text
stringlengths
1
2.59k
language
stringclasses
10 values
টি জি বৰুৱা সোঁৱৰণী মিডিয়া টি২০ প্ৰতিযোগিতাৰ বঁটা বিতৰণ মুখ্য মন্ত্ৰী সোণোৱালৰ
Assamese
ভাৰতীয় মহিলা দলত স্থান লাভ কৰিলে অসমৰ দুই বক্সাৰে
Assamese
পি এফ ই স্পৰ্টছ মেনেজমেন্টে উন্নত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰিলে তিনিগৰাকী বেডমিণ্টন খেলুৱৈক
Assamese
২৮ জানুৱাৰিৰ পৰা মাহজোৰা কাৰ্যসূচীৰে ড০ টালিমেৰেন আওৰ জন্ম শতবাৰ্ষিকী
Assamese
আজিৰ পৰা ইম্ফলত অষ্টম ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপৰ আৰম্ভণি
Assamese
অংগনবাড়ী কৰ্মীসহায়িকাক মাননীৰ পৰিৱৰ্তে মজুৰি দিয়াৰ দাবী অংগনবাড়ী কৰ্মীসহায়িকা সন্থাৰ
Assamese
চিকিৎসকৰ হেমাহিৰ বাবে এটি শিশুৰ মৃত্যু হোৱাৰ দাবী নিশা উত্তপ্ত কেলিডেন চাহ বাগিছা
Assamese
বিজ্ঞাপনত মহিলাৰ উপস্থিতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ ইৰানৰ
Assamese
নতুন ৰোগ লাম্পি ৰাজস্থানত পাঁচ সহস্ৰাধিক গৰুৰ মৃত্যু
Assamese
শোচনীয় প্ৰদৰ্শনৰ বাবে নৰ্থইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক জোৱাও ডে দিউছক অপসাৰণ
Assamese
যানবাহন আইন ভংগৰ জৰিমনাঃ শিৱসাগৰত আৰম্ভ হব ইচালান
Assamese
প্ৰসাদৰ বিষক্ৰিয়ামাজুলীত ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খাই অসুস্থ ১৮ জন লোক
Assamese
অসম স্প্ট ক্লাইম্বিং এছচিয়েশ্যনৰ তৃতীয় পৰ্বতাৰোহণ শিবিৰ
Assamese
চেলছিৰ প্ৰাক্তন প্ৰশিক্ষক অভৰাম গ্ৰাণ্টে গ্ৰহণ কৰিলে নৰ্থইষ্টৰ দায়িত্ব
Assamese
চীনে প্ৰথমবাৰৰ বাবে কেতিয়া আক্ৰমণ কৰিছিল আমেৰিকাক জানো আহক
Assamese
আজিৰে পৰা আৰম্ভ হল ১৫সংখ্যক সৰ্বভাৰতীয় আনথাইগ্ৰা বডোছা ভলীবল প্ৰতিযোগিতাৰ
Assamese
ফেব্ৰুৱাৰি ২তাৰিখৰ পৰা আৰম্ভ হব মণিপুৰ ৰাজ্যিক ঘোৰাচালনা প্ৰতিযোগিতা
Assamese
ডিমৌত অনুষ্ঠিত হব অচ‍্যুত বৰুৱা সোঁৱৰণী হেণ্ডবল প্ৰতিযোগিতা
Assamese
ডিব্ৰুগড়ত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা আৰম্ভ
Assamese
জানুৱাৰী ২তাৰিখৰ পৰা আৰম্ভ হব জিণ্টু গগৈ সোঁৱৰণী ফুটবল টুৰ্ণামেণ্ট
Assamese
পৰৱৰ্তী অলিম্পিকলৈকে বিশ্বেশ্বৰ নন্দিয়ে প্ৰশিক্ষণ দিব দীপা কৰ্মকাৰক
Assamese
মঙলদৈত ৪১ সংখ্যক আন্তঃজিলা দবা প্ৰতিযোগিতা
Assamese
মেঘালয়ত ২২.৭৫ কোটি টকাৰ ইণ্ড ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন
Assamese
উজনিত পুনৰ সক্ৰিয় খাৰুৱা তেলৰ চোৰাং সৰবৰাহকাৰী তেল চুৰিত নামিছে অনা অসমীয়া তেল চোৰ
Assamese
কেঁচা অমিতাৰ ঔষধি গুণ সমূহ জানেনে
Assamese
মাধ্যমৰ ক্ষেত্ৰত লোৱা অবিবেচকীহঠকাৰী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ
Assamese
উৎকোচলৈ হাতেলোটে ধৰা পৰিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° গুৰুপ্ৰসাদ খাটনিয়াৰ
Assamese
কোকৰাঝাৰৰ বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নস্বিপৰ সফল সামৰণিবিভিন্ন ঠাইৰ মুঠ ৪০০ খেলুৱৈৰ অংশগ্ৰহণ
Assamese
পি বি এলত আজি নৰ্থইষ্ট ৱাৰিয়ৰ্ছ বনাম আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছ
Assamese
কাইলৈৰ পৰা যোৰহাট অপেন টেনিছ প্রতিযোগিতা
Assamese
প্ৰিমিয়াৰ বেডমিণ্টন লীগত আজি হায়দৰাবাদ হাণ্টাৰ্ছৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতাত নামিব ঘৰুৱা দল নৰ্থইষ্টাৰ্ন ৱাৰিয়ৰ্ছ
Assamese
ডিগবৈত ২৯ সংখ্যক আন্তঃৰাজ্যিক পি এছ পি বি দবা আৰম্ভ
Assamese
বেডমিণ্টন লীগৰ প্ৰথম খেলতে সিন্ধুৰ সৈতে মুখামুখি হব চাইনা
Assamese
টীয়কৰ অৰুণজ্যোতি গগৈলৈ ৰাজ্য চৰকাৰৰ লোক কল্যাণ বঁটা দলসংগঠন তথা শুভাকাংক্ষীৰ অভিনন্দন
Assamese
জাৰ্মানীত প্ৰশিক্ষণৰত ফুটবলাৰ চন্দনক নলবাৰী ক্ৰিড়া সন্থাৰ সম্বৰ্ধনা
Assamese
টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত দাউ দাউকৈ জ্বলিল টেংকাৰ
Assamese
৪ৰ্থ সংখ্যক ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছত ওদালগুৰি দলে অসমক প্ৰতিনিধিত্ব কৰিব
Assamese
গাজাত ইজৰাইলী যুদ্ধবিমানৰ প্ৰচণ্ড বোমাবর্ষণত কুখ্যাত জেহাদী কমাণ্ডাৰসহ ১০ জন নিহত
Assamese
দেওবাৰে পঞ্চম সংখ্যক উত্তৰপূব কাৰাটে চেম্পিয়নশ্বীপৰ শুভাৰম্ভণি
Assamese
টংলাত ৪ৰ্থ সংখ্যক সদৌ অসম নন ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট
Assamese
সোমবাৰে হিৰ আই লীগত লাজঙৰ বিৰুদ্ধে অৱতীৰ্ণ হব আইজল এফ চি
Assamese
পঞ্চম সংখ্যক উত্তৰপূব কাৰাটে চেম্পিয়নশ্বিপত পদকৰ শীৰ্ষত অৰুণাচল
Assamese
দ্বিতীয় মহিলা ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে অসমৰ দল ঘোষণা
Assamese
জাপানত অনুষ্ঠিত শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ হৃদয় হাজৰিকাৰ সোণ অৰ্জন
Assamese
আই এছ এল শুক্ৰবাৰে নৰ্থইষ্ট য়ুনাইটেড বনাম কেৰালা ব্লাষ্টাৰ্ছ
Assamese
কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ২ অক্টোবৰৰ পৰা সচিবালয়ৰ সকলো কাম কম্পিউটাৰতে নিষ্পত্তি হব
Assamese
মোহন বাগান আৰু চিলং লাজং এফ চিৰ খেল ১১ৰে দ্ৰ
Assamese
সতীৰ্থক গ্ৰেপ্তাৰঃ ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ বীৰ লাচিত সেনাৰ
Assamese
জাকজমকতা পূৰ্ণ অনুষ্ঠানৰ মাজেৰে নাগালেণ্ড অলিম্পিকৰ আৰম্ভণি
Assamese
১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অপসাৰিত শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু মডেল অৰ্পিতা মুখাৰ্জীক
Assamese
অৱশেষত মুকলি আকাশৰ তললৈ আহিল বক্সাৰ মাইনা চুতীয়া ওৰফে প্ৰণীতা চুতীয়া
Assamese
মেঘালয় ষ্টেইট লীগৰ শুভাৰম্ভ কৰিলে মুকুল চাংমায়ে
Assamese
স্বাধীনতা দিৱস বৰ্জন কৰাৰ হুংকাৰ জাঁজীমুখৰ গৰখাৱৈপাৰৰ ৰাইজৰ
Assamese
চিজাৰিয়ান অপাৰেছনৰ পিছতে নৱজাতকসহ মহিলাৰ মৃত্যুঃ মুম্বাইত দুজন চিকিৎসকক আৰক্ষীয়ে কৰিলে আটক
Assamese
ৰিঅ অলিম্পিকৰ ব্যৰ্থতাৰ পিছতে খেলা সামৰাৰ কথা ভাবিছিল চানুৱে
Assamese
২০১৮ ফিফা বিশ্বকাপলৈ নিৰ্বাচিত মণিপুৰৰ মহিলা ৰেফাৰি
Assamese
প্ৰথম বাৰৰ বাবে ১৩ ডিচেম্বৰৰ পৰা নাগালেণ্ড অলিম্পিক
Assamese
ছিকিমত প্ৰথমবাৰৰ বাবে সদৌ ভাৰত ছিনিয়ৰ ৰেংকিং বেডমিণ্টন
Assamese
অএন জি চিৰ ইণ্টাৰছেক্টৰেল বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
Assamese
শিৱসাগৰত আছুৰ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি তুংগত
Assamese
ঘৰুৱা দল নৰ্থ ইষ্টইউনাইটেড এফ.চিৰ সন্মুখত শক্তিশালী বেংগলুৰু এফ চি
Assamese
আইজল ফুটবল ক্লাৱক দা স্প্টছ ক্লাৱ অব দা ইয়েৰ বঁটা প্ৰদান
Assamese
অসমৰ ৰিয়ান পৰাগ ভাৰতৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট দললৈ নিৰ্বাচিত
Assamese
নিশা কলিয়াবৰৰ বৰঘূলীত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন
Assamese
দেশত চলিছে যুদ্ধ ভাৰতলৈ আহি বিবাহপাশত আৱদ্ধ হল ৰাছিয়াইউক্ৰেইনৰ প্ৰেমিক যুগল
Assamese
মাধ্যম বিভ্ৰাট আৰু লাভলিনাৰ পৰাজয়ডঃ হীৰেন গোহাঁই
Assamese
থাইলেণ্ডৰ নৈশ ক্লাৱত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত নিহত কমেও ১৩ জন
Assamese
মাঙ্কিপক্সৰ মাৰাত্মক সংক্ৰমণ ৰাজহুৱা স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা আমেৰিকাৰ
Assamese
নাহৰকটীয়া অঞ্চলৰ ক্ৰীড়াপ্ৰেমীলৈ শুভ সংবাদ টিংখাঙত গঢ় লৈ উঠিছে অসমৰ প্ৰথমখন ছেপাকটাক্ৰ ইনড ষ্টেডিয়াম
Assamese
জেহাদীৰ বিৰুদ্ধে অভিযানৰ নামত মুছলমানৰ বিৰুদ্ধে চলোৱা হৈছে অপপ্ৰচাৰঅভিযোগ অখিল গগৈৰ
Assamese
চাঞ্চল্য শৌচাগাৰৰ গাঁতত উদ্ধাৰ নৰ কংকাল
Assamese
কা আন্দোলন কৰি কোনোবাই চাকৰি কোনোবাই ঠিকা লোৱা বুলি কটাক্ষ ভৱেশ কলিতাৰ
Assamese
মুম্বাইত ১৪০০ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ আৰক্ষীৰ জালত ৬ জন অভিযুক্ত
Assamese
কলেষ্টেৰল বুলি কলেই বৰ চিন্তা হয় নহয় জানো আহকচোন কলেষ্টেৰল কিয় হয় আৰু তাৰ চিকিৎসাৰ বিষয়ে জানো
Assamese
সৰ্বানন্দৰ কাৰ্যকলাপত ৰাজ্যত খোপনি পুতিছিল জেহাদীয়ে হিমন্তৰ মন্তব্যই দিলে তাৰেই ইঙ্গিত
Assamese
পুনৰ আটাছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট তদন্ত নহলে বিজেপি বৰ্জন কাৰ্যসূচীৰ হুংকাৰ
Assamese
হৃদয় বিদাৰক দুই পুত্ৰক খুৱালে কীটনাশক দ্ৰব্য নিজেও সেৱন কৰি আত্মহত্যা পিতৃৰ
Assamese
পুনৰ টকাৰ উজান চৰকাৰী কৰ্মচাৰীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন
Assamese
মেক্সিকোত ৫০ পইচাৰ মুদ্ৰাতকৈয়ো সৰু বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰাকৃতিৰ ভেকুলী আৱিষ্কাৰ
Assamese
বঙাইগাঁও ৰেল ষ্টেচনত ফুট অভাৰ ব্ৰীজৰ অভাৱত জনতাৰ দুৰ্ভোগ শীঘ্ৰে নিৰ্মাণৰ দাবীত প্ৰতিবাদী সমদল
Assamese
পুনৰ আৰম্ভ আৰ্মেনিয়াআজাৰবাইজানৰ মাজত যুদ্ধ বহু সৈনিক নিহত
Assamese
অৱশেষত বিৰোধীৰ প্ৰতিবাদত বাতিল হল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক ২০১৯
Assamese
টীয়কত চিপচৰ পেকেটত ওলাল খোৱাৰ অনুপযোগী পদাৰ্থ
Assamese
বিধায়ক শ্বেৰমান আলী ইছলামিক জেহাদীৰ অন্যতম সমৰ্থকঃ হিন্দু যুৱছাত্র
Assamese
যান্ত্ৰিক বিজুতিঃ বিশ্বৰ বহু দেশত বন্ধ হৈ পৰিব পাৰে অত্যধুনিক যুদ্ধ বিমান এফ৩৫
Assamese
ছোনিয়া গান্ধী ৰাহুলক সোধাপোছাৰ অন্তত নেচনেল হেৰাল্ডৰ কাৰ্যালয়ত তলা ওলোমালে ইডিয়ে
Assamese
অসম তথা পূৰ্বাঞ্চল এতিয়া জেহাদীৰ ভূস্বৰ্গ হৈ পৰিছে:নেছ
Assamese
ফেটী লিভাৰৰ সমস্যাত ভুগিছে নেকি আহকচোন জানো তাৰ কাৰণ আৰু চিকিৎসা সন্দৰ্ভত
Assamese
শিৱসাগৰৰ মাজমজিয়াত ব্ৰাউন চুগাৰ জব্দ
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীক আৰক্ষীৰ নিৰ্যাতনক গৰিহণা অসম তৃণমূল যুৱ কংগ্ৰেছৰ
Assamese
শিলপুখুৰীত চুৰীকাঘাতৰ ঘটনাত এজন গুৰুতৰভাবে আহত
Assamese
প্ৰীতিৰেখা ভূঞাৰ দুখন গ্ৰন্থ কামাখ্যাঃ নীলাচলত প্ৰকৃতিৰ সন্ধান আৰু নিৰ্যাতিত পুৰুষ আধুনিক অভিমন্যু আৰু অন্যান্য উন্মোচন
Assamese
অসম কলাতীৰ্থৰ উদ‍্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত চৰ্যাপদ আৰু ভাষাসাহিত্যসংস্কৃতি শীৰ্ষক বিশেষ অনুষ্ঠান
Assamese
৪৮ অসম নেভেল ইউনিট এনচিচিৰ উদ্যোগত ট্ৰেইনিং কেম্প ২০২২ বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান
Assamese
নামঘৰলৈ আহোঁতে অসমীয়াৰ জাতীয় সাজ পৰিধান কৰি আহিবলৈ সকলোকে আহ্বান
Assamese
চিলিত আৱিষ্কাৰ ৰহস্যজনক প্ৰকাণ্ড গাঁত কিহৰ গাঁত এয়া প্ৰশাসন নামিল তদন্তত
Assamese
চতিয়াত ভুলবশতঃ কীটনাশক দ্ৰব্য পান কৰি এজনৰ মৃত্যু
Assamese
তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই ব্যৱহাৰ কৰে লাখটকীয়া হেণ্ড বেগ ছচিয়েল মিডিয়াত ছবি ভাইৰেল হোৱাৰ পিছতে সমালোচনাৰ জোৱাৰ
Assamese
নেন্সি পেলোচিৰ সুৰক্ষাৰ বাবে টাইৱানৰ সমীপত চাৰিখনকৈ যুদ্ধজাহাজ আমেৰিকাৰ
Assamese
সঞ্জয় ৰাউতৰ পৰা ১১ লাখ টকা অৰ্পিতা মুখাৰ্জীৰ পৰা ৫০ কোটি টকা উদ্ধাৰ ইডিৰ
Assamese