text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
পুলিৎজাৰ মঞ্চত সজল মুহূৰ্ত মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান | Assamese |
অসমৰ উদীয়মান মূকাভিনেত্ৰী নন্দিতা ডেকালৈ ভাৰত চৰকাৰৰ জলপানি | Assamese |
চামগুৰিত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ অসমীয়া সুৱদি গীতৰ কৰ্মশালা | Assamese |
গুৱাহাটীত ২৪২৫ জুনত অনুষ্ঠিত হব ফেমিনা নৰ্থইষ্ট ডিভা অডিশ্যন | Assamese |
ৰঙিয়াৰ প্ৰথমটো ডিজিটেল চিত্ৰ গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰিলে প্রস্তুতি পৰাশৰে | Assamese |
ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেত্ৰী অঞ্জলি চেত্ৰীক অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান | Assamese |
অহা ২৮২৯ জুলাইত অনুষ্ঠিত হব ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ | Assamese |
চলচ্চিত্ৰ পৰিচালক হেমেন দাসক জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনজোৰা সাধনা সন্মান চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ | Assamese |
সংগীতেৰে জীৱন সলনি কৰিব কয়দীৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত সংগীত বিদ্যালয় | Assamese |
অসমীয়া চলচ্চিত্ৰ উল্কা পোষ্টাৰ মুকলি কৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে | Assamese |
জম্মুকাশ্মীৰত ক্ৰিকেট একাডেমি খোলাৰ মন মহেন্দ্ৰ সিং ধোনীৰ | Assamese |
চীনত সোণৰ পদক অৰ্জন টুনলাই নাৰ্জাৰীৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আন্তৰিক অভিনন্দন জ্ঞাপন | Assamese |
ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে মূৰেকপালে হাত কৃষকৰ | Assamese |
৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই | Assamese |
মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি বক্সাৰ লাভলিনা বৰগোহাঁইৰ | Assamese |
দীপাৱলীৰ পূৰ্বেই ধোঁৱাৰ আচ্ছাদনে ঢাকি ধৰিল ৰাজধানী চহৰ | Assamese |
ৰোজগাৰ মেলাত ৭৫০০০ জনক নিযুক্তি প্ৰদান কোভিডক দোষ দি দায় সাৰিলে মোদীয়ে | Assamese |
পৰীক্ষাৰ বাবে লোৱা বিৰতিৰ বাবেই ট্ৰেকৰ পৰা বাহিৰ হবলৈ ওলাইছে নেকি হিমা | Assamese |
নতুন বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হল বিৰাট কোহলী কি ভাঙিলে কি গঢ়িলে চাওক | Assamese |
অনুৰাগীক চিন্তাত পেলাই চিকিৎসালয়ৰ বিছনাত তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা | Assamese |
খহি পৰিল এক নক্ষত্ৰঃ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান | Assamese |
অলিম্পিকত পদক জয়ৰ বাবে হিমাক গুৰুত্বপূৰ্ণ টিপছ দিলে দেশৰ জীৱন্ত কিংবদন্তী দৌৰবিদ পি টি উষাই | Assamese |
ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰীঃ সঘনে উচ্চাৰিত হৈছে ভাৰতীয় মূলৰ ঋষি সুনাকৰ নাম | Assamese |
মেৰীকমৰ সৈতে বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন তাৰকা বক্সাৰ অসম সন্তান লাভলীনা বৰগোহাঁইৰ | Assamese |
২৬ মেত প্ৰাগ চিনে এৱাৰ্ড নৰ্থইষ্ট২০১৮ উপস্থিত থাকিব বলিউডৰ বহু জনপ্ৰিয় তাৰকা | Assamese |
প্ৰথম মহিলা প্ৰধানমন্ত্ৰী লাভ কৰিলে ইটালীয়ে মুছোলিনিৰ পিছত সোঁপন্থীসকলৰ প্ৰথম বিজয় | Assamese |
নৰ্থইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ অভিজ্ঞ গলৰক্ষক ছাম আংগানবা | Assamese |
ৰাস্তাৰ পৰা উঠাই নি ছফ্টৱেৰ অভিযন্তা যুৱতীক প্ৰহাৰ দলবদ্ধ ধৰ্ষণ ১০অভিযুক্তৰ সন্ধানত আৰক্ষী | Assamese |
গণশিল্পী সূৰ্য দাসক কপিলীপৰীয়া ৰাইজৰ সংগীতপ্ৰদীপ উপাধি প্ৰদান | Assamese |
নাগৰিকত্ব বিধেয়ক পাছ হলে বেলেগ ৰূপ লম বোলা জুবিনে শীঘ্ৰেই শিকিব বক্সিং | Assamese |
আইফাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনীত হৈছে অসমৰ আদিল হুছেইন | Assamese |
কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৰীমা দসৰ ভিলেজ ৰকষ্টাৰ্ছ | Assamese |
জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজত নলবাৰীৰ চাৰিগৰাকী শিশু শিল্পী | Assamese |
চলচ্চিত্ৰ পৰিচালক হেমেন দাসলৈ জীৱনজোৰা সাধনা বঁটা সদৌ অসম চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ | Assamese |
মাজুলীত জুবিনৰ প্ৰশ্ন মানুহক লৈ চৰকাৰে আমদানিৰপ্তানিৰ বেহা কৰে নেকি | Assamese |
হাঁহিবলৈ সাজু হওক ছবিগৃহত ১৮ মেত আহি আছে হাস্যব্যংগ ছবি তাণ্ডব অব পাণ্ডব | Assamese |
বহাগী উৎসৱৰ মঞ্চত টংলাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিলে কল্পনা পাটোৱাৰীয়ে | Assamese |
শতাধিক শ্বাটলাৰৰ অংশগ্ৰহণেৰে শিৱসাগৰত আৰম্ভ পঞ্চম ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট | Assamese |
বৰ্ষাপাৰত অসমৰ সৈতে পাঁচখন খেলত অংশগ্ৰহণ কৰিব বাংলাদেশৰ আগশাৰীৰ ক্ৰিকেট দলে | Assamese |
বিশ্ব অভিলেখৰ অধিকাৰী বিৰাট কোহলিৰ মতে মহানায়ক কোন | Assamese |
নৰ্থইষ্ট য়ুনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষকৰ ৰূপত ৰবাৰ্ট জৰ্নি | Assamese |
লিডু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৫০ খন বিচনাযুক্ত চিকিৎসালয় কৰাৰ দাবীৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট | Assamese |
দেৱভাষাক মৃতসঞ্জীৱনী এইখন অসমতে আছে এতিয়াও সংস্কৃত ভাষাত কথা কোৱা এখন গাওঁ | Assamese |
সন্ত্ৰাসবাদক সাহায্য আৰু পুঁজি যোগানধূসৰ তালিকা পৰা মুকলি পাকিস্তান ভাৰতৰ প্ৰতিক্ৰিয়া | Assamese |
যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ভয়ংকৰ পথ দুৰ্ঘটনা কমেও ১৪ জন নিহত আহত ৪০জন | Assamese |
ফুটবল বিশ্বকাপ কোৱালিফায়িং মেচৰ প্ৰস্তুতি শিবিৰত অসমৰ হলিচৰণবিনীত | Assamese |
বুধবাৰে গুৱাহাটীত উপস্থিত হব ডব্লিউ ডব্লিউ ইৰ তাৰকা দ্যা গ্ৰেট খালী | Assamese |
এল্যুৰ ফেশ্যন ট্যুৰ মিছ ইণ্ডিয়া ২০১৮ত ছিকিমৰ বন্দনা ৰাইৰ মিছ ইণ্ডিয়াৰ খিতাপ জয় | Assamese |
তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে প্ৰদৰ্শন কৰিলে এখনি নীলা চাদৰ | Assamese |
ছুপাৰ ৫০০ ছিৰিজৰ খিতাপ দখল কৰি ইতিহাস গঢ়িলে ৰংকিচিৰাগে হিমন্তৰ অভিনন্দন | Assamese |
বিস্ফোৰক ৰোহিত শৰ্মা গেইলক অতিক্ৰমি আন্তৰ্জাতিক টী২০ মেচত গঢ়িলে বিশ্ব ৰেকৰ্ড | Assamese |
চিমলাৰ আসনত এইবাৰ বিজেপিয়ে বাঘা বাঘা নেতাক বাদ দি প্ৰাৰ্থিত্ব দিছে এজন চাহৰ দোকানী সঞ্জয় সুদক | Assamese |
স্বতন্ত্ৰ চলচ্চিত্ৰৰ ডিজিটেল প্লেটফৰ্মৰ এম্বেছেডৰ অসমৰ আদিল হুছেইন | Assamese |
ফ্ৰান্সৰ পৰা অসমীয়াক নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মাৰবান্ধি থিয় হবলৈ আহ্বান জাহ্নু বৰুৱাৰ | Assamese |
সন্মুখৰ পৰা নেতৃত্ব সামৰিক সমাৱেশ পৰিদৰ্শন কৰি স্নাইপাৰ চলালে পুটিনে চাওক ভিডিঅ | Assamese |
ঘৃণাভৰা ভাষণঃ অপৰাধীৰ ধৰ্মলৈ নোচোৱাকৈ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
মুক্তিৰ বাবে সাজু উত্তৰপূৰ্বাঞ্চলৰ ডেনী ডেনজংপা গীতাঞ্জলি থাপা আৰু আদিল হুছেইন অভিনীত বায়স্কোপৱালা | Assamese |
ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য প্ৰথমখন আন্তৰ্জাতিক মেচতেই অভিলেখ নৱদীপ সৈনীৰ | Assamese |
ৰাছিয়াত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বর্ণপদক অর্জন লাভলিনা বৰগোহাঁইৰ | Assamese |
দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত সন্মানিত দেৱজিত কলিতাৰ তথ্যচিত্ৰ | Assamese |
আলতাফ মজিদৰ স্মৃতিত গুৱাহাটীত আয়োজন চিনে আড্ডাবাজ স্মাৰক বক্তৃতা প্ৰদান কৰিব জাহ্নু বৰুৱাই | Assamese |
৬ মেত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হব উৎপল বৰপূজাৰীৰ ছবি ইশু | Assamese |
এইবাৰ মহ পুহিব জুবিনে নতুন চিনেমা জুলু হিৰ হব মহটো | Assamese |
ছনি টেলিভিশ্যনৰ সংগীতৰ ৰিয়েলিটী শ্ব ইণ্ডিয়ান আইডল অডিশ্যন গুৱাহাটীত | Assamese |
আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালীপূজা আৰু দীপান্বিতাৰ ব্যাপক প্ৰস্তুতি | Assamese |
সংকটত জিমনাষ্ট দীপা কৰ্মকাৰৰ কেৰিয়াৰ | Assamese |
ৰাছিয়াত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ অসমৰ লাভলিনাৰ | Assamese |
ৰাছিয়াত দমনীয় খেলেৰে ফাইনেলত প্ৰৱেশ অসমৰ লাভলিনাৰ দেশৰ হৈ নিশ্চিত কৰিলে পদক | Assamese |
ৰাষ্ট্রীয় আৰু আন্ত:ৰাষ্ট্রীয় খ্যাতি আর্জন কৰা অসমৰ চিনেমা প্রযোজকক সম্বৰ্ধনা জনাব প্রযোজক সন্থায় | Assamese |
দেশবাসীয়ে অলিম্পিকত স্বৰ্ণ জয়ৰ আশা দেখা সহজ অৰ্জন কৰাটো কঠিন মেৰীকম | Assamese |
সংখ্যলঘুক সুৰক্ষা দিয়াত ব্যৰ্থ ভাৰত চৰকাৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ তীব্ৰ বিষোদগাৰ | Assamese |
মোদীয়ে পাহৰিলে বছৰি ২ কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সংখ্যা নামিল ১০ লাখলৈ | Assamese |
টিপঙত দুৰ্বৃত্তৰ শূন্যলৈ গুলিচালনা অচিনাক্ত যুৱকৰ কাণ্ডত অঞ্চলটোত আতংক | Assamese |
মণিপুৰৰ থলুৱা খেলৰ কাহিনীৰে পৰিচালক ওমুং কুমাৰে নিৰ্মাণ কৰিব হিন্দী ছবি | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী জাৰ্মানীত ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ ৰাছিয়াৰ গৰিহণা | Assamese |
মাজুলীৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ দ্য আনটল্ড মাজুলী ইউটিউবত মুক্তি | Assamese |
ৰীমা দাসৰ সৈতে অসমৰ ৫ গৰাকীয়ে আজি গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | Assamese |
নতুন অসমীয়া ছবি তাণ্ডৱ অফ্ পাণ্ডৱ ট্ৰেইলাৰ ভিডিঅ ছং মুকলি | Assamese |
ভাগ্য উদয় হবনে ঋষি চুনাকৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত আৰু আছে কোন কোন | Assamese |
ব্যাঘ্ৰ দিৱসত স্বৰ্ণ কন্যালৈ সন্মান হিমাৰ নামেৰে বাঘৰ নামকৰণ চিৰিয়াখানা কৰ্তৃপক্ষৰ | Assamese |
অসম আহি পালেহি ভিলেজ ৰকষ্টাৰ খ্যাত ৰীমা দাস দল সংগঠনৰ বিপুল আদৰণি | Assamese |
অসম কন্যা অংকিতাৰ সৈতে বিয়াত বহিল বলিউদ অভিনেতা মডেল মিলিন্দ সুমন | Assamese |
দুৰ্দান্ত মেৰীকমৰ সাফল্য প্ৰেছিডেণ্টছ কাপত আঁজুৰিলে সোণৰ পদক | Assamese |
সৰ্বভাৰতীয় বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ঈশাৰণী বৰুৱাৰ খিতাপ অৰ্জন | Assamese |
বৰগীত প্ৰতিযোগিতা শ্ৰীমন্ত শংকৰ একাডেমীৰ শ্ৰেয়া বিমৃশাই লাভ কৰিছে প্ৰথম পুৰস্কাৰ | Assamese |
আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ আনিলে বক্সাৰ যমুনা বড়োৱে | Assamese |
ত্ৰিপুৰা ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট মৌমিতা দেবৱাৰ্মাক সম্বৰ্ধনা | Assamese |
আই পি এলত খেলুৱৈৰ নিলাম সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি শৈশৱতে ধেমালিতেলৈ ৮ টা মনোনয়ন | Assamese |
সুব্ৰত কাপ খেলিব চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে | Assamese |
মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিলকংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক | Assamese |
অৰুণাচলত পুনৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰঅব্যাহত উদ্ধাৰ অভিযান | Assamese |
মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাবে ঘৰুৱা জাৱৰৰ টোপোলা পেলায় | Assamese |
আফস্পা মুক্ত হল পশ্চিম কাৰ্বি আংলংঅশান্ত অঞ্চল মোহৰ বাতিল কৰিলে অসম চৰকাৰে | Assamese |
মুম্বাইত পুনৰ ধাৰাবাহিক বিস্ফোৰণৰ ভাবুকি ১১২ হেল্পলাইন নম্বৰত ফোন পোৱাৰ পিছতে তৎপৰ আৰক্ষী | Assamese |
মাতাম্গি মণিপুৰ চলচ্চিত্ৰৰ ওপৰত লিখা গ্ৰন্থক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান | Assamese |
অসমলৈ ৰাষ্ট্ৰীয় বঁটা কঢ়িয়াই অনা চলচ্চিত্ৰৰ পৰিচালক শিল্লীলৈ মুখ্যমন্ত্ৰীৰ অভিনন্দন | Assamese |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা দেশৰ শ্ৰেষ্ঠ ৰীমা দাসৰ অসমীয়া ছবি ভিলেজ ৰকষ্টাৰ | Assamese |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল আন এগৰাকী অসমীয়া নগাঁৱৰ ৰুকচানা | Assamese |
গুজৰাটী লোকক উপহাস কৰা সকলক পাঠ শিকোৱাৰ প্ৰয়োজনজুনাগড়ত মোদী | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.