text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
দুলীয়াজানত টাটা ফুটবল একাডেমীৰ বাবে দুদিনীয়া নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন | Assamese |
টংলাত পঞ্চম প্রাইজমানি বেডমিন্টন প্ৰতিযোগিতাৰ সামৰণি | Assamese |
খেল ইণ্ডিয়া স্কুল ক্ৰীড়াত বক্সিঙৰ প্ৰাৰম্ভিক খেলত বিজয়ী মিজোৰামকন্যা ৱেনলালহৃয়াতপুই | Assamese |
আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত উভয় শাখাতে শ্ৰেষ্ঠত্বৰ খিতাপ পালে শিৱসাগৰে | Assamese |
আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই | Assamese |
বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্বৰাণা গোস্বামী | Assamese |
কোনো দলেই সুবিধা কৰিব নোৱাৰিলে নৰ্থইষ্ট য়ুনাইটেড আৰু গোৱাৰ খেল ড্ৰ | Assamese |
বিকাশ জাইৰু আইএছএলত গল স্ক কৰা প্ৰথম গৰাকী ছিকিমৰ ফুটবলাৰ | Assamese |
আজি মৰণপণ যুঁজত এফ চি গোৱাৰ সন্মুখত নৰ্থইষ্ট য়ুনাইটেড | Assamese |
জে কে এম ট্ৰফি ক্ৰিকেট ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ আৰু ফয়েনিক্স ক্ৰিকেট ক্লাবৰ জয় | Assamese |
কোকৰাঝাৰ মহিলা ফুটবল লীগত কোকৰাঝাৰ ক্ৰাচাৰ বিজয়ী | Assamese |
ৰেল বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে তীব্ৰ প্ৰতিবাদ | Assamese |
কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰীনগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ | Assamese |
কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত তিনিজন সৈনিকো শ্বহীদ | Assamese |
শণিবাৰে হিৰআই লীগৰ দ্বিতীয় লেগৰ খেলত শ্বিলং লাজঙৰ সন্মুখত মোহন বাগান | Assamese |
উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গল ছিগাল চৰায়ে | Assamese |
মণিপুৰৰ ইকুৱেষ্ট্ৰিয়ান চেম্পিয়নশ্বিপত এশতকৈও অধিক খেলুৱৈৰ যোগদান | Assamese |
বোকাখাতত মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণি | Assamese |
ইণ্ডিয়া অপেন বক্সিঙৰ ফাইনেলত এম চি মেৰী কম এল সৰিতা দেৱী শিৱ থাপাৰ ব্ৰঞ্জ | Assamese |
চেক গণৰাজ্য অভিমুখী ভাৰতীয় টেবুল টেনিছ দলত অসমৰ তৃষা গগৈ | Assamese |
উচ্চতম ন্যায়ালয়ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ | Assamese |
২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ কাৰ্যকাল হব মাত্ৰ ৭৪ দিনৰ | Assamese |
কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন চলাই নিব পাৰিবনে আমেৰিকাক | Assamese |
বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক | Assamese |
দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত | Assamese |
বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ | Assamese |
বোকাখাতত অনুষ্ঠিত আন্তঃ মহাবিদ্যালয় এথলেটিকচ প্ৰতিযোগিতাৰ সামৰণি | Assamese |
ভাৰতীয় ফুটবলৰ পিতৃ পুৰুষ তালিমেৰেন আওক সুঁৱৰি | Assamese |
ছিকিমৰ ৰাজনীতিলৈ মন মেলিছে বাইচুং ভূটীয়াই | Assamese |
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিলে অসমৰ প্ৰতীক্ষা ডেকাই | Assamese |
সন্তোষ ট্ৰফীঃ আজি উৰিষ্যাৰ বিপক্ষে সমুখ সমৰত নামিব ছিকিম | Assamese |
কোকৰাঝাৰ মহিলা ফুটবল প্ৰতিযোগিতাঃ প্ৰথম দিনা বিজয়ী কোকৰাঝাৰ ক্ৰাশ্বাৰ্ছ আৰু ঝাৰবাৰী জেগুৱাৰ্ছ | Assamese |
মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত বোকাখাতত বিধায়ক কাপ আন্তঃগাওঁপঞ্চায়ত ফুটবল প্ৰতিযোগিতা | Assamese |
খেলপথাৰত কলম বনাম বন্দুকৰ যুঁজত জয়ী হল কলম | Assamese |
আজিৰে পৰা বোকাখাতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় এথলেটিকচ প্ৰতিযোগিতা | Assamese |
মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক | Assamese |
চেৰফাংগুৰিত আৰক্ষীৰ অভিযাননাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ | Assamese |
গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰঅভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ডচোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ | Assamese |
গোৱালপাৰাত অঘটনভূঁই ৰুই ঘৰলৈ উভতাৰ পথতে বজ্ৰপাতত মৃত্যু যুৱতীৰ | Assamese |
গৃহৰক্ষী জোৱানলৈ সুখবৰ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ | Assamese |
গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয় জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন লব লাগে জানো আহক | Assamese |
হৰ্ছট্রেডিংক্ৰছভোটিং মাষ্টাৰমাইণ্ড অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা | Assamese |
৪ ফেব্ৰুৱাৰীত অসম কাবাদী সন্থাৰ কাৰ্যনিৰ্বাহক সভা | Assamese |
বাংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হব আত্নবিশ্বাসেৰে ভৰপূৰ নৰ্থইষ্ট ইউনাইটেড | Assamese |
ফেব্ৰুৱাৰীৰ ৪ তাৰিখৰ পৰা দুলীয়াজানত আৰম্ভ হব টাটা ফুটবল একাডেমীৰ নিৰ্বাচনী প্ৰক্ৰিয়া | Assamese |
বাংগালুৰু এফ চিৰ হাতত ২১ গলৰ ব্যৱধানত পৰাস্ত নৰ্থইষ্ট ইউনাইটেড | Assamese |
ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০১৮ৰ খিতাপ দখল পাঞ্জাব নেশ্যনেল বেংকৰ | Assamese |
অনূৰ্ধ্ব ২৩ ক্ৰিকেট ২০১ ৰানৰ বৃ্হৎ ব্যৱধানত ছিকিমক হৰুৱালে নাগালেণ্ডে | Assamese |
৩২ খন চহৰৰ মাজেৰে মুঠ ৩৫০০ কিঃ মিঃ চাইকেল চলাই গৃহৰাজ্য পালেহি পেৰাচাইক্লিষ্ট ৰাকেশ | Assamese |
ৰাষ্ট্রীয়তাবাদৰ মনোভাৱ বৃদ্ধিৰ উদ্দেশ্যে সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা | Assamese |
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে দীপা কৰ্মকাৰক আগবঢ়ালে ব্যতিক্ৰমী সফল মহিলা বঁটা | Assamese |
ডোনাল্ড ট্ৰাম্পৰ ফ্লিডাৰ ঘৰত এফবিআইৰ অভিযান চন্দুক ভাঙি বিচাৰিলে নথি | Assamese |
আৰক্ষী বিষয়াৰ পৰিচয়েৰে প্ৰৱঞ্চনা কৰা পিংকু দাস আৰক্ষীৰ জালত উদ্ধাৰ আপত্তিজনক সামগ্ৰী | Assamese |
আসাম ৰাইফলছৰ শিবিৰত সন্দেহযুক্ত এন এছ চি এন কে আলফা স্বাঃ উগ্ৰপন্থীৰ গুলীচালনা | Assamese |
বিহাৰৰ ৰাজনীতিৰ দৃশ্যপট সলনি এইবাৰ ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিলে নীতিশ কুমাৰে | Assamese |
কলিয়াবৰত শোকাকুল পৰিবেশদুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু | Assamese |
টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ লোপিতলৰ সামগ্ৰী উদ্ধাৰ কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী | Assamese |
নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ | Assamese |
বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন | Assamese |
অনুৰ্ধ ১৯ ক্ৰিকেট বিশ্বকাপত অভিষেক অসম সন্তান ৰিয়ান পৰাগৰ | Assamese |
২০১৮ এছিয়ান গেইমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব তেজপুৰৰ ৰুদালিয়ে | Assamese |
বাইছুং ভূটীয়াৰ পদক্ষেপক আদৰণি জনাইছে ছিকিম ফুটবল সন্থাই | Assamese |
ক্ৰিকেট একাডেমি মুকলি মংগলদৈ ক্ৰীড়া সংস্থাৰ | Assamese |
নৰ্থইষ্টৰ সন্মুখত আজি তালিকাৰ শীৰ্ষস্থান অধিকাৰী ছেন্নায়িন এফ ছি | Assamese |
এচিয়ান গেমছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰোঁতাক ১ কোটি টকা প্ৰদান কৰা হবমুখ্য মন্ত্ৰী | Assamese |
নৰ্থইষ্ট য়ুনাইটেড এফ চিয়ে সমৰ্থকৰ বাবে যোগান ধৰিব বাছ ছাত্ৰছাত্ৰীৰ টিকেটত ৰেহাই | Assamese |
মণিপুৰ ৰাজ্যিক দিৱসত চাৰিখন মহাদেশৰ খেলুৱৈয়ে ভাগ লব মহিলা পল টুৰ্নামেণ্টত | Assamese |
সন্তোষ ট্ৰফীৰ বাবে ছিকিম দলৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে বাইছুং ভূটীয়াই | Assamese |
কংগ্ৰেছৰ ৮ বিধায়কে বিজেপিত যোগদান কৰাৰ মন্তব্যকলৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া | Assamese |
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড বিস্তৰ ক্ষতিসাধন | Assamese |
কংগ্ৰেছৰ ৮ বিধায়কে শীঘ্ৰেই যোগদান কৰিব বিজেপিত বিধায়ক প্ৰশান্ত ফুকন | Assamese |
আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব ডঃ সমুজ্জ্বল ভট্টাচাৰ্য | Assamese |
অশোক ধানুকাৰ কাৰ্যালয়টোৱেই এতিয়া অসমৰ সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ লুৰীণজ্যোতি গগৈ | Assamese |
ঢেকেৰী শব্দৰে আহোম নেতাৰ কলিতা জনগোষ্ঠীক অপমানৰ অভিযোগ জকি উঠিল কলিতা জনগোষ্ঠী সন্মিলন | Assamese |
ৰাজ্যৰ ক্ষমতা কৰ্তন নেডফিৰ জৰিয়তে পুঁজি আগবঢ়াব ডনাৰ মন্ত্ৰালয়ে | Assamese |
ভাৰতত পুনৰ দ্ৰুত গতিত সংক্ৰমিত কোভিড অধিক হাৰত বুষ্টাৰ ডজ প্ৰদানৰ পৰামৰ্শ দিল্লীৰ চিকিৎসকৰ | Assamese |
আৰ এছ এছ বিজেপিৰ কথামতে অসমীয়া জাতিৰ কফিনত শেষ গজালটো মাৰিবৰ কাৰণে সাজু হৈছে হিমন্ত বিশ্বঃ অখিল গগৈ | Assamese |
স্বাস্থ্য বিভাগত অবৈধভাৱে নিযুক্ত কেইবা শতাধিক কৰ্মচাৰী নথিপত্ৰ জমা দিয়াৰ নিৰ্দেশ কৰ্তৃপক্ষৰ | Assamese |
ঘৰুৱা খেলপথাৰত ইষ্ট বেংগলৰ সৈতে পইণ্ট ভগাই ললে আইজল এফ চিয়ে | Assamese |
চৈয়দ মুস্তাক আলী টি২০ ত পূব মণ্ডল লীগৰ খেলত পৰাজিত অসম আৰু ত্ৰিপুৰা | Assamese |
আইজল এফ চি অনুৰাগীয়ে এজাহাৰ দিলে অপপ্ৰচাৰত জড়িত প্ৰাক্তন প্ৰশিক্ষকৰ বিৰুদ্ধে | Assamese |
অষ্টম ৰাষ্ট্ৰীয় ছাবজুনিয় পুৰুষ হকি ৰাজস্থানক হৰুৱাই অসমৰ খিতাপ দখল | Assamese |
নিৰ্মাণ কোম্পানী হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিলে আইজল এফ চিয়ে | Assamese |
ৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন মণিপুৰৰ বক্সাৰ সৰজুৱালা দেৱীৰ | Assamese |
মিনার্ভাৰ হাতত ১০ ত পৰাজয় ঘৰুৱা খেলপথাৰৰ সুযোগ আৰু দৰ্শকৰ সমৰ্থন অথলে নিয়ালে লাজঙে | Assamese |
আজি সৰুসজাইত নৰ্থইষ্ট ইউনাইটেডৰ সন্মুখত দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতা | Assamese |
১৪ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল যোৰহাট টাউন ক্লাবৰ | Assamese |
কাইলৈ লাজং এফ চি নামিব শীৰ্ষস্থানৰ মিনাৰ্ভাৰ বিৰুদ্ধে | Assamese |
মন্দিৰত পূজা দিবলৈ যোৱাৰ সময়ত পদপিষ্ট হৈ কমেও তিনিগৰাকী মহিলাৰ মৃত্যু | Assamese |
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকালৈ পশ্চিমবংগ চিআইডিয়ে কিয় জাৰি কৰিলে চমন | Assamese |
বিহাৰৰ ৰাজনীতিত আলোড়ন বিজেপিৰে দূৰত্ব বৃদ্ধিৰ মাজতেই ছোনিয়া গান্ধীলৈ ফোন নীতিশ কুমাৰৰ | Assamese |
৩৫ হেজাৰ উৎকোচ লৈ হাতেলোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস | Assamese |
বিজেপিৰ পষেকজোৰা ত্ৰিৰংগা পতাকা উত্তোলনৰ বিৰোধিতা অখিল গগৈৰ পুনৰ কাআন্দোলনৰ বাবে সাজু ৰাইজৰ দল | Assamese |
টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ | Assamese |
ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা | Assamese |
সদৌ অসম প্ৰাইজমাণি বেডমিণ্টন প্ৰতিযোগিতাত কৰিমগঞ্জৰ ৰীতাব্ৰতাঅমিত চেম্পিয়ন | Assamese |
ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ কাৰ্যনিৰ্বাহক পৰিষদলৈ নিৰ্বাচিত এল সৰিতা দেৱী | Assamese |
গেংটকত অনুষ্ঠিত হব উত্তৰপূব ক্ৰিকেট বিকাশ সমিতিৰ আলোচনা সভা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.