text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
থৰক বৰক ট্ৰাছৰ মচনদ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ভাগ্যৰ দুৱাৰ খুলিব নেকি ঋষিৰ | Assamese |
বিএমডব্লিউৰ সৈতে কন্টেইনাৰ ট্ৰাকৰ ভয়ানক সংঘৰ্ষ নিহত বিএমডব্লিউৰ আটাইকেইগৰাকী যাত্ৰী | Assamese |
শিক্ষাবিদ সাহিত্যিক আবুল কালামৰ মৃত্যুত শোকৰ ছাঁ | Assamese |
ড্ৰাগছ ব্যৱসায়কলৈ সংঘাত মেক্সিকোত পুনৰ বাৰত আক্ৰমণ চলাই মহিলাসহ ১২ জনক হত্যা কৰিলে দুৰ্বৃত্তই | Assamese |
বিশ্বকাপত ভাৰতৰ অন্তিমখন খেলত অৱসৰ লব পাৰে মহেন্দ্ৰ সিং ধোনীয়ে | Assamese |
ৰাজ্যসভাৰ সাংসদ মেৰীকমৰ আশা নতুন বাজেটে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিব | Assamese |
সদৌ অসম আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত মাৰ্ঘেৰিটাৰ সাফল্য | Assamese |
পোলেণ্ডত হিমাৰ স্বৰ্ণ জয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা জ্ঞাপন | Assamese |
চিবিএফচিৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব ললে জ্যেষ্ঠ আইআইএছ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে | Assamese |
দীক্ষুৰ কণ্ঠত মুক্তি পালে ইপাৰ সিপাৰ শ্ৰব্য এলবামউন্মোচন কৰিলে জুবিন গাৰ্গে | Assamese |
২০১৮ চনৰ নিদহাছ ট্ৰফীৰ ফাইনেলৰ বিস্ফোৰক ইনিংছৰ বাবেই আজি বাংলাদেশৰ বিৰুদ্ধে খেলিছে নেকি দিনেশ কাৰ্তিকে | Assamese |
চীন সীমান্তত সন্ধানহীন অৰুণাচলৰ দুই যুৱকপ্ৰায় দুই মাহে নাই সন্ধান | Assamese |
ছলমান খানেও ড্ৰাগছ গ্ৰহণ কৰেবাবা ৰামদেৱৰ মন্তব্যত তীব্ৰ জোকাৰণি | Assamese |
গ্লোবেল হাংগাৰ ইণ্ডেক্সঃ বিশ্বত স্বৰূপ উদং হোৱাত লাজ পাইছে বিশ্বগুৰুৱে কলেপ্ৰতিবেদন মিছা | Assamese |
৭২ বছৰ বয়সত আইন পাছ কৰি আদালতত দিলে যুঁজ পুত্ৰৰ মৃত্যুৰ ন্যায় আদায় কৰিহে এৰিলে পিতৃয়ে | Assamese |
বিশ্বগুৰুৰ ভাৰতত বছৰি বৃদ্ধি পাইছে ভোকাতুৰ লোকৰ সংখ্যা গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান ১০৭ লৈ অৱনমিত | Assamese |
মিজোৰামত জব্দ ১৪০ বিদেশী জন্তুতিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ | Assamese |
ইণ্ডিগ আৰু ফ্লায়বিগ এয়াৰলাইনে আৰম্ভ কৰিব ইটানগৰ এয়াৰপৰ্টলৈ বিমান সেৱা | Assamese |
তুৰস্কৰ কয়লা খনিত বিস্ফোৰণৰ পিছতে ভয়ংকৰ ভূমিস্খলন ২৮ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ | Assamese |
জন্মদিনত দেশে সুঁৱৰিছে মিছাইল মেন ড০ এ পি জে আব্দুল কালামক | Assamese |
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰত ওলাল ৫ ফুট দৈৰ্ঘ্যৰ এছিয়াটিক ৱাটাৰ স্নেক | Assamese |
কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে হব লগা খেলত প্ৰথমবাৰৰ বাবে গেৰুৱা জাৰ্চি পিন্ধি ফটোৰ বাবে পজ দিলে কোন কোন ভাৰতীয় ক্ৰিকেটাৰে | Assamese |
মুম্বাই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে মণিপুৰী তথ্যচিত্ৰ ইমা সাৱিত্ৰীয়ে | Assamese |
ছিকিমৰ বিভিন্ন নান্দনিক স্থানত দৃশ্যগ্ৰহণ চলি আছে হিন্দী ছবি লাড়কীৰ | Assamese |
স্বাধীনতা দিৱসৰ দিনা শুভমুক্তি পাব ৰীমা কাগতি পৰিচালিত ছবি গল্ড | Assamese |
ডিআইডি লিটিল মাষ্টাৰ্ছৰ মেগা অডিশ্যনলৈ নিৰ্বাচিত কোকৰাঝাৰৰ গৌৰী ব্ৰহ্ম | Assamese |
বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোঁৰাত উঠি কৰিছে কি | Assamese |
জ্যোতি চিত্ৰবনৰ পৰিৱেশ দেখি অভিভূত হৈ পৰিল বলিউডৰ যশস্বী পৰিচালক সুভাষ ঘাই | Assamese |
দুগুণ বৃদ্ধি কৰা হল ক্ৰীড়াবিদ সকলৰ মাহেকীয়া পেঞ্চন | Assamese |
মেৰীকমৰ পৰা হাত সাৰিবলৈ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ কৌশলপূৰ্ণ মন্তব্য | Assamese |
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অজয় ৰাত্ৰা অসম ৰঞ্জি দলৰ প্ৰশিক্ষক | Assamese |
অষ্ট্ৰেলিয়াত দুটাকৈ ব্ৰঞ্জৰ পদকেৰে উজলিল অসম কন্যা তানিয়া চৌধুৰী | Assamese |
দিল্লী ডায়নামোছ এফ চিত যোগ দিলে অসম সন্তান শক্তিশালী ডিফেণ্ডাৰ গৌৰৱ বৰাই | Assamese |
অহা ২৪২৫ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব নৰ্থইষ্ট ইণ্ডিয়া ফেশ্বন উইকেণ্ড | Assamese |
গামোচাত অংকন কৰিলে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰতিচ্ছবি | Assamese |
বৰ্ণ বৈষম্য এইবাৰ অষ্ট্ৰেলিয়াৰ চিডনীত ভাৰতীয় ছাত্ৰক ১১ বাৰকৈ ছুৰিকাঘাত | Assamese |
ইউক্ৰেইনত কোনো ডাঙৰ মিছাইল আক্ৰমণ কৰাৰ ইচ্ছা নাই ৰাছিয়াৰঃ পুটিন | Assamese |
কণীয়ে যোগায় পুষ্টি কিন্তু কিমানটা কণী খোৱাটো দেহৰ বাবে উপকাৰী জানো আহক | Assamese |
ভাৰতত উৎপাদিত কাফ চিৰাপ সেৱন কৰি ৬৬ টা শিশুৰ মৃত্যু চাৰিজনীয়া পেনেলে পৰীক্ষা কৰিব প্ৰতিবেদন | Assamese |
অসমৰ পৰ্যটনলৈ শুভংকৰ সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি গল বলীউদৰ অভিনেত্ৰী সমীৰা ৰেড্ডীয়ে | Assamese |
শীঘ্ৰেই মুক্তি পাবলগীয়া বলীউদৰ ছবি কুচ ভিগি আলফাজত নায়িকাৰ ৰূপত দেখা যাব ছিকিমৰ অভিনেত্ৰী গীতাঞ্জলি থাপাক | Assamese |
কোকৰাঝাৰৰ বালাজান তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়ালক মহিয়াই নিলে বাহনে | Assamese |
পুটিনৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকিঃ ইউক্ৰেইনৰ একাংশ লোকে আয়োজন কৰিছে এক অদ্ভুত অনুষ্ঠানৰ কি অনুষ্ঠান | Assamese |
হিজাব পিন্ধা মহিলাই এদিন দেশৰ প্ৰধানমন্ত্ৰী হবঃ আছাদুদ্দিন ওৱাইচি | Assamese |
জ্ঞানৱাপী মছজিদ বিতৰ্কঃশিৱলিংগ বয়স নিৰ্ধাৰণ কৰাৰ অনুমতি নিদিলে বাৰনসীৰ আদালতে | Assamese |
বিশ্ব বেংকৰ প্ৰতিবেদনত দুখজনক ছবিঃ কোভিডে দৰিদ্ৰ কৰা বিশ্বৰ মুঠ লোকৰ ৭৯ শতাংশই ভাৰতৰ | Assamese |
নৰ্থইষ্ট য়ুনাইটেডত মোক্ষম আঘাত দল এৰিলে তাৰকা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেই | Assamese |
উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ ২০১৮ ৰ বছৰটোৰ ক্ৰীড়াবিদ বঁটা | Assamese |
ৰিয়ানৰ বিধ্বংসী বলিং স্পেল তাচপাতৰ দৰে খহিল বিপক্ষৰ উইকেট | Assamese |
একেলগে সুৰত সুৰ মিলালে ভাৰতীয় দলটোৱে গালে আৰু ভিডিঅ হৈ পৰিল ভাইৰেল | Assamese |
ৰিয়ান পৰাগৰ বিস্ফোৰক চেঞ্চুৰী দুয়োটা ইনিংছত অৰ্জন দৰ্শনীয় শতৰাণ | Assamese |
আই চি চি বিশ্বকাপ ২০১৯ ভাৰতৰ বিৰুদ্ধে খেলা মেচত আফগানিস্তানক সমৰ্থন অসমৰ গোপালকৰ | Assamese |
ভাৰতক চেম্পিয়ন কৰাৰ স্বাৰ্থত পিতৃৰ বিয়োগৰ বাতৰি লাভ কৰিও ঘৰলৈ নাহিল উত্তৰপূবৰ তাৰকা খেলুৱৈ লালৰেমচিয়ামি | Assamese |
সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত শিৱসাগৰৰ তিনি ছাত্ৰৰ সাফল্য | Assamese |
বিশ্বকাপ ২০১৯ ৩০ জুনত ইংলেণ্ডৰ বিৰুদ্ধে হব লগা খেলখনত গেৰুৱা জাৰ্চি পিন্ধিব ভাৰতীয় দলটোৱে কিন্তু কিয় | Assamese |
মেঘালয়ৰ বিশিষ্ট ব্যৱসায়ী তথা মানৱপ্ৰেমী হুনছেন লিংডোৰ দেহাৱসান | Assamese |
অৰুণাচলত বানৰ তাণ্ডৱ কেইবা ঠাইতো খহি পৰিছে পাহাৰৰ মাটি | Assamese |
বৰ্ণবাদক গৰিহণা দি ডেমক্ৰেটিক পাৰ্টিৰ পৰা পদত্যাগ মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ প্ৰাক্তন প্ৰাৰ্থী তুলসী গাবাৰ্ডৰ | Assamese |
বিমুদ্ৰাকৰণঃ শলঠেকত মোদীৰ চৰকাৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
আহিনমহীয়া বানত বিধ্বস্ত ৰাজ্যৰ কেইবাখনো জিলা | Assamese |
তেলৰ দাম হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত তীব্ৰ হেঁচা পশ্চিমীয়া দেশৰ হেঁচা নামানে পুটিনে | Assamese |
ভয়াৱহ ভৱিষ্যতৰ অশনি সংকেত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনে সৃষ্টি কৰিছে আতংকৰ | Assamese |
বৰ্ণবাদী বিডেনৰ ডেমক্ৰেটিক পাৰ্টি অভিযোগ তুলি দল এৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰথম হিন্দু প্ৰাৰ্থী তুলসীয়ে | Assamese |
আৱেদনৰ সৈতে দাখিল অতি আপত্তিজনক ফটো অধিবক্তাক মোটা অংকৰ জৰিমনা আদালতৰ | Assamese |
১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হব চাইক্লথন দ্বিতীয় সংস্কৰণ | Assamese |
জিঅ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছে অসমৰ তাজদাৰ জুনেইদ | Assamese |
লামডিঙত প্ৰাইজমানি হাফ মাৰাথনৰ আয়োজন | Assamese |
১০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হব ফেমিনা মিছ ইণ্ডিয়াৰ অডিচন | Assamese |
হাইদৰাবাদত প্ৰতিপক্ষক ধৰাশায়ী কৰি স্বৰ্ণপদক অৰ্জন ৰদালিৰ | Assamese |
বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিকতা অক্ষুণ্ণ টিম ইণ্ডিয়াৰ টুইটাৰ যোগে শুভেচ্ছা হিমন্তৰ | Assamese |
গুৱাহাটীত অনুষ্ঠিত হব ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্চৰ অডিশ্যন | Assamese |
নৰ্থইষ্ট য়ুনাইটেড এফ চি একাডেমিৰ মুখ্য প্ৰশিক্ষকৰ ৰূপত খালিদ জামিল | Assamese |
ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ ত অংশ লব দৰঙৰ ৰোহি চালমা আজিজে | Assamese |
কোকৰাঝাৰত স্থানীয় ক্লাৱক ফুটবল একাডেমী স্থাপনত সহায়ৰ হাত ভাৰতীয় সেনাবাহিনীৰ | Assamese |
এটা ইনিংছত ১০ টা উইকেট দখলেৰে ইতিহাস গঢ়িলে অসমৰ নৱতম স্পীন চাঞ্চল্যই | Assamese |
টকিঅ অলিম্পিকলৈ যোগ্যতা অৰ্জন আৰ্চাৰ তৰুণদীপ ৰাইৰ | Assamese |
গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা পৰিচয়েৰে লুটিবলৈ চেষ্টা কৰা তিনি ছদ্মবেশী দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া | Assamese |
আৰু নহয় এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে ভাৰতে | Assamese |
বিজেপি নেতাৰ কুকীৰ্তি ১৬ জন দলিত শ্ৰমিকক বন্দী কৰি নিৰ্যাতন প্ৰহাৰৰ ফলত গৰ্ভপাত মহিলাৰ | Assamese |
এইবাৰ কি হব ৰাছিয়াৰ মিছাইল আক্ৰমণকলৈ উত্তেজনাৰ মাজতে পাৰমাণৱিক অস্ত্ৰ অনুশীলনৰ ঘোষণা নাটোৰ | Assamese |
২০১৭ বৰ্ষৰ দহজন শ্ৰেষ্ঠ অভিনেতাৰ মাজত আদিল হুছেইনৰ স্থান লাভ | Assamese |
উত্তৰ পূৰ্বাঞ্চলত এই বছৰ অনুষ্ঠিত হব কেইবাখনো বৃহৎ হকী টুৰ্নামেণ্ট | Assamese |
জুবিন গাৰ্গৰ নতুন একক কণ্ঠত নিজানৰ গান মুকলি | Assamese |
ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন দলং নিৰ্মাণত নিয়োজিত শ্ৰমিক | Assamese |
ন্যায়াধীশ চন্দ্ৰচূড় হব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ আজি মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে দিলে পত্ৰ | Assamese |
অৰুণাচলক এখন আগশাৰীৰ ক্ৰীড়া ৰাজ্য হিচাপে গঢ়ি তোলা হব ৰিজিজু | Assamese |
ৰাছিয়াৰ মিছাইল আক্ৰমণ কিয়েভত লাইভ এৰি দৌৰিলে বিবিচিৰ সাংবাদিক বাচেগাই চাওক ভিডিঅ | Assamese |
যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে পুৰণিগুদামৰ অংকিতা শইকীয়া | Assamese |
গুৱাহাটীত বিস্ফোৰক শতকীয় ইনিংছ খেলা মংগিয়া হব অসম ক্ৰিকেট দলৰ প্ৰশিক্ষক | Assamese |
ৰাছিয়াৰ ক্ষেপণাস্ত্ৰত বিধ্বস্ত ইউক্ৰেইনক আধুনিক আকাশী প্ৰতিৰক্ষা প্ৰণালী দিব আমেৰিকাই | Assamese |
যুৱৰাজ সিঙৰ বেটিং বলিং ফিল্ডিং আছিল অসাধাৰণ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী | Assamese |
ক্ষীৰোদ বৰুৱা স্মাৰক আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড় শ্ৰেষ্ঠ | Assamese |
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ আতংকময় ইউক্ৰেইনৰ পৰিস্থিতি কি | Assamese |
মাজুলীত মহিলাসকলৰ ফুটবল খেলেৰে পৰিবেশ সজাগতা সৃষ্টিৰ প্ৰয়াস | Assamese |
২০২০ টকিঅ অলিম্পিকৰ পাছতে কেৰিয়াৰ সামৰিব বক্সাৰ মেৰীকমে | Assamese |
নতুন দিল্লীত চমক অসমৰ টাইকোৱানডো খেলুৱৈৰ ২০টা পদক অৰ্জন | Assamese |
পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ বাবে সাজু বৰ্ষাপাৰা | Assamese |
হকছ ৰাইনোজ আৰু ক্ৰজৰ শিৰত গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ খিতাপ | Assamese |
বহু চৰ্চিত প্ৰেম যুটী মিলিন্দ আৰু অংকিতাই দৌৰিব ১৩০ কিলোমিটাৰ | Assamese |
দুদিনীয়া জনপ্ৰিয়তা আকাশত পেৰাচুত বান্ধি উৰি ফুৰা আনন্দখিনিৰ লেখীয়া সংগীত পৰিচালক স্বৰূপ কাকতী | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.