text
stringlengths
1
2.59k
language
stringclasses
10 values
গুৱাহাটীত ফুটবল একাডেমি খুলিব নৰ্থইষ্ট য়ুনাইটেডে মাটিৰ সন্ধানত আছে জন আব্ৰাহাম
Assamese
ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত বিজয়ী মণিপুৰ
Assamese
স্বাধীনতা দিৱস কাপ ফুটবল নৱম অসম আৰক্ষী বাহিনীৰ অগ্ৰগতি
Assamese
দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি পানীত পৰিল আৰক্ষীৰ বাহন
Assamese
আন্তঃ জিলা জুনিয়ৰ মহিলা কাবাদীৰ চেম্পিয়ন তামুলপুৰৰ মহিলা দলৰ সদস্যক উষ্ম আদৰণি
Assamese
প্রথমখন খেলতে আশাব্যঞ্জক প্ৰদৰ্শন নৰ্থইষ্ট য়ুনাইটেডৰ শক্তিশালী গোৱাৰ বিৰুদ্ধে ২২ত ড্ৰ
Assamese
অবিভক্ত গোৱালপাৰা জিলাৰ কথিত ভাষাক মান্যতা প্ৰদানৰ সিদ্ধান্ত কোচ ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি গঠন
Assamese
গোৱা কংগ্ৰেছত মোক্ষম আঘাতঃ ৮ বিধায়কে যোগদান কৰিলে বিজেপিত
Assamese
নামতহে আছে কামত নাইঃ দেশৰ ২৫৩ টা পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলক নিষ্ক্ৰিয় ঘোষণা কৰিলে নিৰ্বাচন আয়োগে
Assamese
প্ৰীতি ফুটবল কোকৰাঝাৰ প্ৰেছ ক্লাবৰ বিৰুদ্ধে ৪৩ গলত বিজয়ী কোকৰাঝাৰ আৰক্ষী
Assamese
হিমালৈ ইণ্ডিয়ান অইল কৰ্পেইশ্যন লিমিটেডৰ বিষয়াৰ চাকৰি যোগান ধৰিব সকলো প্ৰতিযোগিতাৰ খৰচ
Assamese
কৃত্ৰিম বানৰ পাৰ্শ্বক্ৰিয়াঃ তথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুত প্ৰশাসনৰ বুলডোজাৰে মহতিয়াই নিলে বহু বাসভৱন
Assamese
আই এছ এলৰ নৰ্থইষ্ট ইউনাইটেড এফ চিৰ প্ৰচাৰত জন আব্ৰাহমৰ সৈতে হিমা দাস
Assamese
মেধা পাটকাৰ গুজৰাটত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হব নেকি কি কলে কেজৰিৱালে
Assamese
৭০ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল উদ্বোধনী খেলত মৰ্ণিং ষ্টাৰ বিজয়ী
Assamese
বিজয় হাজাৰে ট্ৰফী একেৰাহে পাঁচখন মেচত বিধ্বস্ত অসম
Assamese
বিদ্বেষপূৰ্ণ প্ৰচাৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক উভতি ধৰিলে ভাৰতে
Assamese
দেওবাৰে গুৱাহাটীত আৰম্ভ হল দ্বিতীয় পিংকাথন মুকলি কৰিলে ছুপাৰ মডেল মিলিন্দ সুমনে
Assamese
ভূটান চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
Assamese
বঙাইগাঁৱত আটক তিনি যুৱকঃ পশ্চিম বংগৰ চাইবাৰ অপৰাধী চক্ৰক এযোগান ধৰি আহিছিল এ টি এম ছীম কাৰ্ড
Assamese
জেভলিনত স্বৰ্ণ ৰুণজুন পেগুলৈ মিছিং স্বায়ত্ত পৰিষদৰ ১ লাখ টকাৰ অনুদান
Assamese
হিমা দাসলৈ ইয়ং ইণ্ডিয়ান অব দা ইয়েৰ বঁটা তেণ্ডুলকাৰক সাক্ষাৎ হিমাৰ
Assamese
ছেকেন্দ্ৰাবাদৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড ৮ জন নিহত আহত বহুকেইজন
Assamese
বিধানসভাত মুখ্যমন্ত্ৰীৰ তথ্য২০১৬ চনৰ পৰা উগ্ৰপন্থী সংগঠনত যোগ দিছে ৰাজ্যৰ ১৫০০ ৰো অধিক যুৱকযুৱতীয়ে
Assamese
এতিয়াৰ পৰা বাহনৰ খিৰিকীৰ গ্লাছত লগাব নোৱাৰিব কলা নেটভৰিব লাগিব জৰিমনা
Assamese
বিশ্বনাথত আজৱ ঘটনাকাৰাগাৰলৈ নিয়াৰ পথতে আৰক্ষীৰ জিম্মাৰ পৰা পলাল কয়দী
Assamese
বুলগেৰিয়াত চলি থকা বিশ্ব উশ্বু চেম্পিয়নশ্বিপত পদকৰ দাবীদাৰ অসমৰ চানমা ব্ৰহ্ম
Assamese
ৰাষ্ট্ৰীয় জেভলিন থ্ৰ প্ৰতিযোগিতাত মাজুলীৰ কন্যা ৰুণজুন পেগুৰ স্বৰ্ণমাজুলীত উছাহৰ ধল
Assamese
বিজয় হাজাৰে ট্ৰফী তামিলনাডুৰ বিপক্ষে ১৩০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত অসম
Assamese
অস্ত্ৰোপচাৰ কক্ষত ৰোগী ৰাস্তাত তীব্ৰ যানজঁট ৪৫ মিনিট দৌৰি গৈ চিকিৎসালয়ত উপস্থিত হল চিকিৎসক
Assamese
শ্রীলংকাৰ স্কুল ক্ৰিকেটত ৰাষ্ট্ৰীয় অভিলেখ অসমৰ প্ৰদ্যুন শইকীয়াৰ
Assamese
চৰাইদেউত গণপ্ৰহাৰত এজন লোকৰ মৃত্যু
Assamese
জ্ঞানৱাপী গোচৰত অঞ্জুমানে ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ কি কলে আদালতে
Assamese
এই বছৰতে অৰ্জুন হোৱাৰ আশা নকৰা হিমাই আজি বঁটা ললে ৰাষ্ট্ৰপতিৰ পৰা
Assamese
ছয়টা পেছাদাৰী দলৰ অংশগ্ৰহণেৰে বাস্কেটবল চেলেঞ্জাৰ্ছ লীগ আৰম্ভ
Assamese
মানৱ সৰবৰাহ ৰোধৰ বাবে নতুন আইন প্ৰণয়নৰ বাবে সাজু অসম চৰকাৰজনালে মুখ্যমন্ত্ৰীয়ে
Assamese
বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত ৮ উইকেটত পৰাস্ত অসম
Assamese
নলবাৰীত খেলো ইণ্ডিয়া আঁচনিৰ অধীনত ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ
Assamese
কমনৱেলথ কাৰাটে প্ৰতিযোগিতা ভাৰতীয় দলত বৰপেটাৰ নিশাদ সহ আঠ গৰাকী অসম সন্তান
Assamese
উচ্চতম ন্যায়ালয়ৰ ৰঙা চকু অসম ক্রিকেট সন্থাৰ নতুন সংবিধান প্ৰকাশৰ প্ৰস্তুতি
Assamese
সপোন ৰাতি শোৱাৰ সময়ত কিছু সপোন ভাল বা বেয়া হয় এই ক্ষেত্ৰত ফেংছুইয়ে কি কয় জানো আহক
Assamese
যোগী ৰাজ্যত ২৪ ঘণ্টাত ধৰ্ষিতা দুগৰাকী ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়া হৈছিল দলিত কন্যাক
Assamese
বিজেপি বিৰোধী ঐক্যৰ পোষকতা দলৰ কৰ্মীসকলক যুঁজৰ বাবে সাজু হবলৈ আহ্বান শৰদ পাৱাৰৰ
Assamese
এতিয়াও ভয়াবহ কোভিডৰ সংক্ৰমণ প্ৰতি ৪৪ ছেকেণ্ডত মৃত্যু ঘটিছে ১ জন লোকৰ
Assamese
মহানগৰীত চাকৰিৰ বেহা বৰবাৰীৰ লজৰ পৰা ৭ জন দালালক আটক দিছপুৰ আৰক্ষীৰ
Assamese
২৫৩০ ছেপ্টেম্বৰলৈ গুৱাহাটীত ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ
Assamese
ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ওড়িছালৈ অসম দল ৰাওনা
Assamese
২৫ ছেপ্তেম্বৰৰ পৰা অৰ্জুন হব হিমা দাস দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা বঁটা লব হিমা আৰু মীৰাবাই চানুৱে
Assamese
পেচ বলাৰ কৃষ্ণ দাসে অসমৰ পৰিৱৰ্তে চলিত ছিজনত গোৱাৰ হৈ খেলাৰ সিদ্ধান্ত
Assamese
বন্ধন মুক্তিৰ উৎসৱ ১৮ ব্যক্তিয়ে নাচিবাগি উদযাপন কৰিলে বিবাহ বিচ্ছেদৰ আনন্দ
Assamese
জেনেৰেল বিপিন ৰাৱাটলৈ সন্মানঅৰুণাচলত ৰাৱাটৰ নামেৰে সামৰিক শিবিৰৰ নতুন নামাকৰণ
Assamese
হিমাৰ আন এটা ডাঙৰ খবৰ বিশ্ববিখ্যাত এডিডাছ ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ মেছি পগবাৰ সৈতে একেটা শাৰীত
Assamese
বছৰটোৰ আটাইতকৈ ভাল খবৰ হিমা দাসলৈ ২০১৮ বৰ্ষৰ অৰ্জুন বঁটা
Assamese
কামত অসন্তুষ্ট পাঁচজন কনিষ্ঠ আৰক্ষী বিষয়াক দুঘণ্টাৰ বাবে জেলত ভৰালে এছপিয়ে তাৰপিছত
Assamese
মেঘালয়ত কাৰাগাৰৰ পৰা পলায়ন কৰা ৬ অপৰাধীৰ ভিতৰৰ ৪জনৰ গণ প্ৰহাৰত মৃত্যু
Assamese
পোলেণ্ডত বিতৰ্কিত পৰিস্থিতিত বক্সিং ৰিঙক বিদায় অসম কন্যা লাভলিনাৰ
Assamese
অহা ২১ অক্টোবৰৰ ভাৰতৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়াৰ বাবে সাজু বৰ্ষাপাৰা
Assamese
অপ্ৰতিৰোধ্য মেৰি পুনৰ বিশ্বজয় ৩৫ বছৰীয়া মণিপুৰী মাতৃৰ
Assamese
বেদমিণ্টন কেন্দ্ৰৰ খেল নহয় বাতৰিক তীব্ৰ গৰিহণা খোদ সাংবাদিকৰ
Assamese
চুবুৰীয়া ৰাজ্যৰ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে দুধনৈত আকৰ্ষণীয় প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ ৫ লাখ টকা
Assamese
সাংবাদিক বনজিৎ ঠাকুৰীয়াক আৰক্ষীয়ে কৰা নিৰ্যাতনক তীব্ৰ গৰিহণা ডি ৱাই এফ আইৰ
Assamese
তিক্ততা অতীত ৰাণীৰ মৃত্যুৰ পিছত একেলগে ডায়েনাৰ দুই পুত্ৰ হেৰীউইলিয়াম
Assamese
কেৱল বিৰোধীয়েই কিয় বিজেপি নেতাৰ ওপৰতো ইডিয়ে অভিযান চলোৱা উচিতমেঘালয়ৰ ৰাজ্যপাল
Assamese
বৰভেটা স্প্টছ ক্লাবৰ দখলত যোৰহাট এ ডিভিজন ফুটবল লীগৰ খিতাপ
Assamese
চিৰসেউজী সংঘলৈ মঙলদৈ চুপাৰ ডিভিজন ফুটবল লীগৰ খিতাপ
Assamese
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আন এগৰাকী অসম কন্যাৰ সাফল্য বক্সিঙত স্বৰ্ণ জয় ভাগ্যৱতী কছাৰীৰ
Assamese
অক্টোবৰত ইম্ফলত প্রথমবাৰলৈ অনুষ্ঠিত হব নৰ্থইষ্ট অলিম্পিক গেমছ
Assamese
সংকটত ভাৰোত্তোলক সঞ্জিতা চানুৰ কেৰিয়াৰ
Assamese
কাৰ্বি আংলঙত জব্দ ৩ কোটি টকা মূল্যৰ নিচাজাতীয় দ্ৰব্যতিনিগৰাকীক গ্ৰেপ্তাৰ
Assamese
কাক প্ৰতাৰণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি টুইটেৰে প্ৰধানমন্ত্ৰী মোদীক সাৱধানবাণী কংগ্ৰেছ নেতাৰ
Assamese
চিলেছিয়ান বক্সিং চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰিলে অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁইয়ে
Assamese
আন্তঃৰাষ্ট্ৰীয় শ্বুটিঙত স্বৰ্ণ জয় কৰা হৃদয়ক সম্বৰ্ধনা জনালে মুখ্য মন্ত্ৰী সোণোৱালে
Assamese
আন্ত:ৰাষ্ট্ৰীয় শ্বুটিঙত স্বৰ্ণ জয় কৰি গুৱাহাটীত উপস্থিত অসম সন্তান হৃদয় হাজৰিকা সন্ধিয়া শিল্পগ্ৰামত মুখ্যমন্ত্ৰীয়ে জনাব সম্বৰ্দ্ধনা
Assamese
নিজৰ দক্ষতাৰে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা হিমা এতিয়া সকলোৰে আদৰ্শ মুখ্য মন্ত্ৰী সোণোৱাল
Assamese
ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতালৈ নিৰ্বাচিত ডিব্ৰুগড়ৰ ২ গৰাকী যুৱতী
Assamese
বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন আইএমএফ ৰ মুৰব্বীৰ
Assamese
হায়দৰাবাদত অথন্তৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰসমুখৰ পৰা মাইক কাঢ়ি নিয়াৰ চেষ্টা শাসকীয় দলৰ কৰ্মীৰ
Assamese
যুদ্ধৰ খৱৰ ইউক্ৰেইনৰ চহৰ বালাকলিয়াৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে ৰাছিয়াই
Assamese
ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন
Assamese
কুমাৰ জ্যোতিৰেন্দ্ৰনাথ নাৰায়ণ দেব সোঁৱৰণী আন্তঃক্লাব ফুটবলৰ ফাইনেলত ছিপাঝাৰ ক্ৰীড়া সন্থা
Assamese
বটদ্ৰৱা থানত গুৰুজনাৰ আশিস লৈ গছপুলি ৰোপণ স্বৰ্ণকন্যা হিমাৰ
Assamese
দৌৰ ৰাণী হিমাৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সুবিধা আৰু স্বাস্থ্য বীমা
Assamese
বদৌচা কাপ ফুটবলগ্ৰুপ বিৰ খেলত ৮ গলত জয়ী কাৰ্বি আংলঙৰ মৰ্নিং ষ্টাৰ
Assamese
৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা
Assamese
অদমনীয় কিম জং নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ ঘোষণা কৰিলে উত্তৰ কোৰিয়াই
Assamese
বিদায় ললে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে কোনে পাব ৰাণীৰ মুকুটৰ কহিনুৰ
Assamese
কলিয়াবৰত অনুষ্ঠিত চলন্ত কাপ ফুটবল প্ৰতিযোগিতাত মিছা আৰিয়ান ক্লাৱ চূড়ান্ত বিজয়ী
Assamese
মঙলদৈত আজিৰ পৰা আৰম্ভ অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা
Assamese
বদৌচা কাপমাজুলী শদিয়াত দেওবাৰৰ পৰা আৰম্ভ আহিছে বিদেশৰ ফুটবল দলো
Assamese
বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনূৰ্ধ্ব মুকুট পাঠক সোঁৱৰণি ফুটবলত ঠাকুৰ বজাৰ চেম্পিয়ন
Assamese
হিমাক ১ কোটি ৬০ লাখ টকাৰ চেক প্ৰদান মুখ্য মন্ত্ৰীৰ দিব ক্ৰীড়া বিভাগৰ বিষয়াৰ চাকৰি
Assamese
আন্তঃৰাষ্ট্ৰীয় কাৰাটেড চেম্পিয়নশ্বিপত কৃতিত্ব অৰ্জন কৰা বিশ্বনাথৰ তিনি খেলুৱৈক উপায়ুক্তৰ সম্বৰ্ধনা
Assamese
স্বাস্থ্য শিক্ষা সকলোতে পিছপৰা ভাৰত মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান ১৯১ খন দেশৰ ভিতৰত ১৩২
Assamese
সাংবাদিক আক্ৰমণৰ ঘটনাক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু জুৱাৰ গৰিহণা
Assamese
ঢেকীয়াখোৱা বৰনামঘৰক লৈ অপপ্ৰচাৰ কৰি ৰাজহুৱাকৈ ক্ষমা খুজিলে উদণ্ড যুৱকৰ দলে
Assamese
ব্ৰিটেইনৰ ৰাণীৰ স্বাস্থ্যকলৈ উদ্বিগ্ন চিকিৎসক ততাতয়াকৈ স্কটলেণ্ড পালে চাৰ্লছ
Assamese
বানবিধ্বস্ত বেংগালুৰু ১০ কোটিৰ ভিলাৰ ভিতৰতো পানী হোটেলৰ ভাড়া ৪০ হাজাৰ টকালৈ বৃদ্ধি
Assamese
কাইলৈ গৃহভূমিত উপস্থিত হব এছিয়া জিনা হিমা
Assamese
বিজেপিক সহায় ব্যৱসায়ী প্ৰশান্ত কিশোৰৰপ্ৰাক্তন সতীৰ্থকলৈ বিস্ফোৰক মন্তব্য নীতিশ কুমাৰৰ
Assamese
১০ ছেপ্টেম্বৰত লতাশিল খেলপথাৰত হিমা দাসক আছুৰ ৰাজহুৱা অভিনন্দন
Assamese