text
stringlengths
1
2.59k
language
stringclasses
10 values
কলিয়াবৰত বন বিভাগৰ নিখোজ নাও বিচাৰিবলৈ গৈ বনকৰ্মীৰ সলিল সমাধি
Assamese
মৌ ৰসৰ কিছু উপকাৰিতাৰ বিষয়ে জানো আহক
Assamese
আজি ফিনলেণ্ডত বিশ্ব জুনিয়ৰ এথলেটিক চেম্পিয়শ্বিপত ফেভাৰিট হৈ অৱৰ্তীৰ্ণ হব হিমা দাস
Assamese
টকিঅ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিব মণিপুৰৰ ভাৰোত্তলক মীৰাবাঈ চানুৱে
Assamese
কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্যঅসমত্ৰিপুৰা সীমান্তত জব্দ কৰিলে ৪৭০০ কিলোগ্ৰাম গাঞ্জা
Assamese
নাৰীৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম একেৰাহে পঞ্চম বছৰৰ বাবে শীৰ্ষত
Assamese
বোকাখাতত আৰক্ষীৰ অভিযানগঁড়ৰ খৰ্গৰে সৈতে আটক দুই চোৰাং ব্যৱসায়ী
Assamese
আমৰলি পৰুৱাৰ টোপঅসমৰ অন্যতম জনপ্ৰিয় এক সুস্বাদু থলুৱা খাদ্য
Assamese
চমকপ্ৰদ প্ৰত্যাৱৰ্তন ঘটোৱা দীপা কৰ্মকাৰৰ প্ৰদৰ্শনত উৎফুল্লিত পিতৃমাতৃ
Assamese
এইগৰাকী ৰাছিয়ান সুন্দৰী গুপ্তচৰৰ প্ৰেমৰ মায়াজালত বন্দী হৈছিল নাটোৰ কৰ্মকৰ্তাসকল
Assamese
অসহযোগ আন্দোলনত নামিব অসম ক্ৰীড়া ব্ড কৰ্মী সংঘ
Assamese
বিশ্ব জিমনাষ্টিকছত সোণৰ পদক দখল দীপা কৰ্মকাৰৰ আঘাতৰ পিছত চমৎকাৰ প্ৰত্যাৱৰ্তন
Assamese
জটিল ৰোগত আক্ৰান্ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ধনুৰ্বিদ গহেলা বড়োলৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কেন্দ্ৰৰ
Assamese
কন্যা সন্তানৰ সুৰক্ষা আৰু শিক্ষাৰ বাবে গণ সজগতা পশ্চিমবংগৰ পৰা পৰশুৰামকুণ্ডলৈ চাইকেল যাত্ৰা
Assamese
গুৱাহাটীত আজিৰ পৰা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা
Assamese
নংপোত হকী ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাব ৰিভই জিলা হকী সংস্থাৰ
Assamese
শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথত দ খাৱৈত বাগৰি দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছ আহত কেইবাজনো যাত্ৰী
Assamese
এছিয়ান গেইমছলৈ টিকট নিশ্চিত আন এগৰাকী অসম কন্যা কবিতা দেৱীৰ
Assamese
ডিব্ৰুগড়ত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ
Assamese
মিঃ য়ুনিভাৰ্ছত ৰূপৰ পদক বিজয়ী ছৰিফুল শইকীয়াক নগাঁৱত উষ্ম আদৰণি
Assamese
এছিয়ান গেইমছলৈ টিকট নিশ্চিত কৰিলে আন এগৰাকী অসম জীয়ৰী ৰদালি বৰুৱাই
Assamese
কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশৰ মোদীফাইড ডিএনএ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে আজাদে
Assamese
মধ্য আকাশতে কাজিয়াত লিপ্ত দুই পাইলট অৱশেষত দুজনেই নিলম্বিত
Assamese
যুদ্ধৰ খৱৰ খেৰছনত ৰাছিয়াৰ সেনাৰ ওপৰত প্ৰত্যাক্ৰমণ চলাইছে ইউক্ৰেইনৰ বাহিনীয়ে
Assamese
ইৰাকী নেতাৰ ৰাজনীতি ত্যাগৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰতিবাদকাৰীসমৰ্থকৰ তাণ্ডৱ দেশজুৰি জাৰি কাৰফিউ
Assamese
২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে মেঘালয়ে আৰম্ভ কৰিলে পাৰম্ভিক প্ৰস্তুতি
Assamese
মাজুলীত বিশ্বকাপৰ উন্মাদনাবনগাঁৱত আৰম্ভ জিলা ভিত্তিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
Assamese
অনূৰ্ধ্ব ১৭ ভাৰতীয় মহিলা ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ ছিকিমৰ কৰিশ্মা ৰায়
Assamese
ছিংগাপুৰত অনুষ্ঠিত মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল নগাঁৱৰ ছৰিফুল শ‌ইকীয়াৰ
Assamese
বিজেপিত যোগদান নকৰে গুলাম নবী আজাদে স্পষ্ট কৰিলে স্থিতি
Assamese
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত হৰিনামেৰে মুখৰিত ৰাজ্য দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰো অসমীয়াতে টুইট
Assamese
মহিলা হকী বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত মিজোৰামৰ লালৰেমছিয়ামী
Assamese
স্বগৃহত ধিং এক্সপ্ৰেছ হিমা দাসক সম্বৰ্ধনা মন্ত্রী কেশৱ মহন্তৰ এক লাখ টকাৰ চেক প্ৰদান
Assamese
১৪০০ কোটি টকাৰ কেলেংকাৰী দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাৰ পদত্যাগ দাবী আপৰ
Assamese
৬ জুলাইত লামডিঙত সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা
Assamese
যান্ত্ৰিক বিজুতি চন্দ্ৰ অভিমুখে উৎক্ষেপন কৰিবলগীয়া নাছাৰ আৰ্টেমিছ ১ যানৰ উৎক্ষেপন স্থগিত
Assamese
সৰুসজাইত ধুমুহাৰ সৈতে মিতিৰালি পাতি ধিং এক্সপ্ৰেছ হিমাৰ স্বৰ্ণ পদক
Assamese
আজি ৪০০ মিটাৰ শাখাত স্বৰ্ণ জয়ৰ লক্ষ্যৰে সৰুসজাইৰ ট্ৰেকত নামিব ধিং এক্সপ্ৰেছ হিমা
Assamese
ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত বোকাখাতৰ বিক্ৰম চাংমাইৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ
Assamese
:পৃথিৱীৰ ফালে বেগাই আহি আছে বিশাল আকৃতিৰ এক গ্ৰহাণু উদ্বিগ্ন বিজ্ঞানী
Assamese
ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰাৰ বিৰুদ্ধে সৰব ইউৰোপীয় দেশ ৰাছিয়াৰ প্ৰতিক্ৰিয়া
Assamese
উচ্ছেদৰ জাননী শিৱসাগৰ ৰেল ষ্টেচন চৌহদত ৭০ টাৰো অধিক পৰিয়ালৰ প্ৰতিবাদ সাৱ্যস্ত
Assamese
ৰেনজং এফ চি আৰু কুমাৰ স্প্টিং ক্লাবৰ মাজৰ খেলেৰে আৰম্ভ ছিকিম দ্বিতীয় ডিভিজন ফুটবল লীগ
Assamese
কংগ্ৰেছৰ সভাপতি পদৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী ৰাহুল গান্ধী গান্ধী পৰিয়ালৰ উদ্ধাৰত ব্যস্ত বহু নেতা
Assamese
সম্ভৱ বুলবুলি চৰাইৰ পিঠিত উঠি আন্দামান কাৰাগাৰৰ পৰা ওলাই আহিছিল সাভাৰকাৰ
Assamese
জাৰ্মানীত হৃদয় জিনিলে অসমৰ হৃদয় হাজৰিকাই স্বৰ্ণ পদক অৰ্জন জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত
Assamese
উলানবাটাৰ বক্সিং প্ৰতিযোগিতাত লাভলিনাৰ ৰূপ শিৱ থাপাৰ ব্ৰঞ্জ
Assamese
দুভৰিৰ যাদুৰে মেছিয়ে তৃষ্ণা দূৰ কৰিলে উত্তৰপূবৰো লাখ লাখ অনুৰাগীৰ
Assamese
৭ জুলাইৰ পৰা ডিব্ৰুগড় আন্তঃক্লাব ছিনিয়ৰ ফুটবল লীগ
Assamese
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
পুনৰ পিছুৱালে ১৭ অক্টোবৰত কংগ্ৰেছ সভাপতি নিৰ্বাচন শীৰ্ষ নেতৃত্বৰ বৈঠকত লোৱা হ ল সিদ্ধান্ত
Assamese
এডৱাৰ্ড লিষ্টছ প্ৰতিযোগিতাত চেম্পিয়ন ধিং এক্সপ্ৰেছ হিমা দাস
Assamese
বোকাখাতৰ পৰা সংগোপনে নিয়া অতি বিৰল প্ৰজাতিৰ চানা বাৰ্কা মাছ সহ এজন লোকক জখলাবন্ধাত কৰায়ত্ত
Assamese
অসমৰ উৎকৃষ্ট খেলপথাৰখন ৰক্ষা কৰাত বিফলতাৰ বাবে কৃষি বিশ্ববিদ্যালয়ক সমালোচনা প্ৰাক্তন ছাত্ৰৰ
Assamese
অহা জুলাইত গুৱাহাটীত অনুষ্ঠিত হব ফেডাৰেচন কাপ ৰোলবল চেম্পিয়নশ্বিপ
Assamese
বিভিন্ন ক্ৰীড়া কাৰ্যসূচীৰ জৰিয়তে ২৩ জুনত অলিম্পিক দিৱস পালন কৰিবলৈ সাজু ছিকিম
Assamese
টংলাৰ অৰুণোদয় একাডেমিত উদীয়মান ফুটবল খেলুৱৈক সম্বৰ্ধনা
Assamese
ছিংগাপুৰত মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত অংশ লব নগাঁৱৰ ছৰিফুল শ‌ইকীয়াই
Assamese
গুৱাহাটীত ৮১৩ জুলাইত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা
Assamese
ৰাহুল গান্ধীক দোষাৰোপ কৰি কংগ্ৰেছ এৰিলে আন এজন জ্যেষ্ঠ নেতাই
Assamese
কাউণ্ট ডাউন আৰম্ভঃ আজি ধূলিৰ সৈতে মিলি যাব নয়দাৰ আকাশচুম্বী টুইন টাৱাৰ
Assamese
দেশৰ ক্ৰিকেট প্ৰশিক্ষণৰ সৰ্বোচ্চ অনুষ্ঠানত অসমসন্তান ৰাষ্ট্ৰীয় একাডেমিত প্ৰশিক্ষক পদত নিশান্ত বৰদলৈ
Assamese
চকুৰ পলকতে ধুলিৰ স্তূপত পৰিণত হল গগনচুম্বী অট্টালিকা মাটি হল নয়ডাৰ টুইন টাৱাৰ চাওক ভিডিঅ
Assamese
গুৱাহাটীত আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ দেহাৱসান
Assamese
এছিয়ান গেইমছত ভাৰতীয় মহিলা আৰ্চাৰী দলত অসমৰ প্ৰমীলা দৈমাৰী
Assamese
বাংলাদেশীক লৈয়ে নহয় এখন খেলপথাৰক লৈয়ো মিছা মাতিছে বিজেপিয়ে
Assamese
ছিকিম ফুটবল এছচিয়েশ্যনৰ চি ডিভিজন ফুটবলত য়ং অৰ্কিড চেম্পিয়ন
Assamese
খানাপাৰা খেলপথাৰ সোণোৱাললৈ এইবাৰ আহ্বান বিজেপি সাংসদ ৰমেন ডেকাৰ
Assamese
ৰাজ্যৰ ২৫ খন জিলাত আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি পৰীক্ষা আজিও বন্ধ কৰা হল ইণ্টাৰনেট সেৱা
Assamese
খানাপাৰা খেলপথাৰ এতিয়া অসম কৃষি বিশ্ববিদ্যালয় বনাম অসম বিজেপি
Assamese
মানুহৰ মগজুকলৈ বিজ্ঞানীৰ নিৰন্তৰ গৱেষণা লাভ কৰিছে বহু নতুন তথ্য
Assamese
অনূৰ্ধ্ব১৯ কোচবিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট দখলেৰে বি চি চি আইৰ বাৰ্ষিক বঁটা জিনিলে অসমৰ ৰাহুল সিঙে
Assamese
নিজৰ ধ্বংসৰ বাট নিজেই মোকোলাইছো আমি আহি থকা দিনত তিনি গুণ বেছি বৃদ্ধি পাব পৃথিৱীৰ উত্তাপ
Assamese
অন্ধ্ৰ প্ৰদেশৰ সাগৰৰ পাৰৰ ৭৬ টন প্লাষ্টিক পৰিষ্কাৰ কৰি ২২০০০ লোকৰ বিশ্ব অভিলেখ
Assamese
মুম্বাইত ২৪ ঘণ্টীয়া নৈশ মাৰাথনত দৌৰিব ছিকিম মাৰাথন মানৱ অমৰ চুব্বাই
Assamese
খানাপাৰা খেলপথাৰ ধ্বংসৰ বাবে বিজেপিক জগৰীয়া কৰা অসম কৃষি বিশ্ববিদ্যালয়লৈ ৬টা প্ৰশ্ন
Assamese
সৰুসজাইত ২৬ জুনৰ পৰা আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নিশ্বপ
Assamese
বিতৰ্কত অসম কৃষি বিশ্ববিদ্যালয় গণতন্ত্ৰৰ জ্ঞান নাই কৰ্তৃপক্ষৰ তীব্ৰ ককৰ্থনা বিজেপি সভাপতিৰ
Assamese
অপেক্ষা ১৪ জুন অসমতো ফুটবল প্ৰেমীৰ মাজত বিশ্বকাপৰ উত্তাপ
Assamese
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোন্ধ পাইছে আহোম সংগঠনসমূহে
Assamese
আই লীগ টুৰ্ণামেণ্টত দুভৰিৰ যাদু দেখুৱাবৰ বাবে সাজু ছিকিম হিমালয়ান ফুটবল ক্লাব
Assamese
সোণালী ফোগাটৰ মৃত্যু ৰহস্যঃ চিচিটিভি ফুটেজ লাভ কৰাৰ পিছতে গোৱাৰ ৰেষ্টুৰেণ্টৰ গৰাকীৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
Assamese
বিজেপি সন্ত্ৰাস কংগ্ৰেছ আৰু দলৰ বিধায়কসকলৰ সৈতে ৰাঁচী এৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে
Assamese
ফুটবলৰ মহাযুদ্ধ ফিফা বিশ্বকাপক আদৰিবলৈ সাজু ছিকিম
Assamese
অৰুণাচলত সীমা সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ বাবে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণকলৈ আৰণ্যকৰ বিশেষ কর্মশালা
Assamese
ডিব্রুগড়ৰ চি কে শৰ্মা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অইল ইণ্ডিয়া বনাম অসম পুলিচ ব্লুজ
Assamese
ডিব্রুগড়ৰ চি কে শৰ্মা আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অসম পুলিচ ব্লুজ
Assamese
সঞ্জীতা চানুৰ নিষেধাজ্ঞা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাক স্থিতি স্পষ্ট কৰাৰ দাবী মণিপুৰৰ মহিলা সংগঠনৰ
Assamese
মাৰ্ঘেৰিটাত মহাবিদ্যালয় সমূহত নামভৰ্তিৰ মাচুল আৰু অন্যান্য মাচুল বৃদ্ধিৰ প্ৰতিবাদ
Assamese
টীয়কৰ পথাৰত চিৰাল ফাট ভূতৰ ওপৰত দানহ পৰাদি মজাখোৱা পোকৰ উপদ্ৰব
Assamese
দাঁতৰ আলুৰ বেমাৰৰ লগতে মুখৰ দুৰ্গন্ধৰ বিষয়ে কিছু কথা জানো আহক
Assamese
কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী বাহিনীৰ জোৱান
Assamese
খেলপথাৰ খেলৰ বাবে সোণোৱাল চৰকাৰ দুতলীয়া মন্তব্য প্ৰাক্তন ৰঞ্জি খেলুৱৈৰ
Assamese
মুম্বাইত উত্তৰপূবৰ খেলুৱৈক লৈ জাহ্নু বৰুৱাৰ পুত্ৰই গঠন কৰিলে নৰ্থইষ্ট ৰেঞ্জাৰছ এফ চি নিজেও খেলিব দলত
Assamese
মিজোৰামৰ এইচ্ছ লালদিনছাংগা ১৮ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল দলৰ প্ৰশিক্ষক নিযুক্ত
Assamese
কেৰালা ব্লাষ্টাৰত চুক্তিবদ্ধ উত্তৰপূবৰ ফুটবলৰ যুৱ চাঞ্চল্য ধীৰাজ মৈৰাংথেম
Assamese
আছু যুৱছাত্ৰৰ পিছত খেলপথাৰ বচাবলৈ কৃষক মুক্তি মহাবিদ্যালয় ছাত্ৰ একতা সভা
Assamese
ভাৰতৰ ৪৯ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ উদয় উমেশ ললিতে
Assamese
বিজেপি চিৰিয়েল কিলাৰ বহু ৰাজ্যত বহু দলক হত্যা কৰিছেঃ কেজৰিৱাল
Assamese
নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তনস্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
Assamese