text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
চতিয়াত জাপানী এনকেফেলাইটিজত এজনৰ মৃত্যু বিশ্বনাথত এই ৰোগৰ বলি প্ৰথমগৰাকী ব্যক্তি | Assamese |
বৰ্ষাশ্ৰীৰ আইনী যুঁজত সহায় কৰিবলৈ ইচ্ছুক লুইত কুমাৰ বৰ্মণ লাগে পৰিয়ালৰ সঁহাৰি | Assamese |
মাত্ৰ ২ মিনিটতে খাই শেষ কৰিলে এবটল মদ বাজী মাৰি যমৰ ঘৰ পালে যুৱকে | Assamese |
যুৱকক মাৰধৰ শ্বহীদ বেদীক অপমান ছাত্ৰ মুক্তিৰ নেতা ৰাহুল ছেত্ৰীসহ দুজনৰ বিৰুদ্ধে আৰক্ষীত গোচৰ | Assamese |
বোকাখাতত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলীয় তত্বাৱধায়ক হিচাবে বুথ সশক্তিকৰণ কৰ্মশালাত অংশগ্ৰহণ | Assamese |
কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি দিলে আদালতে | Assamese |
গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট দদৰাত আনন্দ মুখৰ পৰিবেশ | Assamese |
বজাৰত এতিয়া দমে দমে ওলাইছে লেতেকু লেতেকুৰ উপকাৰিতা জানি আচৰিত হব আপুনি | Assamese |
পুনৰ শৰাইঘাটৰ পুৰণি দলঙৰ পৰা জঁপিয়ালে এজন লোকে | Assamese |
কেতিয়া মুক্তি পাব বৰ্ষাশ্ৰীয়ে টীয়কৰ বৰ্ষাশ্ৰীৰ ঘৰত ৰাইজৰ দলৰ প্ৰতিনিধি | Assamese |
হতাশাই চানিছে ইংলেণ্ডক প্ৰায় আধা নিযুততকৈ অধিক লোকে খাবলগীয়া হৈছে হতাশা নিৰাময়ৰ ঔষধ | Assamese |
সংসদত নিষিদ্ধ দুৰ্নীতিগ্ৰস্ত চামচাগিৰি ভণ্ডামি শকুনি স্বৈৰাচাৰী আদি শব্দপ্ৰকাশ পালে আৰু বহু অসংসদীয় শব্দৰ তালিকা | Assamese |
শ্বিলঙত উদ্ধাৰ দেহত ছয়টা ৰং থকা বিশেষ প্ৰজাতিৰ ভেকুলী | Assamese |
শ্ৰীলংকাত প্ৰধানমন্ত্ৰীৰ ঘৰ আক্ৰমণ কৰা প্ৰতিবাদকাৰীলৈ সেনাৰ গুলী সান্ধ্য আইন জাৰি | Assamese |
২৫ খন ৰাজ্যৰ ৩০০০০ খন পুৰণি বাছৰ ঠাই দখল কৰিব ইলেক্ট্ৰিক বাছে | Assamese |
জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত ২০ জুলাইত দিল্লীৰ যন্তৰ মন্তৰত আক্ৰাছুৱে দিব ধৰ্ণা | Assamese |
ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন | Assamese |
সঁচাকৈয়ে ৰাষ্ট্ৰদ্ৰোহ ১৯ বছৰীয়া বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰ জোৱাৰ চৌদিশে তাৰ মাজতে ৰ ভিন্ন মত | Assamese |
কবিতা লিখি দুমাহে কাৰাগাৰত বন্দী টীয়কৰ মেধাবী ছাত্ৰী বৰ্ষাশ্ৰী ১৬ জুলাইৰ পৰা ষান্মাসিক পৰীক্ষা | Assamese |
ডিগবৈত দেহ ব্যৱসায়ী চক্ৰ উৎখাত কেইবাগৰাকীও যুৱকযুৱতীক আটক আৰক্ষীৰ | Assamese |
মুন্দ্ৰা বন্দৰত প্ৰায় ৩৫০ কোটি টকা মূল্যৰ হেৰোইন জব্দ | Assamese |
ওদালগুৰিৰ ডিমাকুছিৰ বাদলাপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা | Assamese |
শীঘ্ৰে সলনি হব গুৱাহাটী মহানগৰীৰ ৮ টাকৈ স্থানৰ নাম | Assamese |
কাছাৰৰ জনপ্ৰিয় উপায়ুক্ত কীৰ্তি জাল্লিক কামৰূপ গ্ৰাম্যলৈ বদলি | Assamese |
অভিযুক্তক চৰকাৰে শাস্তি দিয়াৰ অধিকাৰ কোনো আইনে দিয়া নাইচিপিআই এম | Assamese |
মৃত্যু নগৰী গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হল মৃতদেহ | Assamese |
কামৰূপ মেট্ৰ ডিটিঅলৈ অনিয়মীয়া উপস্থিতি আৰু অনিয়ম সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী | Assamese |
ডিব্ৰুগড়ৰ বৈদুল্লা খানৰ বাসগৃহত জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান | Assamese |
দেশ এৰি পলাবলৈ লোৱাৰ সময়তে বিমানবন্দৰত আটক কৰা হৈছে বাচিল ৰাজাপাক্ষেক | Assamese |
২০ জুলাইত শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন অস্থিৰতাৰ মাজতেই আৰম্ভ তৎপৰতা | Assamese |
শ্ৰীৰামপুৰত গাঞ্জা সৰবৰাহ কৰা কন্টেইনাৰ ট্ৰাকত দুৰ্বৃত্তৰ অগ্নিসংযোগ পুৰি ছাৰখাৰ ট্ৰাক | Assamese |
গ্ৰীষ্ম বন্ধৰ পিছত কামলৈ উভতিয়ে গঢ়িলে অভিলেখ এদিনতে ৪৪টা ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ | Assamese |
জনসংখ্যা বিস্ফোৰণৰ সমাধানৰ হেতু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ | Assamese |
মহানগৰীৰ চান্দমাৰীত চঞ্চল্যকৰ ঘটনাঅনলাইন সামগ্ৰীৰ ডেলিভাৰী বয়ক আক্ৰমণ | Assamese |
গুৱাহাটী মহানগৰীত কোঠাৰ ভিতৰত গলিত অৱস্থাত মৃতদেহ উদ্ধাৰ | Assamese |
১০ বছৰে অনাদায় বকেয়া ধন শিৱসাগৰত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ | Assamese |
বিশ্ব জনসংখ্যা দিৱসদেশৰ বাবে বিশেষ খৱৰ অহা বছৰেই ভাৰতৰ জনসংখ্যাই অতিক্ৰম কৰিব চীনক | Assamese |
অতি দৰ্পে হত লংকা কিদৰে উত্থান ঘটিছিল ৰাজপাক্ষে পৰিয়ালৰ কেনেদৰে ঘটিল পতন | Assamese |
শিনজো আবেৰ মৃত্যুৰ পিছতো জাপানৰ নিৰ্বাচনত এলডিপিৰ বৃহৎ জয় | Assamese |
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ ৰাজপ্ৰাসাদৰ গুপ্তধনে উদঙাইছে সাথন নহ চৰকাৰৰ স্বৰূপ | Assamese |
কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনাচাৰিজন আহত | Assamese |
বিৰিঞ্চি বৰাক অনাহকতে গ্ৰেপ্তাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লওকডি ৱাই এফ আই | Assamese |
বিশ্বনাথত পুনৰ বিৰিয়ানী বিতৰ্কএইবাৰ বিৰিয়ানীত ওলাল গেলা মাংস | Assamese |
সন্দেহৰ আৱৰ্তত আলোচনা চুক্তিপুনৰ সংঘৰ্ষত লিপ্ত হল অসম আৰক্ষী আৰু আলফা স্বাধীন | Assamese |
শিৱৰ ভাৱত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাক জামিনত মুকলি | Assamese |
পুৰণি শৰাইঘাট দলঙত চাঞ্চল্যকৰ ঘটনা ৰেলিঙৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়ালে এজন যুৱকে | Assamese |
বেকাৰ বৰিছলাংকাশ্বায়াৰৰ ৰাস্তাত চাকৰি বিচাৰি ব্ৰিটেইনৰ পদত্যাগী প্ৰধানমন্ত্ৰী জনছন | Assamese |
আজি পবিত্ৰ ঈদ ঊল আজহাসমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উলহমালহেৰে পালন কৰা হৈছে ঈদ | Assamese |
কেতিয়া পাব সকাহ জামিন লাভৰ এদিন পিছতে মহম্মদ জুবেইৰলৈ পুৰণি গোচৰত পুনৰ চমন | Assamese |
প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেৰ বাসভৱন | Assamese |
ভাৰতকে ধৰি পাঁচখন দেশত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত ৰাষ্ট্ৰপতি জেলেনস্কিৰ | Assamese |
গাৰ নোম শিয়ৰি উঠা ঘটনা নগাঁৱত হত্যাৰ অভিযুক্ত ব্যক্তিক জীৱন্তে জ্বলাই দিলে ৰাইজে | Assamese |
সন্ত্ৰাসবাদী আৰু বিজেপি ভাই ভাইতথ্য দাঙি ধৰি কংগ্ৰছ নেত্ৰী ৰঞ্জিত ৰঞ্জনৰ মুকলি অভিযোগ | Assamese |
গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয় কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে | Assamese |
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেৰ পদত্যাগ জনতাৰ ভিৰত কঁপিছে কলম্বো | Assamese |
এছচিয়েশ্যন অৱ চাৰ্জনচ অৱ আসামৰ বঙাইগাঁও শাখাৰ উদ্যোগত বিনামূলীয়া লেপাৰস্কপিক আৰু মুকলি অস্ত্ৰোপচাৰ শিবিৰ সম্পন্ন | Assamese |
বাহুদা যাত্ৰা ২০২২উল্টা ৰথ যাত্ৰা আৰম্ভ | Assamese |
ৱাইএছ জগন মোহন ৰেড্ডী ৱাইএছআৰ কংগ্ৰেছৰ জীৱনজোৰা সভাপতি নিৰ্বাচিত | Assamese |
কোৰবানী সন্দৰ্ভত অসমৰ ইছলাম ৰাইজলৈ কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ | Assamese |
বঙাইগাঁও মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
ৰাষ্ট্ৰপতি ভৱনত বিক্ষুব্ধ জনতাৰ আক্ৰমণ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পলায়ন | Assamese |
ৰাজ ভঁড়াল উদং পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীমন্ত্ৰীৰ এবছৰীয়া হেলিকপ্তাৰ বিলাসিতাৰ ছবি | Assamese |
এটা জৰাজীৰ্ণ পথসাংসদ বিধায়কে গুৰুত্ব নিদিয়াত গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰাইজে | Assamese |
উৎকোচ লৈ হাতেলোটে ধৰা পৰিল জোখমাপ নিয়ন্ত্ৰকগ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই | Assamese |
মণিপুৰত পুনৰ ভূমিস্খলনমহিলাসহ দুগৰাকীৰ মৃত্যু দহ জন আহত | Assamese |
পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত দুজনক গ্ৰেপ্তাৰ | Assamese |
মুকলি আকাশৰ তললৈ বিতৰ্কিত আৰক্ষী বিষয়া জোনমণি ৰাভা | Assamese |
অসম চৰকাৰৰ খিলঞ্জীয়া স্বীকৃতিসমাধান নে বিভাজনৰ পথ | Assamese |
পুনৰ কৃত্ৰিম বানত ডুব গল ঐতিহাসিক শিৱসাগৰ চহৰ | Assamese |
কোৰবানি ঈদত গোহত্যাত নিষেধাজ্ঞা ৰাজ্য চৰকাৰৰ | Assamese |
ব্ৰিটেইনত আনৰ বাবে ১৫০ বাৰ গাড়ীচালনাৰ পৰীক্ষা দিয়া মহিলাক কাৰাদণ্ড | Assamese |
কোকৰাঝাৰৰ গৌৰাং নদীত গা ধুৱলৈ গৈ পানীত ডুব যোৱা ছাত্ৰ অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ উদ্ধাৰ | Assamese |
শিক্ষকতাৰ বৃত্তিত থাকিব বিচৰাসকলে অন্য লাভজনক বৃত্তি এৰি দিব লাগিবঃ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু | Assamese |
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো এবেক ভাষণ দি থকাৰ সময়তে গুলীয়ালে দুৰ্বৃত্তই মৃত্যুৰ সন্দেহ | Assamese |
আফগানিস্তানত ২১ বছৰৰ পিছত মাটিৰ তলৰ পৰা খান্দি উলিওৱা হল তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ গাড়ী | Assamese |
শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ডচুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হল দম্পতী | Assamese |
৯ টা সন্তানৰ পিতৃ ইলন মাস্ক আদালতৰ নথিত ওলাইছে গোপন তথ্য | Assamese |
হাতত মিঠাতেলৰ বটল সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ | Assamese |
পিটি উষাইল্লাইয়াৰাজাৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয় | Assamese |
আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান কইনা ডাঃ গুৰপ্ৰীত কৌৰ | Assamese |
বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত সোণালী বান্দৰ ৰক্ষা কৰক ভৈৰৱচূড়া বচাওক শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ | Assamese |
চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে | Assamese |
শ্ৰেণীত নাই ছাত্ৰছাত্ৰী সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে | Assamese |
ৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰপূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ | Assamese |
বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানড্ৰাগছ মটৰচাইকেলসহ দুজনক আটক | Assamese |
কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্রছাত্র জনৰ ঘৰ মিৰ্জাত | Assamese |
কলিয়াবৰৰ বেঙেনাআটিত অঘটন শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু | Assamese |
পৰিবহনৰ কাৰ্যালয়ত পৰিমল বিভাগটো সঁচাকৈয়ে হব নে নিৰ্মল | Assamese |
পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিকল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ | Assamese |
বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে | Assamese |
গুৱাহাটীত পুনৰ অঘটন ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক | Assamese |
খিলঞ্জীয়া মুছলমান ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি দিলীপ শৰ্মা | Assamese |
ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি | Assamese |
শিৱসাগৰ কোঁৱৰপুৰত অঘটন চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন | Assamese |
ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰআৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে এ দাখিল কৰিলে চাৰ্জশ্বীট | Assamese |
ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হল পবিত্ৰ মাৰ্ঘেৰিটা | Assamese |
মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ তিনি চোৰ | Assamese |
দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত ৩৬ জন আহত | Assamese |
মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.