text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
নতুন বছৰক আদৰণি বনভোজৰ উল্লাসক আঁকোৱালি লবলৈ সাজু হৈ উঠিছে শ্বিলং | Assamese |
মণিপুৰত ৰাজ্যিক পৰ্যায়ৰ জনজাতীয় চলচ্চিত্ৰ মহোৎৱ আৰম্ভ | Assamese |
চাপৰত চোৰে নিদ্ৰাহৰণ কৰিছে নগৰবাসীৰ আৰক্ষীৰ চকুত ধূলি মাৰি নিৰ্বিবাদে চলাই গৈছে চাফাই অভিযান | Assamese |
কপি মাষ্টাৰ খ্যাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যই ৰূপকোঁৱৰৰ সৃষ্টিৰ বিকৃত কৰাৰ অধিকাৰ পালে কত | Assamese |
তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদলৈ ২০২২ বৰ্ষৰ অৰ্থনীতিৰ নবেল বঁটা | Assamese |
ছুইছ বেংকত আছে ৩৪ লাখ ভাৰতীয়ৰ একাউণ্ট কেন্দ্ৰক বিশদ তথ্য দিলে চুইজাৰলেণ্ডে | Assamese |
চলন্ত ৰেলত মহিলা যাত্ৰীক উৎপীড়নৰ অভিযোগৰেল সুৰক্ষা বাহিনীৰ জোৱানক গ্ৰেপ্তাৰ | Assamese |
নাগালেণ্ড প্ৰিমিয়াৰ বেডমিণ্টন লীগ আৰম্ভ ৬টা দলৰ মাজত খিতাপৰ যুঁজ | Assamese |
ৰংজুলি কুহিঁয়াৰবাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ | Assamese |
আমেৰিকাত হত্যাৰ বলি হোৱা শিখ পৰিয়ালৰ হত্যাত জড়িত অপৰাধীৰ আছে পূৰ্বৰ বহু কলংকিত অতীতঃ মাৰ্কিন আৰক্ষী | Assamese |
পূৰ্বসূৰী ৰাথোড়ৰ পথকে অনুসৰণ কৰি যাবলৈ সাজু কিৰেন ৰিজিজু | Assamese |
কলিয়াবৰত আন্তঃক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ সামৰণি | Assamese |
কিংছ কাপ বাবে নিৰ্বাচিত ভাৰতীয় ফুটবল দলত অসমৰ বিনীত ৰায় | Assamese |
আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাৰ বাবে সাজু অসম দল | Assamese |
স্বৰ্ণ পদক বিজয়ী বক্সাৰ যমুনা বড়োক এক বিঘা মাটি প্ৰদান বিধায়কৰ | Assamese |
কাইলৈৰ পৰা ক্ৰিকেট বিশ্বকাপ ভাৰতৰ সৈতে ক্ৰিকেটে অনা বন্ধনক লৈ অতুৎসাহী ব্ৰিটেইন গুৱাহাটীত জনালে ব্ৰিটিছ উপ ৰাষ্ট্ৰদূতে | Assamese |
বেডমিন্টন এছিয়া কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা | Assamese |
দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত শিৱ থাপাযমুনা বড়োৰ স্বৰ্ণ জয় | Assamese |
কৃষ্ণাই আৰক্ষীয়ে জব্দ কৰিলে অবৈধ ভাৱে সৰবৰাহ কৰা ১০টা গৰু দুজনক গ্ৰেপ্তাৰ | Assamese |
ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ চলাব নেকি ৰাছিয়াই মস্কোৰ সমীপত দেখা গৈছে পাৰমাণৱিক অস্ত্ৰ ভৰ্তি ৰেল | Assamese |
বৰ্ষীয়ান ৰাজনীতিক সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ দেহাৱসান | Assamese |
বিশ্বব্যাপী খাদ্য সংকটৰ সমাধানত অৰিহণা যোগাবলৈ সাজু ৰাছিয়াপুটিন | Assamese |
ফাইনেলত শিৱকে ধৰি অসমৰ তিনিগৰাকী বক্সাৰ অন্তিম দুইত অদমনীয় মেৰীকম | Assamese |
আৰক্ষীৰ গুলীত নিহত সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী | Assamese |
ইণ্ডিয়া অপেন বক্সিং পদক নিশ্চিত অসমৰ আটাইকেইগৰাকী বক্সাৰৰ | Assamese |
২৫ মে পৰা খানাপাৰাত উত্তৰপূব মুকলি স্প্ট ক্লাইম্বিং প্ৰতিযোগিতা | Assamese |
সহজে জয়ী তাৰকা মেৰীকম আজি অভিযান আৰম্ভ কৰিব শিৱ থাপাই | Assamese |
২৮ টা ছয় আৰু এটা চাৰিৰে ৰিয়ান পৰাগৰ বিস্ফোৰক ১৭৮ ৰাণ | Assamese |
ধৰ্ষণৰ বলি অন্ত:সত্তা যুৱতীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ তিনি অভিযুক্তৰ সন্ধানত আৰক্ষী | Assamese |
ঢাকাত অনুষ্ঠিত পেচাপল এচিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ উজলিল অসমৰ ১৩ গৰাকী খেলুৱৈ | Assamese |
ইণ্ডিয়া অপেন বক্সিং প্ৰতিদ্বন্দ্বিৰ মুখামুখি নোহোৱাকৈ পদক নিশ্চিত কৰিলে লাভলীনা আৰু ভাগ্যৱতীয়ে | Assamese |
গুৱাহাটীত আৰম্ভ হল দ্বিতীয় ইণ্ডিয়া অপেন বক্সিং প্ৰতিযোগিতা | Assamese |
আন্তৰ্জাতিক শৰীৰচৰ্চা প্ৰতিযোগিতাত শীৰ্ষ স্থানেৰে উজলিল গোলাপ ৰাভা | Assamese |
ফিনলেণ্ডত মাৰাথন প্ৰতিযোগিতাত সাফল্য মঙলদৈৰ উচ্চ শিক্ষিত যুৱকৰ | Assamese |
১১১২ অক্টোৱৰত উদযাপন কৰা হব বঙাইগাঁও জিলাৰ প্ৰতিষ্ঠা দিৱস | Assamese |
মাতৃদুগ্ধত প্লাষ্টিক মাতৃসকলে শীঘ্ৰেই কি কৰা উচিত কি পৰামৰ্শ বিজ্ঞানীসকলৰ | Assamese |
প্ৰকৃতিৰ সুৰক্ষাত ব্যস্ত নয়ডাৰ এগৰাকী যুৱতী | Assamese |
লিডু টিকক পাহাৰত অবৈধ কয়লা খনিত পুনৰ শ্ৰমিকৰ মৃত্যু লিডুমাৰ্ঘেৰিটা অঞ্চলত প্ৰতিক্ৰিয়া | Assamese |
ইংৰাজী নহয় চৰকাৰী কামত হিন্দী ভাষাহে ব্যৱহাৰৰ পোষকতা ভাষা সংক্ৰান্তীয় সংসদীয় কমিটিৰ | Assamese |
বঙাইগাঁৱত মুকাভিনয় অনুষ্ঠান তিনিমহীয়া অভিনয় প্ৰশিক্ষণ শিৱিৰ | Assamese |
আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত অংশগ্ৰহণৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত শিৱ থাপা | Assamese |
শিশুক প্ৰহাৰঃ আহত শিশুৰ খবৰ লোৱা নাই ধুবুৰী আৰক্ষী প্ৰশাসনে | Assamese |
ভিছাৰ বাবে বিশ্ব টাইকোৱানডোত ভাগ লোৱাৰ পৰা বঞ্চিত হল অসমৰ দুই প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ | Assamese |
ঘৰৰ মাটিত সোণ জয় কৰাৰ লক্ষ্য শিৱৰ | Assamese |
ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ নিৰ্বাচিত বিনীত ৰায় | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গড়ঁ আহত বাগৰিত আটক ট্ৰাক | Assamese |
প্ৰকৃতিৰ লীলাঃ ৰাজস্থানত দুটা দেহ একেলগে লগ লাগি থকা যমজ সন্তানৰ জন্ম | Assamese |
আয়াৰলেণ্ডৰ পেট্ৰল পাম্পত ভয়ংকৰ বিস্ফোৰণত নিহত কমেও ১০ জন | Assamese |
গুৱাহাটীবাসীয়ে এক নতুন ৰূপত দেখিবলৈ পাব ইতিহাস সৃষ্টিকাৰী বক্সাৰ মেৰীকমক | Assamese |
জাৰ্মানীত সোণ আৰু ব্ৰঞ্জৰ পদক দখলেৰে অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাৰ দপদপনি | Assamese |
হিমা বাহিনী হীটছতে স্তব্ধ হল জাপানৰ বিশ্ব ৰিলে প্ৰতিযোগিতাত | Assamese |
বিশ্ব টাইকোৱানডোত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব লগা ৰদালি আৰু দীপিকাক আৰ্থিক সাহায্য ক্ৰীড়া সঞ্চালকালয়ৰ | Assamese |
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত অসমৰ বেগী বলাৰ মুখতাৰ হুছেইন | Assamese |
হিমা দাসৰ এথলেটিকছ কেৰিয়াৰ সংকটত | Assamese |
বিজেপি চৰকাৰৰ বিকাশৰ ছবি সময় পালে আমাৰ পিনে এবাৰ আহি চাবা | Assamese |
হাতীমানুহৰ সংঘাতৰ পৰিণতি ডিগবৈ জয়পুৰত মৃত অৱস্থাত উদ্ধাৰ দুটা বনৰীয়া হাতী | Assamese |
হিতেশ্বৰ শইকীয়াৰো আছিল প্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰহাৰ কৰা অমিত শ্বাহৰো প্ৰিয় হিমন্ত বিশ্ব শৰ্মা | Assamese |
মুছলমান জনসংখ্যাৰ সন্দৰ্ভত ওৱাইচিৰ মন্তৱ্য আমিহে অধিক কণ্ডম ব্যৱহাৰ কৰোঁ | Assamese |
ভাগিন ৰিয়ানৰ প্ৰদৰ্শনক লৈ সুখী মামা জুবিনে কি কলে | Assamese |
ৰিয়ানক সম্ভাৱনাযুক্ত ছুপাৰষ্টাৰ আখ্যা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জোনছৰ | Assamese |
ধুবুৰীবঙাইগাওঁ জিলাৰ সীমান্তত তীব্র হাৰত বৃদ্ধি পাইছে জুৱা খেলৰ পয়োভৰ তিনি জুৱাৰীক আটক | Assamese |
গৃহৰাজ্য অসমত উপস্থিত হল আই পি এলত চমক সৃষ্টি কৰা ৰিয়ান পৰাগ | Assamese |
দেশবিদেশত বিজয় নিচান উৰুৱাই গুৱাহাটীত যুঁজিবলৈ আহি আছে মেৰীকম | Assamese |
দুৰ্নীতিৰ গোচৰত চিবিআইয়ে সোধপোছ কৰিলে প্ৰাক্তন ৰাজ্যপালক চলিল তালাচীও | Assamese |
এটা ৰঙালাওৰ ওজন ১১৫৮ কিলোগ্ৰাম দেখি আচৰিত বহুজন | Assamese |
চেক গণৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত জিলিকিল অসমৰ হৃদয় হাজৰিকা | Assamese |
ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে | Assamese |
আইপিএলত অৰ্ধশতক কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ৰিয়ান পৰাগৰ অভিলেখ | Assamese |
আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী তিনিগৰাকী খেলুৱৈক জন্মস্থানত উষ্ম আদৰণি | Assamese |
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুনৰ সোণৰ পদক আজুৰিলে অসমৰ যুৱতীয়ে | Assamese |
প্ৰথম ক্ষণৰ পৰাই প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে হওঁ আক্ৰমণাত্মক সাফল্যৰ নতুন মন্ত্ৰ শিৱৰ | Assamese |
কাশ্মীৰ ভ্ৰমণ নকৰিব অন্যথা বিপদ হব পাৰে আমেৰিকাৰ বিদেশ দপ্তৰে সতৰ্ক কৰি দিলে দেশ খনৰ পৰ্যটকক | Assamese |
চণ্ডীগড়ৰ পিছত এইবাৰ ছুৰাটঃ লাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই | Assamese |
ৰেলত মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীৰ ৰোষত মধ্যপ্ৰদেশৰ দুই কংগ্ৰেছ বিধায়ক | Assamese |
উত্তৰাখণ্ডৰ হিমস্খলনঅসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ | Assamese |
জাপানত হবলগীয়া বিশ্ব ৰীলেৰ ভাৰতীয় দলত স্থান লাভ হিমাৰ | Assamese |
আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ ৪ খেলুৱৈৰ সোনৰ পদক | Assamese |
চমকপ্ৰদ বেটিঙেৰে দুৰ্দান্ত বিজয় প্ৰাঞ্জল একাদশৰ | Assamese |
সন্মানীয় অৰ্জুন বঁটা বাবে প্ৰেৰণ মিজোৰামৰ ফুটবলাৰ জেজেৰ নাম | Assamese |
ধুবুৰীত পিতৃকন্যাক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষী কনিষ্টবলক নিলম্বন | Assamese |
ট্ৰাক আৰু বাছৰ ভয়ংকৰ সংঘৰ্ষ জীৱন্তে অগ্নিদগ্ধ হৈ কমেও ১১ জন নিহত আহত ৩৮ জন | Assamese |
পুত্ৰক বিবাহ বিচ্ছেদ দিব বিচাৰিছিল বোৱাৰীয়েকে খঙতে বোৱাৰীক গুলীয়াই মাৰিলে আমেৰিকাৰ ভাৰতীয় বৃদ্ধই | Assamese |
অশোভনীয় আচৰণৰ অভিযোগত অপসাৰিত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী | Assamese |
আন্তঃৰাষ্ট্ৰীয় কাৰাটেত সোণৰ পদক অৰ্জনেৰে অসমৰ নাম উজলালে কৃষ্ণাইৰ ইনামূলে | Assamese |
নিজে গৰুৰ দানা খাই দেউতাই মোলৈ খোৱাবস্তু থৈছিলসজল চকুৰে অতীত স্মৰণ হিমাৰ সতীৰ্থৰ | Assamese |
নীলঅভিৰ নামত সমৰ্পিত কৰি মেক্সিকত সাঁতুৰিব প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদে | Assamese |
বিৰাট কোহলি ক্ৰিছ গেইলৰ খেল চাবলৈ সাজু তেজপুৰৰ ৮ হাজাৰ ক্ৰিকেট প্ৰেমী | Assamese |
ঐতিহাসিক ইডেনত ৰিয়ানৰ বেটিং পৰাক্ৰমত বিধ্বস্ত কলকাতা নাইট ৰাইডাৰ্ছ | Assamese |
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল শিৱ থাপাৰ | Assamese |
অসমসহ উত্তৰপূৰ্বাঞ্চলত পাঁচদিনলৈ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ | Assamese |
আজি ৭০ বছৰত ভৰি দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে | Assamese |
বিশ্ব বেংকৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ দৰিদ্ৰতাৰ গ্ৰাসত কোটি কোটি ভাৰতীয় | Assamese |
ছোনিয়া গান্ধীৰ ৰিমট কণ্ট্ৰল হিচাবে মই কাম নকৰোঃ স্পষ্ট কৰি দিলে মল্লিকাৰ্জুন খাৰ্গেই | Assamese |
ভাৰতৰ অৰ্থনৈতিক বিকাশকলৈ বিশ্ব বেংকৰ নতুন ভৱিষ্যতবাণী এইবাৰ বিকাশৰ হাৰ ৬.৫ শতাংশ | Assamese |
মাত্ৰ ৮ দিনতে এভাৰেষ্টৰ বেছ শিবিৰ ট্ৰেকিং অসমৰ চাৰিজনীয়া এটা দলৰ | Assamese |
পিতৃ উদ্ধৱ থাকৰেক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত পুত্ৰ আদিত্য থাকৰেই মহিলা সাংসদক লগতলৈ ভ্ৰমণ কৰিছিল চুইজাৰলেণ্ড শিৱসেনা সাংসদৰ বিস্ফোৰক মন্তব্য | Assamese |
অসম কন্যা হিমা অবিহনেই পদক জয় মিক্সড ৰিলে ইভেণ্টত | Assamese |
এছিয়ান চেম্পিয়নশ্বিত একেৰাহে ৪ৰ্থ বাৰত পদক নিশ্চিত কৰি বিৰল কৃতিত্ব শিৱ থাপাৰ | Assamese |
আজি ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে ৰিঙত নামিব পদক নিশ্চিত কৰা শিৱ থাপা | Assamese |
শিশু সৰবৰাহ যোৱা কেইদিনত ৫ নাবালকক উদ্ধাৰ কৰিলে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা বাহিনীয়ে | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.