text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
গুলাম নবী আজাদে কৰা অভিযোগ সঁচা নহয় আজাদৰ পদত্যাগৰ পিছতে কংগ্ৰেছৰ প্ৰতিক্ৰিয়া | Assamese |
আইজল এফ চিত চুক্তিবদ্ধ হল নাইজেৰিয়ান ষ্ট্ৰাইকাৰ চিডি এডেহ | Assamese |
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যৱৰ্ধন ৰাথোৰক সাক্ষাৎ অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰৰ | Assamese |
খেলপথাৰ ধ্বংস আছু যুৱছাত্ৰৰ তীব্ৰ নিন্দা মুখ্য মন্ত্ৰী সোণোৱালৰ জৰুৰী হস্তক্ষেপ দাবী | Assamese |
বিজেপিয়ে ধ্বংস কৰিলে অসমৰ সকলোতকৈ উৎকৃষ্ট খেলপথাৰখন অভিযোগ অসম কৃষি বিশ্ববিদ্যালয়ৰ | Assamese |
বিজেপিত যোগদান কৰিব নেকি গুলাম নবী আজাদে নতুন দল খোলাৰো ইংগিত | Assamese |
ৰাছিয়াত ৰক্তাক্ত প্ৰতিদ্বন্দ্বিতাৰে কিক বক্সিঙৰ বিশ্ব প্ৰতিযোগিতাত সোণ আৰ্জন নিষ্ঠাৰ | Assamese |
বিশ্বত ২১ শতাংশলৈ হ্ৰাস পাইছে মাংকি পক্সৰ সংক্ৰমণৰ ঘটনাঃবিশ্ব স্বাস্থ্য সংস্থা | Assamese |
পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্যঃ বিজেপিৰ বিধায়কক গ্ৰেপ্তাৰ কিন্তু আজিও মুকলি আকাশৰ তলতে নুপুৰ শৰ্মা | Assamese |
হিৰ ইণ্টাৰনেশ্যনেল কাপত জিলিকিছে উত্তৰপূবৰ দুই ফুটবলাৰ জেজে আৰু হলিচৰণ নাৰ্জাৰী | Assamese |
বৰ্ষাপাৰা ষ্টেডিয়ামত তীব্ৰ গতিত চলিছে ভাৰতৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচৰ প্ৰস্তুতি | Assamese |
ক্ৰিকেটাৰ গম্ভীৰৰ মহানুভৱতা এইবাৰ কান্ধপাতি ললে বজালীৰ চহিদ বলেন হৰিজনৰ সন্তানৰ সমস্ত দায়িত্ব | Assamese |
পাম খেতিৰে অসমক মৰুভূমি কৰাৰ পাং বিজেপিৰঃ অভিযোগ ৰিপুণ বৰাৰ | Assamese |
ৰাজ্যৰ ক্ৰীড়া ক্লাবসমূহৰ উন্নয়নৰ পদক্ষেপ লব ৰাজ্য চৰকাৰে মুখ্য মন্ত্ৰী | Assamese |
অশ্ৰুসিক্ত নয়নেৰে মাতৃ সোণালী ফোগাটৰ মৃতদেহৰ সাঙী কান্ধত তুলি ললে অভিনেত্ৰীগৰাকীৰ কন্যাই | Assamese |
এথলীট সঞ্জীতা চানু সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ মণিপুৰৰ মুখ্য মন্ত্ৰীৰ | Assamese |
সাময়িক নিলম্বনক প্ৰত্যাহ্বান জনাব স্বৰ্ণ বিজয়ী ভাৰোত্তোলক সঞ্জীতাই | Assamese |
এথলীট হিমা দাসলৈ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা য়ু বি চিৰ | Assamese |
কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ ইণ্টাৰ ক্লাব ছুপাৰ ডিভিজন ফুটবল লীগ | Assamese |
১০ কোটি টকাৰ কেলেংকাৰীয়ে কঁপাইছে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল ৰাইজৰ দলৰ | Assamese |
৫জি সেৱাঃ ১২ অক্টোবৰৰ ভিতৰত ভাৰতত হব উপলব্ধ | Assamese |
কংগ্ৰেছত মোক্ষম আঘাত দলৰ সকলো পদবীৰ পৰা জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ পদত্যাগ | Assamese |
বোকাখাতৰ বৰজুৰিত হত্যাকাণ্ড স্বামীৰ হাতত প্ৰাণ গল পত্নীৰ | Assamese |
ৰাজ্যত শীঘ্ৰেই আৰম্ভ হব উচ্চমানৰ স্কুল ক্ৰিকেট টুৰ্ণামেণ্ট | Assamese |
নিষিদ্ধ ড্ৰাগছ ব্যৱহাৰৰ অভিযোগত সাময়িকভাৱে নিষিদ্ধ কমনৱেলথত স্বৰ্ণজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা | Assamese |
কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যত বিটিআৰ অঞ্চল অনন্ত ৰায় মহাৰাজৰ মন্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া | Assamese |
আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাত দুলীয়াজান নিউ ভিষ্টা ছেইণ্ট জেভিয়াৰ্ছৰ সহজ জয় | Assamese |
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণপদক বিজেতা কলিয়াবৰৰ ৰূপজ্যোতিক জাগ্ৰত মহিলা মঞ্চৰ সম্বৰ্ধনা | Assamese |
আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কঁঠালগুৰি উঃ মাঃ বনাম ছেইণ্ট জেভিয়াৰ্ছ | Assamese |
মাদ্ৰাছা শিক্ষকৰ বিৰুদ্ধে পত্নীক তলা বন্ধ কৰি ৰাখি শাৰীৰিকমানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ | Assamese |
হাতীমানুহৰ সংঘাতসজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি মহানগৰীৰ তিনিটা স্থানত বাটৰ নাট প্ৰদৰ্শন | Assamese |
বিশ্বত প্ৰথম একেলগে মাঙ্কিপক্স কোভিড এইচআইভি তিনিওটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হল এক ব্যক্তি | Assamese |
২০ গলৰ ব্যৱধানত কেৰেলা ব্লাষ্টাৰ্ছক পৰাস্ত কৰি ১৮ অনূৰ্ধ্ব য়ুথ লীগৰ খিতাপ দখল শ্বিলং লাজং এফ চিৰ | Assamese |
মণিপুৰত দেশৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ অধ্যাদেশ মঞ্জুৰ | Assamese |
ডিগবৈত ভাৰতীয় মহিলা ক্ৰিকেট এ দলৰ সদস্যা মনীষা দাসক সম্বৰ্ধনা | Assamese |
ছিকিম মাৰাথন মানৱ অমৰ চুব্বা ১২ ঘণ্টীয়া নৈশ মাৰাথনলৈ | Assamese |
জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত জিলিকিল চৰাইডেউৰ জ্যোতিষ | Assamese |
উমানন্দ বৰা ক্ৰিকেট ওদালগুৰিক হৰুৱাই চেম্পিয়ন গুৱাহাটী | Assamese |
মঙলদৈত প্ৰথমখন ফুটবল আৰু টেবুল টেনিছ একাডেমি উদ্ধোধন | Assamese |
টীয়কৰ ঔগুৰিত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
স্বাৱলম্বিতাৰ আদৰ্শ মূৰত ৰদ লৈ ট্ৰেক্টৰ চলাই নিজেই হাল বাই পথাৰত কৃষি কাৰ্যত ব্যস্ত মহিলা | Assamese |
বিধায়ক ভাঙিবলৈ ৮০০ কোটি টকা খৰচ কৰিব বিচাৰিছে বিজেপিয়েকেজৰিৱালৰ বিস্ফোৰণ | Assamese |
অৰ্শৰোগ কি জানেনে জানো আহক কেনেকৈ ইয়াৰ চিনাক্তকৰণ হয় | Assamese |
ইম্ফলত চীনা ক্ৰীড়া বিশেষজ্ঞৰ তত্বাৱধানত ছাই খেলুৱৈৰ উশ্বুৰে বিশ্ব বিজয়ৰ অনুশীলন | Assamese |
উন্নত প্ৰশিক্ষণৰ বাবে ইটালিলৈ যোৱা ভাৰতীয় বক্সিং দলত লাভলিনা বৰগোহাঁই | Assamese |
ডিব্ৰুগড়ত আৰম্ভ আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন | Assamese |
বিজেপিক গালি দিয়াৰ পৰিবৰ্তে শ্বেৰমান আলিয়ে কংগ্ৰেছক গালি পাৰেআব্দুল খালেক | Assamese |
চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফুত উজলিল অসমৰ ৬ সন্তান | Assamese |
গোৱালপাৰাত পুনৰ আৰক্ষীৰ জালত পৰিল আন এজন জেহাদী | Assamese |
সংসদত বলৱৎ হব নতুন আচৰণ বিধি বেনাৰপোষ্টাৰ লৈ সাংসদে কৰিব নোৱাৰিব প্ৰতিবাদ | Assamese |
বেডমিণ্টন এছিয়াৰ উপ সভাপতিৰূপে নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা | Assamese |
ভাৰতীয় জাতীয় ফুটবল দলত অসমৰ বিনীত ৰায় | Assamese |
অসমৰ বিদ্যালয় বন্ধ কৰাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট | Assamese |
ক্ৰৱেচিয়াত অনুষ্ঠিত হবলগীয়া বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰলৈ অসমৰ ৮ গৰাকী খেলুৱৈ | Assamese |
অৰুণাচলৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী মুৰি লিনগিৰ এভাৰেষ্ট জয় | Assamese |
কাশ্মীৰৰ ৰাজনীতিত নতুন পাকঃ গুপকাৰ মিত্ৰজোঁট ত্যাগ কৰিলে নেচনেল কনফাৰেন্সে | Assamese |
গেংটকত অনুষ্ঠিত স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টত ভুটানৰ আৰ্চাৰি দলৰ জয়লাভ | Assamese |
আভা দললৈ বৰপেটাৰ ১২ বছৰ অনূৰ্ধ্বৰ ফুটবলৰ বিজয়ীৰ খিতাপ | Assamese |
নেপালত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত বিশ্বনাথৰ কাৰাটে দলৰ সুনাম অৰ্জন | Assamese |
থাইলেণ্ডৰ আগশাৰীৰ ফুটবল ক্লাবত প্ৰশিক্ষণৰ সুযোগ পৰশ বড়োলৈ | Assamese |
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ | Assamese |
আৰএছএছৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে সংসদীয় সমিতিৰ পৰা বাদ দিয়া হৈছিল নীতিন গাডকাৰীক | Assamese |
পান মেকমিলানে প্ৰকাশ কৰিব আইজল ফুটবল ক্লাবৰ বিষয়ে লিখা কিতাপ | Assamese |
প্ৰতিবাদৰ পিছত আৰক্ষীয়ে ফোনযোগে বিভিন্ন জিলাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যক হাৰাশাস্তি কৰাৰ অভিযোগ | Assamese |
দিল্লীত ২০২৫ কোটি টকাত আপৰ বিধায়কক ক্ৰয় কৰিব বিচাৰিছে বিজেপিয়ে কাইলৈ দিল্লী বিধানসভাত বিশেষ অধিৱেশন | Assamese |
কাইলৈ গেংটকত ১৭ সংখ্যক মুখ্য মন্ত্ৰী স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টৰ ফাইনেল | Assamese |
ভাৰতীয় জাতীয় ফুটবল দলৰ বাবে নিৰ্বাচিত ছিকিমৰ বিকাশ জাইৰু | Assamese |
ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ সমহাৰত দৰমহা প্ৰদানৰ দাবী অসম ক্ৰীড়া ব্ডৰ কৰ্মচাৰীৰ | Assamese |
ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে শব্দকোষ প্ৰস্তুত কৰা প্ৰথম খন ৰাজ্যত পৰিণত তামিলনাডু | Assamese |
বিহাৰৰ আস্থা ভোটত নীতিশ কুমাৰৰ বৃহৎ জয় বিজেপিৰ ৱাকআউট | Assamese |
ভাৰত কী বীৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ বাবে দৌৰা মাৰাথন দৌৰবীৰ সমীৰ সিঙক এছ এছ বিৰ সম্বৰ্ধনা | Assamese |
চাৰি শতাধিক খেলুৱৈৰ অংশগ্ৰহণেৰে গুৱাহাটী চিটি এফ চিৰ ট্ৰায়েল সম্পন্ন | Assamese |
প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাৰ বাবে নিয়োজিত হব মুধোল হাউণ্ড কুকুৰ কি এই মুধোল হাউণ্ড কুকুৰ | Assamese |
নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰৱাসী অসমীয়া জ্যোতিৰ্বিজ্ঞানীৰ জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ প্ৰশংসনীয় উদ্যোগ | Assamese |
পিত্তস্থলীৰ ৰোগৰ কথা নিশ্চয় শুনিছে জানো আহক আৰু কিছু কথা | Assamese |
প্ৰিয়া ছেত্ৰীৰ দখলত ছিকিম আন্তঃবিদ্যালয় দ্ৰুত দবা টুৰ্নামেণ্টৰ খিতাপ | Assamese |
উত্তৰ পূৱৰ সৈতে বিনিময় কাৰ্যসূচী গ্ৰহণ কৰিব বেংগল ক্ৰিকেট সস্থাই | Assamese |
ঢেকীয়াজুলিত অনুষ্ঠিত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ শোণিতপুৰ জিলা সন্মিলন | Assamese |
জাপানত হব লগীয়া এছিয়ান কাৰাটেলৈ নিৰ্বাচিত ভাৰতীয় দলত বৰপেটাৰ নিশাদ আলী | Assamese |
গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পদত পুনৰ অধিষ্ঠিত হল মুনীন নবিছ | Assamese |
বতৰ বিজ্ঞান বিভাগৰ আগজাননীশীঘ্ৰেই ধাৰাসাৰ বৰষুণৰ কবলত পৰিব অসমসহ উত্তৰপূব ভাৰত | Assamese |
হাতীমানুহৰ সংঘাত সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোৰাবাটত বাটৰ নাটক পৰিৱেশন | Assamese |
কলিয়াবৰত চাঞ্চ্যলকৰ হত্যাকাণ্ডচোকা অস্ত্ৰৰে ঘপিয়াই হত্যা হোটেল কৰ্মচাৰীক | Assamese |
ৰাজ্যৰ বিভিন্ন চিকিত্সালয়ত নাই সৰ্প দংশনৰ উপযুক্ত চিকিত্সা ব্যৱস্থা ক্ষোভ প্ৰকাশ ড০ দিব্যজ্যোতি শইকীয়াৰ | Assamese |
৬ মেত গুৱাহাটী ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা৮ টা পদত অনুষ্ঠিত হব নিৰ্বাচন | Assamese |
আমেৰিকাৰ ভিছা নোপোৱা বাবে প্ৰশিক্ষণৰ পৰা বঞ্চিত লাভলিনা সহ ২০ ভাৰতীয় বক্সাৰ | Assamese |
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ টেবল টেনিচ সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি মৃগাংক বৰ্মনৰ | Assamese |
ডিব্ৰুগড়ৰ দুই ভাতৃভগ্নীৰ সাফল্য যোগ প্ৰতিযোগিতাত লাভ কৰিলে স্বৰ্ণ পদক | Assamese |
এলোপেথিক লৈ অভিযোগ কিয় বাবা ৰামদেৱক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ | Assamese |
স্পোৰ্টছ অথৰিটী অৱ অৰুণাচলৰ বিভিন্ন পদত খেল পৃষ্ঠভূমিৰ লগত জড়িত ব্যক্তিক নিয়োগৰ দাবী অৰুণাচল অলিম্পিক এছচিয়েশ্যনৰ | Assamese |
নূপুৰ শৰ্মাৰ পিছত এইবাৰ টি ৰাজা সিং পয়গম্বৰকলৈ কৰা অপমানজনক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ বিজেপি বিধায়ক | Assamese |
নাছাই মুকলি কৰিলে বৃহস্পতি গ্ৰহৰ এক সম্পূৰ্ণ সুকীয়া ছবি দেখি মুগ্ধ সকলো মহাকাশপ্ৰেমী | Assamese |
ছিকিম পুলিচৰ দখলত মহেন্দ্ৰ কাৰ্কী ফুটবল প্ৰতিযোগিতাৰ বিজয়ী খিতাপ | Assamese |
বৰপেটাত ৫ মে পৰা ফুটবলৰ বিশেষ প্ৰশিক্ষণ তথা বাচনি শিবিৰ | Assamese |
কলিয়াবৰত নিশা চাঞ্চল্যকৰ ঘটনা দুই ফৈদৰ মাজৰ সংঘৰ্ষত আহত তিনিজন | Assamese |
কমনৱেল্থ গেইমছত সোণৰ পদক আজুৰি অনা মণিপুৰৰ তিনিগৰাকী খেলুৱৈক সম্বৰ্ধনা ৰাজ্যপাল নাজমা হেপতুল্লাৰ | Assamese |
আদানিৰ বাবেই কৃষকৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মেঘালয়ৰ ৰাজ্যপালৰ | Assamese |
কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ | Assamese |
বিজেপিৰ স্বৈৰাচাৰী শাসন ওফৰাবলৈ অসমৰ কৰ্মচাৰীসকলক সংকল্পবদ্ধ হবলৈ আহ্বান ভূপেন বৰাৰ | Assamese |
অসম টেবুল টেনিছ সন্থাৰ নতুন সমিতিসভাপতি মৃগাংক বৰ্মন সম্পাদক ত্ৰিদিব দুৱৰা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.