text
stringlengths
1
2.59k
language
stringclasses
10 values
টীয়কত চাঞ্চল্যকৰ ঘটনা প্ৰেমিকাক চুৰিকাঘাত কৰি আত্মহত্যা প্ৰেমিকৰ
Assamese
ৰূপহীহাটত গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ
Assamese
কমনৱেলথত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ আঁজুৰিলে মণিপুৰৰ মীৰাবাই চানুৱে
Assamese
মিঃ শৰাইঘাটৰ খিতাপ লাভ ৰেলৱেৰ জাভেদ আলী খানৰ মিঃ শৰাইঘাট অসম শুভদীপ বৈদ্য
Assamese
সৰুসজাই ষ্টেডিয়ামত এ এফ চি কাপৰ এখন খেলত আজি বেংগালুৰু এফ চিৰ মুখামুখি হব আইজল এফ চি
Assamese
মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হব নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেল
Assamese
মঙলবাৰৰ পৰা ছিকিমৰ গেংটক চহৰত আৰম্ভ হল প্ৰথম বাৰ্ষিক ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতা
Assamese
অসম ক্ৰিকেটত ব্যতিক্ৰম ঘটনা একেটা দলতে খেলিলে মাতৃকন্যা
Assamese
কমনৱেল্থ গেমছ পদক জয়ৰ বাবে এখোজ দূৰত বক্সাৰ লাভলিনা আৰু মেৰী কম
Assamese
বেডমিণ্টন এছচিয়েশ্যন অৱ ইণ্ডিয়াৰ সভাপতিৰূপে নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা
Assamese
ভাৰত বিৰোধী প্ৰচাৰ পাকিস্তানৰ এটাকে ধৰি আঠটা ইউটিউব চেনেল নিষিদ্ধ কৰিলে কেন্দ্ৰই
Assamese
বোকাখাতত হেৰইন সহ এজন যুৱকক আটক উদ্ধাৰ কন্টেইনাৰ সহ ১৩ গ্ৰাম হেৰইন
Assamese
খীৰতী গাইলৈ পর্যবসিত হৈছে গুৱাহাটী স্মার্ট চিটী প্রকল্পআম আদমি পাৰ্টী
Assamese
দেশত হ্ৰাস পাইছে জনসংখ্যা ১০ টি শিশু জন্ম দিয়া মহিলাসকলক ধনেৰে পুৰস্কৃত কৰিব পুটিনে
Assamese
মঙলদৈ ক্ৰিকেট লীগৰ বিজয়ীৰ খিতাপ অৰ্জন মঙলদৈ টাউন ক্লাবৰ
Assamese
দুধনৈত পুৱাই জনবসতিপূৰ্ণ স্থানলৈ ওলাই আহিল গজৰাজবহু ঘৰ তচনচ
Assamese
হৰিনামৰ ধ্বনিৰে মুখৰিত কলিয়াবৰৰ আকাশ বতাহ
Assamese
বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা কিয় বাদ পৰিল নীতিন গাডকাৰী শেহতীয়া মন্তব্যই কাল হল নেকি গাডকাৰীৰ বাবে
Assamese
বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
Assamese
ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰাৰ উদ্দেশ্যেই চৰকাৰী বিদ্যালয়ৰ পৰা মাতৃভাষাৰ মাধ্যম উঠাই দিয়া হৈছেঃ অখিল গগৈ
Assamese
নামাজৰ সময়তে আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ ২১ জনৰ মৃত্যু বহু লোক আহত
Assamese
নেপালৰ কাঠমাণ্ডুৰ চতুৰ্খ সংখ্যক ছাত্ৰ অলিম্পিকলৈ ওদালগুৰি জিলাৰ ১৭ অনূৰ্ধ্বৰ ১৪ ২২ অনূৰ্ধ্বৰ ৬ গৰাকী খেলুৱৈ নিৰ্বাচিত
Assamese
ৰাষ্ট্ৰীয় ক্যোৰুগি আৰু পুমচাই প্ৰতিযোগিতাত পদক অৰ্জন ছিকিম এমেচাৰ টাইকোৱানডো এছচিয়েশ্যনৰ দলৰ
Assamese
অসমৰ ৰোগাক্ৰান্ত ফুটবলাৰৰ বাবে আগবাঢ়ি আহিল ক্ৰীড়া মন্ত্ৰী ৰাথোড়
Assamese
দিনযোৰা কাৰ্যসূচীৰে সামৰণি পৰিল দৰং জিলা কাৰাটে ডো চেম্পিয়নশ্বীপৰ
Assamese
বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপলৈ অসম জীয়ৰী মনোমতী দহোতীয়া
Assamese
কেৰালাৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়েৰে সন্তোষ ট্ৰফিৰ পৰা বিদায় মিজোৰামৰ
Assamese
বিশ্বনাথত দুদিনীয়া টাই কোৱানডো প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি
Assamese
ওদালগুৰিত জিলা পৰ্যায়ৰ দুদিনীয়া ক্ৰীড়া সমাৰোহৰ সামৰণি
Assamese
৩৫সংখ্যক চহিদ স্মৃতি সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন বজালী ক্ৰিকেট ক্লাব
Assamese
বীৰ লাচিত ক্ৰিকেট গুৱাহাটীত প্ৰথমবাৰৰ বাবে আয়োজন অন্য ধৰণে সক্ষমৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা
Assamese
জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি
Assamese
বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ
Assamese
আমাক জীয়াই থাকিবলৈ দিয়ক কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা
Assamese
বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত জাতীয় পতাকাৰ স্বকীয়তামৰ্যাদা অক্ষুণ্ণ ৰাখক শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী
Assamese
কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ
Assamese
ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বাক স্বাধীনতাক জীয়াই ৰাখক ৰাষ্ট্ৰপতি মুৰ্মুলৈ ৰুশ্বদীকে ধৰি ১০২ জন লেখকৰ পত্ৰ
Assamese
তালাকইহাছান তিনি তালাকৰ দৰেই একে নে কি কলে উচ্চতম ন্যায়ালয়ে
Assamese
নেতৃত্বৰ ওপৰত ক্ষোভ কাশ্মীৰৰ নিৰ্বাচন সমিতিৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ
Assamese
তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত অংক আৰু বিজ্ঞানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ প্ৰতিবাদ
Assamese
মেঘালয়ৰ মুৱে থাই খেলুৱৈয়ে লগ কৰিলে মুখ্য মন্ত্ৰী কনৰাদ চাংমাক
Assamese
মেঘালয়ত হব লগা ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ক ৰাজ্যৰ পৰ্য্যটন ক্ৰীড়া আন্তঃগাঁথনিসংস্কৃতিৰ বিকাশৰ কাৰ্য্যসূচী হিচাপে লোৱা উচিত মুখ্য মন্ত্ৰী চাংমা
Assamese
সোমবাৰৰ পৰা মণিপুৰত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় জুনিয়ৰ খো খো প্ৰতিযোগিতা
Assamese
ৰাষ্ট্ৰীয় যুৱ বক্সিঙত উজলি উঠিছে অসমৰ প্ৰতিভাবান মহিলা বক্সাৰ
Assamese
মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ আন্তঃক্লাব এ ডিভিজন ক্ৰিকেট লীগ
Assamese
মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰিলে টাৱাং টি টুৱেণ্টি চেম্পিয়নছ লীগ
Assamese
কমনৱেল্থ গেমছৰ বাবে সম্পূৰ্ণ সাজু ভাৰোত্তোলক মীৰাবাঈ চানু
Assamese
দুবছৰৰ বাবে গোৱা এফ চিত চুক্তিবদ্ধ হল মিজোৰামৰ গলকীপাৰ লাথুৱাম্মায়ুয়া ৰাল্টে
Assamese
ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৱুশ্বু প্ৰতিযোগিতালৈ ছিকিম এমেচাৰ ৱুশ্বু এচচিয়েশ্বনৰ ন জনীয়া দল
Assamese
ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত উজলিল অৰুণাচলৰ দুগৰাকী খেলুৱৈ
Assamese
নতুন স্থানলৈ স্থানান্তৰিত হব দিচপুৰ আৰক্ষী থানাজনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই
Assamese
প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা
Assamese
চাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০০০০ কিলোমিটাৰৰ যাত্ৰা ৪৫০ দিনত উপস্থিত হব লণ্ডনত
Assamese
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ
Assamese
সূৰ্যৰ বয়স এতিয়া কিমান মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে
Assamese
অঘটন স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ
Assamese
কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ নিহত কমেও ৭ জোৱান
Assamese
হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ
Assamese
অইল ইণ্ডিয়া লিমিটেডে ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈক প্ৰদান কৰিলে ক্ৰীড়া জলপানি
Assamese
ক্ৰীড়া ক্ষেত্ৰত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ধাৰাবাহিক সফলতা অৰ্জন
Assamese
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এটা সুখবৰ জাপানৰ এছিয়ান কাৰাটেলৈ নিৰ্বাচিত বৰপেটাৰ নিশাদ আলী
Assamese
গুৱাহাটীত কৃত্ৰিম শৈলাৰোহণৰ দেৱাল মুকলি
Assamese
অৰুণাচল প্ৰদেশত এভাৰেষ্ট অভিযানৰ শুভাৰম্ভ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ
Assamese
অইল ইণ্ডিয়াডি এফ এ আমন্ত্ৰণমূলক আন্তঃএকাডেমি ফুটবল প্ৰতিযোগিতাত শ্ৰেষ্ঠ দুলীয়াজান ফুটবল একাডেমি
Assamese
২৬ হেজাৰ মিনি ষ্টেডিয়াম নিৰ্মানৰ পৰিকল্পনা অসম চৰকাৰৰ
Assamese
ত্ৰিপুৰাৰ আশিস কৰৰ প্ৰশিক্ষণত ভাৰতীয় হেণ্ডবল দলে পাকিস্তানত জিকিলে চেলেঞ্জাৰ ট্ৰফি
Assamese
ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু ছিকিমৰ শৰীৰ চৰ্চা আৰু ভাৰত্তোলক দল
Assamese
শশীন্দ্ৰ কুমাৰ চহৰীয়া সোঁৱৰণী ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ মঙলদৈ ক্ৰিকেট একাডেমিৰ দুই দলৰ
Assamese
অসমমেঘালয় সীমান্তৰ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত ৩ জন নিহত
Assamese
বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনস্বাধীনতাৰ ৰদ কাঁচলিত বোকাখাত নামৰ গ্ৰন্থ উন্মোচন
Assamese
ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ
Assamese
মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে হেল্ল সলনি কব লাগিব বন্দে মাতৰম
Assamese
নাগালেণ্ডত বিদ্ৰোহী গোটৰ আক্ৰমণত আহত অসম ৰাইফলছৰ দুই জোৱান
Assamese
স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতাকর্মীয়ে মুখৰিত কৰিলে আকাশবতাহ
Assamese
স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা দুজন নিহত
Assamese
বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা
Assamese
আইনৰ বক্সিং ৰিঙত মেৰি কম বিদেশী পুঁজি গ্ৰহণক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ প্ৰশ্নৰ সন্মুখীন মেৰিৰ একাডেমি
Assamese
হিৰ ইণ্ডিয়ান মহিলা লীগৰ বাবে সাজু শ্বিলং প্ৰিমীয়াৰ মহিলা ফুটবল প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হব ২৫ মাৰ্চত
Assamese
গুৱহাটীত ফুটবল উৎসৱেৰে সামৰণি পৰিল প্ৰিমিয়াৰ স্কিলছ দ্বাৰা আয়োজিত প্ৰশিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম
Assamese
অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় প্ৰেচিডেন্সিয়েল বেইছবল টুৰ্নামেণ্ট
Assamese
ত্ৰিপুৰাত ক্ৰীড়াৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ পোষকতা ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীৰ
Assamese
গুৱাহাটীত অনুষ্ঠিত হব ভাৰতৱেষ্ট ইণ্ডিজ শৃংখলাৰ এদিনীয়া খেল
Assamese
দেৱজিৎ ভূঞা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন ডিব্ৰুগড় ক্ৰিকেট ক্লাব
Assamese
চল্লিছ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত ক্ৰীড়া পেঞ্চনাৰৰ বয়স
Assamese
ভাৰতীয় এথলীট দলৰ সৈতে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে অসম কন্যা হিমা দাস
Assamese
দেশৰ ৭৫ বছৰীয়া স্বাধীনতা ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত
Assamese
লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কলে ভাৰতৰ ৫টা সংকল্পৰ কথা
Assamese
স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ
Assamese
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প মুখ্যমন্ত্ৰীৰ
Assamese
ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া
Assamese
গুৱাহাটীত প্ৰথম বাৰৰ বাবে প্ৰীমিয়াৰ স্কিলছ ইনিচিয়েটিভ আয়োজন প্ৰীমিয়াৰ লীগ বৃটিশ্ব কাউন্সিলৰ
Assamese
দুলীয়াজানৰ অইলডি এফ এ আমন্ত্ৰণমূলক আন্তঃ একাদেমি ডিব্ৰুগড়তিনিচুকীয়া অনূৰ্ধ্ব১৬ ফুটবলত বুধবাৰৰ বিজয়ী নামৰূপ টাউন ক্লাব বাৰেকুৰি ফুটবল একাডেমি
Assamese
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব মেৰীকম বক্সিং একাডেমি
Assamese
বেংককৰ আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতালৈ মেঘালয়ৰ চাৰিগৰাকী খেলুৱৈ
Assamese
অসম ক্ৰিকেটৰ আন এটা ভাল খবৰ ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত ঢকুৱাখানাৰ মনীষা দাস
Assamese
কমনৱেল্থ গেমছৰ বাবে সাজু উত্তৰপূবৰ তিনিগৰাকী মহিলা বক্সাৰ
Assamese
ৰাষ্ট্ৰীয় জুনিয়ৰ টেনিছ দলত উদিত গগৈ আৰু কৃষ্টি বড়ো
Assamese
কমনৱেল্থ গেমছলৈ নিৰ্বাচিত তিনি মহিলা খেলুৱৈক শুভেচ্ছা অসম ছাত্ৰ আৰু যুৱ কল্যাণ সংস্থাৰ
Assamese
পুনৰ উজলিল অসমৰ হিমা দাসএইবাৰ ২০০ মিটাৰত স্বৰ্ণ
Assamese
৩ এপ্ৰিলত গুৱাহাটীত ২৯ সংখ্যক মিঃ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা
Assamese