text
stringlengths
1
2.59k
language
stringclasses
10 values
হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজজাখিলীৰ ৫০৬০ গৰাকী মহিলা
Assamese
কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅচিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা
Assamese
২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু
Assamese
হৰ ঘৰ ত্ৰিৰংগাহাৰিয়ানাত ৬৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী
Assamese
বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰত কংগ্ৰেছৰ তিনিজনে লাভ কৰিব মন্ত্ৰিত্ব
Assamese
লোণ আইন ভংগঃ দাণ্ডীযাত্ৰাত গান্ধীজীৰ সহযাত্ৰী হৈছিল কিমানজন লোক
Assamese
স্বাধীনতাৰ অম্লমধুৰ কথাঃ ৰাউলাট আইন বাতৰি কাকতৰ মুখ বন্ধ কৰাৰ চেষ্টা ব্ৰিটিছৰ
Assamese
নিৰাপত্তা বিশেষজ্ঞ তথা প্ৰসিদ্ধ লিখক জয়দীপ শইকীয়ালৈ ভাৰতীয় সেনাৰ বিশেষ সন্মান
Assamese
এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰিত সোণৰ পদক জিনিলে ওদালগুৰিৰ প্ৰমিলা দৈমাৰীয়ে
Assamese
হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এচচিয়েশ্বন অৱ ইণ্ডিয়াৰপৰা গুচাবৰ বাবে কৰা আবেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
Assamese
অষ্ট্ৰেলিয়াত কমনৱেলথ গেমছলৈ অসমৰ তৰুণী দৌৰবিদ হিমা দাস নিৰ্ধাৰিত সময়তকৈও কম সময়ত সম্পূৰ্ণ কৰিলে দৌৰ
Assamese
অন্তিম খেলত ঘৰুৱা খেলপথাৰত আকৰ্ষণীয় ড্ৰৰে আইলীগ সামৰিলে লাজঙে
Assamese
আই লীগত আজি শ্বিলং লাজঙৰ সন্মুখত ইষ্ট বেংগলঅন্তিম মেচত অৱতীৰ্ণ হব শ্বিলং লাজং
Assamese
দিল্লীৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসমৰ ভৱজিৎ চৌধুৰীৰ
Assamese
দেওধৰ ট্ৰফীত ইণ্ডিয়াএ দলক প্ৰশিক্ষণ দিব প্ৰাক্তন ৰঞ্জী খেলুৱৈ নিশান্ত বৰদলৈয়ে
Assamese
আজি আই লীগ ফুটবল প্ৰতিযোগিতাত আইজল এফ চি বনাম গোকুলাম এফ চি
Assamese
কমনৱেলথ গেমছলৈ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই বুধবাৰে ৰাতিলৈকে খেলুৱৈগৰাকীক খবৰেই দিয়া নাই নিৰ্বাচকে
Assamese
ড০ টি আও সোঁৱৰণী ফুটবলৰ ফাইনেলত নাগালেণ্ডৰ হাতত ১০ গলত পৰাস্ত অসম
Assamese
ভাৰতবৰ্ষই নহয় পৃথিৱীৰ এই দেশবোৰো স্বাধীন হৈছিল ১৫ আগষ্টত জানেনে এই ইতিহাস
Assamese
শ্বহীদ পুত্ৰৰ স্মৃতি বুকুঁত সাৱটি স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি এহাল বৃদ্ধ দম্পতিৰ
Assamese
মহানগৰীত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা ঘৰুৱা শিক্ষকৰ কামনা বলি ১০ বছৰীয়া ছাত্ৰী
Assamese
আঁৰৰ কাহিনী পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস উদযাপন কৰে
Assamese
কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা
Assamese
স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষ্যে টীয়ক আৰক্ষীৰ সজাগতা ৰেলী
Assamese
এজন বিধায়ক এক পেঞ্চন আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ
Assamese
ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হল মেৰীকম
Assamese
আইজল এফ চিক হৰুৱাই আই লীগ পইণ্ট তালিকাৰ শীৰ্ষত মিনাৰ্ভা পাঞ্জাব
Assamese
ডাঃ টি আও ফুটবলৰ ফাইনেলত প্ৰৱেশ অসমনাগালেণ্ডৰ
Assamese
আন্তঃবিশ্ববিদ্যালয় মহিলা টেবুল টেনিছপ্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ওছমানিয়া বিশ্ববিদ্যালয়
Assamese
বাইচুং ভূটীয়াই আজি এৰিলে তৃণমূল কংগ্ৰেছ এতিয়ালৈকে আন দলত যোগ দিয়া নাই
Assamese
ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টৰ ফাইনেলত এম চি মেৰীকম
Assamese
এমটিভিৰ ছুপাৰ ফাইট লীগত উজলিছে অসম সন্তান ভৱজিত
Assamese
ডিব্ৰুগড় বিশ্ববিদ্যালয় মহিলা ভলীবলত ফিজিকেল এডুকেইশ্যন চূড়ান্ত বিজয়ী
Assamese
এপ্ৰিলত অনুষ্ঠিত হব মহেন্দ্ৰ কাৰ্কী সোঁৱৰণী আমন্ত্ৰনমূলক ফুটবল প্ৰতিযোগিতা
Assamese
ভাৰতীয় ফুটবল দলৰ প্ৰবাদপ্ৰতীম নাগা খেলুৱৈ ডাঃ তালিমেৰেন আওৰ জন্ম শতবৰ্ষৰ ২১ বছৰ অনূৰ্ধ্ব উত্তৰপূব পৰিষদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ
Assamese
অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰকচুতীয়া যুৱ সন্মিলন
Assamese
কাশ্মীৰত মুকলি হল বিশ্বৰ সৰ্বোচ্চ ৰেল দলং চেনাব দলং
Assamese
পুনৰ কোভিডত আক্ৰান্ত কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধী
Assamese
দিল্লীত পঞ্চমগৰাকী মাংকি পক্সত আক্ৰান্ত ৰোগী চিনাক্ত ভ্ৰমণ কৰিছিল নাইজেৰিয়া
Assamese
মুকলি ষ্টেডিয়ামত ক্ৰীড়াভিন্ন আন কাৰ্যকলাপ অনুষ্ঠিত কৰাৰ অনুমতি নিদিয়ে ডিব্রুগড় ক্ৰীড়া সংস্থাই
Assamese
স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য
Assamese
শুকুৰবাৰৰ পৰা ডাঃ টি আও স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা
Assamese
মণিপুৰত অতি শীঘ্ৰে স্থাপন কৰা হব বিশ্ব পৰ্যায়ৰ ফুটবল একাডেমীৰাজ্যৱৰ্দ্ধন সিং ৰাথোৰ
Assamese
চোৰক মোৰে পালে ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হল সন্দেহযুক্ত বেংক ডকাইতক
Assamese
বক্সাৰ এম চি মেৰীকম আৰু এল সৰিতা দেৱী ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ
Assamese
গৃহমন্ত্ৰীৰ বঁটাকলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে
Assamese
মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতা গোলাঘাট জিলা চাহ জনজাতি একাদশ বিজয়ী
Assamese
ছিকিমৰ গেংটকত বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
Assamese
আজি কোকৰাঝাৰ আৰু বাগসা জিলাৰ মাজত অনুষ্ঠিত হব চীফ মিনিষ্টাৰ্ছ টিট্ৰাইবছ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল
Assamese
অৰুণাচল প্ৰদেশৰ যুৱ সমাজৰ মাজত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে সোমবাৰে অনুষ্ঠিত হয় ৰান ফৰ স্পোৰ্টছ মিনি মাৰাথন
Assamese
বুলগেৰিয়াত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে উত্তৰপূব ভাৰতৰ বক্সাৰে
Assamese
শ্বিলং লাজং এফ চিয়ে ২১ গলৰ ব্যৱধানত পৰাজিত কৰিলে আইজল এফ চিক
Assamese
আলফা স্বাবৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ
Assamese
টীয়কত বিভিন্ন কাৰ্যালয় বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ ৰ
Assamese
সামাজিক সংকীৰ্ণতাৰ বলি অতুল শৰ্মাৰ পুতি থোৱা মৃতদেহ গাঁতৰ পৰা উলিয়াই সৎকাৰ
Assamese
চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে
Assamese
ভাৰতচীন উত্তেজনাৰ মাজতে ভাৰতত অৱতৰণ ফ্ৰান্সৰ তিনি খনকৈ যুদ্ধ বিমানৰ কিয় আহিল যুদ্ধ বিমান
Assamese
আজি আই লীগ ফুটবল প্ৰতিযোগিতাত শ্বিলং লাজঙৰ সন্মুখত আইজল এফ চি
Assamese
২০১৮ ৰ আন্তৰ্জাতিক ৱুশ্বু প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব অৰুণাচলৰ ৱুশ্বু খেলুৱৈয়ে
Assamese
যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগক সম্বৰ্দ্ধনা জনালে অসমৰ ৰাজ্যপালে
Assamese
বৰষুণে পানী কৰিব নেকি স্বাধীনতা দিৱসৰ আনন্দ ১২১৬ আগষ্টলৈ অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ
Assamese
কোকৰাঝাৰ ছাই কমপ্লেক্সত দুদিনীয়া বাচনি প্ৰশিক্ষণ শিবিৰ আৰম্ভ
Assamese
শিৱসাগৰ পৌৰসভাত বিত্তীয় অনিয়মদৰমহাত খৰচ হল ত্ৰয়োদশ বিত্তীয় আয়োগে চহৰ উন্নয়নৰ বাবে দিয়া ধন
Assamese
আই পি এলৰ এখনো খেল নহয় নৱনিৰ্মিত ২৬০ কোটি টকীয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত
Assamese
স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰা সকলৰ ঘৰৰ ছবি তুলি ৰখা হব বিজেপি নেতাৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া
Assamese
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত প্ৰতিবন্ধী প্ৰাৰ্থীক বঞ্চনাৰ অভিযোগঃ ৪৮ঘন্টাৰ সময়সীমা অন্যথা আন্দোলনৰ হুংকাৰ
Assamese
আজি গুৱাহাটীত নৰ্থইষ্ট ইউনাইটেডৰ বিপক্ষে কেৰেলা ব্লাষ্টাৰ্ছ
Assamese
কমনৱেল্থ গেমছত অংশ নলয় জিমনাষ্ট দীপা কৰ্মকাৰে
Assamese
বিজয় হাজাৰে ট্ৰফিত বৰোদাৰ হাতত অসম ২৭৯ ৰানত পৰাজিত
Assamese
আজি সৰুসজাইত নৰ্থইষ্টৰ বিৰুদ্ধে দিল্লী ডাইনামোজ
Assamese
মণিপুৰ আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হব চিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল
Assamese
ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন অৱসৰ প্ৰাপ্ত আৰু কৰ্মৰত হাতী মাউট আৰু ঘাঁচিক সম্বৰ্ধনা
Assamese
ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া
Assamese
কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি
Assamese
নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱজীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গল বায়েক গ্ৰেছলিয়ে
Assamese
দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ
Assamese
আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভণি হল ৰেড শ্বীল্ড ডিভিজন পল প্ৰতিযোগিতা
Assamese
কলকাতাৰ পৰা ওভতাৰ পথত ৰেলৰ মজিয়াতে শুবলৈ বাধ্য কৰা হল আইজল এফ চিৰ খেলুৱৈক
Assamese
ৰাজ্যিক হেণ্ডবল খেলুৱৈ প্ৰশিক্ষক মঞ্জুৰ আলীৰ নিষ্ঠাপূৰ্ণ প্ৰয়াসে ডিমৌক উপহাৰ দিছে সফল খেলুৱৈ
Assamese
কলিয়াবৰ মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাত শালনা চাহ বাগিচা জয়ী
Assamese
আজিৰে পৰা কোকৰাঝাৰত আছুৰ নাছিৰ হুছেইন সোঁৱৰণী স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা
Assamese
ৰাজ্যৰ নতুন মুখ্য সচিব নিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া পৱন কুমাৰ বৰঠাকুৰ
Assamese
অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
Assamese
অনূৰ্ধ্ব১৩ যুৱ লীগৰ খেলত শ্বিলং লাজং একাডেমিয়ে ৭১ গলত হৰুৱালে টাটা ফুটবল একাডেমিক
Assamese
ধীৰাজ সিঙৰ প্ৰথমদিনাৰ অনুশীলনক লৈ সন্তুষ্টি প্ৰকাশ মাডাৰৱেল এফ চি দলৰ বিষয়ববীয়া
Assamese
তৃতীয় সংখ্যক নুমলীগড় মাৰাথন প্ৰতিযোগিতাত কেনিয়াৰ খেলুৱৈৰ আধিপত্য
Assamese
স্কটিছ ক্লাব মাডাৰৱেল এফ চিৰ বাচনি শিবিৰলৈ ১৭ বছৰীয়া ভাৰতীয় গলকীপাৰ ধীৰাজ সিঙ
Assamese
কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লিজিয়ন অফ অনাৰ
Assamese
ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয় ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক মন্তব্য ড০ হীৰেন গোহাঁইৰ
Assamese
অষ্টম বি ডিৱিজন ছাবজুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা হকি প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী অসম দল
Assamese
দুৰ্নীতি নিবাৰক শাখাৰ অভিযান উৎকোচ লৈ হাতেলোটে ধৰা পৰিল কাৰ্যালয় সহায়ক লোহিত ফুকন
Assamese
ডিব্ৰুগড়ত হোৱা ক্ৰিকেট প্ৰতিযোগিতাৰ খেলত জয়ী গুৱাহাটী টাউন ক্লাব আৰু ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ
Assamese
কেনেকৈ বাংগালোৰত কাম দিয়াৰ নামত দালালে কাশ্মীৰত বিক্ৰী কৰিলে বিশ্বনাথৰ যুৱকক
Assamese
আই এছ এলত আজি নৰ্থইষ্ট ইউনাইটেড এফ চি বনাম এফ চি পুনে চিটি
Assamese
বাটৰ কচু গাত ঘঁহি বিপদত শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ
Assamese
বোকাখাত সমষ্টিৰ মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবলত ৰাধাবাৰী চাহ বাগিচা চেম্পিয়ন
Assamese
অসমৰ দুবছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ বংগৰ গৰ্গ চেটাৰ্জীক চৰ্তসাপেক্ষে জামিন দিলে আদালতে
Assamese
অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী অনশ্বু জামচেনপাক সণ্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান
Assamese