text
stringlengths
1
2.59k
language
stringclasses
10 values
আই পি এলত বিহু নাচ ৰিয়ানৰ ভাইৰেল
Assamese
ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ পাছতো পদক বঞ্চিত মীৰাবাই চানু
Assamese
কোৱাৰ্টাৰত পৰাস্ত হৈ পদক জয়ৰ স্বপ্ন ভংগ লাভলিনা বৰগোহাঁইৰ
Assamese
ভাৰোত্তোলন জগতত চাঞ্চল্য মিজোৰামৰ জেৰেমি লালৰিনুংগাই গঢ়িলে যুৱ বিশ্ব ৰেকৰ্ড
Assamese
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত শিৱ থাপা সৰিতা দেৱী
Assamese
ইতিহাস সৃষ্টিৰ ৭ ৰান দূৰত ৰৈ গল অসমৰ ৰিয়ান
Assamese
বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ
Assamese
হাতীৰ ভয়ত ত্ৰস্তমান গাঁওবাসী বিপদৰ মাজত থকা বন্যপ্ৰাণীক সহায় কৰিবলৈও নাই বন বিভাগৰ লোক
Assamese
সোনাপুৰত ৰখাই থোৱা ট্ৰাকত তীব্ৰবেগী মাৰুতিৰ খুন্দা ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণত চিৰিয়াত নিহত দুই শীৰ্ষ দুৰ্ধৰ্ষ আই এছ নেতা
Assamese
চি ডিভিজন ফুটবল লীগত ৰয়েলছ ক্লাবৰ বিৰুদ্ধে ড্ৰ খেলিলে গুৱাহাটী এফ চিয়ে
Assamese
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা প্ৰিকোৱাৰ্টাৰত শিৱ থাপা
Assamese
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হৈ উজলি উঠিল ৰিয়ান পৰাগ
Assamese
ইণ্ডিয়ানাত ভাৰতীয় বংশোদ্ভূত ছাত্ৰক হত্যা জিম্মাত লোৱা হৈছে কোৰিয়ান ৰুমমেটক
Assamese
যুদ্ধক্ষেত্ৰত থুনুকা পৰিস্থিতিৰ বাবে কমাণ্ডাৰসকলক জগৰীয়া কৰিলে খেৰছনৰ পুটিন সহযোগীয়ে
Assamese
এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা অপ্ৰত্যাশিত বিদায় হিমা দাসৰ
Assamese
ডোহাৰ প্ৰত্যাহবানৰ বাবে সাজু ধিং এক্সপ্ৰেছ
Assamese
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডত শিৱৰ সন্মুখত কোৰিয়াৰ কিম
Assamese
২ মে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা
Assamese
গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী মুকলি দেশৰ শীৰ্ষ লীগত অসমৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লক্ষ্য
Assamese
সন্তোষ ট্ৰফীৰ ছেমি ফাইনেল খেলাৰ আশা নিৰ্বাপিত হল অসমৰ
Assamese
সোমবাৰে বেংককলৈ ৰাওনা হব তিনিবাৰৰ এছিয়ান পদক বিজয়ী বক্সাৰ শিৱ থাপা
Assamese
চৰিত্ৰ ঘুৰি আহিল সাংবাদিকৰ প্ৰতিবাদৰ চাপত চৰকাৰে প্ৰত্যাহাৰ কৰিলে নিৰ্দেশনা
Assamese
মহৰ খুন্দা যাত্ৰা আৰম্ভ হোৱাৰ পাঁচদিনতেই ঘটিল অঘটন গুজৰাটত লাইনচ্যুত বন্দে ভাৰত এক্সপ্ৰেছ
Assamese
মেক্সিকোত সন্ত্ৰাসবাদী আক্ৰমণ মেয়ৰসহ কমেও ১৯ জন লোক নিহত
Assamese
চাইল্ডকেয়াৰ চেণ্টাৰত প্ৰাক্তন আৰক্ষী কৰ্মীৰ নিৰ্বিচাৰ গুলীচালনা ২২ টি শিশুসহ নিহত ৩৪ জন
Assamese
তেজস্বীতাৰ মৃত্যুৱে জোকাৰিছে চৰকাৰক চিকিৎসকক নিলম্বন কৰিয়েই দায় সৰাৰ চেষ্টা চৰকাৰৰ
Assamese
ভাৰতীয় কোম্পানীৰ কাফ চিৰাপ সেৱন কৰি গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যু বিশ্ব স্বাস্থ্য সংস্থাই কৰিব ঘটনাৰ তদন্ত
Assamese
বৰ্ণ বৈষম্য আমেৰিকাত ভাৰতীয় মূলৰ পৰিয়ালৰ চাৰি সদস্যক অপহৰণ কৰি নি হত্যা মৃতকৰ ভিতৰত আছে আঠমহীয়া কেঁচুৱাও
Assamese
সন্তোষ ট্রফী শক্তিশালী মহাৰাষ্ট্ৰক ৩২ৰ ব্যৱধানত পৰাস্ত কৰিলে অসমে
Assamese
হিমাচল প্ৰদেশত এইমছ উদ্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
Assamese
প্ৰায় ৫০ বছৰৰ মূৰত সন্তোষ ট্ৰফীৰ ছেমিফাইনেলৰ পথত অসম
Assamese
মাৰ্শ্বাল অৰ্জন সিঙৰ সন্মানাৰ্থে শতকীয় মাৰাথন ভাৰতীয় বায়ু সেনাৰ
Assamese
কলন বক্সিং বিশ্বকাপত ৰূপৰ পদক অৰ্জন ফাইলাও বসুমতাৰীৰ
Assamese
ৰাজস্থান ৰয়েলছৰ হৈ আজি আই পি এলত অভিষেক ঘটিল অসমৰ ৰিয়ান পৰাগৰ
Assamese
থাইলেণ্ডত সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসমৰ খেলুৱৈ
Assamese
সন্তোষ ট্ৰফী আজি প্ৰথম মেচত শক্তিশালী পাঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হব অসম
Assamese
টকিঅ অলিম্পিকত খেলাৰ সপোন ভংগ ভাৰতীয় মহিলা ফুটবল দলৰ
Assamese
কলন বক্সিং বিশ্বকাপত ফাইলাও বসুমতাৰীয়ে নিশ্চিত কৰিলে পদক
Assamese
ছাৰ্ভিছেছৰ অনুজ কুমাৰৰ দখলত মিঃ শৰাইঘাটশ্ৰীৰ খিতাপ
Assamese
হনুমান পইচা বন মানুহৰ হাড় হুদু পক্ষীচাপৰৰ বাঙালডোবাৰ পৰা তিনি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ
Assamese
অপশক্তিৰ বিনাশ কামনাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত জ্বলিল ১১১ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি
Assamese
জলপাইগুৰিত অঘটনঃ মূৰ্তি বিসৰ্জনৰ সময়তে নদীত আহিল বানৰ ঢল ৮ জন নিহত বহুজন সন্ধানহীন
Assamese
অক্সিজেন চিলিণ্ডাৰৰ অভাৱতে মৃত্যু হল নেকি প্ৰতিভাসম্পন্ন গায়িকা তেজস্বীতা বৰুৱাৰ ৰাজ্যত শোকৰ ছাঁ
Assamese
স্বামীৰ মাহিলী দৰমহাৰ তথ্য বিচাৰি আৰটিআই কৰিলে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই
Assamese
স্বাস্থ্যখণ্ডত ৰসায়নঃ তিনি বিজ্ঞানীলৈ ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা
Assamese
কোৱাণ্টাম বলবিজ্ঞানৰ গৱেষণাৰ বাবে তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা
Assamese
১১ অক্টোবৰত অমিত শ্বাহৰ বিহাৰ ভ্ৰমণঃ জয়প্ৰকাশ নাৰায়ণৰ গাওঁ পৰদৰ্শনৰ আহ্বান জনালে নীতিশ কুমাৰে
Assamese
জুনিয়ৰ ৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণৰে অভিযান আৰম্ভ আয়োজক অসমৰ
Assamese
আজিৰ পৰা গুৱাহাটীত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা অংশ লব ১৩০০ প্ৰতিযোগীয়ে
Assamese
কলকাতা নাইট ৰাইডাৰ্ছৰ ফিল্ডিং প্ৰশিক্ষকৰ ৰূপত অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ শুভদ্বীপ ঘোষ
Assamese
অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰএগৰাকী পাইলটৰ মৃত্যু
Assamese
এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতক নেতৃত্ব দিব মীৰাবাঈ চানুৱে
Assamese
সন্তোষ ট্ৰফীলৈ ঘোষণা কৰা হল অসম ফুটবল দল
Assamese
৬ এপ্ৰিলত গুৱাহাটীত ৩০ সংখ্যক মিঃ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা
Assamese
বিশাখাপট্টনমত হবলগীয়া ৰাষ্ট্ৰীয় দাবা প্ৰতিযোগিতালৈ অসম দল ঘোষণা
Assamese
মালেয়েছিয়াত অনুষ্ঠিত হব লগীয়া পাঞ্জা প্ৰতিযোগিতালৈ নিৰ্বাচিত অসমৰ দুজন খেলুৱৈ
Assamese
ইংলেণ্ডত হবলগীয়া টাইকোৱানডো প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত দুগৰাকী অসম কন্যা
Assamese
পূব মণ্ডল ছাব জুনিয়ৰ বক্সিং টুৰ্নামেণ্টত ওদালগুৰিৰ চাৰিগৰাকী বক্সাৰে লাভ কৰিলে স্বৰ্ণ
Assamese
ৰাজ্যত পুনৰ ধৰ্ষণৰ ঘটনাতিনি দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণৰ বলি কিশোৰী
Assamese
যুদ্ধ বিৰোধী পোষ্টাৰকলৈ চৰ্চালৈ অহা ৰাছিয়াৰ মহিলা সাংবাদিকক পলাতক ঘোষণা
Assamese
কিম জঙৰ কীৰ্তি এইবাৰ জাপানৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই
Assamese
চৰিত্ৰহীন প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ বিচৰা হল সাংবাদিকসকলৰ চৰিত্ৰৰ প্ৰমান পত্ৰ
Assamese
তুৰ্কিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং টুৰ্নামেণ্টত দেশক প্ৰতিনিধিত্ব কৰিব মেঘালয়ৰ চুইয়ামে
Assamese
ৰাষ্ট্ৰীয় ছিনিয়ৰ খো খো প্ৰতিযোগিতালৈ ৰাওনা অসম দল
Assamese
২৫ মাৰ্চৰ পৰা মঙলদৈত আৰম্ভ হৈছে সৰ্বভাৰতীয় আন্তঃৰেলৱে ক্ৰিকেট
Assamese
ৰাজনীতিৰ পৰা মুক্ত নহল অসম ফুটবল সন্থা সভাপতি পদত বহিলে মন্ত্ৰী নৱ কুমাৰ দলে
Assamese
ডিঙি চেপি বটলেৰে কাটি নিৰ্মমভাৱে হত্যা জম্মুকাশ্মীৰৰ ডিজিপি কাৰাগাৰ ক জ্বলাই দিয়াৰো চেষ্টা
Assamese
পেঞ্চনাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ লাইফ চাৰ্টিফিকেটৰ নিয়মত পৰিৱৰ্তন
Assamese
উপাৰ্জনৰ পৰিমাণ জনোৱা নাছিল স্বামীয়ে আৰটিআইৰ জৰিয়তে দৰমহাৰ সৱিশেষ ললে পত্নীয়ে
Assamese
ফেডাৰেশ্যন কাপ চেম্পিয়নশ্বিপৰ বাবে সাজু ছিকিমৰ ২০জনীয়া শক্তি উত্তোলনৰ দল
Assamese
অধিনায়ক হিচাপে গুৱাহাটীত আত্মপ্ৰকাশ কৰা গৌতম গম্ভীৰৰ বিজেপিত যোগদান
Assamese
ভাৰতীয় ফুটবল দললৈ নিৰ্বাচিত অসমৰ বিনীত ৰায় আৰু গৌৰৱ বৰা
Assamese
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ শিৱ থাপা
Assamese
দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন প্ৰাক্তন তাৰকা ফুটবলাৰ বাইচুং ভূটীয়াৰ
Assamese
যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পাছতো এছিয়ান চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত হিমা
Assamese
ৰাজস্থানৰ সীমান্তত পাকিস্তানৰ ড্ৰোনে পেলাই থৈ গল ৩ কিলোগ্ৰামতকৈও অধিক হেৰোইন
Assamese
কলকাতাত ১০০০ কিলোগ্ৰাম ওজনৰ অষ্ট ধাতুৰ মূৰ্তিয়ে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তৰ
Assamese
দুৰ্গা পূজাৰ মণ্ডপত বিধ্বংসী অগ্নিকাণ্ডদুগৰাকী মহিলা তিনি শিশু নিহত আহত কমেও ৬০ জন
Assamese
গুৰুতৰভাৱে অসুস্থ মুলায়ম সিং যাদৱ আইচিইউত ভৰ্তি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী
Assamese
সিন্ধু নেহৱালৰ অনুপস্থিতিত এছিয়ান মিক্সড টীম চেম্পিয়নশ্বিপৰ মূল অস্ত্ৰ হব অসমৰ অস্মিতা
Assamese
চাঞ্চল্যকৰ প্ৰদৰ্শনেৰে চীন দেশত উজলিল অসম কন্যা অম্ব্ৰিকা নাৰ্জাৰী
Assamese
আই পি এলৰ বাবে সাজু ৰিয়ান কাইলৈ ৰাওনা হব ৰাজস্থান ৰয়েলছৰ শিবিৰলৈ
Assamese
আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক ৰাষ্ট্ৰৰ পিতা আখ্যা দি বিদেশৰ পৰা মৃত্যুৰ ভাবুকি পালে ইমামে
Assamese
আবুধাবিত অনুষ্ঠিত বিশেষ অলিম্পিকত গুৱাহাটীৰ অভিষেক গগৈয়ে জিনিলে ৰূপৰ পদক
Assamese
উত্তৰ প্ৰদেশত চন্দ্ৰিকা দেৱীৰ মন্দিৰৰ পৰা উভতি আহোতে পুখুৰীত বাগৰিল ট্ৰেক্টৰ ২৬ গৰাকী ভক্তৰ মৃত্যু
Assamese
১৭ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল বিশ্বকাপৰ ভ্যেনুৰ পৰা বঞ্চিত হোৱাৰ দিশে গুৱাহাটী
Assamese
খেলপথাৰত যুঁজ নিদিয়াকৈয়ে চেন্নাইন এফ চিৰ বিৰুদ্ধে হাৰিল আইজল এফ চি
Assamese
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত লাভলিনা বৰগোহাঁই
Assamese
সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি আকৌ স্বৰ্ণজয় দৌৰৰাণী হিমাৰ
Assamese
চতুৰ্থ চি ই এম গল্ডকাপত চেম্পিয়ন গোৱাৰ চালগাওকাৰ এফ চি
Assamese
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নেখেলে বিশ্ব চেম্পিয়ন মেৰী কমে
Assamese
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মূল যুঁজ হব মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজত
Assamese
ধুবুৰীৰ নাও দুৰ্ঘটনাঃ দুৰ্ঘটনাস্থলীৰ এক কিলোমিটাৰ দূৰৈত উদ্ধাৰ সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ
Assamese
শংকিত বিজেপি গুজৰাটত পানীৰ বটল দলিয়াই অৰবিন্দ কেজৰিৱালক আক্ৰমণ
Assamese
গান্ধী জয়ন্তীপ্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি আন্তৰ্জাতিক অহিংসা দিৱসত বিশ্ববাসীলৈ ৰাষ্ট্ৰসংঘৰ বাৰ্তা
Assamese
আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দীপাৰ পদক জয়ৰ সম্ভাৱনা উজ্জ্বল
Assamese
সাধাৰণ কাজিয়াৰ পৰিণতিতে খুকুৰিৰে হানিখুচি নৃশংসভাৱে হত্যা আৰক্ষীৰ জালত হত্যাকাৰী
Assamese
৪টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে সৰ্বভাৰতীয় প্ৰতিযোগিতাত জিলিকিল অসমৰ মহিলা বক্সিং দল
Assamese
মন্দিৰৰ পৰা উভতি অহাৰ পথত কানপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ২৭ জন ভক্তৰ মৃত্যু আহত ২২জন
Assamese