text
stringlengths
1
2.59k
language
stringclasses
10 values
ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপলৈ ৰাওনা হিমা সহিতে অসমৰ এথলেটিকছ দল
Assamese
দুখনকৈ বিশ্বকাপত অংশ লবলৈ সাজু অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰ
Assamese
ৰঞ্জিৎ দত্ত সোঁৱৰণী উত্তৰপূব টেনিছ প্ৰতিযোগিতাৰ আয়োজন
Assamese
খিতাপ জয়ৰ স্বপ্ন নিৰ্বাপিত নৰ্থইষ্ট য়ুনাইটেডৰ
Assamese
অসম সন্তান শিৱ থাপাৰ ফিনলেণ্ডৰ বক্সিং টুৰ্নামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ
Assamese
আজি দ্বিতীয় লেগৰ ছেমিত পুনৰ নৰ্থইষ্ট য়ুনাইটেড বনাম বেংগালুৰু এফ চি
Assamese
ফিনলেণ্ডত অনুষ্ঠিত জিবি বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন শিৱ থাপাৰ
Assamese
বৰ্ষাপাৰাত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পৰাজয়
Assamese
ৰাজ্যসভাৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ মল্লিকাৰ্জুন খাৰ্গেৰ
Assamese
অৰুণাচল প্ৰদেশ নাগালেণ্ডত পুনৰ ছমাহলৈ বৃদ্ধি সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ
Assamese
নাবালিকা ধৰ্ষণকাৰীক ১৪২ বছৰৰ কাৰাদণ্ড বিহিলে কেৰালাৰ আদালতে
Assamese
দিল্লীত বহি থাকিয়েই চুইডেনত গাড়ী চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
Assamese
ইউক্ৰেইনৰ অঞ্চল দখলঃ ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোট নিদিলে ভাৰতে
Assamese
চাপৰ পৌৰসভাৰ কাৰ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতি আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ
Assamese
চমকপ্ৰদ প্ৰত্যাৱৰ্তন জাৰ্মানীৰ বাৰ্লিনত অপৰাজিত হৈ ৰল মেৰীকম
Assamese
ইউক্ৰেইনৰ চাৰিটা অঞ্চল দখল কৰাৰ বাবে ৰাছিয়াক সমালোচনা আমেৰিকাৰ
Assamese
আই এছ এলৰ ছেমি প্ৰথম অৰ্ধত প্ৰভাৱী খেলেৰে গুৰুত্বপূৰ্ণ অগ্রগতি নৰ্থইষ্ট য়ুনাইটেডৰ
Assamese
বৰ্ষাপাৰাত আজি সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হব ভাৰত
Assamese
আই এছ এলৰ ছেমি প্ৰথম লেগত খেলৰ অন্তিমটো শ্বটত জয় আনিলে নৰ্থইষ্ট য়ুনাইটেডে
Assamese
জয়শংকৰৰ ভ্ৰমণৰ পিছতেই ভাৰতীয় তেল কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ
Assamese
বৰ্ষাপাৰাত দ্বিতীয় টি২০ ত পাঁচ উইকেটত পৰাস্ত ভাৰত
Assamese
হাই ভল্টেজ ছেমি ফাইনেলত আজি নৰ্থইষ্ট য়ুনাইটেড বনাম বেংগালুৰু এফ চি
Assamese
হিথাৰ নাইট বাহিনীক পৰাস্ত কৰি সমতা স্থাপনৰ লক্ষ্য স্মৃতি মান্ধানা বাহিনীৰ
Assamese
কাইলৈ নৰ্থইষ্ট য়ুনাইটেড ছেমিৰ প্ৰথম লেগত বেংগালুৰু এফ চিৰ বিৰুদ্ধে টিকটত ১০০ টকা ৰেহাই
Assamese
অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ পেট কামিনছক পাপনে প্ৰদান কৰিলে এটা বিশেষ বঁটা
Assamese
আত্মবিশ্বাসী ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে আজি পৰিদৰ্শন কৰিব কামাখ্যা আৰু পবিতৰা
Assamese
এবছৰত খাইছিল ৬২খন চামুচ অস্ত্ৰোপচাৰ কৰিবলৈ লৈ চকু কপালত উঠিল চিকিৎসকৰ
Assamese
অভিনেত্ৰী আশা পাৰেখক দাদা চাহেব ফালকে বঁটা প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে
Assamese
বিস্ফোৰক পুটিন তেওঁলোকে ভাৰতক লুটিছে ৰাছিয়াকো শাসন কৰিব বিচাৰে পশ্চিমীয়া বিশ্বই
Assamese
এম্বুলেন্সত ২০০০ টকীয়া বাণ্ডোলৰ পাহাৰ দেখি স্তম্ভিত আৰক্ষী নোটত লিখা আছিল ৰিভাৰ্চ বেংক অফ ইণ্ডিয়া
Assamese
অৱশেষত প্ৰিয়ংকা গান্ধীকেই পতা হব নেকি কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ সাক্ষাতকলৈ বিভিন্ন মহলত চৰ্চা
Assamese
দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কেজৰিৱাল চৰকাৰৰ ১৫ দফীয়া আঁচনি ঘোষণা
Assamese
কংগ্ৰেছ সভাপতি পদৰ প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰিল অশোক গেহলট দ্বিগবিজয় সিং নতুনকৈ দৌৰত খাৰ্গে
Assamese
দুৰ্ঘটনাত আহত শিশুক দেখি চকুপানী ৰখাব নোৱাৰিলে মহিলা আইএএছ বিষয়াই ভাইৰেল ভিডিঅ
Assamese
বঁটাবাহন আদৰ সম্বৰ্ধনাই নষ্ট কৰিলে নেকি কেৰিয়াৰ দেশতে চতুৰ্থ হোৱাত চিন্তিত হিমাৰ অনুৰাগী
Assamese
বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা প্ৰথম টি২০ মেচত ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰত
Assamese
বাৰ্লিনৰ বক্সিং ৰিঙত ধুমুহা সৃষ্টিৰ বাবে সাজু অসমৰ লাভলিনা আৰু ভাগ্যৱতী
Assamese
ছেমি ফাইনেলত আত্মবিশ্বাসী নৰ্থইষ্ট য়ুনাইটেডৰ সন্মুখত যুঁজাৰু বেংগালৰু এফ চি
Assamese
ভাৰতৰ হৈ লাভ কৰা প্ৰথম সুযোগতে উজলিল মণিপুৰৰ বাঁওহতীয়া চুইং মাষ্টাৰ ৰেক্স সিং
Assamese
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনঃ কেৰালাৰ সাংসদ শশী থাৰুৰে দাখিল কৰিলে মনোনয়ন
Assamese
টিকট অবিহনে চাব পাৰিব গুৱাহাটীত হব লগীয়া আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেট শৃংখলা
Assamese
বেটিং ব্যৰ্থতা হাৰিয়ানাৰ বিপক্ষে ৭ উইকেটত পৰাস্ত অসম
Assamese
জম্মুকাশ্মীৰৰ বিৰুদ্ধে মণিপুৰৰ মায়াংক ৰাঘৱৰ দুৰ্দান্ত শতৰাণ
Assamese
আই এছ এলত আজি প্ৰতিশোধৰ লক্ষ্যৰে নৰ্থইষ্ট য়ুনাইটেডৰ মুখামুখি হব কেৰেলা ব্লাষ্টাৰ্ছ
Assamese
আজি টি আও আন্তঃৰাষ্ট্ৰীয় গল্ড কাপৰ খিতাপ যুঁজত মুখামুখি হব মেঘালয়মিজোৰাম
Assamese
অৰাজক দিল্লীৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত প্ৰৱেশ কৰি জামিয়াৰ ছাত্ৰলৈ গুলী
Assamese
কাবুলত আত্মঘাতী বোমা বিস্ফোৰণত কঁপি উঠিল শিক্ষা প্ৰতিষ্ঠান কমেও ২৩ জন নিহত আহত ২৭
Assamese
পুনৰ উপত্যকাত উত্তেজনা তুমুল সংঘৰ্ষত কঁপি উঠিল শ্বোপিয়ান
Assamese
যুদ্ধৰ পাৰ্শ্বক্ৰিয়া ক্ষতবিক্ষত হাতমুখ যুদ্ধবন্দী সেনাৰ ফটো দেখি শিঁয়ৰি উঠিছে বিশ্ব
Assamese
আজিৰ পৰা চি ই এম গল্ড কাপ অংশগ্ৰহণ কৰিব বহিঃৰাষ্ট্ৰৰ আগশাৰীৰ ফুটবল ক্লাব
Assamese
ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ্যত স্থাপন হব প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিদ্যালয়
Assamese
অ এন জি চিৰ শিৰত পাব্লিক চেক্টৰ ফুটবল টুৰ্ণামেন্টৰ খিতাপ
Assamese
বিশ্ব ক্ৰীড়াত আকৌ অসম সন্তানৰ চমক বিশ্ব ৰেংকিং আৰ্চাৰিত অসমৰ বিশাল চাংমাইৰ স্বৰ্ণ
Assamese
ভুৱা এনকাউণ্টাৰ গোচৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিতং শপতনামা দাখিলত পুনৰ ব্যৰ্থ অসম চৰকাৰ
Assamese
টি আও আন্তঃৰাষ্ট্ৰীয় গল্ড কাপ সঞ্জয়ৰ দুগলৰ সহায়ত ছেমিত প্ৰৱেশ ছিকিমৰ
Assamese
কমলা হেৰিছে ভ্ৰমণ সমাপ্ত কৰি গুচি যোৱাৰ পিছতেই ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ
Assamese
মঙলবাৰে পাব্লিক ছেক্টৰ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল এফ চি আইৰ বিৰুদ্ধে সমুখ সমৰত নামিব অ এন জি চি
Assamese
নিৰ্বাচনৰ বতৰত খেলপথাৰক ইজি মানি আহিলা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে
Assamese
বোকাখাতৰ বিশাল চাংমাইৰ সাফল্য বিশ্ব ৰেংকিং আৰ্চাৰীত আজুৰিলে ব্ৰঞ্জৰ পদক
Assamese
বংগৰ স্বপ্নভংগ অসমৰ বিক্ৰমত বিধ্বস্ত হল ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ
Assamese
অধিনায়ক অমিত সিনহাৰ বিস্ফোৰক বেটিঙেৰে অসমৰ চমকপ্ৰদক জয়
Assamese
অবিবাহিত মহিলাসকলেও কৰিব পাৰিব গৰ্ভপাত বৈবাহিক ধৰ্ষণো ধৰ্ষণ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য
Assamese
শুকুৰবাৰে ইউক্ৰেইনৰ দখলীকৃত চাৰিটা অঞ্চল ৰাছিয়াৰ সৈতে সংযুক্ত কৰিব পুটিনে
Assamese
ভুৱা পৰিচয়েৰে ২৪গৰাকী যুৱতীক বিয়া ২৮ বছৰীয়া যুৱকৰ কাণ্ডত চকু কপালত উঠিল আৰক্ষীৰ
Assamese
ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতিৰে ডাঙৰ চহৰলৈ প্ৰলোভিত কৰি আনি পতিতাবৃত্তিত ঠেলি দিয়া হয় উত্তৰপূবৰ যুৱতীক
Assamese
বঙাইগাঁৱত দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ অসমী শাৰদীয় মেলাৰ আয়োজন
Assamese
প্ৰথমবাৰৰ বাবে আই এছ এলৰ ছেমিত প্ৰৱেশ নৰ্থইষ্ট য়ুনাইটেড
Assamese
টি২০ ক্ৰিকেটত কেনিয়াক অতিক্ৰমি নাগালেণ্ডৰ বিশ্ব অভিলেখ
Assamese
অহা মাৰ্চত মুকলি হব বক্সিং সম্ৰাজ্ঞী মেৰীকমৰ জীৱন ভিত্তিক তথ্যচিত্ৰ
Assamese
নেহৰু ষ্টেডিয়ামত অল ইণ্ডিয়া পাব্লিক ছেক্টৰ ফুটবল টুৰ্ণামেণ্ট কাইলৈ ছেমি ফাইনেল
Assamese
ধুবুৰীত নাও ডুবি চক্ৰ বিষয়াসহ সাতজন সন্ধানহীন
Assamese
ৰিয়ান পৰাগৰ বেটিং দৃঢ়তাৰে দুৰ্বল মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়
Assamese
ভাৰতীয় ছিনিয়ৰ মহিলা দলত অন্তৰ্ভুক্ত ছিকিমৰ দুগৰাকী মহিলা ফুটবলাৰ
Assamese
গুৱাহাটীত অল ইণ্ডিয়া পাব্লিক চেক্টৰ ফুটবল টুৰ্নামেন্ট ২০১৯
Assamese
অসম ক্ৰিকেটত অমানিশা ক্ৰমে ছন্দপতনৰ দিশে অসমৰ ক্ৰিকেটাৰ
Assamese
মণিপুৰত আৰম্ভ নেশ্যনেল জুনিয়ৰ বয়জ হেণ্ডবল চেম্পিয়নশ্বিপ
Assamese
পুনে চিটিৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থইষ্ট য়ুনাইটেড এফ চিয়ে এতিয়াও সুৰক্ষিত হোৱা নাই প্লেঅফত স্থান
Assamese
বঙাইগাঁৱৰ ধনতোলাত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আটক তিনি জুৱাৰী
Assamese
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে কাশ্মীৰত দুখনকৈ যাত্ৰীবাহী বাছত বোমা বিস্ফোৰণ
Assamese
আজি বিশ্ব হৃদয় দিৱস ৮৩ শতাংশ হৃদৰোগৰ কাৰণ হৈছে বিশৃংখল জীৱনশৈলী
Assamese
উৎকোচৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ৰেলৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তাক ৪০ লাখ টকাৰ গহণাৰ লগতে নগদ ৬৩ লাখ টকা উদ্ধাৰ
Assamese
সুৰামত্ত অৱস্থাত পিতাপুত্ৰক আক্ৰমণঃ নিলম্বিত হল হোজাইৰ উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত
Assamese
বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ ১১ ১২ অক্টোৱৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি
Assamese
২৬ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হব কমতাপুৰ মহোৎসৱ
Assamese
চাপৰত পাঁচ দুধৰ্ষ ডকাইত আৰক্ষীৰ জালত পৰাত স্থানীয় লোকে এৰিছে স্বস্তিৰ নিশ্বাস
Assamese
দেশৰ নতুন চীফ অফ ডিফেন্স ষ্টাফ হব লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত অনিল চৌহান
Assamese
জম্মুকাশ্মীৰত সেনাই নিধন কৰিলে ৩ জৈছ সন্ত্ৰাসবাদীক
Assamese
ষ্ট্ৰেঞ্জা সোঁৱৰণি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিল অসমৰ লাভলিনা আৰু ফাইলু বসুমতাৰী
Assamese
বিশ্ব বিখ্যাত স্প্টছ ব্ৰেণ্ড পিউমা সৈতে চুক্তিবদ্ধ হল বক্সাৰ মেৰীকম
Assamese
নৰ্থইষ্ট য়ুনাইটেড ক্লাবত চুক্তিবদ্ধ কলম্বিয়ান চেণ্টাৰ বেক জেনেইলাৰ ৰিভাছ পেলাচিঅছ
Assamese
অন্তিম চাৰিত প্ৰৱেশৰ লক্ষ্যৰে আজি সৰুসজাইত পুনেৰ বিৰুদ্ধে যুঁজিব নৰ্থইষ্ট য়ুনাইটেড
Assamese
ছুপাৰনোভা ক্লাবৰ দখলত অনুপম দাস সোঁৱৰণি সদৌ অসম টি২০ ক্ৰিকেট টুৰ্নামেণ্টৰ খিতাপ
Assamese
ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত চেম্পিয়নৰ খিতাপ দখল ছাইনা নেহৱাল সৌৰভ বাৰ্মাৰ
Assamese
ষ্ট্ৰেঞ্জা সোঁৱৰণি বক্সিং টুৰ্নামেণ্টৰ ছেমিত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে অসমৰ লাভলিনাই
Assamese
বেডমিণ্টন খেলি থকা অৱস্থাতেই কৰুণ মৃত্যু কিশোৰৰ
Assamese
প্ৰতিশোধৰ লক্ষ্যৰে আজি গুৱাহাটীত ডিফেণ্ডিং চেম্পিয়ন ছাইনাৰ মুখামুখি হব পি ভি সিন্ধু
Assamese
অসমৰ তৰুণ চাঞ্চল্য অস্মিতাক হৰুৱাই ফাইনেলত অভিজ্ঞ পি ভি সিন্ধু
Assamese
বিয়াৰ পিছত প্ৰিয়ংকা গান্ধী গান্ধী পৰিয়ালৰ সদস্য হৈ থকা নাই গতিকে তেওঁক কংগ্ৰেছৰ সভাপতি পাতিব পাৰি অসমৰ কোন সাংসদে জনালে এই দাবী
Assamese
মুখ্যমন্ত্ৰী আৰু সদগুৰুৰ নাইট চাফাৰীকলৈ চাফাই দিয়াৰ চেষ্টা মন্ত্ৰী পিযুষ হাজৰিকাৰ উভতি ধৰিলে নেটিজেনে
Assamese
কেন্দ্ৰৰ পাঁচবছৰীয়া নিষেধাজ্ঞা মানি ললে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াই সংগঠন ভংগৰ কথা ঘোষণা
Assamese