text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
নৰ্থইষ্ট য়ুনাইটেডৰ অংশ হবলৈ উত্তৰপূবৰ যুৱ ফুটবলাৰৰ বাবে সুযোগ | Assamese |
জনপ্ৰিয় পৰিচালক চিত্ৰনাট্যকাৰ মুনিন বৰুৱাৰ দেহাৱসান | Assamese |
গুৱাহাটীত অনুষ্ঠিত হবলগীয়া তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছ সফলতাৰে আয়োজনৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ | Assamese |
বেলতলা বিহুত অসমবাসীলৈ জুবিনৰ নতুন উপহাৰ ব্যগ্ৰ অনুৰাগী | Assamese |
ডিমৌত আনুষ্ঠানিকভাৱে মুকলি ৰাজা বড়াৰ নতুন গীত এতিয়া জোনাকে | Assamese |
কোনো ভাৰতীয় ক্ৰিকেটাৰে পিন্ধিব নোৱাৰিব জাৰ্চি নম্বৰ ৭ কিন্তু কিয় | Assamese |
হিন্দু মূলৰ তুলসী গাবাৰ্ডৰ পদত্যাগে কি সূচাইছে বৰ্ণ বৈষম্যৰ মনোভাবে গ্ৰাস কৰিছে নেকি আমেৰিকাৰ ডেমক্ৰেটিক দলক | Assamese |
দেশত অমিক্ৰনৰ নতুন প্ৰজাতি ধৰা পৰাৰ পিছতে কোভিডকলৈ পুনৰ ঘনীভূত হৈছে আশংকা | Assamese |
ইণ্ডোনেছিয়াত চমক সৃষ্টিকাৰী প্ৰদৰ্শনেৰে পদক নিশ্চিত কৰিলে অসম কন্যা যমুনা বড়োৱে | Assamese |
অসমৰ অৰুণাভ দত্তলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনিঙৰ ৰাজ্যিক বঁটা | Assamese |
ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান | Assamese |
জাৰ্মানীৰ শ্ৰেষ্ঠ গলকীপাৰ অলিভাৰ কানে গুৱাহাটীত স্থাপন কৰিব গলকীপিঙৰ প্ৰশিক্ষণ একাডেমি | Assamese |
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আন এগৰাকী অসম কন্যাৰ সাফল্য পদক নিশ্চিত ভাগ্যৱতী কছাৰীৰ | Assamese |
কুলদা কুমাৰ ভট্টাচাৰ্যলৈ এইবাৰৰ প্ৰাগ চিনে জীৱনজোৰা সাধনা বঁটা | Assamese |
প্ৰশিক্ষকৰ দৌৰ ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাল প্ৰশিক্ষক কোন হব শাস্ত্ৰী মুদী কাৰ্ষ্টেন জয়াবৰ্ধনে নে ছেগৱাগ | Assamese |
আজি চিত্ৰগৃহত মুক্তি পাব বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ আলিফা | Assamese |
২০ দিনত পাঁচটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতো যোগ্যতা অৰ্জন কৰিব পৰা নাই হিমাই | Assamese |
স্বৰ্ণকন্যা হিমা কোনে কেনেকৈ জনালে অভিনন্দন | Assamese |
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন মাৰ্ঘেৰিটাত বিজেপিকংগ্রেছ নিৰ্দলীয় প্রাৰ্থীৰ মনোনয়ন দাখিল | Assamese |
আদালতত মই আজমল কাচাবক চিনাক্ত কৰিবলৈ সক্ষম হৈছিলোৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ সন্মুখত শিহৰণকাৰী মুহূৰ্তৰ বৰ্ণনা কৰিলে ২৬১১ মুম্বাইকাণ্ডৰ ভুক্তভোগীয়ে | Assamese |
ডিফেক্সপো ২০২২এ ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যক প্ৰতিফলিত কৰিছেঃ ৰাজনাথ সিং | Assamese |
যুদ্ধ বিপৰ্যয় ইউক্ৰেইনৰ চাৰিটা সংযুক্ত অঞ্চলত সামৰিক আইন জাৰিৰ ঘোষণা পুটিনৰ | Assamese |
মুম্বাই চলচ্চিত্ৰ উদ্যোগত কাম কৰিবলৈ ইচ্ছুক নহয় পৰিচালক জাহ্নু বৰুৱা | Assamese |
আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্ৰপাতি ক্ৰয়ৰ বাবে চৰকাৰৰ ১৫ কোটি টকা বিচাৰিছে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅই | Assamese |
জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব ডিআইডি লিটল মাষ্টাৰ্ছৰ চিজন ৪ত সহ ঘোষিকাৰ দায়িত্বত ড্ৰামেবাজ তমন্না | Assamese |
মিলিন্দ সুমনে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে অংকিতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ছবি | Assamese |
মাৰ্কিন থিংক টেংকৰ প্ৰতিবেদন ৰাছিয়া আৰু চীনৰ বিৰুদ্ধে যুদ্ধ জিকাৰ ক্ষমতা নাই আমেৰিকাৰ | Assamese |
উৎকোচ লোৱাৰ অভিযোগত ডিব্ৰুগড়ত হাতেলোটে গ্ৰেপ্তাৰ পৰিবহন কাৰ্যালয়ৰ কৰ্মচাৰী | Assamese |
অসমৰ কি আহে যায় কেন্দ্ৰৰ হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু বিধানসভাত প্ৰস্তাৱ বিজেপিৰ ৱাক আউট | Assamese |
ৰেলৱে সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ১৪ লাখ টকাতকৈও অধিক মূল্যৰ গাঞ্জা | Assamese |
কাশ্মীৰত হব লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ধোনীৰ প্ৰশিক্ষণ সেনা প্ৰধান ৰাৱাটৰ অনুমতি | Assamese |
ইটানগৰত তিনিদিনীয়াকৈ আৰম্ভ হল অৰুণাচল ফিল্ম ফেষ্টিভেল | Assamese |
বক্সাৰ শিৱ থাপাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেছিডেন্স কাপত চেম্পিয়নৰ খিতাপ দখল | Assamese |
ছুপাৰ ডান্সাৰ ২ ৰ খিতাপ জয় যোৰহাটৰ বিশাল শৰ্মাৰ | Assamese |
কেপ্টেইন কুল চমক আগন্তুক দুমাহ টীম ইণ্ডিয়া নহয় সেনাৰ সৈতে কটাব ধোনীয়ে | Assamese |
স্বৰ্ণকন্যা হিমাৰ সাফল্যত ৰাষ্ট্ৰপতিকে ধৰি দেশৰ তাৰকামহাতাৰকাৰ শুভেচ্ছা | Assamese |
মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙণি যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ | Assamese |
আক্ৰমণাত্মক প্ৰদৰ্শনেৰে কাজাখাস্তানত পদক নিশ্চিত কৰিলে শিৱ থাপাই | Assamese |
ভাৰতীয় ক্ৰিকেট দলৰ কোন কোন ক্ৰিকেটাৰে অসমৰ বানপৰিস্থিতিক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিলে চাও আহক | Assamese |
শচীনসেহৱাগৰ লগতে কিয় গম্ভীৰকো দলৰ পৰা বাদ দিব বিচাৰিছিল ধোনীয়ে | Assamese |
আগন্তুক আই পি এলৰ খেল চোৱাৰ সৌভাগ্য হব পাৰে গুৱাহাটীবাসীৰ | Assamese |
ইণ্ডিয়ান ফুটবল এৱাৰ্ডছ ২০১৯ৰ বাবে সাজু ছিকিম বঁটাৰ দৌৰত আছে অসমৰ গৌৰৱ বৰা | Assamese |
বিশাল ব্যৱধানত পৰাজিত শশী থাৰুৰ কংগ্ৰেছৰ নতুন সভাপতি হল মল্লিকাৰ্জুন খাৰ্গে | Assamese |
পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে ২৩ মাৰ্চৰ পৰা ডিছকভাৰ ইষ্ট জয়ন্তীয়া মহোৎসৱ | Assamese |
গৰমত দেহমন জুৰাৱলৈ শীৰ্ষ পাঁচখন পাহাৰীয়া ঠাইৰ ভিতৰত শ্বিলং গেংটক | Assamese |
চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ ফলাফলত বিসংগতি কিয় নিযুক্তিত স্বজন তোষণ হোৱাৰ আশংকা ডি ৱাই এফ আইৰ | Assamese |
মায়ে লজেন্স চুৰি কৰিছেচিধাই আৰক্ষী থানাত গৈ অভিযোগ লিখি থৈ আহিল ৩ বছৰীয়া এটি শিশুৱে | Assamese |
গায়ক সীমান্ত শেখৰৰ বিৰুদ্ধে এজাহাৰ জোনবিল শীৰ্ষক গানৰ ভিডিঅত ব্যৱহাৰ ভাটৌ চৰাই | Assamese |
নাট্যশ্ৰী সন্মান লাভ কৰা ডিমৌৰ লিখেন দত্তলৈ অভিনন্দন | Assamese |
মমিতা দেৱবাৰ্মাৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰাৰ খিতাপ | Assamese |
ইটালীৰ ৰোমত অনুষ্ঠিত হবলগীয়া মিঃ টুৰিজিম ৱৰ্ল্ডত অংশগ্ৰহণৰ বাবে সাজু জুলফি চেইখ | Assamese |
ইউক্ৰেইনৰ চাৰিটা অধিকৃত অঞ্চলো পাৰমাণৱিক সুৰক্ষাত থাকিবৰাছিয়া | Assamese |
পৰিৱেশ কৰ্মীকে পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ | Assamese |
ছিকিমৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চুটি ছবিয়ে ধুমুহাৰ সষ্টি কৰিছে য়ু টিউবত | Assamese |
চলচ্চিত্ৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ স্কটলেণ্ডলৈ যাব অসমৰ পৰিচালক পাৰ্থজিৎ বৰুৱা | Assamese |
ইণ্টাৰপোলৰ সাধাৰণ সভাত ভাৰতৰ চমক মোডী চৰকাৰে আনিলে ১০০ টকাৰ মুদ্ৰা | Assamese |
যুদ্ধৰ খৱৰইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা বন্দীক মুকলি কৰি দিলে ৰাছিয়াই | Assamese |
গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হল কুন্তলৰাজ চক্ৰৱৰ্তী যাত্ৰাৰ সাক্ষী হৈ ৰোৱা নৰ্থইষ্ট নাওক কৃতজ্ঞতা জ্ঞাপন | Assamese |
প্ৰধানমন্ত্ৰী দৰাচলতে ধৰ্ষণকাৰীসকলৰ সৈতে আছে কাৰ অভিযোগ | Assamese |
সোণৰ পদকেৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজ্জ্বলিল অসমৰ তুনলাই নাৰ্জাৰী | Assamese |
বিশ্বকাপত অনুৰাগীক হতাশ কৰা টীম ইণ্ডিয়াক গুৱাহাটীত প্ৰত্যাহ্বান জনাব জিম্বাবুৱে | Assamese |
কাজিৰঙাৰ জীৱজন্তুক লৈ চিন্তিত ৰোহিত শৰ্মা অসমবাসীলৈ টুইটাৰযোগে কৰিলে এই আহ্বান | Assamese |
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক নিৰ্বাচনত মতামত লোৱা নহয় বিৰাট কোহলীৰ | Assamese |
দুৰ্দান্ত গতিৰে একেৰাহে চতুৰ্থটো সোণ অৰ্জন অসম কন্যা হিমাৰ | Assamese |
অসমৰ বন্যাক্ৰান্তৰ বাবে নিজৰ আধা মাহৰ দৰমহা দান কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে | Assamese |
কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ পাপুল চাংমাইৰ ৰূপৰ পদক অৰ্জন | Assamese |
দুটা সপ্তাহৰ ভিতৰত অসম কন্যা হিমা দাসৰ তৃতীয়টো সোণৰ পদক অৰ্জন | Assamese |
অসম অলিম্পিক সন্থাৰ পৰা বাহিৰ হল তৰুণ গগৈ আৰু ৰকিবুল হুছেইন | Assamese |
অসমত চিনেমা হল স্থাপনৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি চলচ্চিত্ৰ নিৰ্মাতাৰ | Assamese |
বড়ো আৰু গোৱালপাৰীয়া লোক সংগীত প্ৰতিযোগিতাৰ সামৰণি | Assamese |
১১ মাৰ্চৰ পৰা গুৱাহাটীত থিয়েটাৰ অলিম্পিক নাট্য মহোৎসৱ | Assamese |
মেটাৰ অৱ ৰাইট ছ ফিল্ম ফেষ্টিভেল উদ্বেধনী চলচ্চিত্ৰ হব জাহ্নু বৰুৱাৰ অজেয় | Assamese |
৬০গৰাকীৰো অধিক সাংবাদিকৰ অংশগ্ৰহণেৰে নলবাৰীত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো উদ্যোগত বাৰ্তালাপ শীৰ্ষক আঞ্চলিক কৰ্মশালা | Assamese |
বিলাসীপাৰাত ৰাছিয়াৰ মহিলা সলসলীয়াকৈ গালে শ্ৰীমদ্ভাগৱত গীতা | Assamese |
জ্যোতি চিত্ৰবনত আৰম্ভ দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ আজি প্ৰদৰ্শন ওম ৰাউটৰ লোকমান্যএক যুগপুৰুষ | Assamese |
আনুষ্ঠানিকতা সম্পূৰ্ণ দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হব ডি ৱাই চন্দ্ৰচূড ৰাষ্ট্ৰপতিৰ অনুমোদন | Assamese |
পুনৰ হাতীৰ মৃত্যুকাজিৰঙাৰ কাষত উদ্ধাৰ হাতী পোৱালীৰ মৃতদেহ | Assamese |
চলচ্চিত্ৰমে আয়োজন কৰিছে দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ | Assamese |
কেন্দ্ৰীয় চৰকাৰে সলনি কৰিব পাৰে টোল নীতি সলনি কৰা হব পাৰে টোল টেক্সৰ নিয়ম | Assamese |
গ্ৰীচতুৰস্ক সীমান্তত উদ্ধাৰ ৯২ জন নগ্ন শৰণাৰ্থী সৰৱ ৰাষ্ট্ৰসংঘ | Assamese |
গেৰুকামুখত এনএইচপিচি প্ৰকল্প পৰিদৰ্শন কৰি জনতাৰ সুৰক্ষা সুনিশ্চিত নোহোৱা পৰ্যন্ত বান্ধ নিৰ্মাণ বন্ধ ৰখাৰ দাবী জনালে ৰিপুণ বৰাই | Assamese |
মাতৃ স্নেহঃ হেঁপাহৰ নীলাকুৰিঞ্জিৰ ফুল দেখুৱাবলৈ ৮৭ বছৰীয়া মাতৃক পাহাৰৰ শিখৰলৈ কোলাত তুলি নিলে দুই পুত্ৰই | Assamese |
কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপত মীৰাবাঈ চানুৰ স্বৰ্ণ পদক অৰ্জন | Assamese |
বিশ্বকাপত বুমৰাহৰ অনন্য অভিলেখ সকলোতকৈ বেছি মেডেইন অভাৰ বলিং কৰাৰ অভিলেখ বুমৰাহৰ নামত | Assamese |
বুধবাৰেও মানচেষ্টাৰত বৰষুণৰ আশংকা ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা সজীৱ কোহলি বাহিনীৰ | Assamese |
ক্ৰিকেট বিশ্বকাপ ২০১৯কিৱি পেচ ধুমুহাত ভাৰত ১ ৰানত আউট ৰোহিত কহলি ৰাহুল | Assamese |
কানাডা অপেনত ৰূপৰ পদক পি কাশ্যপৰ হিমন্ত বিশ্বৰ অভিনন্দন | Assamese |
চামুৱাত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তলন চেম্পিয়নশ্বিপত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা বৰ্ণালী বৰা আৰু ৰেখামণি গগৈক মুখ্য মন্ত্ৰীৰ অভিনন্দন | Assamese |
আজি ভাৰতনিউজিলেণ্ডৰ ছেমি ফাইনেল কিৱিৰ পক্ষত ইতিহাস কিন্তু ভাৰতৰ পক্ষত ফৰ্ম | Assamese |
মহিলা ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত অধিক ধন খৰছ কৰক মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন | Assamese |
পোলেণ্ডত অসম কন্যা হিমা দাসৰ দ্বিতীয়টো সোণৰ পদক অৰ্জন | Assamese |
ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড দৌৰত অসমৰ ফুটবলাৰ গৌৰৱ বৰা | Assamese |
৩০ মাৰ্চত অসমৰ লগতে কলকাতাৰ চিত্ৰগৃহতো মুক্তি পাব আলিফা | Assamese |
টিল উই মিট এগেইন পৰাগ এক শ্ৰদ্ধাঞ্জলি নতুন প্ৰজন্মৰ বাবে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ এক পৰিচয় পৰিচালক | Assamese |
বাংগালোৰত লাইভ প্ৰদৰ্শন আগবঢ়াব বৰষা ৰাণী তৰালি শৰ্মাই | Assamese |
শ্ৰীয়া মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লব কোকৰাঝাৰৰ সুন্দৰী দেইজী বসুমতাৰীয়ে | Assamese |
ৰিয়েলিটি শ্ব পৰা অব্যাহতি পাপনক বলীউডৰ একাংশ শিল্পীৰো গৰিহণা | Assamese |
উত্তৰপূবৰ অনুসন্ধানেৰে আহি আছে দা ফল বেক | Assamese |
হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ প্ৰথমটো খোজঃ মধ্য প্ৰদেশৰ পৰাই আৰম্ভ হল হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষাদান | Assamese |
বিতৰ্কভাৰতত নাই আইনৰ শাসন আমেৰিকাৰ সংবাদ মাধ্যমৰ বিজ্ঞাপনত মোডী চৰকাৰক গৰিহণা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.