text
stringlengths
1
2.59k
language
stringclasses
10 values
ৰূপালী জয়ন্তী উপলক্ষে গুৱাহাটী আই আই টিত সৰ্বভাৰতীয় আই আই টি ক্ৰীড়া মহোৎসৱ
Assamese
১৬ ডিচেম্বৰত গুৱাহাটীত এছ বি আই ৰান ফৰ গ্ৰীনাৰ ফিউচাৰ মাৰাথন দৌৰ
Assamese
টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিত স্থান লাভ শ্বুটাৰ হৃদয় হাজৰিকাৰ
Assamese
গুৱাহাটীত আজি প্লে অফৰ লক্ষ্যৰে এ টি কেৰ বিৰুদ্ধে অৱতীৰ্ণ হব নৰ্থইষ্ট য়ুনাইটেড
Assamese
গোৱাৰ হাতত বিধ্বস্ত হল নৰ্থইষ্ট য়ুনাইটেড তালিকাৰ চতুৰ্থ স্থানলৈ
Assamese
গান্ধী নেহৰু অটল বিহাৰী দীনদয়ালৰ নামত নহয় বক্সাৰ মেৰিকমৰ নামত পথৰ নাম ৰাখিলে মণিপুৰ চৰকাৰে
Assamese
সৰ্বোপৰি দেশ ৰাছিয়াৰ সাংসদসকলেও যোগ দিব লাগিব ইউক্ৰেইনৰ যুদ্ধত
Assamese
ৰাছিয়াত জাৰি হব পাৰে জৰুৰীকালীন অৱস্থা ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষক দেশ এৰি যোৱাত বাধা
Assamese
দুৰ্গাপূজাৰ বাবে ২৯ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ চৰকাৰী বিষয়াকৰ্মচাৰীয়ে পাব চলিত মাহৰ দৰমহা
Assamese
৭০ বছৰৰ পিছত পুনৰ পৃথিৱীৰ কাষ চাপিব বৃহস্পতি গ্ৰহ বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হব বিশ্ববাসী
Assamese
কলকাতাৰ বিৰুদ্ধে ড্ৰ খেলিলেও দ্বিতীয় স্থানলৈ নৰ্থইষ্ট য়ুনাইটেড
Assamese
চলিত মাহৰ শেষৰফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচন
Assamese
ৰঞ্জি ট্রফী ৰাজস্থানৰ বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১০৮ ৰানতে প্ৰথম ইনিংছ সামৰিলে অসমে
Assamese
তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলত নৰ্থইষ্ট য়ুনাইটেড আৰু শীৰ্ষস্থানৰ বাংগালুৰু এফ চিৰ ড্ৰ দ্বিতীয় স্থান অক্ষত নৰ্থইষ্টৰ
Assamese
দিল্লীৰ মুখ্য ইমাম ইলিয়াছীক সাক্ষাৎ আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ
Assamese
আমেৰিকাৰ দাবী নস্যাৎ ৰাছিয়াক অস্ত্ৰ দিয়াৰ কথা অস্বীকাৰ উত্তৰ কোৰিয়াৰ
Assamese
দক্ষিণ আফ্ৰিকাত উজলি উঠা অসমৰ কাৰাটে খেলুৱৈক বৰঝাৰত উষ্ম আদৰণি
Assamese
গুৱাহাটীৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতাই জিনিলে টাটা অপেন টুৰ্ণামেণ্টৰ খিতাপ
Assamese
কাউণ্টডাউন আৰম্ভ কাইলৈ একেটা দিনতে ভোট আৰু খেল
Assamese
দক্ষিণ আফ্ৰিকাত উজলিল অসমৰ নিচাদ আলী নৱম কমনৱেলথ কাৰাটেত নিচাদৰ স্বৰ্ণপদক জয়
Assamese
প্ৰমাণ নাইঃ টিআৰপি গোচৰত ৰিপাব্লিক টিভিক দোষমুক্ত কৰিলে ইডিয়ে
Assamese
বিচিত্ৰ ভাৰতৰ বিচিত্ৰ মন্দিৰঃ দেশৰ এই কেইটা মন্দিৰত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ
Assamese
আজি বিশ্ব গঁড় দিৱস বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন জানো আহক বিশ্ব গঁড় দিৱসৰ তাৎপৰ্যৰ বিষয়ে
Assamese
সাম্প্ৰদায়িক সম্প্ৰীতিৰ চানেকিঃ তিৰুপতি মন্দিৰলৈ ১ কোটি টকা দান কৰিলে মুছলমান দম্পতীয়ে
Assamese
জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ড্ৰৰে দ্বিতীয় স্থানলৈ নৰ্থইষ্ট য়ুনাইটেড
Assamese
আই এছ এল আজি জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নামিব নৰ্থইষ্ট য়ুনাইটেড
Assamese
কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণপদক আঁজুৰিলে অসমৰ পঞ্চীমিতাই
Assamese
অসম পালেহি গোলাপ ৰাভা বিমানবন্দৰত উষ্ম আদৰণি গুণমুগ্ধৰ
Assamese
কোচ ৰাজবংশী সাহিত্য পৰিষদ গঠন
Assamese
প্ৰথমবাৰৰ বাবে গোৱালপাৰাত ৰঞ্জি মেচ দৰ্শকৰ পাৰ ভঙা উছাহ
Assamese
ঝাৰখণ্ডত সকলো ব্যক্তিগত খণ্ডৰ কোম্পানীত নিযুক্তি দিব লাগিব ৭৫ শতাংশ স্থানীয় লোকক
Assamese
উত্তৰ প্ৰদেশত সকলো পঞ্জীয়নভুক্ত ৱাকফ সম্পত্তিৰ তদন্তৰ নিৰ্দেশ যোগী আদিত্যনাথ চৰকাৰৰ
Assamese
পুৱতি নিশাৰে পৰা দেশৰ ১৩ খন ৰাজ্যত পিএফআইৰ বিৰুদ্ধে নিয়াৰ তালাচীত ১০৫ জন গ্ৰেপ্তাৰ অসমতো ৫ জনক গ্ৰেপ্তাৰ
Assamese
অৰূপৰ বিধ্বংসী বলিঙৰ আগত তিষ্ঠিব নোৱাৰি এক ইনিংছ আৰু ৩৫ ৰানত পৰাস্ত হাৰিয়ানা
Assamese
বন্ধ নহয় যুদ্ধঃ পুনৰ ইউক্ৰেইনলৈ ৩০০০০০ ৰাছিয়াৰ সেনা প্ৰেৰণ কৰিলে পুটিনে
Assamese
পিএমকেয়াৰ্ছ ফাণ্ডঃ উদ্যোগপতি ৰতন টাটা ন্যাসৰক্ষী হিচাপে মনোনীত
Assamese
অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ খেলুৱৈক প্ৰতাৰণাৰ অভিযোগ
Assamese
ক্ষান্ত নহয় মেৰী কম লক্ষ্য এইবাৰ টকিঅ অলিম্পিকত স্বৰ্ণ জয়
Assamese
ৰঞ্জি ট্ৰফী আজিৰ পৰা বৰ্ষাপাৰাত অসমহাৰিয়ানাৰ মেচ
Assamese
পুনেক হৰুৱাই নৰ্থইষ্ট য়ুনাইটেড দ্বিতীয় স্থানলৈ অধিনায়ক বাৰ্থলমিউ অগবেছেৰ দুভৰিৰ যাদু অব্যাহত
Assamese
বৰষাৰাণী বিষয়া মাক হল নেকি ছচিয়েল মিডিয়াত ভাইৰেল এখন ফটোকলৈ বিশেষ চৰ্চা
Assamese
মণিপুৰ চৰকাৰে ইতিহাস সৃষ্টিকাৰী বক্সাৰ মেৰী কমক প্ৰদান কৰিব ৰাজ্যৰ সৰ্বোচ্চ সন্মান
Assamese
আই এছ এল আজি এফ চি পুনে চিটীৰ বিৰুদ্ধে নামিব নৰ্থইষ্ট য়ুনাইটেড
Assamese
১৬ বছৰ অনূৰ্ধ্বৰ মাৰাথান দৌৰত প্ৰথম স্থান অধিকাৰ কোকিলাৰ ছানিয়া মিৰ্জাৰ
Assamese
বিজেপিয়ে চৰকাৰী শিক্ষাখণ্ড ধ্বংস কৰাৰ অভিযোগ তুলি ৯টা বিৰোধী দল সংগঠনৰ সংবাদমেল
Assamese
এইবাৰ থাইলেণ্ডত উজলিল গোলাপ ৰাভা আজুৰিলে মিষ্টাৰ য়ুনিভাৰ্ছ আৰু মিষ্টাৰ এছিয়াৰ সন্মান
Assamese
ৰাহুল নহয় শশী থাৰুৰেহে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা
Assamese
ৰঙালাওৰ গুটিৰ ঔষধি গুণৰ কথা জানো আহক
Assamese
৬৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল কাৰাটেৰ অসম দলত বৰপেটাৰ ৫ খেলুৱৈ
Assamese
গুৱাহাটীত গণতন্ত্ৰৰ সংকটবৈশ্বিক প্ৰেক্ষাপটত ভাৰত শীৰ্ষক বক্তৃতা দিব প্ৰসিদ্ধ শিক্ষাবিদ ডঃ প্ৰতাপ ভানু মেহতাই
Assamese
ইতিহাস সৃষ্টিৰে ষষ্ঠ বাৰৰ বাবে বিশ্ব চেম্পিয়ন অপ্ৰতিৰোধ্য মেৰী কম
Assamese
নিশা ডিভাইডাৰত শুই থকা শ্ৰমিকক মহতিয়ালে ট্ৰাকে ৪ জন নিহত
Assamese
বিশ্ব মহিলা বক্সিঙৰ ফাইনেলত মেৰীকম ব্ৰঞ্জৰ পদকতে সন্তুষ্ট লাভলিনা
Assamese
অন্তিম ৩ মিনিটত চমৎকাৰী দুগল কেৰালা ব্লাষ্টাৰ্ছক ২১অত হৰুৱাই তৃতীয় স্থানলৈ নৰ্থইষ্ট য়ুনাইটেড
Assamese
ডিব্ৰুগড়ত আজিৰ পৰা আৰম্ভ হব আমন্ত্ৰণমূলক সৰ্বভাৰতীয় ফুটবল টুৰ্ণামেণ্ট
Assamese
আজি সৰুসজাইত নৰ্থইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে কেৰালা ব্লাষ্টাৰ্ছ পুনৰ জয়ৰ ধাৰালৈ ওভতাৰ লক্ষ্য ঘৰুৱা দলৰ
Assamese
গুজৰাটত হাৰাশাস্তিৰ সন্মুখীন কেজৰিৱাল বদোদৰা বিমানবন্দৰত বিজেপি কৰ্মীৰ গালিগালাজ
Assamese
পুনৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ বাবে সাজু দীপা কৰ্মকাৰ লক্ষ্য টকিঅ অলিম্পিকৰ যোগ্যতা
Assamese
মোডী মন্ত্ৰীসভাৰ সদস্য নাৰায়ণ ৰাণেৰ ঘৰৰ অবৈধ অংশ দুসপ্তাহৰ ভিতৰত ভঙাৰ নিৰ্দেশ বোম্বাই উচ্চ ন্যায়ালয়ৰ
Assamese
বিজেপিৰ বিশাল দলীয় সভাত ভাগ লবলৈ ৮ অক্টোবৰত গুৱাহাটীলৈ আহিব জে পি নাড্ডা আৰু অমিত শ্বাহ
Assamese
কাৰাগাৰত সংগীৰ সৈতে সময় কটাবলৈ কাৰাবন্দীৰ বাবে কেবিনচৰ্ত সাপেক্ষে ভাৰতত আৰম্ভ নতুন নিয়ম
Assamese
বেটছমেনৰ ব্যৰ্থতাৰ বাবেই বেয়াকৈ মুখ থেকেচা খালে অসমে ৯ উইকেটত জয়ী উৰিষ্যা
Assamese
মুৱেই থাইে কেৰিয়াৰ আৰম্ভ কৰা লাভলিনাক বক্সিঙলৈ কোনে আনিছিল
Assamese
তিষ্ঠিবই নোৱাৰিলে অসমে উৰিষ্যাৰ বিপক্ষে মাত্ৰ ১২১ ৰানতে স্তব্ধ প্ৰথম ইনিংছ
Assamese
বিশ্ব মহিলা বক্সিং ছেমিত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে অসমৰ লাভলিনাই
Assamese
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হাতত ধৰাশায়ী আফ্ৰিকাৰ ফুটবল দল ৬২ত পৰাস্ত
Assamese
অৱশেষত নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ অনা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন
Assamese
ইউক্ৰেইন যুদ্ধৰ মাজতে আৰু দুই প্ৰাক্তন ছোভিয়েট ভূখণ্ডত চলিছে সংঘৰ্ষ নিহত কমেও ১০০ জন
Assamese
ৰিঙত ননমাকৈয়ে মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰিকোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনাৰ
Assamese
দুবছৰৰ অন্তত ৰঞ্জি ট্ৰফীত জয়ৰ মুখ দেখিলে অসমে ২১১ ৰানত পৰাস্ত ত্ৰিপুৰা
Assamese
প্ৰাক্তন ফুটবলাৰ বাইচুং ভূটীয়াই আজি উদ্বোধন কৰিব আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ ফুটবল প্ৰতিযোগিতা
Assamese
জনজাতিকৰণৰঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দল সংগঠনক লৈ ঐক্য মঞ্চ গঠনেৰে আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত আক্ৰাছুৰ
Assamese
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভাইৰেল ভিডিঅ কাণ্ডৰ তদন্ত কৰিব তিনিজনীয়া মহিলা বিষয়াৰ গোটে
Assamese
বিশ্ব মহিলা বক্সিং অসমৰ দুই কন্যা লাভলিনা আৰু ভাগ্যৱতীৰ কোৱাৰ্টাৰত প্ৰৱেশ
Assamese
সুৰ সলালে মমতা বেনাৰ্জীয়ে বংগত মোদীৰ নিৰ্দেশত চলা নাই ইডি চিবিআইৰ তালাচী
Assamese
সাগৰ পৃষ্ঠৰ পৰা ১৯০০০ ফুট উচ্চতাত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিলে ভাৰতীয় সেনাই
Assamese
দৌৰ ৰাণী হিমা দাস য়ুনিচেফ ইণ্ডিয়াৰ যুৱ এম্বেছেডৰ হিচাপে নিযুক্ত
Assamese
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতালৈ নিৰ্বাচিত বঙাইগাঁৱৰ আদিমুল হক চৰকাৰ দলসংগঠনলৈ সহায়ৰ আহ্বান
Assamese
ইম্ফলত আৰম্ভ ফেন্সিঙৰ ৬৪ সংখ্যক নেশ্যনেল স্কুল গেইমছ
Assamese
আৰক্ষীৰ জিম্মাত যুৱতীৰ মৃত্যু চুলি কাটি হিজাব জ্বলাই দি প্ৰতিবাদ ইৰাণী মহিলাৰ
Assamese
পঞ্জাৱৰ মহালিত হবলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিঙৰ বাবে অসমৰ পুৰুষমহিলা দল ঘোষণা
Assamese
মহানগৰীৰ হেঙেৰাবাৰীৰ পৰা সন্ধানহীন জগদীশ হাজং নামৰ লোকজন সন্ধান বিচাৰিছে পৰিয়ালে
Assamese
কমনৱেল্থত বিফল হোৱা লাভলিনাৰ এতিয়া লক্ষ্য বিশ্ব চেম্পিয়নশ্বিপ পদকৰ বাবে দিনেনিশাই চলাইছে অনুশীলন
Assamese
প্ৰথমবাৰৰ বাবে গোৱালপাৰাত অনুষ্ঠিত হব ৰঞ্জি ট্ৰফী ক্ৰিকেট মেচ
Assamese
মহিলাৰ পেটৰ পৰা এটা এটাকৈ উলিয়াই অনা হল ৫৫ টা বেটাৰী চকু কপালত উঠিল চিকিৎসকৰ
Assamese
অকলেই ৪ গল দিলে বালা দেৱীয়ে কমলা দেৱীয়ে দিলে ২ গল অলিম্পিক যোগ্যতাৰ খেলত ভাৰত ৭১ত জয়ী
Assamese
বঙাইগাঁও জিলাত ৫৫২ টা কেন্দ্ৰত পলিঅ প্ৰতিষেধক প্ৰদানঃ ১ লাখ ৯ হেজাৰ সাতশ শিশুক পলিঅ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য
Assamese
ছিকিয়ৰিটি গাৰ্ড হবলৈ গৈ কেৰালাত জিলিকিছে অসমৰ যুৱক মাজনিশা চলাই খেলৰ অনুশীলন
Assamese
বঙাইগাঁৱত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ ধৰ্মঘট
Assamese
বোকাখাতত গৰু ভৰ্তি ট্ৰাক জব্দ ট্ৰাকৰ ভিতৰত ৪০ টা মৃত গৰু উদ্ধাৰ চালকক আটক
Assamese
অসমৰ জুনিয়ৰ ফুটবল দললৈ নিৰ্বাচিত ভেৰগাঁৱৰ তিনিজন ফুটবলাৰ
Assamese
২৯ ডিচেম্বৰৰ পৰা কাৰাটে ৱৰ্ল্ড কাপ অংশগ্রহণৰ বাবে সাজু কলিয়াবৰৰ ১৭ গৰাকী খেলুৱৈ
Assamese
স্নানৰ ভিডিঅ ভাইৰেল৬ দিনলৈ বন্ধ থাকিব চণ্ডীগড় বিশ্ববিদ্যালয় তিনি জনক গ্ৰেপ্তাৰ
Assamese
মোডী ডাঙৰীয়া আপুনি কেৱল নিজৰ কথা ভাবে প্ৰধানমন্ত্ৰীক জগৰীয়া কৰি চিঠি লিখি আত্মহত্যা কৃষকৰ
Assamese
মুম্বাই চিটিৰ হাতত ন্যূনতম ব্যৱধানত পৰাজিত নৰ্থইষ্ট য়ুনাইটেড তালিকাৰ পঞ্চম স্থানলৈ
Assamese
বৰদলৈ ট্ৰফীত অইল ইণ্ডিয়াক হৰুৱাই ষষ্ঠবাৰলৈ চেম্পিয়ন কলকাতাৰ মহমেদান স্প্টিং
Assamese
১৪ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপলৈ অসমৰ উভয় দল ঘোষণা
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় পূব মণ্ডল মহিলা বাস্কেটবল প্ৰতিযোগিতা
Assamese
জাপানত শক্তিশালী টাইফুন নানমাডোলৰ আতংক হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত
Assamese
ৰাষ্ট্ৰীয় আৰ্চাৰীত বোকাখাতৰ কিশোৰ বিশাল চাংমাইৰ কৃৰ্তিত্ব
Assamese