text
stringlengths
1
2.59k
language
stringclasses
10 values
নেশ্যনেল চটোকান কাৰাটে ফেডাৰেশ্যনৰ নেশ্যনেল চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ অৰুণাচল প্ৰদেশ
Assamese
পৃথিৱীখন গিলিবলৈ আহি আছে ভোকাতুৰ সূৰ্য শেহতীয়া গৱেষণাত চাঞ্চল্য
Assamese
গুৱাহাটী চিটি এফ চিৰ ট্ৰায়েল স্থানীয় চেমনীয়া ফুটবল প্ৰতিভাৰে দল গঠনৰ উদ্যোগ
Assamese
কমনৱেল্‌থ গেইমছৰ দুই বীৰাংগনা মীৰাবাই চানু আৰু সঞ্জিতা চানুক গৃহৰাজ্যত বিপুল আদৰণি
Assamese
মহানগৰীৰ পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assamese
বিজেপিত যোগদান কৰিলেই তুলি লব সকলো গোচৰ মেচেজ পাইছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছোদিয়াই
Assamese
টংলা ইংলিছ মিডিয়াম হাইস্কুলৰ শিৰত তৃতীয় সংখ্যক চম্পক ৰায় বৰুৱা স্মাৰক ট্ৰফী
Assamese
বেংকক এফ চিত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত দুধনৈৰ পৰশ বড়ো
Assamese
গাড়ী বিস্ফোৰণত নিহত ইউক্ৰেইন যুদ্ধৰ মাষ্টাৰমাইণ্ড আলেকজেণ্ডাৰ ডুগিনৰ কন্যা ডাৰিয়া
Assamese
মঙলদৈৰ অসম ভিত্তিক চাইক্লিঙত প্ৰাঞ্জল ৰাভা চেম্পিয়ন
Assamese
স্কটিছ ফুটবল ক্লাব মাডাৰৱেল এফ চিয়ে ধীৰাজক আগবঢ়ালে তিনি বছৰীয়া চুক্তিৰ প্ৰস্তাৱ
Assamese
উজবেকিস্তানত অনুষ্ঠিত এছিয়ান য়ুথ ভাৰোত্তোলনত অসমৰ সুৰজিৎ চাংমাইৰ ব্ৰঞ্জ
Assamese
নুৰুদ্দিন আহমেদ আন্তঃজিলা ছিনিয় ক্ৰিকেটৰ ফাইনেলত বঙাইগাওঁ
Assamese
ছিকিমত আজিৰ পৰা মুখ্য মন্ত্ৰী গল্ড কাপ আৰ্চাৰী টুৰ্ণামেণ্ট
Assamese
শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কাজিৰঙাত টুৰিষ্ট গাইডৰ সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসুচী
Assamese
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ শিলগুটি নিক্ষেপ লাঠিৰে কোবাই ভাঙিলে গাড়ী
Assamese
মনীষ চিছোদিয়ালৈ চিবিআইৰ লুকআউট জাননীঃ মোদীৰ চৰকাৰক তুলাধুনা কেজৰিৱালৰ
Assamese
ভিছা উলিয়াবলৈ গৈ খালী হল একাউণ্ট ২ টকা প্ৰেৰণ কৰাৰ পিছতে নোহোৱা হল ২ লাখ টকা
Assamese
মহেন্দ্ৰ কাৰ্কী ফুটবল প্ৰতিযোগিতাত ৰেনজং ফুটবল ক্লাবক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত ছিকিম পুলিচ
Assamese
ছিকিমৰ যুৱ খেলুৱৈৰ সমৰ্থনত সংঘবদ্ধ আন্তঃজাতিক খেলুৱৈ
Assamese
বিশ্ব পেচাদাৰী ছিৰিজ দুৰ্দান্ত প্ৰদৰ্শনেৰে বক্সিং ৰিঙলৈ প্ৰত্যাৱৰ্তন শিৱ থাপাৰ
Assamese
অসমৰ ক্ৰিকেটপ্ৰেমীলৈ সুখবৰ গুৱাহাটীত ভাৰতৱেষ্ট ইণ্ডিজৰ মাজত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া
Assamese
বৰপেটা বঙাইগাঁও জিলাৰ সীমামূৰীয়া লাংলাৰ পৰা বৃহৎ পৰিমাণৰ তেলসহ আটক চোৰাং তেল ব্যৱসায়ী
Assamese
বঙাইগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত উদ্যমিতা উৎসাহ সন্মিলন
Assamese
পঞ্জীয়নভুক্ত কোম্পানীৰ ঠিকনাৰ প্ৰমাণীকৰণ সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম
Assamese
ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰথম পৰ্যায়ৰ নিযুক্তি পৰীক্ষা বন্ধ ইণ্টাৰনেট সেৱা প্ৰৱেশপত্ৰত ভুলৰ সমাহাৰ
Assamese
নুৰুদ্দিন আহমেদ ট্ৰফীমঙলদৈ ষ্টেডিয়ামত বঙাইগাঁও আৰু শিলচৰৰ মাজত অনুষ্ঠিত হব প্ৰথমখন ছেমি ফাইনেল
Assamese
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মৰমৰ দুমহলীয়া ঘৰটো ভঙাৰ সলনি ৫০০ ফুট ঠেলি পিচুৱাই নিলে এইজন কৃষকে
Assamese
মাণ্ডলিক ক্ৰিকেট একাডেমিৰ উত্তৰপূব আৰু বিহাৰ মণ্ডল শিবিৰৰ প্ৰশিক্ষকৰ দায়িত্ব ছিকিমৰ কিকাম ভুটিয়ালৈ
Assamese
আইজলত উন্নতমানৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
Assamese
মঙলদৈ মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা
Assamese
২২ এপ্ৰিলৰ পৰা গুৱাহাটীত প্ৰেছিডেন্সিয়েল কাপ বেছ বল
Assamese
১৯ এপ্ৰিলৰ পৰা মঙলদৈ মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা
Assamese
১৯ এপ্ৰিলৰ পৰা গেংটকত মহেন্দ্ৰ কাৰ্কি সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা
Assamese
কমনৱেল্‌থ গেমছত স্বৰ্ণ পদক জয়ী মেৰী কমলৈ টুইটাৰযোগে অভিনন্দন ৰাষ্ট্ৰনেতাৰ
Assamese
বঙাইগাঁও বৰপেটা আৰু মৰিগাঁওৰ পিচত এইবাৰ গোৱালপাৰাত আৰক্ষীৰ জালত মছজিদৰ ইমামৰূপী জেহাদী
Assamese
অহা নাই এম্বুলেন্স ঠেলাত আনিলে অসুস্থ ৰোগী বাতৰি কৰা তিনি সাংবাদিকৰ বিৰুদ্ধে দাখিল এজাহাৰ
Assamese
২৫ খন জিলাত ২ ঘন্টাৰ পৰিৱৰ্তে ৬৭ ঘন্টা ইন্টাৰনেট কৰ্তন ওকণিৰ ভয়ত চুলি কাটিছে নেকি বিজেপি চৰকাৰে
Assamese
মহিলাৰ ৪ ৪০০ মিটাৰ ৰিলেত সপ্তম স্থানহে পালে হিমা দাসৰ দলে
Assamese
পাৰ্টিত সুৰাপান কৰি গানৰ তালত নৃত্য ড্ৰাগ টেষ্ট কৰালে বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীগৰাকীয়ে
Assamese
অষ্ট্ৰেলিয়াৰ গল্ড কষ্টৰ কমনৱেলথ গেমছত স্বৰ্ণ জয় মেৰীকমৰ
Assamese
কাইলৈ কমনৱেল্‌থ গেইমছৰ আন এক ফাইনেলত দৌৰিব হিমা দাসে
Assamese
ভাৰতত বৃদ্ধি পাইছে টমেট ফ্লু ৮২ জনৰ শৰীৰত হৈছে চিনাক্ত জানক সৱিশেষ
Assamese
স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা আহত মহিলাৰ ক্ষতস্থানত কণ্ডমৰ পেকেটেৰে বেণ্ডেজ
Assamese
ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস উপলক্ষ্যে ইলোৰা বিজ্ঞান মঞ্চই আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ অংশগ্ৰহণৰ দিন বৃদ্ধি
Assamese
সৰ্বনাশ কাণ্ড ৱেব চিৰিজ চাই বন্দুক ক্ৰয় কৰিলে এজন কিশোৰে বন্ধুবৰ্গক ভয় খুৱাবলৈ গৈ হল গ্ৰেপ্তাৰ
Assamese
শনিবাৰে গেংটকত অনুষ্ঠিত হব ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল
Assamese
কমনৱেল্থ গেইমছ মণিপুৰৰ খেলুৱৈৰ উজ্জ্বীৱিত প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ মুখ্য মন্ত্ৰী বীৰেণ সিঙৰ
Assamese
কমনৱেল্থ গেইমছত চমক সৃষ্টি কৰা হিমা দাসলৈ ৰেলৱে বিভাগৰ চাকৰি
Assamese
ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছালৈ ক্ৰীড়া সূৰ্যৰত্ন বঁটা
Assamese
হিমা দাসলৈ অসম ছাত্ৰ সন্থাৰ অভিনন্দন নতুন প্ৰজন্মৰ বাবে হিমা হব সাহস
Assamese
কমনৱেলথ গেমছত পদক আৰ্জনত ব্যৰ্থ অসমৰ হিমা আগবঢ়ালে ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন
Assamese
জিলা বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত নিলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উৎকৃষ্ট প্ৰদৰ্শন
Assamese
স্বভাৱসিদ্ধ খেলেৰে ধুমুহাৰ গতিৰে ফাইনেলত প্ৰৱেশ মেৰী কমৰ
Assamese
কমনৱেল্থ গেইমছ শ্বুটিঙত স্বৰ্ণ জয় কৰিলে ছিকিমৰ শ্বুটাৰ জিতু ৰায়ে
Assamese
গুৱাহাটীত আজিৰে পৰা প্ৰথমবাৰৰ বাবে পৰম্পৰাগত ক্ৰীড়া মহোৎসৱ
Assamese
কাইলৈ তৃতীয়চতুৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ২৫ জিলাত অনুষ্ঠিত হব পৰীক্ষা পৰীক্ষাৰ্থীয়ে মানিব লাগিব কি কি নিয়ম
Assamese
ন্যায়পালিকাৰ ওপৰত অনাস্থা গণতন্ত্ৰৰ বাবে বিপজ্জনক কথা মুখ্য ন্যায়াধীশ এনভি ৰমনা
Assamese
২০২৪ত যুঁজ হব মোদী বনাম কেজৰিৱালৰঃ মনীষ চিছোদিয়া
Assamese
কাশ্মীৰ সমস্যাৰ সমাধান আলোচনাৰে সম্ভৱ যুদ্ধৰে নহয়ঃ পাক প্ৰধানমন্ত্ৰী
Assamese
জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ বঙাইগাঁও জিলা সমিতি গঠন
Assamese
হাৰ্নিয়া কি আৰু ই কেনেকৈ হয় কাৰণ সমূহ জানেনে
Assamese
দিল্লীনাগপুৰক আনুগত্য দেখুৱালৈ গৈ অসমৰ নিবনুৱাৰ ভৱিষ্যতক পণবন্দী নকৰিবজাতীয় যুৱ শক্তি
Assamese
মহানগৰীত পুনৰ ছিলিণ্ডাৰ বিস্ফোৰণ ৪ টাকৈ ছিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল ভঙাগড়
Assamese
দুই অসম সন্তানে সফলতা অৰ্জনেৰে ৰাজ্যৰ ক্ৰীড়া জগতলৈ পুনৰ কঢ়িয়াই আনিলে সুনাম
Assamese
ৰাষ্ট্ৰীয় জুনিয়ৰ জিমনাষ্টিকত উজলি উঠিছে অসমৰ উপাসা তালুকদাৰ
Assamese
নিমিষতে সংবাদ মাধ্যমৰ নয়নৰ মণি হৈ পৰিল হিমা ছচিয়েল মিডিয়াতো শুভেচ্ছাৰ জোৱাৰ
Assamese
কমনৱেল্‌থ গেইমছ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে অসম জীয়াৰী হিমা দাস ফাইনেলত
Assamese
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰিৰ স্বীকৃতি ছিকিমৰ দুগৰাকী মহিলা ফুটবল ৰেফাৰিলৈ
Assamese
ছুপাৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ আইজল এফ চি ১০ ব্যৱধানত পৰাস্ত কৰিলে ইষ্ট বেংগলে
Assamese
কমনৱেল্থ গেমছৰ ছেমিফাইনেলত উপনীত অসমৰ এথলীট হিমা দাস
Assamese
ওদালগুৰিত জিলাভিত্তিক স্থানীয় ক্ৰীড়া শিবিৰৰ আয়োজন
Assamese
বীৰ লাচিত দিব্যাংগ ক্ৰিকেট উদ্বোধনী মেচত তামিলনাডুৰ বিৰুদ্ধে সহজ জয় অসমৰ
Assamese
জন্মাষ্টমীত মথুৰাৰ মন্দিৰত আৰতিৰ সময়ত প্ৰচণ্ড ভিৰৰ মাজত শ্বাসৰুদ্ধ হৈ দুগৰাকী ভক্তৰ মৃত্যু
Assamese
অগপবিজেপিৰ দুৰ্গ কলিয়াবৰত আম আদমী পাৰ্টিৰ সদস্য ভৰ্তি অভিযান
Assamese
কমনৱেল্‌থ গেইমছ কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ হল লাভলীনা বৰগোহাঁই
Assamese
গাত ঘহি ললে বাটৰ কচু আৰক্ষীক গালি দিবলৈ ১২০০০ বাৰ ফোন গ্ৰেপ্তাৰ মহিলা
Assamese
চোমালিয়াৰ ৰাজধানীৰ হোটেলত আলশ্বাবাব উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ নিহত কমেও ৮ জন
Assamese
বঙাইগাঁৱত চিৰাং আৰক্ষীৰ অভিযানড্ৰাগছ নগদ ধন জব্দ
Assamese
কমনৱেলথ গেমচত সোণৰ পদক লাভ কৰা নয়নমনি শইকীয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিপুল সম্বৰ্ধনা
Assamese
কে এল অ সাধাৰণ সম্পাদক কৈলাশ কোচৰ আত্মসমৰ্পণক বংগ আৰক্ষীৰ নাটক আখ্যা সেনাধ্যক্ষ জীৱন সিংহৰ
Assamese
ভাৰতীয় ডাক বিভাগত ৯৮০০০ ৰো অধিক খালী পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কত কিদৰে কৰিব পাৰিব আবেদন
Assamese
জ্যেষ্ঠ সাংবাদিক মোছলেম উদ্দিন আহমেদক সাহিত্য সভাদলসংগঠনৰ সম্বৰ্ধনা
Assamese
কমনৱেলথ গেমছৰ ছেমিফাইনেলত উপনীত মেৰীকম পদক নিশ্চিত
Assamese
মীৰাবাই চানুলৈ ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিলে মুখ্য মন্ত্ৰী বীৰেন সিঙে
Assamese
কোকৰাঝাৰত কেন্দ্ৰীয়ভাবে উদযাপন বড়ো সাহিত্য সভাৰ প্ৰয়াত সভাপতি শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ২২ সংখ্যক মৃত্যুবাৰ্ষিকী
Assamese
নুৰুদ্দিন আহমেদ ট্ৰফী যোৰহাটৰ বিপক্ষে গুৰুত্বপূৰ্ণ ১৯ ৰানৰ অগ্ৰগতি বঙাইগাঁৱৰ
Assamese
মঙলদৈৰ নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা কুৱাৰ্টাৰ ফাইনেলত গুৰুত্বপূৰ্ণ পইণ্ট আৰ্জন বঙাইগাঁৱৰ
Assamese
কমনৱেলথ গেমছত সোণালী ইতিহাস ৰচা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুক অভিনন্দন মুখ্য মন্ত্ৰী বীৰেন সিঙৰ
Assamese
কমনৱেলথ গেইমছত দেশৰ হৈ দ্বিতীয় স্বৰ্ণ জয় মণিপুৰৰ ভাৰোত্তোলক সঞ্জিতা চানুৰ
Assamese
এ এফ চি কাপ ৩১ৰ ব্যৱধানত বেংগালুৰু এফ চিয়ে পৰাস্ত কৰিলে আইজল এফ চিক
Assamese
প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুককি আছে এই কবিতাত
Assamese
ওপৰৰ হেঁচাৰ বাবেই চিছোদিয়াৰ ঘৰত চিবিআইএ তালাচী চলাইছে অৰবিন্দ কেজৰিৱাল
Assamese
জাপানৰ যুৱকযুৱতীসকলে অধিক সুৰা পান কৰাটো বিচাৰে দেশ খনৰ চৰকাৰে কিয়
Assamese
বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা
Assamese
এভাৰেষ্ট অভিযানৰ বাবে সাজু আন এগৰাকী অৰুণাচলী মহিলা মুৰি লিংগি
Assamese
মণিপুৰৰ পূব ইম্ফলত আজিৰ পৰা আৰম্ভ ৰাজ্যিক ভিত্তিত চেপাক টাকৰাও চেম্পিয়নশ্বীপ
Assamese
ছুপাৰ কাপ ফুটবল শ্বিলং লাজঙে ৩২ ব্যৱধানত পৰাস্ত কৰিলে শক্তিশালী এফ চি পুনে চিটিক
Assamese
জামিন পালে শিৱসাগৰৰ বিতুপন চাংমায়েফেচবুকত দিয়া কমেন্টৰ বাবে খাটিলে তিনি মাহৰ কাৰাবাস
Assamese
কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক
Assamese