text
stringlengths
1
2.59k
language
stringclasses
10 values
ৰাতি উজাগৰে কাম কৰিব লাগে পৰিয়ালৰ সৈতে সময় কটোৱাৰ আহৰি নাথাকেদেশৰ মুখ্য ন্যায়াধীশ
Assamese
তেজধোঁৱাগুলীবাৰুদৰ মাজেৰে ১৫০ দিনত ভৰি দিলে ৰাছিয়াইউক্ৰেইনৰ যুদ্ধই
Assamese
বৃদ্ধি পাইছে মাঙ্কিপক্সৰ সংক্ৰমণ স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা ৰ
Assamese
একেলগে দুটা ভাইৰাছৰ সংক্ৰমণ প্ৰথমবাৰ কৰনা আৰু মাঙ্কিপক্সৰ দ্বাৰা আক্ৰান্ত হল এক ব্যক্তি
Assamese
এইবাৰ সংবাদমাধ্যম আৰু ছচিয়েল মিডিয়াক এজাউৰি দিলে মুখ্য ন্যায়াধীশ ৰামানাই
Assamese
ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং সন্দৰ্ভত সভাপতি ভূপেন বৰাৰ লগত যদি কিবা তথ্য আছে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দেৱব্ৰত শইকীয়া
Assamese
ক্ৰছ ভোটিং কৰা কংগ্ৰেছী বিধায়কক কাৰ সৈতে ৰিজালে ৰাণা গোস্বামীয়ে
Assamese
প্ৰকৃত শিৱসেনা কোন ৮ আগষ্টৰ ভিতৰত তথ্যসহ প্ৰমাণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ
Assamese
কৰ্দৈ টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰ আহকচোন জানো কৰ্দৈৰ উপকাৰিতা সমূহ
Assamese
প্ৰমাণ হল কবিতাৰ বাবেই গ্ৰেপ্তাৰ হৈছিল বৰ্ষাশ্ৰী ই এক মানৱ অধিকাৰ উলঙ্ঘনড০ দিব্যজ্যোতি শইকীয়া
Assamese
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰিত্বৰ দৌৰত হঠাতে ভাৰতীয় মূলৰ ঋষি ছুনাকতকৈ আগবাঢ়িল লিজ ট্ৰাছ
Assamese
বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী দুই কংগ্ৰেছী বিধায়ককে ধৰি প্ৰতিবাদকাৰীক আটক
Assamese
মহানগৰীত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি হোৱা বিধ্বংসী অগ্নিকাণ্ডত দুটি শিশুকে ধৰি ৭জন আহত
Assamese
বিয়াগোম কেলেংকাৰী ইডিৰ হাতত গ্ৰেপ্তাৰ পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী ৰহস্যময়ী অৰ্পিতা মুখাৰ্জী
Assamese
ৰাছিয়াৰ হাতত হেৰুওৱা ভূমি পুনৰুদ্ধাৰৰ পূৰ্বে নহয় কোনো যুদ্ধবিৰতিইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি
Assamese
কলিয়াবৰত নিশা শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী যুৱক
Assamese
কোকৰাঝাৰৰ সৰলপাৰাত বঙাইগাঁৱৰ যুৱকৰ সলিল সমাধি
Assamese
গুৱাহাটী মহানগৰীত দলবদ্ধ ধর্ষণৰ বলি এগৰাকী অন্তঃসত্তা মহিলা
Assamese
কোকৰাঝাৰ চহৰৰ জেডি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ গাড়ীত খুন্দা মাৰিলে ক্ৰেটা বাহনে
Assamese
দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত বঙাইগাঁৱত ঝুমুৰ নৃত্যৰে আনন্দ প্ৰকাশ আদিবাসী লোকৰ
Assamese
বিশ্বগুৰুৰ অশ্বমেধ ঘোঁৰা স্থৱিৰ হৈছে নেকি বিগত এটা দশকত চাৰে আঠ লাখতকৈও অধিক ভাৰতীয়ই গ্ৰহণ কৰিলে আন দেশৰ নাগৰিকত্ব
Assamese
শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে দীনেশ গুণাৱৰ্ধনে
Assamese
চি.বি.এছৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কত চাব পাৰিব ফলাফল
Assamese
দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা চৰকাৰে এ পি এছ চিৰ অভিযুক্তত ৰেহাই দিছে কিয় ডি ৱাই এফ আই
Assamese
ক্ৰছ ভোটিং অসমৰ বিৰোধীত ভাঙোন দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিলে ২৫ টা বিৰোধী ভোট
Assamese
পাঁচ দিন পূৰ্বে উদ্বোধন কৰিছিল মোডীয়ে খহি পৰিল ৮০০০ কোটি টকাৰ বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ একাংশ
Assamese
কেনেকুৱা আছিল দেশৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক কেৰিয়াৰ
Assamese
শিৱসাগৰৰ ৯ বছৰীয়া বনকৰা শিশুৰ হত্যাকাণ্ড আৰক্ষীকো বিপথে পৰিচালিত কৰিছিল অভিযুক্তই
Assamese
বিৰোধীৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত দ্ৰৌপদী মুৰ্মু
Assamese
৬ বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যুক লৈ উত্তপ্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়
Assamese
ছোনিয়া গান্ধীক ৰ জেৰা গুৱাহাটীৰ ৰাজপথত বাগৰি বাগৰি অংকিতা দত্ত সহ কংগ্ৰেছৰ নেতা কৰ্মীৰ প্ৰতিবাদ
Assamese
কোভিডত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন কৰ্কট ৰোগতো আক্ৰান্ত বুলি নিজেই কৰিছিল ঘোষণা
Assamese
গ্ৰীষ্মই দহিছে ব্ৰিটেইনক১৩ জনৰ মৃত্যুগৰমত গলি গৈছে ৰেলৰ ছিগনেল ভাইৰেল ছবি
Assamese
বঙাইগাঁৱত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানকৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান
Assamese
চাইকেলেৰে ভাৰত ভ্ৰমণ বিশ্বনাথৰ যুৱকৰ সুদীৰ্ঘ সাত মাহৰ অন্তত উপস্থিত হল নিজ গৃহত
Assamese
দোকানৰ ফাষ্টফুড কিমান খাব ঘৰতে বনোৱা ঔষধি গুণাগুণ থকা খাদ্য খাওঁ আহক
Assamese
মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্তবৰ্ষাশ্ৰীক জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ
Assamese
ৰাজ্যত প্ৰবৰ্তন কৰা হব ভিত্তিক ড্ৰাইভিং লাইচেঞ্চ বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ
Assamese
গ্ৰেপ্তাৰ হল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকহাতীগাঁও আৰক্ষী থানালৈ স্থানান্তৰ
Assamese
শিৱসাগৰত ন বছৰীয়া শিশুৰ ৰহস্যজনক মৃত্যুদম্পতীক আটক
Assamese
গোগামুখত অসমঅৰুণাচল প্ৰদেশৰ সীমাৰ পৰা ৫ কিলোমিটাৰ পিছুৱাই আহিল অসম আৰক্ষীপ্ৰতিক্ৰিয়া মানৱ অধিকাৰ কৰ্মীৰ
Assamese
পাক সীমান্তত আৰক্ষীৰে সংঘৰ্ষত নিহত পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালা হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assamese
বিশ্বৰ কোনখন দেশৰ পাছপোৰ্ট আটাইতকৈ শক্তিশালী ভাৰতৰ স্থান কিমান নম্বৰত
Assamese
সকলো গোচৰতে জামিন লাভ মহম্মদ জুবেইৰৰ কাৰাগাৰৰ পৰা মুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
Assamese
দলিত বুলি দিয়া নহয় সন্মানঅমিত শ্বাহলৈ পত্ৰ লিখি পদত্যাগ যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ খটিকৰ
Assamese
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগক্ষুৰধাৰ সমালোচনা সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ
Assamese
কলিয়াবৰত বাঘৰ সন্ত্ৰাসকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰজাই প্ৰাণ লৈছে গোধনৰ
Assamese
গ্ৰীণফিল্ড এয়াৰপৰ্টত ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিশেষ বিমান
Assamese
মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যপংকজ পাঠকক দলৰ পৰা অব্যাহতি অসম গণ পৰিষদৰ
Assamese
এইবাৰ অৰুণোদয় হিতাধিকাৰীৰ ঘৰৰ সন্মুখত ফলক লগাব অসম চৰকাৰে
Assamese
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জুবিন গাৰ্গমূৰত পৰিছে পাঁচটাকৈ চিলাই উন্নত চিকিৎসা ব্যৱস্থাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Assamese
অৰুণাচলৰ ভাৰতচীন সীমান্তত সন্ধানহীন অসমৰ ১৯ গৰাকী নিৰ্মাণ শ্ৰমিক
Assamese
কা আন্দোলনৰ সময়ৰ গোচৰত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ অখিল গগৈ
Assamese
মাৰ্কিন কংগ্ৰেছক সম্বোধন কৰিব ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডীয়ে
Assamese
তিনি সহকৰ্মীক গুলীয়াই হত্যা কৰিলে ছিকিম আৰক্ষীৰ জোৱানে
Assamese
আৱৰ্জনাৰ গাড়ীত মোডীযোগীৰ ফটো ভিডিঅ ভাইৰেল হোৱাৰ পিছতেই চাকৰি গল চাফাইকৰ্মীৰ
Assamese
বৰ্ষাশ্ৰী বুঢ়াগোহাঁই গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান গোলাঘাট জিলা আদালতৰউপায়ুক্তই নিয়োগ কৰা পৰীক্ষা নিৰীক্ষকক খাৰিজ
Assamese
এইবাৰ মাৰবাৰ্গ ভাইৰাছৰ আতংক প্ৰতি ১০ জনৰ ভিতৰত ৮জনৰ মৃত্যুৰ আশংকা
Assamese
বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট
Assamese
আফ্ৰিকান চোৱাইন ফ্লুৰ নামত থলুৱা গাহৰি হত্যা কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবী অসম কৃষক মহাসভাৰ
Assamese
আৰম্ভ হল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অসম বিধানসভা চৌহদতো প্ৰৱেশ মন্ত্ৰীবিধায়কৰ
Assamese
টিভি লাইভত ইউক্ৰেইন যুদ্ধৰ বিৰোধিতা কৰা ৰাছিয়ান সাংবাদিকক গ্ৰেপ্তাৰ
Assamese
দ্ৰৌপদী মুৰ্মূক লৈ বিজেপিয়ে আদিবাসীৰ ট্ৰাম্পকাৰ্ড খেলিব বিচৰাটো লজ্জাজনকঅখিল গগৈ
Assamese
দিশহাৰা শ্ৰীলংকা পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিয়ে
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ জন
Assamese
আলফা স্বাধীনক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া যুৱকক গ্ৰেপ্তাৰ
Assamese
ছিয়াং নদীত ডুবি সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰ
Assamese
আফ্ৰিকান ছোৱাইন ফিভাৰত ৰাজ্যত চলিত বছৰত এতিয়ালৈকে ৪০০ টা গাহৰিৰ মৃত্যু
Assamese
বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন
Assamese
আশ্চৰ্য ব্যৱসায়িক স্বাৰ্থত মহিলাক অপমানসূচক মন্তব্য পংকজ পাঠকৰ বিৰুদ্ধে তৃণমূল মহিলা কংগ্ৰেছৰ গোচৰ
Assamese
বিৰোধীদলৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হব কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভা
Assamese
পুনৰ মহানগৰীত অঘটন ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গল এজন যুৱক
Assamese
প্রেমিকাক নৈত পেলাই দিব খোজা বিশ্বাসঘাতক প্ৰেমিক নুৰ ইছলামক আটক কঞা আৰক্ষীৰ
Assamese
নিশা আন্তৰাজ্যিক বাছ আস্থানত উপস্থিত হল পৰিবহন মন্ত্ৰীস্বীকাৰ কৰিলে বিভাগীয় ব্যৰ্থতা
Assamese
বর্ষাশ্ৰীক কাৰাগাৰত পৰীক্ষা দিবলৈ দি মুখ্যমন্ত্ৰীয়ে বাহবাহললেই নহব বৰ্ষাশ্ৰীৰ মুকলিৰ দাবী মীৰা বৰঠাকুৰৰ
Assamese
জালনোট চক্ৰৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীৰ ঘৰত উদ্ধাৰ পিষ্টল
Assamese
ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত উত্তাল টীয়কৰ ৰাজপথ
Assamese
চুৰিৰ ঘাটিত পৰিণত টীয়কচুৰি হোৱা স্কুটি বিচাৰি থানাত ছাত্ৰী
Assamese
গৰমৰ দিনত চুলি আৰু ছালৰ যতন কেনেকৈ লব জানেনে
Assamese
শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক এই ৰোগত আক্ৰান্ত হৈ শতাধিক গাহৰিৰ মৃত্যু
Assamese
অসমঅৰুণাচল সীমান্ত বিবাদ সমাধানৰ বাবে চুক্তিত স্বাক্ষৰ কিমান দিনৰ ভিতৰত হব মীমাংসা
Assamese
কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ গেৰুৱা শিৱিৰত যোগদান কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাৰ
Assamese
তীব্ৰ গ্ৰীষ্মদাহ ব্ৰিটেইনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা চৰকাৰৰ
Assamese
অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২২৭৪ জন কৰ্মচাৰীক চাটাইৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ
Assamese
বিশ্বনাথ আৰক্ষীৰ অভিযানত উৎখাত জাল নোট নকল সোণৰ ব্যৱসায়ী চক্ৰ ৫জনক আটক
Assamese
বৈৰীবন্ধু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ ঋষি ছুনাকৰ বিৰুদ্ধে বৰিছ জনছনে এয়া কৰিছে কি
Assamese
দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়তেজপুৰ বিশ্ববিদ্যালয় আইআইটি গুৱাহাটীৰ নাম
Assamese
ডিজিটেল মাধ্যমৰ বাতৰিৰ ওপৰতো এইবাৰ আইন আনিব কেন্দ্ৰীয় চৰকাৰে
Assamese
অসম চাহ নিগমৰ ১২ খনকৈ চাহ বাগিচা লীজত দিব বিচৰা কাৰ্যৰ বিৰোধিতা আপ
Assamese
ৰ কাণ্ডজ্ঞানহীনতা গণিতত ৫৩ নম্বৰ পোৱা ছাত্ৰই ১০০ নম্বৰৰে লাভ কৰিলে অসমৰ ভিতৰত দশম স্থান
Assamese
মেট্ৰিকত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়েহে পাব আনন্দৰাম বটা
Assamese
ওমানত সাগৰৰ বিশাল ঢৌত উটি গল মহাৰাষ্ট্ৰৰ এটা পৰিয়ালৰ তিনি সদস্য
Assamese
কাজিৰঙা ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণৰ দাবী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ
Assamese
শৈক্ষিক গৱেষণাৰ সহযোগিতাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে আৰণ্যকৰ দ্বিপাক্ষিক চুক্তি
Assamese
সাংসদ মহুৱা মৈত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগিছে ৰিপুন বৰা
Assamese
ৰাজধানী সম্প্ৰসাৰণৰ প্ৰতিবাদ আৰক্ষীৰ নিষেধাজ্ঞা মহানগৰীৰ উপকণ্ঠৰ যোৰাবাটত তীব্ৰ যানজঁট
Assamese
গৰমৰ দিনত নাৰিকল পানী খাঁওক আৰু ভালে ৰাখক স্বাস্থ্য
Assamese
পুনৰ সংসদত জাননী এইবাৰ বন্ধ কৰা হৈছে ধৰ্ণা বিক্ষোভ
Assamese
ভাৰততো ধৰা পৰিল মাঙ্কিপক্স কেৰালাত প্ৰথমটো আক্ৰান্তৰ ঘটনা পোহৰলৈ
Assamese
নুমলীগড়ৰ জাহাজঘাটক অচিৰেই ব্যৱসায়িক বন্দৰলৈ উন্নীত কৰা হব ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ
Assamese