text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
কলকাতাৰ মহমেদান আৰু দুলীয়াজানৰ অইলৰ মাজত হব বৰদলৈ ট্ৰফীৰ ফাইনেল | Assamese |
যোৰহাটত অনুষ্ঠিত হব ৰঞ্জি ট্ৰফীচি কে নাইডুৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ | Assamese |
টাইৱানত ৭.২ প্ৰাবল্যৰ ভূমিকম্প বাটপথ বিধ্বস্ত বাগৰি পৰিল ৰেল চুনামিৰ সতৰ্কবাণী | Assamese |
৮ নৱেম্বৰত কাৰ্বি আংলঙৰ নৱ নিৰ্মিত ষ্টেডিয়ামত কাৰ্বি আংলং মৰ্নিং ষ্টাৰ আৰু বাংলাদেশৰ আছাডুজামানৰ মাজত প্ৰীতি ফুটবল | Assamese |
আজি ৰাণী এলিজাবেথ দ্বিতীয়ক শেষ বিদায় জনাব বিশ্বই ৱেষ্টমিনষ্টাৰ হলত ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ | Assamese |
কংগ্ৰেছ কৰ্মীসকলে নিজেই নাজানে তেওঁলোকৰ দলৰ সভাপতি কোনহিমাচলত কংগ্ৰেছক কটাক্ষ স্মৃতি ইৰাণীৰ | Assamese |
আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হব বৰদলৈ ট্ৰফীৰ দুয়োখন ছেমিফাইনেল | Assamese |
ছাত্ৰীৰ স্নানৰ ভিডিঅ ভাইৰেলঃ তদন্তৰ নিৰ্দেশ দিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে | Assamese |
জৰ্ডানৰ বিৰুদ্ধে আন্তৰ্জাতিক খেল ভাৰতীয় ফুটবল দলত অসমৰ হলিচৰণ নার্জাৰী বিনীত ৰায় | Assamese |
স্পেইনত হবলগা আন্তঃৰাষ্ট্ৰীয় ডবা প্ৰতিযোগিতাত ভাৰতৰ হৈ খেলিব গুৱাহাটীৰ মৃণ্ময়ে | Assamese |
মঙলবাৰে সামৰণি পৰিল ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ প্ৰতিযোগিতাৰ দুটা স্বৰ্ণসহ চাৰিটা পদক আয়োজক অসমৰ | Assamese |
ঝাৰখণ্ডৰ বিৰুদ্ধে অসমে আজিৰ পৰা আৰম্ভ কৰিলে ৰঞ্জি ট্ৰফীৰ অভিযান | Assamese |
পৰৱৰ্তী সভাপতি কোন হব কংগ্ৰেছৰ অভ্যন্তৰত চলিছে ব্যাপক চৰ্চা | Assamese |
শৌচাগাৰত ৰন্ধা খাদ্য খুৱালে দুই শতাধিক খেলুৱৈক ব্যাপক প্ৰতিক্ৰিয়া | Assamese |
আই এছ এল অধিনায়ক বাৰ্থলমেউ অগবেছেয়ে দুৰন্ত গতি দিছে নৰ্থইষ্ট য়ুনাইটেডক | Assamese |
ৰাহুল গান্ধীক দলৰ ৰাষ্ট্ৰীয় সভাপতি পতাৰ সপক্ষে ছত্তীশগড় কংগ্ৰেছৰ প্ৰস্তাৱ গ্ৰহণ | Assamese |
আই এছ এলত পুনৰ তালিকাৰ শীৰ্ষলৈ নৰ্থইষ্ট য়ুনাইটেড ২০ ত হৰুৱালে দিল্লী ডাইনামোজক | Assamese |
শীৰ্ষস্থান পুনৰুদ্ধাৰৰ লক্ষ্যৰে আজি দিল্লীৰ বিৰুদ্ধে নামিব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
গভৰ্নৰ্ছ গল্ড কাপ ফুটবল এটিকে কলকাতাৰ হাতত ৫১ৰ ব্যৱধানত ধৰাশায়ী হল জৰ্জ টেলিগ্ৰাফ | Assamese |
জনমত সমীক্ষাপুটিনৰ ওপৰত ৰাছিয়াৰ জনসাধাৰণৰ আস্থা ৮১.৫ শতাংশলৈ বৃদ্ধি | Assamese |
নৰ্থইষ্ট অলিম্পিক গেইমছৰ স্বৰ্ণজয়ী বক্সাৰ অংকুশিতা বড়োক শুভেচ্ছা বিজেপি বিধায়ক অশোক সিংঘালৰ | Assamese |
গুগলৰ পৰা হঠাতে একাউণ্টত সোমাল প্ৰায় ২ কোটি টকা তাৰ পিছত | Assamese |
নৰ্থইষ্ট অলিম্পিক গেইমছত অসম পুৰুষ ফুটবল দলৰ স্বৰ্ণ জয় | Assamese |
হিমা দাসলৈ ভগ ইণ্ডিয়াই আগবঢ়ালে বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদৰ সন্মান | Assamese |
৬০ গৰাকী ছাত্ৰীৰ গা ধোৱা ভিডিঅ ভাইৰেল উত্তাল বিশ্ববিদ্যালয়ৰ হোষ্টেল চৌহদ | Assamese |
মৰ্মান্তিক লিফ্টৰ ভিতৰত এখন ভৰি বাকী শৰীৰ বাহিৰত চলন্ত লিফ্টত প্ৰাণ হেৰুৱালে বিদ্যালয়ৰ শিক্ষয়ত্ৰীয়ে | Assamese |
মঙলবাৰে শুভাৰম্ভ হল উত্তৰপূবৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা নৰ্থইষ্ট অলিম্পিক গেইমছ | Assamese |
নর্থইষ্ট অলিম্পিক গেইমছৰ প্ৰথম দিনা ৪৭টা পদকেৰে মেডেল তালিকাৰ শীৰ্ষত মণিপুৰ | Assamese |
ভিছা নিয়ম উলংঘাবিশ্বনাথত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৭ গৰাকী বাংলাদেশী নাগৰিকক | Assamese |
মোডীৰ জন্মদিনৰ দিনাই চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল গুজৰাট স্তব্ধ চৰকাৰী কামকাজ | Assamese |
বিশ্বনাথত ২৯ তম ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ শুভাৰম্ভ | Assamese |
অপৰাজেয় ধাৰা অব্যাহত ৰাখি পইণ্ট তালিকাৰ শীৰ্ষত নৰ্থইষ্ট য়ুনাইটেড | Assamese |
গুৱাহাটী আই আই টি ত চাঞ্চল্যহোষ্টেলৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ | Assamese |
কথনচৰকাৰী স্কুল বন্ধ হোৱাৰ বাবে কোন দায়ী নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান | Assamese |
আই এছ এল জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নামিব ঘৰুৱা দল নৰ্থইষ্ট য়ুনাইটেড | Assamese |
বঞ্চনাৰ বিৰুদ্ধে ৰাজপথত মটক যুৱ ছাত্ৰ সন্মিলনৰ ক্ষোভ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ২২ ছেপ্টেম্বৰত বিধান সভা ঘেৰাও | Assamese |
বিজয় মাৰ্চেণ্ট ট্ৰফী বিহাৰৰ বিৰুদ্ধে অসমৰ মূল্যৱান তিনি পইণ্ট | Assamese |
জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধিৰ পোষকতাঃ ১৯২ গৰাকী খেতিয়কক জৈৱিক সাৰ বিতৰণ | Assamese |
প্ৰথমবাৰলৈ অনুষ্ঠিত হবলগীয়া নৰ্থইষ্ট অলিম্পিক গেইমছত অংশগ্ৰহণৰ বাবে মণিপুৰলৈ ৰাওনা অসম মহিলা ফুটবল দল | Assamese |
শৰীৰ চৰ্চা প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা গোলাপ ৰাভাক অভিনন্দন মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
পদক জয়ৰ বাবে সকলো এৰিবলৈ সাজু আছো লাভলিনা বৰগোহাঁই | Assamese |
কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল ট্ৰফি ছনশ্বৰং স্পৰ্টছ ক্লাব চেম্পিয়ন | Assamese |
ঐতিহাসিক মুহূৰ্তৰ সাক্ষী প্ৰধানমন্ত্ৰী মোদী সাত দশকৰ পিছত ভাৰতলৈ উভতিল চিতা | Assamese |
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো গোৱালপাৰাত গঠন হোৱা নাই হাতীমানুহৰ সংঘাত ৰোধৰ বাবে টাস্ক ফৰ্চ অব্যাহত হাতীৰ সন্ত্ৰাস | Assamese |
গোলাঘাটত চিআইএছএফ জোৱানৰ মৃতদেহ উদ্ধাৰ | Assamese |
প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হব বৰদলৈ ট্ৰফী | Assamese |
দুবছৰ পুৰণি দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ আপৰ বিধায়ক দলৰ দাবী অভিযোগ ভিত্তিহীন | Assamese |
অসমৰ বিৰুদ্ধে ১৬৮ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য বিহাৰ মঙলদৈত বিজয় মাৰ্চেন্ত ট্ৰফি | Assamese |
অসম সন্তান গোলাপ ৰাভাৰ মিষ্টাৰ ৱৰ্ল্ড খিতাপ অৰ্জন | Assamese |
ভাৰতৰ জয়েৰে ৰচিত হল বৰ্ষাপাৰা ষ্টেডিয়ামৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ ইতিহাস আঠ উইকেটত সহজ জয় টীম ইণ্ডিয়াৰ | Assamese |
লেখাপানীত তিনি ড্ৰাগছ আসক্তক আটক জেৰা অব্যাহত | Assamese |
অসমৰ প্ৰতিনিধিক জয়মালাক চোৱাৰ অনুমতি দিবলৈ তামিলনাডু চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ | Assamese |
অনুশোচনা ৪৩ বছৰত ৫৩ বাৰ বিবাহপাশত আৱদ্ধ হৈও কোনোমতেই নাপালে সুখ | Assamese |
চিমৰন হেটমেয়েৰৰ বিস্ফোৰক ১০৬ ৰানৰ সহায়ত ভাৰতক ৩২৩ ৰাণৰ বিশাল লক্ষ্য বান্ধি দিলে ৱেষ্ট ইণ্ডিজে | Assamese |
আই লীগ ২০১৮১৯ ২৮ অক্টোবৰত অভিযান আৰম্ভ কৰিব চিলং লাজং এফ চিয়ে | Assamese |
আই এছ এল চেন্নাইৰ বিৰুদ্ধে আজি যুঁজত নামিব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
আই এছ এলৰ তালিকাৰ শীৰ্ষত নৰ্থ ইষ্ট য়ুনাইটেড অধিনায়কৰ হেটট্ৰিকেৰে ঘৰতে হৰুৱালে চেম্পিয়ন চেন্নাই এফ চিক | Assamese |
অসমলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ ২৫০ কোটি টকা মুকলি কেন্দ্ৰৰ | Assamese |
বিশ্বজুৰি বহু লোকৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা বিশেষজ্ঞই কি কয় | Assamese |
কাইলৈ তামিলনাডুৰ চিকিৎসালয়ত জন্মগ্ৰহণ কৰিবলগীয়া প্ৰতিটো নৱজাতকেই পাব এটিকৈ সোণৰ আঙুঠি কিয় | Assamese |
বৰ্ষাপাৰাৰ আজিৰ খেল স্মৰণীয় হৈ ৰব এদিনীয়াত অভিষেক ঘটা ঋষভ পন্তৰ বাবে | Assamese |
আমি সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিবএছচিঅ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
ষ্টেডিয়ামলৈ ঘোষণা নিৰ্দিষ্ট পথ ভাৰতৱেঃ ইঃ খেল উপলক্ষে গুৱাহাটীত ট্ৰেফিকৰ নতুন নিৰ্দেশনা | Assamese |
ৰঞ্জি ট্ৰফীৰ বাবে অৰুণাচল প্ৰদেশৰ ১৫ জনীয়া দল ঘোষণা | Assamese |
কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনিৰ এপলক দৰ্শনৰ বাবে অনুৰাগীৰ ভিৰ | Assamese |
আজি গুৱাহাটীত উপস্থিত হব বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া | Assamese |
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতাৰণাঃ বঙাইগাঁৱত ৰাজপথত প্ৰধানমন্ত্ৰীজনজাতি পৰিক্ৰমা মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ | Assamese |
ৰাষ্ট্ৰিয় বক্সিং চেম্পিয়নশ্বিপত মহিলা অসম ৰাইফলছ দলৰ খিতাপ | Assamese |
প্ৰকৃতিৰ তাণ্ডৱ ধাৰাসাৰ বৰষুণৰ ফলত ছাদ আৰু দেৱাল খহি পৰি কমেও ১২ জন লোকৰ মৃত্যু | Assamese |
২৩ অক্টোবৰৰ পৰা ছিকিমত অনুষ্ঠিত হব অল ইণ্ডিয়া গভৰ্নৰ্ছ গল্ড কাপ ফুটবল প্ৰতিযোগিতা | Assamese |
ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনঃ জিনপিঙৰ লগতে পুটিন মিৰ্জিয়োয়েভ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি ৰাইচিৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে | Assamese |
গুৱাহাটীত উপস্থিত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ ৭জন খেলুৱৈ | Assamese |
২১ অক্টোবৰৰ বৰ্ষাপাৰাৰ এদিনীয়া আজি গুৱাহাটী পাবহি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ একাংশ ক্ৰিকেটাৰ | Assamese |
স্বৰ্ণকন্যা হিমা দাসৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থ উন্মোচন | Assamese |
স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত পঞ্জাৱৰ বি এছ এফ চূড়ান্ত বিজয়ী | Assamese |
ফূৰ্তি বহুত হল অহা ১৮ তাৰিখে প্ৰশিক্ষণ শিবিৰলৈ উভতিব হিমা | Assamese |
গুয়াতেমালাত স্বাধীনতা দিৱসৰ সংগীতানুষ্ঠানত পদপিষ্ট হৈ ৯ জন নিহত আহত কমেও ২০জন | Assamese |
আঠ দিন ধৰি ঘৰত বন্দী কৰি ৰাখি মহিলাক ধৰ্ষণ পুনৰ অভিযোগৰ কেন্দ্ৰ উত্তৰ প্ৰদেশ | Assamese |
স্বামী আগতে মহিলা আছিল বিয়াৰ আঠ বছৰ পিছত ৰহস্য জানিব পাৰি আৰক্ষীত অভিযোগ পত্নীৰ | Assamese |
ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ | Assamese |
পৰাজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিজয় হাজাৰে ট্ৰফীৰ পৰা বিদায় ললে অসমে | Assamese |
প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ কৰিব বেবী লীগ ফুটবল টুৰ্ণামেণ্ট | Assamese |
অসম কন্যাই শোভে এমেৰিকান পুৰুষ আলোচনীৰ বেটুপাত | Assamese |
ভাৰতীয় ফুটবল দলত স্থান লাভ অসমৰ হলিচৰণ বিনীত ৰায়ৰ | Assamese |
পূজাৰ ভিৰৰ সময়ত যাত্ৰীৰ সুবিধাৰ্থে কেইখনমান পূজা বিশেষ ৰেল চলাব উত্তৰপূব সীমান্ত ৰেলৱেই | Assamese |
নিৰ্বাচনত পৰাজয় ছুইডেনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনৰ পদত্যাগ | Assamese |
অসমৰ ৮ টা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰৰ ১ হাজাৰ কোটিৰ পেকেজ ঘোষণা | Assamese |
কাইলৈৰ পৰা অনলাইন যোগে কিনিব পাৰিব ভাৰতৱেষ্ট ইণ্ডিজৰ এদিনীয়াৰ টিকট | Assamese |
ডিগবৈত আৰম্ভ ৩১ সংখ্যক আন্তঃজিলা ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতা | Assamese |
যুৱ অলিম্পিকত ভাৰতক প্ৰথমটো স্বৰ্ণ পদকৰ সোৱাদ দিলে মিজোৰামৰ জেৰেমি লালৰিনুংগাই | Assamese |
প্ৰিমিয়াৰ বেডমিণ্টন লীগত নৰ্থইষ্ট ৱাৰিয়ৰ্ছ দলৰ হৈ খেলিব চাইনা নেহৱালে | Assamese |
চিলঙৰ লাবান স্প্টছ ক্লাবৰ দখলত বড়োলেণ্ড স্বৰ্ণ কাপ | Assamese |
কি হৈছে যোগীৰ ৰাজ্যত লখিমপুৰ খেৰীত পুনৰ ধৰ্ষণকাণ্ড গছত ওলমি থকা অৱস্থাত উদ্ধাৰ দুই নাবালিকা ভগ্নীৰ মৃতদেহ | Assamese |
দুবাৰৰ চেম্পিয়ন এ টি কেক ১০ গলৰ ব্যৱধানত পৰাস্ত কৰিলে নৰ্থইষ্ট য়ুনাইটেডে | Assamese |
আৰু কিমান প্ৰমাণ লাগে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ ডি ৱাই এফ আইৰ মুকলি প্ৰশ্ন | Assamese |
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কলে ৭৫ বছৰ ধৰি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰিছো | Assamese |
চতুৰ্থ এছিয়ান পেনকেক চিলেট চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকেৰে জিলিকিল অসমৰ পম্পীমানবী | Assamese |
পুটিনক হত্যাৰ ষড়যন্ত্ৰ মাৰাত্মক আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি | Assamese |
আই এছ এল আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত এ টি কেৰ মুখামুখি হব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
উত্তৰ বঙাইগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সন্মিলনী গঠন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.