
Assamese
সামন্ত্ৰণা ২০১৮ গৱেষণাই অৰ্থনৈতিক উন্নয়নত বৰঙণি যোগায় বিশেষজ্ঞ
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিমাৰ্ছ মিছাইলেৰে কাখোভকা শক্তি প্ৰকল্পত আক্ৰমণ ইউক্ৰেনৰ
Assamese
জি আই এম টিৰ দ্বাৰা সামন্ত্রণা শীৰ্ষক দুদিনীয়া ৰাষ্ট্রীয় পৰ্য্যায়ৰ আলোচনা চক্র আয়োজন
Assamese
অসম সচিবালয়ত কাৰ্যকৰী হব ড্ৰেচ কডকৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিন্স টিচাৰ্ট
Assamese
বিজ্ঞানমনষ্কতা প্ৰসাৰৰ লক্ষ্যইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সাধাৰণ সভা অনুষ্ঠিত
Assamese
তেজপুৰৰ ৰঙাপাৰা অঞ্চলৰ চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষকৰ অনিয়মীয়া উপস্থিতি
Assamese
শীতকালৰ পূৰ্বে প্ৰতিবাদত উত্তাল ইটালীৰ ৰাজপথ ইউক্ৰেইনলৈ অস্ত্ৰ সৰবৰাহ বন্ধ কৰাৰ দাবী
Assamese
বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কেন্দ্ৰীয় চৰকাৰৰ
Assamese
অসমৰ বানপানীৰ বাবে অভিনেত্ৰী সীমা বিশ্বাসে আগবঢ়ালে ৫ লাখ টকাৰ বৰঙণি
Assamese
আজি ভংগ হব বিৰাট কোহলীৰ নামত থকা এক বিশ্ব ৰেকৰ্ড
Assamese
তিনি মিনিটত ৰোহিত আৰু ধাৱানক আউট কৰি নিমিষতে হিৰ হৈ গল এজন ১৯ বছৰীয়া যুৱক
Assamese
বিগ বি ছেহৱাগ আৰু দ্যুতি চান্দৰ সৈতে একেলগে হিমা উত্তৰ দিলে বিভিন্ন প্ৰশ্নৰ
Assamese
ফুটবল খেলি ৰাজ্যৰ মুখ উজলাইছে ধোনীয়ে ভাইৰেল মুখ্য মন্ত্ৰীৰ ভাষণৰ ভিডিঅ
Assamese
কেৰালাৰ ভাৰতীয় নৌ একাডেমিৰ সৈতে চুক্তি স্বাক্ষৰ আই আই টি গুৱাহাটীৰ
Assamese
নতুন অসমীয়া চিনেমা অশান্ত ইলেক্ট্ৰন মুকলি
Assamese
১০৯ গৰাকী ছাত্ৰছাত্ৰীৰ বিপৰীতে ১ জন শিক্ষক শোণিতপুৰৰ প্ৰাথমিক বিদ্যালয়ত
Assamese
গুৱাহাটীত আধুনিক বিশ্বত বৈদিক ভাৱধাৰাৰ প্ৰভাৱ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন
Assamese
গুণোৎসৱ চলি থকাৰ মাজতে লংকাৰ এখন বিদ্যালয়ত হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনি
Assamese
দলগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন
Assamese
মেলবৰ্ণত অনুষ্ঠিত হবলগীয়া ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ তিনিটা শিতানত মনোনয়ন লাভ ভগা খিৰিকী
Assamese
সীমাহীন উৎকন্ঠাৰ অন্ত পেলাই আজিৰ পৰা ১৩খন জিলাত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ
Assamese
কাঞ্চনজংঘাৰ প্রথম দৰ্শনীৰ দৰ্শক হলে জুবিনৰ পৰা লাভ কৰক এই বিশেষ উপহাৰ
Assamese
উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত উচ্চ শিক্ষা ক্ষেত্ৰত পুৰুষক পিছ পেলালে মহিলাই
Assamese
গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে গৃহ সমষ্টিৰ বিদ্যালয়
Assamese
অৰুণাচলৰ গায়কৰ সৈতে চলমানৰ গানে ঢৌ তুলিছে চচিয়েল মিডিয়াত
Assamese
গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোত দৰং জিলাত ৯৯৪৯০ গৰাকী ছাত্ৰছাত্ৰীৰ অংশগ্ৰহণ
Assamese
বিশ্বকাপৰ সময়ত অভিনেত্ৰী অনুষ্কাৰ সৈতে কি কৰিছিল ভাৰতীয় দলৰ নিৰ্বাচকে মুখ খুলিলে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে
Assamese
আজি গুৱাহাটীত নৰ্থইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে অৱতীৰ্ণ হব এফ চি গোৱা
Assamese
ত্ৰিপুৰাত চাঞ্চল্যকৰ হত্যাকাণ্ডমাতৃভগ্নীসহ পৰিয়ালৰ চাৰি সদস্যক কুঠাৰেৰে ঘপিয়াই হত্যা কিশোৰৰ
Assamese
গুৱাহাটীত এফ চি গোৱাৰ বিৰুদ্ধে অতিৰিক্ত সময়ত গল হজমেৰে পইণ্ট ভগাবলৈ বাধ্য হল নৰ্থইষ্ট য়ুনাইটেড
Assamese
ৰীমা দাসৰ বুলবুল কেন ছিং ছবিৰে আৰম্ভ হব ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ণ
Assamese
অবিশ্বাস্য তিৰুপতি কিমান কোটিৰ গৰাকী জানেনে সোণ আৰু নগদ ধনৰ হিচাপ দিলে মন্দিৰ কৰ্তৃপক্ষই
Assamese
গুজৰাট নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত দলৰ পৰা পদত্যাগ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীৰ
Assamese
একতা দিৱসত ভাৰতীয়ক প্ৰশংসা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ
Assamese
দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৰিঅগ্ৰাফাৰ উদয় শংকৰ ডিঙি মূৰ আৰু চকুত আঘাত
Assamese
সংসদ চৌহদত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ
Assamese
কেৱল মনোৰঞ্জনৰ বাবে ছবি কৰিবলৈ আগ্ৰহী নহয় ৰীমা দাস পুনৰ নিৰ্মাণ কৰিব ভিলেজ ৰকষ্টাৰ্ছ
Assamese
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০১৭ত উজলিল অসমৰ বৰ্ষা গগৈ
Assamese
মণিপুৰত দুদিনীয়াকৈ বহনক্ষম উন্নয়ন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন
Assamese
গুৱাহাটী মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰদ্বয়লৈ ড০ এ পি জে আব্দুল কালাম ইগ্নাইত বঁটা প্ৰদান
Assamese
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটীত ৰাষ্ট্ৰীয় যুৱ নেতৃত্ব শিৱিৰ উদ্বোধন
Assamese
আই আই টি গুৱাহাটীত স্থাপিত হব ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ
Assamese
আই আই টি গুৱাহাটীৰ গ্ৰাম্য পুথিভঁৰাল আৰু ৰাজহুৱা কেন্দ্ৰ স্থাপনৰ পদক্ষেপ
Assamese
নেইগ্ৰীমচৰ অধীনৰ নাৰ্চিং কলেজত খাচী ভাষা বধ্যতামূলক
Assamese
ৰাজ্যপালে প্ৰদান কৰিলে কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰিয় বঁটা
Assamese
অনন্য বলিং একশ্যনৰ বাবে ছচিয়েল মিডিয়াত চৰ্চিত এগৰাকী ছোৱালী ভিডিঅ ভাইৰেল
Assamese
সাগৰিকাৰ সৈতে দীপাৱলী উদযাপন কৰা জাহিৰ খান সমালোচিত ছচিয়েল মিডিয়াত
Assamese
মহেন্দ্ৰ সিং ধোনীৰ অৱসৰ টুইটাৰত ট্ৰেণ্ডিং
Assamese
সন্ত্ৰাসবাদীৰ লক্ষ্য এইবাৰ বিৰাট কোহলি মোদীশ্বাহকো হত্যাৰ ভাবুকি
Assamese
নগাঁৱৰ দুই অপহৃত নাবালক ভাতৃক উদ্ধাৰঅপহৰণৰ অভিযোগত মহিলাসহ দুগৰাকীক গ্ৰেপ্তাৰ
Assamese
হিমাচলত নাই মোদী ঢৌ চিন্তিত মোদীৰ আহ্বান মোক ভোট দিয়ক প্ৰাৰ্থীক নহয়
Assamese
পত্নী ব্যভিচাৰী হলে বিবাহ বিচ্ছেদৰ পিছত স্বামীয়ে দিব নালাগিব ভৰণপোষণ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
Assamese
শিৱসাগৰৰ আৰলিন বেগমে লাভ কৰিলে অসম সুন্দৰী মিছ টীন ২০১৯ ৰ খিতাপ
Assamese
শদিয়াৰ সাংস্কৃতিক ঐতিহ্যৰ আধাৰত নিৰ্মিত ভিডিঅ ছং শদিয়া প্ৰমোশ্যন মুকলি
Assamese
ভাৰতৰ লগতে অসমৰ বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰা চাহিদ কাপুৰৰ কবিৰ সিং এসপ্তাহৰ উপাৰ্জনে খলকনি লগাইছে বক্স অফিচত
Assamese
ভয়ত কঁপিছে চীন ভাৰতৰ ওপৰত চকু ৰাখিবলৈ ভাৰত মহাসাগৰলৈ পঠিয়ালে চোৰাংচোৱা জাহাজ
Assamese
বাদ দিয়ক কিয়নো উত্তৰপূব ভাৰতৰ পটভূমিতে নিৰ্মাণ হৈছে সুলভ অন্য এক গেম অহাকালি ত শুভমুক্তি
Assamese
আজি ঘৰুৱা দৰ্শকৰ সন্মুখত নৰ্থইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে খেলপথাৰত নামিব অসম সন্তান বিনীত ৰায়
Assamese
সৌৰভ গাংগুলী সন্দৰ্ভত ১২ বছৰ পূৰ্বেই কৰিছিল ভৱিষ্যৎবাণী
Assamese
অনন্য কেপ্টেইন কুল উদীয়মান ক্ৰিকেটাৰৰ বাবে নিজৰ চহৰতে একাডেমী খুলিব ধোনীয়ে
Assamese
কেজৰিৱালৰ সংবাদমেলত প্ৰৱেশ কৰিবলৈ নিদিলে দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক ব্যাপক প্ৰতিক্ৰিয়া
Assamese
নিৰ্বাচন আয়োগৰ ভোটাৰ সজাগতা অভিযান বিশেষভাবে সক্ষম শিল্পী ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত
Assamese
কাইলৈ মুকলি হব কাঞ্চনজংঘাৰ গান সকলোকে শ্ৰদ্ধাঞ্জলি কাননলৈ আমন্ত্ৰণ জুবিন গাৰ্গৰ
Assamese
অসমৰ চুটি ছবি এনিমেশ্যন নিৰ্মাণৰ বাবে ৰাজ সাহায্যত অনুমোদন ৰাজ্য চৰকাৰৰ
Assamese
লামডিং ষ্টেচনত ৰেলৱে সুৰক্ষা বাহিনীৰ হাতত প্ৰায় ৩৩.৭০ লাখ টকা নগদ ধনৰ সৈতে কৰায়ত্ত মহিলা
Assamese
গণতন্ত্ৰৰ সম্পদ স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগীৰ ১০৬ বছৰ বয়সত দেহাৱসান
Assamese
অবাঞ্চিত বাতৰি প্ৰকাশৰ বাবে ধন দাবী কৰা সাংবাদিকসকলক সতৰ্ক কৰি দিলে গুৱাহাটী প্ৰেছ ক্লাবে
Assamese
মণিপুৰৰ কি হব
Assamese
ভাৰতীয় দলত এইবাৰ ছিক্সাৰ কিং শিৱম বলাৰৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিবলৈ সাজু
Assamese
ঘৰুৱা খেলত বিচিচিআইৰ লগো থকা হেলমেট পৰিধান কৰি বিপদত ৰবিচন্দ্ৰন আশ্বিন
Assamese
আবু ধাবিত টি১০ প্ৰতিযোগিতাত চমক দিবলৈ সাজু ছিক্সাৰ কিং যুৱৰাজ সিং
Assamese
গুৱাহাটীত হঁহুৱাবলৈ শিকাই গল ৰাজপাল য়াদৱে
Assamese
অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী সভাপতি হিচাপে তৰুণ গগৈৰ স্থলাভিষিক্ত হোৱাৰ পথত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Assamese
২২ জুনত গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় কৌতুক অভিনেতা জাকিৰ খানে
Assamese
শীঘ্ৰে সৰুপৰ্দাত প্ৰদৰ্শিত হব মহাপুৰুষজনাৰ জীৱনভিত্তিক প্ৰথমখন হিন্দী ধাৰাবাহিক
Assamese
ছনি টিভিৰ ৰিয়েলিটি শ্ব ছুপাৰ ড্যান্স ছিজন৩ শীৰ্ষ ৫গৰাকীৰ ভিতৰত অসমৰ জয়শ্ৰী
Assamese
কিয় ১৯ বছৰ পুৰণি ব্লেজাৰ পিন্ধি বি চি চি আইৰ দায়িত্ব ললে গাংগুলীয়ে
Assamese
ইচ্ছা মৃত্যু স্বৰ্ণ বিজয়ী পেৰাঅলিম্পিয়ানৰ জীৱন ত্যাগ
Assamese
তাৰকা বক্সাৰ যমুনা আৰু লাভলিনাক মুখ্য মন্ত্ৰীৰ সম্বৰ্দ্ধনা ২০ লাখ টকাৰ চেক
Assamese
গুজৰাটত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত বিশ্ব হিন্দু পৰিষদৰ প্ৰবীণ তোগাড়িয়াৰ ভাতৃ
Assamese
যুদ্ধৰ খৱৰ খেৰছনৰ পৰা অসামৰিক লোকসকলক আঁতৰোৱাৰ নিৰ্দেশ পুটিনৰ
Assamese