text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ৰাজ্যত বানপানীৰ তৃতীয় ঢৌ চাৰিখন জিলাৰ ৩৫হাজাৰ লোক ক্ষতিগ্ৰস্ত | Assamese |
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত এন টি ৰামা ৰাওৰ কন্যাৰ আত্মহত্যা | Assamese |
চাহ জনগোষ্ঠীৰ বিভিন্ন দাবীৰ সমৰ্থনত বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন | Assamese |
সেনা কমাণ্ডাৰসহ ৬ জনক কঢ়িয়াই নিয়া পাকিস্তানী হেলিকপ্টাৰ বিধ্বস্ত বেলুচ বিদ্ৰোহীলৈ সন্দেহৰ আঙুলি | Assamese |
সন্ত্ৰাস দমনত বৃহৎ সফলতা কাবুলত আমেৰিকাৰ ড্ৰোন আক্ৰমণত নিহত আল কায়দাৰ মুৰব্বী | Assamese |
সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাবী এৰিলে কে এল অএই বহিব শান্তি আলোচনাত জীৱন সিংহৰ ঘোষণা | Assamese |
পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত আন এগৰাকী অভিযুক্তৰ আত্মসমৰ্পণন্যায়িক জিম্মালৈ প্ৰেৰণ | Assamese |
প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত ধন দাবীঘোচ দিব নোৱাৰাৰ বাবে বঞ্চিত হিতাধিকাৰী | Assamese |
দিল্লীত মাংকিপক্সত আক্ৰান্ত নাইজেৰিয়াৰ ব্যক্তি দেশত আক্ৰান্তৰ সংখ্যা ৬জনলৈ বৃদ্ধি | Assamese |
আমি জাবৰ চফা কৰা মানুহ আমাক জাবৰ বুলি ভাবিব নালাগেচফাই কৰ্মচাৰীৰ ক্ষোভ | Assamese |
দেশত মাঙ্কিপক্সত প্ৰথম মৃত্যু বিদেশৰ পৰা উভতি অহাৰ পিছতেই মৃত্যু কেৰালাৰ যুৱকৰ | Assamese |
প্ৰিন্স চাৰ্লছৰ সংস্থালৈ বৃহৎ পৰিমাণৰ ধন দান বিন লাডেনৰ পৰিয়ালৰ | Assamese |
মৰ্মান্তিক শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা কমেও ১০ জন ভক্তৰ বিদ্যুৎস্পৃষ্ট মৃত্যু | Assamese |
নুমলীগড়ৰ চফেলা চাহ বাগিচাত মাতৃৰ পৰা বিচ্ছেদিত সদ্যজাত হাতী পোৱালী উদ্ধাৰ | Assamese |
এনকাউণ্টাৰ ৰাজ্য অসম গৃহ মন্ত্ৰালয়ৰ তথ্যত এনকাউণ্টাৰত নিহতৰ তালিকাত দেশৰ ভিতৰতে তৃতীয় স্থানত | Assamese |
শিৱসাগৰত সদৌ অসম শিশু নাট সমাৰোহৰ সামৰণিদিখৌমুখ মিলিত শিল্পী সমাজ আৰু বিশ্বনাথৰ মূৰ্চ্ছনা নাট্য দল শ্ৰেষ্ঠ বিবেচিত | Assamese |
ঝাৰখণ্ডৰ ধৃত কংগ্ৰেছ বিধায়কৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কক্ষুৰধাৰ সমালোচনা দেবব্ৰত শইকীয়াৰ | Assamese |
মাঙ্কিপক্সৰ বাবে নিউয়ৰ্কত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা | Assamese |
বংগত টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনি বিধায়কৰ সৈতে জড়িত হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম | Assamese |
শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ ঘৰত ইডিৰ অভিযান সন্মুখীন হব পাৰে জেৰাৰ | Assamese |
বোকাখাতত বিশেষভাৱে সক্ষম ২৫২ গৰাকী লোকৰ মাজত দিব্যাংগ পৰিচয় পত্ৰ বিতৰণ | Assamese |
কোন সঁচা কোন মিছা শিৱসাগৰত জ্বলিল বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ পুত্তলিকা বিজেপিয়ে দিলে এজাহাৰ | Assamese |
ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ | Assamese |
অৰুণাচলৰ বিজেপি সাংসদৰ নিখোজ ভাতৃৰ সন্ধান ওলাল পাণবজাৰৰ হোটেলত | Assamese |
পশ্চিমবংগৰ হাওৰাত গাড়ীৰ পৰা প্ৰায় ৪৯ লাখ টকা উদ্ধাৰ ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক আটক | Assamese |
ৰাজ্যিক মৰ্যাদাৰে প্ৰবীণ মুক্তিযোদ্ধা ডিম্বপ্ৰসাদ বৰুৱাৰ শেষকৃত্য সম্পন্ন | Assamese |
মিউজিক ভিডিঅ শ্বুটিঙৰ সময়তে ছেটত বন্দুকধাৰীৰ দল বন্দুক দেখুৱাই ধৰ্ষণ ৮ গৰাকী মডেলক | Assamese |
মহিলাক বন্দী কৰি ধৰ্ষণ গুৰুতৰ অভিযোগত তদন্তৰ সন্মুখীন গুজৰাটৰ বিজেপি চৰকাৰৰ মন্ত্ৰী | Assamese |
অৰুণাচলত সন্ধানহীন অসমৰ পাঁচ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰনিহতৰ সংখ্যা ছয়জনলৈ বৃদ্ধি | Assamese |
ৰাজ্যত সংঘটিত প্ৰতিটো এনকাউণ্টাৰৰ নতুনকৈ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন ৩৯ গৰাকী বন কৰ্মীক সম্বৰ্ধনা | Assamese |
থাইলেণ্ডত আৰম্ভ হল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলউত্তৰপূবৰ বৰ্ণাঢ্য সংস্কৃতিৰে উদুলিমুদুলি বেংকক চহৰ | Assamese |
শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হল সদৌ অসম শিশু নাট সমাৰোহ | Assamese |
এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চিকিৎসালয়ৰ পৰা ওলাই সাংবাদিকক কলে বংগৰ অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে | Assamese |
কেচুৱাই কন্দাতো স্বাভাৱিক কিন্তু কেচুৱাই কিয় কান্দে জানেনে | Assamese |
যুদ্ধ বিৰোধী পষ্টৰ বাবে জৰিমনাৰ সন্মুখীন হল ৰাছিয়াৰ মহিলা সাংবাদিক | Assamese |
স্মৃতি ইৰাণীৰ কন্যাৰ বাৰ সম্পৰ্কীয় টুইট আঁতৰ কৰিব লাগিব কংগ্ৰেছ নেতাই দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ | Assamese |
শ্ৰীৰামপুৰত দুৰ্বৃত্তই জ্বলাই দিলে আৰক্ষীয়ে জব্দ কৰা গাঞ্জা সৰবৰাহ কৰা ট্ৰাক | Assamese |
চৰকাৰী পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকৰ চিকিৎসা সেৱা আঁচনিৰ নামত কোটি টকাৰ কেলেংকাৰী | Assamese |
কামৰূপৰ গন্ধমৌত অচেতন অৱস্থাত উদ্ধাৰ যুৱক নিচাযুক্ত দ্ৰব্য খুৱাই দুৰ্বৃত্তই লুটিলে ৫০ হাজাৰ টকা | Assamese |
বিলাতী সুৰাৰ দোকান খোলাক লৈ উত্তপ্ত পৰিস্থিতি ধনুভাঙাৰ দুৰামাৰীত ৰাইজৰ প্ৰতিবাদ | Assamese |
আৰক্ষীৰ জিম্মাত তথা সংঘৰ্ষত মৃত্যুৰ ঘটনা উত্তৰপূবৰ ভিতৰত সৰ্বাধিক অসমত | Assamese |
নিলামত ৬ মিলিয়ন ডলাৰত বিক্ৰী হল প্ৰাচীন ডাইনোচৰৰ কংকাল | Assamese |
ৰাজ্যত দুই জেহাদী গোটৰ সন্ধান ১০ জনক গ্ৰেপ্তাৰ | Assamese |
২৪ ঘণ্টাৰ ভিতৰত আহি আছে দুটা দৈত্যকায় গ্ৰহাণু খুন্দা মাৰিব পৃথিৱীত | Assamese |
নিযুক্তি দিয়া হল এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক | Assamese |
কেন্সাৰ কৰ্কট ৰোগ বুলি কলেই আমাৰ জানিবলৈ মন যায় নহয় নে যে কেন্সাৰ ৰোগ হলে কি কি হয় আহকচোন পঢ়োঁ | Assamese |
বতৰ বিজ্ঞান বিভাগৰ আগজাননীঅসমকে ধৰি উত্তৰ পূবৰ চাৰি ৰাজ্যত হব ধাৰাসাৰ বৰষুণ | Assamese |
অনিশ্চয়তাৰ মাজতো ইউক্ৰেইনত বৃদ্ধি পাইছে বিবাহ | Assamese |
ৰাজ্যসভাৰ পৰা এসপ্তাহলৈ নিলম্বিত হল সাংসদ অজিত কুমাৰ ভূঞা | Assamese |
মন্ত্ৰী অজন্তা নেওগে পদত্যাগ কৰকমীৰা বৰঠাকুৰ | Assamese |
মধ্য প্ৰদেশত ভয়ংকৰ ঘটনাঃ ৩০টিকৈ কণমানিক একেটা চিৰিঞ্জেৰেই দিলে ভেকছিন | Assamese |
পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনাঃ নিজ পিতৃৰ ওচৰতে অসুৰক্ষিত ১৪ বছৰীয়া কিশোৰী | Assamese |
বঙাইগাঁও আৰক্ষীয়ে গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে জেহাদী সংগঠনৰ লিংকমেনক | Assamese |
মাংকি পক্সঃ যৌন সঙ্গীৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ | Assamese |
দুধনৈত নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চলালে ধ্বংসলীলা | Assamese |
বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মেখেলা চাদৰ | Assamese |
বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদৰ পদত দ্বিতীয়গৰাকী ভাৰতীয় ইন্দৰমিট গিল | Assamese |
শক্তিশালী ভূমিকম্পই জোকাৰিলে ফিলিপাইনছক চাৰি জনৰ মৃত্যু | Assamese |
নামঘৰীয়া স্ৰষ্টা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক | Assamese |
বিষাক্ত সুৰা পান কৰি ভাৰতত প্ৰতিদিনে মৃত্যু হয় তিনিজনতকৈ অধিক লোকৰ | Assamese |
অশ্বগন্ধাত আছে বহু ঔষধি গুণ জানেনে আপোনালোকে | Assamese |
নিউ বঙাইগাঁও ৰেলৱে জংচনত কামৰূপ এক্সপ্ৰেছৰ পৰা ৩০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ | Assamese |
উটাহৰ মৰুভূমিত আৱিষ্কাৰ হিম যুগৰ মানৱৰ পদচিহ্ন বিষ্মিত বিজ্ঞানী | Assamese |
লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ ছয় জনগোষ্ঠীক প্ৰতাৰণাৰ কৌশল ৰচনা বিজেপিৰ | Assamese |
বিজেপিত সংঘাত মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগ দাবী প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাৰ | Assamese |
প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে দেহাৱসান | Assamese |
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তুংগত | Assamese |
কোন সঁচা কোন মিছাইডিৰ জেৰা সন্দৰ্ভত বিপৰীত ভাষ্য আজমল আৰু কৰিমুদ্দিন বৰভূঞাৰ | Assamese |
বিৰোধীৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ কেন্দ্ৰীয় সংস্থাসমূহক ব্যৱহাৰ কৰিছে বিজেপিয়ে ৰাষ্ট্ৰপতি মুৰ্মুলৈ বিৰোধী সাংসদৰ পত্ৰ | Assamese |
শিৱসাগৰত জাতীয় পতাকা লৈ প্ৰভাত ফেৰী শীৰ্ষক ৰেলী দেশৰ শ্বহীদক স্মৰণ | Assamese |
আপুনিও কিডনী ষ্টনৰ সমস্যাত ভুগিছে নেকি জানো আহক কিডনী ষ্টনৰ পৰা নিৰাময় হোৱাৰ চিকিৎসা | Assamese |
চুইছ বেংকত জমা কৰা ভাৰতীয় নাগৰিক আৰু কোম্পানীৰ ধনৰ কোনো তথ্য নাইঃ এন সীতাৰমণ | Assamese |
বঙাইগাঁৱত বিজুলী মহোৎসৱ উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যৎ উদযাপন | Assamese |
বাতিল কৰা হৈছে লাখ লাখ আধাৰ নম্বৰ আপোনাৰটো সুৰক্ষিত আছেনে | Assamese |
ড্ৰাই ষ্টেট ঘোষিত গুজৰাটত বিষাক্ত সুৰা পান কৰি ২১ জন লোকৰ মৃত্যু | Assamese |
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আলোচনা কৰিবলৈ মাতি আনি দৰাচলতে আলোচনাৰ নামত হল কি | Assamese |
১০০ কোটিৰ বিনিময়ত ৰাজ্যসভাৰ সাংসদ বা ৰাজ্যপালৰ পদ চিবিআইৰ জালত ভুৱা চক্ৰৰ ৪জন | Assamese |
নাবালিকাৰ পৰ্ণ ভিডিঅ বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হল নিউজ চেনেলৰ ২ সাংবাদিক | Assamese |
দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত মিজোৰামৰ একমাত্ৰ বিজেপি বিধায়ক সহ ১৩ গৰাকীক ১ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ | Assamese |
প্ৰকৃত নাম দ্ৰৌপদী নহয় নিজেই সদৰী কৰিলে ভাৰতৰ নতুন ৰাষ্ট্ৰপতিয়ে | Assamese |
সাহিত্য সভাত গাহৰি মাংস বিতৰ্কবৰ্ণবাদে শিপা মেলিছে নেকি অসম সাহিত্য সভাত | Assamese |
বহি:ৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কাৰ্য বন্ধ প্ৰতিষেধক যোগান ধৰিবলৈ চৰকাৰলৈ আহ্বান গাহৰি পালকৰ | Assamese |
দিল্লীৰ উপমুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই দিয়া মানহানিৰ গোচৰত আদালতৰ স্থগিতাদেশ | Assamese |
২০০৬ চনৰ পূৰ্বে স্থাপিত স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ | Assamese |
শ্ৰীৰামপুৰত বৃহৎ পৰিমানৰ গাঞ্জা ভৰ্তি ট্ৰাক জব্দ ট্ৰাকৰ চালকখালাচীক আটক | Assamese |
মাইগ্ৰেইনৰ সমস্যাত ভূগিছে নেকি আহকচোন তাৰ বিষয়ে জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা | Assamese |
জগৰ একেই ফেচবুক পষ্ট বৰ্ষাশ্ৰীৰ পিছত এইবাৰ মুক্তিৰ দাবী উঠিছে বিতুপন চাংমাইৰ | Assamese |
ৰন্ধন গেছৰ নাটনি এল পি জি পৰিবহন সংস্থাৰ ধৰ্মঘটৰ ফলত আৱদ্ধ চিলিণ্ডাৰ কঢ়িওৱা বাহন | Assamese |
বিগত চাৰে চাৰি দশক ধৰি ২৫ জুলাইতে কিয় শপত গ্ৰহণ কৰি আহিছে ভাৰতৰ ৰাষ্ট্ৰপতিসকলে | Assamese |
ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ললে দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি কি কলে নতুন ৰাষ্ট্ৰপতিয়ে | Assamese |
পৰ্বতঝোৰাৰ টিপকাইত আদিবাসী মহিলাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই | Assamese |
বঙাইগাঁৱত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা | Assamese |
বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যবহাৰ কৰিছে কৰিমুদ্দিনক পুনৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰিব দেবব্ৰত শইকীয়াই | Assamese |
অনুতপ্ত পংকজ পাঠক অন্তৰত আঘাত দিয়াসকলক বিচাৰিলে ক্ষমা প্ৰাৰ্থনা | Assamese |
সুদীৰ্ঘ ১৭ বছৰৰ অন্তত চাপৰ এফ আৰ ইউ চিকিৎসালয়ত প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন | Assamese |
অসম চৰকাৰৰ প্ৰধান সচিব আইএএছ ৰাজেশ প্ৰসাদৰ মৃত্যু | Assamese |
৪০ টা চোৰাং গৰু সহ এখন কন্টেইনাৰ ট্ৰাক জব্দ কলিয়াবৰ আৰক্ষীৰ | Assamese |
ভাৰতত চতুৰ্থটো সংক্ৰমণৰ ঘটনা এইবাৰ ৰাজধানী দিল্লীত ধৰা পৰিল মাঙ্কিপক্স | Assamese |
মেঘালয়ৰ প্ৰভাৱশালী বিজেপি নেতাৰ বিৰুদ্ধে ঘৰতে পতিতালয় চলোৱাৰ অভিযোগ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.