text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
শ্বাবানা আজমী জাভেদ আখটাৰ নাছিৰুদ্দিন শ্বাহ টুকড়ে টুকড়ে দলৰ শ্লিপাৰ চেল মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী | Assamese |
আমেৰিকাত বিমান দুৰ্ঘটনাগ্ৰস্ত কৰি ৱালমাৰ্ট উৰুৱাই দিয়াৰ ভাবুকি পাইলটৰ অৱশেষত অৱতৰণ | Assamese |
লোকসংস্কৃতিৰ গৱেষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ পৰলোকপ্ৰাপ্তি | Assamese |
প্ৰথম প্ৰচেষ্টা বিফল আজি নিশা নাছাই পুনৰ চন্দ্ৰলৈ উৎক্ষেপণ কৰিব আৰ্টেমিছ ১ যান | Assamese |
ব্ৰিটেইনক অতিক্ৰম কৰি ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণতঃ ব্লুমবাৰ্গৰ প্ৰতিবেদন | Assamese |
ছিকিমত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে চাৰিজন যুৱ ফুটবলাৰৰ | Assamese |
ত্ৰিশতাধিক পেডলাৰৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ত আৰম্ভ মেজৰ ৰেংকিং টেবুল টেনিছ | Assamese |
ৰেৱতী মোহন বৰদলৈ স্মাৰক আন্তঃক্লাব ছুপাৰ ডিভিজন ফুটবল লীগৰ আৰম্ভণি খেলত কেহোকলি বানগ্ৰিম ক্লাব বিজয়ী | Assamese |
হিমা দাসৰ সৈতে বহু কোটি টকাৰ চুক্তি শীৰ্ষ স্প্টছ মেনেজমেণ্ট ফাৰ্মৰ | Assamese |
জাকাৰ্টা এছিয়ান গেইমছলৈ সাজু অসমৰ সাত সন্তান | Assamese |
ম্যানমাৰ এছিয়ান জুনিয়ৰকেডেট টেবুল টেনিছৰ ভাৰতীয় দলত অসমৰ তৃষা | Assamese |
জাকাৰ্টা এছিয়ান গেইমছত নেখেলে ভাৰোত্তোলক মীৰাবাঈ চানুৱে | Assamese |
স্বৰ্ণকন্যা হিমা দাসলৈ ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ ১ লাখ টকাৰ পুৰস্কাৰ | Assamese |
১৭ অনূৰ্ধ্ব এছিয়ান চেম্পিয়ন ফুটবল দলটোক ত্ৰিপুৰা চৰকাৰৰ সম্বৰ্ধনা | Assamese |
বিদ্যালয়ত এটা ক্ৰীড়াৰ পিৰিয়ড বাধ্যতমূলক কৰাৰ বাবে চৰকাৰক প্ৰেৰণা যোগাইছে স্বৰ্ণৰাণী হিমাই | Assamese |
স্বনিৰ্বাসন সামৰি স্বদেশলৈ উভতিল শ্ৰীলংকাৰ অপসাৰিত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে | Assamese |
হাতীমানুহৰ সংঘাত নুমলীগড়ৰ মৰঙি মৌজাৰ দৈগ্ৰোং নদীত বন্যহস্তীৰ কৰুণ মৃত্যু | Assamese |
কলম্বিয়াত ভয়াবহ বিস্ফোৰক আক্ৰমণত ৮ জন আৰক্ষী বিষয়া নিহত | Assamese |
মণিপুৰত জেডিইউৰ ছয়জন বিধায়কৰ পাঁচজনেই যোগ দিলে বিজেপিত | Assamese |
মৃত সন্তান প্ৰসৱ বা জন্মৰ পিছত শিশুৰ মৃত্যু হলেও কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে পাব ৬০ দিনৰ ছুটী | Assamese |
ড্ৰাগছ প্ৰচলন বন্ধৰ দাবীত বৰডুমচা আৰক্ষী থানা ঘেৰাও উত্তাল থানা চৌহদ | Assamese |
স্বৰ্ণ পদকৰ দাবীদাৰ মীৰাবাঈ চানুৰ এছিয়ান গেইমছত যোগদান অনিশ্চিত | Assamese |
আন্তৰ্জাতিক আৰ্থ ছায়েন্স অলিম্পিয়াড ২০২২ ত জিলিকিল ভাৰতীয় ছাত্ৰছাত্ৰী | Assamese |
নলবাৰীৰ চামতাত ১০ কোটি টকীয়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
আবু ধাবি ভ্ৰমণত যোৱা ভাৰতীয় দবা দলৰ প্ৰশিক্ষক হিচাপে নিযুক্ত অসমৰ বিশ্বজিৎ ভৰদ্বাজ | Assamese |
ৰাজ্যিক পৰ্যায়ত জিলিকিল বিশ্বনাথ জিলাৰ উশ্বু খেলুৱৈ | Assamese |
ষ্টুডেণ্টছ অলিম্পিক এছিয়ান গেমছ ত্ৰিপুৰা চেম্পিয়নৰ হাতত পৰাস্ত পাকিস্তান | Assamese |
উত্তৰপূব ভাৰত মাণ্ডলিক টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সামৰণি | Assamese |
ৰঞ্জী ট্ৰফী ক্ৰিকেটত উত্তৰপূবৰ ৬ ৰাজ্যৰ সমস্ত খৰচ বহন কৰিব বিচিচিআইয়ে | Assamese |
জৱাহৰ নবোদয় বিদ্যালয় শ্বিলং মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতাত ডিব্রুগড় গোট সৰ্বশ্ৰেষ্ট চেম্পিয়ন | Assamese |
ভাৰতৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচৰ বাবে বহু প্ৰতীক্ষাৰে ৰৈ আছে গুৱাহাটীৰ ক্ৰিকেট প্ৰেমী | Assamese |
ডিব্ৰুগড়ত আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সামৰণি | Assamese |
বঙাইগাঁৱত আৰক্ষীৰ অভিযান ড্ৰাগছ আফিং সহ দুজনক আটক | Assamese |
আমেৰিকাক চিন্তাত পেলাই চীনৰাছিয়াৰ সেনাৰে ভাৰতীয় সেনাৰ সপ্তাহজোৰা সামৰিক অনুশীলন | Assamese |
ত্ৰিপুৰাত কাৰ্যালয়ত উদ্ধাৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ মৃতদেহ | Assamese |
কংগ্ৰেছত অপ্ৰতিৰোধ্য খহনীয়াঃ ৫০০০ কৰ্মীয়ে এৰিব হাতৰ সংগ | Assamese |
প্ৰধানমন্ত্ৰী মোডীয়ে আজি আনুষ্ঠানিকভাৱে যাত্ৰাৰম্ভ কৰিলে বিক্ৰান্তৰ সৃষ্টি হল এক ইতিহাস | Assamese |
নুমলীগড় শোধনাগাৰৰ চিকিৎসালয়ত পাইপ লাইনেৰে ৰোগীক অক্সিজেন দিব পৰা অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ | Assamese |
এছিয়ান গেইমছৰ দলীয় মিক্সড ৪ ৪০০ মিটাৰ দৌৰত অংশ নলয় স্বৰ্ণকন্যা হিমা দাসে | Assamese |
এছিয়ান গেইমছত স্বৰ্ণ পদকৰ দাবীদাৰ মীৰাবাঈ চানুৰ যোগদান অনিশ্চিত | Assamese |
মাজুলীত অনুষ্ঠিত হব বডৌচা কাপ ফুটবলৰ গুৰুত্বপূৰ্ণ পাঁচখন মেচ | Assamese |
কেৰেলাৰ আন্তৰ্জাতিক কায়াকিং প্ৰতিযোগিতাত পদক জিনিলে মেঘালয়ৰ যুৱক বাছায়ামোইতে | Assamese |
আন্তঃজিলা টাইকোৱানডোৰ বাবে ঘোষণা নলবাৰীৰ ২৫ জনীয়া দল | Assamese |
২৩ বছৰ অনূৰ্ধ্ব ভাৰতীয় ফুটবল দলত নাগালেণ্ডৰ কিভি ঝিমমি | Assamese |
অৰ্থ কেতিয়াও অন্তৰায় হব নোৱাৰে প্ৰতিভাৰ ফুটবলাৰ সীমান্তক ৰাজ্য চৰকাৰৰ সহায়ৰ হাত | Assamese |
জৰ্ডান অভিমুখী ভাৰতীয় টেবুল টেনিছ দলত অসমৰ তৃষা গগৈ | Assamese |
ৰঞ্জী ট্ৰফীৰ লগতে ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্ট খেলিবলৈ সাজু পাহাৰীয়া ৰাজ্য ছিকিম | Assamese |
দেউকন ট্ৰফী আন্তঃজিলা স্কুল ফুটবলত চেম্পিয়ন কোকৰাঝাৰ | Assamese |
বিশ্বৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আন্ত:ৰাষ্ট্ৰীয় প্ৰাইমেট দিৱস উদযাপন | Assamese |
অলিম্পিকত পদক জয় কৰিব স্বৰ্ণজয়ী অসম কন্যা হিমাই পি টি উষা | Assamese |
বিশিষ্ট সাহিত্যিক চিন্তাবিদ গৱেষকপণ্ডিত ড০ প্রফুল্ল মহন্তৰ দেহাৱসান | Assamese |
ৰাজ্য চৰকাৰে মাটি আবণ্টন দিলেই ডিব্ৰুগড়ত নিৰ্মাণ হব দেশৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমি | Assamese |
দিনৰ পিছত দিন ধৰি নাবালিকা ছোৱালীক ধৰ্ষণ ১৪ দিনৰ ন্যায়িক জিম্মালৈ ধৰ্মগুৰু | Assamese |
খ্ৰীষ্টানসকলৰ ওপৰত বৰ্দ্ধিত আক্ৰমণৰ ঘটনা কেন্দ্ৰৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চতম ন্যায়ালয়ে | Assamese |
স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বাঁহৰ দলঙেই যাতায়তৰ মাধ্যম কেতিয়া হব সবকা সাথ সবকা বিকাশ | Assamese |
অনূৰ্ধ্ব ২০ ভাৰতীয় দলত অসমৰ উদীয়মান ফুটবলাৰ অমন চেত্ৰী | Assamese |
ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবলত ৰূপৰ পদক অৰ্জন আয়োজক অসমৰ | Assamese |
অইলআইটা ছুপাৰ ছিৰিজ টেনিছ চেম্পিয়নশ্বিপত উজলিল অসমৰ জিজ্ঞাসমান হাজৰিকা | Assamese |
মর্মান্তিক পত্নীৰ উপবাস ভঙাত ব্যস্ত চিকিৎসক চিকিৎসা অবিহনে মাতৃৰ কোলাতেই মৃত্যুক সাৱটিলে ৫ বছৰীয়া শিশুৱে | Assamese |
ইউক্ৰেইনত স্বেচ্ছাসেৱক চিকিৎসক হিচাপে কাম কৰি থকা ব্ৰিটিছ নাগৰিক নিহত | Assamese |
স্বৰ্ণকন্যা হিমা দাসৰ বাসগৃহত সত্ৰ মহাসভাৰ প্ৰতিনিধি আলফা নেতা | Assamese |
১৩ অনূৰ্ধ্ব ফুটবলৰ প্ৰথম দিনাই তামুলপুৰে ২০ৰ ব্যৱধানত পৰাস্ত কৰিলে ঘৰুৱা দল মঙলদৈক | Assamese |
ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবলৰ আৰম্ভণিৰ দিনাই উজ্জ্বীৱিত প্ৰদৰ্শন অসমৰ | Assamese |
এ পি এছ চিৰ অভিযুক্তৰ পক্ষত অৱস্থান লৈছে অসম চৰকাৰেঃ ডি ৱাই এফ আই | Assamese |
লক্ষ্য মোডী আস্থা ভোটত সহজে বিজয় লাভ কৰাৰ পিছতেই বিজেপিক আক্ৰমণ কেজৰিৱালৰ | Assamese |
লোক সভাতো দেখা গল হিমা দাস সফলতাৰ জয়গান | Assamese |
আজিৰ পৰা গুৱাহাটীৰ ডনবক্স স্কুলত সদৌ অসম টেবুল টেনিছবেডমিণ্টন প্ৰতিযোগিতা | Assamese |
জাৰ্মানীৰ পিছত চেক গণৰাজ্যত উজলিল শ্বুটাৰ হৃদয় হাজৰিকা জুনিয়ৰৰ দলীয় শাখাত ব্ৰঞ্জ হৃদয়ৰ | Assamese |
হিমাই গঢ়া ইতিহাসৰ বাবে ডেৰাডুনত পালন হিমা দাস দিৱস | Assamese |
বোকাখাতত ড্ৰাগছ সহ এজন যুৱকক আটক ড্ৰাগছৰ দুটা কন্টেইনাৰ উদ্ধাৰ | Assamese |
আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৰ | Assamese |
পেটৰ সমস্যাৰ বাবে ধন দিবলৈ অস্বীকাৰ বীমা কোম্পানীৰ কাৰ্যালয়ৰ বাহিৰত বমি কৰি প্ৰতিবাদ মহিলাৰ | Assamese |
পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ | Assamese |
মুখগহ্বৰৰ ঘাঁ বা মুখপাক ৰোগৰ কথা জানেনে আহকচোন ইয়াৰ চিকিৎসা সম্পৰ্কে কিছু কথা জানো | Assamese |
শক্তি লাভৰ বাবে স্বৰ্ণৰাণী হিমাক গোমাংস ভক্ষণৰ পৰামৰ্শ জুবিনৰ | Assamese |
উত্তৰপূবৰ ক্ৰিকেট উত্তৰণৰ বাবে টাস্ক ফ্চ গঠন বি চি চি আইৰ | Assamese |
উৰিষ্যাক হৰুৱাই ৰাষ্ট্ৰীয় মহিলা ছাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন মণিপুৰ | Assamese |
স্বৰ্ণৰাণী হিমাৰ ঘৰত উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিৎ ভূঞা | Assamese |
আজিৰে পৰা ভাৰতত উপলব্ধ দেশৰ প্ৰথমটো জৰায়ুৰ কৰ্কট প্ৰতিৰোধী ভেকছিন কিমান বয়সৰ পৰা লব পৰা যাব ভেকছিন | Assamese |
এভাৰ গিভন কণ্টেইনাৰ জাহাজৰ পিছত ছুৱেজ খালত পুনৰ আবদ্ধ আন এখন জাহাজ | Assamese |
ভাৰতৰ অৰ্থনীতিৰ ভাল অৱস্থা দেখিবলৈ অপেক্ষা কৰিব লাগিব ২০৪৭ চনলৈ আশাবাদী অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ | Assamese |
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনঃ জ্যেষ্ঠ নেতাই জনোৱা দাবীৰ পিছতো ভোটাৰ তালিকা ৰাজহুৱা নকৰে এআইচিচিয়ে | Assamese |
নৰোৰাম ফুটবল উদ্বোধনী খেলত জয়ী চামতা আঞ্চলিক ক্ৰীড়া সংঘ | Assamese |
বিশ্ব চেম্পিয়ন হিমালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
শিল্পীৰ তুলিকাত উদ্ভাসিত হিমা দৌৰৰাণীক অপূৰ্ব ৰূপত মূৰ্ত কৰি তুলিলে শিল্পী ভূপেন খঙীয়া ফুকনে | Assamese |
তিনি বছৰ ধৰি সন্ধানহীন হৈ থকা জয়দেৱ ব্ৰহ্মক জম্মুকাশ্মীৰৰ মেন্ধাৰ চহৰৰ পৰা উদ্ধাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে | Assamese |
তৃতীয় মৰ্চা গঠনৰ বাবে তৎপৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও নীতিশ কুমাৰক কৰিলে সাক্ষাৎ | Assamese |
বিশ্ব চেম্পিয়ন হিমালৈ সোণোৱালৰ অভিনন্দন ১ লাখ টকা ঘোষণা প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ | Assamese |
তাজমহলৰ নাম সলনি কৰি ৰখা হব তেজো মহালয়া আগ্ৰা পৌৰ নিগমত দাখিল প্ৰস্তাৱ | Assamese |
এইবাৰো ফলিয়াব নেকি বাবা ভাংগাৰ ভৱিষ্যতবাণী চলিত বৰ্ষতে ভাৰত সন্মুখীন হব ভয়াৱহ দুৰ্ভিক্ষৰ | Assamese |
বিশ্ব চেম্পিয়ন হিমাক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছেদৰ ঘোষণাৰে সন্মান মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
কাইলৈৰ পৰা মাইবাঙত ৪ৰ্থ সংখ্যক মহিলা নকআউট ফুটবল | Assamese |
সংগঠন বিৰোধী কাৰ্যত জৰিত থকাৰ অপৰাধত আলফা সদস্যক মৃত্যুদণ্ড | Assamese |
বিশ্ব এথলেটিকছত স্বৰ্ণ জয়েৰে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰা হিমাই ছচিয়েল মিডিয়াতো তুলিলে খলকনি | Assamese |
ভাৰতৰ হৈ স্বৰ্ণ জয় জামাইকা আমেৰিকাৰ দৰে আগশাৰীৰ দেশৰ প্ৰতিযোগীক পাত্তাই নিদিলে অসমৰ হিমা দাসে | Assamese |
নলবাৰীত এ ডিভিজন ফুটবলৰ ফাইনেলত চামতা আঞ্চলিক ক্ৰীড়া সংঘ | Assamese |
বিশ্ব ২০ অনূৰ্ধ্ব এথলেটিকছ ৪০০ মিটাৰৰ ছেমি ফাইনেলত হিমা দাস | Assamese |
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত উদ্বেগজনক তথ্যদেশৰ আত্মহত্যা কৰা ব্যক্তি এক চতুৰ্থাংশই দৈনিক মজুৰি কৰা শ্ৰমিক | Assamese |
মাতৃহাৰা হল ছোনিয়া গান্ধী ইটালীত দেহাৱসান পাওলা মাইনোৰ | Assamese |
কংগ্ৰেছত ব্যাপক খহনীয়া গুলাম নবী আজাদৰ সমৰ্থনত পুনৰ ৪২ জন নেতাৰ পদত্যাগ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.