text
stringlengths
1
2.59k
language
stringclasses
10 values
ৰাজস্থানৰ ৰাজনৈতিক সংকটঃ কি হব মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভৱিষ্যত কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰিবলৈ দিল্লী অভিমুখী গেহলট
Assamese
বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব অৰুণাচলৰ কাৰাটে খেলুৱৈ নবিন জমহে
Assamese
ৰাইজৰ দলৰ কাৰ্যালয়ত জাৰ্মানীৰ দুগৰাকী গৱেষক ছাত্ৰী কি জানিব বিচাৰি আহিল এইদৰে
Assamese
ৰাছিয়াৰ নাগৰিকত্ব পোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰিত অভিযুক্ত স্নোডেনে কি কলে
Assamese
অভিযুক্তক আটক কৰি আৰক্ষীক ফোন বিমানসেৱিকাৰ ধৰ্ষণকাৰী নেতাক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
পি ভি সিন্ধুৰ লগতে ছেমিত স্থান সুৰক্ষিত কৰিলে অসমৰ শ্বাটলাৰ অস্মিতা চলিহাই
Assamese
ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টনৰ আয়োজকে লজ্জিত কৰিলে অসমক ক্টৰ বিসংগতিত আধাতে খেল এৰিলে চাইনা নেহৱালে
Assamese
ইতিহাস সৃষ্টিৰ লক্ষ্যৰে আজি ছেমিফাইনেলত অসমৰ অস্মিতা চলিহা মুখামুখি হব অলিম্পিকত ৰূপজয়ী পি ভি সিন্ধুৰ
Assamese
ইতিহাস সৃষ্টি কৰি ভাৰতীয় দললৈ নিৰ্বাচিত মণিপুৰৰ বাওঁহতীয়া মিডিয়াম পেচাৰ ৰেক্স সিং
Assamese
গুৱাহাটীত ১৯ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হব ড০ টি আও উত্তৰপূব আন্তঃৰাষ্ট্ৰীয় গল্ড কাপ ফুটবল
Assamese
গুৱাহাটীত উপস্থিত হল ভাৰতীয় বেডমিণ্টনৰ দুই সম্ৰাজ্ঞী ছাইনা নেহৱাল আৰু পি ভি সিন্ধু
Assamese
মুম্বাইৰ বিৰুদ্ধে ২০ গলত জয়ী নৰ্থইষ্ট য়ুনাইটেড পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত
Assamese
প্লেঅফত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে আজি মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে যুঁজিব নৰ্থইষ্ট য়ুনাইটেড
Assamese
মেৰীকম বক্সিং একাডেমিলৈ নিৰ্বাচিত ছিকিমৰ প্ৰথমগৰাকী বক্সাৰ
Assamese
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ অভিযানগ্ৰেপ্তাৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ২৫ সদস্য
Assamese
অভিশপ্ত ৩০ অক্টোবৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
Assamese
সমীক্ষাভাৰতীয়সকলে আৰু বিচৰা নাই সন্তান কোনখন ৰাজ্যত আটাইতকৈ কম শিশু জন্মৰ হাৰ
Assamese
ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান সন্দৰ্ভত প্ৰতিক্ৰিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ
Assamese
গুৱাহাটীত আজিৰে পৰা ৭৪ সংখ্যক আন্তঃৰাজ্যিক মাণ্ডলিক ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতা
Assamese
পাকিস্তানত হেলিকপ্টাৰ দুৰ্ঘটনাত সেনাৰ দুজন মেজৰসহ নিহত ৬জন
Assamese
পুনৰ এনে দৃশ্য চাবলৈ ১০৭ বছৰৰ অপেক্ষা আজি আকাশত চকু ৰাখিলেই দেখা পাব উজ্জ্বল বৃহস্পতি
Assamese
কংগ্ৰেছ সভাপতিৰ নিৰ্বাচনৰ পৰা বাহিৰ গেহলট ৰাজস্থানত নতুন নাটক
Assamese
মাংস খোৱা পুৰুষৰ সৈতে যৌন সম্ভোগ নকৰিব মহিলাসকলক অনুৰোধ ৰ
Assamese
দিল্লী ডাইনামোজৰ বিৰুদ্ধে আজি গুৰুত্বপূৰ্ণ যুঁজত নামিব নৰ্থইষ্ট য়ুনাইটেড
Assamese
ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিবলৈ সাজু মণিপুৰৰ মহিলা ফুটবলাৰ ৰঞ্জনা চানু
Assamese
দিল্লী ডাইনামোজৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থইষ্ট য়ুনাইটেড এফ চিয়ে
Assamese
থাইলেণ্ডত সোণৰ পদক দখল মণিপুৰী ভাৰত্তোলক মীৰাবাঈ চানুৰ
Assamese
ডেমক্ৰেটিক আজাদ পাৰ্টি গুলাম নবী আজাদে ঘোষণা কৰিলে নিজৰ দলৰ নাম
Assamese
গুৱাহাটীত অনুষ্ঠিত হব ইণ্ডিয়ান অপেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্নামেণ্ট
Assamese
আন্ত:ৰাষ্ট্ৰীয় বক্সিঙত দেশক প্ৰতিনিধিত্ব কৰিব বক্সাৰ লাভলিনা বৰগোহাঁইয়ে
Assamese
বিখ্যাত ফ্বছ আলোচনীৰ ৩০অনূৰ্ধ্ব৩০ ভাৰতীয়ৰ তালিকাত স্থান লাভ দৌৰৰাণী হিমা দাসৰ
Assamese
ছাবজুনিয় ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ অসমৰ কিশোৰীৰ
Assamese
সৰুসজাইত চেন্নাইৰ বিৰুদ্ধে নৰ্থইষ্ট ইউনাইটেডৰ বিজয় সাৱ্যস্ত
Assamese
ডিব্ৰুগড় মনোহৰী দেবী কানৈ মহিলা মহাবিদ্যালয়ত জাতিৰ উত্তৰণত অসমীয়া নাৰীৰ ভূমিকা শীৰ্ষক এক বক্তৃতানুষ্ঠান সম্পন্ন
Assamese
অকল টকাৰেই নহয় ডলাৰৰ বিপৰীতে ব্ৰিটিছ পাউণ্ডৰো ৰেকৰ্ড পতন
Assamese
ভয়ংকৰ ঘটনা ৰাছিয়াৰ বিদ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত শিক্ষক ছাত্ৰসহ ১৩ জন নিহত
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়ম উলংঘা কৰি মুখ্যমন্ত্ৰীৰ সৈতে আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱৰ নৈশ চাফাৰী তীব্ৰ প্ৰতিক্ৰিয়া এজাহাৰ দাখিল
Assamese
অসম ক্ৰিকেট সন্থাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে লাঞ্চিত হল ৰাজ্যৰ মহিলা ক্ৰিকেট দল
Assamese
সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে মুখ্য মন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী
Assamese
টেণ্ডুলকাৰে মুকলি কৰিলে দীপা কৰ্মকাৰৰ আত্মজীৱনী
Assamese
স্প্টছ ৱমেন অৱ দ ইয়াৰ হব পাৰে অসমৰ হিমা
Assamese
গোৱালপাৰাত উৎখাত ভুৱা প্ৰমাণপত্ৰ যোগান ধৰা চক্ৰদুগৰাকীক গ্ৰেপ্তাৰ
Assamese
টীয়কত সোপাধৰাৰ আতংকঃ পুৱাই ফেৰীৱালাক ধৰি হাৰাশাস্তি কোনোমতে প্ৰাণৰক্ষা কৰি থানাত উপস্থিত ৯ জনকৈ ক্ষুদ্ৰ ব্যৱসায়ী
Assamese
কোন হব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নতুন মুখৰ পক্ষত অশোক গেহলট
Assamese
চণ্ডীগড়ৰ বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ মাদুৰাইত ছাত্ৰীৰ স্নান আৰু কাপোৰ সলোৱাৰ ভিডিঅ যুৱকলৈ প্ৰেৰণ
Assamese
কলম কম্পিউটাৰ মাউচ এৰি ২৫ জানুৱাৰিৰ পৰা খেলপথাৰত নামিব সাংবাদিক
Assamese
কেন্দ্ৰীয় বিদ্যালয় ৰঙিয়াক পৰাস্ত কৰি কাবাদীৰ খিতাপ অৰ্জন শংকৰদেৱ শিশু নিকেতন কৰৰাৰ
Assamese
খেলো ইণ্ডিয়া য়ুথ গেইমছত ব্ৰঞ্জৰ পদক অৰ্জন অসমৰ ৰাজিকা বড়োৰ
Assamese
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ লিক কাণ্ডঅৰুণাচলৰ পৰা গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ জোৱান
Assamese
ৰাষ্ট্ৰীয় বন খেল সমাৰোহত ৰূপৰ পদক লাভ কৰা অৰ্জুন ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্ধনা
Assamese
আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক আজুৰিলে ডিব্ৰুগড়ৰ তনভীয়ে
Assamese
বিশ্ব বক্সি ৰেংকিঙৰ শীৰ্ষত অধিষ্ঠিত হল ইতিহাস সৃষ্টিকাৰী বক্সাৰ মেৰী কম
Assamese
টকিঅ অলিম্পিকলৈ যোগ্যতা আহৰণেই এতিয়া মোৰ একমাত্ৰ লক্ষ্য অলিম্পিয়ান দীপা কৰ্মকাৰ
Assamese
কাইলৈ বিশ্ব হাঁওফাঁও দিৱসধূমপানপ্ৰদূষণমুক্ত এখন পৃথিৱীৰ সপোন.
Assamese
অভিলেখ সৃষ্টিকাৰী বক্সাৰ মেৰী কম মুম্বাই মাৰাথনৰ ইভেণ্ট এম্বেছাডৰ হিচাপে নিযুক্ত
Assamese
নিৰ্বাচনী সংস্কাৰৰ স্বাৰ্থতেএক ৰাষ্ট্ৰ এক ভোটাৰ তালিকা পোষকতা কৰিলে বিজেপি নেতা মুখতাৰ আব্বাছ নকভিয়ে
Assamese
অৰুণাচলত বিধ্বংসী বানে উটুৱাই নিলে বিলাসী বাহনচাওক ভাইৰেল ভিডিঅ
Assamese
পুনেত পিএফআইৰ প্ৰতিবাদৰ সময়তে শুনা গল পাকিস্তান জিন্দাবাদ ধ্বনি কেইবাজনক গ্ৰেপ্তাৰ
Assamese
পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ লাভ বঢ়মপুৰৰ বিদ্যুতৰ
Assamese
মাত্ৰ ৫ চেকেণ্ডতে অসমৰ খেলুৱৈৰ হাতত ধৰাশায়ী বাংলাদেশৰ ব্লেক বেল্টধাৰী
Assamese
গ্ৰাম্য দু:সাহসিক ক্ৰীড়া ডাকৰঘাটত পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা
Assamese
অসম ৰাইফলছমিজোৰাম আৰক্ষীৰ যুটীয়া অভিযানম্যানমাৰ সীমান্তত উদ্ধাৰ ১৬৭ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ
Assamese
কৃষ্ণাইত অহা ৪ জানুৱাৰিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব গ্ৰাম্য ক্ৰীড়া সমাৰোহ
Assamese
ভূটানত এদিন থাকিলেই ভাৰতীয় লোকে দিব লাগিব ১২০০ টকাকৈ বিদেশী পৰ্যটকৰ বাবে ২০০ আমেৰিকান ডলাৰ
Assamese
শিশু পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে দেশৰ ২০ খন ৰাজ্যৰ ৫৬ টা স্থানত চিবিআইৰ অভিযান বহু আপত্তিজনক সামগ্ৰী জব্দ
Assamese
জ্বলিছে ইৰানঃ হিজাব বিৰোধী প্ৰতিবাদত ভাগ লোৱা ৫০ গৰাকীৰো অধিক প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে
Assamese
সোণাপুৰত আৰ্চাৰৰূপে ধনুত টংকাৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৰ
Assamese
মোৰ মৃত্যুৰ প্ৰমাণপত্ৰ হেৰাইছে বাতৰি কাকতৰ অদ্ভুত বিজ্ঞাপনকলৈ তোলপাৰ ছচিয়েল মিডিয়া
Assamese
আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অসমৰ নীহাৰ পাঠকৰ
Assamese
৩০৯০ বছৰীয়া পুৰুষমহিলাই অংশ গ্ৰহণ কৰিলে ৮০০১০০ মিটাৰ দৌৰত
Assamese
বলিঙৰ ৰম্যভূমিলৈ পৰিণত বৰ্ষাপাৰা প্ৰথম দিনাই পতন ঘটিল ২০টা উইকেটৰ
Assamese
টেপেছিয়াত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰাষ্ট্ৰীয় জনজাতি ক্ৰীড়া সমাৰোহ
Assamese
ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষণ শিৱিৰলৈ আমন্ত্ৰণ ছিকিমৰ দুগৰাকী মহিলা ফুটবলাৰক
Assamese
২৯ ডিচেম্বৰৰ পৰা তিনিচুকীয়াত আন্তঃজিলা মহিলা হকী প্ৰতিযোগিতা
Assamese
হিৰ আই লীগ মোহন বাগানৰ হাতত ২০ গলৰ ব্যৱধানত পৰাস্ত চিলং লাজং
Assamese
গ্ৰেটাৰ গুৱাহাটী বেবী লীগ দ্বিতীয় দিনত সম্পন্ন হল ১৭খনকৈ গুৰুত্বপূৰ্ণ খেল
Assamese
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বন্ধ কৰিব পাৰিব ৰাছিয়াইউক্ৰেইনৰ যুদ্ধৰাষ্ট্ৰসংঘৰ মজিয়াত কোনে কলে এই কথা
Assamese
হিজাবক লৈ প্ৰতিবাদত উত্তাল ইৰাণ আৰক্ষীৰ গুলীত নিহত কমেও ৫০ জন
Assamese
কানাডাত বৃদ্ধি পাইছে বিদ্বেষ সাম্প্ৰদায়িক হিংসা ভাৰতীয়সকলক সাৱধান হবলৈ পৰামৰ্শ কেন্দ্ৰৰ
Assamese
যৌনতাৰ প্ৰস্তাৱত সন্মত নোহোৱাৰ বাবে যুৱতীক হত্যা গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ
Assamese
বৰপেটা এক্সপ্ৰেছ কৃষ্ণ দাসৰ আক্ৰমণত তচনচ অসমৰ বেটিং লাইন আপ
Assamese
ৰাষ্ট্ৰীয় ভাৰোত্তলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰুণাচলৰ ৰেশনিৰ
Assamese
আৰক্ষীৰ জিম্মাত মাহচা আমিনীৰ মৃত্যুৰ প্ৰতিবাদত জ্বলিছে ইৰান
Assamese
মই পুৰুষ ইডি চিবিআইয়ে মোক স্পৰ্শ কৰিব নোৱাৰে টিএমচিৰ বিধায়ক ইদ্ৰিছ আলীৰ মন্তব্য
Assamese
মাজুলীত খঞ্জনপ্ৰতীম তালুকদাৰলৈ মিঅসম২০১৮ খিতাপ
Assamese
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ সোণাপুৰত স্থাপন হব আধুনিক ক্ৰীড়া প্ৰকল্প
Assamese
এছিয়ান জুনিয়ৰ চাইক্লিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ চয়নিকা গগৈ
Assamese
আবু ধাবিত এছিয়া কাপ ফুটবলত ভাৰতীয় দলৰ হৈ খেলিবলৈ সাজু অসমৰ হলিচৰণ বিনীত
Assamese
৫৭টা শিশু ফুটবল দলৰ মহাৰণ আৰম্ভ হল গ্ৰেটাৰ গুৱাহাটী বেবী লীগ
Assamese
বিশ্বত প্ৰতি ২ ছেকেণ্ডত এজনকৈ লোকৰ প্ৰাণ হৰি নিছে অসংক্ৰামক ৰোগে বিশ্ব স্বাস্থ্য সংস্থা
Assamese
আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ ইমামক সাক্ষাতকলৈ ব্যাপক চৰ্চা
Assamese
চীনৰ ৰুদ্ধ পৰিবেশত নহয় ভাৰতৰ মুক্ত গণতন্ত্ৰৰ পৰিবেশত মৃত্যুক সাৱটিব বিচাৰে দালাই লামাই
Assamese
কেপ্তেইন জিণ্টু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত মঙলবাৰৰ খেলত বিজয় নাজিৰা কলেজএন এল বি চিটি কলেজৰ
Assamese
অসমৰ কিশোৰ ৰিয়ান পৰাগ আই পি এলত কিনিলে ৰাজস্থান ৰয়েলছে
Assamese
গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ বৰ্ষাপাৰাত প্ৰথমবাৰৰ বাবে এদিনীয়া আৰু টি২০ৰ সম্পূৰ্ণ শৃংখলা
Assamese
অপ্ৰতিৰোধ্য পুটিন আজিৰে পৰা ৰাছিয়া অধিকৃত ইউক্ৰেইনৰ চাৰিটা অঞ্চলত আৰম্ভ গণভোট
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত কমাৰগাওঁ মহাবিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস উদযাপন
Assamese
ইটোৰ পিছত সিটো সফলতা অস্মিতা এইবাৰ জিনিলে ছিনিয়ৰ ৰেংকিং বেডমিণ্টনৰ খিতাপ
Assamese
শিক্ষানুষ্ঠানসমূহত মুছলমান ছাত্ৰীৰ হিজাব পিন্ধাৰ অধিকাৰ উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়
Assamese
দুধনৈত ৰেলপথৰ দাঁতিৰ পৰা উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ
Assamese