text
stringlengths
1
2.59k
language
stringclasses
10 values
তৃণমূল কংগ্ৰেছৰে মিতিৰালি কৰা স্বয়ম্ভু মহাৰাজক বিভ্ৰান্তিকৰ কামকাজ কৰাৰ পৰা আঁতৰি থাকিবলৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সকিয়নী
Assamese
আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ অৰ্জন অসমৰ হৃদয় হাজৰিকাৰ
Assamese
গুৱাহাটীত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস বৰঝাৰত আদৰণি জনালে মুখ্য মন্ত্ৰী সোণোৱালে
Assamese
এফবিআইৰ অভিযানত ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা উদ্ধাৰ আন দেশৰ পাৰমাণৱিক অস্ত্ৰৰ নথি
Assamese
ফিফা স্বীকৃতিপ্ৰাপ্ত বদৌচা কাপ ফুটবলৰ ডাক খাম উন্মোচন
Assamese
জন্মদিনত গুগলে সুঁৱৰিলে ডঃ ভূপেন হাজৰিকাক ডুডলত জিলিকিল শিল্পী ৰুতুজা মালিয়ে অঁকা সুধাকণ্ঠৰ ছবি
Assamese
আজি হিমাৰ লগতে জাকাৰ্টা এছিয়াডত পদকপ্ৰাপ্ত খেলুৱৈসকলক সম্বৰ্ধনা জনাব প্ৰধান মন্ত্ৰী মোদীয়ে
Assamese
এছিয়াডত চমক দেখুওৱা হিমাৰ লগতে ভাৰতীয় দলক ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰগৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ উষ্ম আদৰণি
Assamese
২১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হব ভাৰতৱেষ্ট ইণ্ডিজৰ মেচ
Assamese
অসমৰ হিমা প্ৰকৃত প্ৰেৰণাকপিল দেৱ
Assamese
ফুটবলপ্ৰেমীলৈ সুখবৰ অসমৰ ৭ স্থানত অনুষ্ঠিত হব ফিফা স্বীকৃত আন্তঃৰাষ্ট্ৰীয় খেল
Assamese
আজি সুধাকণ্ঠৰ জন্মদিনঃ চৰকাৰে সংকল্প লওঁক সুধাকণ্ঠৰ কলিয়াবৰৰ কুঠৰীৰ বাসগৃহ সংৰক্ষণৰ
Assamese
কাৰ্যালয়ত কোনো কৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিনছ টিচাৰ্ট
Assamese
কৰ্ণাটৰ হিজাব বিতৰ্ককলৈ উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি আৰম্ভ
Assamese
মোদীৰ চৰকাৰে সলনি কৰিব নতুন দিল্লীৰ ঐতিহাসিক ৰাজপথৰ নাম নতুন নাম কি ৰখা হব
Assamese
প্ৰকৃত হিতাধিকাৰী চৰকাৰী আৱাস গৃহ লাভ কৰাৰ দাবী তুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজিত প্ৰতিবাদ
Assamese
বঙাইগাঁৱত অসম চৰকাৰৰ নৱনিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰবিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা
Assamese
ডিমৌ হেণ্ডবল ক্লাবৰ উদ‍্যোগত ডিমৌত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
Assamese
হিমা দেশৰ দুৰন্ত প্ৰতীক হিমাৰ ঘৰত উপস্থিত হৈ কৃষি মন্ত্রী অতুল বৰা
Assamese
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ বৰ্ণাঢ্য আয়োজন
Assamese
জাকাৰ্টা এছিয়াডত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা হিমালৈ অসম চৰকাৰৰ ১ কোটি ৬০ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা
Assamese
আন্তর্জাতিক বিশুদ্ধ বায়ু আৰু নীলা আকাশ দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতামূলক শোভাযাত্রা
Assamese
আদৰ্শৰ সততা বিজ্ঞাপন বৰ্জিত সাফল্যৰ স্বীকৃতি আৰু মূল্যবোধৰ দোহাই দি স্বীকৃতি অস্বীকাৰেৰে চৰ্চাত কে কে শৈলাজা
Assamese
সুস্থ আঞ্চলিকতাবাদৰ ভেটি প্ৰতিষ্ঠাৰ সংকল্পৰে একত্ৰিত হল দুই আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চ
Assamese
এছিয়াডত মিজোৰামক প্ৰথমটো পদকৰ সোৱাদ দিলে মহিলা হকী খেলুৱৈ লালৰেমছিয়ামীয়ে
Assamese
তিনিদিনীয়াকৈ অনুষ্ঠিত হব ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস
Assamese
আন্ত:ৰাষ্ট্ৰীয় কাৰাটে টুৰ্ণামেন্টত অসমৰ তিনিগৰাকী যুৱ খেলুৱৈয়ে কঢ়িয়াই আনিলে কৃতিত্ব
Assamese
ধিং এক্সপ্ৰেছলৈ ৪ ছেপ্তেম্বৰত বিশাল ৰাজহুৱা সম্বৰ্ধনা
Assamese
জানো আহক জাকাৰ্টাত দেশৰ মহিলা কাবাদী দলৰ সাফল্যৰ আঁৰৰ অসমৰ প্ৰশিক্ষকগৰাকীক
Assamese
এছিয়ান গেমছত হিমা দাসৰ পদকৰ হেট্ৰিক নগাওঁ ক্ৰীড়া সন্থাৰ বিজয় উৎসৱ
Assamese
দৰং জিলাৰ ভকতপাৰা কৃষিখণ্ডৰ অন্তৰ্গত পাণবাৰী অঞ্চলত কৃষি সজাগতা সভা
Assamese
আয়তকৈ অধিক সম্পত্তি মমতা বেনাৰ্জীৰ পৰিয়ালৰ ছয় সদস্যলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ শপতনামা দাখিলৰ নিৰ্দেশ
Assamese
এইবাৰ বাংলাদেশক বিদ্যুত বিক্ৰী কৰিব গৌতম আদানীয়ে দিল্লীত হাছিনাক কৰিলে সাক্ষাৎ
Assamese
ডিব্ৰুগড়ত এ.টি.এম ভাঙি ডকাইতে লুটিলে ৪৫ লক্ষাধিক টকাপ্ৰমাণ ধ্বংসৰ বাবে জ্বলাই দিলে এ.টি.এম
Assamese
জয়মালা বিতৰ্ক আৰু কিছু প্ৰাসংগিক প্ৰশ্ন
Assamese
অহা ৬ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব মিজোৰাম প্ৰিমিয়াৰ লীগ ফুটবল টুৰ্ণামেণ্ট
Assamese
নগাঁও আৰক্ষীৰ সফলতাগুৱাহাটীত উৎখাত জাল নোট চক্ৰ
Assamese
মালেইছিয়াৰ আন্তঃৰাষ্ট্ৰীয় কাৰাটে টুৰ্ণামেন্টৰ বাবে সাজু বিশ্বনাথৰ তিনি যুৱক
Assamese
অসমৰে সম্পৰ্ক ৫০০০ গাড়ী চুৰি কৰা দেশৰ আটাইতকৈ কুখ্যাত গাড়ী চোৰটোক ধৰিলে দিল্লী আৰক্ষীয়ে
Assamese
২০০ মিটাৰত সুযোগ হেৰুৱালেও মিক্সড ৰিলেইত ৰূপ পালে হিমাই
Assamese
আজি অন্তিমবাৰৰ বাবে জাকাৰ্টা এছিয়াডত দৌৰিব অসম কন্যা হিমা দাস
Assamese
হিমাৰ স্বৰ্ণ জয় এছিয়ান গেইমছত ৪ ৪০০ মিটাৰৰ ৰীলেত ভাৰতৰ স্বৰ্ণ জয়ৰ অংশীদাৰ অসম কন্যা
Assamese
বিশ্ব শ্বুটিঙত অংশ লোৱাৰ উদ্দেশ্যে দক্ষিণ কোৰিয়ালৈ ৰাওনা অসমৰ শ্বুটাৰ হৃদয় হাজৰিকা
Assamese
কাইলৈ ২০০ মিটাৰত একেলগে দৌৰিব ক্ৰমে ৪০০ আৰু ১০০ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী হিমা দাস আৰু দ্যুতি চান্দে
Assamese
পিছপৰা বাবে নহয় আধা ছেকেণ্ড আগবঢ়া বাবেহে ফাইনেলৰ বাবে অযোগ্য ঘোষিত হল হিমা
Assamese
সময় মানৰ জোৰত ২০০ মিটাৰৰ ছেমিত প্ৰৱেশ হিমাৰ আগত আছে উন্নত সময় মানৰ ৬গৰাকী প্ৰতিদ্বন্দ্বী
Assamese
বোকাখাতৰ কাৰাটে খেলুৱৈ নিৰঞ্জন পেগুৰ ব্লেক বেল্ট ফাৰ্ষ্ট ডানৰ খিতাপ লাভ
Assamese
লিজ ট্ৰাছ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছতেই ব্ৰিটেইনৰ গৃহ সচিব প্ৰীতি পেটেলৰ পদত্যাগ
Assamese
দিল্লীৰ ৰাজপথ আৰু চেন্ট্ৰেল ভিষ্টা লনৰ নাম সলনি কৰিলে মোডী চৰকাৰে
Assamese
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি ডাইনী সন্দেহত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰি হত্যা
Assamese
কুমাৰীত্বৰ পৰীক্ষাত ব্যৰ্থ হোৱা বাবেই মহিলাক ১০ লাখ টকাৰ জৰিমনা খাপ পঞ্চায়তৰ
Assamese
বিশ্বনাথত ৬ গৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলাতক বিদ্যালয়ৰ অধ্যক্ষ
Assamese
দিল্লীত পুনৰ অপাৰেছন লোটাছৰ কুচকাৱাজ বিজেপিৰ আজি সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুক
Assamese
নোবেল বিজয়ী সাংবাদিক মুৰাটভৰ বাতৰিকাকতৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰাছিয়াই
Assamese
মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ আন্তঃক্লাব এ ডিভিজন ফুটবল লীগ
Assamese
অহা ৩০ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হব পিংকাথন
Assamese
প্ৰধান মন্ত্ৰী আলফা স্বাঃ সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি বিভিন্নজনৰ হিমাক অভিনন্দন
Assamese
এছিয়ান গেইমছত গোটেই দেশক উজলোৱা হিমাৰ গৌৰৱিত গাঁওবাসীয়ে আতচবাজীৰে পালন কৰিলে আনন্দোৎসৱ
Assamese
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ সৰ্বশক্তিৰে যুঁজ দিও পৰাজিত ভাৰতীয় মূলৰ ঋষি ছুনাক
Assamese
এছিয়াৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ হিমা ৫০.৭৯ ছেকেণ্ডেৰে মহিলাৰ ৪০০ মিটাৰত ৰূপৰ পদক
Assamese
হাজাৰৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে আজি অনুষ্ঠিত হয় ডিব্ৰুগড় মাৰাথন
Assamese
বিশ্বনাথত নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা
Assamese
আজিৰে পৰা শিলচৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা
Assamese
শনিবাৰে জাকাৰ্টাত দৌৰিব হিমাই সফলতা কামনাৰে নামঘৰ মন্দিৰ মছজিদত সমূহীয়া প্ৰাৰ্থনা অসমবাসীৰ
Assamese
এছিয়ান গেইমছ ভিলেইজত হিমাৰ পৰা নমুনা সংগ্ৰহ কৰিলে এণ্টি ডপিং দলে ৰিজাল্টৰ অপেক্ষাত
Assamese
ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত গাওঁ এলেকাত উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী
Assamese
চাৰিদিনীয়া ভ্ৰমণসূচীলৈ নতুন দিল্লীত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
Assamese
কাবুলত আত্মঘাতী বিস্ফোৰণত দুজন ৰাছিয়াৰ কূটনীতিবিদ সহ নিহত কমেও ২০ জন
Assamese
বান বিধ্বস্ত পাকিস্তানত অকল্পনীয় হাৰত বৃদ্ধি খাদ্য সমগ্ৰীৰ দাম পিয়াজৰ মূল্য ৫০০ শতাংশ বৃদ্ধি
Assamese
আৱাৰ গ্ৰেট নেচনেল পাৰ্কত সুন্দৰভাবে কণ্ঠদান কৰি এমি পুৰস্কাৰ জিকিলে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামাই
Assamese
প্ৰতিদিনে কণী খালে শৰীৰত হব পাৰে গুৰুতৰ ক্ষতি
Assamese
আইজল ফুটবল ক্লাবত অন্তর্ভুক্ত ডিফেণ্ডাৰ মৈৰানথেম গোবিন্দ সিং
Assamese
সাৱধান ৰাইজ শুৱালকুছিৰ পাট কাপোৰৰ নামত অসাধু ব্যৱসায়ীৰ প্ৰবঞ্চনা গৰজি উঠিল মুখ্যমন্ত্ৰীৰ সমষ্টিৰ তাঁত শিল্পী
Assamese
জাকাৰ্টাত হিমাক অনুপ্ৰেৰণা যোগাবলৈ যোৱাৰ হেপাঁহ সত্বেও অৰ্থৰ অভাৱত বঞ্চিত অৰ্জুন ভোগেশ্বৰ বৰুৱা
Assamese
ভাৰতীয় দিব্যাংগ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বাছনি শিবিৰলৈ পাটাছাৰকুছিৰ কামেশ্বৰ দাস
Assamese
ৰান হিমা ৰান শ্লোগান লৈ জাকাৰ্টালৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ
Assamese
দিল্লীৰ পিছত ঝাৰখণ্ডত ফ্লপ হল অপাৰেচন লটাছ আস্থা ভোটত জিকিল হেমন্ত ছোৰেন
Assamese
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি টীয়কৰ জাঁজীমুখত উদ্ধাৰ হৰিণা পহু
Assamese
সুদক্ষ খেলুৱৈ তথা মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰসান্ত গগৈৰ বিয়োগ
Assamese
আজি এছিয়াডত অসম কন্যা প্ৰমীলা দৈমাৰীৰ খেল
Assamese
ছিলেছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপলৈ অসমৰ লাভলিনা বৰগোহাঁই
Assamese
চলিত জাকাৰ্টা এছিয়াদলৈ নিৰ্বাচিত অসমৰ খেলুৱৈয়ে গাহৰি কাটি আছে বাক্সাত
Assamese
১৮ সংখ্যক এছিয়ান গেমছত অসমক প্রতিনিধিত্ব কৰা তীৰন্দাজ প্ৰমিলাৰাণী দৈমাৰীৰ বাবে প্ৰাৰ্থনা সভাৰ আয়োজন ওদালগুৰিত
Assamese
এছিয়াডত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ ৰদালি বৰুৱা টাইপেইৰ খেলুৱৈৰ বিপক্ষে ০৫ পইণ্টৰ ব্যৱধানত পৰাস্ত খেলুৱৈগৰাকী
Assamese
শ্ৰী শ্ৰী আউনীআটী সত্ৰত বিশিষ্ট সংগীত শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত উপাধি প্ৰদান
Assamese
বঙাইগাঁৱত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ কৰ্মশালা
Assamese
বাক স্বাধীনতাঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ মন্তব্যত প্ৰতিক্ৰিয়া কিৰেণ ৰিজিজুৰ
Assamese
মুম্বাইত পথ দুৰ্ঘটনাত মৃত্যু টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ
Assamese
উত্তৰ শালমাৰাত কমতাপুৰ স্বায়ত্ব পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
মহামাৰী ৰূপ ধাৰণ জিম্বাবোৱেত সৰু আইত আক্ৰান্ত হৈ ৬৮৫ জন লোকৰ মৃত্যু
Assamese
মণিপুৰত অনুষ্ঠিত হব প্ৰথম সংখ্যক নৰ্থইষ্ট অলিম্পিক গেইমছ
Assamese
বদৌচা কাপ ফুটবল প্ৰতিযোগিতা ৯ ছেপ্তেম্বৰত মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত মুখ্য মন্ত্ৰীয়ে কৰিব উদ্বোধন
Assamese
যোৰহাটত আজিৰ পৰা আৰম্ভ আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা
Assamese
কাইলৈৰ পৰা এছিয়ান গেইমছ ভাগ লব ৬গৰাকী অসম সন্তানে ২০০ ৪০০ মিটাৰত হিমাৰ সময় মানৰ আগত আছে মাত্ৰ দুগৰাকী খেলুৱৈ
Assamese
অহা ১৮ আগষ্টৰ পৰা যোৰাবাটত অনুষ্ঠিত হব অসম কাবাডী দলৰ বাছনি শিবিৰ
Assamese
সদৌ অসম মুকলি সাঁতোৰত বোকাখাতৰ দুই কিশোৰীৰ সাফল্য
Assamese
লক্ষ্য এছিয়া জয় মঙলবাৰে জাকাৰ্টা অভিমুখে উৰা মাৰিব আৰ্চাৰ প্ৰমীলা দৈমাৰী
Assamese
অসম অপেছাদাৰী মুষ্টিযুদ্ধ সংস্থাৰ ১০ জনীয়া দলত চামিল ওদালগুৰিৰ কিশোৰী
Assamese
৩৫ সংখ্যক আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাত শিৱসাগৰৰ সাফল্য
Assamese
সীমাহীন দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত তলা লগালে ভুক্তভোগী ৰাইজে
Assamese